Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বাহ! ইমান ধুনীয়া বাদ্য যন্ত্ৰ, ইমান ধুনীয়া নাচ গান বহুত ধুনীয়া লাগিছে তোমালোকৰ প্ৰতিভা ডিব্ৰুগড় পৰা হিয়া ভৰা মৰম জাচিলো 🙏🙏
Hi
Waw কি সুন্দৰ কন্ঠ, কি সুন্দৰ বাদ্য যন্ত্র, বা কি সুন্দৰ নাছ গান, ঈমান সুন্দৰ লাগিছে তোমালোকৰ প্ৰতিভা।
Wahhh🎉❤❤কবলৈ ভাষা নাই ♥️ অপূৰ্ব 🤗🤗
কি কম কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে বহুত বহুত মৰম jasilo বিহু দলটিলৈ আৰু আগবহি যোৱা
হুঁচৰি বৰ ধুনীয়া হৈছে ,doinnobad থাকিল , ❤❤❤
সচাকৈ কবলৈ একো ভাষা নাই । লগতে এপাক নাচিবলৈ মন যাই। ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যাই ❤️ তিতাবৰৰ পৰা বহুত মৰম যাচিলো ❤️❤️👍
সুন্দৰ আৰম্ভণি। ভাল লাগিছে।ডেকাৰ বিপৰীতেজিয়ৰীয়ে ইমান সুন্দৰ প্ৰদৰ্শন, সঁচাকৈয়ে অনুপম।
সুন্দৰ কণ্ঠ আৰু নাচ সঁচাই dhuniya লাগিছে
ইমান ধুনীয়া কবলৈ ভাষা নাই।
অতি সুন্দৰ , ভাল লাগিল , অসমৰ ভিতৰত শিৱসাগৰ জিলাৰ বিহু সচাই বহুত ভাল লাগে , ভাল পাওঁ চাই ,
বহুত বহুত ভাল লাগিল শিৱসাগৰ ছোৱালী হুঁচৰি বিহু দলটি চাই বহুত বহুত মৰম পথালো শ্ৰীপাণি পৰা।
সঁচাই বহুত বেছি ভাল লাগিল আমাৰ অসম ৰ ছোৱালী সকলো এনেকৈ আগুৱাই যাওঁক ❤❤ শিৱসাগৰ জিলাৰ ছোৱালী বিহু দলটোলৈ বহুত বহুত শুভেচ্ছা থাকিল ❤❤
ছোৱালী জনীয়ে সুন্দৰ গায় । সকলোলৈকে মই শদিয়াৰ পৰা মৰম আৰু আশীৱাদ কৰিলো ।আগুৱাই যোৱা।
শিষা ভন্তি তুমাৰ মাত শুনি বিহু মাৰিবলৈ দৌৰি যাবলৈ মন যায় মই যে এটিয়া বোৱাৰী 👌👌👌
সুন্দৰ কণ্ঠ সুন্দৰ পৰিবেশন শিৱসাগৰৰ নামটি ( DIKSHU )ৰ পৰা প্ৰত্যেক গৰাকী ছোৱালীক হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম আশীৰ্বাদ জনাইছোঁ আগুৱাই যোৱা আগবাহী যোৱা শিৱসাগৰৰ গৌৰৱ ❤️❤️❤️
l
Moi bor val palu day
@@bhakatgaonlakwa968 hoi nkii
বা জনিয়ে খুব ধুনীয়া গাইছে দেই সদায় আগুৱাই জোৱা তোমালোক সকলো❤☺️
Bor dhuniya koi nasisa pai bohut val lagil de ba hot agole jate enekoiye ag bahi juwa ❤️
ছোৱালী জনীয়ে সুন্দৰ গায়। ভাল লাগিল।সকলোকে ভাল লাগে। শিৱসাগৰ খন বিশ্বত পৰিচয় হওঁক তাকেই বহুত বহুত শুভকামনা জনাইছোঁ।💕🙏🏻
BSw
Jkkkk
@@dipakkalita5836 phun no p
J
ধুনিয়া হৈছে❤❤
ইমান ধুনীয়া হৈছে তোমাৰলোকৰলৈ মৰম জাছিলো আগুৱাই যোৱা
Bahut bahut dhuni lagise tomalokar bihu Sai .
