Nitumoni Saikia vs Himanta Biswa Sarma | Abhimat on Pratidin Times |

Поділитися
Вставка
  • Опубліковано 30 січ 2025

КОМЕНТАРІ • 1,6 тис.

  • @advika...8603
    @advika...8603 7 місяців тому +49

    বহুত সুন্দৰ কথা কৈছে ধন্যবাদ

  • @jahangiralomvlog3550
    @jahangiralomvlog3550 9 місяців тому +18

    ছাৰ এই বিলাক আপোনাৰ সাহসক চেলুট জনাইছোঁ ❤❤❤❤

  • @samsunnehar1220
    @samsunnehar1220 9 місяців тому +66

    নিতুমণি দা আপুনি ধুনীয়া কথা কৈছে। আপোনাৰ নিচিনা এনেকুৱা দুই চাৰিজনে মাত মাতিলেহে ভাল লাগিলে হৈ।

  • @NurMahammadAliAkanda
    @NurMahammadAliAkanda 2 місяці тому +4

    নিতুমনি শ‌ইকীয়া আপোনাৰ অভিমত ভাল লাগিছে। আপুনি আৰু হিম‌ন‌তক সন্মুখে সন্মুখে ৰাখি অভিমত প্ৰকাশ কৰিছে।ভালে হৈছে , ধন্যবাদ, প্ৰতিদিন টাইম

  • @FazalHaque-sn1uq
    @FazalHaque-sn1uq 8 місяців тому +12

    আপোনাৰ অভিমতক মই ধন্যবাদ জনালো

  • @chimpusharma288
    @chimpusharma288 2 роки тому +170

    এনেদৰে নিৰ্ভীক আৰু সত্য হব লাগে।
    নিতুমনি শইকীয়া 👍👍👍🔥🔥।

  • @TheYouth-gu6vu
    @TheYouth-gu6vu 4 місяці тому +5

    খুব সাহসেৰে কথাখিনি কোৱাৰ বাবে ধন্যবাদ।
    ‌একেবাৰে সঁচা কথা।

  • @dulalboruah5898
    @dulalboruah5898 2 роки тому +21

    Nituda borhundor hoise thankyou

  • @HirenSarma-jh3df
    @HirenSarma-jh3df 4 місяці тому +4

    জোকৰ মুখত চুন পৰিছে । ঠিক দিছে ।এনে মানুহ লাগে ।হাত চাপৰি পৰিলেই কথা বোৰ সঁচা হব নোৱাৰে । শইকীয়া ধন্যবাদ ।

  • @kothalbaripodumonichetiaga7758

    ধন্যবাদ নিতুমনি দা অভিমত বাবে ---- ( Tarulata Bhuyan )

  • @IsmailAli-b4z
    @IsmailAli-b4z 8 місяців тому +7

    ধন্যবাদ জনাইছো নিতুমনি দাদা আপোনাক।

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Рік тому +7

    বহুত বহুত ধন্যবাদ নিতুমনী । আৰু বেছি কব নেলাগ নহ'লে আকৌ গৌৰৱ গগৈৰ লগ হৈ যাব ।

  • @ranjubhuyan262
    @ranjubhuyan262 2 роки тому +60

    হিমন্তক ভাল ধুলাই দিছে নিতুমনি শইকীয়া দেৱে ।এনে এজন সুদক্ষ,বিচক্ষণ নিতুমনি শইকীয়া বহুজনৰ জন্ম হওক । ।দীৰ্ঘায়ু কামনা কৰিলোঁ ।তেখেতৰ ।

  • @ArpanaBoruah-d7n
    @ArpanaBoruah-d7n 4 місяці тому +7

    এনেকুৱা সাহসী মানুহ লাগে। ধন্যবাদ দিছো

  • @lohitdas448
    @lohitdas448 2 роки тому +73

    ধন্যবাদ নিতুমনী দা .... আপুনি 100% সচাঁ কথা কৈছে ... আপোনাৰ সাহস দেখি আমিও সাহসী হৈছো .... আমি আপোনাৰ লগত আছো ... সত্যৰ জয় হবই... জয় আই অসম .....

