Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
অসমীয়া ছোৱালীৰ আদৰ্শনীয় প্ৰচেষ্টা । আপোনাক অশেষ ধন্যবাদ । উচ্ছ শিক্ষা লৈ চাকৰি নকৰি ব্যতিক্ৰমি হৈ অসমীয়া মানুহক সাহস ও আত্মবল দি পথ প্ৰদৰ্শন কৰাৰ বাবে। 🙏🙏🙏
🙏
অসমীয়া গিৰি
Hikhya loi sakori korile anor babei hodai sakor hoi thakib lagib...amar dore midul class manuhor he think je job ata pale lufe set.gotike high thingking hb lage manuhor....so parise.....val lagise ane prosestha dekhi❤
হিয়া, ভৰা ওলগ জনালোঁ। ভগবাণে,মঙ্গল কৰক।
বহুত ভাল লাগিল আমাৰ অসমৰ নিবনুৱাৰ লৰাৰ ছোৱালীৰ এনেদৰে আগ বাঢ়ি আহক ।
এইবোৰেই আচল দিশ, অসমীয়া আত্মনিৰ্ভৰশীল হোৱাৰ,ভিডিঅ'টোৰ বাবে অশেষ ধন্যবাদ ।
Bhul
বহুত সুন্দৰ লাগিলে নিজকে আৰু এখোজ আগুৱাই যাৱলৈ সাহস পালো । ভৱিষ্যতে মইয়ো এনেকুৱা এখন ফাৰ্ম খুলিব বিচাৰো
ববিতা দুৱৰাক আন্তৰিক শুভেচ্ছা জনালোঁ ❤️ এইদৰে আৰু আগবাঢ়ি যোৱা আৰু প্ৰেৰণাৰ উৎস হোৱা।
ববিতা দুৱৰাৰ দৰে সকলোৱে উদ্যমী হোৱা উচিত ।
Hatot malto lagibo bhai...
@@koushikhazarika204 😂😂😂🤣🤣💯💯akdom 109%
Umm uu ❤️ ❤️ ❤️ uuj BL ln kl pool lookochuryr g hu hu hu ik@@koushikhazarika204
@@darkwarrior1608w8 to ni val lagil ok p😮
প্ৰসংশনীয় ।কিন্ত কথা এটা আছে ইচ্ছা থাকিলেও সাধাৰণ নিজাকৈ কিবা এটা কৰাৰ হেপাহ যিবোৰৰ থাকে নোৱাৰে কৰিব। কাৰণ ইয়াত অৰ্থ বহুত লাগিব। সকলোকে বেংকত লোণ নিদিয়ে। যিটো বৰ্তমান হৈ আছে। মই কব বিছাৰিছো ধনী ব্যক্তিৰ লোকেহে এইবোৰ ৰিব পাৰে।
অসমীয়া জিয়ৰীৰ সাহসী আৰু প্ৰশংসনীয় প্ৰচেষ্টা । উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ।
হয় ঠিকেই কৈছে আপুনি।#YogaTherapyAssam
ববিতা দুৱৰা, তুমি অসমৰ গৌৰৱ। বহুত ভাল লাগিছে দেখি।❤❤
আচল অসমীয়া গিৰি ইয়াকেই কয়। we are proud💪
😅😅😅😆
Realy bohut val lagil
বহুত বহুত ধুনীয়া লাগিল । ভন্টি জনীলৈ অভিনন্দন জনালোঁ।
Xundor starting...aguai jua...eiburhe vlog..
