Internal conflicts in political parties | BJP conflicts | Lok Sabha |

Поділитися
Вставка
  • Опубліковано 16 тра 2024
  • Internal conflicts in political parties | BJP conflicts | Lok Sabha | Watch the full clip to know more about this story.
    #pragnews #loksabhaelection2024 #elections2024 #assampolitics
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 206

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 16 днів тому +110

    যোৰহাটত গৌৰৱ জয় হলে মামাই cm এৰাই ভাল হ'ব।

    • @naturalvlogs6.5
      @naturalvlogs6.5 15 днів тому

      2021 sonor pisot Rajniti nokora jone CM hol...emaan xohoje aribo nee

    • @KutubUddin-ur6gt
      @KutubUddin-ur6gt 13 днів тому +1

      Ajmal sahab jikibo cm r khojanat. Moi nichito.

    • @naturalvlogs6.5
      @naturalvlogs6.5 13 днів тому +1

      @@KutubUddin-ur6gt toii j goruuu...maathat gobor ase neki tor ajmal aru himanta ataa a

  • @user-tp1er3sv9f
    @user-tp1er3sv9f 16 днів тому +110

    যোৰহাট আৰু ডিব্ৰুগড়ৰত দুই গগৈ জিকাতো ১০০℅ ।

    • @user-sd5vm7sg2m
      @user-sd5vm7sg2m 16 днів тому +7

      Dibrugarh t jikile moi life t politics t nathaku aru...2lakh t k besi vote t jikibo Sonowal...

    • @nikhilsarmah9656
      @nikhilsarmah9656 16 днів тому +4

      Kot asa vii toi dibrugarh t kuntu angle t. Lurin jikibo 😂😂

    • @user-tp1er3sv9f
      @user-tp1er3sv9f 16 днів тому +1

      @@user-sd5vm7sg2m সচাকে? মনত ৰখিম বাৰু ।

    • @user-sd5vm7sg2m
      @user-sd5vm7sg2m 15 днів тому +1

      @@nikhilsarmah9656 first u should educate yourself..

    • @banjitchangmai4047
      @banjitchangmai4047 15 днів тому

      dalaal moha dalal toi​@@user-sd5vm7sg2m

  • @gkstudygroup7603
    @gkstudygroup7603 15 днів тому +53

    কেবল গৌৰৱ গগৈ জিকিলেই অসমত নতুন ৰাজনীতি আৰম্ভ হব

  • @LegendIshan
    @LegendIshan 16 днів тому +67

    ইভিএম দেৱতাৰ কৃপাত গৌৰৱ গগৈক জয়ী হোৱাত বাধা প্রদান কৰিবলৈ সাজু হৈ আছে বুলি চৰ্চা হবলৈ আৰম্ভ কৰিছে

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 16 днів тому +65

    লোকসভাত কিবা কাৰণত হাৰিলেও 2026ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে ধুমুহা অনাৰ সম্ভাৱনা আছে

    • @rahulnath5020
      @rahulnath5020 15 днів тому +1

      Um miar lgt log lagi no😂

    • @dhrubajyotiborah4718
      @dhrubajyotiborah4718 15 днів тому

      @@rahulnath5020মন মগজু সুস্হ থকা প্ৰত্যেক সচেতন আৰু শিক্ষিত মানুহে এই ধুমুহা আনিব। পিছে অন্ধভক্তই এইবোৰ বুজি পাব বুলি মোৰ মনে নধৰে। ধন্যবাদ

    • @somirbhaitipstrick6602
      @somirbhaitipstrick6602 15 днів тому

      Ehotiu miar falei dost.kahaniba ehotor maikiu miai uthai nibo😂.miai eneu buaribure niei ase.​@@rahulnath5020

