O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • AC MULTIMEDIA Label Released "O Deuta" Song From Chiranjeeb Theatre 2018-19 | Official Theatre Version Link - • O Deuta - Zubeen Garg ...
    Singer - Zubeen Garg
    Music Director - Ajoy Phukan
    Lyrics - Abhijit Bhattacharjya
    Music Producer - Palash Gogoi
    Warning : Don't Copy Any Video Without Prior Permission That Will Be Punishable To All
    ==========================================
    Contact Us On Fb▶️ / acmultimedia.official
    Thanks

КОМЕНТАРІ • 6 тис.

  • @ACMULTIMEDIA
    @ACMULTIMEDIA  6 років тому +624

    O Deuta - Zubeen Garg | Full Official Video | Chiranjeeb Theatre 2018-19 | Rajkumarir Biya | Link - ua-cam.com/video/Zo6OyHqlVa0/v-deo.html
    ©AC MULTIMEDIA

    • @nabajyotisaikia1035
      @nabajyotisaikia1035 6 років тому +36

      zubeen daa ai prithibit jona huar pora aapunar gaan huni aaji ai 26 ta bosor par korilu....morar loike aapunar gaan huni a jibon2 par korem....ke dukh ke hukh sobote....

    • @ababilhacker2351
      @ababilhacker2351 6 років тому +8

      Moja da jubeen daa

    • @mirajulhaque888
      @mirajulhaque888 6 років тому +8

      love you zubeen da

    • @babuldas6372
      @babuldas6372 6 років тому +5

      bht bht bhtei vl dei song2....bht mnt pre oo deutaloi...😔😔😔😔

    • @jumusical9345
      @jumusical9345 6 років тому +3

      zubeen da is ever green singer.I like every songs hardly

  • @জীৱনৰৰঙ
    @জীৱনৰৰঙ 6 років тому +1869

    মৰমৰ দেউতা...
    মৰম ল'বা। আশা কৰো তুমি য'তেই আছা কুশলে আছা। বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছো তোমাৰ ..
    অনুভৱ কৰিছো ল'ৰালিৰ সেয়া দুষ্টালিৰ অনুশাসন...
    তুমি ছাগৈ পাহৰিছা মোক...
    মোৰো ছাগে বৰ বিশেষ মনত নাই সৰুতে দেখা তোমাৰ মুখখন ...
    এতয়াটো মই বহুত ডাঙৰ হলো ।
    যিমানেই ডাঙৰ হৈ আহিছো সিমানেই যেন তোমাৰ অভাৱ অনুভৱ কৰিছো ।
    তুমি মোক এৰি যোৱা সেই দিনটোৰ কথা যেন মই আজিহে উপলব্ধি কৰিব পাৰিছো ।মনত পৰেনে তোমাৰ সেই দিনবোৰৰ কথা ,তুমি আৰু খুৰা যে মেন্থেল লাইট জলাই বাৰিষাৰ ৰাতি মাছ ধৰিব গৈছিলা ।
    মোৰ এতিয়াও মনত আছে জনা,তোমাক যে তুমি আমাক এৰি গুছি যোৱাৰ দিনা যে চোতালত শুৱাই মেন্থেল লাইট জলাই তোমাক অন্তিম শত্কাৰ কৰিবলৈ মানুহ গোট খাইছিল ,আৰু মই তেতিয়া খুৰাক শুধিছিলো "খুৰা দেউতা আজি মাছ ধৰিব নাযায় নেকি ,দেউতা যে শুই আছে ”
    তেতিয়া খুৰাই কান্দি কান্দি কৈছিল "সোন" তোমাৰ দেউতা আৰু নাই ........
    তেতিয়া হয়তো মই বুজিবও পৰা নাছিলো কথাষাৰৰ আৰ্থ....
    এতিয়া বুজিব পাৰিছো বহু কথাই......
    অভাৱ অনুভৱ কৰিছো তোমাৰ ....
    এতিয়া যে তোমাৰ সোণ বহুত ডঙৰ হ'ল...
    এতিয়া তোমাৰ সোনে টকা ঘটিব পৰা হ'ল,প্ৰেম কৰিব পৰা হ'ল....
    তুমি চিন্তা নকৰিবা দেউতা ,তুমি বেয়া দেখা কাম মই নকৰো কেতিয়াও ,তুমি বিচৰা মতে মাক সুখ দিব পৰা নাই....
    তথাপিও তুমি চিন্তা নকৰিবা দেউতা বেয়া নহওঁ কেতিয়াও ,নিষ্ঠাৰে কাম কৰি যাম,এটা চিনাকি দি থৈ যাম নিজকে....
    বহু কথাই লিখিব মন গৈছিল ,তুমি ছাগৈ আমনিয়ে পাই গৈছা....
    আজিলৈ সামৰো দিয়া ,বহু কথাই কবলৈ আছিল তোমাক,পাছে পৰে ক'ম দিয়া কেতিয়াবা .......
    ইতি তোমাৰ মৰমৰ
    দ্বিপশ্ৰী...

  • @phuleswarpegu5149
    @phuleswarpegu5149 6 місяців тому +511

    দেউতাক ভালপোৱা সকলে লাইক এটা আৰু
    2024 কোন কোন মোৰ দৰে শুনিছা মৰমৰ দেউতাৰ বাবে কমেন্ট এটা💚........

