Pravu Pitambardeva is expressing about takes SaranVasan through a spiritual guru which is need for proper initiative honest pursuit and true devotion to success in life by taken action of Sara bhajan
এটা সুন্দৰ ভিডিও বনোৱাৰ বাবে আপোনাক প্রথমে ধন্যবাদ জনাইছো। কিন্তু like বা আন কিবা আশাতহে ভিডিও টো বনালে বাৰু আপুনি? ভাল পালে মানুহে কৰিবলগীয়া টো এনেও কৰিব। সেই বিলাক কথা কৈ দিয়াৰ লগে লগে ভিডিও টো গুরুত্ব কমি যোৱা যেন অনুভব হয়।
Val lagil bhobishoyate anadhoronor mohan bioktyr montobyo akou huniboloi pam buli akha rakhilu❤
Thank you🙏
Krishna, Krishna 🙏🙏🙏🙏🙏🙏
🙏🏻
❤❤❤
❤🙏🏻
Krishna Krishna Ram Ram ❤❤
Thank you🙏❤
Krishno krishno 🙏🙏🙏
🙏🏻🙏🏻🙏🏻
বৰ ভাল লাগিল ধন্যবাদ
Thank you🙏
জয় কৃষ্ণ❤❤❤❤
🙏🏻🙏🏻🙏🏻
Bohut bhal katha koise
Thank you❤🙏🙏🙏❤
Bor val lagel dada
Thank you🙏
Krishna 🙏
🙏🏻🙏🏻🙏🏻
hundar❤❤❤ bandhu
Thank you🙏
Val lagise
Thank you🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সেৱা জনালো
🙏🏻🙏🏻🙏🏻
Nice sharing
Thank you🙏
Krishna Krishna
🙏🏻🙏🏻🙏🏻
Krishna Krishna ..
সুন্দৰ
কৃষ্ণ কৃষ্ণ 🙏🙏
Thank you🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏🏻
প্ৰভুৰ চৰণত প্ৰণাম
🙏🏻
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤
🙏🏻
Kriishnakrishna❤❤
🙏🏻🙏🏻🙏🏻
প্ৰভু শ্ৰীচৰণত শত কোটি প্ৰণাম জনাইছো৷🙏🙏🙏🙏
🙏🏻
Vaal lagil
Thank you🙏
সুন্দৰ
Thank you🙏
কৃষ্ণ কৃষ্ণ ❤
🙏🏻🙏🏻🙏🏻
সুন্দৰ পদক্ষেপ 🙏
Thank you🙏
Val lagil aru dithakibo provordabor VDO
Thank you🙏
সুন্দৰ উপস্থাপন ❤
Thank you🙏
Veeri....nice,,..,🙏🙏🙏....,
val lagil 🙏🙏
Thank you🙏🙏🙏
Joy Shree Krishna
🙏🏻🙏🏻🙏🏻
Bor val lagil krishna krishna
Thank you🙏
Krishna
🙏🏻
ভাল লাগিল।
Thank you🙏
🙏Nice
Thank you🙏
Val lagil bahut🙏🙏🙏
Thank you🙏
Thanks brother aru akha korisu
🙏🏻🙏🏻🙏🏻
বহুতো ভাল লাগিল
Thank you🙏
🙏🙏🙏বহুত ভাল লাগিছে আপোনাৰলৈ🙏জানালো
Thank you🙏
Krishna
🙏🏻
Bhal lagil 🙏
Thank you🙏
Bohut hundor bakhya dangi dhorile sharan aru vojon bikhore provu jonaloi vokti vora sewa nibedisu 🙏🙏🙏🙏🙏🙏
Thank you🙏
Bahut val lagil xuni
🙏🏻
Pravu Pitambardeva is expressing about takes SaranVasan through a spiritual guru which is need for proper initiative honest pursuit and true devotion to success in life by taken action of Sara bhajan
Val.lagil
Thank you🙏
Val.lagil❤❤
Thank you🙏
Val lagil krisna
Bhal lagil
Thank you🙏
কৃষ্ণ🙏🙏🙏
🙏🏻
কৃষ্ণ কৃষ্ণ
🙏🏻🙏🏻🙏🏻
ভাল লাগিল নজনা কথা জানিলো ।
Thank you🙏🙏🙏
সুন্দৰ পদক্ষেপ"আগবাঢ়ি যাওক।
Thank you🙏🙏🙏
❤❤❤❤❤Pobhu Sri saranath hoto kuti pronam ❤❤❤❤❤❤❤❤
🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
🙏🏻
Bohut bhal lagil .Krishna Krishna 🙏🙏🙏
🙏🏻🙏🏻🙏🏻
শবণভজনৰ অৰ্থ সুন্দৰ কৈবুজিপালো। আগলৈ আৰু জনাব । ধন্যবাদ।
Thank you🙏🙏🙏
Xagain caust it
Uhu. By@@poreshboruahsunmonimajuli
শৰন ভজনৰ কথাবোৰ জানি ভাল লাগিল।🙏🙏🙏
Thank you🙏🙏🙏
বৰ সুন্দৰ ভাৱে বুজাই দিছে , ভাল লাগিল।
Thank you🙏
Pravujonor haran vajanar vdeo2 sai Khub val lagil.
