কিয় গুৱাহাটী সমষ্টিবাসীয়ে ভোট দিব মীৰা বৰঠাকুৰক? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’

Поділитися
Вставка
  • Опубліковано 29 кві 2024
  • কিয় গুৱাহাটী সমষ্টিবাসীয়ে ভোট দিব মীৰা বৰঠাকুৰক?
    অভিজাত গুৱাহাটীক প্রতিনিধিত্ব কৰিবলৈ কি যোগ্যতা মীৰা বৰঠাকুৰৰ?
    প্রথমে দলীয় বিসম্বাদ আৰু এতিয়া নিসংগভাৱে নিৰ্বাচনী প্রচাৰ নেকি?
    ১০টা বিধানসভা সমষ্টিত অকলেই যুঁজিছে নেকি মীৰা বৰঠাকুৰে?
    মোডী আৰু অমিত শ্বাহৰ মহাশক্তিক কিদৰে ওফৰাব মীৰা বৰঠাকুৰে?
    এনে কিছু প্রশ্ন লৈ মীৰা বৰঠাকুৰৰ সন্মুখত নিতুমনি শইকীয়া
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘জনমত’
    #pratidintime #janamat #miraborthakur #congress

КОМЕНТАРІ • 858

  • @ratulgogoi8063
    @ratulgogoi8063 2 місяці тому +191

    বহু দিনৰ পাছত আপোনাৰ জনমত অনুষ্ঠানটো আৰম্ভ পৰা শেষলৈকে চালো। কিবা এটা ভাল লাগিল। মীৰা বাইদেউ জয় হওক তাকে কামনা কৰিলো। গুৱাহাটী বাসী লৈ অনুৰোধ থাকিল বিবেক ভোট প্ৰদান কৰক।

    • @Karma_is_Life.
      @Karma_is_Life. 2 місяці тому +4

      নিশ্চিত ভাৱে।

    • @probingohain8043
      @probingohain8043 Місяць тому

      😂😊😊

    • @gunajitdeka5604
      @gunajitdeka5604 Місяць тому +1

      Vote for mira borthakur

    • @pranamiofficial3472
      @pranamiofficial3472 Місяць тому +1

      চাৰিশ পাৰ কিয় কৰিব লাগে, ২৭২ পালেই হয় দেখোন ? Constitution change কৰিবলৈ নেকি ? নে অন্য কিবাকিবি

    • @pranamiofficial3472
      @pranamiofficial3472 Місяць тому +3

      মীৰা বাইদেউৰ ধন বল বাহু বল নাথাকিলেও তেখেতৰ এটা সৎ মন আছে। সেয়ে তেখেতক গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি বিশ্বাস কৰো। পৰমেশ্বৰৰ আৰ্শীবাদ যেন তেখেতৰ লগত থাকে তাকে কামানা কৰিলো।

  • @assa516
    @assa516 2 місяці тому +138

    বিজয়া চক্ৰবৰ্ত্তী,কুইন ওঝা এই সকল সংসদত আজিৰ তাৰিখত ৰাজনীতিত তেওলোকক কোনেও মনত নাৰাখে৷কিন্তুু মীৰা বাইদেউৰ কথা,কাম আৰু তেওঁৰ যিটো ব্যক্তিত্ব লগতে ৰাইজ সেৱাৰ যিটো মনোভাৱ আছে সেইটোৰ প্ৰতি মই আকৰ্ষিত৷তেওঁ গুৱাহাটীৰ সমস্যা সমুহ অনুভাব কৰিছে আৰু তাৰ বৈজ্ঞানিক সমাধান ও তেওঁৰ হাতত আছে৷সেয়েহে মই বিচাৰো সকলোৱে তেওক আগুৱাত সহায় কৰক৷কি হ’ব ৰাজনৈতিক দ’ল চায় ভোট দিলে৷সকলোৱে একে,ভাষন আৰু শাসনৰ একো মিল নাই৷কেৱল পুৰন হ’ব লাগে ব্যক্তিগত স্বাৰ্থ৷দ’ল এৰক প্ৰাৰ্থীক প্ৰাধিন্য দিয়ক ৷গুৱাহাটীবাসীয়ে নিশ্চয় এইবাৰ ইয়াৰ এটা উদাহৰন দাঙি ধৰিব অসমৰ বাৱে৷

    • @user-ri5nm1id5z
      @user-ri5nm1id5z 2 місяці тому +4

      Aapuner kotha khini xunilu baidew....bohut dhunia anedore thakile val lagibo.....❤

    • @dhantimedhi1788
      @dhantimedhi1788 Місяць тому +1

      সকলো ভাল তথাপিও গুৱাহাটী সমষ্টিৰ ৰাইজে ভোট নিদিব নেকি?
      ব্যক্তিত্ব চাই আমি এতিয়াও ভোট দিব পৰা নাই৷বিশ্ববন্দিত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱকে ভোট দিয়া নাছিল গুৱাহাটীৰ ভোটাৰে৷ কংগ্ৰেছ শূন্য হব অসমত৷ অকনমান আশা আছে মাথোঁ নগাওঁত৷

