ভাওনা প্ৰতিযোগিতাৰ পাছত বিচাৰক প্ৰজ্ঞান বৰুৱা দেৱে কি কলে, কিছু নজনা কথা জানি লওক🙏

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • ভাওনা প্ৰতিযোগিতাৰ পাছত বিচাৰক প্ৰজ্ঞান বৰুৱা দেৱে কি কলে, কিছু নজনা কথা জানি লওক🙏
    #viral #vauna #assamesevaona #assam

КОМЕНТАРІ • 119

  • @lipikabhuyan9897
    @lipikabhuyan9897 23 дні тому +3

    বিচাৰক জন সচাঁই অধযন পুস্ত । ভাল লাগিল তেখেতৰ ব্যক্তব্য ।

  • @pachaniaxom1155
    @pachaniaxom1155 Місяць тому +7

    কৃষ্ণ কৃষ্ণ প্ৰভূজনা বহু বিচাৰক দেখালো।আপোনাৰ দৰে ত্ৰুটি সমুহ তন্ন-তন্নকৈ বহুল ব্যাখ্যা কৰি আঙুলিয়াই দিয়া নেদেখিলো।আপোনাৰ দীৰ্ঘ জীৱি কামনা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @pachaniaxom1155
    @pachaniaxom1155 Місяць тому +5

    কৃষ্ণ কৃষ্ণ প্ৰজ্ঞান বৰুৱা প্ৰভূ।আপোনাৰ দৰে বিচাৰকৰ বৰ্তমানৰ ভাওনা প্ৰতিযোগিতাত নিতান্তই প্ৰয়োজন।আপোনাৰ দৰে সকলো বিচাৰকে নিখুঁত ভাৱে বিচাৰ কৰি ভুলখিনি আঙুলিয়াই দিলে ভাওনা দলটিয়েই হওঁক ভাৱৰীয়া জনেই হওঁক পুৰস্কাৰ নাপালেও হতাশাত ভূগিব নালাগে আৰু নুভূগে।

  • @tmkoc5674
    @tmkoc5674 2 місяці тому +10

    বিচাৰকজনৰ ভাওনাৰ ওপৰত যথেষ্ট অধ্যয়ন আছে ।

  • @user-yz5tm7re5i
    @user-yz5tm7re5i 4 місяці тому +40

    বেয়া নাপাব। কিন্তু সকলো বিচাৰকৰ সিদ্ধান্তই বেলেগ । নাম নাজানো এজন বিচাৰকে কৈছিল আৰকাপোৰ খনৰ আতৰাই দিয়াৰ পিছত তাৰ বাহিৰৰ পৰাই সূত্ৰ নাচিৱ লাগে ‌অভিনয় কৰিৱ নাগে । আজি আকৌ এনেকৈ কোৱা দেখিছোঁ। মই বিচাৰোঁ সকলো বিচাৰকৰ সিদ্ধান্ত একে হৱ লাগে । পাৰিলে সকলো বিচাৰকে মিলি এখন ভাওনা পাতি সকলোকে দেখাই দিয়ক ভাওনা কেনেকৈ কৰিব লাগে 🙏🏻🙏🏻

    • @padumkakati2938
      @padumkakati2938 2 місяці тому +1

      সুন্দৰ কথা কোৱা হৈছে।

    • @hrishikeshneog
      @hrishikeshneog Місяць тому +1

      সত্ৰীয়া নৃত্যৰ ব্যাকৰণ- নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ পুস্তক। বায়ন, গায়ন, নটুৱাসকলে নপঢ়িলে কেনেকৈ গম পাব।

