Nostalgic,my favourite song ai gantu release houte cls 2 asilu,atia B.A 6 th sem...Gantu 1st dukan akhont baji thka hunisilu nxt dina deta lgt goi caset khn a kini loi anilu baji thoka pa... Childhood memories ♥️ Love from Duliajan ☺️
Xosai amoni nalage ei gaan tu hunile । Abr huna pist bar br repeat kri huni thakibo mon jai। Rati dupor nikhr loike ei gaan tu huna asu Jodi kebol moi। Very nice song ।gd night।
প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤
সচাকৈনে,,,নৈৰ পাৰৰ সেই খহি যোৱাকৈ সুন্দৰ আৰু ভালো লাগে ঠিক এই গীতটো শুনি কিনো কম কিনো লম,,,,, ইমানেই ভাল লাগে এই গানটো শুনি শ
সচাকে তোমাৰ বাবে ৰৈ মই খহি বধৰিছো,,,,কিনোক ম,,এতেকে, ,হব,,হব,,,,,
এতিয়াও মনত পৰে সেই দিনবোৰলৈ , মন গ'লেই শুনো এইকেইটা গান , হাইস্কুল জীৱনত এইকেইটা গান চিডি কেছেটৰ দোকানত লগালে মনতো বহুত ভাল লাগি যায় , আজিও ল'ৰালি দিনবোৰ মনত পৰি গ'ল অ ,
দাদাক ভালপোৱা সকলে দাদাৰ বাবে এটা লাইক কৰিব ।।।
Love From NJyoti Thang - Ta ⚔️ #Sivasagar 💓 ...
Feeling nostalgic , eibur gaan e VCD t bojai bojai 1ta homoi paar kori ahisu , thanks for uploading
Nostalgic,my favourite song ai gantu release houte cls 2 asilu,atia B.A 6 th sem...Gantu 1st dukan akhont baji thka hunisilu nxt dina deta lgt goi caset khn a kini loi anilu baji thoka pa... Childhood memories ♥️ Love from Duliajan ☺️
গীতৰ ভাষাই মনৰ ভিতৰত হেৰাই থকা অনুভুতিবোৰ জগাই দিয়ে। ভাল লাগিছে ।আৰু আশা কৰিছো।
🙏 আন্তৰিক ধন্যবাদ জনালোঁ🙏
অতি সুন্দৰ গীত।জলন্ত হীৰা হৈ পৰিছিল আটাইকেইটা গীত ❤️❤️❤️
বৰ ভাল লাগিল ❤
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🥰
উৎপলৰ দৰেই দেখা ত তুমি তোমাৰ voice চে দৰশকক মন মুহিব পেলাব👌🏿👍
good,,,,Ilike it so much,,,,, what anice sing,,,,
বৰ ধুনীয়া গান৷কথা কণ্ঠ সুৰ সংগীত সকলো সুন্দৰ
ছাৰ আপোনাৰ যিমান পুৰণা গান আছে সকলো বোৰ লাগে,মই আপোনাৰ গান পঞ্চম মান শ্ৰেণীত থকাৰ পৰাই শুনি থাকো বহুত ভাল লাগে ,মোৰ অনুৰোধ ৰক্ষা কৰিব বুলি আশা ৰাখিলো
ধন্যবাদ থাকিল মোৰ ফালৰ পৰা । 🙏🙏 সকলোবোৰ গীত পাই থাকিব ।
Hundr,bor bhaI gan
favorite mur.
আপোনাৰ সুৰত মই প্ৰেমত পৰি গৈছো ✨❤️
অতি মনোৰম...এটি মনপৰশা গীত ❤️👌👌👌
মনোমুগ্ধকৰ!😊❤️
Wau... Apunar gan kiman vall pau bujab nuaru... Eman Dhuneya kontho. Zubeen Da r pasoty Apunar nam mont Ahe.. Love you sir. 😊😊
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো🙏🙏
100 baror uprt xunilu ai gaan to aitu gaan mor ataitkoi priyo
Thanks viewer 💮
আজিও ভাল লাগে ৷সদায় হৃদয়ত থকা গান👌
Wow jui 🔥 Form Dhemaji 🙏💗💗
Mojja love
শুনিয়েই থাকিম যেন 👦 । আজিও প্রিয় গীতবোৰৰ ভিতৰত এইটো গীত থাকি গল ।
Bohut hundhar❤
Dada akou apunu agor dore akou ahok amar majole
Bahut val lagil video Sai da ♥️♥️👌
ki j mithaa gaan!👌👌👌
সুন্দৰ উৎপল দা আপোনাৰ অভিনয় আৰু লৰালি কাল উফ বৰ মিছ কৰোঁ আজি 😢
Love you উৎপল দাস
আমাৰ ঘৰৰ সকলোৰে প্ৰিয় এই গীতটি ❤❤❤৷কেতিয়াও আমনি নেলাগে❤
Xosai amoni nalage ei gaan tu hunile । Abr huna pist bar br repeat kri huni thakibo mon jai। Rati dupor nikhr loike ei gaan tu huna asu Jodi kebol moi। Very nice song ।gd night।
Nice dada😍❤️👌
নৈৰ গঢ়া খহাদি খহিব ধৰিছো,,,,, তোমাৰ সৈতে কতোৱা সময় কণ সোৱৰাই,,,,,,, কিমান দিননো আটৰি থাকিবা, মোক থানবান কৰি,,,, চাই থাকিম তোমাৰ ছৱিকে লৈ,,,, পাহৰি থাকিব,,,,
সচাকৈ মই খহিব ধৰিছো নেকি,, কবলৈ আহিবাচোন কাষলৈ, জোৰ পাতি যাম কৰবালৈ,,,,
সচাকৈ কৈছো এনে গান নাগাবলৈ,,,,, কাৰণটো জানিছে,,,,,,,
Bor dhuniya gan❤
Very beautiful song!
