সুন্দৰ এনে দৰে ছোৱালী যদি আমাৰ মাজত থাকে আমাৰ সীমাজৰ কলা-সংস্কৃতি কেতিয়াও লুপ্ত নহয় এই সকল জীয়ৰী সকলৈ অভিনন্দন জনালোঁ আৰু আগুৱাই আগবাঢ়ি যোৱাৰ শুভ কমনা জনালোঁ''' I really love it febulices group
Jitu homoyot axomiya lorai hosori gaboloi laj puwa hol tene homoy ot suwali keijonir podokhep prokhongkhoniyo... Gan guwa Suwali jonir mat tu khub huwola... Proud of you girls..
Ama bihu hosai bohut bohut hundo ,bhal loga sai thakile sai thakibo mon jai ,nasi thakile nasi thakibo mon jai aru gai thikle gai thakibo mon jai eyai hoise ama axomo bihu, Jai Ai Axom.
অতি সুন্দৰ হৈছে ছোৱালী কেইজনীলৈ মোৰ ফালৰ পৰা আন্তৰিক সুভেচ্ছা জনালো তোমালোকেহে পাৰিবা অসমীয়া জাতিটোক বচাই ৰাখিব জয় আই অসম
bohut vl lagile ,aru ase jodi uplod koribo dai dada
নিশ্চিত ভাবে
umm
Ahhh bor dhunia dei....loratkoii dh😍😍😍🤗🤗unia Asarit husari dei.....
খুব সুন্দৰ।বিশেষকৈ গান গোৱাগৰাকীৰ খুব সুন্দৰ কন্ঠ
Thank You.Kindly Do subscribe
Jongki entertainment
Jongki entertainment gakgaraki mature bar dhunia
Jongki entertainment Himausumisaharia
m
a
My channel link places visit ua-cam.com/channels/hvTJPSqUA1Z8v3qYrdNVzQ.html
bhut vll lgil hokoluke n pollobi baa mjhhh😘😘😍😍
সুন্দৰ এনে দৰে ছোৱালী যদি আমাৰ মাজত থাকে আমাৰ সীমাজৰ কলা-সংস্কৃতি কেতিয়াও লুপ্ত নহয় এই সকল জীয়ৰী সকলৈ অভিনন্দন জনালোঁ আৰু আগুৱাই আগবাঢ়ি যোৱাৰ শুভ কমনা জনালোঁ''' I really love it febulices group
একেবাৰে ঠিক কথা কলে।ধন্যবাদ। subscribe কৰিব
Jay Gogoi 😘
Oti xundar lagil husori ,
গায়িকাজনীৰ মাতটো বহুত ভাল লাগিছে মোৰ......
সুন্দৰ কন্থৰ অধিকাৰী তেও...
বহুত ভাল লাগিল......
Thank you. Kindly subscribe
অতি সূন্দৰ । আগবাঢ়ি যোৱা। শূভেঢ্ছা থাকিল। ছোৱালী জনীৰ সূৰতো ভাল লাগিছে।তোমলোক আমাৰ ভৱিষ্যত।
ধন্যবাদ । subscribe কৰিব বুলি আশা ৰাখিলো
সচাঁকৈয়ে বৰ আপ্লুত হ'লো ।
খোব মজা হৈছে । আমাৰ তিনিচুকীয়া ফালে আহিবা । ভগৱানে সহায় কৰক ।আগুৱাই যোৱা ।
Jitu homoyot axomiya lorai hosori gaboloi laj puwa hol tene homoy ot suwali keijonir podokhep prokhongkhoniyo...
Gan guwa Suwali jonir mat tu khub huwola...
Proud of you girls..
ধন্যবাদ, subscribe কৰিব বুলি আশা ৰাখিলো
Mean,,,,,,,,, ,,,,,,,,,,,Val lagil
সুন্দৰ প্ৰদৰ্শন কৰিছে। বহুত ভাল লাগিছে ছাই বিহুটি । অতিকৈ শলাগিব লগীয়া আৰু গৌৰম্বিত অনুভৱ।।জয় আই অসম।।
জয় আই অসম। ধন্যবাদ ।
subscribe please
bohut dinor murot ejuwaaa val husori salu hidina....... bohut val lagil.... axomia hongskriti.... jiyai rakok.... well done girls.....