    • @RiturajSaikia-hs3tq
      @RiturajSaikia-hs3tq Місяць тому

      Mohasoi apunar brain t eku nai

  • @bishnubaruah9983
    @bishnubaruah9983 Місяць тому +6

    যদি আপোনাৰ কথাবোৰ সত্য, তেন্তে আপোনাৰ পৰা অসমৰ ৰাইজে বহু শিকিব লগা আছে

  • @user-vh9xb3tt2o
    @user-vh9xb3tt2o 2 місяці тому +9

    ভাওনাৰ এখন সংবিধান অতি প্ৰয়োজন।

  • @bituponduttavlog7287
    @bituponduttavlog7287 22 дні тому +3

    কথা খিনি বৰ , খং কৰি কোৱাৰ দৰে লাগিছে দাদা , আপোনাক ভাওনা শিকাৰ দিনৰ পৰাই ভাল পাওঁ নিজৰ ককাইদেউ দৰে কিন্তু বুলি এটা শব্দ থাকি যায় । পাৰিলে , ৰঙা পানী কন খাই যে এচাম ব্যক্তিয়ে , মহাপুৰুষ জনাৰ নাটক ভাগৰ কাষতে টোপনি যায় , কোনো জনৰ মুখত ইমান ভাল ভাল শব্দ , আকৌ কোনো জনক , বিচাৰি ফুৰিব লগীয়া হৈ ,ভাওনাৰ মৰ্যদা শেষ কৰি পেলাইছে , এজনৰ কাৰণে যে গোটেই ভাওনা জগত খনৰে বদনাম হয় সেই বিষয়ে অলপ কোৱা হলে আৰু ভাল লাগিল হেতেন ।। সকলোৱে মতামত দিব ,। বিশেষ নাজানো বাৰু বেয়া নাপাব দেই মনৰ কথা খিনিহে কৈছোঁ ।

  • @pranjalopratim1070
    @pranjalopratim1070 4 місяці тому +16

    আজিকালি শংকৰদেৱ ঢেৰ। আগৰ সেই মেন্ঠুন লাইটৰ পাম্প দিয়া দিনবোৰৰ ভাল আছিল। আজিকালি কিবা থিয়েটাৰ যেন হে লাগে।

  • @pallavborah6627
    @pallavborah6627 2 місяці тому +4

    গুৰুজনা বৰ্তমান থকা হ’লে এইসকলৰ পৰা আঁতৰি আত্মগোপন কৰিলেহেঁতেন ৷

  • @user-uk7hi9yn1g
    @user-uk7hi9yn1g 17 днів тому +1

    সন্দুৰ অতি সুন্দৰ। ভগৱন্তই কৃপা কৰক কৃষ্ণ প্ৰভু।

  • @user-yz6zs2rb6h
    @user-yz6zs2rb6h 2 місяці тому +8

    বহুত ভাল লাগিল । ভাওনাৰ বিষয়ে বহু কথাই শিকিব পাৰিলোঁ । ধন্যবাদ ।

  • @ProvatMudoi-om2gn
    @ProvatMudoi-om2gn Місяць тому +4

    খুব সুন্দৰ বক্তব্য ।।

  • @mrinalimahanta8705
    @mrinalimahanta8705 Місяць тому +2

    ভাল লাগিল।সুন্দৰ ।আৰু এটা কথা ,,কোনো এজন ভাৱৰীয়াৰ বছন শেষ নহওঁতেই ডাঙৰকৈ খোল তাল বজাই দৰ্শক সকলক ভাওনাৰ কাহিনীভাগ বুজাত অসুবিধাৰ সৃষ্টি কৰে। ভাওনাত লোৱা ছাউণ্ড টো মন কৰিলে আমাৰ ভাওনা আৰু সুন্দৰ হব।ভাল কথা কৈছে,ভাল বিচাৰ ,ধন্যবাদ থাকিল।

  • @gobindaduwarah6160
    @gobindaduwarah6160 3 місяці тому +7

    Aibur niyom compition nohoi hokolute thakibo lage 👍🏻👍🏻

  • @user-yv8hm4bd8n
    @user-yv8hm4bd8n 28 днів тому +2

    কৃষ্ণ কৃষ্ণ ভাল লাগিল। বহু নজনা কথা জানিব পৰিলোঁ।অনাগত দিনবোৰত আৰু আশা কৰিলো।

  • @tridipnath7618
    @tridipnath7618 4 місяці тому +5

    ভিন্ন বিচাৰকৰ বিভিন্ন মন্তব্য 🙏 কৃষ্ণ

  • @hrishikeshneog
    @hrishikeshneog 4 місяці тому +15

    ভাল কৈছে, কিন্তু খুজি সন্মান লোৱা প্ৰবৃত্তিৰ ব্যক্তি। নিজৰ ভাওনাৰ অৱস্থা শোচনীয়।