সঁছাকৈ মানিব লাগিব ইমান ধুনীয়াকৈ গাইছে বাইদেউ জনী❤❤❤❤
বহুত বহুত ভাল লাগিল সকলোলৈকে শুভেচ্ছা থাকিল।
Perfect example of perfection. Keep it up. Real time real bihu
😂❤nich
Wow, what's a amazing performance of the girls&voice, congratulations 👏👏👏👏
Love from sripani.bohut dhuniya bihu
Good Good Very Good 🎉🎉🎉🎉🎉🎉🎉 khub Dhunia Lagise bhonti hokolor Bihu husori
বহুত বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ ❤️❤️
বিহুৱা জনৰ এইটো কণ্ঠ ❤️❤️সচাই ভাল লাগিল ❤️👌
মৰমৰ ভন্তুীহত আৰু আগবাঢ়ি যোৱা❤️
Bohut val lagil sai gohpurr pora axibad disu
সুন্দৰ প্ৰদৰ্শন ❤️❤️👍🤟🤟
Suwali ajni Emn dhuniya 🙂💓
বহুত ভাল লাগিল চাই।
সুন্দৰ কন্ঠ ❤
ধুনিয়া লাগিল চাই। মন যায় এনেকে বিহু নাচিবলৈ ।
অতি সুন্দৰ হৈছে। প্ৰ্তিদিনে এবাৰ নুশুনিলে মনতো কিবা ভালেই নালাগে🥰
বহুত ধুনিয়া লাগিছে
৫৩ তম শ্ৰীপাণি কেন্দ্ৰীয় বিহু সন্মিলনৰ উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি বিহু দলটিৰ প্ৰত্যেক গৰাকীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিলো, দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, অসমৰ প্ৰতিটো জন গোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি দলটি আৰু আগবাঢ়ি গৈ বিশ্ব দৰবাৰত উজ্বলি উঠক আমাৰ আপোন বিহুটি ।।।।।। Love Form শ্ৰীপাণি 🥰
তোমালোক আৰু আগ বাঢ়ি যোৱা tumalukkk বহুত ভাল লাগিছে
Emn dhuniya bihu Khosa ka bhut vl lagisa oo❤️
Bohut val hoise❤❤👋👋
বহুত বহুত ভাল লাগে বিহু চাই ❤❤❤❤❤❤❤❤❤❤❤
ইমান ধুনীয়া লাগিছে । চালে চাই থাকিব মন যায়।❤❤
Voice 🔥 Mjjaa.... ❤❤ sivasagar ❤
mallikai dhul ekdm outstanding bojaise 🙏🔥
অতি সুন্দৰ । আগবাঢ়ি যাওঁক ।
Sai sai amoni nalage apunalukor husori ❤
Ba kaijni log pabole bht mon goise ❤
Thank you অনুপম বিতুপন, ঘৰৰ ওচৰৰ ছোৱালী যদিও তেওঁলোকৰ বিহু চাবলৈ আজিলৈকে সৌভাগ্য হোৱা নাই, দূৰত থকাৰ বাবে। আপোনাৰ Channel ৰ পৰা এই সুবিধা পায় বহুত ভাল পাওঁ। আগলৈও চাই থাকিবলৈ সুবিধা কৰি দিব। আগবাঢ়ি যাওঁক তেওঁলোক তাৰেই কামনাৰে Thnx again
Very good
What a voice sister' big respect 🔥🔥🔥🔥
Sikha baa কন্ঠ ❤️
bahut dhuniya lagise....❤😮
Moja lagil
ইমান ধুনীয়া মাতটো ❤
Bohut val lagile Sai eman dhuniya ke gan gaise bohut val lagil ba keijonik ❣️❣️❤️
Bohut val lagil sowali bihu dolti sab pai
ৱাহ কি সুন্দৰ মহিলা বিহু দল নাচে নামে অতি সুন্দৰ
Bhut dhuniya lagise ❤❤❤❤❤
Val lagile bohut❤❤❤❤❤
Mojalagise doi bihu husari
বা তোমালোকে আগুৱাই যোৱা 🥰🥰
বহুত বহুত ভাল লাগিল বিহু চাই আপোনালোকলৈ বহুত বহুত মৰম শ্ৰীপাণিৰ পৰা ❤
Bapre emn dhuniya kontho❤
শিৱসাগৰ সদায় মহান।
