সৰিহঁৰ খৈল ব্যৱহাৰ কৰাৰ সঠিক নিয়ম // Use of Mustard cake as furtilizer

Поділитися
Вставка
  • Опубліковано 30 січ 2025

КОМЕНТАРІ • 36

  • @MadanChDeka-mu3gg
    @MadanChDeka-mu3gg 5 місяців тому +2

    Good demonstration for me for doing kitchen garden.

  • @parikromabarta883
    @parikromabarta883 5 місяців тому +2

    আপোনাৰ ভিডিঅই উপকৃত কৰিছে ৷

  • @rubulnath3988
    @rubulnath3988 5 місяців тому +1

    Xundor video,,,bohutu nojona kotha kanibo parisu aapunar pora ,,,,dada aapunar ghor kot hoi jonabosun,,,🙏🙏🙏🙏

  • @saddikurrahman7617
    @saddikurrahman7617 5 місяців тому +1

    বৰ ধুনীয়া হৈছে, কিন্তু কথা এটা আপুনি যিটো বস্তুত ফুল পাহি লগাই ৰাখিছে এইটোৰ ইংৰাজী নামট লিখি দিব, বৰ উপকৃত হৈছোঁ আপোনাৰ ভিডিঅৰ পৰাই

    • @assamagriculturetips4250
      @assamagriculturetips4250  5 місяців тому

      মই বুজি নাপালো আপুনি কিহৰ নাম ইংৰাজীত লিখিব কৈছে

    • @saddikurrahman7617
      @saddikurrahman7617 5 місяців тому

      @@assamagriculturetips4250
      অ যিটো ড্ৰামত ফুল পাহি লগাই ৰাখিছে আপুনি এইটোৰ ইংৰাজী নামটো কি হয় আপুনি লিখি দিব মই অৰ্ডাৰ কৰিম ভাই

    • @assamagriculturetips4250
      @assamagriculturetips4250  5 місяців тому

      Grow bag

    • @jibanchnathjibannath7237
      @jibanchnathjibannath7237 5 місяців тому

      পানী লাও দিয়া উপযোগী হয় নে

    • @saddikurrahman7617
      @saddikurrahman7617 5 місяців тому

      @@jibanchnathjibannath7237
      নিশ্চয়কৈ উপযোগী হ'ব, কাৰণ তেখেতে ভিডিঅ ত কথাটো উল্লেখ কৰিছে যে অমিতা লগাব পাৰি বুলি, ইয়াৰ পৰা কথাটো গম পোৱা গৈছে আৰু ম‌ই ও এইটো অতি সোনকালেই অৰ্ডাৰ কৰিম....।।

  • @AnkitaSarmah-z2f
    @AnkitaSarmah-z2f 5 місяців тому +1

    গাজৰ বিষয়ে কিছু information dibosun

  • @gayatricreation4903
    @gayatricreation4903 5 місяців тому +1

    Thank you so much

  • @amarshyam1147
    @amarshyam1147 4 місяці тому

    NPK har tamul pulit dibo pari ne??? Puli tu 2bosor hol rua... Plz reply koribo

  • @KulprasadSarma
    @KulprasadSarma 5 місяців тому

    Malbhogh aru chenikalt dibo parimna dada

  • @nilkamalsaikia6570
    @nilkamalsaikia6570 5 місяців тому

    Jati lai atiya kimn kimn lagisee..full video ata dibo

  • @digantaborah9330
    @digantaborah9330 4 місяці тому

    দাদা চাহ বাগানত কেনেদৰে ব্যৱহাৰ কৰিম জনাব |

  • @achyutdas7013
    @achyutdas7013 5 місяців тому

    Dhan khatiet diba pari ne dada

  • @janmioxm2182
    @janmioxm2182 5 місяців тому

    Dada mr Panilao aro tita r fol akdme Kom...bht kiba kibi dilu ..kintu ako pribrtn hwa ni

  • @saddikurrahman7617
    @saddikurrahman7617 5 місяців тому

    কিমান দিন মূৰে মূৰে এইটো দিব লাগিব আপুনি কৈ দিবচোন ভাই 😊😊

  • @saddikurrahman7617
    @saddikurrahman7617 4 місяці тому

    ভোট জলকীয়াৰ গুৰিত দিব পাৰিম নেকি ভাইজান......??

    • @assamagriculturetips4250
      @assamagriculturetips4250  4 місяці тому

      পাৰিব ৷ জলকীয়াৰ কাৰনে বহুতে ভাল