Ama bihu hosai bohut bohut hundo ,bhal loga sai thakile sai thakibo mon jai ,nasi thakile nasi thakibo mon jai aru gai thikle gai thakibo mon jai eyai hoise ama axomo bihu, Jai Ai Axom.
Zintu gogoi //right
বিহু টি ছাই বহুত ভাল লাগিল,,
Bohut bhl ll… bst of luck
শিৱসাগৰ সন্মিলিত ছোৱালী হুছৰী দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।তেওলোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
তেওঁলোকৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো।
So amazing💕😍.... Ehotor program salu... Khub hundor... Bikhekh k gayika Joni😘😘
এয়াহে ঐতিহাসিক শিৱসাগৰৰ ছোৱালী ,তোমালোক আগবাঢ়ি যোৱা ,আমাৰ শুভকামনা সদায় থাকিব ।
সঁচা। বিহু মানেই যে শিৱসাগৰ তাৰ আন এটা প্ৰমাণ। ধন্যবাদ। subscribe কৰিব বুলি আশা ৰাখিলো
Nice , Assmese is grest , I like this BIHAU .
বৰ ভাল লাগিল,, নিজেও ছোৱালী হৈ গৌৰৱ অনুভৱ কৰিছো আপোনালোকৰ এই সুপ্রচেষ্টা আৰু আগবঢ়াই লৈ যাওক আশা ৰাখিলো।।👌👌👌👌👌👌👌❤️
🙋🙋🙋
Very very nice. Good bless you
বহুত সুন্দৰ ভাল লাপিল তেওঁলোকৰ উজ্জল ভৱিষ্যত কামনা কৰিছো
Gan gua suali jonir sosake ati sundor kontho aguai jaok ae skl deka gavoru
khub hundar.... doltiloi huvessa jonalu..... gayika gorakir mat khub hundor.... puroni dinor husoriloi monot pori gol
সঁচা। ধন্যবাদ।
Ami Lora hoi u Dhol bozabole nejanu suwali hoi u bozaise bohut val kotha Axomrya jati natun rup t bihu gabole ulai ahisa...... bohut bohut huvor kamonar korilu
অসমীয়া সংস্কৃতি ৰক্ষা বাবে অাগবাঢ়ি অহা এই গাভৰু ছোৱালীকেইজনীক ধন্যবাদ জনাইছো।
Bohut bhal lagil... iman dhuniya gaise.. Iman bhalke dhul,pepa,bahi bojaise,nasise hosakoi atulonio.. aru aguwai jowa..
Bohut bhal lagise dai 👌👌👌
wwaooo khsai bhut dhunia lagil sai
ধন্যবাদ , চেনেল ত থকা বাকী Video বোৰ চাওক আৰু যদি ভাবে Subscribe কৰিব লগীয়া তেন্তে subscribe কৰি motivate কৰাই যেন। 💐
বিৰাটেই ধুনীয়া লাগিল৷তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
তোমালোকক লৈ শিৱসাগৰীয়া হিচাবে গৌৰৱ অনুভৱ কৰিছোঁ , বিহুক এক নতুনত্ব দিলা, কণ্ঠ দিয়া গৰাকীৰ কণ্ঠ বহুত ভাল লাগিল, সকলোৰে মঙ্গল কামনা কৰিছোঁ !
আমিও
ধন্যবাদ।subscribe কৰিব বুলি আশা ৰাখিলো
bhut bhut dhuniya lagise...gan Gua grakile....hajar bar nmoskar
Historical Sivsagar or bihu world famous...
Moja
ধন্যবাদ, subscribe কৰিব বুলি আশা ৰাখিলো
NYC... my lovely sisss Sikha. (nmoti).
ধন্যবাদ। subscribe কৰিব বুলি আশা ৰাখিলো
Tq so mchhh
ভাল লাগিল দাদা
Husorir naamoti gotakir konthati bor bhal lagil
Bht vl lgl...god bless you sisters
সুন্দৰ প্ৰদশেপ ভাল লাগিছে
ধন্যবাদ
Outstanding..... Suprrrrrrbbbb Assames girl....... I frm Mumbai.....