    • @AlokGogoi-pn4ci
      @AlokGogoi-pn4ci Місяць тому +1

      aur duhar t hur tal mn aku nthke ge

    • @AlokGogoi-pn4ci
      @AlokGogoi-pn4ci Місяць тому +1

      over koribole jai

    • @hrishikeshneog
      @hrishikeshneog Місяць тому +1

      @@AlokGogoi-pn4ci এইজনৰ ভুল ধৰিবলৈ হ'লে এখন তালিকা হ'ব। চলি আছে। সাধাৰণ মানুহে কি বুজি পাব এওঁলোকৰ খেল?

    • @AlokGogoi-pn4ci
      @AlokGogoi-pn4ci Місяць тому

      Upai nai au hur tanile kiba geet r rag man aku nthka jn lge

    • @hrishikeshneog
      @hrishikeshneog Місяць тому

      @@AlokGogoi-pn4ci গীতৰ লয় নাই। মিঠাও নহয়, ফটা মাত, সেহনি আছে ।তালবোৰ সানমিহলি কৰি বজায়। দুখন বেলেগ তালৰ গামান বা ঘাত সংমিশ্ৰণ কৰি বজায়। ফেচবুকত ভিডিঅ' দিয়ে। মই সমালোচনা কৰাৰ পৰা কেইবাজনে মোক বেয়া পায়। মানুহে পচন্দ কৰিছে, আমি ক'বলৈ নাযাও।

  • @AnjanAsom
    @AnjanAsom 2 місяці тому +2

    শ্ৰদ্ধাৰ সম্মানীয় বৰুৱাদেৱ আপোনাৰ বক্তব্য সঁচাই উত্তম।কোনোবাই আপোনাৰ কথাত তিতা ,কেহাঁ,টেঙা পাব পাৰে পিচে হোৱা ভুল কবই লাগিব ।আগলৈ পুনৰ পাম।

  • @jayantaboruah2442
    @jayantaboruah2442 4 місяці тому +13

    মই আজি কালি আচৰিত পাওঁ কিছুমান কথা ভাবি নাপাওঁ, আমাৰ অসমীয়া সংস্কৃতি ভাওনা যে আজি কালি প্ৰতিযোগিতাত নামিব লগা হল, ভাওনা প্ৰতিযোগিতাৰ নাম নহয় ।

  • @birenkonwar9666
    @birenkonwar9666 4 місяці тому +8

    বৰ্তমান ৰামো নাই অযোদধাও নাই। এইয়া সময়ৰ পৰিবৰ্তন।সময়ৰ লগত শৰ মাৰিবলৈ শিকা সকলেহে দেখোন আজিৰ দিনত জয় জয় ময় ময়।

    • @user-xq3ww4gl1z
      @user-xq3ww4gl1z 3 місяці тому +1

      ৰাম, অযোধ্যা আছে বাবেই ৰাম মন্দিৰ হৈছে। আধ্যাত্মিক চেতনাত আজিকালি বা আধুনিকতা শব্দটি নাহে।

    • @assameseofficialstatus8896
      @assameseofficialstatus8896 2 місяці тому +1

      ভাওনাৰ মহত্ব কি দেউতা মাই নিহিকাই নেকি। মই গম পাইছোঁ তোৰ বুলি এ কৈছোঁ তয় অসমীয়া সংস্কৃতিৰ জগত খনৰ কলংক।

  • @user-md4vi2hc3u
    @user-md4vi2hc3u Місяць тому +2

    অতি সুন্দৰ বক্তব্য

  • @nikesentertaimentnikesente9414
    @nikesentertaimentnikesente9414 Місяць тому +2

