সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫

Поділитися
Вставка
  • Опубліковано 29 бер 2024
  • সৰ্বানন্দই ক'লে "হিমন্তক মই চাই ল'ম"?🤫#news18assamnortheast #time8news

КОМЕНТАРІ • 416

  • @dilipgogoi1204
    @dilipgogoi1204 Місяць тому +29

    8:09 8:09 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিছোঁ কওঁকচোন আমাৰ অসম বাসী ৰাইজৰ বাবে কি কাম কৰিলে আৰুg জাতিয়তা বাদৰ শ্লোগান দিয়াৰ পাছত আপুনি কিয় নাগৰিক সংশোধনী আইন খনৰ বিৰুদ্ধে মাত মতা নাছিল কিয় এইখন অসমৰ জনতাক ভগনীয়া কৰিব বিচাৰিছে নেকি ? এইবাৰ আপোনাৰ সময় উকলিল এতিয়া নব প্ৰজন্মৰ যুব নেতা লোৰিন জ্যোতিৰ দৰে এজন নেতা হোৱাটো প্ৰয়োজনীয়। জয় আই অসম

  • @rofiqulislam1080
    @rofiqulislam1080 Місяць тому +54

    সোণোৱাল ডাঙৰীয়া, কঙগ্ৰেছে ষাঠি বছৰে একো কৰাই নাই তেন্তে কোনবোৰ সম্পত্তি বিজেপি চৰকাৰে এপদ এপদকৈ বিক্ৰী কৰি আছে নাইবা ব্যক্তিগত খণ্ডক গতাই দি আছে ?? আপোনাৰ প্ৰতি মোৰ বিশ্বাস আছিল যে আপুনি অন্ততঃ বাজপেয়ী ডাঙৰীয়াৰ দৰে বাস্তৱ ধৰ্মী-গঠনমূলক আলোচনা কৰিব, কিন্তু আপুনিও দেখোন নৰেন্দ্ৰ মোদী আৰু হিমুমামাৰ দৰে ওভতগোৰে নাচি বেবেৰিবাং কথাৰে ৰাইজক বিভ্ৰান্ত কৰাৰ প্ৰতিযোগিতাত নামিছে !!!

  • @balendas4259
    @balendas4259 Місяць тому +31

    নহ'ব নহ'ব । চব কাম ডকাইতৰ দৰে কাম কৰিছে । হিমন্তই দুৰ্নীতিত লুতুৰ পুতুৰ । আপোনাৰ কলিজা আছে নে হিমন্তৰ দুৰ্নীতিৰ কথা কবলৈ । অসম ধ্বংশৰ ঠিকা কিমান দিন চলিব । আপোনালোকৰ চাদ্দাম হুচেইনৰ নিচিনা গতি হ'ব । সেই দিন আহিব । বিজেপিৰ মানুহে আপোনালোকক লেংটা কৰিব আনে কোবাব নালাগে । আহি আছে দিনবোৰ । 😮😮😮😮

    • @legendjunior5538
      @legendjunior5538 Місяць тому

      Ll1llllllllllll1lllll1lllllllll1llllllll1l1l1l1l7

    • @HimalayBordoloi
      @HimalayBordoloi 22 дні тому

      ধাৰ লৈ
      লৈ দেশ চলোৱা
      চৰকাৰ খন মুখত
      ডাঙৰ ডাঙৰ কথা ।

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Місяць тому +12

    কিন্তু তেখেতে সাম্প্ৰদায়িক দল এটাত সোমাই পৰিল!!!!

  • @junsoikia6891
    @junsoikia6891 27 днів тому +7

    সকলো বস্তুৰ দাম বহাই ধাৰ কৰি দেশ আগুৱাই কেনেকৈ নিব, নিবনুৱা সমস্যা ,পতিজন জনতাৰ মুৰৰ ওপৰত হাজাৰ হাজাৰ টকা কৰৰ বোজা এয়া নেকি উন্নতি।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Місяць тому +9

    আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে অসম , উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল ??? এয়া ৰাজহুৱা কৰক । আৰু মুখ্য মন্ত্ৰীৰ দিনত ???

