Marmita Mitra Exclusive: জুবিনৰ 'মনৰ নিজানত' গাই ভাইৰেল হোৱা বংগকন্যা মৰ্মিতা মিত্ৰ ND24ত

Поділитися
Вставка
  • Опубліковано 16 лис 2024

КОМЕНТАРІ • 650

  • @anantasingha4043
    @anantasingha4043 Місяць тому +28

    তোমাৰ কথা ভাবিলেই জানা গানটো uffff 🔥🔥🔥 হৃদয় চুই গৈছে

  • @HIRAKJYOTIMEDHI-lq9vw
    @HIRAKJYOTIMEDHI-lq9vw Місяць тому +26

    সুন্দৰ কণ্ঠ...Assamese গান কেইটা যে Assamese language কব নজনা কণ্ঠশিল্পী এজনীয়ে স্পষ্ট কৈ গাব পৰিছে❤

  • @loyingcreations6703
    @loyingcreations6703 Місяць тому +72

    আমাৰ অসমীয়া গায়ক/গায়িকা বোৰে আৰম্ভণি গীত টো নিজৰ হে গান এটা গায়। বঙালী ছোৱালী জনিৰে জানিছে যে অসমত প্ৰথম ভূপেন হাজৰিকা গান গাব লাগে বুলি।।

    • @goutambonia58
      @goutambonia58 26 днів тому +1

      Kotha to nuhuwa nhoi bru,

    • @jyotishdeka7506
      @jyotishdeka7506 21 день тому +1

      Amr keijonia gabo janibo lagibo nijor gan keita stagat fali Siri jai

    • @KabitaMedopin
      @KabitaMedopin 16 днів тому +1

      Right 👍

  • @runumibaruah4082
    @runumibaruah4082 Місяць тому +47

    বৰ ভাল লাগিল।। ইমান খোলা মাতেৰে গীত গাইছে অতি সুন্দৰ কন্ঠ।। শুভকামনা জনাইছোঁ।।

  • @NabinRabha-f4q
    @NabinRabha-f4q Місяць тому +17

    প্ৰকৃত শিল্পীয়ে জাতি-মাটিৰ পৰিধি নামানে।

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l Місяць тому +36

    ইমান সুন্দৰ কন্ঠ বহুত ভাল লাগিল কবলৈ ভাষা নাই আৰু আগবাঢ়ি যোৱা।❤❤❤❤

  • @DipakGogoi-cj8lu
    @DipakGogoi-cj8lu Місяць тому +81

    বহু অসমীয়া গায়ক /গায়িকা পিছ পেলাব এই গৰাকীয়ে❤❤❤।কি প্রানধালি গাইছে 🎤🎼অসমৰ বহু গায়ক গায়িকা নাজানে. ভূপেন হাজৰিকা, মহেন্দ্র হাজৰিকা, খগেন মহন্ত, দিপালী বৰঠাকুৰ, বহুতক চিনিয়ে নাপায় এনেই বেল বেলাই পইচা লাখ লাখ টকা লৈ। তাতে আকৌ গান এটাৰ আধা গান ৰাইজক মাইকটো আগ বৰ হায় দিয়ে 😏

  • @PrasannaNath-b7v
    @PrasannaNath-b7v Місяць тому +22

    সুন্দৰ কণ্ঠ।লগতে সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ধন্যবাদ থাকিল।

  • @kalyanhazarika8215
    @kalyanhazarika8215 Місяць тому +26

    So sweet voice... wish you all the very best....proud for you Madam...

  • @monujgogoi1430
    @monujgogoi1430 Місяць тому +15

    সুন্দৰ। অসমীয়া বহুতো গায়ক গায়িকাৰ আপোনাৰ পৰা শিকিব লগীয়া বহুত আছে ।

  • @-8580
    @-8580 9 годин тому +1

    Beautiful ❤️❤️❤️ voice didi

  • @haribaruah9280
    @haribaruah9280 Місяць тому +8

    পাপনদাৰ‍ গান '" তোমাৰ কথা ভাবি লেই জানা" মমিতাৰ কণ্ঠত অতি ভাল লাগিল । এটি হৃদয়স্পৰ্শী গান আৰু মৰ্মিতাৰ আবেগভৰা
    কণ্ঠদান । নশলাগী নোৱাৰিলোঁ।

  • @onlinestudybhaskar
    @onlinestudybhaskar Місяць тому +29

    Kisiko nahi chora, apne tu Bhupen Ji se shuru karke papn , Zubeen , Sonu Nigam , sabka gana itne atche se perform kiya.. ek like toh bante hi Hai..
    Hindi , Assamese , Bengali , oh my god...
    Love from Assam . North Lakhimpur.

