Tora O Tora by C S Shivaa

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • A song from “XUNARUR HALODHIYA HANHI”
    Lyrics,Tune & Music: C S Shivaa
    Arrangement:Arup Dutta
    *Ing: Dipsikha & Utpal

КОМЕНТАРІ • 646

  • @CSSHIVAAOFFICIAL
    @CSSHIVAAOFFICIAL  Рік тому +176

    প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤

    • @johirulislam1485
      @johirulislam1485 Рік тому +17

      ​@@nxpranray2945i a😊

    • @rahulpayeng7897
      @rahulpayeng7897 Рік тому +5

      Poppy

    • @Dipankarborah6363
      @Dipankarborah6363 Рік тому

      ​@@nxpranray2945😅😅😅0

    • @sangeetaborah9105
      @sangeetaborah9105 Рік тому +4

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊p😊😊😊😊😊😊p😊😊😊😊😊😊😊p😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @sangeetaborah9105
      @sangeetaborah9105 Рік тому +1

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @user-gr4lw1it5f
    @user-gr4lw1it5f 3 місяці тому +36

    অসমৰ আটাইতকৈ সুন্দৰ গানবোৰৰ এটি অন্যতম❤
    কাৰ কাৰ প্ৰিয় এই গীতটি?

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому +37

    এই গীতটোৰ গায়কৰ কণ্ঠ আৰু উৎপল দাৰ কণ্ঠ ইমান মিল আছে যে একদম উৎপল দাৰ lip ত লিপিত খাই পৰিছে। শিৱা দাৰ কণ্ঠ বহুত মিঠা। গীতটো মোৰ বহুত ভাল লাগে ।

  • @DhruvajyotiKakati-qi8jl
    @DhruvajyotiKakati-qi8jl Рік тому +96

    অতিতক পাহৰি নোহোৱা যদি কোনোবা আছা তেনেহলে এই বছৰ 2023 ত যদি আকৌ এবাৰ কোনোবায় এই গানটো খোনিছা তে মোক Like মাৰি জাবা Ok. Thank you ❤

  • @SEBAKCHANGMAI
    @SEBAKCHANGMAI 3 роки тому +41

    তাহানিৰ পৰাই মনত এইটো সুৰ মনৰ লগত খাপ খাই সোমাই গল । যেতিয়াই শুনো তেতিয়াই মনত কিবা এটা স্ফূৰ্তি পাওঁ, মনটো নাচি উঠে ...💓💓

  • @joinurali7084
    @joinurali7084 Рік тому +35

    এই বোৰ গান সুনিলে ইস্কুলিয়া জীৱনলৈ মনত পৰে

  • @user-do8jt1ul4p
    @user-do8jt1ul4p Рік тому +23

    ৬দিন ৬ৰাতি একে ৰাহে শুনা জীৱনৰ প্ৰথমটো গীত ❤ love this song 🎉

  • @mohanboruah9970
    @mohanboruah9970 2 місяці тому +20

    2024 still fresh❤

  • @r.riyanhandique4123
    @r.riyanhandique4123 2 роки тому +52

    আপোনাৰ মাতত বুকু চুই যোৱা এটি যাদু আছে। আকৌ উভতি আহক দাদা অসমীয়া সংগীত জগতখনলৈ । 😌❤️

  • @arpanabora2744
    @arpanabora2744 2 роки тому +30

    ইমান ধুনীয়া গান ❤️🤗যিমান শুনিলেও আমনি নালাগে দাদা আপোনাৰ গানবোৰ😍🤗 আকৌ উভতি আহক অসমীয়া সংগীত জগতলৈ 😊।

    • @parthapratim1860
      @parthapratim1860 2 роки тому

      Ok 👌👌👌 op 😃 p r po of my account number nai poo 💩 ok 👌👌 p o ooooo of

  • @bhupengohain8714
    @bhupengohain8714 2 роки тому +18

    আকৌ এবাৰ শুনিলো..হেপা নপলাই বহুত বহুত ভাল লাগে অ ..💖💖💖

  • @mahantarabha1665
    @mahantarabha1665 Рік тому +6

    মেঘালয়ৰ ৰম্বাগ্ৰী, চিমচাং নৈৰ একেবাৰে কাষতেই থকা গাঁওখনত দুমাহমান থকাৰ সময়ত কিমানবাৰ শুনিছিলোঁ হিচাপ নাই৷অতি ঠাণ্ডা জলবায়ুত নৈখনৰ পানী শিলত ঠেকা খাই ভাহি অহা শব্দ আৰু এই সুন্দৰ গানৰ মিশ্ৰণে সহজ-সৰল গাৰো লোকসকলৰ গাঁওৰ পৰিৱেশত কি যে আমেজ দিছিল! Nostalgic