  • @nuhindradoley4338
    @nuhindradoley4338 Місяць тому +35

    মেডিচিন ৰ দাম বঢ়াই দেশৰ উন্নতি কৰিছে

  • @GarimaChoudhury-ii9uw
    @GarimaChoudhury-ii9uw Місяць тому +17

    Apuni ejan nimati koinnya

  • @samadg5388
    @samadg5388 Місяць тому +18

    Gourab is the best.

  • @pompipatgiri
    @pompipatgiri Місяць тому +26

    কা।।আমাক।।কিয়।।লাগে।

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 Місяць тому +17

    যাৰ আছে তাক দিয়া হ'ব, যাৰ নাই তাৰ পৰা যি আছে তাকো কাঢ়ি অনা হ'ব।
    হয়, বিজেপি চৰকাৰে গুজৰাটী কোম্পানীক সকলো গটাই দিলে, দৰিদ্ৰ- মধ্যবিত্ত শোচনীয় ভাৱে দূৰ্বিহ জীৱন যাপন কৰিব লগা হৈ গৈ আছে।

    • @kandarpa2622
      @kandarpa2622 Місяць тому +2

      100% correct.

    • @dilipgogoi3009
      @dilipgogoi3009 Місяць тому

      মিছলীয়া চুতমাৰানী ইউটিউবাৰ ৷

  • @rofiqulislam1080
    @rofiqulislam1080 Місяць тому +31

    CAAক লৈ কিয় নিমাতী কইনা ? ক্ষমতাৰ খকত নহয় জানো সোণোৱাল ডাঙৰীয়া ?

    • @indirabaruah8033
      @indirabaruah8033 Місяць тому

      100% right .

    • @Brekinsonroypohtam
      @Brekinsonroypohtam 24 дні тому

      Honualsir ajilogejodi okhom cmholeheten eiokhomtu imanoittosarnoholeheten thanku honual sir

    • @offsonicstreams
      @offsonicstreams 18 днів тому

      CAA I ki beya korile atya Assamr.

    • @probinkalita4247
      @probinkalita4247 7 днів тому

      CAA Batil korok Nohole B.J.P. Mundabad

    • @probinkalita4247
      @probinkalita4247 7 днів тому

      কংগ্ৰেছ Aliance। 336। B j p 192। বাকী। অন্যান্য দলে পাব

  • @budheswarnath6516
    @budheswarnath6516 Місяць тому +4

    এইজনা মহাশয় কেৱল মোদীৰ গদগদতেই সীমাবদ্ধ হৈ থাকি " হয় হুজুৰ " নীতিকে সৰোগত কৰি কৰি আজিৰ তাৰিখত কাৰ্য্য কাল থকাৰ স্বত্তেও কেৱল লুৰিণ জ্যোতি গগৈক " লেং মাৰিবলৈ " পুনৰ আহি গল ডিব্ৰুগড় লৈ.... ৰাইজ এইজনা " মেৰুদণ্ডহীন " তথাকথিত নেতা " ক পৰিত্যাগ কৰক !!!! 🙏🙏🙏

  • @binoykalita7597
    @binoykalita7597 Місяць тому +9

    কি কৰ্ম আচনি যুবক সকললৈ আগবঢ়ালে দেখোৱাই দিলে ভাল হয়। মিছা কথা কোৱাত এই জন পাকৈত। জাতীয় জীৱনলৈ কি অৰিহণা আগবঢ়াইছে আমি সকলোৱে অবগত।

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc 7 днів тому +1

    সৰ্বানন্দ সোনোৱালে এই কথাটো বহুত দেৰীকৈ বুজি পালে।

  • @chiben6861
    @chiben6861 Місяць тому +4

    সেই কাৰনে কেন্দ্ৰ চৰকাৰে অসম এৰিব নোখোজে।ইয়াত সোণৰ কণি পৰি হাঁহ আছে যে।

  • @bipulborah582
    @bipulborah582 Місяць тому +18

    তহতৰ বুদ্ধি আমি জানো কেলা ।বেচি অকৰা বনাব নালাগে

  • @LokhinathMoran-pu6kv
    @LokhinathMoran-pu6kv Місяць тому +4

    দলৰ কথা মতে চলাচল কৰা কেন্দ্ৰীআমাক নেলাগেই

  • @jatiramkaman6960
    @jatiramkaman6960 Місяць тому +1

    ৰাজনীতিক বাদ দি নিৰপেক্ষ ভাৱে সাক্ষাৎকাৰটো শুনি ভাল লাগিল।অসমৰ ক্ষেত্ৰত সামগ্ৰিক ভাৱে এক বাস্তৱসন্মত কথোপকথন।