Thank you🙏
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিছে
Thank you🙏
Vdo,to,bhout,val,lagil
Thank you❤🙏
P.Baruah Thanks.
🙏🏻🙏🏻🙏🏻
🙏🙏🙏🙏🙏🙏🙏🙏
🙏🏻
Very good
Thank you🙏
Good, idea thanks to you joy krishna
🙏🏻🙏🏻🙏🏻
🙏🙏🪔🙏🙏
@@chinimaibora7626 🙏🏻🙏🏻🙏🏻
Nice.
Thank you🙏
Bhal lagile bahu 2dhainy bdh
Thank you🙏
🙏
🙏🏻
Bohut val lgil dada kotha tu janibo পৰিলোঁ আপোনাৰ সহায়ত ধন্যবাদ জনাইছোঁ 🙏🙏
🙏🏻
Val lagil horan vohanr khata janii
Thank you🙏
শতকোতী প্ৰণাম জনাইছো ।এইয়া এক বহুত ভাল আদৰ্শ
👃👃👃
🙏🏻🙏🏻🙏🏻
God bless you
প্ৰভূ ঈশ্বৰ আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিল | T
🙏🏻🙏🏻🙏🏻
ভাল লাগিল, ভজনৰ বিষয়ে আৰু অলপ জানিব লৈ মন থাকিল।
Thank you🙏🙏🙏
বহুত ভাল লাগিছে ।
Thank you🙏
প্ৰভুৰ অমৃত সম ব্যাখ্যা
🙏🏻
কৃষ্ণ 🙏
🙏🏻🙏🏻🙏🏻
কৃষ্ণ জয় গুৰু শংকৰ ।🙏🙏🙏
🙏🏻🙏🏻🙏🏻
প্ৰভুজনাৰ চৰনত শতকূতি প্ৰনাম জনালোঁ
Thank you🙏
Aamar gurujonaisrisripitambodevogushawamidave,sharan,vajan,najonakathajanilo .
🙏🏻🙏🏻🙏🏻
সুন্দৰ। শৰণ ভজনৰ বহু কথা জানিলো ধন্যবাদ।
Thank you🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায়ছো🙏🙏🙏
🙏🏻🙏🏻🙏🏻
এটা সুন্দৰ ভিডিও বনোৱাৰ বাবে আপোনাক প্রথমে ধন্যবাদ জনাইছো। কিন্তু like বা আন কিবা আশাতহে ভিডিও টো বনালে বাৰু আপুনি? ভাল পালে মানুহে কৰিবলগীয়া টো এনেও কৰিব। সেই বিলাক কথা কৈ দিয়াৰ লগে লগে ভিডিও টো গুরুত্ব কমি যোৱা যেন অনুভব হয়।
Thank you🙏🙏🙏
অতি সুন্দৰ লাগিল শুনি বাপ ।কৃষ্ণ নমস্কাৰ 🙏
Thank you🙏🙏🙏
মনোগ্ৰাহী তত্ব ।কৃষ্ণ কৃষ্ণ
🙏🏻
আৰু অলপ বিতংকৈ জনোৱা হ'লে আৰু উপকৃত হ'ল হেঁতেন । সময়তো কম হ'ল ।
Thank you🙏
ভাল লাগিল, মানুহে ভুল ব্যাখ্যা কৰে।
Thank you🙏
Ki name
Etiyahe dharona koribo parisu, soron aru bhojon mane ki, dhonyobaad.
Thank you🙏
কৃষ্ণ কৃষ্ণ 🙏🏻
🙏🏻🙏🏻🙏🏻
প্ৰভূ, আপুনি শৰণ গ্ৰহণ কৰিলে নে ? যদি কৰিলে আপোনাৰ গুৰু কোন ? কৃষ্ণ ।
মূৰ্তি পূজা কৰে নে আপুনি? এইবাৰ দুৰ্গা পূজা চালেনে?