ভি ডি অ তো চাই বহুত ভাল পালো আমাৰ অঞ্চলতে ইমান সুন্দৰ কৈ এখন কুকুৰাৰ ফ্ৰাম এগৰাকী ছোৱালীয়েচলাই আছে অথচ জনাই নাছিলো জানি বহুত ভাল লাগি গল ছোৱালী জনী এনেদৰেই আগুৱাই গৈ থাকক তাকেই মনে প্ৰাণে কামনা কৰিলোঁ
Bohut bohut Val lagil baidau , apune aru aguai jouk
বহুত বহুত ধুনীয়া লাগিল ভিনটি গৰাকীলৈ অভিনন্দন জনালোঁ।আৰু আগুৱাই যাওক।
Congratulation to Duwara mam🎉❤
ভিডিঅ'টো চাই বহুত বহুত ভাল লাগিল দাদা।
তোমাৰ মহৎ কামৰ বাবে আশীৰ্বাদ থাকিল।God bless you.
বহুত ভাল লাগিল
Very impressive. আগুৱাই যাওক বহু দূৰলৈ৷ সঁচাকৈ প্ৰভাৱান্বিত হ’লোঁ৷
আপোনাক নমস্কাৰ বাইদেউ।
মামুলি নহয়, বৃহৎ প্ৰতিষ্ঠান,বৃহৎ আন্তঃগাথঁনি , স্হায়ী আন্তঃগাথঁনি ,automatic ,large scal production, concept is unbelievable poulty farm.
বহুত ভাল লাগিছে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছো
ভাল লাগিল । লগতে বাইদেউ গৰাকীক নমস্কাৰ । বহুতে চাকৰি বিচাৰি হাবাথুৰি খাই । এইক্ষেত্ৰত তেওঁ ভাল আদৰ্শ দেখুৱাইছে । কাৰণ চাকৰি সদাই আনৰ তল কিন্তু, ব্যৱসায় নিজস্বাধীন । অৱশ্যে হেঁপাহ থাকিলেও টকাৰ অভাৱৰ বাবে বহুতে এই কাম কৰিব নোৱাৰে । ধন্যবাদ
আশা কৰোঁ আপুনি সদায় আগবাঢ়ি যাওক 🪔🌷🪔🙏
Hi Iam Nirmal B Indian Army.Proud of my Sister, Queen of Assam.
Thanks
Val Lagise , ajoni Axomiya Suwali Nijor Beboxai kori nijoke Sabholombi kori anoku uparjonr Bad Dekhuwar Baba , Vogobane Vale Rakhok
ওৱাও --বৰ ভাল লাগিল
অদ্ভুত বস্তু দেখাৰ দৰে কৰিব নালাগে, এনে ৰাইজৰ আগত দাঙি ধৰাটো ভালেই হৈছে
আপোনাৰ programবোৰ ভাল লাগে।
সুন্দৰ। পদক্ষেপ
ভাল লাগিছে কৰিবলৈ মন যায়
বহুত ভাল লাগিছে
val lagil vidio tu sai. Bhantijoni aguwai jauok takei kamona korilu
ভাল লাগিল অসমিয়া ছোৱালি সাহস দেখি ।
Bohut Val lagile Sai..
Good see a girl can do such a thing hope to be more success in future,may The Almighty God be always with you.
Mem, Thanks for your hoby. Long life mem. Your mind very very very good.
Badiya. System is very good and highTechnology .🙏🏻
ভন্টি জনীলৈ সুভকামনা জাচিলো, আৰু উন্নতি হওঁক
Nisoribo dada
ভাল লাগিল, উৎসাহ জনক post
P
ধন্যবাদ । তুমি আমাৰ আদৰ্শ ।
Bohut bohut bhal lagise apunar business dekhi...apuni akhomor babe ajoni adorkho hok....
Val lagil.God bless u
Val lagil Apunar vedio.....
উৎসাহবৰ্ধক ভিডিও, এনেধৰণৰ উদগণিমূলক হব লাগে। এনেয়ে হকে-বিহকে ভিডিও বনাই কোনো লাভ জনতাৰ নহয় অকল সিহতৰ হয়। কিন্ত্ত এনে কৰ্মমুখী নবপ্ৰজন্মৰ মাজত উন্নয়ণৰ ভাব আনিব।
Mojja baido...bohut bhal kam korise
Val lagil bhut
ভাল লাগিল ভিদিঅটো
Moja hoise👍সদাই Improve কৰাৰ চেষ্টা তোমাৰ☺️👌
Praisable.all the best,go forward, God will help you in all aspects.God bless you.