    • @assa516
      @assa516 Місяць тому +3

      @@dhantimedhi1788 কংগ্ৰেছ শূন্য হোৱাৰ ভাবনাত আপুনি যদি আজিও ডুব গৈ আছে তেনেহ’লে ডাঙৰীয়া আপুনি আনৰ মগজুৰে জীয়াই আছে৷

  • @chandramabora6591
    @chandramabora6591 2 місяці тому +36

    বহুত বহুত ভাল লাগিল বাইদেউ আপোনাৰ প্ৰশ্নোত্তৰ শুনি। আপুনি জয়লাভ কৰিলে অসমৰ বহু উন্নতি হব।

  • @user-tk8bm3zv2v
    @user-tk8bm3zv2v 2 місяці тому +69

    জনমত হলে এনেকুৱা হব লাগে ৷ খুব ভাল লাগিল ৷ মীৰা বাইদেউৰ উজ্জ্বল কামনা কৰিলো ৷ সচাই আপুনি এগৰাকী সৎ সাহসী ও দুৰদশী মহিলা ৷

  • @bulbulAxom099
    @bulbulAxom099 2 місяці тому +76

    ভাল লাগিল। অৱশেষত নিতুমনি ককাইৰ লগত সাক্ষাৎকাৰ হৈ গল ❤️। আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ। মীৰা বৰঠাকুৰ বাইদেউক আপোনালোকে ভোট প্ৰদান কৰি জয়যুক্ত কৰক। গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ এটা ভাল সুযোগ পাইছে। জিকাই লৈ যাওঁক ❤️

    • @chandandutta3186
      @chandandutta3186 2 місяці тому +6

      Jikam, vote baideokei dim

    • @bulbulAxom099
      @bulbulAxom099 2 місяці тому

      @@chandandutta3186 দিব দেই ❤️🙏 আন দহ জনকো অকণমান বুজাব বুলি আশা থকিল ❤️
      মীৰা বৰঠাকুৰ বাইদেউক জিকাও আমি
      ভাল ফলাফল এটা পাম আমি 🥲🥲❤️❤️

  • @chandramabora6591
    @chandramabora6591 2 місяці тому +126

    মীৰা বৰঠাকুৰৰ জয়েই প্ৰতিপন্ন কৰিব গুৱাহাটীবাসীৰ ৰাজনৈতিক পৰিপক্কতা। ৰাইজে বিবেকভোট নিশ্চয় প্ৰদান কৰিব।

    • @chandandutta3186
      @chandandutta3186 2 місяці тому +11

      Karim. Baideokei vote dim

    • @pranitabarman483
      @pranitabarman483 2 місяці тому +11

      গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজে নিশ্চয় বিবেক ভোট প্ৰদান কৰিব । লগতে আপোনাৰ মনোবলক স্বাগতম জনাইছো

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому

      ঘেন্তা

    • @Munmi177
      @Munmi177 Місяць тому

      Nijike ..

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 місяці тому +150

    5,6, লাখ ভোটত জয় হ'ব এই বাৰ মীৰা বাইদেউ দাঙৰিয়ানী আপুনি তেনচন ল'ব নালাগে

    • @mS-lw9oo
      @mS-lw9oo 2 місяці тому +5

      ​@The_Indian_fantasy_show8638apunar vote ase ne bjp r andhabhakta......mor ase vote....eibilake val manuh.....kam Kora manuh sini napai.....(bjp)bahut dangor misoliya party r pisot dore bjp ye akol brainwashed kore....moi o ei jalot porisilu...moi wli ahilu...desh r asol cam r kotha nokoi

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому

      বহুত বেছি লাজ লগাকৈ হাৰিব

    • @AliAhmed-bc9nm
      @AliAhmed-bc9nm Місяць тому

      ​@@mS-lw9oo99999999999999999999999999999999999999999999999999999999999999

    • @TarunDoley-mz8om
      @TarunDoley-mz8om Місяць тому

      ​@@dibakartalukdar7700❤️y de

  • @nitulmudoi5483
    @nitulmudoi5483 2 місяці тому +115

    জিকিলে ভাল হ'ব। গতিকে গোৱাহাটী বাসি ৰাইজ গম পাইছেনে

  • @manashpritamdas485
    @manashpritamdas485 2 місяці тому +35

    ভাল লাগিল-তেখেতৰ যুক্তি আৰু চিন্তাক। অভিমতৰ যোগেৰে এজন প্ৰাৰ্থীৰ বিষয়ে জানিলোঁ পিছে আন গৰাকী প্ৰাৰ্থীক লৈয়ো যদি অভিমত হয়-- তেতিয়া তেখেতৰ যুক্তি আৰু চিন্তাৰ বিষয়ে জনাত সহায় হব--

