“Project JOYMOTI” by Suprotim Mahanta / Artistic Axom

Поділитися
Вставка
  • Опубліковано 10 жов 2024
  • “Project JOYMOTI” by Suprotim Mahanta / Artistic Axom
    কোনে কয় জয়া নাই!
    অসীম ত্যাগৰ চানেকিৰে জেৰেঙাৰ বুকুত আজিও প্ৰতিক্ষণে জীৱন লভে জয়াই। ইতিহাসৰ পৃষ্ঠাত সোণালী সূতাৰে ৰচে তেজেলিখা দেশপ্ৰেমৰ অমৰ দস্তাবেজ...আমাৰ এটি সৰু প্ৰচেষ্টা, সতী জয়াক স্মৰণ কৰাৰ..এইগৰাকী মহীয়সী নাৰীৰ জীৱনগাঁথাক বিষয়বস্তু হিচাপে লৈ গীত, নৃত্য, চিত্ৰকলা, কবিতা আৰু অভিনয়ৰ মাধ্যমেৰে আপোনালোকৰ আগত দাঙি ধৰাৰ ক্ষুদ্ৰ প্ৰয়াস এইয়া। Videoটি প্ৰস্তুত কৰোঁতে বহুতো ভুল ত্ৰুটী ৰৈ যাব পাৰে, আপোনালোকে ভুলবোৰ আঙুলিয়াই দি Videoটি সহৃদয়েৰে আঁকোৱালি ল'ব বুলি আশা কৰিলো❤️
    #Joymoti
    #Ahom
    #Sivasagar
    #Music#assam#assamhistory#drawing#painting #sivasagar #joymoti #borgeet#art#Zubeen#Artistic_Ax
    #viral#youtube#youtubeindia#assam
    🟢 More Art Video Link
    🔸 Project Borgeet = • Project "BORGEET" ( Ud...
    🔸 Zubeen Da Wallpainting =
    • Wallpainting of Zubeen...
    🔹Video Cover Tag
    1. Joymoti,project joymoti,
    2. assam history,
    3. joya,
    4. ahom history,
    5. joysagar pukhuri,
    6. Artistic Axom,
    7. joymoti teaser,
    8. জয়মতী,
    9. অসম বুৰঞ্জী,
    10. জেৰেঙা,
    🔽Follow Us On Instagram
    _Suprotim Mahanta / suprotim_mahanta
    ▪️CONCEPT AND DIRECTION~
    Suprotim Mahanta
    ▪️ART BY~
    Suprotim Mahanta
    ▪️SINGER~
    Gouranga Dutta,Prastuti Phukon
    ▪️LYRICS/TUNE~
    Gouranga Dutta
    ADDITIONAL LYRICS/TUNE~
    Prastuti Phukon
    ▪️MUSIC ARRANGER~
    Himangshu Dihingia
    ▪️ACTORS~
    Teresha Buragohain,Mrinmoy Mahanta,Debabrat Gogoi,Debapratim Buragohain
    ▪️DIALOGUE~
    Jyotishna Mahanta
    ▪️POEM WRITTEN BY~
    Chinmoy Ranjan Gogoi
    ▪️POEM RECITER~
    Jahnobi Mahanta
    ▪️FLUTE~
    Bitupon Konwar
    ▪️GUITAR~
    Deepjyoti Chabukdhara,Raktim Gogoi
    ▪️DANCER~
    Rimjhim Chutia
    ▪️VOICEOVER~
    Rituporno Borgohain
    ▪️VIDEOGRAPHER~
    Agniv Mahanta
    ▪️D.O.P~
    Suprotim Mahanta
    Gauranga Hazarika
    ▪️VIDEO EDITOR~
    Abhigyan Mahanta
    ▪️VISUAL EFFECTS AND ANIMATION~
    Abhigyan Mahanta
    👉THUMBNAIL ~~
    Bhuchitrapran Chandan Giri
    ▪️RECORDING~
    R.K. Digital,Balighat,Sivasagar
    M.B.Studio,Sivasagar
    ▪️MIXED AND MASTERED BY~
    Rajuttam Borah(R.K.Digital),Balighat
    ❤️SPECIAL THANKS TO~
    Girin Gogoi Sir,Bishwajit Hatimuria,Jyotishman Mahanta,Ujjal Mahanta,Bidisha Goswami,Chenglung,Buragohain,Mrinal Mahanta,Kashyap Buragohain,juktamukhi Mahanta.Chowmung Shyam,Sayuj Nehal,
    Bichitra Kr Bhuyan,Nabanita Kalita,
    Parash Jyoti Boruah,Sakrapani,Arandhara,Samir Hazarika.
    ___Thank You.❤️