  • @ainulchoudhury7679
    @ainulchoudhury7679 4 роки тому +565

    এই গীতটো dislike মাৰাকেইটাই ছাগে বাপেক নোহোৱাকৈ জন্ম হোৱা সন্তান......
    জুবিন দা আপুনি এই গানটো ইমান সুন্দৰকৈ গাইছে সচাকৈ হিয়াখন চুই গৈছে ........
    দুচকুৰে সু হৃদয়ৰ অস্ৰু দুনয়নৰে বাগৰি গৈছে....
    Love u abba,i miss u i miss u so much😘😘😘

  • @jyotinath9928
    @jyotinath9928 2 роки тому +309

    আজি দেউতা লৈ বহুত মনত পৰিছে.. বিয়া হৈ গম পাইছো মা দেউতা ৰ বাহিৰে কেনোবে মৰম নকৰে😭

  • @kiranmahanta9462
    @kiranmahanta9462 3 роки тому +146

    এবাৰ মাতিবানে দেউতা। তুমি নোহোৱা তেৰ বছৰ হল বহুত মনত পৰে তোমালৈ । ধন্যবাদ জুবিন দা এই গানটোৰ মাজেৰে অনুভৱ কৰিব পাৰিছোঁ😥😥

  • @dhanjitdeka9911
    @dhanjitdeka9911 6 років тому +425

    ধন্যবাদ জনাইছোঁ তোমাক জুবিন দা... এই সুন্দৰ গীতটি আমালৈ উপহাৰ দিয়া বাবে... আশা কৰোঁ এইটো গীত শুনাৰ পিছত দেউতাৰ প্ৰতি পুত্ৰ -কণ্যা মৰম এক নতুন দিগন্তৰ পাতনি মেলিব... দেউতা এজন এনেকুৱা ব্যক্তি যিজনে নিজে কান্দে কিন্তু নিজৰ লৰা - ছোৱালীৰ চকুত পৰা পক্ষত কেতিয়াও চকু পানী ওলাব নেদিয়ে... দেউতা জীৱনৰ প্ৰেৰণা হয় আৰু মা জীৱনৰ বাট...

  • @user-ibankumarnath
    @user-ibankumarnath 6 років тому +553

    সচাঁই দেউতা I Really Love U💏.. সীমাৰ পৰা, হাবিৰ পৰা এজন সাধাৰণ সৈনিকে কৈছোঁ,,, বৃদ্ধাশ্ৰম বোৰ নোহোৱা হব লাগে।।।
    নহলে মা দেউতাৰ শব্দ বোৰ অসাৰ্থক হব।।।
    জন্মু কাশ্মীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জুবিন দালৈ

  • @RakeshDas-tr5bt
    @RakeshDas-tr5bt 5 місяців тому +25

    দেউতা মানেই যেন এক বুজাব নোৱাৰা অনুভূতি ❤ পৃথিৱীৰ প্ৰত্যেক জন দেউতাকে ভালে থাকক তাৰেই কামনা কৰোঁ ❤

  • @kiranmoyeenath4132
    @kiranmoyeenath4132 4 роки тому +202

    পাপা ঢুকুৱা আজি এমাহো নহ'ল পাপাৰ নিচিনাকৈ মৰম কৰা একমাত্র মামাজনো গ'ল গৈ। বৰ অকলশৰীয়া হৈ পৰিলো😢😢😥

  • @durlavmshry1312
    @durlavmshry1312 2 роки тому +307

    এই গীতৰ মূল্য সেইজনেই বুজি পাব যিয়ে নিজৰ দেউতাক হেৰুৱাই ছে😭😭
    মই হেৰুৱালী আজি চাৰি দিন হল🥺🥺

    • @bhupendeka9750
      @bhupendeka9750 Рік тому +7

      😢 nijar dewtA dare ako hobo noware

    • @dhirajdas8957
      @dhirajdas8957 Рік тому +9

      3bosor hol bohut miss koru mor dewtak abar xaboti dhoribo mon jai bohut

    • @simibarman6916
      @simibarman6916 Рік тому +5

      Moi herua aji 49days hol. Keneke je jiyai asu . kunudinei anor dore hobo nuwaru.

    • @nayan892
      @nayan892 Рік тому +3

      Yes😢

    • @gitanjulikhakhalary6880
      @gitanjulikhakhalary6880 Рік тому +3

      Moi hurur porai powa nai deutak moi aarai howat te deuta a dhokise

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 Рік тому +77

    জুবিন দাই মা - দেউতাৰ ওপৰত লিখা গানকেইটা বহুত নষ্টালজিক 🥺❤️ মা - দেউতাতকৈ এই পৃথিৱীত কোনো ডাঙৰ হব নোৱাৰে । মোৰ মা - দেউতাৰ লগতে পৃথিৱীৰ সকলো মা - দেউতা ভালে কুশলে থাকক লগতে জুবিন দা আপোনি ভালে কুশলে থাকক 🙏🏻💖

  • @bitupongogoi7944
    @bitupongogoi7944 Рік тому +39

    দেউতা, কত আছা তুমি😢 দেউতা এক পৰিচয় এক সাহস , এবাৰ যদি আকৌ লগ পালোঁ হয় 😢❤ , যতেই আছে ভালে থাকক পাপা , বৰ কষ্ট আপুনি বিহীন 😢❤ , I love you papa ❤ পুনৰ লগ পোৱাৰ আশা আজিও কৰোঁ আৰু শেষ মুহূৰ্ত্ততটো কৰিম ❤😢

    • @sumushreya8806
      @sumushreya8806 6 місяців тому +1

      Miu koabt adin Jen log pam ❤

  • @letscrack7046
    @letscrack7046 4 роки тому +204

    এই ‌গানটোৰ মাজত মই‌ মোৰ ‌দেউতাক‌ বিচাৰি পাওঁ । গানটো শুনাৰ পিছত মোৰ ‌চকুলো অকলে অকলে ‌বৈ‌ আহিল । মাত্ৰ ‌২ মাহ হৈছে ‌দেউতাই এই পৃথিৱীৰ মায়াজাল এৰি যোৱা 😭😭😭😭

