MUR KESUWAI KANDISE - ZUBEEN GARG (Theatre Surya 2023-24) Ft. Mridul Bhuyan | Ajoy Ph | Abhijit Bh

Поділитися
Вставка
  • Опубліковано 5 лют 2025
  • AC MULTIMEDIA Label Released "Mur Kesuwai Kandise" from Theatre Surjya 2023-24
    Drama - Mur Kesuwai Kandise (Abhijit Bhattacharya)
    Producer - Munindra Barman
    🎵Audio Credits ::
    ◾Singer - #Zubeen_Garg
    ◾ Lyrics - Abhiit Bhattcharjya
    ◾ Music Composer - Ajoy Phukan
    ◾ Music Producer/Mixed - Rex Boro
    🎥 Video Credits ::
    ◾ Director - Ashim Gogoi
    ◾ Cinematographer - Suman Duwarah
    ◾ Editor - Bitul Konwar
    ◾ Make-up - Biswa & Barbie
    ◾ Production Manager - Dipen Baruah
    ◾ Ad - Deep & Babusha
    ◾Cast - Mridul Bhuyan, Pallabi & Naba Kahyap
    Child Artist - Kyangkshi Rabha
    #Mur_Kesuwai_Kandise
    ©AC MULTIMEDIA
    🔴Subscribe Us : bit.ly/2SAwoNZ
    🔵Contact Us On Fb : bit.ly/2DCMMD7
    🔵Contact Us On Instagram : bit.ly/2TNjIQb
    🔴◾◾◾ Thanks ◾◾◾🔴

КОМЕНТАРІ • 495

  • @palashbhuyan1503
    @palashbhuyan1503 Рік тому +239

    Uffff হৃদয় চুই গ'ল😢
    জুবিন দাক ভালপোৱা সকলে মোৰ কমেন্তত টিপ চহী এটা মাৰি যাব❤️

    • @BanajitThakuria
      @BanajitThakuria 5 місяців тому +1

      জয় জুবিন দা ❤️❤️❤️❤️

  • @mrigenkalita7961
    @mrigenkalita7961 Рік тому +26

    ভূঞা দাৰ অভিনয় তথা আমাৰ সকলোৰে মৰমৰ জুবিন দা ৰ কণ্ঠৰ যাদুৰে উপচাই পেলোৱা অন্য এক সংগীত শুনিব পাই বহুত বহুত ভাল লাগিল, চকু পানী ওলাই আহিল গানটো শুনি, লাভ you জুবিন দা,

  • @deepjyotimusical
    @deepjyotimusical Рік тому +12

    Uff ki feel🥀........sui goise hridoy....❣️❣️❣️aru Zubeen da voice.....n humming🎧💖💖......... acting u...mojaa mridul da ..💖...n love you .. theatre surja...all members.... best of luck 🤞....saboloi...wait korim........ morigaon pora morom jasilu💖💖💖❤️❤️❤️

  • @mrinalbaishya8836
    @mrinalbaishya8836 Рік тому +10

    মৃদুল দাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ লগতে আমাৰ Director - Ashim Gogoi দাই কি ধুনিয়াকৈ সাজাইছে মাক-দেউতাকৰ হৃদয়ত সোমাই গৈছে

  • @knowledgepower991
    @knowledgepower991 Рік тому +40

    বহুত বহুত ❤❤❤❤❤❤❤গানটোৰ যোগেদি বহুত স্মৃতি সোঁৱৰাই দিছ ।।
    One of the best Legendary singer মৰমৰ জুবিন দা❤।।
    গানটোৰ লগত জড়িত সকলো কৰ্ম কৰ্তা লৈ👍।।।

  • @ঋতুপৰ্ণফুকন

    Uff হিৰাই হিৰাই বৈ গৈছে অ শব্দ বোৰ।।। zubeen da গান ,মৃদুল দাৰ অভিনয় ufff❤️

  • @Frustratedmitu
    @Frustratedmitu Рік тому +8

    আৰু কিমান হৃদয় ভঙাকৈ গাব আপুনি ? 😣😣💔 বুকুৰ কোনোবা এটা চুকত বৰ বেয়াকৈ খুন্দিয়াই গ'ল আকৌ এবাৰ 💔