  • @hndekari8011
    @hndekari8011 2 місяці тому +20

    বৰ মূল্যবান এই জনমত অনুষ্ঠান। ভাল লাগিল ।।ধন্যবাদ।।

  • @ahmedjia1312
    @ahmedjia1312 2 місяці тому +134

    সঁচা কথা এইবাৰ আমি মীৰা বৰঠাকুৰ বাইডক ভোট দিম 🇮🇳🙏

  • @toufikalam954
    @toufikalam954 2 місяці тому +28

    অতি সুন্দৰ কথা কলে এই কাৰণে ভাল লাগে আপোনাক

  • @dharamabarbarua
    @dharamabarbarua 2 місяці тому +66

    গুৱাহাটীৰ জনসাধাৰণ সাৱধান । উপযুক্ত প্ৰাৰ্থী মীৰা বৰঠাকুৰ দাঙৰিয়ানিক ভোট দি জয়যুক্ত কৰক , নহলে পৰিণাম ভুগিব । ধন্যবাদ ।

  • @chinmoysaikia5163
    @chinmoysaikia5163 2 місяці тому +165

    মীৰা বৰঠাকুৰ বাইদেউক জয় কৰক

    • @user-jo3bf4mg2r
      @user-jo3bf4mg2r Місяць тому

      Alur pora khun uliabo karone neki 😂😂😂😂😂😂

    • @tbay6480
      @tbay6480 Місяць тому

      Khun??😂

  • @MChetia_Assam
    @MChetia_Assam 2 місяці тому +47

    এই মানুহগৰাকী কথাবিলাক... আগৰেপৰা শুনি ভাল লাগে। তেওঁৰ পৰিকল্পনাবোৰ শুনিবলৈ ভাল লাগিচে... বাকী একো নহলেও Guwahati ৰ বানপানী সমস্যা শেষ কৰিলেও... সকলো বহুত উপকৃত হব। অশেষ শুভেচ্ছাৰে 💐

  • @SujitkrDas-cz5ew
    @SujitkrDas-cz5ew 2 місяці тому +119

    Vote for Congress
    Meera Borthakur baidew Zindabad

    • @kidsplay7668
      @kidsplay7668 2 місяці тому

      Leura

    • @Catsviralz
      @Catsviralz 2 місяці тому

      Kun Modi?​@@kidsplay7668

    • @mS-lw9oo
      @mS-lw9oo 2 місяці тому +8

      ​​@@kidsplay7668 bijuli kalita hoi tmi kuwa too....bjp go back..modi hatao desh basao...Mira zindabad...

  • @BikiBoruah-bw9yq
    @BikiBoruah-bw9yq 2 місяці тому +75

    Aapuni jikiboi Mira baideu 💐💐🇮🇳❤️

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x 2 місяці тому +103

    বাইদেউ জিন্দাবাদ

  • @rabijulahmed5661
    @rabijulahmed5661 2 місяці тому +42

    Great leader mirabortakur baideo

  • @monuwarabegam5708
    @monuwarabegam5708 2 місяці тому +84

    মিৰা বৰঠাকুৰ জিন্দা বাদ বাইদেউ জিকিলে গুৱাহাটী উন্নয়ন হ'ব বাত পথ ভাল হব

    • @mukundadeka3213
      @mukundadeka3213 Місяць тому

      পানীৰ সমস্যাও দূৰ হ'ব।

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому

      সকলো মিঞাই ভোট দিলেও তেওঁ বেয়াকৈ হাৰিব

    • @kunalsarania3877
      @kunalsarania3877 Місяць тому

      Congress Mukt Bharat

  • @umeshdeka2678
    @umeshdeka2678 2 місяці тому +17

    আপোনাৰ চিন্তাৰ লগত মোৰ আদৰ্শ ৷আপোনাৰ জয় মোৰ
    আশীৰ্বাদ ৷

  • @Rukmo9887
    @Rukmo9887 2 місяці тому +76

    মীৰা বাইদেউক আগৰ পৰাই ভাল পাওঁ।ভাল ব্যক্তিত্বৰ এগৰাকী সাহসী অসমীয়া নাৰী। তেওঁ জয় হোৱাটোকে কামনা কৰো। আমাক লাগে বাকপটু ব্যক্তি যিয়ে সাবলিল ভাবে সংসদত কথা ৰাখিব পাৰে।সেই ফালৰ পৰা মীৰা বাইদেউ মোৰ পচন্দৰ পাৰ্ঠী।

  • @user-xc4qn5tm6e
    @user-xc4qn5tm6e 2 місяці тому +32

    Very very good person

  • @Attitude_Killer_
    @Attitude_Killer_ 2 місяці тому +58

    Educated candidate❤❤

    • @user-ee4tv7mx8p
      @user-ee4tv7mx8p 2 місяці тому +10

      Really u r a unique lady.....🎉🎉❤❤All the best ma'am

  • @assamvillagefood7897
    @assamvillagefood7897 2 місяці тому +11

    খুৱ ভাল লাগিল কথাখিনি ... এগৰাকী যোগ্য প্ৰাৰ্থী। নিজৰ বিবেক, চিন্তা-ধাৰা আছে। সংসদত সাহসেৰে সমস্যাসমূহ উপস্থাপন কৰিব পাৰিব বাইদেউয়ে ❤

  • @nityagogoi478
    @nityagogoi478 2 місяці тому +45

    হয় , বাইদেউ , ঠিক কৈছে
    নেতা বা নেত্ৰীক কিয় ইমান বেছি গামোচা পিন্ধাব লাগে ?