ধন্যবাদ
Bohut bohut vhal lagise ...👍👍👍👌👌👌👌👌👌👌💞💞💞💞💞💞🎉🎉🎉🎉🎉🎉
Buhut dhuniya hoise
Nasoni proujn hle kba ba hkl.. Tumalukr husori hsai bhut vl lage🥰❤
Bahut vl lgil ♥️
Just Wah.. speechless.. amusing.. super performance..best of luck for future performance...All the best
Bohut dhuniya hoise ❤❤❤❤❤❤❤😊
Dhuniya lagisa Sai ❤❤❤❤❤
Eman dhuniya lagisa ..eman dhuniya kontho ... best of luck 👍👍
Aguwai juwa tumaluke ❤ love bihu 🙏
5 br mn salu bohut mrm lagi se❤❤❤
Love from banglore nices ♥️♥️♥️♥️♥️
Ufff voice👍♥️
শিৱসাগৰৰ গৌৰৱ 😍, 🥰
Krishna Provu 🥺🥺🙏🙏❤️❤️💙💙💝💝
সুন্দৰ।
বহুত বহুত ভাল লাগিল 😍😘
Very nice from Sansari
Bahut dhuniya lagil bihu sai❤❤❤❤
bahut val lagise sai aru val habo
Bahut donor pisot sibsagarar Bihu salu. Khub bhal lagil dei. Pran dhali gaise, nasise. Gawatei aase prakita Jiwan
Moja ❤
সুন্দৰ প্রদর্শন।
Oti hundor
Eman dhunia sae thakioloi mon jai
Xundar poribexon
Amar sivasagar gourob..aguai jua 💖💖 bohut vhl lage tumalukor bihu sai 💖💖
Please I'm P
শিৱসাগৰৰ জীয়ৰীৰ গৌৰৱ বিশ্বদৰবাৰত জিলিকি উঠক তাকেই কামনা কৰিলোঁ ।ভগৱানে সকলোকে কুশলে ৰাখক ।
Boriya lagise Bihu nitya tu❤❤
Waww hosakoi amazing voice.. Just wawww ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
dhuniya lagise baa hokolok❤❤❤🎉
যোৱা কালিৰ অনুষ্ঠান।।বৰ সুন্দৰ ❤️ ।।
কোন ঠাইত হৈছিল ?
@@arunkonch3162 মৰিধল শ্ৰীপাণিত
বহুট ধুনীয়া লাগিছে
Bohut dhuniya hoise😍😍
Xosakoi bohut vl lagil Sai ❤️
তোমালোকলৈ অশেষ শুভেচ্ছা জনাইছোঁ। আমাৰ গৌৰৱ তোমালোক।। 🙏🙏🙏
Nice.
Ati hundor
বাহ! ইমান ধুনীয়া বাদ্য যন্ত্ৰ, ইমান ধুনীয়া নাচ গান বহুত ধুনীয়া লাগিছে তোমালোকৰ প্ৰতিভা ডিব্ৰুগড় পৰা হিয়া ভৰা মৰম জাচিলো 🙏🙏
Hi
Waw কি সুন্দৰ কন্ঠ, কি সুন্দৰ বাদ্য যন্ত্র, বা কি সুন্দৰ নাছ গান, ঈমান সুন্দৰ লাগিছে তোমালোকৰ প্ৰতিভা।
Wahhh🎉❤❤কবলৈ ভাষা নাই ♥️ অপূৰ্ব 🤗🤗
কি কম কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে বহুত বহুত মৰম jasilo বিহু দলটিলৈ আৰু আগবহি যোৱা
হুঁচৰি বৰ ধুনীয়া হৈছে ,doinnobad থাকিল , ❤❤❤
সচাকৈ কবলৈ একো ভাষা নাই । লগতে এপাক নাচিবলৈ মন যাই। ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যাই ❤️ তিতাবৰৰ পৰা বহুত মৰম যাচিলো ❤️❤️👍
সুন্দৰ আৰম্ভণি। ভাল লাগিছে।ডেকাৰ বিপৰীতে
জিয়ৰীয়ে ইমান সুন্দৰ প্ৰদৰ্শন, সঁচাকৈয়ে অনুপম।
সুন্দৰ কণ্ঠ আৰু নাচ সঁচাই dhuniya লাগিছে
ইমান ধুনীয়া কবলৈ ভাষা নাই।
অতি সুন্দৰ , ভাল লাগিল , অসমৰ ভিতৰত শিৱসাগৰ জিলাৰ বিহু সচাই বহুত ভাল লাগে , ভাল পাওঁ চাই ,