  • @gangabarman1963
    @gangabarman1963 Рік тому

    কৱলে মোৰ ভাষা হেৰুৱাই গৈছে।। খুব সুন্দৰ এটা গানৰ আমোদ ললো আজি ৰাতিপুৱাই।। খুব সুন্দৰ অভিনয় কৰিছে মৃদুল দাই।। ধন্যবাদ সূৰ্য্য থিয়েটাৰ ধন্যবাদ অসমৰ প্ৰতিভাবান শিল্পী সকল।।❤❤❤❤❤❤ মোৰ ফালৰ পৰা মৃদুল দালৈ অজস্ৰ মৰম আশীৰ্বাদ থাকিল।।

  • @pallbarman9979
    @pallbarman9979 Рік тому +36

    Zubeen da আপুনি মহান ... চাও আজি জুবিন দাক কিমান মানুহে ভাল পাই....1000 like hoine চাও ......9/7/23. Time 10.17

  • @muninmbcreation7720
    @muninmbcreation7720 Рік тому +22

    মৃদুল দাদাৰ অভিনয় উফ❤️❤️❤️
    জুবিন দাৰ কণ্ঠ সদায়ে প্ৰিয় 💞

  • @parashpritam
    @parashpritam Рік тому +87

    ভ্ৰাম্যমাণ জগতৰ সকলোতকৈ ভাল লগা এটা ৰোমাণ্টিক, সুন্দৰ আৰু তেযেদি গীত।

  • @happy_feeling100
    @happy_feeling100 Рік тому +51

    "মোৰ কেচুৱাই কান্দিছে " প্ৰত্যেক মাক-দেউতাকৰ হৃদয়ত সোমাই গৈছে

  • @its_me_nayan629
    @its_me_nayan629 11 місяців тому

    Omg Unbelievable 😢 Mridul dar Acting ru Zubeen dar Voice ❤❤❤ Soku pani ulai gol natok khn Sai..

  • @Dipankarmedhi877
    @Dipankarmedhi877 Рік тому +1

    মৃদুল ভূঞা ককাইদেউক বকো তাৰাবাৰীত আমাৰ ইয়াত লগ পাই বহুত ভাল লাগিছিল।
    নাট-১.ভুল নুবুজিবা ভূপেন দা।
    ২.সণোৰ খাৰু নালাগে মোক
    ৩.বৃদ্ধাশ্ৰমত জুই।
    আকৌ লগ পোৱা আশা আছে।

  • @nalbarirappa6036
    @nalbarirappa6036 Рік тому +18

    ভ্ৰাম্যমাণত আজিলৈকে ইমান হৃদয় কপোৱা গান শুনা নাচিলো। ❤❤❤

    • @H.J.K.CREATION
      @H.J.K.CREATION Рік тому

      Ase . Joymoti gantu xunibosn abahan theatre or zuben dai gaisil

  • @ankurrajroy1854
    @ankurrajroy1854 Рік тому +11

    জুবিন দাৰ গান আৰু মৃদুল দাৰ অভিনয় উফ ❤️🔥
    🎈জুবিন দা সদায়েই LEGEND🎶🥀

  • @H.J.K.CREATION
    @H.J.K.CREATION Рік тому +8

    চকু পানী উলাই গল😭 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️

  • @pkparag2688
    @pkparag2688 Рік тому +63

    মা,দেউতা,আইতা, মাজনী, এইবাৰ আকৌ "কেঁচুৱা" ❤❤❤
    দাদা আপোনাৰ মহিমা অপৰিসীম❤❤❤❤

    • @binmoychetia4957
      @binmoychetia4957 Рік тому +1

      P

    • @nayanjyotikalita9886
      @nayanjyotikalita9886 Рік тому +2

      Dadar nhy... Ajoy phukonor gaan. Credit to ajay phukon

    • @jayantahazarika4466
      @jayantahazarika4466 Рік тому

      অজয় ফুকনৰ গান ও নহয় অভিজিৎ ভট্ৰাচায্য গান হয়।।

    • @pkparag2688
      @pkparag2688 Рік тому

      ​@@nayanjyotikalita9886কাৰ গান সেইটো কব যোৱা নাই, কণ্ঠ দান কৰা জনৰ কথা কৈছোঁ❤❤

    • @deepjyotideka4908
      @deepjyotideka4908 Рік тому

      ​@@nayanjyotikalita9886gaan jimane dhuniya nhwok kio bokaxure gaale beya e hb but gaan beya e howk zubeen dai gaale vl lgib e

  • @prakash78723
    @prakash78723 Рік тому +11

    সচাই এখন বেলেগ দুনিয়ালৈ লৈ গল😢❤

  • @jitdekaaxom7855
    @jitdekaaxom7855 Рік тому +15

    গাৰ নোম শিও ৰি উঠিছে মোৰ
    গীততো চোৱাৰ পিছত ,এইবাৰ ৰ চাগে ভ্ৰাম্যমাণ থিয়েটাৰৰ সৰ্বশ্ৰেষ্ঠ নাটক এইখনেই।। Welcome to our village ( Athgaon)🙏🙏🙏

  • @Jr.Ratan7
    @Jr.Ratan7 Рік тому +1

    জুবিন দাৰ গীতৰ কণ্ঠ আৰু মৃদুল
    দাৰ অভিনয়ে কলিজাখন চুই গল। 🥰
    mridul da is the best actor in assam for me.