  • @TapashChRay
    @TapashChRay 6 років тому +82

    ধন্যবাদ জুবিন দা । যেনেদৰে দেউতাৰ নিচিনা কোনেও হব নোৱাৰে,তেনেদৰে তোমাৰ নিচিনা আৰু কোনেও হব নোৱাৰে।

  • @dibyajyotibaruah6779
    @dibyajyotibaruah6779 6 років тому +60

    এই গানটো ৰ শুনি মোৰ মনটো বহুত দুখ লাগি গল।কাৰণ মোৰ দেউতালৈ বহুত মনত পৰিছে দেউতা আজি আমাৰ মাজত নাই।দেউতাৰ বাবে গোৱা গানতো বহুত সুন্দৰ হৈছে।মা আৰু দেউতাৰ বাদে পৃথিৱীত কোনেও মৰম দিব নোৱাৰে।এইক্ষেত্ৰত গানটো লিখা অজয় দাআৰুগীত টি গোৱা জুবীনদালৈ বহুত বহুত মৰম থাকিলে।

  • @gitalibhuyanjd8672
    @gitalibhuyanjd8672 8 місяців тому +20

    দেউতা নথকা জনে বুজি পায় এই বেদনা। মোৰ দেউতা নাই মোক মাতিবলৈ ।প্ৰতিটো পল দেউতালৈ মনত পৰে। তোমাৰ অবিহনে এটা বছৰ পাৰ কৰিলো প্ৰতিটো খোজত তোমাৰ অনুপস্থিতিয়ে বৰকৈ দুখ দিয়ে দেউতা। তোমাৰ প্ৰয়োজন কিমান হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো । তুমি যতে আছা ভালে থাকা।। love you father 😔😭😭

  • @prachurjyapathak1351
    @prachurjyapathak1351 6 років тому +182

    জুবিন দাক বহুত বহুত ধন্যবাদ। এনেকুৱা গান এটা আপোনাৰ পৰা আমি পাইছো। জুবিন দা আপুনি শ্ৰেষ্ঠ।

  • @bhagyobanrojok8818
    @bhagyobanrojok8818 5 років тому +164

    ৰাতি ৯ বজাৰ পৰা ৰাতিপূৱা ৪ টা বাজি গল কিন্তু হুনি ভাগৰ নালাগিল। অন্তৰ চুৱা গান। ধন্যবাদ জুবিন দা ।

  • @asikurali2006
    @asikurali2006 6 років тому +120

    চকুলো টুকিলো গীতটি শুনি জুবিন দা, বহুত সুন্দৰ। দেউতাৰ প্ৰসঙ্গত পুৰ্বতে ৰচনা নোহোৱা গীত শুনিবলৈ পালোঁ‌। গীতটিৰ ৰচক, সংগীত পৰিচালক, জুবিন দা আৰু গীতটিৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ‌।

  • @swabnamakhtar9782
    @swabnamakhtar9782 Рік тому +25

    দিনটোৰ ব্যস্ততাৰ শেষত ৰাতি শুব আহি তোমাৰ কথাই ভাবো আব্বা তেতিয়াই এই গানটো লগাই লওঁ আৰু কলিজাৰ বিষ বোৰ চকুলো হৈ ওলাই যায়.... 'এবাৰ মাতিবা নে দেউতা' তোমাত মুখৰ মাতষাৰ শুনিব যে ইমান মন যায়... বৰ কষ্টত আছো অ আব্বা মৰমৰ বৰ অভাৱ হৈছে...... তুমি যতে আছা ভালে থাকা মোক দূৰৰ পৰাই আশীৰ্বাদ কৰিবা😔

  • @gitanjalilaskar1782
    @gitanjalilaskar1782 6 років тому +242

    এই গানটো ৰ মাজত মই মোৰ দেউতাক বিচাৰি পাওঁ 😥😔বহুত ভাল পাওঁ মই গানটো 😔নীৰৱে চকুলো বৈ আহে ,,,,,

  • @jintumanidas5462
    @jintumanidas5462 6 років тому +81

    জুবিন দা, আপোনাৰ গানে বাৰে বাৰে মোৰ ভঙা হৃদয় খন জোৰা লগাই । নাজানো এনেকুৱা কি আছে আপোনাৰ গানত, আপোনাৰ গান ৰাতিপুৱা শুই উঠি নুশুনিলে দিনটো পাৰ নহয় আৰু ৰাতি শোৱাৰ আগত এবাৰ নুশুনিলে ৰাতিটো পাৰ নহয়, আপুনি মোৰ বাবে ভগৱান স্বৰূপ , এবাৰ মন আপোনাৰ লগত কথা পতাৰ ।

  • @nameless5072
    @nameless5072 6 років тому +353

    আমি দেউতা বাচি থকা কালত তেওঁক বুজি নাপাও ....মা জীবন দিয়ে দেউতা জীবন টো এখন চাকিৰ পোহৰৰ দৰে পোহৰাই তুলে ......thnx zubeen da for this song.....I love u u r the pride of our Assam

  • @karabibarman7685
    @karabibarman7685 2 роки тому +33

    অনুভৱৰ চৰম সীমা পাৰ কৰি যোৱা এটা গান ❤

  • @bikashbikash5794
    @bikashbikash5794 6 років тому +230

    ক'বলৈ ভাষা নাই জুবিন দা । বহুত ভাল লাগিল অ দেউতা গানটো । ধন্যবাদ জুবিন দা।

  • @jitumonifrpbypass8678
    @jitumonifrpbypass8678 6 років тому +135

    আজি দেউতালৈ বৰকৈ মনত পৰিছে ।

  • @ranjannath5844
    @ranjannath5844 6 років тому +235

    সপোনে যদি হেৰাই ঠিকণা
    বিচাৰি দিবানে অ' দেউতা...
    আঠ বছৰ হৈ গ'ল আপুনি নোহোৱা |আপোনাৰ অবিহনে সপোনবোৰ ঠিকণা সঁচাকৈয়ে বিচাৰি পোৱাটো বৰ কষ্টকৰ...