  • @promitsonowal1220
    @promitsonowal1220 2 роки тому +16

    সুন্দৰ নিতুমনি সকলো বসলিয়াই দিয়ক ৷লাজ আছে নে নাই উলাই পৰিব ৷

  • @lulalu6707
    @lulalu6707 2 роки тому +23

    নিতুমনি বাধা👍 সছা কথা উল্লেখ কৰিছে 🙏 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সচা 🙏

  • @JakibarRahman
    @JakibarRahman 9 місяців тому +5

    Bohut vall kota koi se nitumoni da

  • @pranjitbora3516
    @pranjitbora3516 2 місяці тому +2

    আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল।

  • @lulalu6707
    @lulalu6707 10 місяців тому +7

    🙏💥 জিতুমণি দা আপুনি এদিন বহুত ডাঙৰ মানুহ হ'ব অসমীয়া ৰাইজে আপোনাক বহুত ভাল আশিবাদ দিব আৰু দিব ইতি গোলাঘাট জয় আই অসম জিন্দাবাদ ☝️☝️☝️☝️

  • @PranabJyotiGogoi-sl5vo
    @PranabJyotiGogoi-sl5vo 2 місяці тому +2

    Very good dada❤ ,

  • @pranabbezbaruah9276
    @pranabbezbaruah9276 Рік тому +18

    ধন্যবাদ জনালো, নিতুমনি শইকীয়া। বহুতো তত্ত্বগধুৰ কথা জানিব পাৰিলো।

  • @dipenboro7210
    @dipenboro7210 10 місяців тому +10

    VERI. GOOD

  • @batenmondal9948
    @batenmondal9948 2 роки тому +9

    Very Excellent Nitumoni Sir .Ple. you Come Rajneeti . Thanks

  • @BahadurAli-rx9ib
    @BahadurAli-rx9ib 7 місяців тому +5

    Nitu muni shoikiya আপোনাক ধনযবাদ

  • @bulbullslam6274
    @bulbullslam6274 4 місяці тому +3

    নিতমনি দা নিছিনা গিয়ানি মানুহক ভগৱানে দেশৰ কাৰনে আগুৱাই যাবৰ বাবে হহাই কৰক

  • @BabulAli-n4d
    @BabulAli-n4d 3 місяці тому +3

    চেলুট নিতুমনিশয়কিয়া

  • @dimbeswarsaikia3231
    @dimbeswarsaikia3231 10 місяців тому +33

    সুন্দৰ উপস্থাপন কৰিছে । ভগবানে কুশলে ৰাখক । আৰু সাহস দিয়ক ।নিৰ্ভিক সাংবাদিক আপুনি ।

  • @RanuGogoi-l6j
    @RanuGogoi-l6j 10 місяців тому +4

    ধন্যবাদ থাকিল আপোনালৈ নিতুদালৈ। এচাম ব্যক্তিৰ একো অৰ্থ নাই

  • @anjugogoi6536
    @anjugogoi6536 Рік тому +33

    তোমাৰ দৰে এজন সাংবাদী বহুত প্ৰউজন । তোমাক শত বাৰ চেলুট জনাইছো । আৰু আশাও কামনা কৰো তোমি যে সদায় এনেকৈয়ে সত্যবাদী হৈ থকা কামনা কৰিলো 👋👋👋👋। জয় আই অসম 🙏🙏🙏

  • @anandaramdas908
    @anandaramdas908 2 роки тому +10

    Many many thanks your replies.

  • @binapanichetia582
    @binapanichetia582 2 роки тому +35

    নিৰভিক উত্তৰ ৰ বাবে আপোনাক ধন্যবাদ নিতুমনী চাৰ

  • @babyphukan607
    @babyphukan607 4 роки тому +32

    সুন্দৰ কথা কলে নিতু দা ।

  • @Mohen-tg7qx
    @Mohen-tg7qx Рік тому +2

    Wow very nice 👍👍👍

  • @RabinaRabha-si6et
    @RabinaRabha-si6et 10 місяців тому +15

    সচায় হিমনত্তৰ কথাত মাত মতা উচিত । ধন্যবাদ নিতূমণি ছাৰ ❤

  • @bupbharali4055
    @bupbharali4055 2 роки тому +15

    ধন্যবাদ।, আপোনাৰ কথা উত্তৰ শুনিব বুলি ।

  • @shirazulkazi5429
    @shirazulkazi5429 4 роки тому +22

    Thanks for true news

    • @mirabegum8648
      @mirabegum8648 2 роки тому +1

      এই সাহসী যেন সদাই থাকে

    • @diptigogoi3765
      @diptigogoi3765 2 роки тому

      @@mirabegum8648 .