বহুত বহুত ভাল লাগিল শিৱসাগৰ ছোৱালী হুঁচৰি বিহু দলটি চাই বহুত বহুত মৰম পথালো শ্ৰীপাণি পৰা।
সঁচাই বহুত বেছি ভাল লাগিল আমাৰ অসম ৰ ছোৱালী সকলো এনেকৈ আগুৱাই যাওঁক ❤❤ শিৱসাগৰ জিলাৰ ছোৱালী বিহু দলটোলৈ বহুত বহুত শুভেচ্ছা থাকিল ❤❤
ছোৱালী জনীয়ে সুন্দৰ গায় । সকলোলৈকে মই শদিয়াৰ পৰা মৰম আৰু আশীৱাদ কৰিলো ।আগুৱাই যোৱা।
শিষা ভন্তি তুমাৰ মাত শুনি বিহু মাৰিবলৈ দৌৰি যাবলৈ মন যায় মই যে এটিয়া বোৱাৰী 👌👌👌
সুন্দৰ কণ্ঠ সুন্দৰ পৰিবেশন শিৱসাগৰৰ নামটি ( DIKSHU )ৰ পৰা প্ৰত্যেক গৰাকী ছোৱালীক হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম আশীৰ্বাদ জনাইছোঁ আগুৱাই যোৱা আগবাহী যোৱা শিৱসাগৰৰ গৌৰৱ ❤️❤️❤️
l
Moi bor val palu day
@@bhakatgaonlakwa968 hoi nkii
বা জনিয়ে খুব ধুনীয়া গাইছে দেই সদায় আগুৱাই জোৱা তোমালোক সকলো❤☺️
Bor dhuniya koi nasisa pai bohut val lagil de ba hot agole jate enekoiye ag bahi juwa ❤️
ছোৱালী জনীয়ে সুন্দৰ গায়। ভাল লাগিল।সকলোকে ভাল লাগে। শিৱসাগৰ খন বিশ্বত পৰিচয় হওঁক তাকেই বহুত বহুত শুভকামনা জনাইছোঁ।💕🙏🏻
B
Sw
Jkkkk
@@dipakkalita5836 phun no p
J
ধুনিয়া হৈছে❤❤
ইমান ধুনীয়া হৈছে তোমাৰলোকৰলৈ মৰম জাছিলো আগুৱাই যোৱা
Bahut bahut dhuni lagise tomalokar bihu Sai .
সঁছাকৈ মানিব লাগিব ইমান ধুনীয়াকৈ গাইছে বাইদেউ জনী❤❤❤❤
বহুত বহুত ভাল লাগিল সকলোলৈকে শুভেচ্ছা থাকিল।
Perfect example of perfection. Keep it up. Real time real bihu
😂❤nich
Wow, what's a amazing performance of the girls&voice, congratulations 👏👏👏👏
Love from sripani
.bohut dhuniya bihu
Good Good Very Good 🎉🎉🎉🎉🎉🎉🎉 khub Dhunia Lagise bhonti hokolor Bihu husori
বহুত বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ ❤️❤️
বিহুৱা জনৰ এইটো কণ্ঠ ❤️❤️সচাই ভাল লাগিল ❤️👌
মৰমৰ ভন্তুীহত আৰু আগবাঢ়ি যোৱা❤️
Bohut val lagil sai gohpurr pora axibad disu
সুন্দৰ প্ৰদৰ্শন ❤️❤️👍🤟🤟
Suwali ajni Emn dhuniya 🙂💓
বহুত ভাল লাগিল চাই।
সুন্দৰ কন্ঠ ❤
ধুনিয়া লাগিল চাই। মন যায় এনেকে বিহু নাচিবলৈ ।
অতি সুন্দৰ হৈছে। প্ৰ্তিদিনে এবাৰ নুশুনিলে মনতো কিবা ভালেই নালাগে🥰
বহুত ধুনিয়া লাগিছে
৫৩ তম শ্ৰীপাণি কেন্দ্ৰীয় বিহু সন্মিলনৰ উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি বিহু দলটিৰ প্ৰত্যেক গৰাকীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিলো, দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, অসমৰ প্ৰতিটো জন গোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি দলটি আৰু আগবাঢ়ি গৈ বিশ্ব দৰবাৰত উজ্বলি উঠক আমাৰ আপোন বিহুটি ।।।।।। Love Form শ্ৰীপাণি 🥰
তোমালোক আৰু আগ বাঢ়ি যোৱা tumalukkk বহুত ভাল লাগিছে
Emn dhuniya bihu Khosa ka bhut vl lagisa oo❤️
