আপোনাৰ জীৱন সলনি কৰিব পৰা কিছু আলোচনা ।। শ্ৰদ্ধাৰ উৎপল খনিকৰ ।। এবাৰ শুনিবচোন ।। Utpal Khanikar

Поділитися
Вставка
  • Опубліковано 16 січ 2025

КОМЕНТАРІ • 96

  • @probinnath7674
    @probinnath7674 2 місяці тому +16

    ।। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।। সুন্দৰ সুন্দৰ ব্যাখ্যা ্্্ কৃষ্ণ কৃষ্ণ

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 2 місяці тому +9

    অত্যন্ত সুখ পালো বাপ....একেবাৰে বৰ ৰসিকভাৱে ব‍্যাখ‍্যা কৰিছে...কৃষ্ণ❤

  • @montudas5661
    @montudas5661 Місяць тому +1

    Krishna Krishna বহুত ভাল লাগিছে বাপ।

  • @ganeshneog5905
    @ganeshneog5905 2 місяці тому +3

    Utapl khanikor one of the best speaker who study most to give a speech before ...

  • @bahuratnatamuliboruah2344
    @bahuratnatamuliboruah2344 Місяць тому +1

    কৃষ্ণ 🙏🙏🙏শুনি কৃতজ্ঞ হলো।

  • @AnupravaNath
    @AnupravaNath Місяць тому +2

    Bohut val lagil prabhu

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 місяці тому +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @bantideka823
    @bantideka823 2 місяці тому +5

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা কৰিছে ভাল লাগিছে শুনি মন প্ৰাণ জুৰ পৰি গ'ল কৃষ্ণ 🙏🙏

  • @lukumailekharu1022
    @lukumailekharu1022 Місяць тому +1

    Bohut vl. Lagil.

  • @ParishimaBorah
    @ParishimaBorah Місяць тому +2

    🙏🙏🙏🙏

  • @narayannath4929
    @narayannath4929 Місяць тому +1

    ওম নম ভাগৱতে বাসূ দেৱ

  • @debendas1413
    @debendas1413 2 місяці тому +3

    কৃষ্ণ বাপ। মই নলবাৰীৰ।পৰাআপোনাৰচৰনযুগলতসেৱাভাগি।যাসিচো। কৃপা কৰি।গ গ্ৰহণ কৰিব। সুন্দৰ ভাষণশুনিলোআজিআপোনৰপৰা। কৃষ্ণ জয়গুৰু শঙ্কৰ কৃষ্ণ।লিখোতেভুলহবপাৰে।অপৰাধ।বিনাশন। কৃষ্ণ

  • @h.m.studio4204
    @h.m.studio4204 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপ সকলৰ লগতে প্ৰভূ জোনাক সেৱা জনাইছো।

  • @lilydas2649
    @lilydas2649 2 місяці тому +5

    Krishna Ram Krishna Ram Krishna Ram 🙏🙏🙏

  • @PROBIT8753
    @PROBIT8753 2 місяці тому +7

    কৃষ্ণ ।ধুনীয়া ব্যাখা ।

  • @AtulChbora-x7d
    @AtulChbora-x7d Місяць тому +1

    Jay.sri.krishna.thanks.

  • @ranjitadas7396
    @ranjitadas7396 2 місяці тому +3

    Val lagil bap krisno

  • @dibyagogoi1473
    @dibyagogoi1473 2 місяці тому +1

    Krishna Krishna bor hundor kotha kole bap dhonyobad.

  • @tarunhandique8106
    @tarunhandique8106 2 місяці тому +3

    Krishna pravu ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @robisonpegu9619
    @robisonpegu9619 Місяць тому

    বাপ।
    খুব সুন্দৰকৈ বুজাই দিয়াৰ বাবে আপোনাৰ লৈ শুভেচ্ছা থাকিল।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @ramcharandeka9143
    @ramcharandeka9143 2 місяці тому +2

    Om namah Bhagawate Basudevayah.