  • @user-pm4el9uj5o
    @user-pm4el9uj5o Місяць тому +17

    Gourav g good zindabad❤

  • @amarjoytidas8141
    @amarjoytidas8141 Місяць тому +4

    নিজৰ সা সুবিধা লোৱাৰ বাবে ভোট খেলে।

  • @subirampatgiry3805
    @subirampatgiry3805 Місяць тому +3

    Sorba bhai ai porjyai kio kenekoi hol kokolu bostu samogri dam bridi hol.Kio dibo nuare arunoidoi lakpoti badeo. Ami indian assambadi burbok neki.

  • @intorceartor8494
    @intorceartor8494 Місяць тому +8

    এইটো একো কামৰ মানুহ নহয় ।

    • @hemantakumarroy1410
      @hemantakumarroy1410 18 днів тому

      তোমাৰ মূৰত গাহৰিৰ গু আছে।এই কথোপকথন বুজিবলৈ তোমাৰ মগজুৱে নাই।

  • @user-dc6dd5he2x
    @user-dc6dd5he2x 21 день тому +2

    এইজনাৰ শিক্ষা আছে কিন্তু তেওঁ নিজৰ মানসিকতাৰে কাম কৰিবলৈ সক্ষম নহয় কাৰণ তেওঁৰ সেইটো সৎ সাহসী নহয়।

  • @nitishdoley9288
    @nitishdoley9288 Місяць тому +6

    তোমাৰ কাম নাই,

  • @fajlurrahman4605
    @fajlurrahman4605 Місяць тому +3

    মিছা headline দেখুৱাই ভাহণ হুনালে বাঃ

  • @user-py2pk9fy5o
    @user-py2pk9fy5o Місяць тому +4

    Mohakha express high awya koli gal......

  • @chiranjittakoe8333
    @chiranjittakoe8333 Місяць тому +6

    সৰ্বানন্দক সচাঁ মানুহ বুলি ভাবিছিলো । কিন্তু এই জনো একে পে পে ।

  • @santanugogoi9907
    @santanugogoi9907 Місяць тому +2

    Kakhor Mandir to Tarun Gogoi
    ...Prithibi Maji....r. dinot....hoisil

  • @pullokthengal3346
    @pullokthengal3346 Місяць тому +9

    যিমানেই যি নহওক মতামানুহক এইখন চৰকাৰে মাহীআই চকুৰে চাই😂

  • @user-zg1or9ho3e
    @user-zg1or9ho3e 17 днів тому +1

    অসম এখন দাম্পিং গ্ৰাউণ্ড ৰাজ্য হয়। নতুন ৰাস্তা পাঁচ বছৰহে লাস্তিং হয়। তাৰ পাছত ওখৰা মুখৰা হয়। কাৰণ অসমৰ মাটি বোৰ কোমল হোৱাৰ বাবে ৰাস্তা লাস্তিং নহয়।

  • @rimjimnath558
    @rimjimnath558 Місяць тому +1

    ২০২১ চনত ভেঁন চাৰ স্কুল কৰিবলৈ গৈ এখন স্কুলৰ দুজনক দি দুজনক নিদিয়া মন্ত্ৰী জন আপুনি নহয় নে? ইয়ে নেকি বিকাশ

  • @binandagogoi2941
    @binandagogoi2941 Місяць тому +1

    আমাৰ গাওঁ টঙনা চাহ বাগিছাৰ কাষতেই, কিন্তু ২কিলোমিটাৰ আলিবাটৰ অসুবিধাৰ কাৰণে ২৫টকাৰ ঠাইত এজেণ্টে১৫ টকা দাম দিয়ে। গতিকে ৰাষ্টা সুবিধা কৰি দিয়ক।

