ভাওনা জগতৰ অন্যতম এটি ভোটাতৰা ৰাজীৱ লোচন বড়া | Sinaki #02 | Rajib Luson Vauna | Rajib Lochan Borah

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • ভাওনা জগতৰ অন্যতম এটি ভোটাতৰা ৰাজীৱ লোচন বড়া | Sinaki #02 | Rajib Luson Vauna | Rajib Lochan Borah
    PMB MIX ইউটিউব চেনেলৰ নতুন শিতান "চিনাকী"ৰ প্ৰথমটো ভিডিঅ'ত আপোলোকৰ আগত চিনাকী কৰাই দিছোঁ ভগৱান আৰু নাৰদৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ অন্তৰ জয় কৰা শ্ৰদ্ধাৰ ৰাজীৱ লোচ বড়া দাক।
    আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
    যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
    Cover Topic:
    Sinaki
    Rajib luson borah
    Rajib luson
    Rajib lochan borah
    Rajib luson vauna
    Rajib lochan vauna
    Vauna
    Bhauna
    Rajib lochan narod
    Rajib luson narod
    Interview
    Assamese interview
    Vauna
    Vauna actor
    Vauna actor interview
    #pmbmix
    #interview

КОМЕНТАРІ • 101

  • @HORIKRISHNA_BORA
    @HORIKRISHNA_BORA Рік тому +3

    ভাওনাত সুন্দৰ অভিনয়ৰ আৰু গীতৰ মাজেৰে ৰাজীৱ দাৰ এটি পৰিচয়। তেওঁ নিজৰ পৰিচয়ৰ উপৰিও বহুতো কিশোৰ কিশোৰীক সমাজত সুদক্ষ অভিনেতা হিচাপে গঢ় দিছে। এই সুযোগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 Рік тому +5

    ভাল‌ লাগিল 🌸আমাৰ সমীপৰ এগৰাকী প্ৰতিভাৱান ব্যক্তিৰ সাক্ষাৎকাৰটি। লগতে আতধৰোতা উদিয়মান যুৱ শিল্পী গৰাকীয়ে ইমান সুন্দৰ কৈ নিখুঁত ভাৱে অনুষ্ঠান টি আগবাঢ়াই নিছে আগলৈকে এনেদৰে আগবাঢ়ি যোৱা বহুত শুভ কামনা ❤️

  • @lukumainaborah6109
    @lukumainaborah6109 Рік тому +5

    ৰাজীৱ লোচন বৰা এক দূদান্ত সুঃনিপুন স্বতস্ফুত অভিনেতা ❤️❤️ ককাই জন আমাৰ গৌৰৱ 🥰🥰 লগতে স্পষ্টবাদি । শুভ কামনা নেদেখা জনে সুখত ৰাখক 🙏 লগেত সুন্দৰ প্ৰতিভা ব্যক্তি সম্পৰ্ন সংস্কৃতি প্ৰেমি সকল চিনাকি কৰাই নৱ প্ৰজন্মক আগুৱাই যাবলৈ উৎসাহ দিয়া বাবে আপোনাৰ চেনেলটিলৈ অন্তহীন শুভকামনা । সু-স্বাস্থ্য অধিকাৰি ৰাখক আপোনাক❤লগতে ভাতৃ প্ৰতিম চন্দ্ৰমনিলৈ মৰম যাঁচিলো অনুষ্ঠানটো সুন্দৰকৈ আট ধৰা বাবে❤️❤️❤️

    • @PMBMix
      @PMBMix  Рік тому

      অশেষ ধন্যবাদ🙏

  • @funnymoment299
    @funnymoment299 Рік тому +2

    এই অনুষ্ঠানটিৰ জৰিয়তে ভাওনাৰ লগত জড়িত জনপ্রিয় মুখ ৰাজীৱ দাৰ ৱহুতো নজনা কথা জানিব পাৰিলো । বহুত ভাল লাগিল ।অনুষ্ঠানটিট আৰু কথা জানিৱ পাৰিম বুলি আশা থাকিল । অৱশেষত অনুষ্ঠান টি আৰু আগুৱাই যাওক । শুভেচ্ছা থাকিল
    আগুৱাই

  • @bornaliborgohain685
    @bornaliborgohain685 Рік тому +2

    বৰ সুন্দৰ লাগিল ৷ বহুতো নজনা কথা জানিব পৰিলো ৷
    অনুষ্ঠান এটি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাৱে এই চেনেলটিলৈ অশেষ ধন্যবাদ জনাইছো ৷

  • @dhyanjitsvlogs3621
    @dhyanjitsvlogs3621 Рік тому +2

    অতি সুন্দৰ পদক্ষেপ...
    ৰাজীৱ দা অদ্বিতীয়....