  • @hirakjyotideka8921
    @hirakjyotideka8921 Рік тому +8

    এইকেইটা গীতৰ কথাই সুকীয়া, কেতিয়াও যেন আমনি নালাগে, শুনিলে শুনি থাকিবৰ মন 🌼🍃🤍😘🤍🍃🌼

  • @gitanjalideka8767
    @gitanjalideka8767 Рік тому +20

    কম মিউজিক প্ৰয়োগ কৰি অন্তৰ চুই যোৱা গানবোৰেই সংগীত বুলি মই ভাবোঁ। সুন্দৰ অন্তৰ চুই যোৱা গান, কণ্ঠ সুন্দৰ 👍

    • @Manash167
      @Manash167 9 місяців тому

      হয় আইতা

    • @gitanjalideka8767
      @gitanjalideka8767 9 місяців тому

      @@Manash167 হয় দে উচ্ছংখল ডেকা ল'ৰা,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +3

    এই গীতটো শুনিলে মোৰ মন টো হে কৰবালৈ উৰা মাৰিব বিচাৰে, আৰু শুনিও আমনি নালাগে দিয়ক সেয়ে বাৰে বাৰে শুনি থাকিবৰ মন যায় কেতিয়াবা বৰকৈ, কিন্তু কি কৰিম মই অতিকৈ আনন্দ পাওঁ আৰু তেতিয়াই মই এই গীতটো শুনি বৰ মন যায় মনটো তেতিয়া হে শাঁত পৰি শীতল হৈ পৰে,,

  • @BxbHeye
    @BxbHeye 2 місяці тому +4

    Beautiful song. Evergreen video. Impressive singing❤

  • @gstpcovervideogroup8289
    @gstpcovervideogroup8289 2 роки тому +227

    যি সকলে 2022 ত এইটো গান শুনি আছা তেওঁলোকে মোৰ Comment টোত লাইক এটা দি যাবা

  • @tirut7812
    @tirut7812 5 місяців тому +7

    কি দিন আছিল অ তেতিয়া ,♥️ আকৌ আৰু কেতিয়াও ঘূৰি নাহে ,, সেইবোৰ দিন সঁচাই বহুত মনত পৰে 😭😭 2024 চনত কোনে কোনে শুনি আছা আৰু সেইবোৰ দিন কাৰ কাৰ মনত পৰে এটা "like" কৰি দিবা ।।❤

  • @vikashmahto7887
    @vikashmahto7887 2 місяці тому +2

    Koyi samjhe ya na samjhe lekin its one of the best songs I have ever heard❤
    Thanks to the singer❤❤❤

  • @tinkuborman7585
    @tinkuborman7585 2 роки тому +25

    এৰি থৈ অহা দিনৰ ভাল লগা গীত, শুনি থাকিলে কেতিয়াও আমনি নালাগে,❤️❤️❤️
    স্কুলীয়া দিন বোৰ মনলৈ অহে🤗🤗,

  • @aayushpritam7214
    @aayushpritam7214 Рік тому +14

    Randomly found this beautiful song almost after 12 years.I used to listen this song very much during my childhood days in assam.shiva da is indeed one of the best Assamese singer ❤️..my favourite after zubeen da.please compose such song again.

