গীত সুৰ আৰু কথাৰে বাৰ্তালাপ শ্ৰেণী কোঠাত সানিধ্য ভূঞা //Sannidhya Bhuyan
Вставка
- Опубліковано 29 тра 2022
- গীত সুৰ আৰু কথাৰে বাৰ্তালাপ শ্ৰেণী কোঠাত সানিধ্য ভূঞা
...................................................................................
#SannidhyaBhuyan #Chakrrapanni Parashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
সান্নিধ্যৰ মাতত মই জিৰণি লওঁ, যেতিয়া মোৰ মন ভাগৰুৱা হৈ থাকে..... মই প্ৰতি দিনাই শুনো তেওঁৰ গীত....❤️
নেচাং নেজাং , নেখাং, ভালে পাং, আদি সস্তীয়া শব্দৰ গান লিখি জনপ্ৰিয় হোৱা গায়ক গায়িকা সকলক কৈছোঁ....গান কেনেকুৱা হ'ব লাগে আৰু গানৰ শব্দৰ গাঠনি আৰু শব্দৰ সংযোজন কেনেকুৱা হ'ব লাগে, সান্নিধ্য ভূঞাৰ নিচিনা গায়ক সকলৰ পৰা শিক। তেতিয়া হে তহত বোৰৰ গান EVER GREEN 💚💚 হৈ থাকি যাব। ফতোৱা গান লিখি সস্তীয়া জনপ্ৰিয়তা আৰু ধন ঘটাত নাথাকিবি। সান্নিধ্য ভূঞাক মই প্ৰায় লগ পাওঁ। তেওঁ মোৰ এজন প্ৰিয় শিল্পী।
নেজাং নেখাং এইবিলাক উজনি অসমৰ থলুৱা শব্দ। আপুনিও আহোম। আপুনিও জানে নিশ্চয় , হয়তো আপুনি ব্যৱহাৰ নকৰে কথা কওঁতে এইখিনি শব্দ তথাপি এই শব্দখিনি উজনিৰ বহুসংখ্যক গাঁৱৰ মানুহৰ মাজত চলি আছে।গতিকে মানুহৰ সৈতে এইখিনি শব্দৰে গায়ক এজনে সহজেই মিলামিছা কৰিব পাৰে। এইবোৰ ফটোৱা বা সস্তীয়া শব্দ নহয়।
আপুনি বিহু নাচোতে সান্নিধ্য গান লগাই নাচি চাব। নেজাং নেখাং গানবোৰৰ অবিহনে বিহু আধৰুৱা।সকলো সময়ত মানুহে গাম্ভীৰ্য গান শুনি ভাল নাপায়।মই সান্নিধ্য গান বেয়া বুলি কবলৈ যোৱা নাই।
Laura bhsdk first remove the autotune from Saanidhya Bhuyan , he only destroys Assamese songs by using EDM in every song and his stage performance 😂
ভবিষ্যতে অসমে বৰ ডাঙৰ উপহাৰ এটা পাবলৈ গৈ আছে।।❤️❤️❤️❤️
আপোনাৰ গীতত শব্দৰ সংযোজন সুমধুৰ! গীতৰ সুৰ আৰু শব্দৰ মায়াজালে প্ৰতিজনক বাৰে বাৰে গীত সমুহ শুনিবলৈ গুণগুণাৱলৈ বাধ্য কৰাই ৰাখে ৷আপোনাৰ যাত্ৰা জীপাল হওক অবিৰত চিৰযুগমীয়া হওক
শিৱসাগৰ বাসী হিচাপে গৌৰৱ অনুভব কৰো। 😌❤চিৰদিনৰ বাবে প্রিয় হৈ থাকিব আপোনাৰ গান😇
ua-cam.com/video/Eduu4RQGVE8/v-deo.html
Hoi ne bro
শব্দ আৰু সুৰৰ অপূৰ্ব সমাহাৰ ''সানিধ্য ''
প্ৰিয় অনুষ্ঠানটিত ,প্ৰিয় শিল্পীজন। বহুত বেছি ভাল লাগিল ❤️❤️
শিল্পীজনৰ ব্যৱহাৰে মোৰদৰে বহূত শ্ৰুুতাক নিশ্চয় আপ্লুত কৰিছে বুলি ভাৱো । আৰু আগৰাঢ়ক এই কামনাৰে । from shodiya.