  • @nirrdeepsaikiaokhom6800
    @nirrdeepsaikiaokhom6800 Рік тому +2

    দুয়োজন সঁচাকৈ অন্যতম ❤ ৰাজীৱ দা বহু নজনা কথা জানিব পাৰিছো, আপোনালোক আমাৰ আদৰ্শ , আদৰ্শ বোৰ আজীৱন থাকি যাওঁক সকলোৰে মাজত , আৰু লগতে আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো 🙏 প্ৰিয় শিল্পী চন্দ্ৰ মণি গগৈৰ কথা কোৱাৰ যি কলা সেইয়া সঁচাকৈ আকৰ্ষণীয় হৈছে good job ❤ ধন্যবাদ

  • @brushupyourliterature1
    @brushupyourliterature1 Рік тому +2

    Always proud of you, Rajibda. Whatever I have learned so far, it's only from you. You are such a brilliant actor who really deserves such love and affection. I feel privileged to acknowledge about you.Go ahead, there are miles to go.
    --with best wishes,
    Ashim Kumar Hazarika

  • @axomsantanbitupan2108
    @axomsantanbitupan2108 Рік тому +2

    এই channel ৰ পদক্ষেপ সলাগ লৈছো, সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিছো ❤️‍🩹

  • @pranjaldutta7978
    @pranjaldutta7978 Рік тому +1

    সুন্দৰ অনুষ্ঠান ভাল লাগিল,ভাগবানে দুয়োজনক ভালে ৰাখক,

  • @pradipsaikia234
    @pradipsaikia234 Рік тому +1

    সুন্দৰ কথা কৈছে deaiii ভূলকে গাব nelage বেয়া কথা ......

  • @chetiavaii3417
    @chetiavaii3417 Рік тому +1

    ৰাজীৱ দা ৰ বিষয়ে বহু টো নজনা কথা জানিব পাৰিলো।।। ভাল মনৰ মানুহ তেও ❤।।।।। ভালে ৰাখক👍 ভগৱানে।।।।।

  • @amlandip
    @amlandip Рік тому +3

    সুন্দৰ অনুষ্ঠান।। 👌

    • @PMBMix
      @PMBMix  Рік тому +2

      অশেষ ধন্যবাদ... আমাৰ প্ৰিয়, আমাৰ সম্পদ ভাওনা জগতৰ ব্যক্তিসকলক ৰাইজে ওচৰৰপৰা যেন অকণমান হলেও জানিব পাৰে তাৰেই চেষ্টা কৰিছোঁ...

  • @jitamoniborabora4400
    @jitamoniborabora4400 Рік тому +2

    বহু দূৰ আগুৱাই যাওক,,,অলেখ শুভকামনা আপোনালৈ❤🎉

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 Рік тому +2

    ৰাজীৱ দা আমাৰ গৌৰৱ❤️

  • @abhijitpathak5837
    @abhijitpathak5837 Рік тому +1

    অনুষ্ঠানটো চাই ভাল লাগিল। আৰু আগুৱাই যাওক ❤❤❤❤❤

  • @pobontamuli4168
    @pobontamuli4168 Рік тому +1

    Val lagil dei ! Tur intervewtu
    আগন্তুক দিনবিলাকতো আকৌ এনেদৰে আগুৱাই যা তাকে কামনা কৰিছো ।।
    Wishing you all the best