    • @Anisur218
      @Anisur218 16 днів тому +1

      Multi talented singer ❤

  • @dimbegarg6170
    @dimbegarg6170 Місяць тому +7

    সুন্দৰ কন্ঠৰ অধিকাৰী তেওঁ বহু দুৰ আগুৱাই যাওঁক তেওঁ ❤🎉

  • @digantanath2622
    @digantanath2622 Місяць тому +7

    বহুত সুন্দৰ৷ এনেকুৱা লগা নাই যে অসমীয়া ভাষা ক’ব নজনা এগৰাকীয়ে গাই আছে৷ বহুদূৰ আগবাঢ়ি যোৱা৷ আমি বিছাৰোঁ অসমত ৰৈ যোৱা৷ অসমত ভাল ভাল কাম কৰি যোৱা❤❤❤❤

  • @prabalbhatta
    @prabalbhatta Місяць тому +8

    I feel proud when someone from another state sings Assamese songs.this is how Assamese music would earn it's recognition...lots of good Assamese tunes are unexplored, people don't even know about those so it's important to give exposure to our tunes and that's possible only by means of exchange of cultural activities with the outer world.this singer is highly talented and trained too.all the very best to her.quality would definitely earn it's fame and dignity.

  • @nilimachutiaborah4697
    @nilimachutiaborah4697 Місяць тому +3

    প্ৰকাশ কৰিবলৈ ভাষা নাই। আৰু আগবাঢ়ি যোৱা। ❤❤❤❤❤

  • @Meghali369
    @Meghali369 Місяць тому +12

    Wahhhh mind-blowing singers, welcome to Assam ❤❤❤❤

  • @royassam7250
    @royassam7250 Місяць тому +3

    সুন্দৰ কন্ঠস্বৰ, সচাকৈ অতুলনীয়, Best Of Luck,❤

  • @trishnanath7337
    @trishnanath7337 17 днів тому +1

    What a voice ❤❤❤❤.... Heart touching ❤❤❤
    Monor nijanot imn dhuniya koi gaise wowwww just wowww❤❤❤❤

  • @anjanagogoi6105
    @anjanagogoi6105 Місяць тому +3

    ইমান সুন্দৰ কণ্ঠ ,শুনিয়েই থাকিম যেন । শুভেচ্ছা থাকিল ❤️❤️

  • @apurbaborha3621
    @apurbaborha3621 Місяць тому +15

    Excellent , excellent your voice . God bless you .

  • @jibanphukon9459
    @jibanphukon9459 Місяць тому +4

    বহুত সুন্দৰ পৰিবেশন। কণ্ঠশিল্পী গৰাকীৰ ভবিষ্যত আৰু উজ্জ্বল কামনা কৰিলোঁ।

  • @RahulDas-rz2bu
    @RahulDas-rz2bu Місяць тому +18

    অসমত কিছুমান পাবত গজা, নিজৰ শৰীৰটোক লৈ অহংকাৰ কৰা গায়িকাতকৈ এইগৰাকী বহু ওপৰত।।।।

    • @NabaDeka-x9u
      @NabaDeka-x9u 15 днів тому +1

      ❤❤❤❤❤💯💯👍👍

  • @nirajmoniborah2593
    @nirajmoniborah2593 Місяць тому +5

    কি সুন্দৰ আৰম্ভণি।শেষ কিন্তু অতি সুন্দৰ।

  • @jugamayadutta7272
    @jugamayadutta7272 Місяць тому +3

    মন ভাল লাগি যোৱা গীত। আশীৰ্বাদ থাকিল।

  • @khageswardoley5175
    @khageswardoley5175 19 днів тому +2

    অনেক শুভেচ্ছা জ্ঞাপন কৰিছো মাথো আগুৱাই যোৱা 🙏🙏

  • @nazrulhuque635
    @nazrulhuque635 Місяць тому +4

    মন ভাল লাগি যোৱা গীত। বহুত বেছি শুভকামনা জনালোঁ।

  • @dhanmainakalita7171
    @dhanmainakalita7171 Місяць тому +21

    Asomiya vakha tu iman dhuniyakoi adhyayon kori taak mukhere prakax korote jitu abeg dhali dise bohut val lage kunubai nijor maatri vakha tok iman sanman korile, west bengalr Mithun Dhar khurar pisot tumak anekoi pai bohut xukhi, aguwai jowa, joy aai asom

  • @purnimagogoi4230
    @purnimagogoi4230 Місяць тому +12

    So sweet .lots of love from Jorhat.