  • @binodrider1148
    @binodrider1148 9 місяців тому +117

    Welcome 2024

    • @ShibaSoborOfficial5917
      @ShibaSoborOfficial5917 3 місяці тому +3

      Aji akou hunisu😊😊😊

    • @user-kd5dv6iz3t
      @user-kd5dv6iz3t 3 місяці тому +4

      Just xuni asu❤😊

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 2 місяці тому +2

      এই গীতটো শুনিলে শুনি থাকিবৰ মন যায় মোৰো বৰকৈ কিন্তু অতিকৈ চিন্তা ৰ সাগৰলৈ লৈ যায় আৰু তেতিয়াই এই গীতটো শুনো মই,, মোৰ মনটো শাঁত পৰি শীতল হৈ পৰে তেন্তে কি কৰিম মই, শিয়াৰ মাজত বৰকৈ খুন্দা মাৰি ধৰে

    • @Debojitdeka-pl2it
      @Debojitdeka-pl2it Місяць тому

      ​@mukutlukhur😊x78t688akhon1411

  • @surshreedutta8451
    @surshreedutta8451 Місяць тому +2

    ❤❤❤❤❤❤❤❤❤❤❤Mom & dad favourite song. Of 2012🎉

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +3

    সচা কৈ ভাল লাগে এই গীতটো শুনি, ,এই গীতটো শুনি থাকিলে মনত পৰে তাহানিৰ সেই কলেজ ৰ পঢ়া দিন লৈ ,,,সচা কথা, মোৰ লগতে থকাসেইসখীলৈ,,,,

  • @bhaskarnilim
    @bhaskarnilim 6 років тому +6

    NYC song bro....aaji bohudinr murot geet2 xalu khub vl lgil

  • @akhajong3988
    @akhajong3988 3 місяці тому +1

    কিছুমান গীত সঁচাই আৰু সদায় মনত ৰৈ যাই যেনে " তৰা অ তৰা"❤

  • @Bondeep_Saikia
    @Bondeep_Saikia Рік тому +15

    গীতটোৱে যেন অতীতলৈ আকৌ এবাৰ হাত বাউল দি মাতে । সচাকৈ ই এটি আপুৰুগীয়া গীত ❤️🤞

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +1

    এই গীতটো শুনিলেই মনটোৰ ভাৱনাবোৰ কৰবালৈ উৰা মাৰিব বিচাৰে তেন্তে, কিহব বাৰু,, ভাবিলে কিবা যেন লাগে,,,, কিয় বাৰু এনে হয়, কবানে বাৰু কি বা যেন অনুভৱ হয়,,,,,,,,

  • @debajit4182
    @debajit4182 2 місяці тому +1

    মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় গীত এইটো এ সদাই প্ৰতিদিনে এই গীত টো 10/15 বাৰ মন সুনো । Love you Siba da❤❤

  • @nayak7752
    @nayak7752 2 роки тому +6

    agor ganburor blg moja asil...love this song🥰❤️🥰

  • @Ragini87616
    @Ragini87616 3 місяці тому +1

    আজিও শুনি থাকো গীতটি । শুনিলেও হেঁপাহ নপলায়। শুনি থাকিব মনে যাই থাকে । হৃদয় চুই যায় । আগৰ দিনবোৰলৈ মনত পৰি যায় বহুত ।

  • @KajalBaruah-wb8mn
    @KajalBaruah-wb8mn 2 місяці тому +3

    Evergreen ❤❤❤❤❤❤❤❤❤❤my favourite song❤❤❤❤

  • @pulin5960
    @pulin5960 2 роки тому +37

    Old is gold.....i love this song❤❤❤❤☺☺😍😍

  • @seemasonowal3812
    @seemasonowal3812 Рік тому +3

    Emn kunol konthore gua gantu bohut vl lage.purona holu hunile huni thakibo mon jaie❤️

  • @PranabRoy-eq7zb
    @PranabRoy-eq7zb 2 місяці тому +4

    Love frm Guwahati

  • @romonideka5158
    @romonideka5158 2 місяці тому +1

    অসমীয়া সংগীতৰ এক পাহৰিব নোৱাৰা গীত❤সদায় নতুন চিৰসুন্দৰ❤❤❤❤

  • @krishnamoniaxom3670
    @krishnamoniaxom3670 Рік тому +2

    Monot pore atiyau ,hei keypad mobile 2t je kiman bar hunisilu ai gaan2 😪😍 xoixobor smriti bhut jorito hoi ase gaan2 r lgot.

