Live tu sai logalog xuniboloi ahilu.. eman dhuniya hoise geet tu. Achurjyar konthont bhokti mulok geet bor bhal lage xuni. Sunit da xundor likhoni. Xur- xongeet bor dhuniya koi kora hoise. Pabitra Bhado maahor prothom dintut eiya ek xundor upohar. Xokolu loike bohutu xubhesya jonalu ❤
"আঁহা প্ৰভু" আমাৰ লগতে আপোনাৰো অন্তৰৰ আকুতি! এতিয়াৰ পৰা আমি অশেষ কষ্টেৰে সজোৱা ভক্তি ভাৱৰ এই গীতটিও আপোনাৰ! শুনক আৰু আনকো শুনাওক! আমাক আশীৰ্বাদ কৰক 🙏🙏🙏
দাদা আপোনাৰ গান মানে এক অনাবিল মাদকতা সঁচাই আপুনি এক অনন্য
Background dibo parim de dada music to
Hundor hoise dada,🙏🙏
Joy shri krishna pravhuwe hokoluke kripa korok
কৃষ্ণ
Val lagile bohut❤❤❤❤
❤❤❤ভাল লাগিল গান কৃষ্ণ সুন্দৰ❤❤❤❤❤❤😊
Moja lagil❤❤❤❤❤
সুন্দৰ
আগোৱাই যোৱা আচুৰ্য বৰপাত্ৰ গোহাঁই দাদা, তোমাৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো ৰাতি পুৱাই পুৱাই হোনিলো কিবা এটা ভাল লাগি গল ।❤🙏
Krishna Krishna ❤
Love from Sivasagar❤❤
লিখনী কিন্তু মানিছো দাদা কৃষ্ণ ❤❤❤
কৃষ্ণ কৃষ্ণ ❤❤🙏
Gogoi Dangaria, Bahut Val lagil, Agoloi aru Val Nam pam buli Asha Karilu.Dhanyabad.
Dhanyawad apunaloi 🙏
সুন্দৰ অতি সুন্দৰ ❤
Live tu sai logalog xuniboloi ahilu.. eman dhuniya hoise geet tu. Achurjyar konthont bhokti mulok geet bor bhal lage xuni. Sunit da xundor likhoni. Xur- xongeet bor dhuniya koi kora hoise. Pabitra Bhado maahor prothom dintut eiya ek xundor upohar. Xokolu loike bohutu xubhesya jonalu ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ... মাজুলীৰ পৰা সকলোলৈকে পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা থাকিল 🎉❤
❤❤❤bohut val hoise jantu da gaise aru besi val lagile god bless you dada ❤❤❤❤❤❤❤
❤❤bhut dhuniya val hoise krishna 🙏🙏❤❤
❤❤
বৰ সূন্দৰ ভাইটী !
কৃষ্ণ 🙏 পোৱাই শুনিলো বৰ ভাল লাগিল ❤
শুনি বহুত ভাল লাগিল।। আশা কৰো আগলৈও আৰু এনেকুৱা নাম শুনিবলৈ পাম।।।বহুত বহুত শুভ কমণা সকলুলৈ।❤❤
অতি সুন্দৰ লাগিল,,,,,❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤🙏🙏🙏🙏🙏🍜🍜🍜🍜🍜
কৃষ্ণ প্ৰভূ ,অভিনন্দন জনালোঁ।❤🙏
সুন্দৰ….বান্ধৱ কৃষ্ণ❤️🙏🏽
কৃষ্ণ ❤সুন্দৰ 🙏🙏
অতি সুন্দৰ ভক্তিমূলক গীতটি ❤❤❤❤
🙏🙏
🙏🙏❤️
Juabarr dore aibaru vl lgise Sunit da achurjya da konthtt uncommon lge ❤
Biswa dai negera fali dise 👍
Dhuniya song 🙏🙏
অতি সুন্দৰ ভক্তিৰসৰ গীত •••• ভাল লাগিল •••• কৃষ্ণ কৃষ্ণ 🙏
হৰ হৰ মহাদেব
Bhal lagil huni ❤
অতি সুন্দৰ হৈছে আচুৰ্য দা👍
বৰ ভাল হৈছে.......❤❤❤❤
Krishna krishna ❤
কৃষ্ণ 🙏 মৰাণৰ পৰা মৰম যাঁচিলো ❤
সুপ্ৰভাত🙏🙏
ধুনীয়া হৈছে ❤️❤️
খুব সুন্দৰ হৈছে দাদা
Krishna krishna 🙏❤️
Jai shree Krishna radhe radhe Krishna ji Jai ❤❤❤❤❤
জয় গুৰু শংকৰ 🙏🙏🙏 অতি সুন্দৰ কন্ঠ আৰু নাম
শোণিত দা আপোনাৰ সকলো গীতৰ কথাই অন্তৰত সোমাই। নাৰায়ণ নাৰায়ণ ৰ দৰেই আহা প্ৰভু ৰাইজে আকোঁৱালি ল'ব।
Bohut vl lagil
আমাৰ আহোমৰ ল'ৰাটো প্ৰথমতে নটবামৰ মে ডা মে ফি ত দেখিছিলো দিলীপ গগৈয়ে চিনাকি কৰি দিছিল, দিচাং কেছেট খন ৰিলিজ হৈছিল,বৰ ধুনীয়া কণ্ঠ সুমধুৰ, ধুনীয়া ধুনীয়া কৈ গাবা সদায় মৰম আৰু আশীৰ্বাদ থাকিব, দিহানামত মাতটো বৰ ভাল লাগে
অতি সুন্দৰ হৈছে
Nice song.love u dada.