  • @gomadevi9799
    @gomadevi9799 5 місяців тому +5

    আপোনাৰ কথা কোৱা বহত বহুত ভাল লাগিল চাৰ আপোনাৰ নীউজ শুনি বহত ভাল লাগে চাৰ গৰীপ দুখীয়া মানুহ কি হৈ আছে সবৰ জাক জাক ভাল পায় তাকে সহায় কৰে ছবতে ডাঙৰ. কথা কৈ থাকে আমাৰ অংনৱাডী কমি সকলোয়ে কাদি কাদি তত নাপাওঁ থতাপি দৰমাহা বৰাই নিদিয়ে আমি সকলোৱে তেওঁ চবে সাও দিয়ে নিতুমণি চাৰ আপোনাৰ কথা কোৱা বহত ভাল লাগীচে চাৰ ধন্যবাদ চাৰ

  • @ranjubhuyan262
    @ranjubhuyan262 2 роки тому +41

    অসমত এজনেই ব্যক্তি আছে হিমন্তক থকা সৰকা কৰা আৰু যুঁজ দিয়া ।আপোনাৰ মনোবল অটুট থাকক ।আমি সদায়েই প্ৰাৰ্থনা কৰিম ।

  • @JoynalUddin-qu9wb
    @JoynalUddin-qu9wb 5 місяців тому +2

    Thanku so much 👍👍

  • @sadoriboruah8990
    @sadoriboruah8990 8 місяців тому +11

    Nitumoni saikia deb apunar iman sahok 5yes agor kotha bohut bohut bohut dhanyavaad

  • @HaidarAli-f8t7u
    @HaidarAli-f8t7u Рік тому +3

    💯💯 nice nitumoni da

  • @bakondas1086
    @bakondas1086 2 роки тому +62

    নিতুমনি দা আপোনাৰ দৰে সিংহ পুৰুষ আৰু সচা কথা কোৱা মানুহ হয়তু ২য় জন এইখন পৃথিৱীত নোলাব ! জয় শ্ৰীকৃষ্ণ

  • @issacnanda3816
    @issacnanda3816 7 місяців тому +3

    Great Nitumoni Sir

  • @monesharneogmneog6480
    @monesharneogmneog6480 4 роки тому +40

    Wow nitu da manilu dei apunak vl lagil neribo dei nitu da ami asu apunar logot

  • @archanabaruah4313
    @archanabaruah4313 Рік тому +19

    মনৰ বহু প্রশ্নৰ উত্তর পাইগলো।ধন্যবাদ শইকীয়া।

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 роки тому +14

    নিতুমনি দা বৰিয়া কথাকৈছা ভাল. লাগিল

  • @gariyoshi1253
    @gariyoshi1253 7 місяців тому +2

    নিতুমনি আপোনাৰ সৎ সাহসক অভিনন্দন জনাইছো🙏🙏

  • @smritychetia5794
    @smritychetia5794 2 роки тому +19

    নিতুমনি ডাঙৰীয়া সত্যৰ সদায় জয়। আপোনাৰ সঁচা আৰু

  • @athulbhai2807
    @athulbhai2807 2 місяці тому +1

    Very good news
    .

  • @sunilgogoi5791
    @sunilgogoi5791 6 років тому +11

    Nitu moni da Apuni tik koi se bhwt val lagil

  • @arjumunarju7623
    @arjumunarju7623 8 місяців тому +3

    Thank u. Netomoni

  • @DharmeswarBaruah-t8b
    @DharmeswarBaruah-t8b Рік тому +8

    আপোনাৰ উত্তৰ সমূহ সুন্দৰ হৈছে ।

  • @UddhabRajbongshi-ln6he
    @UddhabRajbongshi-ln6he 9 місяців тому +1

    Nitumani dak dhanyawad

  • @madhusmitadas223
    @madhusmitadas223 2 роки тому +25

    Himontr dare luviya manuh nai jiman s hk tar pet navare parile aru lage tak dukhiyak mari khai besi din jiyai nathake khi tar papr ghoti xonkale vari ahi ase aru diyak nitu daa bor val lagise katha xuni apnar 👍👍