  • @user-gl2wr2sl4x
    @user-gl2wr2sl4x Місяць тому +1

    সুন্দৰ ভাষন

  • @jibonjyotidutta622
    @jibonjyotidutta622 17 днів тому +1

    সৰ্ব্বানন্দ সোনোৱাল এজন ভাল মুখ্যমন্ত্রী আছিল

  • @goutamdas6479
    @goutamdas6479 Місяць тому +2

    এইবাৰ বৰলাক ভোত নিদিও

  • @rupjyotipatowary5405
    @rupjyotipatowary5405 22 дні тому +1

    আপোনাক মুখ্যমন্ত্ৰী চকীখনৰ পৰা আতৰাই দিওঁতে কিমান দুখ পাইছিলো জানেনে । কিয়নো আপুনি নিৰ্বাক হৈছিল।

  • @bishalgaming9820
    @bishalgaming9820 Місяць тому +2

    Sonowal go back

  • @borntobeunique5582
    @borntobeunique5582 Місяць тому +7

    41:57 পাটকাই পৰ্বত কয়লা খান্দি শেষ কৰিছে, পঞ্চাছ টন পস্পন টন গাড়ীৰ অভা লদিং কোনো ধৰা ধৰি নাই MVI কাগজৰ প্ৰয়োজন নাই হিন্দী ভাষীৰ ৰামৰাজ্য। আপোনাৰ ৰাজ্যৰ নিজৰ জিলাৰ মাজেদি সৰবৰাহ সকলো সময়তেই হৈছে, এই বিলাক কি অসমী আই মাতৃৰ বুকুত লোনঠণ কৰা আপোনাৰ দৃষ্টি গোচৰ হোৱা নাই নে?

  • @ajijalom8646
    @ajijalom8646 18 днів тому

    💯 right Assam ke Ananda sarvanand Sonowal sir salute sir

  • @jimikantadoley5659
    @jimikantadoley5659 Місяць тому +3

    Himantoi haruwabo Sarbanandak

  • @anilsaikia6953
    @anilsaikia6953 Місяць тому +5

    মিছলীয়া ইউ কিউবাৰ তই।

  • @prahladdanah6629
    @prahladdanah6629 Місяць тому +2

    বহুত দেৰি হ'ল। হিমন্তই দলিয়াই পেলালে মনে মনে থাকিল।

  • @kandarpa2622
    @kandarpa2622 Місяць тому +2

    What are the changes of the country Mr. Sonowal ? We have seen the own progress of the Ministers,own progress of "Adani","Ambani""Tata"etc.The poor are going to be more poor in the country.Giving free ration to the poors the Govt.has made them as their own voters.The poor cannot stand on their own foots in future. This is the change.

  • @user-fv4si7vt9j
    @user-fv4si7vt9j 23 дні тому +1

    Lurin gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Tsukaphaa
    @Tsukaphaa 24 дні тому

    What about Majuli? মাজুলী পিছত এইবাৰ ডিব্ৰুগড়ৰ জিলাক লেং মাৰিব আহিছে

  • @asrider9519
    @asrider9519 Місяць тому +3

    বৰলা কথা শুনিব ভাল, কাম নাই। যা নাই তিৰী ,কাম হি

    • @user-ni9oe3mi5k
      @user-ni9oe3mi5k Місяць тому

      Jar lora maiki ny hi ki desh or kotha vabibo

  • @ratneswarbasumatary4980
    @ratneswarbasumatary4980 Місяць тому +1

    Sonawal sir amukya montri hisabe axon pabo lagisil kintu jonojati hoarbabe mukyo montri aru Diya nohobo

  • @amiyabaruah3534
    @amiyabaruah3534 Місяць тому +1

    আপুনি ধেমাজিত কি দিলে ।

  • @user-fv4si7vt9j
    @user-fv4si7vt9j 23 дні тому +1

    Garav gogoi jindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @jimikantadoley5659
    @jimikantadoley5659 Місяць тому +3

    Maiki muria Sarbananda

  • @YoyangPaw
    @YoyangPaw Місяць тому +1

    Sarbananda said that rich and poor will be same. Kot oise

  • @minatidevi7122
    @minatidevi7122 Місяць тому +10

    হেৰৌ,হেড লাইনৰ লগত সঙ্গতি ৰাখি প্ৰচাৰ চলাব লাগে, হিমন্তক গালি পৰা কত পালি? কঙগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য এইটোৱেই,

