JOGOT GURU || জগত গুৰু || ACHURJYA BORPATRA || XASIPAT || 2019
Вставка
- Опубліковано 4 лют 2025
- Music Producer: Manash Bhagawati
Lyrics & Tune: Manash Bhagawati
Mix & Mastering: Jintu Bordoloi
Graphics: Rituparna Bora
Negera: Pankaj bora, Debeswar Saikia
KhoL: Lachit Baruah
Flute: Lakhinandan
Dumrah: Nirmal Das
Tabla & Dholak: Rajeeb Bhuyan
Xamogrik Porikolpona: Sunit Gogoi
Melody Design: Dipkesh Buragohain
Chorus: Ripunjoy
মজা বৰপাত্ৰ দা 🔥🔥🔥 আৰু বনাই যাব বহুত ভাল লাগিছে 🙏🙏🙏
ভক্তিমূলক গীত আৰু আপোনাৰ কণ্ঠ ❤ বহুত বেছি প্ৰিয় ❤
hundar Hundar Anedharanor geetey hssakoi bhagawanor proti bhaktir bhaab brahai tuley heyey okekh Shubha ishaa jashilu,,,,,,,,,
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ
কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশংকৰ
মাতৃ সত্যসন্ধ্যা তুমি জগত ঈশ্বৰ ।।
প্ৰেমৰ অমৃতবাণী অ হৰিণাম এফাকি
বুজিবলৈ দিলা প্ৰভূ তুমিয়েই শকতি
হৰিণামে দিলে জানা মনুষ্য প্ৰগতি।।
আকাশৰে জোনবেলিঅ আৰু তৰাআনি
ভূৰুকাতে ভৰাই থলা গুণমালা খনি
একসৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি।।
এ পৰম নিৰ্মল ধৰ্ম.... হৰিণাম কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ
এ এতেসেকে হৰিণাম সমস্ত ধৰ্মৰ ৰাজা
এহিসাৰ শাস্ত্ৰৰ নিচাৰ।।
ভক্তিৰে বোৱালা নদী শংকৰগুৰু
নামেৰে পাতিলা খেলা
গীতৰে সুৰেৰে ভাষা ভাওঁনাৰে
জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা।।
নামঘৰ ভাওঁনা তুমিয়েই সাজিলা
ভকতক দিলা নামৰস
বৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক
তুমিয়েই কৰিলা বস।।
Jogot guru kun falor pora
0ñu❤harmoniousug57😅😢and to a 00ppyoi680o77th about it 5😂ù😅8😅16😮uu😮😅😮fhyģ
Kun faalor pora nohoi
Kun faalor pora nohoi heitu kuwaa 😡🤬
🙏🙏
Hodai hunu dei 😊❤ kiman je bhal lage o Achurjya Da ❤❤❤❤❤
আপোনাৰ কণ্ঠত হৰিনাম বহুত সুমধুৰ হয়,,, ইংলিছ বাইদেউ, মলয়া বাইদেউ মানুহে পাহৰি যাব এইবোৰ নাপাহৰে,,,,বনাই যাওক ভক্তি গীত দা দা
সঁচাই আচুৰ্য দাৰ ভক্তি গীতৰ বাবে বহুত দিনৰ পৰা ৰৈ আছে
Gurujonai tumak aaguai niyak
Moja
Thik koise
মনপ্ৰাণ ভৰি যায়, ইমান সুন্দৰ ভক্তিমূলক গীত আৰু কণ্ঠ আচুৰ্য দা👌💝
😊
😊
😊
পূৱাখুব Prati ভাল লাগে এনে গীত শুনিবলৈ পালে, আপোনাৰ গীত ৰসূৰঅতি সুন্দৰ মন ভৰি যায়,
@@nareswardeka6572 qqqqqqqqqqqqqqqqqqqqqqqqqqq
আচুৰ্য দাৰ মৰমবোৰ বিহুৰ মাজত তেওঁৰ সুৰৰ অমিয়াবোৰ ভক্তিমূলক গীতত প্ৰকাশ পায়। তুমি আমাৰ অতি মৰমৰ আৰু আগবাঢ়া। 💝 🙏
Really 🥰🥰❤️❤️
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ভাল লাগিল দাদা আপোনাৰ এই ভক্তিমূলক গীত টো শুনি ❤️❤️ আগলৈ আপোনাৰ পৰা এনেকুৱা ভক্তিমূলক গীত শুনিবলৈ পাম বুলি আশা থাকিল ❤️❤️❣️❤️❤️
Aqq
Nice
Attitude হলে মোৰ অকনো নাই আপোনাৰ গান হুনিলে মন ভাল লাগি যায় ভাল লাগিল ❤
জুবিন দাৰ পাছতে হৃদয়ত স্থান লোৱা মানুহ জন আপুনিয়েই❤️❤️❤️❤️❤️আপোনাৰ প্ৰতিটো গানেই মোৰ বৰ প্ৰিয়❤️❤️❤️❤️❤️
Nice 👍👍👍👍👍👍👍👍
@@rahullimbu8660 a
@@tbgamingaxom2751 l solo or arrested i.