    • @DipDas-vi8ki
      @DipDas-vi8ki 14 днів тому +3

      ​@@rahulnath5020tur mathau, bjpr Dalal

    • @paragburagohain5644
      @paragburagohain5644 2 дні тому

      😊😊😊😊😊0

  • @pratapkalita8894
    @pratapkalita8894 15 днів тому +11

    গৌৰৱ গগৈ জয়ী হোৱাটো অসমৰ বাবে ভাল হৱ, কাৰণ তপন গগৈ এজন নিস্ক্ৰিয় মানুহ।

  • @Jaggu12385
    @Jaggu12385 16 днів тому +69

    Gaurav Gogoi jindabad

  • @bipuldoley1906
    @bipuldoley1906 16 днів тому +63

    বি জে পিৰ এইবাৰ আশা নায় ।

  • @FazlurRahman-ud5hp
    @FazlurRahman-ud5hp 16 днів тому +65

    ভোটাৰ ৰাইজৰ মূৰত মাল আছে। নেতাৰ কথাত ৰাইজে উঠা বহা নকৰে।

  • @afterhussain3245
    @afterhussain3245 16 днів тому +39

    Next cm of assam gourvav gogoi

  • @tulkankalita6039
    @tulkankalita6039 16 днів тому +45

    Gaurav gogoi zindabaad.

  • @Danirojasfc6
    @Danirojasfc6 16 днів тому +34

    পৰিবতৰ্ন।

  • @njyotinjyoti7541
    @njyotinjyoti7541 16 днів тому +24

    ই ভি এম তেম্পাৰিঙ কৰিব পাৰে মামাই নহ'লে জিকিব নোৱাৰে।

  • @pankajkalita2786
    @pankajkalita2786 15 днів тому +15

    মই ভাবো গৌৰৱ গগৈ কোনো শক্তি জিকাত বাধা দিব নোৱাৰে অসমৰ ভিতৰত জ্ঞানী লোক আছে যোৰহাট অসমৰ মানুহ গৌৰৱ গগৈ মৰম কৰে কিন্তু অন্ধ ভক্ত বিলাকে ভাবি আছে গৌৰৱ গগৈ জিকিব নোৱাৰি ভাবি আছে অসম মানুহ গৌৰৱ গগৈ জিকাই অসমীয়া জ্ঞানী বুলি বিশ্বৰ দিখাই দিব

  • @PrasantapayunPrasantapayun
    @PrasantapayunPrasantapayun 16 днів тому +24

    Gaurav gogoi jindabad ❤❤❤❤❤❤❤

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 16 днів тому +25

    অহা ইলেকচনত bjp ৰ দশা চাবলৈ মজা হ'ব।

  • @ubdengineers1660
    @ubdengineers1660 15 днів тому +8

    Mira Borthakur, Gourav Gogoi, Lurinjyoti will win..

  • @mohendradohutia
    @mohendradohutia 16 днів тому +34

    বিজেপি ০০০০০০০। কংগ্ৰেছ অসমত ৯ খন।

    • @anjanborah6209
      @anjanborah6209 16 днів тому

      Kot asa o vai apuni.

    • @PulakKalita-tz6hp
      @PulakKalita-tz6hp 15 днів тому +1

      The master has his own clever calculation which is not going to be changed.........so many of people are speaking volumes, but you people don't worry, BJP will come out and will get 11 seats (intact) anyhow for sure ......will get to see this on 4th June....