    Bht dhunia boktobyo dse pragyan daee... Aiekhini kotha jdi mon die bht sanskritir khetro khnt bht... Agoronua hbo... Xudho hbo... Amibure aiekhini kotha gurtro diu... Akhon natok ba sanskriti tu... Ajibon xudho hoi roi jbo... Aru vul nhbo ktiau.... Bht vaal lgil vedeo tu sai... Bht kotha xikilu🫸🫷......jai guru sankar🙏

  • @jitenBora-z1v
    @jitenBora-z1v 2 дні тому

    Krishna 🥰

  • @rinjuneog5461
    @rinjuneog5461 4 місяці тому +3

    বৰ সুন্দৰকৈ তুমি তোমাৰ বাখ্যা দাঙি ধৰিলা প্ৰজ্ঞান।আগুৱাই যোৱা।

  • @jinurajkonwar9338
    @jinurajkonwar9338 4 місяці тому +5

    বৰ সুন্দৰ কৈ বিচাৰকে ক'লে দেই

  • @titabarorlora6622
    @titabarorlora6622 26 днів тому +1

    ভাল লাগিল কথা কেইটা🙏

  • @madhurigogoi.3727
    @madhurigogoi.3727 Місяць тому +2

    Val lgil kotha bur

  • @sanjibbora1789
    @sanjibbora1789 4 місяці тому +6

    Progyan tumar bohumuliya besoi tuwe sosakoi hridoysporsho korise ,bohut val lagise.enekoi silpi sokolok bujai dile bohut foloproshu hobo.

  • @dipankarneog3095
    @dipankarneog3095 2 місяці тому +5

    প্ৰতিযোগিতাতে নহয় সকলো প্ৰদৰ্শনী মূলক ভাওনাটো এইবোৰ মানিব লাগে। আপুনি অধ্যয়ন কৰিছে ভাল কথা। কিন্তু আপোনাৰ দোহাৰ ভাওনা বহুত দেখিছো কি অৱস্থাত কৰে। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। আপুনি হাত চাপৰি নোপোৱা এটা কাৰণ হ'ল তাত উপস্থিত থকা সকলোৱে আপোনাৰ ব্যক্তিগত ভাৱে চিনি পাই। আপোনাৰ মন্তব্যত অহংকাৰী ভাৱটো প্ৰকাশ পাইছে।

  • @SeEn.anything
    @SeEn.anything 15 днів тому

    Thank you bapp binu dake

  • @dineshrobidas4968
    @dineshrobidas4968 Місяць тому +1

    বহুত ভাল লাগিলে আপোনাৰ কথা শুনি❤❤❤❤❤❤❤❤❤❤

  • @Kardomm
    @Kardomm 4 місяці тому +7

    কবলৈ beya lage kin2 kole bohut kothai কব মন যায়,আপোনাক মই দেখিছোঁ দোহৰ কৰা আগত কি কৰি লৈ ভাওনা আৰম্ভ কৰিছিল।।।কৃষ্ণ বাদ দিলোঁ আৰু🙏🙏

  • @pankojbora1245
    @pankojbora1245 4 місяці тому +4

    বহুতো নজনা কথা জনিলো,ধন্যবাদ প্ৰজ্ঞান দা

  • @SunnyPradhan-zr2rc
    @SunnyPradhan-zr2rc 2 місяці тому +1

    সুন্দৰ, আচলতে এনেকৈ বিচাৰকৰ মন্তব্য দিব লাগে। বহুতো বিচাৰকে বেলেগ বিষয়ৰ ওপৰত হে মন্তব্য দিয়ে।

  • @numolisaikia4826
    @numolisaikia4826 Місяць тому +1

    কৃষ্ণৰ বিছাৰক,মন্দলী,বাপজনাৰসুন্দবিছাৰ,কৰি,সকলো,ভূল,খুতিনাতি,আঙুলীয়াই,দিয়াৰ,বাবে,কুতি্ কুস্তি,প্ৰনাম,জনালো।আপোনাক,বহ্নত,বহ্নত, ধণ্যবাদ।

  • @manashjyotishkonch1994
    @manashjyotishkonch1994 Місяць тому +1

    বৰ সুন্দৰ মাজে মাজে কিয় হাত চাপৰি টো বিচাৰে বা

  • @prasannabora7644
    @prasannabora7644 4 місяці тому +8

    Asolote Vaona Protiyogita patiboi nalage.........Vaona Namghorotei koribo lage .....