Definitely ata hahohi podokhyep congratulations from heart. Apuni hobo pare ata chaneki.
Bhal Lagil❤❤❤❤❤❤
Thikai koise Eake koy Assamia giri Baido uthi aha jubak jubatir udhaharan swarup.khub bhal lagise
Great mamm .bohut val lagil
Bohut vall kam korise. Suwali ajoni hoi.
সুন্দৰ বাইদেউ 🙏🙏🙏
Axomiya atio ashe hey. Nirasar majat asha. 👏👏👏👏👏👏👏👏👏💐👏👏👏👏💐👏👏👏👏👏
Mojja bondhu...ajir video tu kintu extraordinary hoise
খুব সুন্দৰ ।
Very very good job. ❤❤❤
ছোৱালী গৰাকী অসমীয়া বুলি জানিবলৈ পাই গৌৰৱান্বিত হৈছোঁ। 🌹🌹
মোৰ আছিল,ভল লাগে,মানুহ ভাল নহয়।তুমি সবধান।
Ki sat boki asa@@nibagaro6976
বঢ়িয়া হৈছে
Good jobমই কৰিম বুলি ভাবিছোঁ দাদাভই লাগে
Baideo val lagil
Out of. Coment❤
ভাল লাগিল।
Bohut vaal lagil
*Bahut Val lagil dei sai.*
Very very information video I really love like this I really really love this
Good👍
Lot of thanks to Bobita and reporter
Val lagil jani#JS_Studio_fkg
বহুত ভাল লাগিল.
Bahut vl lgil anupranita halu baideu frm Khanar babe kot ki kriba lgiba jonabasun ..apunar dore kiba ata korar hepah puhi rakhisu
Super vaijer Jon bahiror. Letera kam kora khene gaon r tenea kowa hoicea..but vl lagil
Bohut val lagil baideu apunar kormo raji dekhi aru aguai jauk parile muku olop hohai koribosun moiu kiba aeta koribo bisaru
সচাই এনে কামৰ বাবে অসমৰ গৌৰৱ ।গতিকে নাং ববিতা দুৱৰা লৈ মোৰ ফালৰ পৰা অলেখ অভিনন্দন জনালোঁ ।
Val lagil sir
Val lagise video sai . Baidei aguwai jawo.
Tumar video bilak sai bhal lage.agbari jwa bhai.. (Nijut da)👍👍👍👍
Bohut dhunia
Bahut bahut vl kam karise ami o vabi asu alop idiya lagile dibo
Best and miraculous Assames girl.
bohut bhut val lagile
Amar akhamia swalir adarkh dekhi bahut vl lagil
বহুত ভাল লাগিল বাইদেউ
ভাল লাগিলে বা
Congratulations to Miss Babita Dowarah for such an ideal farming which will encourage the unemployed youth of this region. Thank you very much.
এৰা চাকৰিৰ পিছত দৌৰি ফুৰাতকৈ চৰকাৰে অলপ সহায় কৰিলে এনে কোৱা ফাৰ্ম কৰিলে বহু লাভ হয় ।
অতি সুন্দৰ কথা 👍#YogaTherapyAssam
She is my relatives happy to she her progress...❤️
Aru aag bahu jauk akhomiya suwsli hoi Jan eman dangor bisnish korisa silut baidau ❤️❤️❤️❤️🙏🙏🙏
Vl lagile dai hunor posesta
You dream come true babita mam,I will meet you,ctg,bangladesh
Vl lgl God bless you
Moja dada এনেকুৱা entrepreneur হব মোৰো বহুত ইচ্ছা আছে 🔥👍
Val lagil
M.kandulana.Good job bhal lagil.