  • @poragdhorborah9783
    @poragdhorborah9783 Рік тому +1

    অতিশয় প্ৰতিভাৱান ভাওৰীয়া এও।নাৰদৰ ভাৱত এখেত অতুলনীয়।

  • @pankajdutta9809
    @pankajdutta9809 Рік тому +1

    ভাল লাগিল অনুষ্ঠান ভাগি।

  • @satyaranjanbharali3454
    @satyaranjanbharali3454 Рік тому +2

    প্ৰতিটো কৰ্মই তোমাৰ নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ থল।সূত্ৰ ভাৱৰ পৰা বিষ্ণুলেকে, গীটাৰ শিকাৰ পৰা সংগীত সৃষ্টি, লেকে প্ৰতিটো কৰ্মই জনমানসত তোমাক উজ্জ্বল তৰাৰ দৰে জিলিকাই ৰাখিব বন্ধু। আশা ৰাখিছোঁ প্ৰতিজন নৱপ্ৰজন্ম তোমাৰ আলোকেৰে আলোকিত হব।

  • @Adityaankur939
    @Adityaankur939 Рік тому +2

    Hosai bhtt val lagil ❤

  • @hemantadas8814
    @hemantadas8814 Рік тому +1

    সাক্ষাৎকাৰটো সুন্দৰ লাগিল।

  • @apaditya6554
    @apaditya6554 Рік тому +1

    আপুনি এনেদৰে আগুৱাই যাওক । আপুনি আমাৰ বাবে গৌৰৱ ।

  • @aadikrishnagogoi2683
    @aadikrishnagogoi2683 Рік тому +2

    বহুত ভাল লাগিল❤️❤️❤️ যোৰহাটৰ সৰু জান দাৰ সাক্ষাৎকাৰ লাগে 😊

  • @Prachujyagaming
    @Prachujyagaming Рік тому

    বা বা ৰাজীৱ দা । আপুনি মহান।❤❤

  • @ProdipBorah-n2s
    @ProdipBorah-n2s Рік тому +1

    সুন্দৰ

  • @madhobhazarika5780
    @madhobhazarika5780 Рік тому +1

    সচা কথা❤

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 Рік тому +6

    প্ৰিয় শিৰণাক্ষ অংকুৰ শইকীয়া দেৱৰ সাক্ষাৎকাৰ এটি বিচাৰিছোঁ 🙏🙏🙏

    • @PMBMix
      @PMBMix  Рік тому +1

      নিশ্চয় চেষ্টা কৰিম...

    • @monujsaikia7843
      @monujsaikia7843 Рік тому

      Narod Nabajyoti Kalita intrvw ETA lage..Nabajyoti kalita homan ovinoy kribo pra narod ny ru All assamr

    • @ankurboruah8273
      @ankurboruah8273 Рік тому +1

      মইও জানিববিচাৰোঁ অংকুৰ শইকীয়া দাৰ বিষয়ে

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয়...

  • @parishmitadutta3138
    @parishmitadutta3138 Рік тому +1

    ৰাজীৱ দা যেতিয়া কৃষ্ণ ৰূপ লৈ ওলাই আহে সঁচাই মানিব লাগিব। শ্লোক ভাগ যেতিয়া গাব গায়কে ৰাজীৱ দাই ৰৈ জুন টো ৰূপ দিব অকমান দিঙিটো বেকা কৰি মুখত এটা মিঠা হাঁহি কি কম।

  • @arupchutia2708
    @arupchutia2708 Рік тому +1

    সুন্দৰ অনুষ্ঠান। ভাওনা ৰ বহুতো নজনা কথা জানিব পাৰিলোঁ

  • @bontiborah2734
    @bontiborah2734 Рік тому +1

    Mur namtuje loli bhal lagil . Bhogowane tuk aguwai niyok ❤

  • @pranjaldutta1529
    @pranjaldutta1529 Рік тому

    বৰ সুন্দৰ অনুষ্ঠান

  • @proytushvlogandfacts6894
    @proytushvlogandfacts6894 Рік тому

    সুন্দৰ অনুষ্ঠান❤️

  • @simantabaruah1631
    @simantabaruah1631 Рік тому +2

    Proud of u Dada 🙏

  • @bibhutisaikia1256
    @bibhutisaikia1256 Рік тому +1

    Val lagile..bisheshkoi vogoban soritro homporke kuwa kotha keitai provabito korile...