  • @mkumar9658
    @mkumar9658 2 місяці тому +47

    বিজেপিৰ সদস্যবোৰেও মিৰা বাইদেউক ভোট দিব বুলি ভিতৰুৱা আলোচনা চলিছে৷ সকলোবোৰ অসন্তুষ্ট হৈ আছে ভিতৰি৷ কোনেও কাকো সহযোগ কৰা নাই৷

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 2 місяці тому +11

      মোৰ সকলো দলৰে বহু লোকক ব্যক্তিগত ভাবে জানোঁ । বিজেপিৰ এই কেইদিন লগ পোৱা কৰ্মী খিনিৰ কথা শুনি মই অবাক। তেওলোকৰ কথা হল যোগ্যতাৰ ক্ষেত্ৰত মীৰা বাইদেউক তুলনা কৰিবলৈ আন কোনো মহিলা ৰাজনীতিকেই নাই। সকলো দিশৰ পৰা তেও শ্ৰেষ্ঠ । গতিকে বিজেপিৰ 20 শতাংশ বাদ দি বাকী সকলেও মীৰা বাইদেউক ভোট দিব। তেওলোকৰ মতে ব্যবসায়ীক গোষ্ঠী, দলৰ অন্ধ সমৰ্থক আৰু এচাম বাংলাদেশী মূলৰ হিন্দুৱে ভয়তে বিজেপিক এশ শতাংশ ভোট দিব, বাকী ভোটাৰৰ 20 শতাংশ বাদ দি আন সকলে মীৰা বাইদেউক ভোট দিব।
      মই এই সাক্ষাত কাৰ চোৱাৰ পিছতহে বিজেপি কৰ্মী সকলৰ কথাত পতিয়ন যাবলৈ বাধ্য হৈছোঁ ।

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому +2

      তোমাৰ কথা মতে বিজেপিয়ে ভোট দিয়ে নেকি

  • @PremBharali-dx5is
    @PremBharali-dx5is 2 місяці тому +11

    বাইদেউ আপুনি বৰ ধুনীয়া কথা কৈছে

  • @umeshhandique6856
    @umeshhandique6856 2 місяці тому +32

    মীৰা বৰঠাকুৰ জয়ী হলে কেৱল গুৱাহাটী সমষ্টিৰ বাবে নহয় সমগ্ৰ অসম বাসীৰ বাবে ভাল হব।অতি সাহসী,দক্ষতা থকা প্ৰাৰ্থী।

  • @anjanborah-5069
    @anjanborah-5069 2 місяці тому +18

    One of the best interview 🎉🎉🎉

  • @nirugogoi3181
    @nirugogoi3181 2 місяці тому +9

    আপোনাৰ প্ৰতিটো শব্দৰ পৰা বহুত কথা শিকিব পাৰো বাইদেউ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ।🙏🙏🙏

  • @AzizulHoqueAnchary
    @AzizulHoqueAnchary 2 місяці тому +25

    Mira boarthkor good talking .lots of thanks.Give vote to him Guwahati citizen

  • @kabitasaikia380
    @kabitasaikia380 2 місяці тому +61

    ইশ্বৰে মীৰা বাইদেউক আশীর্বাদ কৰক। বহুত সাবলীল ভাৱে কথাখিনি উপস্থাপন কৰিছে

  • @user-uj5fn4om9b
    @user-uj5fn4om9b 2 місяці тому +20

    যিমান দুৰ জনিলো বুজিলো গুৱাহাটী বাসী ৰাইজে মিৰা বাইদেউক ভোট নিদিলে বহুত ডাঙৰ ভুল কৰা হব।

  • @kanteswarray3764
    @kanteswarray3764 2 місяці тому +18

    সুন্দৰ কথা কলে বাইদেউ

  • @pranatiborthakur9462
    @pranatiborthakur9462 2 місяці тому +15

    অসমখনক বচাওক, শুভেচ্ছা জনালোঁ।

  • @mamanedas8056
    @mamanedas8056 2 місяці тому +13

    গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বলিষ্ঠ কন্ঠ মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ

  • @gyanalbert1184
    @gyanalbert1184 2 місяці тому +38

    গুৱাহাটীত বিবেক ভোট কিমান আছে এইবাৰ গম পোৱা যাব !!!

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 2 місяці тому +91

    Vote for Mira Borthakur . ( Congress party ) . 🖐️🖐️🖐️

    • @mukundadeka3213
      @mukundadeka3213 Місяць тому +4

      পাৰ্টীৰ কথা বাদ দিয়ক, মীৰা গোস্বামী ৰ দৰে জনাশুনা শক্তিশালী প্ৰাৰ্থীক নপঠিয়াই কি বিজেপিৰ গছৰ মঢ়াক পঠালে গুৱাহাটীৰ উন্নতি হ'ব নেকি?

