ঘৰত পচন সাৰ কি দৰে তৈয়াৰ কৰিব| Composting at Home Tutorial
Вставка
- Опубліковано 6 лют 2025
- OUR Contact Number 09435052313
WHAT WE DO:
We provide a wide selection of agricultural offerings ranging from seasonal flowers, ornamental orchids, cactuses and perennial plants. We also provide landscaping consultancy services and a wide selection of decorative flower pots and gardening implements.
You Can also join us on:
Instagram : / parijatnurseryjorhat
Facebook : / parijatnurseryjorhat
Website : parijatnurseryj...
OUR ADDRESS:
PARIJAT NURSERY
Engineering College Road. GARMUR
785007 Jorhat, Assam, India
OUR Contact Number 09435052313
বনাব লাগিব ধন্যবাদ জনাইছো আপোনাক।
ঘৰতে আপোনী কোৱাৰ দৰে বনাবলৈ শ্ৰেষ্ঠা কৰিম, ভিডিঅ'টো চাই ভাল লাগিল, ধন্যবাদ জনাইছো, সুপ্ৰভাত।
আপোনালৈ ভোগালী বিহুৰ শুভ কামনাৰে
আপোনাৰ পচন সাৰৰ ওপৰত দিয়া ভিদিওতো চালো , এটা কথা আপোনাৰ পৰা জানিৱ বিছাৰিছো মাছৰ বজাৰত চালানিয়েই হওক বা লোকেলেই হওক বেপাৰি সকলে মাছৰ পেতু বা বাকলি বিলাক পেলাই দিয়ে , সেই বাকলি বিলাক আমি যদি পচন সাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো নিশ্চয় মোৰবোধৰে আৰু উন্নত মানৰ পচন সাৰ পাম বুলি আশা কৰিব পাৰু 🤔🤔🤔আপোনাৰ মতা মত জনাৱ 🙏🙏🙏
বহুত ভাল লাগিল শিকিব লৈ পালো,🌹🌷#মালাৰাজকোৱৰ
Bohut dhonyobad apuni dekhuar dore banaboloi sesta korim👌
বৰ দৰকাৰি কথা যানি লাভবান হলো । ধন্যবাদ
Bohot val vedio dise dada bonabo lagibo
ভাল লাগিল চাই 🥰
বহুত বহুত ধন্যবাদ।
Eman dhuniya ke bujai dile 🙏 sir
Bhal Dore business palu ,thank you
উপকৃত হলো ।🙏🙏
Very nice vedio .thank you .
Very good video..hope to get many more informative video like this 👍🏼
Val lagil.
Kisu new information palu, thank you.
ভাল লাগিল 🙏
উপকৃত হলো , ইন্দ্ৰমালতী পুলি কোন সময়ত কাটিং কৰে জনাবচোন
Very nice video
ভাল লাগিল । পচনসাৰ হওঁতে কিমানদিন লাগিব । এবাৰ জনাবচোন ।
ভি ডি অ টো বৰ ভাল লাগিল আপোনাৰ পচন সাৰ খিনি হৈ উঠাৰ পাছত পাৰ খিনি দেখুৱাব বুলি আশা ৰাখিলোঁ কাজি নমু গছ লাগি হোৱাৰ পাছত ডালবোৰ কাটিঙ কযৰিব লাগনে কি বাৰু জনাবচোন কাজি নেমু আৰু গোল নেমুৰ এটা ভি ডি অ বনাই দেখুৱাব বুলি আশা কৰিলো
Nice
Very nice
নমস্কাৰ কৃষক বন্ধু সকল..আপোনালোকৰ কিছু লাভ হৈ একেলগে আগবঢ়ি যাবলৈ মোৰ চেনেলটোও এবাৰ চাব পাৰে..ভাল লাগিল বন্ধু তুমাৰ ভিদিওটো
👍👍👍
Very good video 👍
এইখিনি তৈয়াৰ কৰোতে দৈ ৰ পানী বা একেবাৰে কম পৰিমাণত গুৰ পানীত গুলি দিয়া দেখো বেঙ্গলী utube channel ত, মই নিজে তৈয়াৰ কৰোতে দৈৰ পাত্ৰ টো আউখালি তাত ঢালি দি উপকাৰ পাইছো।
Thank you
চাৰ,বাৰ্মিজ কম্পজ,পাৰলাইত,ককপিত এইবোৰৰ দাম কিমান পৰে বাৰু জনাবচোন ।
Jorhat r kun jegat ase?
টাব। বোৰত এটা ফুটা থাকিলে গছজোপা মৰি যাব নেকি
Indra maloti atiya i pam neki
ডাঙৰীয়া,
সাৰ প্ৰস্তুত কৰা বাছনটো মুকলি স্থানত থাকিব লাগে নে বৰষুণ নপৰা স্থানত থাকিব লাগে। জনাব চোন।
প্লষ্টিকৰ কন্টেইনাৰতোৰ কি কৰিম নকলে
Comment r answer dibi buli axa korilu
ব
বাস্কেট টোৰ ব্যৱহাৰ কি
Thank you sir.
বহুত খহাই হল দাদা নজনা কথা জনিব পাৰিলো
বনাই ছাম ঘৰতে পোৱা যায় যেতিয়া।
ফুল বোৰ বিক্ৰী কৰে নে
Thanks.
Very nice
Thank you.
Thank you
Thank you