  • @bitupachani9256
    @bitupachani9256 Рік тому +2

    Hosa da da ❤❤

  • @palashbhuyan1503
    @palashbhuyan1503 Рік тому

    সুন্দৰ❤

  • @TONENTERTAINMENT600
    @TONENTERTAINMENT600 Рік тому +2

    Rajib da ❤🙏

  • @bishalbrox3923
    @bishalbrox3923 Рік тому +1

    Rajib da my fav❤

  • @arpitaa.09
    @arpitaa.09 Рік тому

    গুৰু ❤️

  • @ACTIONBHAI-yo4hi
    @ACTIONBHAI-yo4hi Рік тому +1

    ❤❤❤

  • @himanshugogoi5036
    @himanshugogoi5036 Рік тому +1

    Hosa kotha koise narod or gan huni huni amoni lage bhawnat ,,,😊

  • @Jintu-tv8on
    @Jintu-tv8on Рік тому +1

    Bor val lage Rajib lusonr narod ovinoy.

  • @pradipsaikia234
    @pradipsaikia234 Рік тому +4

    ৰূপম তামূলী আৰু mukunda kolita ata সাক্ষাৎ কাৰ পাম বুলি আশা ৰাখিলোঁ ❤❤

    • @PMBMix
      @PMBMix  Рік тому +3

      নিশ্চয় চেষ্টা কৰিম...

  • @mainamaina1350
    @mainamaina1350 Рік тому +2

    Mur khura hoi❤❤❤

  • @nishebora8300
    @nishebora8300 Рік тому

    proud of u brother ❤

  • @ridipdutta1370
    @ridipdutta1370 Рік тому +1

    Rajib dar sinta dhara ovinoi hukia....

  • @anuranansarmah4079
    @anuranansarmah4079 Рік тому +2

    Dipan Da or interview ata lobo

  • @ACTIONBHAI-yo4hi
    @ACTIONBHAI-yo4hi Рік тому

    Dada parela mukunda kalita আৰু rupom tamulir সাক্ষাৎকাৰ লব চোন।🙏

  • @madhurjyaborah8814
    @madhurjyaborah8814 Рік тому +1

    দাদা, অংকুৰ শইকীয়াৰ (ধিতাইপুখুৰী) সাক্ষাৎ এটা দিব চোন।🙏🙏🙏

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয় চেষ্টা কৰিম

    • @madhurjyaborah8814
      @madhurjyaborah8814 Рік тому

      @@PMBMix ধন্যবাদ

  • @nboruah3634
    @nboruah3634 Рік тому +3

    Vauna jetialoike soli thakibo. Tetia loike Rajib da Narod 1st position t thakibo.

  • @Lakhya0098
    @Lakhya0098 Рік тому

    মহেশ দাৰ লাগে

    • @PMBMix
      @PMBMix  Рік тому

      কৃষ্ণ... কিমান দূৰ সম্ভৱ নাযানো... ঈশ্বৰে মিলালে এদিন হয়তু নিশ্চয় আগবঢ়াব পাৰিম...

  • @gyanamscreation9743
    @gyanamscreation9743 Рік тому

    ৰাজীৱ আমাৰ অঞ্চলৰ গৌৰৱ..কিন্তু মঞ্চৰ সামাজিক নাটকৰ ক্ষেত্ৰত তোমাক আগবঢ়াই অনা দুজন স্বনামধন্য ব্যক্তিৰ নাম নললা..