  • @birajprotimborah
    @birajprotimborah Рік тому +8

    থিয়েটাৰ বুলি কলেই জুবিন দাৰ অভূতপূৰ্ব গান বোৰ❤️

  • @BikiBordoloi-ee7bo
    @BikiBordoloi-ee7bo 3 місяці тому +1

    Vahmoman jogotor khokcolutkoi val loga ata romantic, khundor aru teajwadi geet ❤❤❤

  • @chandankumarbarman3825
    @chandankumarbarman3825 Рік тому +13

    সপোন সপোন লাগিছে
    বোৱাই হেঁপাহৰ নৈ...
    এজাক বতাহ বলিছে
    মনকে জোকাৰি থৈ...
    মৰম লগাই মাতিছে
    আদৰ লগাই হাঁহিছে
    কাৰে নো অবুজ অজান মাত...
    কৰি থৈ মোৰে হিয়াখনি সাত
    হালিছে জালিছে উলাহে দুলিছে
    খেলিছে দুলিছে বুকুৰে আদৰিছে
    মোৰ সপোনে হাঁহিছে ...
    মোৰ কেচুৱাই কান্দিছে...
    মোৰ কেচুৱাই কান্দিছে....(4)
    দুখকে পাহৰি... আনেনো আজুৰি
    থুনুক থানাক আদৰ সনা মাত..
    ঐ চকুপানী মছি.. ধৰো নে খামুচি...
    কপাহী কোমল কোমল মাত..
    ঘূৰিছে ফুৰিছে মৰমো উৰিছে...
    নাচিছে বাগিছে.. আকাশক কৈছে...
    মোৰ সপোনে হাঁহিছে ঐ..
    মোৰ কেচুৱাই কান্দিছে... (4)
    উশাহকে গচকি.. আহিছো দৌৰি
    চুই চাও এপাহ বগা ফুল...
    ফুলিবিনে উজলি... জীৱনকে আৱৰি...
    যাওঁ মই বহু বহু দূৰ...
    নিদিবি নিদিবি... বিদায় নিদিবি..
    সুধিবি সুধিবি.. মনকে সুধিবি...
    চিতাখন কিয় জ্বলিছে....
    না....ৰা... না... ৰা... নাৰা... নাৰা....(2)
    মোৰ কেচুৱাই কান্দিছে.... (2)

  • @kankandutta4503
    @kankandutta4503 Рік тому +17

    উফ হামিং🙏🔥💝সুৰ কণ্ঠ🤔😘😍

  • @bhargavrajzero8617
    @bhargavrajzero8617 Рік тому +12

    জুবিন দাই আৰম্ভণিতে যিখিনি Humming দিয়ে uffff দাদা আপুনি সদায় ভালে থাকক
    কাৰণ আপোনাৰ অবিহনে অসমীয়া সংগীত জগত শূণ্য ❤

    • @dilipsaikia7541
      @dilipsaikia7541 Рік тому +1

      Ajiloike gotei Indiat ZG dare humming king paida howa nai aru nohoi.. ZG ❤

  • @mridulthakuria6145
    @mridulthakuria6145 Рік тому +13

    জুবিন দা আপোনাৰ গানৰ সুৰত যাদু আছে সুন্দৰ গীত

  • @dhirajnath
    @dhirajnath Рік тому +18

    Brahmastra of Music Zubeen Garg da
    .
    .
    .
    Baap of Acting Mridul da

  • @manashbarman6549
    @manashbarman6549 Рік тому +7

    Keneke je voice tu uliyai anekua gaanot dada ❤❤❤love u bossss

  • @manalishadas2421
    @manalishadas2421 Рік тому +35

    মৃদুল দাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ ❤❤❤❤💞😍😍

  • @Assam-mixx
    @Assam-mixx Рік тому +7

    Juwa kali song released kori dia timet asilo bohut dhunia hoise aru tat zubeen Dar voice