    • @sanatankalita9063
      @sanatankalita9063 15 днів тому +1

      পাগলৰ প্ৰলাপ এয়া

    • @krishnaborah1513
      @krishnaborah1513 15 днів тому

      অসমত কংগ্ৰেছ 5

    • @kaushikbarma4430
      @kaushikbarma4430 12 днів тому

      Aki lok

  • @bhargabsarania2485
    @bhargabsarania2485 16 днів тому +11

    Congress --Guwahati,Nagaon,Dhubri,Jorhat.... BPF--Mangoldoi Udalguri, Kokrajhar

  • @lordstarsec23
    @lordstarsec23 16 днів тому +16

    Bjp R Kam Nai Gaurav gogoi Joi Hoboi Jorhat t

  • @MukeshPatir-uj2en
    @MukeshPatir-uj2en 15 днів тому +6

    Gaurav gogoi jikile...zindabad

  • @RaijeswarMili
    @RaijeswarMili 16 днів тому +10

    Gaurav gogoi long live

  • @f.d.official8398
    @f.d.official8398 15 днів тому +5

    Gaurav gogoi jindabad I'm from btr

  • @puspadhardowarah1932
    @puspadhardowarah1932 15 днів тому +5

    অংক মাষ্টৰ"বোৰ বি এছ -ছি বা এম এছ-ছি নহয়"নেকি বাৰু?অংকত বৰ বাৰু নহয় যেন লাগে।ৰাণী নৰহক দিয়া হলেও হাৰিল হেতেন! কাৰণ লক্ষীমপুৰত ভাল প্ৰাৰ্থী নাই বুলিও কব"পাৰি বা কিছুমান নেতা টকাত ভোল গৈছে।কোনে কাৰ"পৰা টকা-সিকা লৈছে ধৰা টান।অইনহাতে ফিৰি চাউল;অৰুণোদয়;লাখপতি বাইদেউ আছেই। শিক্ষাত পিচপৰা সমষ্টিবোৰত কংগ্ৰেছ মিত্ৰজোট হৰাটো একো ডাঙৰ কথা নহয়।

  • @muned6442
    @muned6442 16 днів тому +10

    ইভিএমৰ ভোট চুৰ কৰিলেই ইমান দিনে বিজেপিয়ে

    • @njyotinjyoti7541
      @njyotinjyoti7541 15 днів тому +1

      সছা যেন অনুভৱ হয় ১,২ লাখত জিকিম বুলি কেনেকৈ ক'ব পাৰে বিজেপিয়ে

  • @manujkumarbora8901
    @manujkumarbora8901 15 днів тому +5

    Aibar INDIA sarkar

  • @Jaggu12385
    @Jaggu12385 16 днів тому +19

    Rahul Gandhi ahi ase..

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 15 днів тому +2

    Dhuburit Rokibul Hussain jikiboi, ketiao nahare 100 percentage grnt.

  • @Randeep-kb1xh
    @Randeep-kb1xh 16 днів тому +3

    ৰজাৰ মন্ত্ৰীৰ ৰাজনৈতিক ক্ষমতা লাভ লোকচানৰ বিপদ আপদৰ বাতৰি পৰিৱেশন কৰা বাদ দিয়ক অসমৰ সৰ্বসাধাৰণ ৰাইজৰ সমস্যা বিষয় বাতৰি পৰিৱেশন কৰক ।
    আমাৰ ৰাজ্যৰ সামাজিক,অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰৰ যি সমূহ সমস্যা আছে সেই সমস্যা বাতৰি পৰিৱেশন কৰা ভাল ।
    কোনোবা এজনো নেতা আছে নে যাক ধোৱা তুলসীৰ পাত বুলিব পাৰি কোনো নাই আজিৰ তাৰিখত কি কংগ্ৰেছ, বিজেপি এইবোৰ সকলো দল এটা মুদ্ৰা হয় শাসনত অধিষ্ঠিত হব নোহোৱালৈকে ভাল হোৱাৰ পিছত কাল ।
    ক্ষমতা পালে ৰাইজক পাহৰি যায়।
    অসমৰ ৰাইজে কংগ্ৰেছ,বিজেপি,অসম গণ পৰিষদ তিনিটা দলক শাসনত অধিষ্ঠিত কৰিছে কিন্তু কি দিছে অসম আৰু অসমীয়া ক কি দিছে সৰ্ব সাধাৰণ ক ?

    • @jatinsarmah2300
      @jatinsarmah2300 15 днів тому +2

      পৰোক্ষভাৱে শাসন মানেই শোষণ , নহয় জানো ?

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 15 днів тому +1

    মধ্য প্ৰদেশৰ ৰাজগড় সমষ্টিৰ প্ৰাৰ্থি কংগ্ৰেছ দলৰ দিগবীজয় সিঙে প্ৰতি দিনে ষ্ট্ৰঙৰূম পৰিদৰ্শন কৰি আছে যদিও হঠাতে এদিন ইভিএমৰ SLU উধাও হয় । উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি ফলাফল ঘোষণাৰ পিচত 45 দিনলৈ সংৰক্ষিত থাকিব লাগে SLU. এতিয়া সিঙে এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ দ্বাৰসথ হৈছে আৰু ন্যায়ালয়ৰ আদেশৰ বাবে অপেক্ষা কৰিছে । যিটো দেখা গল নিৰ্বাচন ইভিএমৰ যোগে শাসকীয় দলে নিজৰ মতে ব্যৱহাৰ কৰিব পাৰে ।

  • @ruhitdihingia8210
    @ruhitdihingia8210 15 днів тому +2

    অসম বিৰোধী পৰিকল্পনা, গণতন্ত্ৰ বিৰোধী আৰু মাত্ৰ দুজনৰহে দেশ নেকি???