КОМЕНТАРІ • 665

  • @KANGKURAJ
    @KANGKURAJ 6 місяців тому +7

    অতি সুন্দৰ। আগবাঢ়ি যোৱা আৰু আগলৈ । শুভেচ্ছা থাকিল❤❤❤❤

  • @ritupornaborgohain382
    @ritupornaborgohain382 2 роки тому +62

    বৰ সুন্দৰ, আটাইতকৈ ভাল লাগিছে এই কথাটোত যে তোমালোকৰ দৰে উঠি অহা প্রজন্মই বুৰঞ্জীৰ প্ৰতি আগ্ৰহী হৈ ইমান সুন্দৰকৈ কাম কৰিছা । মোৰ শুভ কামনা সদায় আছে । মোক জড়িত কৰাৰ বাবে কৃতজ্ঞ হৈ ৰলো 🙏🙏 । বৰ সুখী অনুভৱ কৰিছো ।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +3

      দাদা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। JOYMOTI videoটিত আপোনাৰ অৰিহণা অনবদ্য। আগন্তুক দিনত আপোনাৰ সহায় সহযোগিতা দিহা পৰামৰ্শ সদায় প্ৰয়োজন হব। ধন্যবাদ ঋতু দা❤️

    • @konbakachari2996
      @konbakachari2996 Рік тому +2

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @pappukolitapappukalita405
      @pappukolitapappukalita405 Рік тому +1

      @@konbakachari2996 GV GV vggtt

    • @DebakantaPhukan-qu3qd
      @DebakantaPhukan-qu3qd 16 годин тому

      You
      Rh❤ 4:04 4:05

  • @preranaboruah2647
    @preranaboruah2647 2 роки тому +53

    ভাষাৰে বৰ্ণনা কৰিব নোৱাৰাকৈ ভাল লাগিল।"Project joymoti" ৰ 💕প্ৰতিজন সদস্যই নিজ নিজ ক্ষেত্ৰত বৰ সুন্দৰকৈ উপস্থাপন কৰিছে । শুভেচ্ছা থাকিল সকলোলৈকে 👍🤩

  • @RashmiKonwar
    @RashmiKonwar 2 роки тому +12

    ভাষাৰে বৰ্ণাব নোৱাৰাকৈ ভাল লাগিল । সকলোলৈ অকৃত্ৰিম শ্ৰদ্ধা 🙏

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍 আশীৰ্বাদ কৰিব❤️

  • @sumiofficial-tt7eb
    @sumiofficial-tt7eb Рік тому +5

    Dada keep going..... সচাকৈয়ৈ থমকি ৰলো।।।। জয়মতীৰ সতীত্ব সদায় জিলিকি ৰব ইতিহাস সাশী হৈ ৰব।।। .......... 😢❤😢

  • @AnuragXaikia
    @AnuragXaikia 2 роки тому +11

    Birat dhuniya hoise ❤️ Congratulations team.

  • @tusmitaburagohain6662
    @tusmitaburagohain6662 2 роки тому +7

    বহুত ধুনীয়া🥺❤️ তোমালোক আৰু আগুৱাই যোৱা 🥰 তোমালোক দুয়োৰে সুৰৰ মূৰ্চ্চনাত মুগ্ধ 🥺❤️বাকী অভিনয় excellent 👌

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      বহুত বহুত ধন্যবাদ😍❤️

  • @apurajentertainment4988
    @apurajentertainment4988 2 роки тому +5

    খুব সুন্দৰ ৷ ভাল লাগিল ৷আপোনালোকৰ Team টোলৈ বহুত বহুত ধন্যবাদ যাচিলোঁ সুন্দৰ উপস্হাপনৰ বাবে ৷