  • @jayantibora4386
    @jayantibora4386 Місяць тому +4

    ইমান যে ভাল লাগিল।দীৰ্ঘায়ূ হোৱা।

  • @nabanitachutia4503
    @nabanitachutia4503 Місяць тому +17

    প্রতিটো গীতেই হৃদয় চুই গৈছে । বহুত ভাল লাগিল ।

  • @tanugogoi1305
    @tanugogoi1305 Місяць тому +3

    অতি সুন্দৰ ও মনোমুগ্ধকৰ কণ্ঠ 👌আন্তৰিক অভিনন্দন জনালোঁ 😊

  • @MalaBaruah-fu1cu
    @MalaBaruah-fu1cu Місяць тому +10

    Agoraki o nolabo Mormitar nisina shilpi axomot .moy praye xunu geet bor xunile xuni thakibo mon ❤emn strong n sweet voice 😊 Zubeen dar mon mane na ... ya alir pora adi kori she's rock female artist ❤❤❤❤

  • @Grbora94953
    @Grbora94953 Місяць тому +3

    অতি সুন্দৰ, শিল্পীয়ে সমন্বয়ৰ সৃষ্টি কৰিব পাৰে ।মৰ্মিতাও যেন দুখন ঠাইৰ সমন্বয় হিচাপে জিলিকি উঠিছে। কথা বতৰা বিলাক অতি স্বভাৱ সুলভ নাই কৃৰ্তিমতা।ভবিষ্যত আগুৱাই যাওঁক শুভকামনা থাকিল।

  • @gitanjalikalitachoudhury6555
    @gitanjalikalitachoudhury6555 Місяць тому +23

    খুব সুন্দৰ কন্ঠৰ এগৰাকী গায়িকা, পৰিবেশন শৈলী একক।

  • @mamonisaikia39
    @mamonisaikia39 Місяць тому +7

    অসমত গোৱা প্রথম গৰাকীয়েই গীত পৰিৱেশন কৰা নম্বৰ ১

  • @Anisur218
    @Anisur218 16 днів тому +1

    Multi talented singer, go ahead and be success in the field of music 👍👍🔥🔥

  • @parthajitPawe-kq9nf
    @parthajitPawe-kq9nf Місяць тому +2

    ইমানেই সুন্দৰ কণ্ঠ। শুভেচ্ছা জ্ঞাপন কৰিবলৈ শব্দ বিচাৰি পোৱা নাই ❤❤❤❤❤❤।

  • @tikeswarnath5169
    @tikeswarnath5169 Місяць тому +16

    ইমান ধুনীয়া কণ্ঠ অসমৰ অসমীয়া গান কেইটা মন চুই গল

  • @bhadrakantadas6101
    @bhadrakantadas6101 Місяць тому +2

    So sweet voice. God bless you my dear daughter.

  • @BanaKalita-v9c
    @BanaKalita-v9c 25 днів тому +4

    অসমত লাগে,অসমৰ অসমীয়াৰ হৈ গান গাবলৈ,ইমান ধুনীয়া কন্ঠ,তাল,সুৰ,

  • @pranjalpegu6451
    @pranjalpegu6451 Місяць тому +6

    Comments sectionত আহি ৫ মিনিট ৰৈ আছিলো কি বুলি Commants কৰিম ভাষা বিচাৰি নাপালো❤❤❤❤

  • @debajitbordoloi5273
    @debajitbordoloi5273 21 день тому +2

    Excellent , awesome pronouncetion .heart touching

  • @ghanashyamborah1063
    @ghanashyamborah1063 Місяць тому +1

    Very good mindblowing singer Ms. Marmita Mitra. May God bless Ms. Marmita Mitra.I wish her bright future. Thanks for Video.