  • @jayantachetia4488
    @jayantachetia4488 Місяць тому +1

    বিচাৰক ডাঙৰীয়ালৈ ধন্যবাদ

  • @dhrubajyotimohan9648
    @dhrubajyotimohan9648 3 місяці тому +7

    ভাওনা শেষ কৰিলে। ঘেনটা বিচাৰক।

  • @svcgauravduarah9549
    @svcgauravduarah9549 3 місяці тому +2

    সঁচাকৈ জ্ঞানৰ ভাণ্ডাৰ প্ৰজ্ঞান দাদা। বহুত কথা জানিব পাৰিলো

  • @user-iz5et9bw1l
    @user-iz5et9bw1l 2 місяці тому +1

    অতি সুন্দৰ পৰামৰ্শ।

  • @anitakeot3795
    @anitakeot3795 2 місяці тому +1

    Xundor.

  • @bipulborah1718
    @bipulborah1718 4 місяці тому +3

    সংস্কৃতিৰ আলমত পেতপোহাৰ পোষকতা গুৰু জনাই কেতিয়াও কৰা নাছিল।

  • @ranajitgogoi1523
    @ranajitgogoi1523 2 місяці тому +4

    কিঞ্চিৎ শুদ্ধ। কিন্তু মদাহী ভাৱৰীয়াৰ সকলৰ বিষয়েও ক'বচোন।

  • @JayantaMadhabSaikia
    @JayantaMadhabSaikia Місяць тому +6

    বোপাই অ, অধ্যয়ন কিছু কৰিছা মানিছো দেই... পিছে, এই সোপা শুনাৰ পাছত আৰু জীয়াই থকা দিন কেইটাত ভাওনা প্ৰতিযোগিতাত ভাগ নলওঁ আও.. আজিলৈকে প্ৰতিযোগিতাত ভাগ লৈ পোৱাও নাই বাৰু. ভাওনা সৃষ্টিকাৰী মহাপুৰুষ গুৰুজনা তকৈ বহুত বেছি জ্ঞান আছে দেখোন. অ পুতাই হঁত, প্ৰতিযোগিতা মুখী কৰি ভাওনাক সাত জনমতো বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিৱ নোৱাৰিবা. কেতিয়াবা যদি লগ ভাগ হওঁ, দুটামান(??)( =) বিচাৰিম.

