ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত

Поділитися
Вставка
  • Опубліковано 14 бер 2022
  • ড্ৰাইভাৰ হলেও শিক্ষিত হওক: ৰূপম দত্ত
    কেবিনৰ সিপাৰে নিশা কি হয় ?
    নিশা ৰাজপথত ভূত প্ৰেত সচাকৈ ওলাই নেকি?
    LIFE OF A DRIVERৰ লেখক ৰূপম দত্তৰ সৈতে বাৰ্তালাপ
    #rupamdutta #lifeofadriver #chakrapaniparashar #baartalaap
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 469

  • @PronabSharmah
    @PronabSharmah 13 днів тому

    ৰূপম দত্তৰ প্ৰেৰণামূলক তত্ত্ব গধূৰ পৰামৰ্শ ৰ বাবে অশেষ ধন্যবাদ আপুনি কুশলে থাকক এয়ে ভগবানৰ প্রতি প্রার্থনা

  • @nabakachari6303
    @nabakachari6303 2 роки тому +69

    নেজানো কিয়? ৰূপম দাৰ কথা শুনিলে শুনি থাকিবলে মন যায়! 🥀❣️

  • @usharanisaikia6912
    @usharanisaikia6912 6 місяців тому +2

    মোৰ স্বামী আৰু মোৰ দুজন লৰা ড্ৰাইভাৰ। গতিকে ড্ৰাইভাৰ ক অসন্মান কৰিলে বহুতো দুখ লাগে।

  • @gstarchannel1073
    @gstarchannel1073 2 роки тому +10

    ড্ৰাইভাৰৰ লৰা ড্ৰাইভাৰৰ জীৱন কাহিনী বুজি পাওঁ।ভাল লাগিল বহুত বহুত ভাল লাগিল।ড্ৰাইভাৰৰ হাতত বহুতৰ জীৱন থাকে।
    আপুনী আগুৱাই যোৱা।

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 2 роки тому +25

    100% right speace, Rupam , you will forward successfuly. মই মানি লৈছো, driver এটা মহান পদ,, । So thanks for GOD . Thanks all of. you..

  • @_sajid1274
    @_sajid1274 2 роки тому +9

    জোৱা কালি ৰাতি , মানে ১৮ তাৰিখৰ দিনা ৰাতি ঠিক ২বাজি ২০ মিনিত ৰোপম দা বাছ (TANUJ TRAVEL) শিৱসাগৰ A.S.T.C সন্মুখত দেখিছিলো Thanks দিম বুলি আগবাঢি গৈছিলো কিন্তু ৰোপম দা গল গৈ।

  • @mrinmoystudio4247
    @mrinmoystudio4247 2 роки тому +14

    লাইফ অফ এ ড্ৰাইভাৰ
    ৰূপম দাৰ নাই অকণো অহংকাৰ
    নগাঁওৰ পৰা বহুতো মৰম ভালপোৱা ❤️🤩👍

  • @paragsway
    @paragsway 2 роки тому +40

    চক্ৰপাণি পৰাশৰ দা.... প্ৰিয় সাংবাদিক জনৰ অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়....

  • @idulakhtar6736
    @idulakhtar6736 Рік тому +10

    মানবতাৰ সুন্দৰ নিদৰ্শন। এনে ধৰণৰ ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে দৰ্শক সকল যথেষ্ঠ উপকৃত হ'ব বুলি মই ভাবো।

  • @debasishgogoi9314
    @debasishgogoi9314 2 роки тому +37

    কমেন্ট নিদিয়াকৈ থাকিব নোৱাৰিলো. সচাঁই দাদাৰ কথা কেইটাই হৃদয় চুই গ'ল.