Good step ❤️❤️❤️👍
অসমীয়া ছোৱালীৰ আদৰ্শনীয় প্ৰচেষ্টা । আপোনাক অশেষ ধন্যবাদ । উচ্ছ শিক্ষা লৈ চাকৰি নকৰি ব্যতিক্ৰমি হৈ অসমীয়া মানুহক সাহস ও আত্মবল দি পথ প্ৰদৰ্শন কৰাৰ বাবে। 🙏🙏🙏
🙏
অসমীয়া গিৰি
Hikhya loi sakori korile anor babei hodai sakor hoi thakib lagib...amar dore midul class manuhor he think je job ata pale lufe set.gotike high thingking hb lage manuhor....so parise.....val lagise ane prosestha dekhi❤
হিয়া, ভৰা ওলগ জনালোঁ। ভগবাণে,মঙ্গল কৰক।
বহুত ভাল লাগিল আমাৰ অসমৰ নিবনুৱাৰ লৰাৰ ছোৱালীৰ এনেদৰে আগ বাঢ়ি আহক ।
এইবোৰেই আচল দিশ, অসমীয়া আত্মনিৰ্ভৰশীল হোৱাৰ,ভিডিঅ'টোৰ বাবে অশেষ ধন্যবাদ ।
Bhul
বহুত সুন্দৰ লাগিলে নিজকে আৰু এখোজ আগুৱাই যাৱলৈ সাহস পালো । ভৱিষ্যতে মইয়ো এনেকুৱা এখন ফাৰ্ম খুলিব বিচাৰো
ববিতা দুৱৰাক আন্তৰিক শুভেচ্ছা জনালোঁ ❤️ এইদৰে আৰু আগবাঢ়ি যোৱা আৰু প্ৰেৰণাৰ উৎস হোৱা।
ববিতা দুৱৰাৰ দৰে সকলোৱে উদ্যমী হোৱা উচিত ।
Hatot malto lagibo bhai...
@@koushikhazarika204 😂😂😂🤣🤣💯💯akdom 109%
Umm uu ❤️ ❤️ ❤️ uuj BL ln kl pool lookochuryr g hu hu hu ik@@koushikhazarika204
@@darkwarrior1608w8 to ni val lagil ok p😮
প্ৰসংশনীয় ।কিন্ত কথা এটা আছে ইচ্ছা থাকিলেও সাধাৰণ নিজাকৈ কিবা এটা কৰাৰ হেপাহ যিবোৰৰ থাকে নোৱাৰে কৰিব। কাৰণ ইয়াত অৰ্থ বহুত লাগিব। সকলোকে বেংকত লোণ নিদিয়ে। যিটো বৰ্তমান হৈ আছে। মই কব বিছাৰিছো ধনী ব্যক্তিৰ লোকেহে এইবোৰ ৰিব পাৰে।
অসমীয়া জিয়ৰীৰ সাহসী আৰু প্ৰশংসনীয় প্ৰচেষ্টা । উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ।
হয় ঠিকেই কৈছে আপুনি।
#YogaTherapyAssam
ববিতা দুৱৰা, তুমি অসমৰ গৌৰৱ। বহুত ভাল লাগিছে দেখি।❤❤
আচল অসমীয়া গিৰি ইয়াকেই কয়। we are proud💪
😅😅😅😆
Realy bohut val lagil
বহুত বহুত ধুনীয়া লাগিল । ভন্টি জনীলৈ অভিনন্দন জনালোঁ।
Xundor starting...aguai jua...eiburhe vlog..