    • @punambhardwaj6635
      @punambhardwaj6635 6 років тому +5

      Eku naiii Mon Beya koribo Nalage deuta re eta part tumi Hoi ...tekhet kotu jua naii tumar Logot ase feel kora nijok ...

    • @ranjannath5844
      @ranjannath5844 6 років тому +2

      Xaito To hoi. Xaie chesta ara nai

    • @pankajgogoigogoi163
      @pankajgogoigogoi163 5 років тому +3

      Dukh nkriba.aku ni

    • @bluebirds6244
      @bluebirds6244 5 років тому +2

      13 years hol .. bahut miss karu..

    • @ranjannath5844
      @ranjannath5844 5 років тому +2

      @@bluebirds6244,same feeling here.

  • @arundutta6310
    @arundutta6310 Рік тому +43

    মোৰ দেউতা নাই। দেউতা নোহোৱা অনুভৱ বহুত কৰিছোঁ। জুবিন দা এই গীতটো এই মোক বহুত খন্দোৱা। মই বহুত miss কৰিছোঁ।😭😭❤️❤️

  • @rubithakuria3309
    @rubithakuria3309 6 років тому +112

    আজিলৈ কোনোৱেই উলিয়াব পৰা নাছিল দেউতাক লৈ গান কিন্তু জুবিন দা আপুনি আজি এটা কিবা নতুন দিলে যি আমি অনুভৱ কৰিছো। অকল মা নহয় দেউতা নহলে ও আমি নোৱাৰো থাকিব ।সৰুৰে পৰা একো অভাৱ নোপোৱা কৈ ডাঙৰ দীঘল কৰা মানুহ জনে হল দেউতা।।। love u zubin zubin zubin daaaa

    • @makibarali3365
      @makibarali3365 6 років тому

      Rubi Thakuria right bro

    • @SanjayDas-lf6fc
      @SanjayDas-lf6fc 6 років тому

      Rubi Thakuria bohut dhuniya zubeen daar gaan bor agote ata dise deutak loy gaan zubeen dai mukha keset tut

    • @chinmoyroy2304
      @chinmoyroy2304 6 років тому +1

      Rubi Thakuria Umm zubeen Dar logote dangor thanks chiranjeeb theatre k o dibo lagibo

    • @jintuborah8164
      @jintuborah8164 6 років тому

      Hosa oooo

    • @hellonaba
      @hellonaba 6 років тому +1

      গান টোৰ সৃষ্টিৰ আঁৰত থকা মানুহ কেইজনহে আচল কৃতিত্বৰ অধিকাৰী । জুবিন গাৰ্গে মাথোঁ কণ্ঠহে নিগৰাইছে ।

  • @himanjyotibora5812
    @himanjyotibora5812 6 років тому +72

    দেউতাৰ নিচিনা আৰু কোনো হব নোৱাৰে...ঠিক তেনেদৰে জুবিন দাৰ নিচিনা আৰু কোনো হব নোৱাৰে...সঁচাই বহুত ভাল পাওঁ দেউতা আৰু জুবিন দাক..

  • @mahidutta4237
    @mahidutta4237 5 років тому +192

    অসমৰ গৌৰৱ তুমি জুবিন দা😢

  • @pranjalporakhassam9311
    @pranjalporakhassam9311 9 місяців тому +23

    দেউতা ভগৱান আৰু জুবিন দা মোৰ প্ৰীয়❤

  • @khiruddeka2891
    @khiruddeka2891 6 років тому +59

    Thank u zubeen da apuni jibonot dautar je je kiman mohotto ase khai2 ai song 2 r joriote amak jonai dese.. We love u jubin daa

  • @anuragboruah1084
    @anuragboruah1084 6 років тому +30

    জুবিন দাৰ লগতে অজয়দা আৰু এই সুন্দৰ গীতটিৰ সৈতে জড়িত সকলোলৈকে আমাক দিয়া এই অনুপম উপহাৰটিৰ বাবে আন্তৰিক ধন্যবাদ জনালো। আগলৈও জুবিন গাৰ্গ আৰু অজয় ফুকনৰ এই যুটিটোৰ পৰা চিৰসেউজ গীত পাম বুলি আশা কাৰিলোঁ‌। জুবিন দাৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কথা আৰু সুৰ লগতে গীতটিৰ পৰিচালনা কৰাৰ শৈলীও অনন্য।

  • @ACMULTIMEDIA
    @ACMULTIMEDIA  6 років тому +35

    Hello Dear Viewers, How Are You ?........ Welcome you to AC Multimedia UA-cam channel. You can enjoy here the latest and super hit Assamese Music Videos. So viewers to enjoy upcoming videos please *_please please Subscribe the channel_* and like, comment, share the pages and be updated. But *don't forget to click on the UA-cam Bell Icon* so that you don't miss anything.Then for this time Bye Bye Bye. See You. Thank You