    • @dipabhuyan3684
      @dipabhuyan3684 2 роки тому +2

      ৰোপম ভাইতি দুলীয়াজানৰ পৰা কলো তোমাৰ কথাবিলাক শোনি থাকিবলৈ মন যাই ভিদিয়ি বিলাক চাই থাকো

    • @romenjit7549
      @romenjit7549 2 роки тому +1

      God bless you rupom

  • @debajit2106
    @debajit2106 2 роки тому +5

    ৰূপ দা আপোনাক ল’গ পাবলৈ বহুত ইচ্ছা আছে৷লখিমপুৰ ধলপুৰৰ পৰা আপোনাক সেৱা জনালোঁ৷

  • @devidk7991
    @devidk7991 Рік тому +16

    আশা কৰোঁ সকলো ড্ৰাইভাৰেই ৰূপম দত্ত ডাঙৰীয়াৰ দৰে গুনী হওক। তেখেতৰ ভৱিষ্যত আৰু সুখী আৰু আনন্দময় হওক।

  • @manashisvlogs2609
    @manashisvlogs2609 Рік тому +5

    অন্তৰ চুই যোৱা এটি বাৰ্তালাপ
    ভালে থাকক ৰূপম দা
    অলপমানো আমনি নলগা এটি কথোপকথন।
    দুয়োজনেই ভালে থাকক সদায়
    দুয়োজনেই আমাৰ সমাজৰ বাবে মূল্যৱান ❤

  • @deeshadutta4556
    @deeshadutta4556 2 роки тому +12

    বহুত কথাই শিকিবলৈ পালোঁ তাৰ বাবে দুয়োজন দাদা লৈ ধন্যবাদ জনাইছোঁ 🙏 ভগৱানৰ চৰণত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏

  • @manojkalitajanemon6166
    @manojkalitajanemon6166 2 роки тому +6

    ময়ো এজন চালক কিন্তু গুৱাহাটী মহানগৰীত মিনি বাছৰ পৰিৱহণ বিভাগ হৈছে সবাতোকৈ জগৰীয়া মোৰ দিষ্টিত !

  • @ankurjyotidas7085
    @ankurjyotidas7085 2 роки тому +16

    Episode2 চাই খুব ভাল লাগিল....ইমান সুন্দৰভাৱে কথাবোৰ তেওঁ কয়...

  • @parbatinayak7359
    @parbatinayak7359 2 роки тому +11

    কি বুলি কমেণট কৰিম ...বুজাব নোৱাৰা অনুভূতি ৰূপম দা ...........

  • @bikibharali5240
    @bikibharali5240 9 місяців тому +4

    হৃদয়স্পৰ্শী এটি বাৰ্তালাপ। মন চুই গ'ল ৰূপম দা❤😊

  • @prasantkasyap3922
    @prasantkasyap3922 6 місяців тому +3

    যেতিয়ালৈকে মানুহে হৃদয়ত খুচ নাখাই তেতিয়ালৈ শব্দ আৰু কবিতাৰ সৃষ্টি নহয়।... Ultimate line...🙏

  • @pijushsaikia8685
    @pijushsaikia8685 2 роки тому +28

    এজন সহজ মনৰ মানু্হ ❤️

  • @harjeetzg3646
    @harjeetzg3646 2 роки тому +13

    বহুত শিকিলোঁ দাদা,,,শেষৰ কথাখিনি এ অন্তৰ চুই গৈছে। মোবাইলৰ পৰা কিছু আঁতৰত থকাৰ যৎপৰনাস্তি চেষ্টা চলাম।

  • @KALYAN_RAY
    @KALYAN_RAY 2 роки тому +229

    মোৰ দেউতা এজন ড্ৰাইভাৰ আছিলে, মই সকলো ড্ৰাইভাৰক সন্মান জনাওঁ। ❤️🙏

    • @darpondutta2981
      @darpondutta2981 2 роки тому +8

      Kokai aponak personally sini nepao kinto aponi jito kotha koise bahut vl lagil huni........ Kisoman a nijor maak deotak r porisoy dibole laaz kore kinto aponar haito nai bahut vl lagil kokai