  • @MadhabSaikia-kh4up
    @MadhabSaikia-kh4up 2 місяці тому +4

    krishna krishna krishna

  • @RamanandaDas-c1j
    @RamanandaDas-c1j Місяць тому +1

    Bap krishna krishna

  • @mainanath257
    @mainanath257 2 місяці тому +4

    Krishnabap,sundar

  • @jayantadey4170
    @jayantadey4170 2 місяці тому +3

    Om namo Bhagwate Vasudevaya

  • @UddipanAssam
    @UddipanAssam 2 місяці тому +4

    Akebare hosa kotha hokolu manuhe Buji lowk🙏🙏🙏🙏🙏krisna krishna 🙏♥️👌

  • @makhankhanikor8188
    @makhankhanikor8188 2 місяці тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @RinaGogoi-z9p
    @RinaGogoi-z9p 2 місяці тому +1

    Krishna.bap sewar janalu

  • @archanasaikia6820
    @archanasaikia6820 2 місяці тому +4

    অতি সুন্দৰ ব্যাখ্যা 👏

  • @PranjalSaikia-q4o
    @PranjalSaikia-q4o 2 місяці тому +3

    Krishna.bap.jana.ati.hundar

  • @robisonpegu9619
    @robisonpegu9619 Місяць тому +1

    বাপ।
    সুন্দৰ কৈ বুজাই দিয়া

  • @subhashchandraroy1928
    @subhashchandraroy1928 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শংকৰ সংঘ 🙏🙏🙏🙏

  • @maheswarbora9195
    @maheswarbora9195 Місяць тому +1

    কৃষৱন

  • @rumigogoi8881
    @rumigogoi8881 2 місяці тому +6

    Krishna 🙏🙏

  • @boniabijit3132
    @boniabijit3132 2 місяці тому +1

    ৰাম ৰাম
    জয় শ্ৰী মহাকাল ❤

  • @KhitishDas-qh4kf
    @KhitishDas-qh4kf 2 місяці тому +3

    খনিকৰ বাপ আপুনি সুন্দৰকৈ বুজাই দিলে পুজাৰ অৰ্থ ধন্যবাদ

  • @renuborah6499
    @renuborah6499 Місяць тому

    কৃপা হওক

  • @binaborah7424
    @binaborah7424 2 місяці тому +4

    Krishna Krishna Krishna 🙏🙏🙏

  • @dulumonigogoi3311
    @dulumonigogoi3311 2 місяці тому +5

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ।

  • @banamaliroy5374
    @banamaliroy5374 2 місяці тому +4

    Sundar bhashan, suni bhal lagil

  • @BhobenBora-ym3my
    @BhobenBora-ym3my 2 місяці тому +4

    Good masage

  • @dipakborthakur4956
    @dipakborthakur4956 2 місяці тому +3

    Bor moja khonokor sir

  • @myway3433
    @myway3433 2 місяці тому +3

    কৃষ্ণ বাপ ।

  • @birenpdas5347
    @birenpdas5347 2 місяці тому +1

    শুনি খুব ভাল লাগিছে অতি সুন্দৰ বাখ্যা । যোৰহাট

  • @harichandranath421
    @harichandranath421 2 місяці тому +1

    কৃষ্ণ 🙏🏼

  • @nipengowalavlogs6001
    @nipengowalavlogs6001 2 місяці тому +6

    Krishna

  • @Desi_assam_vlogs
    @Desi_assam_vlogs 2 місяці тому +1

    Krishnakrishna

  • @DimbeswarKochari
    @DimbeswarKochari 2 місяці тому +25

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @prasantabordoloi5555
    @prasantabordoloi5555 2 місяці тому +3

    কৃষ্ণ প্ৰভূ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 2 місяці тому +4

    কৃষ্ণ

  • @prahladhazarika9956
    @prahladhazarika9956 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ।

  • @BhubonDutta-d5w
    @BhubonDutta-d5w 2 місяці тому +3

    Krishna bapjona upanar byikhat porom santus hoisu krishna,,

  • @RenuBoruah-ks9lz
    @RenuBoruah-ks9lz 2 місяці тому +2

    Val lagil

  • @akhilgogoi1869
    @akhilgogoi1869 2 місяці тому +3

    Krishna Krishna bhal bhal

  • @Biren-q5f
    @Biren-q5f 2 місяці тому +3

    Very good discussion.for the Assamese pepoles. Logical speech given by respected Khanikar bap.