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @himakshisarmah4938
    @himakshisarmah4938 Рік тому +4

    অতি সুন্দৰ হৈছে।❤️❤️❤️❤️❤️

  • @fusedwithfolk4401
    @fusedwithfolk4401 2 роки тому +1

    চাৰিবাৰ চালোঁ আজিলৈকে। প্ৰতিবাৰেই ভাল লাগিল। আৰু বহুতো ভাল ভাল সৃষ্টিৰ আশা ৰাখিলোঁ। ❤️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️ আশীৰ্বাদ কৰিব

  • @zerothvlogs873
    @zerothvlogs873 8 місяців тому +3

    Hundor uposthapon...tq so much every one ❤

  • @_harshajit_borah_7324
    @_harshajit_borah_7324 2 роки тому +2

    বহুত ভাল লাগিল। শুভেচ্ছা জ্ঞাপন কৰিছো এনে এটা সুন্দৰ মানসিকতাৰে নব প্ৰজন্ম ক উৎসাহিত কৰা বাবে

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍 আশীৰ্বাদ কৰিব❤️

  • @biswajitscreation887
    @biswajitscreation887 Рік тому +1

    সঁচাই ভাল লাগিল।মই বিদ্যালয়ত ছাত্ৰ -ছাত্ৰীৰ দ্বাৰা এইবেলিৰ শিশু দিৱসত আৰু শিল্পী দিৱসত কৰোৱাম । সামৰণিত গদাকোঁৱৰে গোটেই ভিডিঅ'টোক পূৰ্ণতা প্ৰদান কৰিলে।

  • @debasishdutta7361
    @debasishdutta7361 2 роки тому +1

    Oti hundor. Project Joymoti logot hokolu hodoisyo le bohut morom ❤️

  • @AdaywithNandini
    @AdaywithNandini 2 роки тому +4

    জয়সাগৰ, জয়া পাৰ, জেৰেঙা,জয়মতী
    উফ কি ধুনীয়া গান,ভিডিঅ’, ছবি মুঠতে সকলো।
    বহুত বেছি ভাল লাগিল। শুভকামনা সকলোলৈকে

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️ আশীৰ্বাদ কৰিব আমাক🙏

    • @Jamilaaaaaa
      @Jamilaaaaaa Місяць тому

      Song tur naam ki??

  • @raktimaborgohain5569
    @raktimaborgohain5569 2 роки тому +1

    Bohut bohut bohut dhunia hoise dadaa😍❤️❤️❤️❤️joi aai axom🤗💖

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      bohut bohut dhonyobaad😍❤️

  • @বিকাশশৰ্মা
    @বিকাশশৰ্মা 2 роки тому +3

    আগলৈ আৰু এনেকুৱা কাম হৈ থাকিব লাগে, নহলে কিজানিবা অসম বুৰঞ্জী অকল কিতাপৰ মাজতেই সীমাবদ্ধ হৈ থাকিব, আৰু এদিন কিতাপৰ মাজতেই শেষ হ'ব........
    (বাকী শুভেচ্ছা প্ৰজেক্ট জয়মতীলৈ💞)

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️আশীৰ্বাদ কৰিব যাতে আৰু এনেকুৱা কাম কৰি যাব পাৰো❤️

  • @priyankadutta4357
    @priyankadutta4357 2 роки тому +5

    খুব সুন্দৰ উপস্থাপন✨❤। বাকী "Project joymoti" ৰ সমূহ কৰ্মকৰ্তালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ❤

  • @prandeepneog
    @prandeepneog 2 місяці тому +2

    মজালাগিল❤❤❤

  • @Ashish789p
    @Ashish789p 2 роки тому +5

    অপূর্ব নাট্যাভিনয়/সংগীত---
    সকলো সদস্যলৈ শুভেচ্ছা জনালো-😍🎶

  • @bhrigubaishya3276
    @bhrigubaishya3276 Рік тому +1

    বহুত ভাল লাগিছে।। লগতে বৰ দুখো লাগিছে।। গানতোৰ কন্ঠ‌ও বহুত সুন্দৰ হৈছে।। বহুত বহুত ধন্যবাদ থাকিল।।

  • @babuassam1695
    @babuassam1695 2 роки тому +2

    Keep up brother . Video tu sai bohut val lagil lgte video tur pora moi olpman gyanu palu .

  • @munukangogoi344
    @munukangogoi344 11 днів тому +2

    Ahom jindabad joimoti jindabad

  • @mansince2001
    @mansince2001 2 роки тому +2

    ভাল লাগিল বহুত । ইমান সুন্দৰ হৈছে যে চৰিত্ৰত অভিনয় কৰা নাই; তেওঁলোকেই যেন সত্য।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ❤️আশীৰ্বাদ কৰিব🙏

  • @jitarandharaofficial3525
    @jitarandharaofficial3525 2 роки тому +16

    অপূৰ্ব ❤️ । Project joymoti ৰ সমূহ কলাকৌশলীলৈ শুভেচ্ছা আৰু মৰম 💞।

  • @gautamgogoi226
    @gautamgogoi226 Рік тому +2

    আমি নেদেখা এখন ছবি দেখিবলৈ পালো। ❤🎉 বৰ ভাল লাগেলে‌ চাই 😊😊

  • @pujasaikiafojilove6132
    @pujasaikiafojilove6132 2 роки тому +2

    Vl lagil sai.. Moi u sivsagr suwli.. Jysagr. 💓💓🇮🇳🇮🇳🇮🇳🇮🇳

  • @mondeepgogoigogoi4286
    @mondeepgogoigogoi4286 2 роки тому +5

    Gouranga daa......speech less 😍
    And whole team.....amaizing

  • @PuspolotaBorah
    @PuspolotaBorah 3 місяці тому +2

    Mojja mojja 😢😢❤❤

  • @tulikadutta2566
    @tulikadutta2566 2 роки тому +3

    Bhut dhuniaa hoise 👌👌👌👌👌

  • @duttagouranga237
    @duttagouranga237 2 роки тому +1

    সুপ্ৰতীম দাক বহুত ধন্যবাদ দিও শেষ কৰিব নোৱাৰি

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      বহুত বহুত ধন্যবাদ তোমালৈ..সদায় আগুৱাই যোৱা ভাইটি।তোমাৰ কণ্ঠই সকলোকে আপ্লুত কৰি যাওঁক। বহুত বহুত শুভকামনা😍❤️

  • @amlanmahanta1678
    @amlanmahanta1678 2 роки тому +2

    Oo bahii ❤❤❤❤❤❤❤❤❤❤❤🔥🔥🔥🔥

  • @jilmiljunak5690
    @jilmiljunak5690 2 роки тому

    সচাকৈ খুব কম সময়ৰ ভিতৰত সুন্দৰ উপস্থাপন কৰি দৰ্শকৰ মন মোহিত কৰিব পাৰিছে আপোনালোকে।আগন্তুক দিনত আৰু আগুৱাই যাওক।শুভেচ্ছা যাচিলোঁ।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍আশীৰ্বাদ কৰিব❤️

  • @manabendradasmusical2631
    @manabendradasmusical2631 2 роки тому +2

    ❤️❤️❤️💙অপূৰ্ব,,,, উফ ভাষা নাই প্ৰকাশ কৰিবলৈ

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @missdipalee
    @missdipalee 6 місяців тому +2

    ❤️❤️❤️

  • @arupsbg7443
    @arupsbg7443 2 роки тому

    ক'বলৈ ভাষা বিচাৰি পোৱা নাই‌ ‌। সঁচাকৈয়ে বৰ সুন্দৰ উপস্থাপন ! সকলোকে অভিনন্দন ‌জনালোঁ ‌।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @Janmonidutta
    @Janmonidutta 2 роки тому +2

    Bohut vl lagile hosakoi ❤ ♥

  • @toxix7747
    @toxix7747 2 роки тому +2

    অপূৰ্ব।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @dhurbajyotiborgohain4679
    @dhurbajyotiborgohain4679 2 роки тому +5

    ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি... আৱেগিক হৈ ৰলো ❤️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      অশেষ ধন্যবাদ😍❤️আশীৰ্বাদ কৰিব

  • @priyankasworld2865
    @priyankasworld2865 2 роки тому +5

    সঁচাই অপূৰ্ব ❣️ সকলোলৈ শুভেচ্ছা

  • @devajitgogoi1o1
    @devajitgogoi1o1 Рік тому

    ভাল লাগিল । কলা কুশলীৰ অভিনয়, কাহিনীৰ উপস্থাপন আৰু ৰঙেৰে বুলাই দিয়া জয়াৰ জীয়া ছবিখনি । ভৱিষ্যতে আৰু এই ধৰণৰ বুৰঞ্জী সমৃদ্ধ কিছু কাহিনী দেখা পাম বুলি আশা ৰাখিলোঁ ।
    শুভেচ্ছা থাকিল "প্ৰজেক্ট জয়মতী" ৰ সকলো লৈকে ❤️

    • @ArtisticAxom
      @ArtisticAxom  Рік тому +1

      বহুত বহুত ধন্যবাদ😍❤️

  • @gamingnooryt371
    @gamingnooryt371 2 роки тому +2

    Dhuniya Hoise...❤️❤️❤️
    Thanks To Team Joymoti
    Imn xundor project korar babe...😍😍
    Love from Biswanath Chariali... Good Luck 💕

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you so much😍❤️keep supporting keep blessing us❤️

  • @pranjalbezboruah3522
    @pranjalbezboruah3522 2 роки тому +6

    Everything is perfect , Beautiful concept and this picture took my heart 💖 🌼
    Well done "Project Joymoti" team members .
    Specially Prostuti and Teresha keep shining and many more to go 🌼
    Best wishes and congratulations to all of you ❤️.

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      thank you so much😍❤️keep supporting keep blessing us❤️

    • @BituponGogoi-no5vo
      @BituponGogoi-no5vo 9 місяців тому

      ❤❤❤❤❤❤❤❤❤

  • @gobindoley1749
    @gobindoley1749 Рік тому +1

    বহুত ধুনীয়া লাগিছ😘😘😍😍

  • @nabasaikia754
    @nabasaikia754 Рік тому +1

    Bohut val hoi se sokolure borhia acting kori se. Apnr kam bur khubei val lagi se

  • @vibekshah7162
    @vibekshah7162 2 роки тому +2

    Eyes filled with tears.. so beautiful so perfect

  • @gaurangahazarika9694
    @gaurangahazarika9694 2 роки тому +4

    Borhiya hoise dei vl lgil ❣️❣️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you so much brother❤️ lucky to have you😍 without you this project wouldn't be possible.. thank you so much ❤️

  • @Nishita150
    @Nishita150 5 місяців тому

    Bht val lagile sai aru aguwai juwa tumalok ❤❤

  • @pradunnyasaikia9193
    @pradunnyasaikia9193 2 роки тому +4

    It's just uffffff 🥺❤️ Hats off to u guys ❤️ superb 🔥 now we r expecting more Nd more ❤️ congratulations ❤️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you so much😍❤️ keep supporting keep blessing us❤️

  • @bristygogoi7736
    @bristygogoi7736 2 роки тому +1

    Such a speechless and brilliant work. Keep it bhaity. 👍👍

  • @kashyapburagohain6235
    @kashyapburagohain6235 2 роки тому +1

    Bohut dhunia ❣️🤗

  • @archanamuktiar6179
    @archanamuktiar6179 2 роки тому

    সুন্দৰ অভিনয়,উপস্থাপন শৈলী অপূৰ্ব। project জয়মতীৰ সকলো সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @dibyajyotichatterjee2721
    @dibyajyotichatterjee2721 2 роки тому +3

    Mojjaa hoise dei 🔥.
    Best wishes to the team 💞.