  • @RafiqulHussan
    @RafiqulHussan 4 місяці тому +2

    natumane. vary. good. say

  • @ganeshpathak6192
    @ganeshpathak6192 Рік тому +20

    উচিত প্ৰশ্ন, ধন্যবাদ নিতুমনি শইকীয়া

  • @NijumoniBuraghoin
    @NijumoniBuraghoin 10 місяців тому +1

    Val lagila😂😂

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Рік тому +3

    আপুনি ভাল উত্তৰ দিছে।আপোনাক ধন্যবাদ নিদি নোৱাৰিলো।

  • @idrishahmed3978
    @idrishahmed3978 2 місяці тому +1

    Very very good reply

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 2 роки тому +13

    Sundor .

  • @BabulAli-n4d
    @BabulAli-n4d 3 місяці тому +2

    এচাম হালধীয়া সাংবাদ মাধ্যম বিজেপিৰ এজেণ্ট হিচাবে কাম কৰি আহিছে

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 10 місяців тому +5

    বাস সুন্দৰ সুন্দৰ উপস্থাপন নিতুমণি ছাৰ

  • @amarjoytidas8141
    @amarjoytidas8141 Рік тому +2

    বৰ ভাল লাগিল নিতুমন দা

  • @luhitbhuyan2378
    @luhitbhuyan2378 8 місяців тому +8

    এইটো যি কোনো সময়তে যেতিয়াই তেতিয়াই প্ৰচাৰ কৰিব লাগে বুলি ভাবো।

  • @nibransonowal9182
    @nibransonowal9182 4 місяці тому +2

    আপুনি ঘোচ নোখোৱা সাংবাদিক ধন্যবাদ আপোনাক আপোনাক দীঘায়ু কমনা কৰিলোঁ

  • @saaassameseblog9886
    @saaassameseblog9886 4 роки тому +42

    নিতুমনি ক ধন্যবাদ

  • @manjugohain6786
    @manjugohain6786 2 роки тому +40

    নিটুমনী শ ইকীয়া ডাঙৰীয়া আপোনাৰ আপোচবিহীন কণ্ঠক ভূয়সী প্ৰশংসা যোগ্য। ধন্যবাদ ।

  • @bituponbora1910
    @bituponbora1910 6 років тому +21

    Mojja hoisa Nitumoni da

  • @chenimaiborah4402
    @chenimaiborah4402 8 місяців тому

    Bahut bhal lagil kathakhini suna saii hupa diyajen lagise thank you

  • @chidanandabora7304
    @chidanandabora7304 2 роки тому +7

    আনাকোণ্ডা ৷ শেষত সোনোৱালকো গিলিলে ৷😊

  • @mannansk6626
    @mannansk6626 8 місяців тому +1

    Thanks for your valuable
    speech

  • @nabinborah744
    @nabinborah744 2 роки тому +5

    ...💓💓💓
    Khub hundor kotha kole..nitumoni da

  • @BijoyBuragohain-x1v
    @BijoyBuragohain-x1v День тому

    Krishna. Nitumoni dar kothat moi akomot . Dhonyobad.

  • @abulhussainahmed1335
    @abulhussainahmed1335 Рік тому +28

    অভিনন্দন জনালো নিতু মানি দা,আপোচহীন সাংবাদিক,অসমৰ সন্তান। ইয়াতেই আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ।

  • @rajibgogoi4256
    @rajibgogoi4256 9 місяців тому +1

    সুন্দৰ এই জনেই আমাৰ ৰাজ্যৰ শাসন কৰ্তা মানে আন্ধাৰ ৰ ৰজা এই বাৰ‌ ৰাইজে দিব মজা

  • @P0n.khi33_01
    @P0n.khi33_01 Рік тому +8

    নিতুমণি ছাৰ আপোনাৰ অভিমত চাই বহুত ভাল লাগিল।আপোনাক 🙏thanks দিছো। আপোনাক বেয়া পোৱা মানুহ এই পৃথিৱীত নোলাব । আপোনি সৎ আৰু সাহসেৰে আগবাহি যাওঁক । মই শিৱসাগৰৰ ডিমৌৰ পৰা চাইছো🙏🙂

  • @KhanAh-kx6fy
    @KhanAh-kx6fy 4 місяці тому

    We thank beloved truthful a.nd good anchor of Assam. A mirror of Assam..may you live long.