  • @liladas1146
    @liladas1146 24 дні тому

    পৰ চৰ্চা পৰ নিন্দা অহংকাৰ

  • @UdhabchandraPatuwari
    @UdhabchandraPatuwari Місяць тому +1

    তমাল,এজোপা গছৰ নাম ,কৃষ্ণ

  • @kamalgogoi909
    @kamalgogoi909 2 місяці тому +1

    Krishna Bap

  • @gyandeepofficial-jd8rq
    @gyandeepofficial-jd8rq 2 місяці тому +8

    কৃষ্ণ, ৪ বিধ নহয়, ৫ বিধ। গণপতি, শৌৰ, শৈৱ,বৈঞ্চৱ,শাক্ত।।

  • @kalpanadas4409
    @kalpanadas4409 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ

  • @putulsarmah5900
    @putulsarmah5900 2 місяці тому +1

    Laxmi Durga Saraswati balag nahai

  • @Brindaban-q2m
    @Brindaban-q2m 2 місяці тому +3

    𝓚𝓻𝓲𝓼𝓱𝓷𝓪 🙏🏼

  • @RatulGayon
    @RatulGayon 2 місяці тому +4

    কৃষ্ণ।খনিকৰ প্ৰভূজনা আপুনি একেবাৰে উপযুক্ত সময়ত উপযুক্ত বাখ্যা আগবঢ়াইছে সেই অথে আপোনাৰ চৰণলৈ বুলি নিলগৰ পৰাই সেৱা আগবঢ়ালো লগতে আপোনাৰ সু-শ্বাস্থ্য আৰু দীঘায়ু কামনা কৰিলো "পিছে প্ৰভূজন আজিযুগৰ কিছু লোকে আমাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিস্থাতা ঈশ্বৰৰ অৱতাৰি মহাপুৰুষ দুজনাক' মায়াৱী গুৰু বুলি কবলৈ কুণ্ঠাবোধ কৰা নাই" এই কথাষাৰ আপোনালৈ আগবঢ়ালো এইবিষয়টো ভাবিছাবলৈ সেৱা ধৰিলো।কৃষ্ণ।জয় গুৰু শংকৰ।

    • @pranabdas7121
      @pranabdas7121 Місяць тому

      কলিযুগত শ্ৰীমন্ত শংকৰদেৱ ক নিন্দা কৰা সকল কলিৰ পৰিয়াল,,গুৰুত্ব নিদিব

    • @pranabdas7121
      @pranabdas7121 Місяць тому

      মায়াবী গুৰু বুলি ,,চন্দ্ৰ মোহন শৈৱ ই সচা কথাবোৰ কৈছে,,প্ৰথম কথা হল মায়াবী বুলিলে আমি বুজিম যে যিজনে নিজৰ ৰূপ সলনি কৰিব পাৰে,,আৰু সেই ৰুপৰ দ্বাৰাই জীৱৰ কল্যাণ হয়,,তেওঁ মায়াবী গুৰু,,,,এতিয়া কথা হল ৰাৱণ ৰজাই নিজৰ ৰুপ সলনি কৰিব পাৰিছিল,,আৰু জগতৰ মাতাক হৰণ কৰিছিল,,ৰাজ্য ধন সকলোবোৰ ডকাইত কৰি স্বৰ্গ মৰ্ত্ত্য পাতাল অধিগ্ৰহণ কৰিছিল,,,আৰু প্ৰথম টিলিঙা বজাই শিৱ মন্ত্ৰ ৰচনা কৰিছিল, দূৰ্গা পুজা কৰিছিল, ত্ৰি সন্ধা গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিছিল, যিটৌ কাম দেৱ গুৰু বৃহস্পতি য়ে কৰা নাছিল, । ৰাৱণে পৰমব্ৰহ্ম শ্ৰী ৰাম চন্দ্ৰক সাধাৰণ বনবাসী ভিক্ষাৰী বুলি ভাবি কৈলাশ পতি শিৱক পূজা কৰিছিল,,ৰাম চন্দ্ৰ সেৱকী আৰু ৰাৱণ পূজাৰী আছিল,,পৰমব্ৰহ্মক নেজানি বা জানি নজনাৰ ভাও ধৰাৰ বাবে ৰাৱণ নিজে ধংস হল,,সংবসে নিজ কূল বিনাশ কৰিছিল,,,আৰু সেই দুৰাচাৰী ৰাৱণে ৰচিত শিৱ মন্ত্ৰ পাঠ কৰি টিলিঙা বজাই শিৱ ক পূজা কৰাজন মায়াবী,,,পৰমেশ্বৰ পৰমব্ৰহ্ম কৃষ্ণক চিনিব নোৱাৰাৰ বাবেই ৰাৱণৰ পূজা শিৱ আৰু দূৰ্গাই গ্ৰহণ নকৰিলে,,প্ৰহ্লাদৰ পিতৃ দুৰাচাৰী দৈত হলেও প্ৰহ্লাদে সদায় হৰিনাম কীৰ্ত্তন শ্ৰৱণ কৰিব ,কৈছিল,,পৰমেশ্বৰৰ ওচৰত জীৱক প্ৰথম আঠু কাৰি দন্দবত হৱলৈ প্ৰহ্লাদে প্ৰথম মনুষ্যগণক দেৱগণক শিকাইছিল, এতিয়া সিদ্ধান্ত আপোনাৰ প্ৰহ্লাদৰ উপদেশ মানিৱ নে , দুৰাচাৰী মায়াবী ৰাৱণে ৰচিত মন্ত্ৰ উচ্চাৰণ কৰি টিলিঙাৰ আশ্ৰয় গ্ৰহণ কৰিব, কৃষ্ণ,,জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ,,