  • @binoygogoi6421
    @binoygogoi6421 Рік тому

    Ranga da

  • @bituponduttavlog7287
    @bituponduttavlog7287 Рік тому +10

    নমস্কাৰ ৰাজীৱ দা , আপোনাৰ কথা খিনি শুনি সুখী হৈছোঁ আৰু ভাল লাগিছে ।কিন্তু তাৰ মাজতে এষাৰ কথা কওঁ ৰাইজ সকল কোনেও ভুল নুবুজিব আৰু আপুনিও ভুল নুবুজিব ,। মই এজন উঠি অহা যুৱ প্ৰজন্মৰ ভাওৰীয়া শিল্পী ,আৰু অসমত নহয় ভাওনা অসমৰ বহুত কম ঠাইত পতা হয় আৰু বহুতো শিল্পী আছে শিকিবলৈ আগবাঢ়ি অহা । প্ৰথম কথা হল শিল্পী এজন হৈ মিডিয়াৰ সন্মুখত আন বহুতো শিল্পীক অপমান নকৰি যদি আপুনি ভাল 100 জন শিল্পী জন্ম দিব পাৰিলেহেঁতে আপোনাক ধন্যবাদ জনালো হয় । উপদেশ আপুনি দিছে আমি শুনিছোঁ । কিন্তু আপোনাৰ আৰ্হি শ্ৰেষ্ঠ হোৱা উচিত বুলি ভাবো উপদেশ সমূহতকৈ ,বেয়া নাপাব বহুত ভাওনাত আপোনাক লগ পাইছোঁ আপোনাৰ লগত অভিনয়ো কৰিছোঁ কিন্তু আপোনাৰ দৰে এজন মানুহক এষাৰ মাত দিবলৈ বেয়া পোৱা ভাওৰীয়া মোৰটো জীৱনত কাকো লগ পোৱা নাই । ভাবি আছিলোঁ আপোনাৰ পৰা কিবা শিকিম কিন্তু আপোনাৰ মুখ মণ্ডল দেখিলে ভয় লাগে গুৰুত্ব দিবলৈ আপুনি শিল্পী এজনক টান পাই । গতিকে বেয়া নাপাব কোৱাৰ বাবে আপোনাৰ কথা খিনি শুনিলোঁ মনত আছে নে ,মই যে ৰাজীৱ দা ৰাজীৱ দা বুলি মাত দি আপোনাক কৈছিলোঁ ,চেনিজান ভাওনা এভাগত যে দাদা মোৰ ঠিকেই হৈছেনে আপুনি যে কৈছিল ভাল হৈছে কিন্তু তেতিয়া কিয় মুখৰ আগত নকলে যে তোমাৰ ভুল এইটো ।। মই এষাৰ কথা কওঁ শেষত 100 জন শিল্পী জন্ম দিয়ক অপমান নকৰিব🙏🙏🙏🙏 । উপদেশ দিয়ক ,আগত আৰ্হি ঠিক কৰক , অহংকাৰী নহব এদিন পতন হব। ভুল হৈছে আঙুলিয়াই দিয়ক , মুখৰ আগত । আজিৰ সমাজে যি যেনেকৈ বিচাৰিছে সেই মতেই আমি কাম কৰি আহিছো আৰু সকলোৰে মন মিলাই আমি শিল্পী হৈ কাম কৰিব নোৱাৰো যিটো বস্তুটো 100 জনে আদৰিছে সেই মতেই আমি কাম কৰিম 1জনৰ মতে নহয় ।। শিল্পী হলে ডিপো দা( চাৰিগাঁও ,) তিলোক ছাৰ ,পতিয়া (গাঁও) কৃষ্ণ দা নাৰদ kk(বাঘ মৰা) বসন্ত দা (পতিয়া গাঁও) বিষ্ণু বৰা দেৱ (টিয়ক) তেওঁলোকৰ দৰে হব লাগিব যাতে আন এজনক শিকাই বুজাই শিল্পী ৰূপে সমাজৰ আগত চিনাকি কৰি দিয়ে । ধন্যবাদ বেয়া নাপাব কথা খিনি আপুনি কোৱাৰ বাবে মইয়ো কলো ।

    • @RajibLochanVlogsu
      @RajibLochanVlogsu Рік тому +10

      মোৰ মনৰ কথা খিনি কৈছিলো বা তোমাক কোৱা নাছিলো।কোনো কথা নাই,মই কি কৰি আছো আৰু কিমান শিল্পী ক জন্ম দিলো সেইয়া ৰাইজে কব মই নকওঁ । কথা বিলাক যে তোমাৰ গাত লাগিল, তুমিও তেনেকুৱা ভূল কৰিছা নি? তুমি কিমান সৃষ্টি কৰিছা জনাবা? তুমি যি সকল ব্যক্তিৰ নাম উল্লেখ কৰিছা তেওঁলোকৰ পৰা জানিবা মই কেনেকুৱা । এটা কথা মইও ভালকৈ জানো আৰু তোমাকও কও "অহংকাৰ পতনৰ মূল" ।