  • @sonmanibegum110
    @sonmanibegum110 11 місяців тому +2

    Hejar bar xunile o jen amoni nologa gaan keita❤❤❤❤so sweet voice,,and utpal da ❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  11 місяців тому

      আন্তৰিক ধন্যবাদ জনালোঁ🙏😍

  • @yatishgogoi158
    @yatishgogoi158 2 місяці тому +4

    2024❤ still favourite ❤

  • @SanjibReels
    @SanjibReels Рік тому +3

    অসমৰ এটা জনপ্ৰিয় গান ❤

  • @brindasumangal3417
    @brindasumangal3417 2 місяці тому +1

    ❤❤❤Great artist,greatest song,very romantic and evergreen❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +1

    সচা কথা, এই গীতটো শুনি মই মনতে অতিকৈ আনন্দ পাও সেই তেতিয়া মই লগ পোৱা ডিব্ৰুগড় জিলাৰ মিলননগৰৰ সেই লগ পোৱাবানধবী্গৰাকীলৈ বৰকৈমনতপৰে মানে সেই গৰাকী লৈ,,,,

  • @jitulvlogs5756
    @jitulvlogs5756 Рік тому +5

    2007 t বৰদেউতা হতৰ বাইদেউৰ বিয়ালৈ মনত পৰি গ'ল 😢❤❤

    • @rituparnakalita6980
      @rituparnakalita6980 8 місяців тому +1

      সেই সময়ৰ বিয়া বোৰত খুব বাজিছিল আৰু bandparty বজাইছিল

  • @learnvoiceart18
    @learnvoiceart18 2 роки тому +4

    So beautiful ! Very beautiful upload ! 👍🏾 👍🏾
    Thanks lots dear friend💐

  • @kiranshri5721
    @kiranshri5721 3 роки тому +10

    মন পাগল কৰা গান ৷

  • @rimpichetia943
    @rimpichetia943 Рік тому +2

    moi atiaau hunu. bht val lge ai album tur gaan keita❤️❤️❤️. hridoy sui jai

  • @nipukumardas4607
    @nipukumardas4607 Рік тому +3

    সুন্দৰ অপূৰ্ব সুমধুৰ কণ্ঠস্বৰ ভাল লাগিল শুনি
    মননশীল মনোৰম গীতৰ মধুৰ ধ্বনি

  • @SurajitBoruah-zu1uc
    @SurajitBoruah-zu1uc 3 місяці тому +3

    কোনে কোনে 2024 ত এই গান তো শুনিছে লাইক এটা কৰী যাব ।❤

  • @sobondas5178
    @sobondas5178 2 роки тому +5

    💟 all time favourite . ...... Old is gold 🥇

  • @Simanta_saikia
    @Simanta_saikia Рік тому +3

    Nostalgia.....deutai kusot loi muk hunaisil.....🥺🥺🥺🥺🥺🥺

  • @bhabeswaribaruah1478
    @bhabeswaribaruah1478 Рік тому +2

    Lalala.. lalalalalalala.. lalala.. nostalgic 😌

  • @digantadas2901
    @digantadas2901 8 місяців тому +1

    আপোনাৰ এইটো এলবাম ৰ প্ৰত্যেকটো গান এ বহুত সুন্দৰ। তাতকৈ ধুনীয়া আপোনাৰ মাত টু ।
    অমৰ হয় থাকিব আপোনাৰ এই গান।❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +1

    সচা কথা এনে গীত শুনিবলৈ পালে মনতে খুব ভালো লাগে মনটোসেইতাহানিৰকলেজৰ পঢ়া দিন লৈ মনত পৰে, ং

  • @dhananjoynath3350
    @dhananjoynath3350 2 роки тому +8

    We want more songs from you like this ♥️. lots of love dada

  • @sangitrabha3374
    @sangitrabha3374 Рік тому +4

    বহুত বহুত ধুনীয়া গীত ভাল লাগিছে গান ❤️❤️ দাদা

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому

    অতীতক পাহৰি যোৱা কোনোবা নাই যদি এই গীতটো শুনিলেই শাঁত নপৰিবনে বাৰু,,,,, মোৰো মন ভাৱনা সকলোবোৰেই থানবান হয়,,,,,,,,, কিয়বাৰো কোনোবাই কবনে বাৰু,, মনটো খুবেই অতীতলৈ উৰা মাৰে,,,,