  • @dulalhazarika8981
    @dulalhazarika8981 2 місяці тому +5

    ৪টা নহয় ৫ টা অন্যটো সৌৰ

  • @monujda238
    @monujda238 2 місяці тому +4

    Krishna Krishna Prabhu jonai bor hundor baithya aag bohale Val lagil Krishna

  • @JackPwali
    @JackPwali 2 місяці тому +3

    সচাই আপোনাৰ কথাই আজি মোৰ চকুৰ মেল খুৱালে।

  • @AshaNath-k7u
    @AshaNath-k7u 2 місяці тому +1

    Aponi Shivasagar Amgurir neki baru? Xini paon pao lagise ! Janaboson. Goalpara r para xudhilo .

  • @sonaramsaikia
    @sonaramsaikia Місяць тому

    Khudra bhabe ji ase byapakatu sei satya ase,amar gyanor simabadhatat ami nizakoi buju, (2) tamal mane bel ne, tamat puspa, bhagabanor borna tulona belor logot hob janu,jonab,

  • @sanatanchaudhury9109
    @sanatanchaudhury9109 2 місяці тому +3

    ভাগৱতত ৮ প্রকাৰৰ ভক্তিৰ কথা কৈছে,আপুনি মানিবই লাগিব। এই ৮ প্রকাৰৰ ভক্তিৰ ভিতৰত মূৰ্তি পূজাৰ কথাও কৈছে। গতিকে ভাগবতে আপোনাক মূৰ্তি পূজা কৰিব কৈছে।

    • @pranabdas7121
      @pranabdas7121 Місяць тому

      কপিল ভগৱানে মাতৃক কৈছিল,,,মূৰ্তিৰ কথা কৈছিল,,কি বুলি কৈছিল হে মাতৃ যদি আপোনাৰ ওচৰত কোনো ভকত বৈষ্ণৱ আহে তেওঁক মোৰ মূৰ্তি বুলি মান্যতা প্ৰদান কৰিবা,,অৰ্থ বুজিব,,অপুনি অশ্ৰয় লওক অধ্যয়ন কৰক মংগল হব ঈশ্বৰক ভজন ভক্তি কৰক