  • @Brajenkumargarg
    @Brajenkumargarg 5 місяців тому +6

    দেউতা বুলি মাতিবলৈ দেউতা নোহোৱা বোৰেহে বুজি পায় দেউতা অবিহনে এই পৃথিৱীত জীয়াই থাকাটো কিমান কষ্টকৰ.....
    ধন্যবাদ জুবিন দা আমাৰ দৰে দেউতা নথকা বোৰৰ মনৰ আৱেগবোৰ গানৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে ❤

  • @kormovlogs3867
    @kormovlogs3867 6 років тому +86

    I love you zubeen da বহুত সুখ পালো আপোনাৰ এই দেউতাৰ প্ৰতি মৰম থকা গান

  • @mintunath4209
    @mintunath4209 6 років тому +167

    আন এজনে যদি এই গীত টু গালে কেনে হল হেন ভাবি চোৱাচোন. অসমীয়া গীতৰ ৰজা এজনে হল আমাৰ জুবিন ডা

    • @Bordoloi1111
      @Bordoloi1111 6 років тому +2

      অনুপম সৃষ্টি।হৃদয় হীন জনেও ভাবিবলৈ বাধ্য হব দেউতা আচলতে কি।🙏

    • @pranjalsaikia250
      @pranjalsaikia250 5 років тому +1

      Hoi bro

  • @marulidharrabha8339
    @marulidharrabha8339 3 роки тому +17

    ❤️❤️মোৰ মাজে মাজে ভাৱ হয়, আৰু এনেকুৱা গানবোৰ শুনিলে ভাবিবলৈ বাধ্য কৰায়,,! মই যেতিয়া জন্ম লৈছিলো সেই সময়ত মই জনা নাছিলো কোনটো মোৰ দেউতা কোনটো মোৰ মা ? মোৰ জাতি কি ? কাৰণ এই পৃথিৱীত খোজ দিয়াৰ পিছত কোনটো মোৰ দেউতা কোনটো মোৰ মা,,,,জাতি কি? এই সকলোবোৰ কথা মানুহৰ মুখে শুনা আৰু সমাজৰ পৰা শিকা। কেতিয়াবা দহকৈ ভাবিলে অন্তৰৰ অন্তস্থলত খুন্দা মাৰে অ,,,,, জুবিন দা।😭😭

  • @jurityhazarika1311
    @jurityhazarika1311 Рік тому +6

    গীতটোৰ প্ৰতিটো শব্দই বুকুখন বিষাই যায় - বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰে - বেছি সময় শুনি থাকিবলৈ ধৈয্য কমি যায়। দুখৰ সময়ৰ কথাটো বাদেই - সুখৰ সময় খিনিতো আপোনাৰ শূণ্যতাই মাথো কন্দুৱাই দেউতা। সকলো থাকিও মাথো যেন শূণ্য সকলো। ভগৱানৰ শ্ৰী চৰণত মাথো প্ৰাৰ্থনা -সকলোৰে মা-দেউতা সদায় কুশলে থাকক 🙏 গীতৰ ৰচয়িতা গৰাকীৰ লিখনি আৰু শব্দ-সংযোজন অতি সুন্দৰ। জুবিন গাৰ্গৰ কণ্ঠই গীতটো অধিক প্ৰাণ দিছে - সকলো কুশলে থাকক 💐

  • @djsharma2297
    @djsharma2297 3 роки тому +49

    সকলোৰে দেউতা যেন জীয়াই থাকে, সন্তানৰ উপযুক্ত বয়স পৰ্যন্ত । বহুত কষ্ট হয় ঔ কেতিয়াবা নিজক পথ দেখুৱাবলৈ । হে ভগৱান যদি জীৱনত কেতিয়াবা কিবা দুখ কৰিছিলোঁ ক্ষমা কৰি বা ।আগলৈ যাতে পথ দেখুওৱা প্ৰভু ।

  • @jitendranathsarania1997
    @jitendranathsarania1997 6 років тому +64

    bht miss kru deauta ......tumiii nohuwakoi 7bosar bht struggle krilu. .....kori jam

    • @nangsengkukoi6088
      @nangsengkukoi6088 4 роки тому

      Teu jot ase tar porai apunaloi ojut morom di ase aguaai jauk☺️

  • @amalborah9716
    @amalborah9716 6 років тому +71

    20 বছৰ আগতে মই মোৰ দেউতাক হেৰুৱায় বহুত কষ্ট দিন বোৰ পাৰ কৰিছো। নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছো। এই গীতটোৱে চকুলো সেমেকাই দিলে

  • @Mohan-nt6hq
    @Mohan-nt6hq 2 роки тому +18

    I lost my Dad recently 27 July 2022 and I'm here listening to this track I so broken 💔 you ll realise their value once they left .....Hope no one loose their Dad take care of your Dad every one✨and enjoy every moment with them 🌻🌻

  • @nilaksheesaikia8494
    @nilaksheesaikia8494 6 років тому +11

    গাৰ নোম সিয়ৰি উঠিচে ...তুমি মহান মোৰ দেউতা...😘😘.. Lv u zubin Da tumi ru aguaai jua.... Tumar konthor git xunar pst herai jua tuponiu ghuri ahe

    • @ujjalbora4880
      @ujjalbora4880 2 роки тому

      দেউতা আপোনাক বহু বছৰ দেখা নাই। আপোনাক ভগৱানে ভালে ৰাখক 🤗🙏🙏🙏

  • @rubulmoran6503
    @rubulmoran6503 3 роки тому +12

    ভাষাই নাই কবলৈ জুবিন দাৰ.....
    কি সুন্দৰ

  • @theracer7867
    @theracer7867 6 років тому +29

    হৃদয় স্পৰ্শী গীতৰ কথাই জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠিল।।।। শুনি থাকিবৰ মন যোৱা এটি গীত।

  • @koushikprotimsarma7436
    @koushikprotimsarma7436 Рік тому +7

    Each time I listen to the song, eyes become full of water by realizing that "My father can loose everything to make me winner". Long live Deuta

  • @vs24_rendition
    @vs24_rendition 4 роки тому +26

    What a song! It touches heart and soul...Every mng when I wake up and realize that God has kept my parents hale and hearty, I feel I am the luckiest and happiest person. Thank u God...Don't need anything else in life...Just keep every mom and dad with their children longer enough....Zubin da u r the greatest....Thank u so much for this soul touching song....