ভি ডি অ তো চাই বহুত ভাল পালো আমাৰ অঞ্চলতে ইমান সুন্দৰ কৈ এখন কুকুৰাৰ ফ্ৰাম এগৰাকী ছোৱালীয়েচলাই আছে অথচ জনাই নাছিলো জানি বহুত ভাল লাগি গল ছোৱালী জনী এনেদৰেই আগুৱাই গৈ থাকক তাকেই মনে প্ৰাণে কামনা কৰিলোঁ
Bohut bohut Val lagil baidau , apune aru aguai jouk
বহুত বহুত ধুনীয়া লাগিল ভিনটি গৰাকীলৈ অভিনন্দন জনালোঁ।আৰু আগুৱাই যাওক।
Congratulation to Duwara mam🎉❤
ভিডিঅ'টো চাই বহুত বহুত ভাল লাগিল দাদা।
তোমাৰ মহৎ কামৰ বাবে আশীৰ্বাদ থাকিল।God bless you.
বহুত ভাল লাগিল
Very impressive. আগুৱাই যাওক বহু দূৰলৈ৷ সঁচাকৈ প্ৰভাৱান্বিত হ’লোঁ৷
আপোনাক নমস্কাৰ বাইদেউ।
মামুলি নহয়, বৃহৎ প্ৰতিষ্ঠান,বৃহৎ আন্তঃগাথঁনি , স্হায়ী আন্তঃগাথঁনি ,automatic ,large scal production, concept is unbelievable poulty farm.
বহুত ভাল লাগিছে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছো
ভাল লাগিল । লগতে বাইদেউ গৰাকীক নমস্কাৰ । বহুতে চাকৰি বিচাৰি হাবাথুৰি খাই । এইক্ষেত্ৰত তেওঁ ভাল আদৰ্শ দেখুৱাইছে । কাৰণ চাকৰি সদাই আনৰ তল কিন্তু, ব্যৱসায় নিজস্বাধীন । অৱশ্যে হেঁপাহ থাকিলেও টকাৰ অভাৱৰ বাবে বহুতে এই কাম কৰিব নোৱাৰে । ধন্যবাদ
আশা কৰোঁ আপুনি সদায় আগবাঢ়ি যাওক 🪔🌷🪔🙏
Hi Iam Nirmal B Indian Army.Proud of my Sister, Queen of Assam.
Thanks
Val Lagise , ajoni Axomiya Suwali Nijor Beboxai kori nijoke Sabholombi kori anoku uparjonr Bad Dekhuwar Baba , Vogobane Vale Rakhok
ওৱাও --বৰ ভাল লাগিল
অদ্ভুত বস্তু দেখাৰ দৰে কৰিব নালাগে, এনে ৰাইজৰ আগত দাঙি ধৰাটো ভালেই হৈছে
আপোনাৰ programবোৰ ভাল লাগে।
সুন্দৰ। পদক্ষেপ
ভাল লাগিছে কৰিবলৈ মন যায়
বহুত ভাল লাগিছে
val lagil vidio tu sai. Bhantijoni aguwai jauok takei kamona korilu
ভাল লাগিল অসমিয়া ছোৱালি সাহস দেখি ।
Bohut Val lagile Sai..
Good see a girl can do such a thing hope to be more success in future,may The Almighty God be always with you.
Mem, Thanks for your hoby. Long life mem. Your mind very very very good.
Badiya. System is very good and highTechnology .🙏🏻
ভন্টি জনীলৈ সুভকামনা জাচিলো, আৰু উন্নতি হওঁক
Nisoribo dada
ভাল লাগিল, উৎসাহ জনক post
P
ধন্যবাদ । তুমি আমাৰ আদৰ্শ ।
Bohut bohut bhal lagise apunar business dekhi...apuni akhomor babe ajoni adorkho hok....
Val lagil.God bless u
Val lagil Apunar vedio.....
উৎসাহবৰ্ধক ভিডিও, এনেধৰণৰ উদগণিমূলক হব লাগে। এনেয়ে হকে-বিহকে ভিডিও বনাই কোনো লাভ জনতাৰ নহয় অকল সিহতৰ হয়। কিন্ত্ত এনে কৰ্মমুখী নবপ্ৰজন্মৰ মাজত উন্নয়ণৰ ভাব আনিব।
Mojja baido...bohut bhal kam korise
Val lagil bhut
ভাল লাগিল ভিদিঅটো
Moja hoise👍
সদাই Improve কৰাৰ চেষ্টা তোমাৰ☺️👌
Praisable.all the best,go forward, God will help you in all aspects.God bless you.
