Assam Tea creates World Record! চকু থৰ হৈ ৰ’ল বৃহৎ চাহ পুঁজিপতি গোষ্ঠীৰ।

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Assam tea ৰ সৰু এটা চাহ ফেক্টৰী পৰা বিশ্ব অভিলেখ! চকু থৰ বৃহৎ চাহ পুঁজিপতি গোষ্ঠীৰ।ভাৰতৰ পূব প্ৰান্তৰ অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাৰ মৰানৰ এটা সৰু চাহ ফেক্টৰীত উৎপাদিত এক কেজি চি টি চি চাহৰ মূল্যই কলিকতা নিলাম কেন্দ্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰি ১৫০৬ টকা দৰ লাভ কৰিবলৈ সক্ষম হয়।এই খবৰে বৃহৎ বৃহৎ পুঁজিপতি চাহ কোম্পানীৰো চকু থৰ কৰি তোলে। বিশ্ব তথা দেশৰ আগশাৰী সংবাদ মাধ্যমত ব্যাপক ৰূপত চৰ্চা লাভ কৰে এই বাতৰি।বিশ্বৰ চাহ উদ্যোগত অসম তথা অসমৰ চাহৰ নাম উজ্বল কৰি অসমীয়াক গৌৰাম্বিত হোৱাৰ সুযোগ দিলে মৰানৰ এল কে টি কোম্পানীৰ দ্বাৰা উৎপাদিত সুখমল টিয়ে। থুলমুলকৈ জানো আহক অসমৰ চাহলৈ সুখবৰ কঢ়িয়াই অনা সুখমল টিৰ বিষয়ে। #tea #assam #exclusive #jorhat #mariani #jyotiprasadgogoi #news #assamesenews #blog #india #trending #viralvideo #hookhmal #blog #assamteagarden #teaculture #tea #assamtea #worldrecord #dibrugarh #teaaddiction #tealover #trend #achive #highlights #subscribers #love #teaware

КОМЕНТАРІ • 19