  • @nittyanandasarkar3999
    @nittyanandasarkar3999 15 днів тому +2

    যোৰহাটত বি , জে , পি , জিকিব‌ই ❤

  • @shashigogoi7245
    @shashigogoi7245 16 днів тому +4

    My hero g.g

  • @krishnakakaty2624
    @krishnakakaty2624 15 днів тому +3

    Pandobor. Sawl. Khai. Kowrobok. Vot. Dise. Dei.

  • @DibyaKalita-wj8mm
    @DibyaKalita-wj8mm 15 днів тому +2

    Waiting for 4 june.tq by

  • @bishaldas3964
    @bishaldas3964 15 днів тому +3

    Baki jiyei nohouk kio..eybar modi amit sah bitudhir akhanat bohibo lagibo je eytu khatang

  • @mainudavi9510
    @mainudavi9510 15 днів тому +2

    গৌৰব গগৈ ভাৰত গৌৰব। এশ কৌরবে গৌরবক ভয় কৰে

  • @Ahmed-tq3wo
    @Ahmed-tq3wo 16 днів тому +4

    BJP go back

  • @bokulda3191
    @bokulda3191 16 днів тому +3

    B.J.P.5 to 6 sit Wine only..

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 15 днів тому +1

    Val lagil news to

  • @bodobring3790
    @bodobring3790 15 днів тому +1

    Election is getting interesting, people should be a part of election for better future of this country.

  • @GoneshPatowary
    @GoneshPatowary 16 днів тому +4

    মুখসন চা

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 15 днів тому +2

    EVM খেল হব নে কি

  • @DimbanathDoley
    @DimbanathDoley 14 днів тому

    ""অসম শিৰোমণি,, গৌৰৱ জিন্দাবাদ
    Gourov gogol welcome welcome
    As a new MP Majuli Thekera guri

  • @dhrubadas4813
    @dhrubadas4813 11 днів тому

    If Gaurav Gogoi is not going to parliament than it's same for Assamese people.

  • @utpalgoswami1990
    @utpalgoswami1990 14 днів тому +1

    নাচি থাকক হিমন্ত ডাঙৰীয়া ‌, কিছু দিনৰ পাছত ৰাম মন্দিৰৰ টলত এনে দৰেই নাচি থাকিব লাগিব। ল'ৰা মাইকী নাজায় ।

  • @JkTree-xl9dw
    @JkTree-xl9dw 15 днів тому +1

    কোনো কাৰণত গৌৰৱ গগৈ জিকিব বি জে পি 5খন 6

  • @dulalsarma4875
    @dulalsarma4875 15 днів тому +1

    এই বাৰ যোৰহাটৰ সচেতন ভোটাৰে দল ছাই ভোট দিয়া নাই প্ৰাৰ্থী ছাই ভোট দিছে।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 8 днів тому

    ৰাজনীতিত কৈ পেলোৱা কথা পানীত কোবোৱা একেই ।

  • @dilipborah8700
    @dilipborah8700 16 днів тому +10

    কংগ্ৰেছ জিন্দাবাদ

  • @SaikiaSaikia-lv8jy
    @SaikiaSaikia-lv8jy 15 днів тому +1

    গৌৰৱ গগৈ জিকাতো খাটাং।

  • @minahazarika7578
    @minahazarika7578 День тому

    কি গৌৰৱ ক অন্যায় কৰিব কিন্তু ভগৱােনে ক্ষমা নকৰিব

  • @hemenmedhi3485
    @hemenmedhi3485 16 днів тому +2

    Bhupen Bira e bhal candidates dise, aitu xosa

  • @user-eb9bl7oz2w
    @user-eb9bl7oz2w 15 днів тому +1

    বাদদিয়া হে , আপোলোকৰ কমেনবোৰ । দুয়োটাতেই বি জে পি য়ে জিকিব ।

  • @ajitnarah6687
    @ajitnarah6687 15 днів тому +2

    Gogoi jindabad.