Definitely ata hahohi podokhyep congratulations from heart. Apuni hobo pare ata chaneki.
Bhal Lagil❤❤❤❤❤❤
Thikai koise Eake koy Assamia giri Baido uthi aha jubak jubatir udhaharan swarup.khub bhal lagise
Great mamm .bohut val lagil
Bohut vall kam korise. Suwali ajoni hoi.
সুন্দৰ বাইদেউ 🙏🙏🙏
Axomiya atio ashe hey. Nirasar majat asha. 👏👏👏👏👏👏👏👏👏💐👏👏👏👏💐👏👏👏👏👏
Mojja bondhu...ajir video tu kintu extraordinary hoise
খুব সুন্দৰ ।
Very very good job. ❤❤❤
ছোৱালী গৰাকী অসমীয়া বুলি জানিবলৈ পাই গৌৰৱান্বিত হৈছোঁ। 🌹🌹
মোৰ আছিল,ভল লাগে,মানুহ ভাল নহয়।
তুমি সবধান।
Ki sat boki asa@@nibagaro6976
বঢ়িয়া হৈছে
Good job
মই কৰিম বুলি ভাবিছোঁ দাদা
ভই লাগে
Baideo val lagil
Out of. Coment❤
ভাল লাগিল।
Bohut vaal lagil
*Bahut Val lagil dei sai.*
Very very information video I really love like this I really really love this
Good👍
Lot of thanks to Bobita and reporter
Val lagil jani
#JS_Studio_fkg
বহুত ভাল লাগিল.
Bahut vl lgil anupranita halu baideu frm Khanar babe kot ki kriba lgiba jonabasun ..apunar dore kiba ata korar hepah puhi rakhisu
Super vaijer Jon bahiror. Letera kam kora khene gaon r tenea kowa hoicea..but vl lagil
Bohut val lagil baideu apunar kormo raji dekhi aru aguai jauk parile muku olop hohai koribosun moiu kiba aeta koribo bisaru
সচাই এনে কামৰ বাবে অসমৰ গৌৰৱ ।গতিকে নাং ববিতা দুৱৰা লৈ মোৰ ফালৰ পৰা অলেখ অভিনন্দন জনালোঁ ।
Val lagil sir
Val lagise video sai . Baidei aguwai jawo.
Tumar video bilak sai bhal lage.agbari jwa bhai.. (Nijut da)👍👍👍👍
Bohut dhunia
Bahut bahut vl kam karise ami o vabi asu alop idiya lagile dibo
Best and miraculous Assames girl.
bohut bhut val lagile
Amar akhamia swalir adarkh dekhi bahut vl lagil
বহুত ভাল লাগিল বাইদেউ
ভাল লাগিলে বা
Congratulations to Miss Babita Dowarah for such an ideal farming which will encourage the unemployed youth of this region. Thank you very much.
এৰা চাকৰিৰ পিছত দৌৰি ফুৰাতকৈ চৰকাৰে অলপ সহায় কৰিলে এনে কোৱা ফাৰ্ম কৰিলে বহু লাভ হয় ।
অতি সুন্দৰ কথা 👍
#YogaTherapyAssam
She is my relatives happy to she her progress...❤️
Aru aag bahu jauk akhomiya suwsli hoi Jan eman dangor bisnish korisa silut baidau ❤️❤️❤️❤️🙏🙏🙏
Vl lagile dai hunor posesta
You dream come true babita mam,I will meet you,ctg,bangladesh
Vl lgl God bless you
Moja dada এনেকুৱা entrepreneur হব মোৰো বহুত ইচ্ছা আছে 🔥👍
Val lagil
M.kandulana.
Good job bhal lagil.
Good step ❤️❤️❤️👍