    • @KulaHazarika
      @KulaHazarika Місяць тому

      ​@@mukundadeka3213❤ Dr by Dr CT CT CT CT CT CT😊😅😮😢🎉😂❤ 20:20 20:20

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by Місяць тому +6

    মীৰা বৰঠাকুৰ বাইদেউক আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ জনাইছো আৰু ঘৰৰ পৰাই সম্পূৰ্ণ নিতুমণিৰ জনমত অনুষ্ঠান চাইছো ভাল লাগিল মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ জয় আই অসম।

  • @BjpHatao
    @BjpHatao 2 місяці тому +44

    গুৱাহাটী বাসীলৈ বিনম্ৰ অনুৰোধ, মীৰা বাইদেউক জিকাব আপোনালোকে 🙏 আমাৰ যোৰহাটত আমি গৌৰৱ গগৈক জিকাম❤❤❤

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому

      মিঞাৰ ভোটত জয়ী হব নোৱাৰে

    • @BjpHatao
      @BjpHatao Місяць тому

      @@dibakartalukdar7700 Assam ot okol আপুনিয়েই oxomiya ase😂😂😂😂😂😂

    • @junaliseducationchannel3463
      @junaliseducationchannel3463 Місяць тому +1

      ​@@dibakartalukdar7700 o kokai apuni ai video tu homoye homoye ripit kari sai ni manuhey ki comment karisey buli ata kotha ghty rijey kintu mira baidew r logot asey moi 2019 t bjp k vote disilu kintu aibar congress k disu muk beya napabo die😂😂😂😂😂

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 2 місяці тому +15

    গুৱাহাটী মহানগৰীৰ বাসিন্দা সকলে আগত বহু ভাল মানুহক জয় কৰিলে এই বাৰ মীৰা বাইদেউক জয় কৰিব।নহ'লে অসমতৰ হকে মাত মাতা কোনো নাথাকিব।

  • @tapanray3836
    @tapanray3836 2 місяці тому +23

    Mira baideo. Jindabd

  • @pankajkumardas41
    @pankajkumardas41 2 місяці тому +5

    প্ৰাণ ভৰি যোৱা কথা ক'লে।
    God bless you

  • @rupprasad4861
    @rupprasad4861 2 місяці тому +20

    Aibar BJP sarkarak bujai dibo lagibo, nirapekhya voter Gourav Gogoi, Mira borthakur baideu r lagat aase.❤❤

  • @yeaminurrahman3764
    @yeaminurrahman3764 2 місяці тому +14

    Mira Barthakur ma'am is a dynamic, strong and well educated women leader for Assam.
    Support her.

  • @julenbora8979
    @julenbora8979 2 місяці тому +4

    মীৰা বাইদেউ“ আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বক্তব্য শুনি ভাল লাগিল ৷ আপোনাক গুৱাহাটী লোকসভা সমষ্টিৰ“ ৰাইজে“ নিশ্চয়“ আশীৰ্বাদ দিব ৷ আপুনি জয়যুক্ত হোৱাটো কামনা কৰিলোঁ ৷

  • @jayaborah2926
    @jayaborah2926 2 місяці тому +8

    গুৱাহাটী বাসী ৰাইজে বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোট প্ৰদান কৰিব। 👍👍👍

  • @mainaborman5755
    @mainaborman5755 2 місяці тому +16

    Perfect mera baidau apune joi hoboi

  • @user-ke5ls6yw4l
    @user-ke5ls6yw4l 2 місяці тому +8

    মীৰা বাইদেউ জয় আমাৰ জয়। ভগৱানে সহায় কৰক।

  • @DigantaBokatial
    @DigantaBokatial Місяць тому +4

    বৰ ভাল লাগিল অনুষ্ঠানটো চাই ।নোৱাৰে পাতিব তৰ্ক প্ৰতিযোগিতা পাতিব ।

  • @Mehnur_Nooree
    @Mehnur_Nooree 2 місяці тому +19

    জয় নিশ্চিত

  • @meenapathok8718
    @meenapathok8718 2 місяці тому +21

    Mira Borthakur Baideau jindabad

  • @user-dc6dd5he2x
    @user-dc6dd5he2x Місяць тому +3

    সঁচাকৈ মীৰা বাইদেউৰ কথাবোৰ বৰ সুন্দৰ, তেওঁৰ কথা বহুত মূল্যবান, মই তেওঁৰ কথা পতা তস্ক বোৰ চাই বহুত ভাল পাওঁ। মই বিচাৰোঁ মীৰা বাইদেউ জয়ী হওঁক।

  • @thedevogramstory7483
    @thedevogramstory7483 2 місяці тому +49

    অসমত আমি কোনো অনা অসমীয়া নিয়ন্ত্ৰণ কৰিব নিদিও আৰু আমি অসমীয়াক নিয়ন্ত্ৰণ কৰাৰ অনুমতি অনা অসমীয়াক নিদিব..অসমীয়াক বিপন্ন হব নিদিব । অসমত আমাৰ অসমীয়া MLA হৈ আছে কিন্তু অনা অসমীয়া মন্ত্ৰী হয় আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী দিয়া হৈছে, তেওঁক আমি বিৰোধ কৰিব লাগিব। মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া....