  • @subrataray9460
    @subrataray9460 6 років тому +30

    কোব নোৱাৰা এটি অনুভৱ....
    কিমান ভাল লাগিছে কোব নোৱাৰো......
    মুখৰ মাত নোহোৱা হৈ গৈছে.......
    এই অনুভৱ চিৰযোগমীয়া হৈ ৰক.....
    জুবিন দা আপোনাক লগতে যিসকলে এই সুন্দৰ গানটো বনোৱাত সহায় কৰিছে তেওঁলোকলৈ ও ধন্যবাদ ।।।
    শেষত কবলৈ লাগিব যে "দেউতা "
    আপোনালৈ সহস্ৰ প্ৰনাম ।

  • @saikiaofficial1961
    @saikiaofficial1961 6 років тому +57

    মোৰ দেউতা মোৰ কাৰণে Superhero ❤️ মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ মোৰ মা দেউতা ❤️

  • @nhkraktimvlogs2369
    @nhkraktimvlogs2369 Рік тому +40

    জুবিন দা বহুতো অনাথ দুৰ্ভগীয়া লোকৰো পিতৃৰ দৰে selute the man of King 💖 ❤️❤️

  • @gubinsharma8659
    @gubinsharma8659 6 років тому +153

    পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম:তপ৷ Nice song zubinda.

  • @mayurjyotimultimedia4796
    @mayurjyotimultimedia4796 6 років тому +69

    " গান এটি গোৱা না অ' মা " গীতটিৰ অভূতপুৰ্ব সঁহাৰিৰ পাছত জুবিন গাৰ্গৰ "অ দেউতা"।

  • @krishnagogoi5272
    @krishnagogoi5272 6 років тому +38

    Bhut val lagil gaantu....papa loi bhut mont pore o kio janu loi gol niyoti a amr pora...miss u every movment.

  • @ms...lusifa4764
    @ms...lusifa4764 3 місяці тому +3

    বুকুটো চুই যায় এই গানটো শুনিলে😢❤❤

  • @sumiboruah1389
    @sumiboruah1389 4 роки тому +44

    অ দেউতা বহুত ‌মনত‌‌ পৰিছে আপোনালৈ

    • @abhijitkalita67
      @abhijitkalita67 3 роки тому +3

      তোমাৰ দেউতা যত আছে ভালে কুশলে আছে।

  • @Bishalbaruah7889
    @Bishalbaruah7889 4 роки тому +62

    দেউতা এটা কেৱল শব্দ নহয়, দেউতা কেৱল এটা অনুভুতি নহয়, যাক প্ৰকাশ কৰাৰ কোনে ভাষা নাই l জুবিনদাৰ কণ্ঠত এই গানতো বহুত ভাল লাগিছে l

  • @dhunubg8460
    @dhunubg8460 6 років тому +33

    কিনো কম জুবিন দা, মাথো তুমিএ এজন ব্যক্তি যাৰ সুৰত চকুলো সৰিবলৈ অলপো সংকোচ নকৰে । ইমান সুন্দৰ কথা আৰু সুৰ । তুমি বৰ সন্মানীয় জুবিন দা । সদায়ে জিলিকি থাকা যেন।

  • @himasrideka6557
    @himasrideka6557 10 місяців тому +12

    মই জুবিন দাৰ গীটবোৰ শুনি বহুত ভাল পাওঁ । কাৰণ এই গীটতিৰ লগত মোৰ মিল আছে । মোৰ ২ বছৰ বয়সতে দেউতাই এৰি থৈ যায় । মাযে ৮ বছৰ বয়সত এৰি থৈ যায় । এতিয়া মোৰ বয়স ১৪ বছৰ । বহুত কম বয়সতে নিঠৰুৱা হৈ পৰিলো 😭 । ভগৱানৰ ওচৰত পাৰথনা জনাওঁ যে কাৰোৰ লগত এনেকুৱা নহয়🙏

  • @lipiozahduarah248
    @lipiozahduarah248 2 роки тому +46

    চকুপানী বোৰ ধৰি ৰাখিব নোৱাৰিলো ,বৰ মনত পৰে অ‍‍'😢য'তেই আছে শান্তিত থাকক দেউতা😢দুমাহ হৈ গ'ল দেউতাক হেৰুৱা😢

  • @machineavatar1603
    @machineavatar1603 4 роки тому +33

    Maa Deuta homon kunu nai, jak dekhile Ami hokolu dukh pahori jaoo🙏; jaar poramorkhot Ami nijor hofolota laav koribo paru....aru bakha nai Maa-Deuta r bikhoye kobole, junkhini anubhov koru hei bhaka hoise hobdor Hima paar hoijuwa(truely beyond words, infinite love for my Parents💖💗)....Zubeen Da Tumi Amor huwa....Tumi hodai Akhom Bakhir Logot aru Hridoyot Sirodin Thaka, heiia moi kamona korisu🙏💖💗

  • @rkrahul7906
    @rkrahul7906 6 років тому +27

    Dada i love you ...apuni 1000 bossor jiyai thakok.....apunar gaane amak bohut kiba kibi xikale...monot dukh lagile apunar gaan xuniyei monok xantona diu....apuni mohan..dada...apunar nisina kunu hobo nuware dada 🙏🙏

  • @manab.barman
    @manab.barman Рік тому +31

    দেউতা নোহোৱা হোৱাৰ আজি দুমাহ হ'ল। দেউতা বিহীন এই জীৱন বৰ কষ্টকৰ।

  • @PankajSharma-uc3gj
    @PankajSharma-uc3gj 6 років тому +46

    মা দেউতাক সদাই ভগবান বুলি ভাবিব লাগে ....