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h 15 днів тому +1

    Rokibul hariboi apuni podtyag korai val hbo

  • @deepalideka718
    @deepalideka718 12 днів тому

    কাম নাই।ৰিজাল্ট আহাটো অপেক্ষা কৰিম।

  • @parthapratimkalita983
    @parthapratimkalita983 15 днів тому +1

    প্ৰথমতে ভূপেন বৰাক সভাপতি পদ ৰ পৰা আঁতৰাব লাগে। তেতিয়াহে কংগ্ৰেছ ৰ উত্থান হব পাৰিব অসমত

  • @mau28178
    @mau28178 12 днів тому +1

    Gaurav + India zindabaad

  • @gobindastidar2082
    @gobindastidar2082 12 днів тому

    বি জে পিয়ে ভবাৰ দৰে যেন গৌৰৱ গগৈৰ ক্ষেত্ৰত নহওঁক ।

  • @ajitnarah6687
    @ajitnarah6687 15 днів тому +1

    লক্ষীমপুৰত হাজৰিকা হাৰিব খাটাং।

  • @anupamsaikia8761
    @anupamsaikia8761 15 днів тому +1

    Mama jindabad, Topon gogoi jindabad.

  • @krishnagogoi1657
    @krishnagogoi1657 16 днів тому +2

    বিজেপিয়ে 4 খন পাব মনত ৰাখক |

  • @pulinsharma8826
    @pulinsharma8826 16 днів тому +5

    অসমীয়া বাতৰি আৰু হিন্দী বাতৰি মাজত 10% হলেওকোনো মিল নাই। অৱশ্যে অসমৰ ভিতৰ বাতৰিয়ে ৰাষ্টীয় পেক্ষাপট কাহানিও সলাব নোৱাৰে ।

  • @santanuphukon9072
    @santanuphukon9072 16 днів тому +3

    G Gogoi Jodi Hara kela

  • @anonymous_assamese4838
    @anonymous_assamese4838 10 днів тому

    জয় কংগ্ৰেছ
    জয় অসম জাতীয় পৰিষদ
    জয় ৰাইজৰ দল
    জয় আই অসম ❤

  • @abdulmazid589
    @abdulmazid589 12 днів тому

    10.3 lack অদৃশ্য ভোট অসমত আৰু 1.66 coror ভাৰতত

  • @subashjal6739
    @subashjal6739 15 днів тому +1

    Tani ghichi 4.5.ta pabo

  • @kapildevdasofficial5167
    @kapildevdasofficial5167 16 днів тому +2

    যোৰহাট, নগাঁও, ধুবুৰী টো একে বাৰেই নাপায় B.J.P য়ে।।।।

  • @NirmolRay118
    @NirmolRay118 14 днів тому

    ম ই বিজেপিৰ যদিও মনৰ পৰা এটা কথা কও যোৰহাটত গৌৰৱ আৰু ডিব্ৰুগড়ত লুৰিণ হলে ভাল ।।।বিজেপিয়ে মুঠতে 11 খন আসন পাব পাৰে।

  • @neone4759
    @neone4759 15 днів тому +1

    ১২ , ১৩ খন নহয় , হিমন্ত, পিযুষ আৰু জয়ন্তমল্ল‌ই ১৫ খন আসন পাব 😂😂

  • @pckishore6893
    @pckishore6893 15 днів тому

    As his chance of winning 2024 Elections is uncertain, Gaurav Gogoi could have been on a firm footing as a BJP candidate in Indian Politics. Established by W C Banerjee 140 years ago, the Congress party is no longer a Hindu Party as it was in the past. The Hindus do not vote for the congress now. Pappu therefore contests from Waynad. He will lose in Raibareli.