  • @dibyajyotihazarika7027
    @dibyajyotihazarika7027 2 місяці тому +14

    Good luck baideo continue your Journey

  • @amritjyotisharma3459
    @amritjyotisharma3459 2 місяці тому +5

    মীৰা বাইদেউ ক মই সন্মান কৰোঁ কিন্তু আপোনাৰ সন্মিলনত গণ শক্তি অসম ৰ বিষয়ে জানি লওক তাৰ পিছত মন্তব্য দিয়ক। উজনি অসমত আহা পঞ্চায়ত নিৰ্বাচনত 10 খন জিলা পৰিষদ খেলি আছে। অসমত যি দিনা লৈকে অসম অসমীয়া নাম বৃহত্তম জাতি টো থাকিব তেতিয়া লৈকে সন্মিলিত গণ শক্তি অসম থাকিব।
    সম অধিকাৰ সম মৰ্যদা সম উন্নয়ন।

  • @MizanurRahman-lr8vt
    @MizanurRahman-lr8vt 2 місяці тому +10

    #guwahati বাসী মিৰা বাইদেউক ভোট দিবলৈ আহ্বান জনালো❤❤❤

  • @Azima813
    @Azima813 Місяць тому +2

    Hridoi sui jua kotha ❤

  • @pro7rgamingxp
    @pro7rgamingxp 2 місяці тому +28

    ময়োও মিৰা বাইদেউ দৰে দৰে১৯৯৫ছনৰে পৰা বি জে পি সদস্য আছিলোঁ। তেতিয়াৰ পৰা দুৰ্নীতিৰ কংগ্ৰেছৰ নেতাসকলক বি জে পি ত সোমালে সেই দিনাই বি জে পি এৰিলো।

    • @rupprasad4861
      @rupprasad4861 2 місяці тому +5

      Ane lok bartaman timet bahut aase, aibar BJP sarkarak bujai dibo lagibo. Congress jindabad 🎉

    • @dibakartalukdar7700
      @dibakartalukdar7700 Місяць тому +1

      তুমিয়ো চাগে একো সুবিধা লব নোৱাৰি বিজেপি ত্যাগ কৰিলা

  • @jageswarbhuyan2507
    @jageswarbhuyan2507 2 місяці тому +18

    Latest women for assam need to vote from guwahati

  • @chandrakantahaloi8204
    @chandrakantahaloi8204 2 місяці тому +10

    Very nice interview. Meera baideou zindabad.

  • @ajayborah8877
    @ajayborah8877 2 місяці тому +11

    All the best baydeu 🙏🙏

  • @ashokdas645
    @ashokdas645 2 місяці тому +6

    খুব সুন্দৰ কৈ কথা কৈছে।

  • @anupomdowarah1381
    @anupomdowarah1381 2 місяці тому +7

    মীৰা। বাইদেউৰ আলোচনা শুনি ভাল লাগিলে

  • @user-wl3dr2nz4i
    @user-wl3dr2nz4i 2 місяці тому +17

    Mira madam is like a lighting hira

  • @dbvlogstraditionalfoods9722
    @dbvlogstraditionalfoods9722 2 місяці тому +14

    Gd luck baidew...

  • @anantadutta6828
    @anantadutta6828 2 місяці тому +16

    vote for congress ❤

  • @siddikali3972
    @siddikali3972 2 місяці тому +9

    Great leader

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 2 місяці тому +11

    Mira Barthakur is a good candidate for Guwahati.

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 2 місяці тому +9

    বহুত সুন্দৰ আলোছনা।মীৰা বাইদেউক সকলোৱে ভোট দি যয় যুক্ট কৰক,।

  • @mrinaligogoi3811
    @mrinaligogoi3811 2 місяці тому +6

    বাইদেউ এগৰাকী সৎ সাহসী, স্পষ্টবাদী আৰু দূৰদৰ্শী মহিলা। ভগৱানে আপোনাক সহায় কৰক 🙏🙏🙏🙏

  • @sharmahdoley6121
    @sharmahdoley6121 2 місяці тому +6

    মোৰ প্ৰিয় নেত্ৰী মীৰা বৰঠাকুৰ । তাইৰ সাহসী, উদাত্ত কণ্ঠ , বলিষ্ঠ পদক্ষেপ , ভবিয়াত পৰিকল্পনা সেই বোৰ লক্ষ্য কৰিয়ে তাই ৰাজনীতিত প্ৰবেশ কৰিছে । তাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনীতিত প্ৰবেশ কৰা নাই । তেনে এগৰাকী নাৰীক গুৱাহাটী লোকসভা ৰাইজে পাইছে , কিমান ভাগ্যৱন ? গতিকে নিশ্চিত ভাবে গুৱাহাটী লোক সভা ৰাইজে মীৰা বৰঠাকুৰ বাইদেউক ভোট দি জয়যুক্ত কৰাব । নীৰৱ জনতাই মীৰা বাইদেউক ভোট দিবই । আজি কালি জনতাই দও চাই ভোট নিদিয়ে । আজি কালি সমাজ শিক্ষিত হৈছে । সকলো সমাজে বুজি পাইছে । কাক ভোট দিব লাগে কাক ভোট নিদিব লাগে । যদি ৰাইজে ভাল মানুহক ভোট নিদিয়ে পাঁচ বছৰৰ কাৰণে নিজে ভুগিব লাগিব ।