ভৱিষ্যতৰ মহিয়সী.......SANNIDHYA DAA 💖💖
বহুত ভাল লাগে মোৰ বাৰ্তালাপ অনুষ্ঠানটো🥰🥰🥰
শিৱসাগৰ হিচাপে গৌৰৱ অনুভৱ কৰোঁ 😌❤️
দাদা আৰু খূৰাক বহুত ভাল লাগে
খূৰাক বহুত বহুত ধন্যবাদ বহুত ধুনীয়া গান লিখে আগলৈ যেন আৰু লিখি যায় তাৰে কামনা কৰিছোঁ
সান্নিধ্য ভূঞা 😻😍
ভাল লাগিল অনুষ্ঠানটি😀❤️
প্ৰিয় শিল্পী ❤️ মন বেয়া লাগি থাকিলে তেওঁৰ গান শুনিলে ভাল হৈ যায়।
বহুত ভাল লাগিল
এই ল'ৰাটো বহুদূৰ আগুৱাই যাওক....
Sannidhya Bhuyan r song & voice bohut val lage. ❤❤❤❤❤
ভাল লাগিল সান্নিধ্য। আগবাঢ়ি যোৱা এইদৰে। তোমাৰ original নামটোৱে বৰ ধুনীয়া ভাইটি। অন্য কোনো উপনামেৰে জনপ্ৰিয় হোৱাৰ প্ৰয়োজন নাই। তোমাৰ দেউতাৰ সৃষ্টিক সদায় শ্ৰদ্ধা-সম্মান কৰোঁ। বাৰ্তালাপৰ সমূহ কলা-কুশলীক ধন্যবাদ জনালোঁ। সান্নিধ্য লৈ মৰম যাচিলো।
Gaan bor bohut val lage ❤❤❤❤priyo gayok sannidhya bhayan ❤❤
সদায় চাব এই অনুষ্ঠানটো। আপোনাৰ বাৰ্তা লাপ যোগমীয়া হওঁক সদায় 💐
খুব ভাল লাগে এই অনুষ্ঠানটি মোৰ .... ❤️
সুন্দৰ অনুষ্ঠান বৰ ভাল লাগিল 👍
Hunila huni thakibor mon jai❤️bartalaap jindabad❤️❤️❤️❤️❤️❤️
অপেক্ষা কৰি থকা এজন প্ৰিয় মানুহ অৱশেষত দেখিলো চক্ৰ দা
অসমৰ গৌৰৱ ❤️ evergreen
শিৱসাগৰৰ পৰা মৰম দিলোঁ❤️❤️
My favorite singer sannidhya bhuyan Da
Anjel Star 🌟 . beautiful shine voice 💖🙏🇮🇳 7 7 7 thanks the Lord 💞
Sannidhya all time fev❤❤❤❤
Super hit singer sannidhya bhuyan Love From Sivasagar💓🤘
moja sannidhya da r gan xosaii val lage ❤️❤️❤️❤️
বহুত ভাল লাগিল ❤❤❤❤
ভাল লাগিল💚💜
সান্নিধ্য দালৈ শুভেচ্ছা থাকিল আগবাঢ়ি যাওঁক👍
চক্ৰ ককাইদেউক ধন্যবাদ জনাইছোঁ
এটা ভাল লগা মাত।
এটা ভাল লগা সুৰ।
❤️❤️❤️❤️
My favorite singer
সানিন্ধ্য সকলোৱে বিচাৰে । কাক বা কেনেকুৱা লোকৰ সানিন্ধ্য বিচাৰিব । নাম আৰু কামৰ মাজত যদি মিলি যায় ___ তেতিয়া মনে মনে নিজে নিজে সানিন্ধ্য বিচাৰে । পৰাশৰ তুমি ভাল।
Mur bohut bohut favourite singer sannidhya bhuyan 🥰😍 moi rati huwar agot hodai teur gan ata hunia Hui jau ☺
What a singer ... Fvrt ♥️
Sannidhya daa tumi 🔥🔥 mor tumar song bohut bohut val lage 😍tumi bor dhuniya😘
বৰ ভাল লাগে চক্ৰপাণি দাৰ সকলো অনুষ্ঠান। বহুত বহুত মৰম থাকিল হোজাইৰ পৰা
Sannidhya bhuyan r song n voice bohut bohut bhal lage❤❤
সান্নিধ্য সৰুতে এবাৰ news live লৈ আহিছিল , তেতিয়া তেঁও টোকাৰী নে কিবা যন্ত্ৰ বজাই নাম পৰিৱেশন কৰিছিল , তেতিয়াই মই live টো চাই , তেওঁক FB ত request পঠোৱা , আজিলৈ আছোঁ ফ্রেণ্ডলিষ্টত , ভাল লাগে সান্নিধ্য বাপু ভূঞা ৰ পৰা সকলোৰে প্রিয় সান্নিধ্য হোৱালৈ ,আগুৱাই যোৱা ভাই
Love from dibrugarh sannidhya daa muru hopun ase apuner dore gaan gabole
What a pleasant personality... So calm... Wish you a best musical journey ahead.