.
..
Nice 👍
❤❤❤❤❤❤❤❤❤😊😊😊😊😊🎉🎉🎉🎉
Ashurijya da khosai bohut dinor pisot dhunia voktir git khunala moja
11111122229ool
Bohut dhuniya dihanam huni vl lagil❤❤❤❤
Hi
দাদা বহুত ভাল লাগিল । এনেদৰে ভক্তিৰসৰ অমৃত নিজৰা বোৱাই যাওক চিৰযুগলৈ । জয় গুৰু শঙ্কৰ । জয় আই অসম।
Very nice dada
Iman Sundar mat Tumi aru aguai jua bhut bhut asirbbd
Bohut bohut val lagil
Krishno 🙏🙏🙏🙏
বহুত দিনৰ পিছত আকৌ ...এটা শুনি আমনি নলগা ভক্তিমূলক গীত আমাৰ মাজলৈ ....আহিলে .......👌👌👌👌
সঁচাকৈ , একমত আপোনাৰ সৈতে
আচৰিত হৈ গৈছোঁ । শুনি শুনি আমনি নলগা এক অপূৰ্ব সংমিশ্ৰণ ।
Xosake moiu xodai achurjya daa r horinaam xunu
@@prasantanath4963 OK
👌👌👌
👍🏻👍🏻
Xosai Achurjya daa Tumi bhut xonkale xkolo manuhore priyo hoi porile,,,aaru aagoloi aaguwai jowa,...God bless you...love you achurjya daa...,😘😍
আচুৰ্য দাদা আপোনাৰ ভক্তি মূলক গীতি শুনি বহুত ভাল লাগিলে emn j humodhur kontho apuner ❤❤❤❤akha koru agoloiu jate anakoi git homuh amr majoloi ag bhojai die Jen
Golaghator pora moi selut jonaisu achurjya da aru aguwai jauk ai hori naam bhag puwai hodai hunu
Oti xundor bhoktimulok geet.....xuni bor bhal lagil
জয় গুৰু শংকৰ ,🙏🙏🙏
বৰ ভাল লাগিল দাদা 🙏🙏🙏
আশা কৰো আগলৈও এনে🙏🙏🙏 ভক্তিমূলক গীত আৰু শুনিবলৈ পাম।🙏🙏🙏
🤗🤗🤗🤗
00lll0p lllll
Pp0p0p0 pp lo lol ppppp0p
@@sumubharali4077 àw³
Joi গুৰু শঙ্কৰ কৃষ্ণ
Bohut sundar hoise,sunile suniee thakiba mon Jai, Krishna 🙏🙏🙏
হৃদয় চুই যোৱা😍😍😍😍
Bhal lagil dada
বৰ সুন্দৰ হৈছে আপুনি সদায় আগবাঢ়ি যাওক আচুয্য দা
Bohut dhuniya lagise ❤😊
Achusjya da bohut vl hoise.... zubeen da pasot 2d huniboli paisu,gtike vkti rokh aru vl koi uliyabo take kamona koru....