  • @salimhussain4907
    @salimhussain4907 2 місяці тому +6

    কংগ্ৰেছী মানুহ খিনি বেছি ভাগ শিক্ষিত। কথা খিনি ভাল লাগিল শুনি

  • @user-yo7hi1gp8j
    @user-yo7hi1gp8j 2 місяці тому +3

    বাইদেউ, মোৰ জন্ম উজনি অসমৰ এখন ভিতৰুৱা গাঁৱত। কৰ্ম সুত্ৰে অসমৰ মুধচ স্বৰূপ গুৱাহাটীত আছোঁ। ই মোৰ বাবে সৌভাগ্য , আৰু অসমীয়া জাতিয় জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ নিজ চকুৱে দেখা আৰু সেই পৰিস্থিতিৰ মাজত জীয়াই থকাৰ অভিজ্ঞতা,বিচাৰ বিবেচনা সকলো ভগৱানৰ কৃপাতেই চলি আছে। গতিকে ভগৱানে দিয়া বিচাৰ বিবেচনা মই বিক্ৰী কৰিব নোৱাৰোঁ । ৰাইজৰ প্ৰতি আপোনাৰ এই সৎ প্ৰচেষ্টাত আন্তৰিকতাৰে সন্মান জনাইছোঁ। আৰু প্ৰয়োজন হ'লে অপকৰ্মৰ প্ৰতিবাদো নিশ্চয় কৰিম।

    • @bdblog5569
      @bdblog5569 2 місяці тому

      Apunar sintadharak khonman Jonaisu🙏🙏🙏

  • @bjcartoontv8856
    @bjcartoontv8856 2 місяці тому +2

    আপোনাৰ জয় হওঁক বাইদেউ💐💐💐অন্তৰৰ পৰা তাকেই কামনা কৰিছোঁ 🏵️🏵️🏵️

  • @JahirulIslam-yv3xx
    @JahirulIslam-yv3xx 2 місяці тому +11

    Mira Borthakur zindabad, India alliance zindabad

  • @khagenJimey
    @khagenJimey 2 місяці тому +21

    বিজুলী কলিতাক ভোট দি নিজৰ ভৰিত নিজে কুটাৰ মাৰিব নোৱাৰো

  • @historicalcityboy_4129
    @historicalcityboy_4129 2 місяці тому +11

    Strong and powerful candidate mira baidew.. Plz guwahatian raiz mira baidew k vote die jen..

  • @narayanboro7809
    @narayanboro7809 2 місяці тому +1

    ভাল কথা বাইদেউ। আপোনাৰ জয় হওক।ৰাইজৰ আশীর্বাদ আছে।

  • @snigdhabharali8783
    @snigdhabharali8783 2 місяці тому +9

    Mira borthakur jindabad.joi aai axom.

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 місяці тому +3

    সমগ্ৰ অসমবাসীক হিমন্তৰ কৱলৰ পৰা পৰিত্ৰাণ দিবলৈ ত্ৰাণকৰ্তালৈ অহৰ্নিশে প্ৰাৰ্থনা। গুৱাবাসীলৈও কাতৰ মিনতি যে মীৰা মহাশয়াক বিপুল ভোটত জয়ী কৰাই অসমৰ কল্যাণ সাধন কৰে যেন।লগতে মাননীয় নিতু ডাঙৰীয়ালৈও অনুৰোধ যেন গুৱাহাটীৰ জনাৰ্দনে মীৰা মহাশয়াৰ ব্যক্তিত্ব অৱহেলা নকৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ অব্যাহত ৰাখে।

  • @prativadevi3955
    @prativadevi3955 Місяць тому +2

    সুন্দৰ ব্যক্তিত্বৰ, বাকপটু আৰু দূৰদৰ্শী মীৰা বৰঠাকুৰ বাইদেউক ভোট দি জয় যুক্ত কৰক।

  • @dbvlogstraditionalfoods9722
    @dbvlogstraditionalfoods9722 2 місяці тому +10

    Ultimate baidew apuni jika2 bsaru bt moi glghtr hkolue baidewk bibek vote d jikauk...

  • @user-lp7df6kr3b
    @user-lp7df6kr3b 2 місяці тому +11

    Mira baideu number 1 candidate of Assam

  • @junuborgohain3453
    @junuborgohain3453 2 місяці тому +2

    অশেষ ধন্যবাদ বাইদেউ। আমিও আছো আপোনাৰ লগত । অমিভ শাহ আহি আমাক কৰ্ম স্থলী লৈ যোৱা ৰ যিটো অসুবিধাৰ সম্মুখীন কৰোৱালে তেন আৰু আমাক নালাগে।

  • @hiranyasaharia8930
    @hiranyasaharia8930 2 місяці тому +4

    Very good speech and vision.Best of luck madam.

  • @biduldeka5047
    @biduldeka5047 2 місяці тому +11

    Mira borthakur is best candidate

  • @ganeshborah6315
    @ganeshborah6315 2 місяці тому +5

    Have a great knowledge on Guwahati constituency.. Good quality, great leader..