    • @bctem8910
      @bctem8910 2 роки тому +1

      @@darpondutta2981 q1q

    • @bitupandeka1719
      @bitupandeka1719 2 роки тому +1

      Same

    • @kandarpadeka864
      @kandarpadeka864 2 роки тому +1

      Muru Deota driver

    • @ainulhaque9047
      @ainulhaque9047 Рік тому

      Iiiiiiiiiiiuii it uoiiiiiiiiiiiiiiiiiiiii iiiiiiiiiiii in iiiiiiiiiiii iiip ii ii III ii iiiiiiiii iiiiiiiiiiii I iiip ii iii ii iii iiiiiiiiiiii Iiii ii iiiiiiiiiiii if iuiiuiuuiuiiuiuiuiuiiiuuu iuiiiiio iiiiiiiiiiiiiiiiiiiiiiiiiiiioi

  • @bhaskarbora6991
    @bhaskarbora6991 2 роки тому +4

    Hosakoi dada apunar life story huni bohut val lgil....aru notun notun jate huni thakible pauu.. THANK U chakrapani parasar dada for giving a platform to hear rupam da life story🙏❣️🙏👍

  • @rashmiboruah3762
    @rashmiboruah3762 2 роки тому +6

    ইমান সহজ ভাৱে কলে কথাবোৰ বহুত বেছি ভাল লাগিল ককাইদেউ,,,,

  • @sabinaahmed9894
    @sabinaahmed9894 2 роки тому +3

    ৰূপম দাৰ কথাবিলাক শুনি থাকিব মন দাদা বহুত মৰম আপোনালৈ❤️❤️😘😘😘

  • @travelingkhati5586
    @travelingkhati5586 2 роки тому +3

    Comment nokorakoi thakibo nuari... Koduai u palale kisumn koithai Rupam dar. Kothabur huni bohut val lage Rupam dar 💟 aru Rupam dar ai vedio tua bohut hahokh, inspiration dile. Thank you Sakro da apunar vedio bur sai val lage... 💟

  • @bablubhuyan9067
    @bablubhuyan9067 2 роки тому +40

    ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগিল শুনিলে শুনি থাকিবলৈ মন যায় , দাদাৰ কিতাপ খন পঢ়া নাই যদিও পঢ়িবলৈ বহুত আগ্ৰহ আছে । মই তেজপুৰৰ পৰা দাদালৈ মৰম ❤❤❤যাছিলো আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলো 🙏🙏

  • @tiloksonowal460
    @tiloksonowal460 2 роки тому +2

    সঁচাকৈ বহুত ভাল লাগিল ৰূপম দাৰ কিছু নজনা কথা বোৰ জানিবলৈ পায় .............♥️♥️♥️♥️♥️🙏🙏🙏🙏

  • @ankurjyoti533
    @ankurjyoti533 2 роки тому +3

    ৰূপম দাদাৰ বাৰ্তালাপ শুনি বহুত বহুত আপ্লুত হ'লো, ইমান ধুনীয়াকৈ সকলো কথা ক'লে 🙏🙏

  • @pronotibaruah9219
    @pronotibaruah9219 2 роки тому +3

    খুব ভাল লাগিল।কিতাপখন পঢ়ি লৰাজন চাবলৈ মন গৈ আছিল।লগতে চক্ৰপাণি পৰাশৰৰ কথাবোৰো খুব ভাল পা‌ওঁ।

  • @nabajitbezbaruah1832
    @nabajitbezbaruah1832 2 роки тому +4

    আপোনাৰ কথা শুনিলে এৰিব মন নাযায়, ইমান ধুনীয়া কৈ আমাৰ আগত জীবনৰ কথা বোৰ উপস্থাপন কৰিলেই, আপোনাক ভগবানে দীৰ্ঘায়ুখ কৰক, ভাল্ ভাল্ আমাক এনেকুৱা জ্ঞান দি যাওঁক l