  • @bonzoxlui2563
    @bonzoxlui2563 Рік тому +8

    Who all listening this melodious in 2022❤

  • @nabingogoi3179
    @nabingogoi3179 Рік тому +6

    গীতৰ কথা, সুৰ, কণ্ঠ, মিউজিক, কাহিনী সকলো দিশতে টিক(tick mark) দিলো । অসমীয়া চিনেমাত "সোনাৰুৰ...." আৰু অন্যখন "নায়ক" দুয়ো খনেই শ্ৰেষ্ঠ ৰোমান্তিক চিনেমা। এই দুখনক চেৰ পেলাব পৰাকে অন্য এখন চিনেমা কেতিয়াও নহব । দুয়ো খনে সমানে tick mark পাব ।

  • @Defi_nex_07
    @Defi_nex_07 10 годин тому

    Many Childhood memories attached with this song🥺😢 one of my favourite song 🎧💿

  • @DINGKUHAZONG
    @DINGKUHAZONG 25 днів тому +1

    Bhut bisora pist aji he pai golu gantu val lagil bhut ❤

  • @gunobhaicartoon21
    @gunobhaicartoon21 Рік тому +2

    Dada, 2013 r pora ajiu huni asu dei❤ it's 2022😌 hodai priyo hoi thakibo

  • @barasharanidas3231
    @barasharanidas3231 2 роки тому +2

    Mor ai geetor lagat smiti jarita hai asay.
    I..love my song❤❤❤

  • @urfavfictionalcharacter7592
    @urfavfictionalcharacter7592 4 роки тому +11

    One of the best songs in Assam

  • @manojsamant4677
    @manojsamant4677 3 роки тому +5

    Evergreen Assamese song.

  • @bubuldeka-jp8gd
    @bubuldeka-jp8gd Рік тому +4

    Evergreen,💖💖💖💖

  • @mukulgogoigogoi4750
    @mukulgogoigogoi4750 4 роки тому +5

    Moza lagil

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +2

    সচা কথা, অতিতক কেতিয়াও পাহৰিব নোৱাৰি, আৰু পাহৰাজন খুবেই কাঠচিতিয়া হব লাগিব নহয়নে বাৰু মোৰ লগতে সকলোৱেই একহৈ পৰোঁ,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 місяців тому +1

    সচাকৈ মোৰঘৰ বহু দূৰত অৱস্থিত সেয়ে এই গীতটো শুনি মই খুব ভাল পাও মানেতাহানিৰ অঠাত্কলেজত পঢ়া দিনকেইটালৈ মনত পৰে, সেই সখী লৈমনত পৰে

  • @binurajbonshi2262
    @binurajbonshi2262 3 роки тому +18

    বহুত ভাল লাগে গীতটি ❤️✨

  • @pritom21
    @pritom21 Рік тому +2

    Tora all time hit ❤️❤️

  • @TheFancy_Foodholic
    @TheFancy_Foodholic 10 місяців тому +2

    Ki kom...❤ ei vcd khon release houte moi 1st yr clgt... jorhat to dibrugarh r loi bus t ahi ahisilu.. bus t vcd khon bojai ahisil, tate sua prothombar.
    Gaan bur etiao priyo.. hunile montu korobat uri jai..ek bujabo nuara anubhuti.. amar collegia dinot provab pelua ata nostagic geet.

  • @bunnyrungdungvlog8417
    @bunnyrungdungvlog8417 Рік тому +1

    ❤ heart touching bro 🙏 ajio bare bare xuni thaku gantu dada kiba eta monot pori Jai gantu xunile ❣️

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  Рік тому

      আন্তৰিক ধন্যবাদ জনালোঁ💮🙏

  • @pabitriboruah2422
    @pabitriboruah2422 3 роки тому +8

    বাৰে বাৰে চাওঁ, চিৰসেউজ

  • @aparajitaphukan1371
    @aparajitaphukan1371 Рік тому

    Apunar kontho emanai xundor hunile huni thakibor mon jay , xei karone dintut ebar apunar gaan hunu. Apunar pora aru gaan huniboloi aakhare roi aasu .God bless you .