Khub hundor... Sibosagoror lora buror pora sundor zengbihu eta ahabosor dekha pam buli axa korilu.. ekebare mekhela chador,kopouful, ect pindhi haji kasi zeng bihu koriba sibasagoriya.. Axomiya kristi rokhya hobo...
Outstanding bihu. Heartiest congratulation to whole the bihu team. Voice of the singer is fantastic.
ধন্যবাদ।subscribe কৰিব বুলি আশা ৰাখিলো
কি কন্ঠ অ'... হৃদয় চুই গৈছে।
কি সুন্দৰ হৈছে বুজাব নোৱাৰি,,,
ধন্যবাদ
শিবসাগৰী্যা বিহু হুচৰি দলটিলৈ মোৰ বহু বহু ধন্যবাদ থাকিল , বিশেযকৈ গাযক জনীক পূনৰ বাৰ ধন্যবাদ জোনালো ।
ধন্যবাদ
বাঃ সচাকৈয়ে অতুলনীয় আৰু প্ৰশংসনীয়
Thanks.. Pls Subscribe
Xosai..val..lagel..
very good,অসমীয়া জাতিৰ মান সদায় উজ্জ্বল হৈ থাকে যেন........
Thank you. Kindly subscribe
Dhuniya lagisa bihu jura
প্রশংসা নকৰি থাকিব নোৱাৰিলো....বহুত বহুত ভাল লাগিল....অতুলনীয় .
hosakoi tumalukor bihu sai bohut. ...................... .val lagil
কণ্ঠ দিয়া গৰাকীৰ মাত তো খুব ভাল লাগিল
সুন্দৰ হৈছে ৷ দলটিৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷
Ketiyabai ulale o শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল
Betikromi jody bohut dhuniya ek notun notunotto disa bohut vl lagise 1st time awsm
Bht val lagil video ti sai hokolure ujjal vobishyat kamona korilu
বহুত ভাল লাগিল 👍👍👍👍
Bht Val lagil
Amio ata homoyot sivsagar girls clgr husori dolot aselu. Tumaloke sivasagar poromporatu bojai rakhisa Val lagese...
Thank You.Kindly Do subscribe
সঁচাকৈয়ে বৰ ভাল লাগিল চাই ৷
Bohut dhunia lagil...👍
Thank you do subscribe
Thank you do subscribe
ভাস্কৰ দা আপোনাৰ পূৰণি স্মৃতিৰ ভিডিওটো চালো , বহুত ভাল লাগিল । ছোৱালীৰ বিহু হুচৰি , দেখা নাছিলো মজা লাগিল ভাস্কৰ দা…/
. ... Juwa bosoror a bihu, proud of my Sivsagar
ধুনীয়া লাগিছে...👌
Bor dhuniya. .. gourab anubhob korisu. Rare and superb performance.
Thank you..Kindly subscribe
Awesome sivsagar bihu dal 👌👌👌👌
ধন্যবাদ, subscribe কৰিব বুলি আশা ৰাখিলো
bohut val hoise deee very nice voice
Yes Assam Girl's paws This👩👩👩👩👩👭✌️❤️❤️💖
সঁচা। ধন্যবাদ। subscribe কৰিব বুলি আশা ৰাখিলো
তেওঁলোকৰ প্ৰচেষ্টা শলাগিবই লাগিব।উজ্জল ভৱিষ্যৎ কামনা কৰিছো।
xundar oti xundar. Enekuwa xundar padrshan agote dekha nachilu. Bohut val lagil
thnx...kindly do subscribe
waahh waahhh bht dhuniya lgil..
সুন্দৰ সুললিত কন্ঠ ...নাচনীৰ নৃত্য,ঢুলীয়াৰ ঢোল ,পেপা সকলোবোৰে সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা | তোমালোকৰ উজ্বল ভৱিষ্যত কামনা কৰলো |
ধন্যবাদ। subscribe কৰিব বুলি আশা ৰাখিলো
বহুত ভাল লাগিল video তো চাই সকলোৱে ভবিষ্যত উজ্জল কামনা কৰিলো লগতে ভাস্কৰ দা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আপোনাৰ সহযোগত হুঁচৰি চাবলৈ পালোঁ অনাগত দিনত ৰাইজৰ সমুখত আপুনি আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিলো.