  • @mintugogoi7031
    @mintugogoi7031 2 роки тому +6

    ইমান কষ্ট হয় যদিও আপুনি বহুত ভাল কিতাপ এখন উপহাৰ দিলে ভাল লাগিল

  • @biswajittamuli4074
    @biswajittamuli4074 2 роки тому +13

    প্ৰিয় ব্যক্তিজন Love From Gohpur ।

  • @mamonipatar2791
    @mamonipatar2791 2 роки тому +4

    প্ৰথমতে আপোনাক ধন্যবাদ কাৰণ ৰূপম দাক বাৰ্তালাপলৈ মতাৰ বাবে

  • @nabajyotiproduction6876
    @nabajyotiproduction6876 2 роки тому +3

    ভাল লাগিল……💚💙
    ৰূপম ককাইদেউৰ দুয়োখন গ্ৰন্থই পঢ়িছো খুবেই ভাল লাগিছে😊

  • @sabinaahmed9894
    @sabinaahmed9894 2 роки тому +3

    বহুত বেছি ভাল লাগিল দুয়ো জন দাদাক❤️❤️❤️❤️ বহুত কথা শিকিলোঁ

  • @purnimagogoi5415
    @purnimagogoi5415 2 роки тому +2

    ৰুপমদাৰ বাৰ্তালাপ শুনি ভাল লাগিল৷ঈশ্বৰে আপোনাক ভালে কুশলে ৰাখক৷

  • @littlesneha458
    @littlesneha458 2 роки тому +3

    অন্তৰ চুই গল..আপোনালৈ বহুত শুভ কামনা থাকিল দাদা..

  • @RamChandra-ks1wf
    @RamChandra-ks1wf Рік тому +2

    Rupom da bor hundor lagel moi ajon driver hoi thank you. Sakoropani da

  • @RekhamoniSaikia-gx6uw
    @RekhamoniSaikia-gx6uw 6 місяців тому +1

    সকলো চালক ৰূপমদা দৰে হ'ব লাগে

  • @rintu7930
    @rintu7930 2 роки тому +38

    ৰূপম দাৰ কথাবোৰ ইমানেই সুমধুৰ শুনিলে শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলোঁ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @neelimdas7746
    @neelimdas7746 10 місяців тому +1

    অতি শেষত জীৱনক লৈ কোৱা কথা কেইটাই মন চুই গল ❤❤

  • @Gsaikia000
    @Gsaikia000 2 роки тому +4

    এটা কথা সচা দিনৰ পৰা যেতিয়া ৰাতি হয় সেইটো সময়ত গাড়ী চলাবলৈ বহুত কষ্ট। আৰু বৰষুণ দিলেটো হৈছে আৰু, মইও গাড়ী চলোৱা সময়ত এইটো ভাবো যে মোৰ ওপৰতে সকলো মানুহৰ আশা । সেইবাবে যিমান পাৰোঁ ভালকৈ চলাবলৈ চেষ্টা কৰো।

  • @jinaborgohain1909
    @jinaborgohain1909 11 місяців тому +1

    সচাঁ অন্তৰত সাচঁ বহুৱাব পৰা এজন শিক্ষিত যুবক । প্ৰতিটো কথাই ৰসাল আৰু সৰল মনৰ । কুশলে আগবাঢ়ি যাওক জীৱনৰ প্ৰতিটো দিন । বাৰ্তালাপলৈ শুভেচ্ছা জনালোঁ 🙏🙏

  • @user-yi2ts5xl7i
    @user-yi2ts5xl7i 2 місяці тому

    পৰাশৰ ডাঙৰীয়া আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই ।ৰুপমদৰ দৰে মানুহ আপোনাৰ বাৰ্তালাপ ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দিয়াৰ বাবে।আপোনাৰ অনুষ্ঠান মোৰ বোৰ প্ৰিয়। দিৰ্ঘায়ো কামনা কৰিছোঁ।হাহিমৰ পৰা m rabha

  • @bssrider9233
    @bssrider9233 2 роки тому +6

    Love from Guwahati Rupam Da সদায় ভালে থাকক।

  • @purabiboruah4993
    @purabiboruah4993 2 роки тому +16

    ইমান সুন্দৰকৈ কথা বোৰ কয়। শুনি থাকিব মন যায়।

  • @tteach5866
    @tteach5866 2 роки тому +2

    ধন্যবাদ আপোনালোকলৈ আজি বহুতখিনি ভাল কথা শিকিলো |

  • @manikasom3552
    @manikasom3552 2 роки тому +2

    ভাল লাগিল।ভগৱানে আপোনাক শক্তি প্ৰদান কৰিছে।আগুৱাই যাওক।

  • @rajibborah7777
    @rajibborah7777 2 роки тому +13

    মানুহ জন মোৰ বৰ প্ৰিয়🌹❤️

  • @mkmk9949
    @mkmk9949 6 місяців тому

    ৰূপম দা , আপুনি অনন্য । you are talented

  • @crazygamer4661
    @crazygamer4661 Рік тому +2

    পৰাশৰ দাদাই আজি বৰ সুন্দৰ প্রগেম দেখুৱালে 💚💚💚💚ধন্যবাদ জনালো😍😂😘😍😂😘😍😂😘

  • @priyampratibha2178
    @priyampratibha2178 2 роки тому +3

    দুয়োজন প্ৰিয় ব্যক্তিৰ প্ৰতিটো কথাই হৃদয় জিনি গ'ল

  • @jeetbaruah2964
    @jeetbaruah2964 2 роки тому +2

    কৰ্ম ব্যস্ততাৰ মাজত পঢ়িবলৈ সময় নাপাওঁ , অৱশেষত কিতাপ খনৰ ফটো উঠাই ৰাতি ৰাতি পঢ়িবলৈ আৰম্ভ কৰিলো । অংকিতাৰ এক্সিদেন্টৰ কাহিনীটোত বহুত কান্দিলো ৰাতি ২:৩০ বজাত । আজি পুৱা ৪ বজালৈ পঢ়িলো । আপোনালৈ বহুত বহুত ধন্যবাদ দাদা ।

  • @rintu7930
    @rintu7930 2 роки тому +6

    ৰূপম দাৰ কথা শুনিলৈ শুনি থাকিব য়ে থাকিব মন যায়। নাহৰকটিয়াৰ পৰা মৰম যাছিলো❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dhanjitdas4235
    @dhanjitdas4235 2 роки тому +1

    Uffffff ki kom vakha ni mnuh ne apuni vogoban😭💕🥺

  • @pkdutta7953
    @pkdutta7953 2 роки тому +1

    ৰূপম দত্তৰ কথাবোৰ শুনি থাকিলেও আমনি নালাগে তেখেতৰ লাইফ অৱ দ্ৰাইভাৰ কিতাপ খন্ দুবাৰ পঢ়িও আমনি নালাগে এতিয়া সপোনৰ শেষত কিতাপ খন্ পঢ়ি আছো শেষ হও হও নতুনকৈ কিতাপ কেতিয়া কৈ পাম। মই মৰাণত থাকো মৰাণতে লগ পোৱাৰ আশা থাকিল।মৰাণ কিমান সময়ত পাই জনাব।

  • @satyabittuuu6720
    @satyabittuuu6720 2 роки тому +1

    Rupam da aapunr kotha bor akdm Right 👌👌👌❣️❣️❣️

  • @bijitsaikia1491
    @bijitsaikia1491 2 роки тому +1

    মৰমৰ ৰূপম দাৰ কথাবিলাক বৰ মৰমলগা। আপোনাৰ কথাবিলাক সকলো চালকে আদৰ্শ হিচাপে লওক তাৰ কামনা কৰিলো।

  • @goalporiyaloramoi9981
    @goalporiyaloramoi9981 2 роки тому +1

    আপোনালোক দুয়োজনকে এদিন লগ কৰিব খুৱ ইচ্ছা আছে

  • @munmiscreationmunmi23
    @munmiscreationmunmi23 2 роки тому +13

    আপোনাৰ কথাবোৰে অন্তৰ চুই গল দাদা, সুস্থ শৰীৰে সদায় ভালে থাকক। Thank you so much bartalap ♥️♥️♥️

  • @prakashdeka3446
    @prakashdeka3446 2 роки тому +1

    খুবেই ভাল লাগিল interview ললে এনেকুৱা ব্যক্তিৰ লব লাগে

  • @sunuborah880
    @sunuborah880 2 роки тому +1

    Kthabur bohut Sundar xunie thakibo mon ji...emn ejon vl manuh...

  • @meow-hg8dy
    @meow-hg8dy 2 роки тому +6

    মই এতিয়ালৈকে চোৱা শ্ৰেষ্ঠ interview ❤️❤️

  • @dutta22
    @dutta22 2 роки тому +7

    *সুন্দৰ🙏❤️ককাইদেউ👌ধেমাজিৰ পৰা মৰম যাছিলোঁ*

  • @dibyajyotiborahvlogs
    @dibyajyotiborahvlogs 2 роки тому +2

    ৰূপম দা। আপোনাৰ সংস্পৰ্শই মানুহক ভাবিবলৈ শিকাব পাৰে।

  • @panitadeka8975
    @panitadeka8975 6 місяців тому +3

    ৰূপম দাৰ গুৱাহাটী পৰা আপোনি কোন থাইলৈ যোৱা ❤❤

  • @intazali2116
    @intazali2116 2 роки тому +2

    ৰূপম দাৰ কথাবোৰ বৰ ভাল লাগে

  • @rupaiiiasom3971
    @rupaiiiasom3971 2 роки тому +5

    Love from sivasagar
    ম‌ই এজন driver হয়
    Love you rupom da

  • @parashmonibaruah9846
    @parashmonibaruah9846 2 роки тому +2

    Hundor dada 😍😍😍😍😍😍আমাৰ প্রেৰণা হৈ ৰব আপোনালোক 😍😍

  • @rakeshrajmusical6939
    @rakeshrajmusical6939 29 днів тому +1

    Rupam dak videot log pai val lagil❤❤❤

  • @upperassamboy
    @upperassamboy 2 роки тому +2

    সচাকৈ বহুত ভাল লাগিল,,,,❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @hareswarroy4426
    @hareswarroy4426 2 роки тому +5

    ৰূপম দাৰ কথা শুনিলে শুনি থাকিব মন যায়।

  • @abhinabboro001
    @abhinabboro001 11 місяців тому +1

    Bohout val kotha kola mon val lage gol ❣️ moyou ata driver

  • @porivlog4063
    @porivlog4063 2 роки тому

    Rupam DA kotha bur huni thakile huniai thakibo Mon jai. Apunar huswaithoi kamona korilu Rupam da.apunar sistire Ako natun pravat anibo.

  • @g._it_.u
    @g._it_.u 2 роки тому +2

    মই কিতাপ খন পঢ়িছিলো বহুত ভাল লাগিল। Love from Tinsukia 🥰

  • @JIRI138
    @JIRI138 2 роки тому +1

    চক্ৰপানি তোমাৰ আনুস্থানবোৰ চাই বৰ ভাল লাগে চাই থাকিলে চাই থাকিবয়ে মন যায় ...

  • @jayantajitu307
    @jayantajitu307 2 роки тому +1

    মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍

  • @shipramcfarlane8908
    @shipramcfarlane8908 2 роки тому +24

    Excellent interview. I'm very lucky to meet him at Golaghat Book Fair last year. And a few clicks with him as a memory for life. Waiting for next book. All the best to you both. Love from Golaghat.👍👍🙏✍️✍️

  • @mamitasaikia6194
    @mamitasaikia6194 10 місяців тому +1

    সকলো ড্ৰাইভাৰ একে নহয়।কোনোবা এজন দুজনৰ বাবেই সকলোৰে বদনাম হয়। আমিও সন্মান কৰো আৰু বুজি পাওঁ তেওঁলোকৰ কষ্ট বোৰ। তেখেতৰ আদৰ্শ আন ড্ৰাইভাৰ সকলেও ল'ব বুলি আশা কৰিলো

  • @ghanakantadas8289
    @ghanakantadas8289 6 місяців тому +2

    ৰুপম দত্ত ৰ সকআদৰ্শ সকলোৱে গ্ৰহণ কৰিব গ্ৰহন কৰিব লাগে।

  • @debojittalukdar6626
    @debojittalukdar6626 2 роки тому +1

    বহুত ধুনীয়া লাগিল।

  • @debajitdihingia2825
    @debajitdihingia2825 2 роки тому

    Val lagil Rupam daa r kotha Keita huni social media r bikhoye

  • @kamalkalita2640
    @kamalkalita2640 6 місяців тому +1

    বহুত ভাল লাগিল।

  • @dipenphukan4575
    @dipenphukan4575 2 роки тому +1

    কিতাপ খন পঢ়ি বহুত ভাল লাগিলে

  • @sSongs-uc6cu
    @sSongs-uc6cu 2 роки тому +5

    সচাই বহুত ভাল লাগিল ♥️

  • @madhumitasarma3845
    @madhumitasarma3845 6 місяців тому

    চক্ৰপাণি বৰ ভাল তোমালোকৰ বাৰ্তালাপ খিনি শুনি

  • @mintugogoi7031
    @mintugogoi7031 2 роки тому

    ইমান সুন্দৰ আপোনাৰ কথা বোৰ কিতাপ খন পঢ়ি ধন্যবাদ

  • @probikervlogs2105
    @probikervlogs2105 2 роки тому +1

    খাতি মানুহ ৰুপম দা

  • @parbatinayak7359
    @parbatinayak7359 2 роки тому +1

    Rupom da apunar kitab khon pohi asu khek hua nay bohut rokh apunar kitabkhon..da apuni aru kitab likhok apunar agbahi jaok tezpurr pora apunale morm srodha aru khonman jasilu 👋👋👋

  • @pramodgogoi522
    @pramodgogoi522 2 роки тому +3

    বহুত ভাল লাগিল।ৰূপম দাদা আৰু আগবাঢ়ি যাওক

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 6 місяців тому

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে। গৰীচাল সকলক আপুনী আপোনাৰ দৰে কৰক।

  • @sumkiborah195
    @sumkiborah195 2 роки тому +1

    Kotha bur bht val lgil huni ....nomro vodro emn vl

  • @mridupabansarmah6020
    @mridupabansarmah6020 2 роки тому +2

    Hi srcrpani da apunar pogrem salu bor val lagil aru sable pam buli akha krilu

  • @user-lr4hl9bo5o
    @user-lr4hl9bo5o 28 днів тому

    ভাল লাগিল ৰূপম দা❤

  • @user-tt3bd2mo1m
    @user-tt3bd2mo1m 6 місяців тому

    Rupom dadar kothabur xuni bohut val lge xunile xuni thakibo r mon jai

  • @sahilislam3212
    @sahilislam3212 Рік тому +1

    ভাল লাগে মানুহজন কিবা এটা❤️💐

  • @Gaiagirl_silka
    @Gaiagirl_silka 2 роки тому +11

    ড্রাইভাৰ বুলি নহয় এজন সৰু দোকানীৰ পৰা ৰিক্সাচালকৈলে সকলো লোকলকে সন্মান কৰিব লাগে,তাৰ পৰা ঘৰখনৰ সংস্কাৰ দেখা পোৱা যায়৷

  • @emonbhuyan5659
    @emonbhuyan5659 6 місяців тому +1

    রূপম দাইটি ❤❤

  • @chitraranjandas828
    @chitraranjandas828 2 роки тому +2

    ৰূপম দত্ত ছাৰক মই🙏সন্মান জনাইছোঁ❤।