  • @nayanbaishya2303
    @nayanbaishya2303 Рік тому +43

    গানটো খুৱ ধুনীয়া হৈছে ১০০ বাৰৰ ওপৰত সুনিলো হেপাহ পলোৱা নাই ❤️❤️🔥🔥🔥❤️❤️

  • @Lyrics_lover_57
    @Lyrics_lover_57 Рік тому +5

    Zubeen lover Zubeen lover buli koi thakile nohoi like aru share koribo lage tending koribo lage song ❤

  • @riyanbarman1082
    @riyanbarman1082 Рік тому +38

    Always s legendary voice 😊❤

  • @jugantakumarborah8505
    @jugantakumarborah8505 Рік тому +4

    Xundor❤️ vl lgil buku kopi goise 💥😊

  • @misskrishnajinarabha3824
    @misskrishnajinarabha3824 Рік тому +1

    Jowa deobare Chandubit last shootingor kamkhini kori thoka dekhisilo he aji video tu dekhilowe bohut val lagise singer Zubeen daa🔥🔥🔥

  • @jayantatalukdar1966
    @jayantatalukdar1966 Рік тому +28

    জুবিন দা Voice Humming🔥🔥

  • @utpalchutia3042
    @utpalchutia3042 Рік тому +1

    eman dhunia hoise,, zubeen da apuni hosai mohan,,, apunar matote jibon amr,, zubeen da besi din jiai thakok,,

  • @gautamvlogs3853
    @gautamvlogs3853 Рік тому +1

    জুবিন দাৰ কণ্ঠৰ যাদু লগতে অসমৰ ভ্ৰাম্যমান জগতৰ অভিনেতা গৰাকীৰ অভিনয় ,,,, খুব সুন্দৰ ।

  • @Kaushik632
    @Kaushik632 Рік тому +6

    এতিয়ালৈকে বহুবাৰ শুনিলো। বহুত ভাল লাগিছে গীতটি। নাটকখনো ভাল হ'ব, অপেক্ষা কৰি আছোঁ নাটক খনলৈ।
    ___মোৰ কেঁচুৱাই কান্দিছে__😢

  • @simanta8047
    @simanta8047 Рік тому +1

    মোৰ কিয় এনেকুৱা হয় নাজানো জুবিন দাৰ এনেকুৱা গান বোৰে বুকু চুই যায়❤🤌🏻🖇️😌 love you zubeen daa 😘😘

  • @sboro1520
    @sboro1520 Рік тому +1

    Zubeen দা আপোনাৰ দৰে সচাকৈ কোনোৱে হব নোৱেৰে ,আপোনি গানত অথ আছে ,আপোনি গানৰ ভগৱান ,আপোনাৰ গান শুনিলে বুকুখন ধপ ধপ কৰে ,সচাকৈ এতিয়া আপোনাৰ মাত টো সলনি হোনা নাই ❤

  • @deepjyotideka8347
    @deepjyotideka8347 Рік тому

    Gaan tu ratipuwa r pra xuni a asu ❤❤❤❤❤ nuxunua xompi khinot gaan tur kolibor Kant bazi ase💫💫💫❤️❤️❤️ bhtt bhtt vl. Lgisi gaan tu xuni ❤❤❤❤

  • @gourabdeka8041
    @gourabdeka8041 Рік тому +2

    Theater buli kole a zubeen daar gaan thakile ha val lage🥰

  • @rajibray4691
    @rajibray4691 Рік тому

    কবলে ভাষা নাই 😢😢😢 কিমান যে ভাল হৈছে গান টো 😢😢 চকুলো কেতিয়া নিগৰি ওলাই আহিছিল গমেই নাপালোঁ

  • @soundoflove2082
    @soundoflove2082 Рік тому +5

    Mridul daar acting aru zubeen daar voice Uffs 💕

  • @secretgrind8652
    @secretgrind8652 Рік тому +2

    Mridul bhuyan ❤

  • @khaninsarma5522
    @khaninsarma5522 Рік тому

    Aikhon natok 1000 di o sabo pari.... Excellent story excellent acting.... Sakupani rakhibo nuarilom..... Bahut bahut bhal natok ....

  • @rituparnapathakgaming_5
    @rituparnapathakgaming_5 Рік тому +3

    Bohut bhal lagil💕💕💕💕💕🥰🥰

  • @gafurahmed4841
    @gafurahmed4841 Рік тому +14

    জুবিন দা যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰৱ অসমৰ আবেগ অসমীয়া সংগীত জগতