মা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ ৷ মা অবিহনে মই দুখীয়া তথা অকলশৰীয়া ৷ লাভ্ ইউু এণ্ড মিছ্ ইউু মা ৷ __ জুবিন দা মোৰ প্ৰিয় আগতেও আছিলে আজিও আছে আৰু আগলৈকে থাকিব ৷
হৃদয় খন জুৰ পেলোৱা গীত,😭মোৰ মাৰ লগত টকা টকি হয় কিন্তু তথাপি মাৰ সমান কোনো নহয়,,মোৰ লগত যিয়ে নহওক,, কিন্তু মা সদায় ভালে থাকক,,লাগিলে মই মাৰ পৰা আতৰি যাম😭🙏গীত টিৰ বিষয়ে কিনো কম ভাষা নাই মোৰ,No word 😥
Even though it's a 6 years old song it's really a beautiful song whenever I listen to it melt my heart and my tears doesn't stop being rolling from my eyes and seeing you sobbing I feel more sad . You are really a beautiful and a wonderful singer I have no words to describe for your wonderful talent iin your ability to to sing... Iove you❤Zubeen Da.. Keep on singing for us who Love you so much ❤ May God bless you at all times🎉🎉🎉🎉🎉🎉
This song can't be felt by the people who have their mother at present but those who are not lucky like me will feel the depth of the song and get very very emotional 😭😭
I lost my parents when i was in class 9😥😥and when i listened this song my tears come😢😥😥really parents are the true inspiration and true guide..but mine both are not with me.Miss you Mom and dad really miss you a lot😥😢😥😥
মোৰ মা নাইকীয়া হোৱা প্ৰায় ১বছৰ পাৰ হল হল । মই গান টো শুনিলে বহুত অন্তৰত আঘাত পাও । আচলতে মা নহলে কেনেকুৱা সেয়া মা নথকা সকলে বুজে । সেই কাৰণে সকলোৱে শুনিব নোৱাৰে ।
বহুত শিল্পী আহিব আৰু যাব, কিন্তু জুবিন দা সদায় আমাৰ মাজত জুবিন গাৰ্গ হৈয়ে থাকিব।No one can replace him. ZG💕❤
Hosaa kothaa.. monor kothaa koi dilaa
Z g .Amar gold no1all singar
@@lisandeka4627 AQ@a@@@a@qqqq
@@lisandeka4627 dutfull
Correct
পথিৱীৰ প্ৰতিজনী মা’ৰ বাবে মোৰ অযুত মৰম❤.
Thanks
❤😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂@pankajroy1954
মা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ ৷ মা অবিহনে মই দুখীয়া তথা অকলশৰীয়া ৷ লাভ্ ইউু এণ্ড মিছ্ ইউু মা ৷
__ জুবিন দা মোৰ প্ৰিয় আগতেও আছিলে আজিও আছে আৰু আগলৈকে থাকিব ৷
ধনই
@@SIUUUUUUUU11111
Lllllllllllllll
Muro
@@SIUUUUUUUU11111 Pp0
Ma ammar hokolua j ma abehona nae pethbe o
জুবিন, তুমি সদায় শ্ৰেষ্ঠ হৈ থাকা। ঈশ্বৰে তোমাক কুশলে ৰাখক।
😢😢😢😢😢😢😢😢my ❤❤❤❤❤❤❤❤❤
মা দেউতা শব্দটো সচাকৈ বুজাব নোবাৰি কোনো ভাষাই সকলোবে মাক দেউতাকক শান্তি সুখত ৰাখক
জুবিন গাৰ্গ ৰ এই গান টোৱে চকুলো ওলাই আহে.... মাক হেৰুৱা প্ৰায় 20বছৰৰহৈ পাৰ হৈ গ'ল... এই গান টোৱে তেওঁৰ স্মৃতি খিনি সজীৱ কৰি তোলে..
.
Xoha dei jar maa nai hi e anubhav kare.
😢😢
বৰ্তমান মোৰ মা আছে সেইকাৰণে মই বহুত সুখী বা বহুত কষ্টৰ পৰা দূৰত আছু .... কিন্তু মই বুজো যিসকলৰ মা নাই সেই সকলৰ কিমান দুখ .... মই কেতিয়া ও ভাবিবো নোৱাৰো মা অবিহনে মই কেনেকৈ ই জীয়াই থাকিম .... জুবিন দা আপুনি মহান .... 👍👍👍👍
Sem
ua-cam.com/video/_24EDOhmvSc/v-deo.html
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Mor ni xito dukh moi janu .lv u maa
Bohut mis koru ma,papa mur kunu nai
জুবিন দা তুমি কান্দিলে আমি সহিব নোবাৰোঁ সদায়ে হাহি থকা ।😢
ua-cam.com/video/_24EDOhmvSc/v-deo.html
মা যতে আছা ভালে থকা বহুত মনত পৰে তোমালৈ❤❤😢😢😢😢
সছা বৰ দুখ লগা গানটো জুবিন দা আমাৰ মাজত সদাই জীয়াই থাকক তাৰে কামনা কৰালো
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Apuni hahile bhal lage kandile dukh lage ....apuni anonya....mur pita ..mur bhagvan......so love you..and so
Sweet song...
Bhagvan parents hoi ei emotion hoi
মোৰ কেতিয়াবা অনুভৱ হয় মই মাৰ অবিহনে জীয়াই থাকিব পাৰিম জানো । প্ৰতিগৰাকী মাতৃ লৈ শ্ৰদ্ধা জনাইছোঁ 😭😭
🙂🙂🙂🙂...jibon tu othole jabo nidiba
Nice.
Joi zubeen dàaaaaaaaa
Hosake koise moi je ki korim maa nohole
Zubeen da will always be as legend in History of not only Assam but India❤️❤️..Love u Zubeen da❤️❤️
বৰ ভাল লাগিছে দাদা মুৰো মা লৈ মত পৰে😢😢😢😢
জুবিন দাদাৰ গান বোৰ শুনিলে মনটোৱে বহুত শান্তি পাই আৰু মা পাপা মোৰ সকলো ❤️
এই পৃথিৱীত মা - দেউতাতকৈ ডাঙৰ কোনো হব নোৱাৰে । মা - দেউতাৰ মৰম , ভালপোৱা কেনেকুৱা জুবিন দাই এই গানটোৰ দ্বাৰাই ধুনীয়াকৈ উপস্থাপন কৰিছে। মোৰ মা - দেউতাৰ লগতে পৃথিৱীৰ সকলো মা - দেউতা ভালে কুশলে থাকক লগতে জুবিন দা আপোনিও ভালে কুশলে থাকক তাৰে কামনাৰে 🙏🏻❤️
My mother is my life ❤❤❤❤❤❤❤❤❤❤
I love ma
❤❤❤❤❤❤
O9i9 hai or abhi Tak hai na ho 😅kya baat ho kya kya hai ki koi kaam nhi hota to koi na na to bhi nhi ho raha
@@hojaiassamvlok782 the
😮 2:45 @@hojaiassamvlok782
মা দেউতাৰ অবিহনে জীৱন শূন্য 💔
Hoi moi buju
মা। জুবিন দা মোকো আপুনি আবেগিক কৰিলে।মাৰ কথা মনত পৰিলেই মোৰ চকুৰে অশ্ৰু বৈ আহে,যদিওবা মোৰ মা এতিয়া মোৰ লগত আছে,তথাপি মা নহলে মই কেনেকৈ জীয়াই থাকিম,এই চিন্তাই আজি জুবিন দাৰ গানে মোক মনত পেলাই দিলে।
ua-cam.com/video/_24EDOhmvSc/v-deo.html
তোমাৰ দৰে সকলো সন্তানে ভবা হলে কথাই নাছিল । আজিৰ দিনত বৃদ্ধা আশ্ৰম নাথাকিলে হয়।
@@hemalatabaruah7630 hmmmm💚
এই গীতটি শুনিলে মোৰ গাৰ নোম শিয়ৰি উঠে l i Love you zubeen da
😊😊😊👍
😂😂😂😂
Hosa kotha koisa kintuk
মোৰ প্ৰিয় গায়ক জুবিন দা তেওঁৰ সকলো গান মোৰ প্ৰিয় তেওঁৰ গানত দুখ-সুখ হাহি কান্দো সকলো আছে তেওঁক ভভগৱান ভালে ৰাখক
Zuben da apunar gan ru xuni mur soku pani ulai gol moi apunar karona jaan di dim ❤❤❤❤❤ joi zuben daaaa
মোৰ মা আজি মোৰ লগত নাই । বহুত মনত পৰে মা লৈ । ও মা তোমাৰ দুখ নালাগে নেকি যেতিয়া মই তোমাৰ অভাৱ অনুভৱ কৰি উচুপি উঠোঁ....
Beya hallllll
Welcome
মোর ও নাই 😢😢😢😢😢
Ma pronam
Buzi paausu
Zubeen daar gaan hoi ... Teu ai akmatro manuh jiye xokolukee true jadugori konthore hahuwabo u pare and konduwabo u pare❤️
Joi Zubeen daa🔥🔥🔥
A girl can be ugly or beautiful but Mother is always Beautiful ,The unconditional relationship on earth ♥️
My tears come
True😢
😢😢😢😢😢
This relationship is beyond the universe 😢❤️ I miss my mom to much I love you mom 😢
হৃদয় খন জুৰ পেলোৱা গীত,😭মোৰ মাৰ লগত টকা টকি হয় কিন্তু তথাপি মাৰ সমান কোনো নহয়,,মোৰ লগত যিয়ে নহওক,, কিন্তু মা সদায় ভালে থাকক,,লাগিলে মই মাৰ পৰা আতৰি যাম😭🙏গীত টিৰ বিষয়ে কিনো কম ভাষা নাই মোৰ,No word 😥
same to you
ki kam ganto sunile sakur pani rodh kariba noaro zubeen tumi anadare gai thaka
Every line of this song = GOOSEBUMPS ❤️
Zubeen da tu next level.. apunar music band tu..... hats off to all.
Muru maa dewta nai bahut dhuk lage saku pani ulai jai oooo thnx zubeen da
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Moru ma deuta ni 😭😭😭vabla mononto Bhut kosto pawo kenekoy ja jeyi asu😭😭😭 love you ma deuta
So amazing song love from meghalaya❤❤❤❤
ভগৱানে মঙ্গল কৰক তোমাক ।
সংগীতৰ ভগৱান হয় , love you zubin da
My Ma is my oxygen..She is my best friend ..I love you so much 💗💓
ধুনীয়া ❤
The ever irreplaceable legend of Assam ❤
ইমান আৱেগিক গান জুবিনতকৈ আৰু দ্বিতীয় কোনেও বোধয় ভালকৈ গোৱা নাই৷সচাই শিল্পী মনৰ কণ্ঠ জুবিন৷আশীৰ্বাদ কৰোঁ আৰু এনেকুৱা ভাল গান জুবিনে গাওক৷তেখেতৰ গায়কীক মোৰ শত শত চেল্যুট৷
It's a real song,gifted by our bright star dear zubeen da
Bor hundor mon jetiya dukhere bhori thake. Tumar ei geet tiye notun jibon diye dhanyabad
most emotional song o MAA create by zubeen, and he also emotional for this....LOOK LIKE...I LOVE IT
মই মোৰ মাক বহুত ভাল পাওঁ miss you kun kun makk bhut morom kra
Mor ridoy mor maaaaa...I love u maaaaa....
ua-cam.com/video/_24EDOhmvSc/v-deo.html
@@n.khomemusicofficial2922 xdFFSa
Moi maak bhot vl paw
Moi maa
Love you Zubben da...Love u so much...Ketiaba apunak log ple bhhhttt val lgl hoy da...Ur a legend sir ji...... Love you Assam king
Tears come to my eyes when I hear the song.. 😌💗.
বৰ ভাগৰ লাগিছে অ' মা , এবাৰ তোৰ কোলাত শুৱাই ল' মোক...এবাৰ সাৱতি ল অ' মোক মা..অলপ শুৱ দে অ' মা
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Jnu
Zubeen dada apunr gaan huni...hosakoi bohut vl lage...mon to hanti pau❤️
No one can replace him.. truly majestic..
জুবিন গাৰ্গ আমাৰ সকলোৱে জনপ্ৰিয় অন্তৰপৰা গোৱা গীত বোৰ বহুত ভাল লাগে
ও জুবিন দা আপুনাৰ সকলো গান আমাৰ হিয়াখন ছুই জাই❤❤❤😭😭😭 Love from 😘SIVASAGAR😘👍👍👍
ua-cam.com/video/_24EDOhmvSc/v-deo.html
মা থাকিও গীততো শুনিলে চকু পানী ওলায় ! আৰু যিজনৰ মা নাই তেওঁৰ অৱস্থা কি হ'ব কওকচোন ? জুবিন দা মহান আল্লাহে আপোনাক সু-সাস্থ্য আৰু দীৰ্ঘায়ু কৰক ।
Love U Zubeen da
Mor nai o maa 😢😢😢😢😢😢
Juben garg is the best singer in Assam and my favorite Assamese singer 😍😍
মোৰ দুৰ্ঘটনাত আপুনি সহায় কৰা বুলিয়েই নহয়😔আপুনি মোৰ প্ৰিয় আৰু প্ৰতি জন মা মোৰ আপোন🙏সুন্দৰ সংগীত🎶💙🤍💛👌
kandi diu jenei laagi goise zubeen daa imaan feel diye gaanot...
maakasam ..
Luv u Bro
🙏🙏😻😻😻😻😻😻🙏🙏🙏🙏
Even though it's a 6 years old song it's really a beautiful song whenever I listen to it melt my heart and my tears doesn't stop being rolling from my eyes and seeing you sobbing I feel more sad . You are really a beautiful and a wonderful singer I have no words to describe for your wonderful talent iin your ability to to sing... Iove you❤Zubeen Da.. Keep on singing for us who Love you so much ❤ May God bless you at all times🎉🎉🎉🎉🎉🎉
This song really touch my heart .and I really love my mam❤❤💖💝💝👨👩👧👦
প্ৰতি গৰাকী মা দেউতা মৰম আৰু শুভেচ্ছা।
জুবিন দাৰ গানৰ মাজেৰেই বিচাৰি পাওঁ প্ৰতি গৰাকী মাতৃৰ মৰম চেনেহ
মা থাকিও এই গানটো শুনিলে চকু পানী নিগৰে | সেই কাৰণে নুশুনুৱেই এই গানটো | যাৰ মা নাই তেওলোকে এই গানটো শুনিলে কি অৱস্থা হয় 😢😢😢😢
Mur Maa nai so gaantu hunibo nuwaru moi
😭😭😭😭😭😭😭
মোৰ মা নাই 😢😢😢😢😢
@@mrgogoi5566 moro nai
Hosa kotha moi buji paw je mur Maa nai.
Zubeen daa your songs are my heartbeat nd strength during my lonely period…❤lots of respect to you. Love you man.
We all love u zubeen data....I am your huge fan
Just nailed my heart 💔
By the way Zubeen Da is my all time favourite ♥️
This song can't be felt by the people who have their mother at present but those who are not lucky like me will feel the depth of the song and get very very emotional 😭😭
🙏😥
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
মা অবিহনে জীয়াই থকা বৰ কষ্ট। উশাহ বন্ধ হৈ যায় ও। মোৰ মা নাই নাজানো কেনেকৈ জীয়াই আছো।
i love u soo much ..zubben da.. apuni hodai amar buku khonot birajman hoi thakibo...
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Juben daa .... love frm MANIPUR
I ALWAYS LOVE MY MAA AND PAPA ❤️❤️❤️❤️❤️💕💕💕💕💕
Kgf टाइप
Or zubeen da ka song दिल खुश ho जाता है bhai ❤️🩹❤️🩹👌👌👌
চিৰসেউজ গীত 😘😘
Love you zubeen da🥰🥰
Hrt touching song 🥀🥺❤️moi bohut Lucky krn mur maa ase ❤️i wish bhogoban a xokolure maak vle vle rakhok 🙏❤️
Xosa kotha be
Zubeen da 4G / 5G r manuh nohoi ekdam 100G r manuj
Joi joi joi zubeen da🙏🙏🙏
Zg buli kua bhai❤❤❤
Hriyoror pora Zubeen dak kune kune vl pwa❤️❤️❤️
মোৰ চকুৰ চকুপানী বৈ আহে যেতিয়াই এই গানটো চাওঁ।
মা ❤️।
জুবিন দা লাভ ইউ ❤️
This is the at best song to me, which is directly speak and to our beloved Maa.
যাৰ মাতৃ নাই ....তেঁওহে জানে কেনে অনুভৱ হয় গানটো শুনিলে.......
Hsa ktha. Mr maa ni
Hoi
Mor maa aru deuta nai moi class 10
Hosa ki be 😭😭😭😭😭
Right bro 😓😓
Zubeen দা গান জনম জনম বাকি কিছুমানৰ গান দুদিনলৈ চলে তাৰ পাছত বন্ধ হৈ যায় কিন্তু জুবিন দাৰ পৃথিৱী থকা লৈকে।
No one ever replace you "Maa"
everybody knows
You are so courageous... That's why you could sing the song. Heart touching .MA ooo ma
Zubeen da.
Hodai hunu ei gaan2..Bohut monot pore maa le
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Kunuwe maak ketiyau pahori najabo lagile mori gole mori jabo. Love you so much bharat maaaaaaaaaaaa❤❤❤❤❤❤❤❤❤❤❤❤
Besera Zubeen da 😭 manuhe kio teur vitoror mnuh jonok buji npai
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Thankyou zubeen da... Aji mur maa nai kaxot ..gaan tu xuni maa loi bhut mnt porile..
Beautiful tribute to motherhood,jubeen da,we all love you
Heart touching 😢mur maa karone bohut miss korisu zuben da😢
I lost my parents when i was in class 9😥😥and when i listened this song my tears come😢😥😥really parents are the true inspiration and true guide..but mine both are not with me.Miss you Mom and dad really miss you a lot😥😢😥😥
Zubeen da juii 🙏🌹🌺but aponar sound engineer mja 🤗
Like June kra nai khi maa ki bujia napai b kla😭😘❤️
Mur ma ase kin2 Ami bahriot thaku ma loi bht mont pore love you maa😭😭😭tu le bht mont porise o
The voice and the line no one can beat him 💞
happy birthday দাদা ।।।god bless you । বহুত ভাল পাওঁ আপোনাক
2020 t ai gantu kune kune hunisa like kra......
Ki je abeg Hani gaan tu gaisae.... soku Pani ulai ontor Sui gol. Long live zubeen daa.
This song really touch my heart . And I really love my Mom🙏👩💖
👌
Jubeen you are soul of Assam, your song are the medicine of hungry soul
Love you Zubeen da.. maa is always with you ❤️
Zubeen daa r kisuman gaan a xosakoi konduwai diye, love you zubeen daa 😘
মোৰ মা নাইকীয়া হোৱা প্ৰায় ১বছৰ পাৰ হল হল । মই গান টো শুনিলে বহুত অন্তৰত আঘাত পাও । আচলতে মা নহলে কেনেকুৱা সেয়া মা নথকা সকলে বুজে । সেই কাৰণে সকলোৱে শুনিব নোৱাৰে ।
😭😭😭😭
Hoi
😭😭😭😭
Jubin
Ààaaaaa
A
A
A
Aa
A
Aji dintut sge moia hunisu ai2 gan njnu kyo soku pani nigori gl ..............ai r Homan hobo kun noir Homan bobo kun 🙏 dhonyobad Zubeen Garg🙏🏻 lgte dhonyobad ma🙏🏻 ai hundor prithibi khn dekhuwar babe❤️❤️
Maa sabdato apuni bahut oparaloi loi goul dada. Maa Kasam Zubeen Da.
ঔ
Ki kou mukhere aku bhakha a uluwa nai kio nu mur ma nai .. mur monot porile mak Zubeen da aei gan tu hunu ❤❤❤❤
Zubeen da bohut dhuniya gaan bohut heart touching ..
We love you JUBIN...You are the pride of ASSAM.....Keep it up brother👍👍
O ma tumi kot gola mk ari 😥
mok ari gol .God r osarle
😭😭😭😭😭😭
@sobina yasmin u
ua-cam.com/video/_24EDOhmvSc/v-deo.html
ua-cam.com/video/_24EDOhmvSc/v-deo.html
Raja dai eman dhuniyakoi tobola bojaise gantot ❤❤❤❤👏👏👏🙌🙌🙏🙏🙏