  • @Pranabjyoti
    @Pranabjyoti Місяць тому +6

    Bengal r pratyek manuhar gharatei akhon harmanium pua Jai
    Music tu teuloke by birth pai
    That's why they are good to music
    and know music very well

  • @kankanbora2302
    @kankanbora2302 Місяць тому +2

    কণ্ঠত যাদু আছে শুনি আমনি নালাগে ❤❤

  • @SleepyConchShell-ie2lw
    @SleepyConchShell-ie2lw Місяць тому +3

    বহুতৰ দৰে নকওঁ তোমাৰ গান শুনি মই ভাষাহীন বা শব্দহীন…!কিয়নো তোমাৰ গান শুনিলেই, কথা শুনিলেই বা তোমাৰ জীৱনৰ কাহিনী শুনিলেই…, গীতিকাৰ গান ৰচনা হ’ব,কথা বা তোমাৰ শব্দৰ উচ্চাৰণ শুনিলেই কবিতা সৃষ্টি হ’ব আৰু তোমাৰ জীৱন কাহিনী বা সঙ্গীত শুনিলেই আমাৰ দৰে গান শুনি,কথা শুনি বা জীৱন কাহিনী শুনি উৎসাহিত হৈ নিজৰ মাজতো থকা তেনে সুপ্ত প্ৰতিভা বিকশিত হোৱা সপোন দেখি আৱেগিক হোৱা লগতে তেনে পৰিৱেশৰ সপোনত বিলিন হৈ খন্তেকৰ বাবে হ’লেও এক অনাবিল আনন্দত মচগুল হোৱা সপোন দেখিব পাৰোঁ…!

  • @runuborah7323
    @runuborah7323 Місяць тому +14

    Sweet voice all the best

  • @arabindabarman6623
    @arabindabarman6623 6 днів тому

    বহুত সুন্দৰ হৈছে ভাল লাগিছে❤❤❤❤🎉

  • @jurisensua-qz1iq
    @jurisensua-qz1iq Місяць тому +2

    Gan xuni bohut val lagil . Dhoynaybad mrmt mitra.tumi amar Mitra hoi thakiba.

  • @tablasoloplayar9043
    @tablasoloplayar9043 18 днів тому +1

    Waaaooo waaaoo waaaoo....kij voice paise raije huniboloi... lucky hokolu ami❤

  • @barshadakua6192
    @barshadakua6192 Місяць тому +1

    Ufffff ki voice ❤😢.. Goosebumps

  • @randevhajong1041
    @randevhajong1041 28 днів тому +2

    ইমান সুন্দৰ কন্ঠ ❤ বহুত ভাল লাগিল৷ কমেন্ট নিদিয়াকে থাকিব নোৱাৰিলোঁ৷ পাগল হৈ গলো কি কন্ঠ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we Місяць тому +4

    তোমাৰ কনঠত ভগৱানৰ অবদান আছে এনেধৰনে আগ বাহি য়োৱা

  • @goutamrajbongshientertainm8540
    @goutamrajbongshientertainm8540 9 днів тому

    পোন প্ৰথমতে তোমাক অসমলে স্বাগতম জনাইছোঁ ।সচাকৈয়ে তোমাৰ কন্ঠত যাদু আছে ।বহি ৰাজ্যৰ ছোৱালী হয়ো ইমান সুন্দৰ কৈ অসমীয়া গানবোৰ গাইছা অতি সুন্দৰ হৈছে ।শুভেচ্ছা থাকিল আগুৱাই যোৱা তুমি মৰ্মিতা ।

  • @Biswajitsvlog-wf1lx
    @Biswajitsvlog-wf1lx Місяць тому +2

    Really what a voice,,,!!!mind blowing ❤❤❤❤❤❤

  • @violeenalaskar3742
    @violeenalaskar3742 Місяць тому +1

    বহুত ভাল লাগিল আৰু কেইটামান অসমীয়া গীত শুনাৰ আশা থিকিল।

  • @KiranJyotisvlogs
    @KiranJyotisvlogs Місяць тому +4

    ইমান ধুনীয়াকৈ গাইছে❤❤❤

  • @TajminBegum-x3j
    @TajminBegum-x3j Місяць тому +1

    বহুত ধুনীয়া কৈ গাইছে বা জনীয়ে ❤ অসমৰ কিছুমান গায়ক/গায়িকাৰ জানিব লগা বহুত আছে।

  • @smritirekhasaikia6119
    @smritirekhasaikia6119 Місяць тому +17

    মৰ্মিতাৰ খুবেই সুন্দৰ কন্ঠ লগতে গান গোৱা ৰ এটা সুন্দৰ আৰ্ট আছে । আগুৱাই যোৱা

  • @BobbyMaut
    @BobbyMaut Місяць тому +2

    মৰ্মীতা মিত্ৰক সঁচাকৈ বৰ ভাল লাগিল ।

  • @brahmaputraservice6112
    @brahmaputraservice6112 Місяць тому +1

    Uffff iman clearity. Superb just amazing. Keep going.