সুন্দৰ🙏 ককাইদেউ কৃষ্ণ🙏
Bohu vl lagil huni ❤
কৃষ্ণ, খুবেই ভাল লাগিল গীততু শুনি, কৃষ্ণ, পবিত্ৰ ভাদ মাহৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো 😊
অতি সুন্দৰ💚কৃষ্ণ🙏
Krishna❤🙏🏻
Krishno 💞
❤hundor❤
Horee Shree Krishna Krishna Krishna povuw
🎉🎉🎉
সুন্দর ❤
Happy janmashtami ❤xundor geet.. achurjya da always 🔥
Beautiful 🙏👏🙏
Moja ❤ ❤❤❤❤
সুন্দৰ 🙏
Patra da holongapar gohain gaon r pora bohut morom ❤❤
অতি সুন্দৰ গীত ❤️ কৃষ্ণ🙏🙏👌👌
Krishno ❤🙏
"আঁহা প্ৰভু" গীতটি শুনি আপোনালোকৰ কিমান কষ্ট হৈছে গম পোৱা গৈছে । আগলৈ আৰু শুনিবলৈ ৰৈ আছো ❤
কৃষ্ণ কৃষ্ণ
সুন্দৰ ভাল লাগিল ❤
Love from golaghat ❤ acharjya da dhuniya gaisa Krishna Krishna 🙏
শুভেচ্ছা যাচিলোঁ 💖
অতি সুন্দৰ লাগিল ❤❤❤❤
Dhunia hoise dada apunar gn bea hoboi nuware apuni hodai prio Mur krone❤❤❤❤❤❤❤❤ aha probhu 💓🙏🙏🙏🙏🙏🙏🙏
ৰামকৃষ্ণ ❤🙏
কৃষ্ণ🙏 কৃষ্ণ।
Love from lakhimpur ❤
Good morning guys love from lakhimpur ❤
All time favorites 💖🙌.... it's amazing 🤩....
পৱিত্ৰ ভাদ মাহত পৱিত্ৰ এটি হৰিনাম ❤
Mojja Kokaideu.
♥️♥️♥️♥️
Love from golaghat Tengani
Kriso 🙏👏👏
জয় গুৰু শ্ৰীমন্ত শঙ্কৰ🙏🙏🙏
Hundor video bhini💝
Achurjya dar horinam hunibole hodaye roi thaku
Bohut val lagise bokakaht or pora bohut morom
Krishna amak kripa kra .....
পৱিত্ৰ ভাদ মাহৰ শুভেচ্ছা সকলোকে ❤বৰ ধুনীয়া হৈছে সকলোবোৰ কাম 😍🙏
সুন্দৰ ❤❤❤❤❤
প্ৰভু ভগৱন্তই সকলোৰে মঙ্গল কৰক 🙏🙏 সুন্দৰ হৈছে ককাইদেউ 💞🥰
অপূৰ্ব সুন্দৰ ককাই ❤️❤️
বহুত ভাল লাগিছে ❤❤
Krishno krishno🙏🙏🙏🙏❤
My favourite singer Zubeen Da ❤️❤️❤️ কিন্তু acharjya Da ku ভাল লাগে ❤❤❤❤🙏
Krishna krishna oti xundor
Love 💕💕 from Majuli
Nice👏👏👏
বান্ধৱ কৃষ্ণ❤
পহিলা ভাদ দিনাই শুনিবলৈ পাই বহুত ভাল লাগিল
কৃষ্ণ কৃষ্ণ 😢😢
Hundor voice achurjya da
Love form jorhat . I love this song