  • @Juhee2006
    @Juhee2006 Рік тому

    Incredible♥️♥️ speechless.......shine on

  • @haridarshan6388
    @haridarshan6388 2 роки тому +1

    খুব সুন্দৰ ... Kudos to team "Project Joymoti"🌼

  • @shyamaligogoiboruah8670
    @shyamaligogoiboruah8670 2 роки тому

    সুন্দৰ,, খুউব ধুনীয়া হৈছে ,, ভাল লাগিল বহুত,🌹🌹🌹🌹🌹

  • @julimahanta2431
    @julimahanta2431 2 роки тому +1

    Dhunia lagisa 👌👌👌👌👌 bu da ♥️♥️♥️♥️

  • @pujadutta9876
    @pujadutta9876 2 роки тому +2

    ❤️ গাৰ নোম সিঁহৰাই গ'ল অ........ভাষা নাই .....💐💐 ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      বহুত বহুত ধন্যবাদ😍❤️

  • @bilashchangmai
    @bilashchangmai 2 роки тому +10

    Beautifully depicted the Story of Soti Joymoti. Salute To all the hard work of the members behind this project in bringing out such a beautiful piece of masterpiece. Nice Nice Mahanta Sir😍

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you so much😍❤️keep supporting brother ❤️

  • @indraniburagohain9205
    @indraniburagohain9205 2 роки тому

    Hundor video... Sai val lagil... 👍👍

  • @rintudutta5790
    @rintudutta5790 2 роки тому +1

    First 😊❤️
    সুন্দৰ হৈছে বু‌ দা🔥❤️

  • @jayantabhuyan184
    @jayantabhuyan184 2 роки тому +1

    বৰ সুন্দৰ উপস্থাপন...সংগীত, অভিনয় আৰু বিষয় সকলো দিশেই ভাল লাগিল 💚

  • @kalpanamahanta7851
    @kalpanamahanta7851 2 роки тому

    Bohut hundor hoisa .hokoluloika huvkamona jonalu

  • @DG-db3vq
    @DG-db3vq 2 роки тому +2

    Congratulations brothers and sisters for your heartwarming project. Wish you all the best👍💯

  • @kobitagogoi6675
    @kobitagogoi6675 2 роки тому

    বহুত ধুনীয়া হৈছে👌👌আগলৈ যাতে এনেকৈয়ে আগুৱাই যোৱা।all the best.. 👍👍

  • @fulmanibarman3626
    @fulmanibarman3626 Рік тому

    Joi aai axom 😊❤❤❤

  • @momibasumatary5945
    @momibasumatary5945 2 роки тому +2

    Amazing project

  • @kanaklatagirls4204
    @kanaklatagirls4204 2 роки тому +1

    বহুত বহুত ভাল লাগিল 💕, আগবাঢ়ি যাওক এনেকৈ 🙏।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      অশেষ ধন্যবাদ😍❤️

  • @aymanakhanam4752
    @aymanakhanam4752 Місяць тому

    Buhut Val lagise ❤

  • @susmitanath4503
    @susmitanath4503 2 роки тому +1

    Bohut dhuniya hoise!! Congratulations team❤

  • @kongkonakonch7885
    @kongkonakonch7885 2 роки тому +1

    উপস্থাপন সুন্দৰ। অনাগত দিনলৈ শুভেচ্ছা জনালোঁ।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @paporimahanta6488
    @paporimahanta6488 2 роки тому +1

    This one is to good keep it up 👍👍💕

  • @devbarninisworld6116
    @devbarninisworld6116 2 роки тому +1

    Aaah ki kom!!! Emotional hoi golu sai

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you so much😍❤️It means a lot to me😍Lucky to have you in our project..u did a great job❤️

  • @prafullamahanta7937
    @prafullamahanta7937 2 роки тому +2

    অতি সুন্দৰ হৈছে | তোমাৰ চেষ্টা সফল হওকঁ | তাৰেই কামনাৰেই

  • @EshanCreativity
    @EshanCreativity 2 роки тому +1

    Bhut dhuniya concept.. xosai bhut val lagil

  • @__priitt__
    @__priitt__ 2 роки тому

    বহুত ভাল লাগিল সুপ্ৰতীম দা 👍👍👍👍

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      বহুত বহুত ধন্যবাদ ভাইটি😍❤️