#Nituphukan
ডেকা ল''ৰা বিলাকে তো ঘৰে ঘৰে হুচৰি মাৰিবলৈ প্ৰায় এৰিছেই বুলিব লাগে।কেইজনমানৰ আকৌ জিন্ছ পেন্ট,হাফ্ পেন্ট আদি পিন্ধি হুঁচৰি ৰ নামত যি বহুৱালী কৰিব, অসমীয়া সংস্কৃতিৰ যি শ্ৰাদ্ধ কৰিব ভাবিলে পেততে হাত ভৰি লুকাই। অথচ হুঁচৰি মৰ্য্যদা কেইজনমানেহে জীয়াই ৰাখিছে বৰ কস্টকৰি । গাভৰু ছোৱালীৰ এনেকুৱা প্ৰচেষ্টাৰ বাবে ধন্যবাদৰ পাত্ৰ। লগতে ডেকা সকলো লৈয়ো এক বাৰ্তা দিয়া হ'ল।
একেবাৰে ঠিক কথা কৈছে। ধন্যবাদ
Hosa
Bihu Nora hompurno dekha napalu Val nalagile joi heen lee vul house jonab
Thik koise apuni
goodAssomiyaBihuDol
Aamar gaor monsoloi aahixila
.bhut vl laga taulukor sow tu
Bohut val lagesa..hosakoi
Video to bht val lagisa dada
eman dhuniya kontho eman dhuniya dhulor seu. Papa bihu nityo sokolu bohut vall lagil and tumalukoloi hiya vora suvesha jasilu
Eta bohut Val podoxep aru ei suwali husori doltir babe bohut bohut dhonyabad
ধন্যবাদ। subscribe কৰিব বুলি আশা থাকিল
বহুহুহুত ভাল লাগিল 👍👍👌👌
Thank you.do subscribe
Welcome
Bohud vl lagil daa sai...👍
wowww mojjjjaa deiii.
vl lgil bihu too sai
Thank you.Do Subscribe
+purbanchal wc
Bahut bhal lagil.. sivasagar suwali hisabe gourab anubhov korisu. Aaguai jua.. bahu bahu hubheshya thakil. sivasagar suwali bihu husori dolti dirghayu kamona korilu.
তেওঁলোকৰে হৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ
suali ye korim buli babile ki koribo nuare. Val hoise
ঠিক কৈছে। subscribe বুলি আশা ৰাখিলো
Dhuniya lagila .....
Thank You.Kindly Do subscribe
Bhut dhunia hoise😚
thnx
সুন্দৰ
Thank You.Kindly Do subscribe
Val lagil Sai Tumaluk Jate Aru Aag Barhi Jua
বিহু বুলিলে ইমান ভাল লাগে ।
Aji Kali suali aku kamot pis pori thoka nai.good jb 👍👌👏👏👏👏👏
hosa. Do subscribe
purbanchal hey krisu subscribe t
Val lagise
Gan guwajoniye iman dhuniya gaise
Hosa. Thank You..Kindly Subscribe
Tq
বৰ ভাল লগিছে ভাষা নাই ।মই আগতে চাইছো।আমাৰ শিৱসাগৰৰ গৌৰৱ।তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো.....👍👍👍👍👍
ধন্যবাদ। subscribe কৰিব বুলি আশা থাকিল
Suwali jni hur 2 br hundr oh.....bhut vl lagixile..
ইমান ধুনীয়া গান গাইছে অ' ল'ৰা টুৱে
ছোৱালী, লৰা নহয়
mjja lgil sai akdom dhunya prfmnc
ধন্যবাদ
বৰ ধূনীয়া হৈছে
বঢ়িয়া দেই💛💛💛
অতি সুন্দৰ্ , বহুত ভাল লাগিল |👌👌
ধন্যবাদ, subscribe কৰিব বুলি আশা ৰাখিলো
khubei vl lagile sai., so l'm happy.
Thank You.kindly subscribe