Without musicot SB legend..love u bro
সুন্দৰ
শব্দ আৰু সুৰ বৰ সুন্দৰ ভাইটি আগবাঢি যোৱা |
Bohut val lagil
বহুত বহুত ভাল কাম কৰিছে ছাৰ 🙏 বাৰ্তালাপ ইউটিউব চেনেলটো আগুৱাই যাৱক তাৰে কামনা কৰিলো 👍👍🙏
Val lagil sannidhya daak dekhi🥰🥰❤️❤️
Bohut val lage ru ejon priyo singer.mur sualir posondo 12 years old khub practice kore.
Sanidhya you Don't stop go on pls. your voice is God gifted voice. You have a bright future. God blessed you''🪔💥
Bohut vl lage ganbur..... Chakrapani daloi bht dhonyobad
Life time friend sannidhya da❤
শান্ত শিষ্ট shannidhya
Val. Lagil. Onusthan. Tu. Sai.
Khub bhal lagil kotha khini.
Apuni manuh jon hodai aneke thakib cokro da ❤️ u bhai
Sannidhya dar gantu ganei aru .besi bak ganor music tu bohut besi Val lage 🥰🥰😍👍
Dhunia lgle programe tu..
Mur favourite show aru all time favourite singer
Mur favourite song all time ❤❤❤❤❤
Dada please invite Tanmoy Saikia, Sankuraj Konwar
ua-cam.com/video/Eduu4RQGVE8/v-deo.html
Plzzz
On demand
I agree bro 💯 👌
Dadl
Chakrapani da tmr kotha homuh eman mitha ....hosai pranvori jai,kotha homuhe,,,,
Bohut dhuniya program ❤
Bhal lagil....
Alll the best left right to getting a better boy singer
I'm sannidhya lover 💕
Bohut dhunia gaan gaai ❤️
Sannidhya bhuyan Good bless you ❤❤🥰🥰
মোৰ ঘৰ নলবাৰীত হয় কিন্তু তেওঁৰ অনুষ্ঠান চাবলৈ তেজপুৰ গৈছো।
Khub vl lga ata program ♥️
Hundor 👌👌👌
Mojjaaa 👍👌👍
Hosakoi dada bohut vl lagai kinto lora jonr majot jain kiba ata dukh anai tainaikuwa lagai
I love you Da, very nice song, god bless you , from Hyderabad,,,ch Rabha
খুব সুন্দৰ 👌❤️
যাৰ মাতে মোক নিচুকায় শিতানত ❣️
Baarta laap অনুষ্ঠান চাই বহুত ভাল লাগে ।
Bohut bohut besi vl lagil 🌺❤.... Sannidhya da ❤🌼 Baartalaap.... Oha karounai. ✌
My fvrt singer ❣️❣️❣️ love you darrng
Sannidhya r lgt mon baa thkibo lgisil🌚
Sanidhya 😍
always fvrt ❤️❤️
Bhut val lgile
Love da❤❤
Sanidhya is the star... But u.... Ur taking style is amazing,,,ur question is amazing,,,, ur talking style and looks is amazing,,,I'm a big fnd of you sakrapani sir🙏🙏🙏🙏
My favorite singers ❤️❤️😍
Finally my favorite singer
Pls invite Tanmoy saikia
Mur favorite singer 🎤
DhuniA ❤️,,fvrt singer
Hundor
Bohut bohut val lagill koble aku vakhai nai ki km 😍😍😍😍😍😍😍😍😍😍😍😍😍 batalep loi 🙏🙏🙏🙏🙏🙏🙏🙏 dada kusuum koilash dak matbr sun plz
My favourite singer sannidhya da I am from majuli
love from sivasagar
এখেতৰ গীতে মোক ৰাতি টোপনি যোৱাত সহায় কৰে 🌚🌚
Dada xurrr apar 💕
Xub val lage dadar gaan bur
Very extraordinary & exceptional in creativity.