Hunarure Halodhiya Hanhi Theme Song By C. S. Shivaa
Вставка
- Опубліковано 5 лют 2025
- Singer: CS Shivaa
Lyrics/Tune/Music : CS Shivaa
Music Arrangement: Arup Dutta
(আবেগৰে ঢৌ মোৰ
খুলিলে মনৰ দুৱাৰ
হেপাঁহৰে সুৰ মোৰ
মেলে মন পখী হোৱাৰ)2
ফুল ফুলিছে কি?২
সুৰ বাজিছে কি?২
(সোণাৰুৰে হালধীয়া হাঁহি
সোণাৰুৰে হালধীয়া হাঁহি)2
আলসুৱা আলসুৱা
হালধীয়া মুকুতা
হালধীয়া হালধীয়া
মুকুতা আলসুৱা
সেউজীয়া বন সেউজীয়া
ফুলিছে ফুল ৰং হালধীয়া
উৰনীয়া মন উৰনীয়া
উৰিছে হৈ মৌ বনৰীয়া
মৰমতে লাগে মৰো মৰো
মনৰো কি ৰং মোহনীয়া
আলসুৱা আলসুৱা
মুকুতা হালধীয়া
সেউজীয়া বনতে হেৰাল দুচকু
হালধীয়া মৰমৰে লুকাভাকু
চুলে হিয়া ক’ৰে লাজুকী মলয়া
লাজত লুকাল
মেঘতে আকাশৰ নীলা
বৰষাই চুলে গোপনে মোৰো হিয়া
উদাসী মন হ’ল মতলীয়া
উন্মনা উন্মনা
মন মোৰ উন্মনা
প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤
দাদা আপোনাৰ সকলো গীত ইমান মধুৰ আকৌ উলিয়াব নতুন এলবাম
ককাই মন গলেই আপোনাৰ গানবোৰ বিচাৰি বিচাৰি শুনো
@@rahulnath5746😢😅
@@rahulnath5746q1q11❤A
😊😊😊😊😊😊😊😊😊😊
কত নো হেৰাল সোণালী দিনবোৰ বৰকৈ আমনি কৰে অতীতৰ স্মৃতিবোৰে যদি ঘূৰাই পালোঁ হয় পুনৰ হেই দিনবোৰ প্ৰতিটো গীত লগত এটা এটা স্মৃতি ৰৈ যায় গীত এক মাধ্যম স্মৃতি বোৰ জীয়াই ৰখাৰ।সোণাৰু ৰে হালধীয়া হাঁহি ,ভাল নালাগে জনা ufff ki যে গান
Really Yarr______
Hunile ane kiba ata feel Ahe 😓
Right...bohut beya lage monot prile
Oo
শুনি শুনি আমনি নালাগে গানটো ।চিৰসেউজীয়া হৈ থাকক এই গানবোৰ ।🙏
সোণাৰুৰ হালধীয়া হাঁহি❤ইমান সুন্দৰ কাব্যিকতা৷অসমীয়া সংগীতৰ গীতিকবিতা ❤
আমনি নালাগে শুনি শুনি আৰু লাগে আমাক এনেকুৱা গীত cs da সকলো গীত বহুত ভাল বুজাৱ নোৱাৰো । আগত আমাৰ কাষৰ ঘৰত লগাই মই মনে মনে শুনো তেতিয়া আমাৰ ঘৰত লাইন নাছিল ২০০৩ চনৰ কথা যেতিয়া নিজেই ল'লো লাইন তেতিয়াৰ পৰা সদাই শুনো ।গানটো কিবা পুৰনি কাহিনি বোৰ সোমাই আছে
Bohut mis korisuge. ... kiman bhal loga din asil hei homoi khini. ... ubhoti jabo khuju ei geet bur hunile
Miss you so much
বৰভাল লাগিছে সদায়ে শুনাই থাকিব ধন্যবাদ ।
ইমান সুন্দৰ গান ❤৷ভাষা নাই বুজাব নোৱাৰা অনুভৱ❤
Bahut val lagil ganto ❤ agate bahut xunisilo❤
Shivaa dadar hokolu gaanei mur otikoi priyo. Tare vitorot aitu gaan otikoi vaal pau
Mar bohut vl pai huni❤
হাজাৰ শুনি থাকিলেও আমনি নালাগে।❤
❤❤❤dhuniya
সোণাৰু ফুলিলেই কেৱল এই গানটো৷অপূৰ্ব সৃষ্টি❤৷অসমীয়া সংগীত জগতত জিলিকি থাকিব চিৰদিন❤
🙏🥰
😊😊❤
Mjaaaaassssssssssssj