  • @mukutborah4081
    @mukutborah4081 2 місяці тому +4

    সুন্দৰ। ভাল লাগিল বাইদেউ।

  • @anilneog3769
    @anilneog3769 2 місяці тому +3

    গণতন্ত্ৰ ৰক্ষাৰবাবে চিন্তা ‌কৰকসকলোৱে, গুৱাহাটী বাসীৰ বাবে বিবেক ভোট দিয়াৰ আহ্বান থাকিল।

  • @urlgamermo
    @urlgamermo Місяць тому

    ৰাজনৈতিক নেতাৰ ,সাক্ষাৎকাৰ ম‌ই সাধাৰণতে আৰম্ভণিৰ পৰা শেষলৈকে নাচাওঁঁ। কিন্তু আজি কিয়বা মীৰা বৰঠাকুৰ বাইদেউৰ কথাখিনি শেষলৈকে শুনাৰ বৰ আগ্ৰহ হোৱা বাবে মনোযোগেৰে শুনিলোঁ। আপ্লুত হ'লোঁ তেখেতৰ কথাবোৰ শুনি । মানুহৰ সমস্যা বুজি পোৱি সেইবোৰ সমাধানৰ পথ অন্বেষণ কৰা ব্যক্তিকে কোৱা হয় জননেতা/জননেত্ৰী । জননেত্ৰী এগৰাকীৰ পৰিপূৰ্ণ গুণ তেখেতৰ ব্যক্তিত্বত প্ৰকাশ পাইছে। অধ্যয়ণশীল আৰু তৃণমুলৰ সমস্যালৈ চিন্তা-চৰ্চা কৰা আৰু সমস্যাবোৰ সাৱলীলভাবে দাঙি ধৰিবলৈ সক্ষম হোৱা এনে নেত্ৰীয়ে জনপ্ৰতিনিধি হোৱাৰ যোগ্য। গুৱাহাটীৰ সচেতন ভোটাৰে নিশ্চয়কৈ তেখেতক বিবেখ ভোটেৰে বিজয়ী কৰাব।

  • @ranjanupadhyay9466
    @ranjanupadhyay9466 2 місяці тому +15

    Mira Borthakur jikibo aru jikuatu Guwahatir manuhor responsibilityr vitorot pore

  • @UshaChoudhury-zg5cy
    @UshaChoudhury-zg5cy 2 місяці тому +2

    Im feeling so good by watching the program.Mira Madam said all the truths. Thank U Saikia Sir.🙏

  • @NurulHaque-vm9nq
    @NurulHaque-vm9nq 2 місяці тому +32

    Mira baido zindabad

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 2 місяці тому +13

    মীৰা বৰঠাকুৰ জিন্দাবাদ । হাতৰ ছবিত ভোট দিয়ক । ✌️🖐️

  • @dolydeka1845
    @dolydeka1845 Місяць тому +3

    মীৰা বাইদেউৰ জয় হওঁক তাকে শুভ কামনা জনালোঁ 🎉

  • @rinuborthakur9308
    @rinuborthakur9308 2 місяці тому +10

    Mira Bor thakur jindabad

  • @rabiulislam9042
    @rabiulislam9042 2 місяці тому +7

    বিবেক ভোট দিব লাগে, সেই হিচাবে মীৰা বাইদেউ পাব। কিন্তু দুখৰ কথা হৈছে যে বৰ্তমান বিজেপিয়ে সম্পূৰ্ণ মিছা কথাৰে মানুহৰ মনমগজুত সাম্প্ৰদায়িক চিন্তা সোমাই দি এন্দুৰে লুটা দি আহিছে সেইটো গম পোৱা নাই। আজি যদি এপিজে আব্দুল কালাম আজাদে আনৱিক বোমাৰ আবিষ্কাৰ নকৰিলে হেতেন তেতিয়া হ'লে চীনে ভাৰতবৰ্ষ দখল কৰিলেহেতেন। বিজেপি থাকিলে কিন্তু তেনেকুৱা আব্দুল কালাম আজাদৰ জন্ম নহয় যাৰ ফলত ভাৰতৰ দুৰ্বল নিশ্চিত, । ভাৰত বিশ্বগুৰু হোৱা কথাবোৰ মিছা। যিখন দেশৰ প্ৰধান মন্ত্ৰী জনে মিছা কথা কয় সেইখন দেশৰ মূল্য কিমান থাকিব সেইটো কোনোবাই ক'ব নেকি।

    • @binoydas6838
      @binoydas6838 Місяць тому

      শ্ৰদ্ধাৰ আব্দুল কালাম চাৰক বিজেপিয়ে দেখোন ৰাষ্ট্ৰপতি বনাইছিল । কাক মূৰ্খ বনাব বিচাৰিছে ? কংগ্ৰেছৰ দিনতে তোমালোকৰ মৰমৰ কাচভে আহি মুম্বাইত নিৰ্বিচাৰে মানুহক হত্যা কৰিছিল । তেতিয়াৰ প্ৰধান মন্ত্ৰীয়ে নিমাতী কইনাৰ দৰে থাকিল । আমি একো পাহৰা নাই ।

  • @user-ke5ls6yw4l
    @user-ke5ls6yw4l 2 місяці тому +3

    মীৰা বাইদেউ পৰা বহু নজানা কথা শিকিলোঁ।জয় হোৱা