  • @nayanmanideka5351
    @nayanmanideka5351 6 років тому +14

    সচাকৈ খুব সুন্দৰ এটি গীত ।। গীত টিয়ে দেউতা ৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰাইছে ।

  • @bishnuborah707
    @bishnuborah707 6 років тому +31

    সুন্দৰ.....মই বহুত ভাল পাওঁ ‘অ’ দেউতা ....মোৰ পৰা কেতিয়াও আঁতৰি নাযাব ।

  • @SmilingBear-vn2df
    @SmilingBear-vn2df 4 місяці тому +15

    Miss you papa😢😢😢😢😢😢😢😢😢

  • @vivekganguli5520
    @vivekganguli5520 6 років тому +6

    সঁচা কথা জুবিন দা দেউতা কথা শব্দৰে শেষ নহয় কিমান কষ্ট কৰে আমাৰ বাবে তথাপিও আমাক বুজিব নিদিয়ে সদায় সুখত ৰাখে আমাক বহুত ধুনীয়া গান গাইছে জুবিন দা I LOVE U ZUBEEN DA & I LOVEE U PAPA

  • @golamahammad7470
    @golamahammad7470 6 років тому +23

    কি voice,মানিব লাগিব কিন্তু.....love you জুবীন দা

  • @urmimalabaruah4777
    @urmimalabaruah4777 2 роки тому +21

    LOVE YOU ZUBEEN DA..YOU ARE NOT ONLY AN LEGEND..YOU ARE AN EMOTION, PRIDE AND LOVE OF ASSAMESE PEOPLE AND ASSAM AND ALSO THE WHOLE OF INDIA...LONG LIVE ZUBEEN DA❤

  • @ringkuhajong8997
    @ringkuhajong8997 2 роки тому +10

    দেউতা অবিহনে মই আধুৰুয়া, জুবিন অবিহনে অসম আঁধুৰুৱা।

  • @dwipendas1941
    @dwipendas1941 4 роки тому +79

    মই CRPF ত Trining কৰি থাকোতে দেউতাই লিখা চিঠি এতিয়াও আছে. কিনতু দেউতা আজি নাই॥😭চিঠি বিলাক চালে চকুপানী ওলাই জায়😢

  • @binodborah3833
    @binodborah3833 6 років тому +65

    মোৰ মৰমৰ দেউতা আজি এই পৃথিৱীত নাই !
    মোক অকনমান সহায় কৰিব বুলি আশা কৰিলো জুবিন দা !আগোৱাই যোৱাত!মোৰ দেউতাৰ সপোন আছিল !

  • @bikashrabha2023
    @bikashrabha2023 3 роки тому +10

    নিজৰ সপোন বোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা ❤️

    • @manab.barman
      @manab.barman Рік тому

      নিজৰ সপোনবোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা।

  • @g9super
    @g9super 2 роки тому +9

    I cried ,speechless!! Only ZG SIR CAN DO IT AND I M PROUD OF IT!! LOVE YOU ZUBEEN DAA!!

  • @priyakhideka3096
    @priyakhideka3096 6 років тому +12

    Thnq zubeen daa.. emn duniya gaan Upohar diya r babe ...Hsaiii gaan 2 e hridoy sui goise..." o deuta " Gaan e muku kondualee ....

  • @ariyanpapu5257
    @ariyanpapu5257 3 роки тому +20

    দেউতা মোৰ সকলো এই পৃথিৱীত মোক একো নালাগে মাত্ৰ মোৰ লগত মোৰ মা আৰু দেউতা থাকিলেই হল😘😘😘❤️❤️❤️❤️❤️❤️❤️❤️💝💞💖 মা দেউতা ৰ বাহিৰে এই পৃথিৱীত মোৰ আপোন কোনো নাই ❤️💝💞💖

  • @sudhiradhikariclubbatadraw7865
    @sudhiradhikariclubbatadraw7865 2 роки тому +13

    দেউতা তুমলৈ বহুত মনত পৰে অ ময় একেবাৰে অকলশৰীয়া হৈ গলো অ দেউতা l miss you Dad😭😭😭😭😭😭😭😭😭😭

  • @jyotivlogs5792
    @jyotivlogs5792 Рік тому +13

    মন টো ভৰি যোৱা এটি গীত ❤️

  • @dibyajyotigogoi6060
    @dibyajyotigogoi6060 6 років тому +9

    Hridoy sui jua gaan.. Each word gave me goosebumps.. Beautiful lyrics.. Beautiful song.. Magical zubeen daa.. My Words cannot define ur greatness zubeen da.. U r a true legend.