  • @user-zw1ro7cp4i
    @user-zw1ro7cp4i Місяць тому +7

    Gourav g ji❤

  • @greenkutum8902
    @greenkutum8902 20 днів тому

    সাংবাদিক জন প্ৰশ্ন কৰিব লাগেনে শুনি থাকিব লাগে,

  • @sanjoyroy4492
    @sanjoyroy4492 28 днів тому

    🙏🙏🙏 খুব সুন্দর কথা বতরা লাগিসে স্যার ,🙏🙏❤️❤️

  • @lilycoverzs964
    @lilycoverzs964 13 днів тому

    ৩ টকাৰ নিমখ কিলো এতিয়া ৩০ টকা হল।১৬ টকাৰ কেৰাচিন লিটাৰ এতিয়া ১৪০ টকা দাম দিও পাবলৈ নোহোৱা হল।কথাৰে নহয় বন্ধু কামত পৰিচয়।মূল্যবৃদ্ধি কৰি চৰকাৰ চলাবলৈ সহজ,কিন্তু দেশৰ সম্পদ বিক্ৰী কৰাতকৈ গঢ়িবলৈ বৰ টান ঐ ককাই।

  • @babitahazarika6300
    @babitahazarika6300 12 днів тому

    ইয় জাঁ মানুহ খাব নোপোৱাত পৰিছে। বেমাৰ t dorob kinibo nuwarat porise ! Ki দলং দলং মৰি আছে। দলং বোনাইছে ভাল কৰিছে। আৰু কি কৰিছে? হব আপুনিও সেই একেই হৈ গল। আপোনাৰ মুখত এনেকুৱা কথা শুনিব আশা কৰা নাছিলোঁ।

  • @dhirengampupu5394
    @dhirengampupu5394 17 днів тому

    হে হে ..,সৰ্বাদা কমৰেৰ বিষ ভুলচ্ছেন না মন’ হয়৷

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 21 день тому +1

    Best video, my favourite video.

  • @Titancameraman15
    @Titancameraman15 14 днів тому

    বেলেগৰ কথা নকওঁ কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ দিনত দুলীয়াজানৰ মূল বাট পথ উৱলি গল।

  • @abushamamollah4984
    @abushamamollah4984 Місяць тому +21

    ₹৪১৪ টকাৰ গেছ ছিলিন্ডাৰ বৰ্তমান ১২০০ টকা এয়াই বিজেপিৰ উন্নয়নৰ ফপলা সৰূপ

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 Місяць тому +2

      এটা মিঞাৰ হাজিৰা 2013 ত 50/- টকা আছিল, আজি কিয় 1000/- টকা হল ? ঠিক সেইদৰে 450/-টকা গেছৰ দাম 900/- বা হাজাৰ টকা নহব কিয় ?

    • @krishnalalsharma2356
      @krishnalalsharma2356 29 днів тому

      গেচৰ দাম ২০০০টকা হলেও বিজেপিকে ভোট দিম।অবকি বাৰ ৪০০পাৰ

    • @user-iz8ri1eh7i
      @user-iz8ri1eh7i 18 днів тому

      Hajira kela sorkare diye niki

    • @loskarforhan3975
      @loskarforhan3975 17 днів тому

      Anwar Hussain Laskar HKD ❤❤❤❤❤❤❤

  • @xzaxe
    @xzaxe 27 днів тому +1

    সকলোকৈ কাম নাইকীয়া মূখ্যমন্ত্ৰী !

  • @sazidahmed2876
    @sazidahmed2876 Місяць тому +1

    Lurin Gourav are best

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 12 днів тому

    Aapuni aajan val manuh, aaponak aami antarar pora morom koru. Kintu aapni je antarar pora Mamak val napay manuh buji paise.

  • @dadulali2185
    @dadulali2185 19 днів тому +1

    ভাৰতৰ সকলো উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰি টহলিং কৰি ভাৰতৰ অৰ্থনৈতিক কাঠামো ভাঙি পেলোৱা পাছত ভাৰত 2047 চনত কেনেকৈ পৃথিৱীৰ ভিতৰত এখন উন্নয়ন শীল আত্মনিৰ্ভৰশীল ভাৰত হ'ব।

  • @anilbaruah8775
    @anilbaruah8775 17 днів тому

    মুখস্থ কৰি আহিছে ৷

  • @AsaduzZaman-lt9yi
    @AsaduzZaman-lt9yi 18 днів тому

    সীমান্তৰ কথা কৈছে -চীনে ইতিমধ্যে দুই কি:মি ভিতৰত গাওঁ পাতিছে ।মানুহে সেইবিলাক জানে ।

  • @samudra_music_axom
    @samudra_music_axom 26 днів тому +1

    নিজৰ ঘৰৰ মানুহবোৰৰ অৱস্থা ৰাস্তা পদুলি ভাল কৰিব পৰা নাই
    বয় বস্তুৰ দাম ধনী মানুহ সদায়েই ধনী আৰু দুখীয়াৰ সদায়েই দুখীয়া হৈ গৈ আছে

  • @kethametha4452
    @kethametha4452 Місяць тому +4

    আপোনি কিয় মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিলে ????