  • @GitanjaliGayan-pr7tx
    @GitanjaliGayan-pr7tx 18 днів тому

    Very good Dear Go Ahead, Assam And The People Of Assam Will With You ❤❤❤❤❤❤❤❤❤❤❤

  • @surenrajbongshi6645
    @surenrajbongshi6645 18 днів тому

    বহুত সুন্দৰ গাইছে মৰ্মিতা তোমাকে আমি বহুত বহুত ধন্যবাদ

  • @শতফুলৰদেশ
    @শতফুলৰদেশ 25 днів тому

    কি সুন্দৰ কন্ঠ।।। শুনিলে শুনি থাকিব মন যায়।। উজ্বল ভবিষ্যত কামনা কৰিলোঁ।।

  • @nirumonichutia8169
    @nirumonichutia8169 Місяць тому +5

    Oh my god ki asorit ki Assamese singere ye patta pabo ,,,, verry amazing ,,,,marmita Mitra 100 salam dilu,,

    • @PankajJyotiBora25
      @PankajJyotiBora25 Місяць тому +1

      Bengalr singer bure classicalt pura pakoit xeikarone

  • @pranabjyotidas220
    @pranabjyotidas220 Місяць тому +9

    Superb....God bless you

  • @masudas2240
    @masudas2240 Місяць тому +126

    Sob fail hoi jab dekhun Assam t program korile okol zubeen dak bad di,,,ki voice dekhun,aru ki hiya dhali gaan gai jitu dekha napao amar program bur t ,,,

    • @anuragkumarnath5016
      @anuragkumarnath5016 Місяць тому +10

      আচল সঙ্গীত সাধক

    • @Ranjit2024-o7o
      @Ranjit2024-o7o Місяць тому +2

      Akdam right ❤

    • @anilhoro8702
      @anilhoro8702 Місяць тому +3

      ধেই ,আমাৰ অসমৰ tune কত পাৰিব কেলা

    • @tarunch.das.80
      @tarunch.das.80 Місяць тому +1

      সাংঘাটিক! খুব ভাল হৈছে। মাজে মাজে উচ্চাৰণৰ অলপ হেৰফেৰ হৈছে যদিও মোৰ বিবেচনাত সি ধৰ্তব্য নহয়।

    • @AshimSaikia-wm8fe
      @AshimSaikia-wm8fe Місяць тому

      বিহু গীত গাবলৈ পাৰিলেহে মানিম?

  • @ghanashyamborah1063
    @ghanashyamborah1063 Місяць тому

    So sweet and melody voice of Ms. Marmita Mitra, her all songs are heart touching. Go ahead. May God bless you.

  • @studyzone641
    @studyzone641 18 днів тому

    God gifted voice and practice that make like this kind of combination .pure talent didi .... music is beyond any religion caste its has own language keep shining

  • @ArunRajkuwar-yp2qn
    @ArunRajkuwar-yp2qn Місяць тому +3

    মমিতা মিত্ৰৰ মাততো সচাই বৰ ভাল লাগিল ।

  • @rathindutta6925
    @rathindutta6925 19 днів тому

    Dhunia song bhal lagele thanks to ND 24&Marmita Mitra🎉

  • @krishnamonigogoi6754
    @krishnamonigogoi6754 Місяць тому +1

    দীপলিনাতকৈ ধুনীয়া লাগিছে আৰু সুন্দৰ গাইছে।

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n 18 днів тому

    মৌমিতাক বহুত মৰম আৰু শুভেচ্ছা দিলো।

  • @chakradharbhadra4509
    @chakradharbhadra4509 Місяць тому +5

    Outstanding voice love her voice❤❤❤

  • @sibadas3859
    @sibadas3859 21 день тому

    Im in love with your voice..how can you so clean assamese.. Its wonderful

  • @studyzone641
    @studyzone641 18 днів тому

    Ek hi dil hein aur kitna bar jitoge didi .kya talent hein jist wow...kya voice hein nothing to say another shining star 🌟🌟 in its way ...keeo shining 🔥🔥