  • @pradipkalita4182
    @pradipkalita4182 23 дні тому +1

    ভাল দিছে দাদা আজি কালি বহুতেই ভকত, বায়ন হৈছে কিন্তু নামত হে

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g 4 місяці тому +7

    দামভিক অহ্ংকাৰি বিচাৰকজন কথা।খিনিএকমত হব নোৱাৰি লো

  • @pabitraprandutta2497
    @pabitraprandutta2497 2 місяці тому +1

    ধন্যবাদ জনালোঁ দে ❤

  • @brojenkhargharia15
    @brojenkhargharia15 2 місяці тому +1

    Val lagel god bless you

  • @arshisnath4651
    @arshisnath4651 4 місяці тому +3

    আজিকালি শংকৰদেৱ বহুত

  • @jayantaboruah2442
    @jayantaboruah2442 4 місяці тому +3

    ভাওনাত বিচাৰক কৰ পৰা আহে

  • @dimpisaikiabaruah8166
    @dimpisaikiabaruah8166 4 місяці тому +4

    Moja

  • @user-eg7de3oj3h
    @user-eg7de3oj3h 4 місяці тому +3

    বিভিন্ন ঋষিৰ বিভিন্ন মত

  • @bindassboy9993
    @bindassboy9993 2 місяці тому +1

    Mujjang

  • @arunchbora
    @arunchbora 4 місяці тому +4

    সকলো পণ্ডিত ৷

  • @ranjanborah5983
    @ranjanborah5983 2 місяці тому +3

    অতি দুখ লাগে ভাওনাক কিছুসংখ্যকে শেষ কৰি দিলে ৷ মদ খাই ভাও গায়৷ দোহাৰত দীঘলকৈ ৰখা চুলি মেলি FASHION কৰা দেখিলে খংত পগলা হৈ যাও৷ ভাওনাক ভাওনা হিচাপে জনমুখী কৰি ৰাখক৷ অতিৰন্জিত কৰি ভাওনাক শেষ নকৰিব৷ জয় আই অসম ৷

    • @hrishikeshneog
      @hrishikeshneog Місяць тому

      চুলি ৰখাটো বেয়া নহয়।

  • @birennath8618
    @birennath8618 4 місяці тому +2

    ভাওনাৰ এখন সংবিধান থাকিব লাগিছিল। কাৰণ আজি-কালি ভাওনাটো থিয়েটাৰৰ ফালে ঢাল খাই গৈ আছে।

  • @BrojenKalita-ct3tk
    @BrojenKalita-ct3tk 4 місяці тому +2

    Moja da

  • @JogenRohidas-jr2ns
    @JogenRohidas-jr2ns 2 місяці тому +1

    এই ভিডিঅ টো চাই বহু কিছু শিকিলো। কিন্তু আমি জনাত চাৰিওফালে দৰ্শক থকা ভাগক আৱদ্ধ মঞ্চ,বোলা হয়, আৰু এই কথা আমি Prodip হাজৰিকা ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰোঁতে জানিছিলো..................

  • @rajubora4950
    @rajubora4950 Місяць тому +1

    কৃষ্ণ
    আপোনাৰ বক্তব্য সমোহ হৃদয় চুই গৈছে ৷ আমাৰো শিকিব লগা আছে ৷ নিমন্ত্ৰণ দিলে আপুনি আহিবনে ? যদি আহে আপোনাৰ যোগাযোগ নম্বৰটো দিব ৷
    কৃষ্ণ

  • @DipshikhArandhara
    @DipshikhArandhara 4 місяці тому +2

    🙏🙏🙏

  • @prabhatgogoi393
    @prabhatgogoi393 3 місяці тому +5

    Nija ganji pindha

  • @abhijitvasudev3283
    @abhijitvasudev3283 4 місяці тому +4

    Atea aibur viral korok raij a .❤

  • @Entertainment-fg4sj
    @Entertainment-fg4sj Місяць тому +2

    অগ্নিগৰৰ ভিতৰত চুৰিয়া চোলাৰ লগত কোট পিন্ধি ধুনীয়া সংস্কৃতি ৰক্ষা কৰিছে প্ৰভু😂

  • @user-hi3zk1qz8p
    @user-hi3zk1qz8p 2 місяці тому +1

    Kisumane bya pale nohobo....

  • @papusarmah6402
    @papusarmah6402 3 місяці тому +3

    আপুনিও ভাওনাত অতি ৰূপ দিয়ে, আৰু বহু আছে নকওঁ

  • @pradipkalita4182
    @pradipkalita4182 23 дні тому +1

    মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ ভাওনা খনৰ লিংকটো দিব দাদা

  • @tangkeswardeka5993
    @tangkeswardeka5993 13 днів тому

    Etu dekhun vauna maha pandit. Vauna pratijugita mane vauna mjyada nai kiya hal etu apriya haleo khatra.

  • @dilipborah7739
    @dilipborah7739 3 місяці тому +1

    বক্তব্য খিনি ভাল লাগিল শুনি কিন্তু বন্ধু তোমাৰো কথাবোৰ বেচি ৰাপ হৈছে কথাবোৰ কওঁতে সকলো মঞ্চতে তেনেকৈ ক’লে বেয়া দেখি ৷

  • @user-zy9he8ol5o
    @user-zy9he8ol5o Місяць тому +1

    😂😂😂😂😂😅😅 ভাওনা আৰু আজিকালি নিজে ভাবি লোৱা চিন্তা,এইবোৰ বিচাৰ গুৰু দুজনাই কৰি গৈছিল😭😆

  • @gautamdutta340
    @gautamdutta340 4 місяці тому +6

    Hat sapori khujiha loise 😂🤣

  • @pranjitsaikia8424
    @pranjitsaikia8424 3 місяці тому +1

    He had a Phd in that context 🤯.