Bohut val hoise❤❤👋👋
বহুত বহুত ভাল লাগে বিহু চাই ❤❤❤❤❤❤❤❤❤❤❤
ইমান ধুনীয়া লাগিছে । চালে চাই থাকিব মন যায়।❤❤
Voice 🔥 Mjjaa.... ❤❤ sivasagar ❤
mallikai dhul ekdm outstanding bojaise 🙏🔥
অতি সুন্দৰ । আগবাঢ়ি যাওঁক ।
Sai sai amoni nalage apunalukor husori ❤
Ba kaijni log pabole bht mon goise ❤
Thank you অনুপম বিতুপন, ঘৰৰ ওচৰৰ ছোৱালী যদিও তেওঁলোকৰ বিহু চাবলৈ আজিলৈকে সৌভাগ্য হোৱা নাই, দূৰত থকাৰ বাবে। আপোনাৰ Channel ৰ পৰা এই সুবিধা পায় বহুত ভাল পাওঁ। আগলৈও চাই থাকিবলৈ সুবিধা কৰি দিব। আগবাঢ়ি যাওঁক তেওঁলোক তাৰেই কামনাৰে Thnx again
Very good
What a voice sister' big respect 🔥🔥🔥🔥
Sikha baa কন্ঠ ❤️
bahut dhuniya lagise....❤😮
Moja lagil
ইমান ধুনীয়া মাতটো ❤
Bohut val lagile Sai eman dhuniya ke gan gaise bohut val lagil ba keijonik ❣️❣️❤️
Bohut val lagil sowali bihu dolti sab pai
ৱাহ কি সুন্দৰ মহিলা বিহু দল নাচে নামে অতি সুন্দৰ
Bhut dhuniya lagise ❤❤❤❤❤
Val lagile bohut❤❤❤❤❤
Mojalagise doi bihu husari
বা তোমালোকে আগুৱাই যোৱা 🥰🥰
বহুত বহুত ভাল লাগিল বিহু চাই আপোনালোকলৈ বহুত বহুত মৰম শ্ৰীপাণিৰ পৰা ❤
Bapre emn dhuniya kontho❤
শিৱসাগৰ সদায় মহান।
ধন্যবাদ
Bohut bohut vhal lagise ...👍👍👍👌👌👌👌👌👌👌💞💞💞💞💞💞🎉🎉🎉🎉🎉🎉
Buhut dhuniya hoise
Nasoni proujn hle kba ba hkl.. Tumalukr husori hsai bhut vl lage🥰❤
Bahut vl lgil ♥️
Just Wah.. speechless.. amusing.. super performance..best of luck for future performance...All the best
Bohut dhuniya hoise ❤❤❤❤❤❤❤😊
Dhuniya lagisa Sai ❤❤❤❤❤
Eman dhuniya lagisa ..eman dhuniya kontho ... best of luck 👍👍
Aguwai juwa tumaluke ❤ love bihu 🙏
5 br mn salu bohut mrm lagi se❤❤❤
Love from banglore nices ♥️♥️♥️♥️♥️
Ufff voice👍♥️
শিৱসাগৰৰ গৌৰৱ 😍, 🥰
Krishna Provu 🥺🥺🙏🙏❤️❤️💙💙💝💝
সুন্দৰ।
বহুত বহুত ভাল লাগিল 😍😘
Very nice from Sansari
Bahut dhuniya lagil bihu sai❤❤❤❤
bahut val lagise sai aru val habo
Bahut donor pisot sibsagarar Bihu salu. Khub bhal lagil dei. Pran dhali gaise, nasise. Gawatei aase prakita Jiwan
Moja ❤
সুন্দৰ প্রদর্শন।
Oti hundor
Eman dhunia sae thakioloi mon jai
Xundar poribexon
Amar sivasagar gourob..aguai jua 💖💖 bohut vhl lage tumalukor bihu sai 💖💖
Please I'm
P
শিৱসাগৰৰ জীয়ৰীৰ গৌৰৱ বিশ্বদৰবাৰত জিলিকি উঠক তাকেই কামনা কৰিলোঁ ।ভগৱানে সকলোকে কুশলে ৰাখক ।
Boriya lagise Bihu nitya tu❤❤
Waww hosakoi amazing voice.. Just wawww ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
dhuniya lagise baa hokolok❤❤❤🎉
যোৱা কালিৰ অনুষ্ঠান।।
বৰ সুন্দৰ ❤️ ।।