______কি সুন্দৰ হৰি নাম,👍...মন প্ৰাণ ভৰি যোৱা,🤗______
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
ধুনিয়া লাগিছে শুৰ, গান সকলো 🙏🏿🙏🏿।
এনেকৈ আমাৰ গুৰুজনাই দি থৈ যোৱা সকলো অৱদান ধৰি ৰাখিব লাগিব সকলো হিন্দু ধর্মসকলে। জুবিন দা পাছত আকৌ এজন প্রিয় কণ্ঠ শিল্পী পাইছো সকলো অসমৰ ৰাইজে। আগুৱাই যাওক আৰু ভাল ভাল ভক্তি মুলক গীত গাই সকলোকে আনন্দ দিয়ক ধন্যবাদ।
11 no. t hunisu gaan tu achurjya da❤bohut bhal lagil💕
জুবিন দাৰ পাছতে হৃদয়ত স্থান লোৱা মানুহ জন আপোনিয়েই ❤❤❤ আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয় ❤❤❤❤❤❤❤
জয় গুৰু শংকৰ 🙏বহুত ভাল লাগিল দাদা👌
Krishna 🙏
Eman duneya❤🎉❤❤❤
hosai apunar voice tu belegotkoi bht beleg..ek hukia aru mitha jiye hune tewr hridoy sui Jai... god bless you..
Wow ki ja hundor kotho Achujo daa bohut val lagila hore namm tu hune 🙏🙏🙏🙏🙏
Manash kokaideu lyrics Bohut Dhuniya... Achurjya Daa awesome ❤❤Hunkalei Amiu akeloge ahi asu
Hi
কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ।
যাদৱ মাধৱ গোপাল গোবিন্দ ।।
❣️দাদা ধুনীয়া লাগিছে গানটো❣️🎧
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Aito Ru Gohin hoise huni val lagise vokti rokhat ase hundor.
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ
কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশঙ্কৰ
মাতৃ সত্যসন্ধা তুমি জগত ঈশ্বৰ
Bahi duniya bojaise. ❤ you bro
Wow কি যে তোমাৰ সুমধুৰ কন্ঠ Acurjya দা.. মন প্ৰাণ জয় পৰি গ ল দাদা... I love it.. 😘💕🎶🎧🤘
Vvvvvvvvvvvvv
Apuna nam bar to dibonake
Jdb know
Hosakoi mon tu kiba bohut val lagi gol … 10 bar man akeloge xunilu bohut val lagise ❤❤❤❤❤
Juiiiii juiiii juuuuu
সুখ শান্তি একে ঠাইত !❤
Achurjya Da Ei Vogtimolok git to Hridoi Sui gol 🙏❤️
Oti hundor kontho❤️❤️🔥😍
Bht dhunia
Aiooo🤗🤗
Hi
Bohut val apunar bhoktimulok nam khunile Mon Sui jai❤❤❤❤
ki hundorrrrr😍
Ummm..🤗🤗
Hosakoi hridoi sui gol❤️
Achurjya da khosai mohan bohut val lagil 🙏Krishna
Xunile xuni thakibo mon jay o dada eman dhuniya kontho apunar bohut val lagile aru notun notun song diya amar tare kamona korilu. 🥰😘🙏😊
Bohut vl lage o horinam2 huni ❣️🙏🙏
Hundr.... bht dinr murt pai vl lagil👍👍👍👍
Bht dhuniya gaise dei gaan tu ❤
Bohut Dhunia dada
Hridoi kopai gol achu da❤❤❤
dhuniya lagise , achurjya daa apunar pise pise follow kori thaku moi , karon apunar gaan bur miss koru moi
.
.