  • @pankajtamuli8113
    @pankajtamuli8113 2 роки тому +3

    Very nice concept ❤️❤️... Congratulations to whole team👍🏻

  • @abhigyanmahanta8335
    @abhigyanmahanta8335 2 роки тому +1

    Ki kom ru emotional hoi goisu...hundor concept❤️

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      thank you brother ❤️lucky to have you in our project 😍 without you this video wouldn't be possible.. thank you ❤️

    • @abhigyanmahanta8335
      @abhigyanmahanta8335 2 роки тому

      You're welcome..❤️

  • @sumitabharali8805
    @sumitabharali8805 Рік тому

    Buhut vl lgil ❤️

  • @khati8305
    @khati8305 2 роки тому +8

    just amazing .. beautifully depicted , artistically directed and awesomely thrilled storytelling video of our assam pride - an epic showcase of ahom kingdom's golden era .. Appreciate to all the efforts of each team person offering contribution to make this happen . keep making us proud. couldn't be there while it was being uploaded. BRAVO SUPRO 🤟🤟👍👍

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому +1

      thank you so much😍❤️keep supporting brother❤️

  • @simantagogoiart6715
    @simantagogoiart6715 2 роки тому

    Bhakha nai,bohut bohut bhal lagil 💓💓💓💓💓💓

  • @tukumonimahanta1776
    @tukumonimahanta1776 2 роки тому +2

    Excellent!!!!! no words to praise your effort

  • @mintumahantaarts7501
    @mintumahantaarts7501 2 роки тому +1

    সুন্দৰ উপস্থাপন...ভাল লাগিল চাই

  • @sankobkoushik8554
    @sankobkoushik8554 2 роки тому

    বহুত ধুনীয়া বনাইছে ।

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      বহুত বহুত ধন্যবাদ😍❤️

  • @kaustavaxomxaikia2378
    @kaustavaxomxaikia2378 2 роки тому

    Bohut bohiyaa lagile bhai....aguwai jaa 🤘

  • @priyankuhazarika6678
    @priyankuhazarika6678 Рік тому

    Bht val lagile 👌👌

  • @dhrubaburagohain6302
    @dhrubaburagohain6302 2 роки тому

    Bht dhuniya hoise💛💛💛

  • @pompeemahanta8921
    @pompeemahanta8921 2 роки тому +1

    সুন্দৰ আৰু আগবাঢ়িযা ভাইটি

  • @chimpeeborgohain8936
    @chimpeeborgohain8936 2 роки тому

    Bht dhuniya hoise aguyai jwa tumlk❤️❤️

  • @AshrafAli-ne5ss
    @AshrafAli-ne5ss Рік тому

    Bohut val lagil sai

  • @rinkeedutta5616
    @rinkeedutta5616 2 роки тому +1

    Video2 creat korute jiman khini kosto hoise aru ata hundor concept ankoi axom bakhi raijor agot dangi dhora hoise tar babe proud of you to all...2malukor kosto hofol houk tare kamona.....👍👍

  • @chandanchetri3223
    @chandanchetri3223 2 роки тому +2

    Beautifully done. Best wishes to the entire team

  • @rjcreation832
    @rjcreation832 2 роки тому +1

    Bht vl hoise hodai aguai jua enekoi 😊

  • @kirondeka7692
    @kirondeka7692 Рік тому

    Wonderful n praiseworthy project. Thanks 💖

  • @Anganaartist
    @Anganaartist 6 місяців тому

    Eman vl lagil sai video tu sai 🙏🙏

  • @PrastutiPhukon
    @PrastutiPhukon 2 роки тому +4

    Proud to be a part of this project 💓

    • @ArtisticAxom
      @ArtisticAxom  2 роки тому

      lucky to have you in our project..your voice is magnificent ❤️ thank you so much prastuti😍

  • @intunewithswagata9167
    @intunewithswagata9167 2 роки тому

    Dhunia hoise bohut..

  • @ankitagogoi9832
    @ankitagogoi9832 2 роки тому

    Amezing🥰😘vl lgl sai

  • @littlethings2279
    @littlethings2279 2 роки тому

    Dhuniyaa hoiseee

  • @manishgoswmi25
    @manishgoswmi25 2 роки тому +2

    Love it guys 👍🏻👍🏻 Very well done 🔥🔥🔥..