আজি বহুত দিনৰ পিছত এই গান শুনি মনটো ভাল লাগিল । thanks
UFF ki dhunia Gan.... poti2 hobdoi jn hiyar mjt humai jaii... Oti hundor.... Earphone lgai huni aru vll lgbo long journey t..... 😍 😍 😍
❤সোণাৰু ফুলিলে কেৱল এই গানটোহে মনলৈ আহে❤
2024 ত কোনে কোনে শুনি আছে like এটা কৰিব
সৰুকালৰ দিনবোৰ সচায় মধুৰ আছিল
❤❤❤
মই আজিও শুনি থাকো
Same bro ❤❤
কিদৰে বুজাওঁ!এক কাব্যিক প্ৰকাশ!❤❤❤
গীতটিৰ লগত শৈশৱ জড়িত হৈ আছে অ❤
আকৌ এবাৰ মনত পৰি যায় কথাবোৰ🌻🌻🌻🥀
ৰাস্তাত সোণাৰু দেখিলেই এই গীতটো নজনাকৈয়েই গুণগুণাই ভাল লাগে…গীতৰ ভাষা সোণাৰুৰ দৰেই মুকুতাৰে পৰিপূৰ্ণ ।
এই গীতটো ৰলগতমোৰ শৈশৱৰ কথা জড়িত হৈ আছে আৰু তাহানিৰ সেই কলেজ ৰ পঢ়া দিন লৈ বৰকৈ মনত পৰে তাতে বহু কথাই আহি পৰে, সেয়ে কিনো কম বা থম, ইমানেই,,,,,
তেতিয়া চাগে ২০০৮ চন আছিল মোৰ বয়স আছিল ৬ বছৰ ।গাওত সেই সময়ত কাৰেং নাছিল ,। বেতাৰিত ভিচিডি লগাই চাইছিলো uff কি দিন আছিল সেইবোৰ উফ 😭
Antenna ghurai ghurai 😅
@@DK-fh1zn V
😞😞❤️🙏
Xosakoi 😢
আপুনি 6 বছৰ বয়সতে চাইছিল নে 😂
বৰ ভাল লাগে ৷
অতি সুন্দৰ অপূৰ্ব গীতৰ সুমধুৰ গুঞ্জন
ভাল লাগিল চাই ভিডিওত সংগীতৰ মূৰ্চনা
Bhut Vl lgil gaan tu huni🥰🥰🥰
Bahut sundar gan❤
Bor dhunia gan.aji kali enekua gan huniboi nepau
❤❤hhh❤❤❤
আজিও মনত পৰে শৈশৱৰ দিনবোৰলৈ😌❤️
So swit ❤❤
Bhut duniya lge huni
সোণাৰুবুলীয়া সোণোৱালী সংগীত❤
সেউজীয়া সেউজীয়া চিৰসেউজীয়া❤
চিৰদিন চিৰকাল ,অনন্তকাল জিলিকি থাকিব সোণালী গীত হৈ,❤❤❤❤❤❤❤
Shivaa daa বাবে এটা like
গানটো শুনি থকা সময়ত এনে লাগে যেন গোটেই পৃথিৱীখনেই যেন সোণালী সোণাৰুৰে ভৰি আছে ------
Hmm hoi oo ❤️
Yeas
Dhuniya ❤❤
বৰভাল লাগিছে ❤মোৰ প্ৰিয় শুনি আমনি নালাগে
Bohut dhunia
Muku tenekuai lage nice song
❤❤❤beautiful nature,beautiful song
❤❤❤Nice
Ki duniya video song khunile khuni thakibo min jai ❤🎉❤
❤❤❤Evergreen
Bhal loga ata git 👍❤️
Emn vl paw apunr gun bur ..hunarur halodhiya hahir gun kaita all time favourite... Daily hunu bht br💞
Song of all time❤❤❤
Kiman j val asil hei dinbur . VCD sai sai par kora dinbur ❤️ atyau childhood friend keijni log hole ame purona axomia cinema sau ❤️🌈ki pau njnu but bujabo nuwara kiba hukh pau ❤️
বহুত সুন্দৰ গীত কেইটা ধন্যবাদ
Old is gold ❤❤❤ val lage
ভাল লাগে,গানটো শুনি❤
Song is very touching ❤❤
সচা, সোনালী বৰণৰ সোনাৰু ফুল আৰু ইমানভাল লাগে এই গীতটো শুনি,,, সচাইফুলোফুলিছে ৰঙ হালধীয়া,,
🙏🙏🌸
🎉🎉🎉❤❤❤
Fabulous.