কিয়?
আগতে পুৰুষ ক হে শৰণ দিয়ে । আজিকালি মহিলা ক ও দিয়ে ।।
Thank you🙏🙏🙏
Bastob honmot amar jibonor logot khap khua
Thank you🙏
Pronam provujon
🙏🏻
Pravu ishwar hoise sri krishna
ইয়াত শৰণ ল'লে অন্য ভগবানক পূজা বা সেৱা ল'ব নোৱাৰি নেকি জনাবচোন।। মানে মন্দিৰ যাব নোৱাৰি নেকি???
Pari. Thank you🙏
সত্ৰাধিকাৰ এজন প্ৰভু ঈশ্বৰ হয় নেকি.? তেখেতে শ্রীমন্ত শংকৰদেৱ গুৰুজনাকে গুৰু নামানে, নিজে নিজকে শঙ্কৰ গুৰুৰ ওপৰত বুলি ভাবে ।
কোন গুৰু হ'ব পাৰে কোন নোৱাৰে সেইটো নিৰ্দ্ধাৰণ কৰা দায়িত্ব আপোনাৰ আছে নেকি? সত্ৰাধিকাৰজনে নিজে গুৰু হোৱা নাই। সত্ৰীয়া পৰম্পৰাই হে তেখেতক গুৰু হিচাপে গঢ় দিছে। আজিকালিৰ দৰে সত্ৰ এখন পাতি নিজে নিজে মই গুৰু বোলা নাই বা মোত শৰণ লহি বুলি কাকো আজুৰি থকা নাই। আপোনাৰ সত্ৰ আৰু সত্ৰাধিকাৰ সম্পৰ্কে, গুৰু পৰম্পৰা সম্পৰ্কে কিমান জ্ঞান আছে জানিবলৈ মন গৈছে। আপোনাৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনকে পাৰে যদি সোধকচোন সত্ৰাধিকাৰ জন গুৰু হ'ব পাৰে নে নোৱাৰে।
জীৱন দত্ত।
Satradhikar sokolor nijor kunuba guru ase ne..Tekhet sokole kar usorot shoron loisil..Aikhini kotha jonale bhal pam..
@@smritirekhaborah9936পৰম্পৰাগই কাৰোবাক গুৰু বনাব পাৰে আজিহে প্ৰথম শুনিলোঁ।
sudurbhai buli kolu tuk
সত্ৰাধিকাৰ জনাই ঠিক কথাই কৈছে যদিও পথচ্যুত মুলচ্ছেদ ।সত্ৰৰ নিজ গুৰু দেৱ দামোদৰদেৱক ত্যাগ কৰি গুৰু সলনি কৰি শংকৰ মাধৱক পৰম গুৰু ভজা সুবিধাবাদী আদৰ্শহীন সত্ৰাধিকাৰ এটাৰ জ্ঞান লৈ নৰকত যাপ পাৰি ।কাৰণ নিজগুৰু ত্যাগ কৰি আন গুৰু ভজা লোক নৰকত পৰে বুলি শাস্ত্ৰই কৈছে ।আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰঞ্জনদেৱত শৰণ দীক্ষা লৈ আউনীআটী সত্ৰ স্থাপন কৰি দিয়ে ।আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ শৰণ গুৰু আচাৰ্য বংশীগোপালদেৱ ,আচাৰ্য বংশীগোপালদেৱৰ পৰম ভজনীয় গুৰু দেৱ দামোদৰদেৱ সেয়ে আউনীআটী সত্ৰৰ পৰম আৰাধ্য গুৰু মহাপুৰুষ দেৱ দামোদৰদেৱ ।সাম্প্ৰতিক কালত মতিভ্ৰম সুবিধাবাদী সত্ৰাধিকাৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ভকতে সত্ৰৰ পৰম আৰাধ্য গুৰু দেৱ দামোদৰদেৱক পৰিত্যাগ কৰি গুৰু সলাই শংকৰদেৱ মাধৱদেৱক পৰম গুৰু ভজি প্ৰচাৰ প্ৰসাৰ কৰি আহিছে ।নিজ গুৰু স্বামী ত্যেজি আন গুৰু স্বামী ভজা লোকৰ দৰে একে আদৰ্শ এইজনা সত্ৰাধিকাৰৰ ।আদৰ্শহীন ।সিঁ একো প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ নহয় ভাওনা কৰা ভাওৰীয়া সত্ৰাধিকাৰহে ।
Krishna
🙏🏻
Krishna
🙏🏻