  • @abdulalichaudhary3882
    @abdulalichaudhary3882 7 днів тому

    Gourav Gogoi zindabad kebol opeksha fourth June

  • @user-kg4jq1ud1m
    @user-kg4jq1ud1m 15 днів тому +1

    Bhoi bhoi

  • @MintuDeb-ij5yp
    @MintuDeb-ij5yp 12 днів тому

    Gourav gogoi best and number one parliamentarian at present Assam

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h 15 днів тому +1

    Gaurab Gogoi zindabad

  • @indranidas7027
    @indranidas7027 13 днів тому

    God bless to Gaurav Gogoi

  • @bhaskarborah4254
    @bhaskarborah4254 16 днів тому +2

    সঙ্কত কিহৰ হাৰিব বা জিকিব

  • @JoyPrakashBorah
    @JoyPrakashBorah 7 днів тому

    NO ONE CAN STOP INDIA ALLIANCE. 100% OK.

  • @nishansarmah1318
    @nishansarmah1318 15 днів тому

    গৌৰৱ গগৈ ❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 14 днів тому

    BJP EVM Sarkar out go back
    Congress zindabad Assam

  • @deadlydrax2711
    @deadlydrax2711 15 днів тому +1

    No possible

  • @user-ku7jb9qw8r
    @user-ku7jb9qw8r 16 днів тому +2

    ৪০০০০০০ খন পাব পাব পাৰে

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 16 днів тому +1

    Gourob gogoi jindabad

  • @technicalgameplay6771
    @technicalgameplay6771 10 днів тому

    আজিকালি এনে লাগে সাংবাদিকে কথা কৈছে নে বিজেপিৰ নেতা পালি নেতাই কৈছে একো ধৰিবৈই নোআৰি

  • @JIRI138
    @JIRI138 15 днів тому +1

    বিজেপিৰ আশা পুৰণ নহব

  • @jeevankalita5139
    @jeevankalita5139 15 днів тому +1

    অসমত বি জে পি য়ে অসমত ৬ খন আসন হে পাব

  • @user-nz7oi4wf9e
    @user-nz7oi4wf9e 15 днів тому +2

    Lewra Jikibo BJP kela Sur Party.

  • @naturalvlogs6.5
    @naturalvlogs6.5 15 днів тому +1

    Kio voi lagise neki....sanshad ot bjp birudhe kotha kobo nidiya maane.... xopun dekhi thaak tohote...jikibo aru sanshad ot o jaabo

  • @IndalulKhalong...
    @IndalulKhalong... 16 днів тому +4

    Jayant Mallab and Jayant Hazarika BJP rupi Congressi duta val nalage..

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 15 днів тому

    Gaurav uddin Americat ডাঙৰ দীঘল হোৱা মানুহ অসম এৰি আমেৰিকাত জোৱাই ভাল

  • @fishing9583
    @fishing9583 15 днів тому +1

    Con -5 Bjp-9

  • @jayantabaruah2361
    @jayantabaruah2361 15 днів тому

    Jorhatot gourab gogoi jekeleai. Himantoi akou korebo NUWAREA.

  • @amritborah4276
    @amritborah4276 16 днів тому +5

    Gourav Gogoi zindabad. Koi make lal gourav Gogoi ku hora nohi sakta. Upper Assam t bjp zero. Mama r din ukolil. Mama hataw AGP uppl hataw Assam basaw. Mama r sompotir hisap luwa assamiya tea garden, news channel, resort school, khilonjiyar bhumi kune kar sarthot nijor namot korile. Ex CM mohonta dangoriyar dore mama ku nihses kor assamiya nohole Assam aru assamiya jati nihses hoi jab.

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf 3 дні тому

    Garuv Gogoi Zindabad

  • @Migang22809
    @Migang22809 11 днів тому

    Gourav Gogoi Ghenta horuabo paribo nki

  • @rajbaba2432
    @rajbaba2432 13 днів тому

    Gaurav Gogoi sure for Jorhat

  • @AS-lk8tq
    @AS-lk8tq 15 днів тому +1

    BJP JIKIBO 100% JORHATOT

  • @rameshpayang7871
    @rameshpayang7871 9 днів тому

    Jorhat t tapon Gogoi jikato katang

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z 16 днів тому

    ❤❤gruv gogoi manipur r babe 👶👶mat matisa ❤❤kin2 congress dal t bhut beya manuh etiao asa ❤❤