কথা সুৰ দিয়া জনলৈ বহুত বহুত ধ্ণয়বাদ জনাইছোঁ
🙏🙏🙏
2024 kune khunisa like kori jaba ❤
19s kids here
❤
❤
Moi moi 😂🙋
28 March
Morning 7.15 sai asu
Great Song Hundor
❤❤❤😊
Mur khub priyo geet eitu.Huni thakileu hepah nopolai.Kotha ru hur khub hundor ❤❤
ইমান ধুনীয়া গান শুনি থাকিব মন ❤❤
বহুত ধুনীয়া গান শুনি থাকিবৰ মন যায় সোনাৰো ফুল বোৰ ফুলিলে বৰ ধুনীয়া লাগে
❤❤EVERGreen MELOdy
Ai geet tu xunileu nostalgia hoi jau.
Old is gold
Bohut val lagil ❤❤❤❤❤❤
ধুনীয়া
Awesome.favorite song
Verry nice mur favarit sang hodai xuni takileu amoni nalage bohut horu pora gan xuni ahisu val lage
😍❤️🙏সুন্দৰ
Hundar gan
Dhunya lagil gan huni
❤uff শুনি থাকিলে oh হেঁপাহ নোপলা ই my favorite song ❤
Decoration is very beautiful 🦋🦋🦋
গোটেই কেইটা গানেই ধুনীয়া লাগে । ❤
Super duper
Utpol da❤
Geet tu hunile mur xoru kalor Kotha mont pore, because xoru thakute movie khon saisilu😙😘😘😘🤗😅
Literally yarr 😢
সম্ভাষণ জানিব এই ক্ষেত্রত এই গানটো শুনি মনত খুব ভাল লাগে কিন্তু শুনি শুনি মনত পৰিছে তাহানিৰকলেজৰ পঢ়িথকাদিনলৈ,,,,,,,,,
কইনা চাবলৈ অহা দিন। বোৰ বেছিকৈ মনত পৰিছে আ বৰণ খুলি হৃদয় জুৰা য় এটা মাথো কামিজ তাৰো চিগো সিগো চিল আয়
First time xunilo. Aponar gan. Bhut Val lagil dada
বহুত সুন্দৰ কথা সুৰ কিন্তু এই মানুহ জনক একে নেদেখা হলো । আখাকৰো যাতে আকৌ আগৰ দৰে কাম কৰে
ইমান বেছি ভাল লাগে কি কম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Uff Iman dhuniy lagisa Gann tu ki kom bohut bohut dhuniya ❤
বৰ সুন্দৰ
Very nice song tu video shot and very love story and please very nice music
Class 1 porai hunisu song tu bohut dhuniya ❤
Jonom jonom mur Atmai ai gitti monot rakhe Jen. 🫂
❤❤❤
সুন্দৰ লিখনি
💐🥰😘😘😘
Love you ❤️❤️
Mon Golai Hunu Dai Dada Apunar Gan 💓🥳
Agoteu priyo asil atiyau priyo aru hodai priyo hoi thakibo 😍
Moza lagil
Hundor dada
Moi speechless mind blowing
অতীতৰ স্মৃতিয়ে যেন পুনৰ জীৱন পালে ❤❤❤।
Hobdor avab hoise ki dore bujam kiman val pau ai gan tu ❤❤️
Bohut.val,lage,,,,,,huni amoni. Nalge,,,,hodie hunu,,Gan,tu
Anekuwa theme r aru gaan lage...
Ai gaan tu khub val lage..soft song Arup Da music he paribo this kind of song making koribo......awesome
🙏🙏🙏✨
Mahi cinemar sob gan mur bhal lage😍❤
Xoru Kalor Dinot Eibur Gaan Sadai Moi VCD T Logai Home theater Ot Full Sound Di Xunslu..Etya O Sadai Xunu Bht Ei Stage Or Super Hit Gaan Ase Jibur Amar Stage Or Khini a Kunudine Pahoribo Nuare