  • @panjitabora3917
    @panjitabora3917 6 років тому +12

    ইমান ধুনীয়া গীত জুবিন দা তুমি সমাজৰ আগলৈ আগবঢ়াইছা তোমালৈ বহুত ধন্যবাদ থাকিল

  • @EnjoyWithBT
    @EnjoyWithBT 3 роки тому +6

    দেউতা লৈ মোৰ যেতিয়া বেছিকৈ মনত পৰে মই তেতিয়া এই গীতটি শুনো,নাজানো কিয় এই গীতটোৰ জৰিয়তে মই মোৰ দেউতাক কাষত থকা যেন অনুভৱ কৰো।

  • @axomiyalora2159
    @axomiyalora2159 7 місяців тому +7

    মোৰ দেউতা ২১/১২/২৩ তাৰিখে মোৰ পৰা গুচি গল ।
    শব্দবিহীন গান শুনি মুগ্ধ হৈ পৰিলো ।
    Love you abba

  • @jyotikabora321
    @jyotikabora321 4 роки тому +18

    Xosai ata val loga gaan Zubeen daa🙂Zubeen daar karane ata like plz gys🥰

  • @mriduljx8769
    @mriduljx8769 5 років тому +71

    মই ও মোৰ দেউতাক বহুত ভাল পাও!! কেতিয়াবা খং কৰো যদিও ❤❤❤

    • @manashdutta3593
      @manashdutta3593 3 роки тому

      দেউতা এনে এটা শব্দ যাৰ হেৰাইছে। সি চিৰজিৱন উপলব্ধি কৰে।

    • @dhrubajyotiborah8559
      @dhrubajyotiborah8559 2 роки тому

      Same moiu

  • @bijitsaharia5692
    @bijitsaharia5692 6 років тому +13

    "দেউতা" যিয়ে নিজে আন্ধাৰত থাকি নিজ ল'ৰা-ছোৱালীক পোহৰত ৰাখে। গীতটো শুনাৰ পিছৰ পৰাই দেউতাৰ কস্ট বোৰ মনলৈ আহিছে। সেই সৰু চাকৰিটো আৰু সেই সৰু চাইকেল খন আজিপৰ্যন্ত চলাই আমাক ইমান খিনি জ্ঞানী কৰিলে ডাঙৰ কৰিলে। পকেট ত থকা একমাত্ৰ ১০ টকাটো ও মোক চকলেট খাবলৈ দিছিল। নাজানো দেউতাৰ বাবে কি কৰিছো বা আগলৈ পাৰিম কিন্তু দেউতাক এৰি মই কতো নাযাও। চকুলো বৈ আহে😢😢

  • @bilkishbegum7006
    @bilkishbegum7006 Рік тому +9

    দেউতা নথকা জনে এই বেদনা বুজি পায়। মোকো মাতিবলে মোৰ দেউতা নাই। প্ৰতিটো পল দেউতাক Miss কৰো 😢.... I Love you my father ❤❤

  • @golakkalitq1801
    @golakkalitq1801 6 років тому +19

    Papa is my life , my heart , my everything😘😘

  • @tushargogoi884
    @tushargogoi884 6 років тому +12

    There is a magic in his voice..... His voice always takes me to a world of happiness and romance, where I can forget everything and just listened to his songs and feel it from heart... Really really love his voice

  • @nandadekaraja7588
    @nandadekaraja7588 3 роки тому +5

    দেউতালৈ বুলি গোৱা গানটো শুনিলে মোৰ দেউতালৈ মনত পৰে।জুবিন গাগ চাৰে ইমান ধুনীয়া গাইছে বহুত ভাল লাগে।ধন্যবাদ,

  • @gktest4270
    @gktest4270 Рік тому +16

    দেউতা জীয়াই থাকোতে আদৰ নাপাই কিন্তু গুচি গলেহে অনুভৱ হয় কঠিন সমাজ খনত জীয়াই থাকিবলৈ দিয়া সাহসটো যে একেবাৰে হেৰাই গল।

  • @parthajitkidiary3765
    @parthajitkidiary3765 4 роки тому +23

    Lost my Deuta 8 days back. And now, I am just left with 1 option: to miss him

  • @DeepakGhyNeoMankind
    @DeepakGhyNeoMankind 6 років тому +23

    বহুত ধুনীয়া গান জুবিনদাৰ ।

  • @prakashphotography9793
    @prakashphotography9793 3 роки тому +10

    অ মা....❤️ আৰু অ দেউতা 💓🥰 জুবিন দাৰ অনুপম সৃষ্টি 💕😘
    এই দুয়োটা গীত চিৰদিনৰ বাবে মনত থাকিব 🥺🥺🥺
    আৰু এনেকে গোৱা এই পৃথিৱীত নাই 💓🥰

  • @pintughosh1166
    @pintughosh1166 Рік тому +7

    এই গীত শুনিলে দেউতাৰ কথা বেছিকে মনত পৰে 😢 I miss you Baba❤

  • @shikhamanisaikia3869
    @shikhamanisaikia3869 5 років тому +11

    'অ দেউতা' এই গীত টোৱে মোৰ হৃদয় চুই যায় । চকু পানী ৰখাবো নোৱাৰোঁ 😔😔😔😔

  • @banishasarmah4541
    @banishasarmah4541 6 років тому +10

    Such a wonderfull song by zubeen da.......sokulu bhori ahil.😥😢😢😢

  • @sabitanicemahanta9758
    @sabitanicemahanta9758 6 років тому +9

    মৰমৰ জুবিন গাৰ্গে গোৱা গানটিয়ে আজি এটা নতুন কিবা এটা দিলে যেন। দেউতা.. দেউতা আমাৰ মৰম, ভালপোৱা, স্নেহ, নমস্য ব্যক্তি যি জনে আমাক পোহৰ দিয়ে, দি থৈ গৈছে। আৰু সেই দেউতাৰ গান।
    সুন্দৰ গান আৰু জুবিন গাৰ্গ।