  • @malaranidevidutta4151
    @malaranidevidutta4151 26 днів тому

    সুন্দৰ উপস্থাপন।

  • @rajeshtanti6696
    @rajeshtanti6696 14 днів тому

    Aponi mone bhoba kamburor khidhi houk akhom bakhir hoi ai kamonare BJP Centrel commetir osorot gotei Okhom bakhir hoi amar parthona thakil Sir

  • @INDRAJITSARMA-cj6mt
    @INDRAJITSARMA-cj6mt 13 днів тому

    Ai Katha bilak sadharan manuhok janaba lage

  • @SaifulIslam-yn3gi
    @SaifulIslam-yn3gi Місяць тому +2

    সাং বাদিক মেল কিয় নামতে মণিপুৰ ত এদিন ও নাহিল কিয় মিচলিয়া জাতিদ্ৰহি সৰ্বানন্দ
    তেলমৰা সাংবাদিক

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 Місяць тому

      মনি পূৰৰ বিষয়ে ইমান মাথা মাৰিবলৈ তই কোন ? কোন মুছলমানে কোন দিনা বিজেপিক ভোট দিয়ে ? কেৱল UDF Congress বুলি চিঞঁৰি থকাৰ অৰ্থ কি ? মণিপুৰৰ সাংসদে নিজে তাৰ পৰা পলাই ফুৰিছে, মুখ্যমন্ত্ৰীয়ে পলাই ফুৰিছে, পুলিচ প্ৰশাসনে ওচৰত যাব নোৱাৰে, এইবোৰৰ কাৰণ কি একো নজনাকৈ পাগলৰ প্ৰলাপ বন্ধ কৰা।

  • @rohinidas5237
    @rohinidas5237 16 днів тому

    নিজৰ চকিখনকে ধৰি ৰাখিব নোৱাৰিলে তেনে ব্যক্তি কি কাম কৰিব।

  • @abiditbaruah1360
    @abiditbaruah1360 Місяць тому +1

    কুটনিতিৰ অবিহনে ৰাজনীতিৰ অৰ্থ নাই।

  • @Tulikaartacademy912
    @Tulikaartacademy912 20 днів тому +1

    আপোনাৰ দিনত আপুনি কি কৰি লে‌ ঘটিটো লোটা টো ।মাঠা কম‌‌ আছে ।

  • @MeghaliBaruah-lh8ni
    @MeghaliBaruah-lh8ni Місяць тому +2

    Sharbanandagoback

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass5510 Місяць тому +2

    CAA ৰ জঢ়িয়তে বিদেশী অনা বাবে ভোট বিচৰাৰ সাহস আছেনে?

  • @lankswardas2824
    @lankswardas2824 Місяць тому +1

    Karuna beji di manuh bemari hoise

  • @harenbarman4733
    @harenbarman4733 12 днів тому

    মূল্য বৃদ্ধি আৰু ঔষধ চিকিৎসাৰ মূল্য বৃদ্ধি আমাক আতি দুখিত কৰিছে । ইফালে তেলিৰ মূৰত তেল দি আদানি আম্বানীক হে ধনী কৰি আমাক হিতাধাৰী বনাই দিলে । আপোনাৰ কথাত অসম আন্দোলন শদ্ধ কোৱা শোভা নাপায় । কা'আন্দোলন কৰিব যোৱা অসমীয়াক গুলীয়াই মাৰি ৰজা হল । নিজৰ জাতিটোক বিদেশীৰ লগত একাকাৰ কৰি দিলে ।

  • @sanjualom8459
    @sanjualom8459 21 день тому +2

    এওঁৰ নিজৰ মাঠাত একো নাই লোকৰ কথাত চলে ।গতিকে অসমৰ হৈ কি কাম কৰিব ?