  • @mainaborah6443
    @mainaborah6443 2 роки тому +5

    You are great Nitumoni.Thank u verymuch.

  • @SatyaSaikia-xg8rn
    @SatyaSaikia-xg8rn 3 місяці тому +2

    ভাল ল গল

  • @nirabrajbongshi.2497
    @nirabrajbongshi.2497 2 роки тому +23

    হিমন্তক ভাল শিক্ষা প্ৰদান কৰিছে নিতুমণি ছাৰ । আপোনাক বহুত ভাল লাগে মোৰ।

  • @DhirenBarkakoty
    @DhirenBarkakoty 3 місяці тому

    অতি গুৰুত্বপূৰ্ণ গ্ৰহণযোগ্য বিশ্লেষণ ধন্যবাদ শইকীয়াদেৱ

  • @devil2.013
    @devil2.013 Рік тому +17

    নিতু মনি দা আপোনাক আমি সকলোৱে সন্মান কৰো। আপুনি সদায় যেন এনে দৰে থাকে।ভগবানে আপোনাৰ মঙ্গল কৰে।যেন । মিছলীয়া মানুহে দেশ শাসন কৰিব পাৰে, কিন্তু শান্তি দিব নোৱাৰে । আপুনি আবৃত্তি কৰি যাওক আপোনাৰ আবৃত্তি শুনি ভাল লাগে।

  • @menhazchy3186
    @menhazchy3186 4 місяці тому +1

    34:10 best line

  • @RajkumarTumung-ir8ms
    @RajkumarTumung-ir8ms Рік тому +4

    Thanks Nitumoni Da apunar avimatu sai bohut lagil Aru apunzar dore jadi hakolua buji pai. Votetu kak díbo lagibo hatiu Jen hokolue buji pai Honesty is the best policy .Thank u many many times.

  • @BituRajbonshi
    @BituRajbonshi 9 місяців тому +1

    NITUMONI DA APUNAK SALUT JONAISU

  • @ajitakakotry5889
    @ajitakakotry5889 2 роки тому +3

    Vary goodperf.....

  • @pranitabaishya8197
    @pranitabaishya8197 2 роки тому +61

    যেনে কুকুৰ তেনে টাঙোন ,,,,, এনুকুৱা সাংবাদিক অসমৰ ভবিষ্যতৰ বাবে প্ৰয়োজন 🙏🙏🙏

  • @pinkimonibasumatari6577
    @pinkimonibasumatari6577 Рік тому +3

    Very good bro. Right answer Sir. You are very great.........

  • @MahanandaDoley-h1d
    @MahanandaDoley-h1d 6 місяців тому +1

    ❤ good like yr answer

  • @priyachoudhury9859
    @priyachoudhury9859 2 роки тому +24

    সুন্দৰ প্ৰতি উত্তৰ। I fully supported his answers. Thanks Nitumoni Saikia salute you.

  • @pallabigogoi5767
    @pallabigogoi5767 2 роки тому +2

    নিতু মনি ছাৰ আপুনি জি উত্তৰ দিলে ভালে দিলে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ছাৰ🙏🙏🙏

  • @washimakram1925
    @washimakram1925 4 роки тому +8

    Good answer 👍👍👍...

  • @ShahidAhmed-o9i
    @ShahidAhmed-o9i 5 місяців тому

    Nitumoni saikia sir aponak bohut 2 thanks , ❤❤❤❤❤

  • @nabibarali900
    @nabibarali900 5 років тому +11

    Thanks, Nitumoni sir

  • @Abdulmoteen-w1w
    @Abdulmoteen-w1w 3 місяці тому +2

    🎉🎉🎉🎉

  • @ashika9161
    @ashika9161 6 років тому +6

    Nice nitu ,sair

  • @urenchandranath4413
    @urenchandranath4413 11 місяців тому +11

    আপোনাক চেলুট কৰিছো,আৰু অন্তৰৰ পৰাই বহু বহু ধন্যবাদ জনাইছোঁ ।আপোনাৰ দৰে সৎ সাহসী সাংবাদিক হেজাৰ জনৰ জন্ম হওক ।

  • @BABABABA-wx8ci
    @BABABABA-wx8ci 2 роки тому +10

    সচা কথা দাদা।

  • @bhanuchetia2565
    @bhanuchetia2565 2 роки тому +4

    Nitumone da bohut bhal manuh..