    • @bituponduttavlog7287
      @bituponduttavlog7287 Рік тому

      মই জন্ম দিব পৰা নাই উঠি আহিছোঁ কিন্তু আপুনি ফোন কৰি বেয়া দেখিলে সকলোকে কওক কিন্তু আনৰ কতব্যত ৰাইজে বিচৰা কিছুমান কথাত আপোনাৰো মতা অধিকাৰ নাই । গাত লগা নলগা পাছৰ কথা কিন্তু আপোনাৰ অহংকাৰ খিনি ফুটি উঠিছে ।

    • @bituponduttavlog7287
      @bituponduttavlog7287 Рік тому

      বহুত গীত আমিও গাইছোঁ সন্মানো পাইছোঁ কিন্তু নিজক লৈ অহংকাৰ হৈ এতিয়াওঁ হব দিয়া নাই । কিমান ডাঙৰ অভিনেতা গম পোৱা গল যিহেতু সবিত্ৰী দেউতাকৰ নামেই মনত নাই ধন্যবাদ । আৰু আপুনিও শুনিব হে হৰি গীত গাই কিমান জন নাৰদ এতিয়া আগবাঢ়ি গৈ আছে ।

    • @ACTIONBHAI-yo4hi
      @ACTIONBHAI-yo4hi Рік тому +3

      সবিত্ৰী দেউতাকৰ নাম আমিও নাজানো।কিন্তু সাবিত্ৰী দেউতাকৰ নাম শুনিছো।

    • @assamgg6067
      @assamgg6067 Рік тому +3

      বিতুপন দা আপুনি বহুত অভিজ্ঞ ব্যক্তি 😀আমাৰ ভাওনাৰ বিষয়ত জ্ঞান সীমিত।🙏
      আচলতে নাৰদ চৰিত্ৰ ভাগ কেনেকুৱা হব লাগে জনাব ,
      নাৰদ ঋষি , সংগীতজ্ঞ,নে গায়ক পাৰিলে
      জনাবচোন ।

  • @anurag35710
    @anurag35710 Рік тому

    Atulananda Goswami Sir r interview lobosoon.

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয় চেষ্টা কৰিম

  • @rajdeepbora5025
    @rajdeepbora5025 Рік тому +1

    সদাক মাতিব অসমৰ এজন ভাল অভিনেতা

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয়...

  • @Potou-mx8jl
    @Potou-mx8jl Рік тому +1

    নৱ কলিতা লাগে দাদা

  • @deepallblock3796
    @deepallblock3796 Рік тому

    মই নজানো হা মই এদীনো নাই দেখা ভোওনাত

    • @PMBMix
      @PMBMix  Рік тому +2

      এসময়ৰ এজন বিখ্যাত ভাৱৰীয়া... যিসকলে ভাওনা বহু আগৰপৰা চাইছে তেওঁলোকে ভালদৰেই জানে ৰাজীৱ লোচন দা কোন...

  • @sanjibchutia6188
    @sanjibchutia6188 Рік тому

    Mur priya abhinata ranga

  • @aimeemili1185
    @aimeemili1185 Рік тому +1

    hoda dak matibo maiki bosan gai j pabnecha)

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয়

  • @নৰকাসুৰ
    @নৰকাসুৰ Рік тому

    Ranga da matibo soon

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয় চেষ্টা কৰিম

    • @ankurboruah8273
      @ankurboruah8273 Рік тому +1

      Ranga kam nai ,, মৰ চিয়ৰ এহূপা মাৰে ,, video কাৰণে চিনি পাই আৰু 🙄

  • @tubemedia4674
    @tubemedia4674 Рік тому +1

    কথা খিনি আত্মকেন্দ্ৰিক যেন লাগিল। চাই ভাল নালাগিল। ধন্যবাদ

    • @PMBMix
      @PMBMix  Рік тому +1

      অনুষ্ঠানটিৰ উদ্দেশ্যই হৈছে ব্যক্তিজনৰ বিষয়ে নজনা কথাবোৰ জনা... গতিকে তেওঁ স্বাভাৱিকভাৱে নিজৰ বিষয়েই কৈছে... তাৰ মাজতে কিন্তু যিসকলৰ পৰা তেওঁ শিকিছিল তেওঁলোকৰ বিষয়েও কৈছে... মন্তব্যৰ বাবে ধন্যবাদ...

  • @anantaborabora2801
    @anantaborabora2801 Рік тому

    Kolia Dak matiba