শুভ শুভেচ্ছা জনালোঁ প্ৰিয়া চিৰ শ্মৃতি ৰে বহাগৰ এটি মিঠা সপোন মোৰ সপোন বোৰ যেন দিঠগত ৰূপ ল'লে ভয়াৱস ৰূপ মোৰ এবুকু পানী জানা অনাবিলত আনন্দ প্ৰলৱ এক সুন্দৰ পৃথিৱী গঢ়াৰ সপোন আৰু কি জানা সুৰকাৰে যেন সুৰৰ সৃষ্টি সুবাস ঢ়ালে প্ৰথম প্ৰহৰৰ এৰাতি কোমল কমলত সৰি পৰা নিয়ৰৰ টোপাল বোৰ আৰু কি জানা বননি যেন ভৰি গ'ল মোৰ অশ্বধৰা জিলিকি উঠিল জানা প্ৰিয়া ভাল লগা সেই পুলকিত ফুল বোৰ কবিতা ৰে গাঁথি নিও দিয়া প্ৰিয়া শ্মৃতিৰে 20 22 23 24 বৰ্ষৰ প্ৰিয়া হিয়াৰ পুথি কবিতা প্ৰকাশ
আচুৰ্য দা ...আপোনাক মানিছোঁ আৰু ❤️❤️
Tumi 💥💥💥🔥🔥🔥🔥🔥🔥dada
@@bhaskardas323 Hii
Helo
Hii
ভাল লাগিছে ভক্তি গীতৰ শৰাইখনি া আগন্তুক দিনবোৰত আৰু আগুৱাই যাওক তাকে কামনা কৰিছো
guru deu 🙏 ratipwa hui uthi a. ai dhoronor vokti mulok git hunile din2 val a re jai kin2
He røck Kø køi
Joi guru honkor 💖 Agoloi jen anekouai vokti molok song hunib pau akha tkhkib
অতি সুন্দৰ 😍😍😍
Dada bohut val lagil .♥️♥️♥️♥️♥️
ভাষা হীন গীত ।। বহুত ভাল লাগিল ,,,
Bohut bohut val lagise xuni achurjya da............. Tumi aneke xodai jiliki thaka
সুমধুৰ কণ্ঠ ❤️❤️❤️🥰
Dhunia hoise dada kishno🙏🙏🙏
❤✨জয় জগত গুৰু শংকৰ✨❤
😊😊😊lp
😊
বহুতধুনীয়া
❤😂🎉😢😮
Ati hundor 🙏👍
Mr. Borpatro, I am a fan of you not because u r a good singer but also a kind human being.
A mojja ❤️💓💕😍🙏🙏
Bohut hundr aru monumuha ekta voktimulk geet.. love you achujya da
Uff dhuniya.
Aru anekuwa geet suniboloi pam buli axa thakil dada agbahi juwa
A mojaa
Huni bohut val lagil ❤️❤️❤️❤️❤️❤️❤️❤️🙏
Bohut val lagil Achurjya da 😍😍😘😘
সঁচাই বৰ সুন্দৰ হৈছে৷ অপূৰ্ব কণ্ঠ আপোনাৰ ৷ শলাগ ললোঁ৷
ধুনীয়া 👌🙏👌
Achurjya da bohut val laga apunar gaan muk 🎉🎉🎉❤❤❤
Zubeen daa r pasot apunar gaan a val laga
হৃদই চুই যায় আপোনাৰ কণ্ঠই ❤❤️
Bor Xundor kontho kokai . Bor bhal lagil huni, Dhoinobaad ❤
Bht vl lagil achurjya da...lv u so much bro...😍😍
Dhuniya lagise 👌 ❤️❤️
Achurjya da xsa bht bht vl hoise dihanam keita.....
Mozzzaaa hoixy ককাইদেউ
👑👑👑👑 শুনি বহুত ভাল লাগিল ....আগলৈও শুনিবলৈ পাম আশা কৰিলো..
.📕📕📕📕📕📕📕📕📕
Huni amoni nalage❤❤
Achuijya Dada huni bohut vl lagile 🥰🙏🙏
❤️ bahut val lagil dada huni🥰😊
Mur bohut priyo hoi porise achurjya da apunar...jogot guru,ru sankar guru amar guru jokank loi guwa gaan duita❤❤❤
Xosake moiu bor bhal pau achurjya daa k aru dada r horinaam keita, xdai xunu moi
বহুত ভাল লাগিছে আৰু আগলেও পাৰিব যে 🌹🌷🌻🌸🌺
আজিলৈকে ১০০০ বাৰমান শুনিলো । সুন্দৰ ।
👏👏
Dhunu niya hoise dadaa
মই সদায় পুৱা গুধূলি এই ভক্তিমূলক গীতটো শুনো ❤️🙏💌🥀
Asuirjo da ❤🎉😘😘
ভাল লাগিছে ।আচুৰ্য ককাইদেউ , আমাক আৰু ভক্তিমূলক গীত লাগে।