  • @MoinulBhai7755
    @MoinulBhai7755 4 дні тому

    Nice 💞💞 marmita my favourite singer

  • @binaytalukdar6434
    @binaytalukdar6434 Місяць тому +3

    অসমৰ News Channel ৰ সাংবাদিক চাৰ সকলে ও নিজৰ ভাষাৰ বাহিৰে অলপ হিন্দী ভাষা টো অধ্যয়ন কৰাটো ভাল, নহলে বহিৰা ৰাজ্যৰ পৰা কোনো বিশেষ ব্যক্তি মাতিলে তেখেত সকলক একদম চাব লগীয়া হয়

  • @parikhittalukdar6688
    @parikhittalukdar6688 27 днів тому +1

    সুন্দৰ উচ্চাৰন মৰমিতা মিএ।

  • @tuleswarsaikia9048
    @tuleswarsaikia9048 Місяць тому +5

    Strong voice with sweet melodi❤❤❤❤

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg Місяць тому +2

    Sweet voice and polite singer good superb 👍👍👍👍

  • @sweetibaruah1629
    @sweetibaruah1629 Місяць тому +13

    ❤❤❤❤emn dhunia voice aru lgte bhrr swli buli kapuru vldre pindhise ksmnr dre dehatu dekhuai aha ni ,vl lgil bht .❤❤❤

  • @jituburagohai7535
    @jituburagohai7535 22 дні тому

    Really Exceptional voice Mitraji.Heartest Regards. 🎉🎉🎉🎉

  • @Nazmul-bj1vu
    @Nazmul-bj1vu Місяць тому +1

    বহুত ধুনীয়া কন্ঠ,,,,,, অতুলনীয়,,,

  • @Hima-v1h
    @Hima-v1h 26 днів тому +2

    ,, অসমৰ কেজনী এ এতিয়া তাইৰ পৰা শিকিব, যেন পাওঁ 😅

  • @arupray3585
    @arupray3585 Місяць тому

    হৃদয় চুই গল ইমান সুন্দৰ কণ্ঠ শুভকামনা জনাইছোঁ 🎉👌👍

  • @JoyntiGour-pl3yp
    @JoyntiGour-pl3yp 5 днів тому

    Best of luck sister ❤️❤️❤️ to good 🎉🎉🎉. You are god gift 🎁

  • @rajp1223
    @rajp1223 18 днів тому +1

    What a emotional voice ❤

  • @jumankumarsarmah5131
    @jumankumarsarmah5131 Місяць тому +13

    আমাৰ মখাই শিকক অলপ।
    দ্বীপলিনাই কি গাই,দিপান্দিতাই কি গাই😂।

  • @meghdoot616
    @meghdoot616 Місяць тому +2

    ইমান সুন্দৰ উচ্চাৰণ। ❤❤❤❤❤

  • @khalilrehman7309
    @khalilrehman7309 17 днів тому

    What a lovely voice what a range commendable. Really awesome

  • @puremathematics3013
    @puremathematics3013 Місяць тому +1

    So sweet💞💞💞👌

  • @birennath8618
    @birennath8618 Місяць тому +1

    Genius girl With a bright future.

  • @নৈপৰীয়াভক্তিসৰোবৰ

    What a perform what a voice and melody . All is outstanding

  • @mwmnaruto3129
    @mwmnaruto3129 19 днів тому +2

    ভাবিব নোৱাৰা কন্ঠ। পাবত গজা বহুত অসমীয়া গায়িকাৰ বিপদ আছে। আগুৱাই যোৱা।

  • @MMCmusic133
    @MMCmusic133 11 днів тому

    বহুত সুন্দৰ পৰিবেশন ❤❤❤

  • @KartikMahanta-sy8zz
    @KartikMahanta-sy8zz Місяць тому +1

    Sundar voice baido❤😮

  • @RintuDas-u5h
    @RintuDas-u5h 19 днів тому

    বৰ ভাল লাগিল, ভূপেন দাৰ গানেৰে আৰম্ভ কৰাৰ কাৰণে