  • @AnilKhanikar-n8v
    @AnilKhanikar-n8v Місяць тому

    তমাল এপাহ ফুলৰ ।তমাল বেল নহয় ।

  • @hemchandranath8533
    @hemchandranath8533 2 місяці тому +3

    কামাখ্যাৰ শক্তি নাই বুলি ক ওক

    • @brojenkhargharia15
      @brojenkhargharia15 2 місяці тому

      Falto kotha kobo nalaga vogoban sarstho tar pasot bake belak

  • @ANILSARMA-g9y
    @ANILSARMA-g9y Місяць тому

    মৃন্ময়ৰ মাজৰে চিন্ময় দেখাৰ তত্বটো বহুতেই বাখ্যা কৰিব নাজানে , সেয়ে বিশ্ব কবি ৰবিন্দ্র নাথ ঠাকুৰে কৈছে ," মূর্ত্তি পুজা কৰেনা হিন্দু কাঠ মাটিৰে গঢ়া মৃন্ময় মাজে চিন্নয় দেখে হৈ যায় আত্মাহাৰা " যিহেতু সর্বভূততে ঈশ্বৰ বিদ্যামন সেয়ে বহুতে গছ , নদী, মাটি সকলোকে শ্রদ্ধা বা ভক্তি জনালেও ইযাৰ মাজেৰে পৰমেশ্বৰৰ সেৱা কৰাকে নুবুজাই নে ?

  • @arunborah8754
    @arunborah8754 2 місяці тому +3

    Krishna, ajikali prai gurga poja burat boli bidhan uthai dia hoise, aru eta kotha manuhor thegn nathake,

  • @pradipkalita6580
    @pradipkalita6580 2 місяці тому +5

    গুৰুজনাই অসমত কোনো পূজা পাতল নকৰাকৈ অসমীয়া জাতি গঠন কৰিছিল। সেইকাৰণেই লক্ষ্মীনাথ বেজবৰুৱাই শঙ্কৰদেৱে সঙ্ঘৰ জন্ম দি অসমৰ পৰা দূৰ্গা পূজা বিতৰণৰ চেষ্টা কৰিছিল।

  • @jyotishbhattacharjya8615
    @jyotishbhattacharjya8615 2 місяці тому +2

    মূৰ্তি আৰু প্ৰতিমা সম্পূৰ্ণ বেলেগ।
    ভাগৱত মূৰ্তি কথাটো বুজাত অসুবিধা।
    মূৰ্তি বুলিলে ৰুদ্ৰ মূৰ্তি, দূৰ্গা মূৰ্তি, কালী মূৰ্তি আৰু মানুহৰ ভক্তি ব্যভিচাৰ হোৱা কামাতুৰ মূৰ্তি।
    আৰু প্ৰতিমা......
    ভাগৱত পাঠ অকল দূৰ্গা আৰু বলিৰ পন্থাৰ ওপৰত, অন্য পন্থাৰ ওপৰত মাত নামতি নিজৰ পৰিচয় ভাগৱতীয়া হিচাপে কি দৰে জীয়াই ৰাখিব? নে এক ঈশ্বৰবাদত পাৰি?

  • @PutuliSadar
    @PutuliSadar 2 місяці тому +2

    Gharat thaka devi keijani mas sagali hah khai

  • @sunilgoswami5751
    @sunilgoswami5751 2 місяці тому +2

    Kot pala sari pantha? pasta panthahe dekho. Saiba,Sakta,Vaisnab,Saura,Ganapatya.

  • @Romagogoi-b8p
    @Romagogoi-b8p 2 місяці тому +3

    আত্মাৰ বলিদান

  • @pulinsharma8826
    @pulinsharma8826 Місяць тому

    দূৰ্গাৰ ওপৰত মন্তব্য দিয়া উছিত নহয়। নিজৰ মাকক ভাল পালে বুলি আনৰ মাকক বেয়া পাব নেকি।

  • @putulsarmah5900
    @putulsarmah5900 2 місяці тому +2

    Badar bjdhi mota puja

  • @narakantasaikia2282
    @narakantasaikia2282 2 місяці тому +2

    Bad diya puja kara manuhar hisab janiba bichara

  • @Sparkling_Diaries_237
    @Sparkling_Diaries_237 3 дні тому

    E ata vagabanat koi uprt

  • @putulsarmah5900
    @putulsarmah5900 2 місяці тому

    Hast koi Bad dañgar

  • @DilipNath-r1l
    @DilipNath-r1l 2 місяці тому +2

    Mohikasur.aibur.misa.neki

  • @deepasaikia7385
    @deepasaikia7385 2 місяці тому +4

    Krishna

  • @SatyaranjanBaruah-o1j
    @SatyaranjanBaruah-o1j 2 місяці тому +4

    Krishna

  • @JatinBorah-ji1dh
    @JatinBorah-ji1dh 2 місяці тому +3

    Krishna

  • @jaryumdawvlog
    @jaryumdawvlog 2 місяці тому +3

    Krishna