    • @nayankumarpawe2671
      @nayankumarpawe2671 18 днів тому

      আনৰ মাঠাত একোনাই কোৱা জনৰ মাঠাত কি আছে কোনোবাই জানে জানো।

  • @user-qo1ph3hi5r
    @user-qo1ph3hi5r Місяць тому +1

    ভিডিঅ'টোৰ কতো হিমন্তক চাইলম বোলা কথা নাপালো। কিয় মিছা প্ৰচাৰ কৰিছে মহোদয়

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Місяць тому +4

    তোমাৰ কাম নাই।তোমাৰ মাতটো শুনিবলৈ মন নাযায়।

    • @sktaye130
      @sktaye130 Місяць тому

      Ahum puwali..... Toi tu kobi... Kam nai kiya jattt

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p 19 днів тому

    আপুনি অসমত কি পৰিবৰ্তন হোৱা দেখিলে উদাহৰন দিবপাৰিবনে ?

  • @shantanudutta1539
    @shantanudutta1539 27 днів тому

    This is the first time I am hearing Sarbanando Sonowal speak so intelligently. He is a bit too late to project himself not a good statesman. His loss is inevitable unfortunately as people of Assam see him as a looser. Maybe better luck next time.

  • @JoyBhuyan-qx6xu
    @JoyBhuyan-qx6xu Місяць тому +1

    Divar bork 10 lak fin vorab bisarisa aru tomak vot laga

  • @rumakatoky8806
    @rumakatoky8806 День тому

    Himontak saboloi nalage diya tumi jote asa tote ei thaka dei.😉

  • @bijusaikia5372
    @bijusaikia5372 Місяць тому

    লেং মৰা প্ৰতিযোগিতা । আপুনি গমেই নাপালে ।

  • @user-fv4si7vt9j
    @user-fv4si7vt9j 23 дні тому +1

    Bjp voot di pokore mure voot jholokiya hona ekai kotha laav nai bjp go back

  • @skylark13
    @skylark13 21 день тому

    এনেকুৱা বাতৰি শিৰোনাম নিদিব।

  • @maheshgogoi
    @maheshgogoi 27 днів тому

    Assam is next to last in Indian State Ranking. What you say about that ?. All are busy in putting cap to other and that's politics. Development only comes when Politician learn to secrifice.

  • @birajmahannarzary9186
    @birajmahannarzary9186 28 днів тому

    Moi ako deka nai.Boro hokolok kiyo eman oitasar aru domon kore? Boro hokolok kiyo unnoti hoboloi nidiye? Kiyo ako chance nidiye?Boro hokoloko unnoniti hoboloi diyok aru all-round develop kori diyok.Aiye mor kamona aru issa.Thanks.

  • @birbahadursonar3221
    @birbahadursonar3221 22 дні тому

    What are decisions regarding chakma and Hajong living in aruchal Pradesh,?

  • @KabitaSaikia-sd7in
    @KabitaSaikia-sd7in 27 днів тому +1

    Assamerkarone,only,amakhantilage,raije,bortomansorkarjijonegodrmotehobalagedai,raije,assameselugdekhorfeaturekothavabokteheassamthantiaruunotihobanisoi,thanky,bybharotdrkhorbabe,lasttimethiyavoramoramjacilu,amen,

  • @sazidahmed2876
    @sazidahmed2876 Місяць тому

    মূল্যবৃদ্ধিৰ বিষয়ে কি কব

  • @user-fi8lh6iz7h
    @user-fi8lh6iz7h 28 днів тому

    মিছা মাজুলী 😊চিকিৎসা কেন্দ্ৰ বোৰ একো উন্নয়ণ হোৱা নাই।জ্বৰ এখন হলেও যোৰহাট লৈ নিব লাগে।

  • @pranayankumarbora6787
    @pranayankumarbora6787 22 дні тому +2

    আপোনাৰ লোকে আমাৰ অসমৰ কাৰণে ki korile ভালকৈ চাবচোন

  • @karandoley7748
    @karandoley7748 25 днів тому

    Amar gaon r rasta still not developed 😢😢😢 # sardarchuck vill. P. O Kulajan. Dhemaji. Please help us to focus our village road in the media

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 19 днів тому

    😢😢go back habanda w