bhaallaageybaa tumi matiley, hosakoi pisholiporuba, moi, khohi poriley tuli dhoribadei,,, juraalaagey baa,jur laagilehey hobatkoi Hundar hobo noi goraakhokhi boloi nidiley hoi,jaa namatu imanokey kau,,,,,,,
Beautiful😍😍😍
এয়া প্ৰকৃত অসমীয়া সংগীতৰ কথা সুৰ❤৷আজি কালি প্ৰায়বোৰগানেই বজৰুৱা😢
ধুনীয়া 😍😍👌
Melody and rhytm ..kya baat hai bhai
Dil chu liya❤
nostalgia
such a beautiful song
bhakha nai bujaboloi
আপোনাৰ সৃষ্টি অপাৰ ❤
So beautiful 🌷🌷🌷
আকৌ আগৰ ডেকা গাভৰুৰ সময়লৈকে মনত পৰে অ🎉😅❤
Excllent
Beautiful😊😊😊😊😊😊
Bohut bhal paun aei gaantu(😊😊😊
বহুত ভাল লগা গীত ❤️❤️🥰🥰
I so like
Oh atlast found it.thanks for uploading dada❤️
Beautifully ❤
My favorite❤️😍❤️
💖💖💖💖💖💖💖💖💖💖💖💖
মন চুই যায়👌
Beautiful 🥰🥰🥰🥰
Nice ❤❤❤
Best song ❤️🌹🌹🌹🌹🌹💐🌻💖🏵️🥀💓🌺🌺❤️❤️❤️🌹🙏
❤❤❤
Ji ga ne ano r bhal sinta kore sakolure bhal
❤❤❤Beautiful❤
Hundar 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😍🥰😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍
Nice song 💗
খুবেই ভাল লাগিছে।
Lovely ❤❤❤❤❤❤❤
Old is gold all time hit these songs...mur favorite song hy aikita...moi xoru te saislu film xon VCD t
Evergreen song 😌
😍😍😍😍💚
❤❤Awesome /fantastic/
Nice song❤❤❤❤❤❤❤❤
May faberat song.
Thank you so much 🙏🙏💮
evergreen💐
❤❤❤❤❤
Gan bur upload dibo akou xuni vall lage ❤
Heart touching song.
Nasabi kaku ....Aitu gan upload dibo sun plzzzzzzzzźzzz...
Very good song.
Nice song ❣️ you too I love
❤❤❤Nice
Best song by Shivaada😊
Tahanir mitha geetbur ❤❤❤
সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা হয় তাক কোনেও নাজানে,,,
beautiful❤❤❤❤❤❤
Very very nice❤
Soulful and lovely
My favorite song
One of the best song ❤
বহুত দিন পাছত পাইছোঁ দাদা এইটো গীত
আৰু যে এটা আছে সেইটো upload দিব
বিহুতলি শুৱনি গানটো plz
নিশ্চয় । সোনকালেই upload কৰিম ।🙏
@@CSSHIVAAOFFICIAL বহুত ভাল পাওঁ গানটো plz
3:12
Atiau hunu ei gan bur..
Cs Shiva r new gan aru nahe nk?
V̊e̊r̊ẙ n̊i̊c̊e̊ s̊o̊n̊g̊
This song deserves more appropriation guys share more😅
Nice song
Good q🌹
Very nice song
Anyone 2024 ❤
👌✅👌✅🇨🇮🇨🇮
❤❤🎉
👌👍👌👍👌👍👌👍🇨🇮🇨🇮🇨🇮🇨🇮
Nice
♥️
❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤❤
Actress real name please
Dipsikha❤
Actrees actual name
সম্ভাষণ জানিব এইটো গীত পৰিৱেশন কৰা জনক কি বুলি কও,,,,,,
🙏🙏🙏🥰