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +1

    সচাকৈ দেই এই গীতটো য়ে অতীতলৈ লৈ যোৱা যেন অনুভৱ হয়, সেই সময়ৰ কলেজৰ দিনকেইটিলৈ , কিনোকম,বা থম,,,সেয়ে মন

  • @lachitsaikia9044
    @lachitsaikia9044 9 місяців тому +3

    এইবোৰ গান চিৰদিনলৈ হিট হৈ থাকিব ❤❤❤

  • @rajibrag9844
    @rajibrag9844 3 роки тому +10

    সকলোৰে প্ৰিয় এই গান৷

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 10 місяців тому +1

    এই গীতটো শুনি মই মনতে খুব ভালো লাগে আৰু বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে, সচাকৈ মইও দূৰৈৰ লোক হও,এই গীতটো শুনি তেতিয়া তাহানিৰ কলেজৰ দিনকেইটালৈ,

  • @monalisaborgohainvlog9666
    @monalisaborgohainvlog9666 10 місяців тому +2

    Ei gantu mon pran vori jai

  • @harakantadowarah9738
    @harakantadowarah9738 6 місяців тому +1

    Wow so very beautiful❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 9 місяців тому +1

    সচা, এইটো গীত শুনিবলৈ পালে মনটো তাহানিৰঅঠাত্কলেজৰপঢ়াদিন কেইটালৈ বে ছিকৈমনত পৰে,,,,,

  • @rijumabhagawati3138
    @rijumabhagawati3138 Рік тому +1

    👍😍😍😍😍ki kom .etai kom múr oti priyo gan.

  • @limahazarika267
    @limahazarika267 3 місяці тому

    শুনিলে শুনি থাকিব মন যোৱা নতুন পুৰণি কথা নাই অন্তৰ স্পৰ্শ কৰি যায় ❤🥰

  • @amiaxomiya2423
    @amiaxomiya2423 2 роки тому +3

    My favourite song ... Love you Sipajhar ( Darrang)

  • @ilaneog4064
    @ilaneog4064 Рік тому +6

    I love this song

  • @bikramsahani8361
    @bikramsahani8361 Рік тому +3

    Tora you are my dream come true my everything my one and only,, I will always treasure you in my heart,, just Yay song 💝,,,,

  • @manojKumar-dk5uz
    @manojKumar-dk5uz 5 років тому +6

    Most beautiful song I have ever heard

  • @jrgobin348
    @jrgobin348 Рік тому +4

    Love from lakhimpur ❤❤

  • @gautamdeka4345
    @gautamdeka4345 8 місяців тому +1

    ইমান ধুনীয়া মন পৰশা গান-অভিনয় 🎉❤ Fantastic 👌

  • @bhaskarboro2722
    @bhaskarboro2722 Рік тому +4

    Beautiful song..🥰🥰

  • @ramdhenu3271
    @ramdhenu3271 2 місяці тому +1

    Bohut Val lage puroni gan bur😊😊❤❤❤❤❤

  • @putulichetia6973
    @putulichetia6973 Рік тому +1

    Mur bhut hundr gan.aamar ongc sare uliua.

  • @binabora5025
    @binabora5025 Рік тому +2

    Very nice song xuni anandita val lagil

  • @abhimanyulalmahto7897
    @abhimanyulalmahto7897 4 роки тому +5

    Walk. Nice song

  • @Frenzy-Triumphs
    @Frenzy-Triumphs Рік тому

    ❤🥀still moi aru mur gf e etu gaan hunu hayeee childhood memories ❤️ katiya ou napahoru bht nasilu agote etu gaan ot ✨🥱 evergreen Assamese song ❤thank you so much for this song ❤️ Tora o tora ahisu duronir pora hayeee

  • @dhaneswarmalakar3453
    @dhaneswarmalakar3453 Рік тому +2

    I love this song hearty

  • @bhusanpathak2451
    @bhusanpathak2451 3 роки тому +5

    Evergreen evergreen evergreen

  • @gulapichangmai9803
    @gulapichangmai9803 10 місяців тому +1

    One of my fav song jitu😅 huniboloi Npla horu kndi jau deutar mbl ot 😢😢kimn j memories school ot teachers day guwa aji u mnt pore

  • @moupriyalifestylevologs7735
    @moupriyalifestylevologs7735 6 місяців тому

    Abhinoi moja jotin daa and kishnomoni daa...... Anikuwa video sai thakeli u hepah napolai...... Moi u ajon bihu boliya.... 🥰🥰

  • @PratapNath-r4n
    @PratapNath-r4n Місяць тому +2

    Good bohut val lage