  • @pranjaldutta1529
    @pranjaldutta1529 4 місяці тому +4

    অলপ বেছি হৈছে নে কি?

  • @amiaxomiyanohowdukhiya9667
    @amiaxomiyanohowdukhiya9667 Місяць тому

    অনুগ্ৰহ কৰি প্ৰজ্ঞান দা number দিব পাৰিব নেকি please

  • @Entertainment-fg4sj
    @Entertainment-fg4sj Місяць тому +1

    শংকৰ মাধৱ দেৱৰ পাছতেই নেকি এইজনা দেৱ😂😂দেৱ শব্দৰ অৰ্থ আগত জানি লওক ডাঙৰীয়া

  • @pranjalsharma7103
    @pranjalsharma7103 23 дні тому

    😂😂😂😂হাহিঁ উঠে তব বাণী শুনি 😅😅😅😅😅😅😂😂😂

  • @BRIGHTASSAM989
    @BRIGHTASSAM989 2 місяці тому

    শংকৰদেউ নে শংকৰদেৱ !!

    • @hrishikeshneog
      @hrishikeshneog Місяць тому

      ৱ উচ্চাৰণ কৰিবলৈ অলপ বেয়া কাৰণে দেউ বুলি কয় বা লিখে। ভুল নহয়।

  • @rupmahanta8652
    @rupmahanta8652 Місяць тому

    বাপৰে,,,,,,
    ইমান জানে ?

  • @anupsaikia8212
    @anupsaikia8212 3 місяці тому +1

  • @user-om9xh3sr1f
    @user-om9xh3sr1f 4 місяці тому +2

    Aku laav nai, aibilak

  • @trailukya888
    @trailukya888 4 місяці тому +2

    Tika khojuai oo poko nokhojuai punor akamila hobothun kije koi hei

  • @SumonSaikia-ys2vh
    @SumonSaikia-ys2vh 2 місяці тому +1

    Vaounak business kribole koicle janu..

  • @bikashkalita6485
    @bikashkalita6485 2 місяці тому +1

    Aijon besaokokt bohele 12 bazibo naitodolor...

  • @outofdrange8775
    @outofdrange8775 4 місяці тому +38

    G jon bisaroke nijei genji pindhi bayon kore.. Aru competition bayonok dress Pusakor uporot question kore.?????

    • @junhazarikajunhazarika5936
      @junhazarikajunhazarika5936 4 місяці тому

      Baperro murtu cudurbhai kotha napali toi aru grm uthile toi ki koro demo aru compition blg blg bostu

    • @Joonjoonak123
      @Joonjoonak123 3 місяці тому

      Pragyan dai ki poristhiti t pori tenedore duhar koribo loga hol tar spostikoron dise.... competition buror pora kiba olop xikibo lage, bisarokok xomalusona Kora dekhi apunar nisina manuhe jen puroskaror luvot he jen competition kore tenekua lagil

    • @bedantachutia8891
      @bedantachutia8891 3 місяці тому +5

      Teu bhul hoise sagoi. Take toi axomor pora dubai puai disa

    • @malasaikia9996
      @malasaikia9996 2 місяці тому +7

      Teu 38.52 minutest ebaru bayenor dressr ktha kwa nai mohakhoi🙏ru teu genji pindhi gela goromot ekhn demo vauna he korixile..competition vauna kribole jwa nai

    • @drunaofficial78
      @drunaofficial78 2 місяці тому +6

      Tumi ki jana aijono kotha…..tau ki hor uport koi asa hunisa ne….taur bohumulia kotha gita hunaa…jodi vhauna kora ba koriba Aigita kotha kam dibo…..aku njna ke comment nkriba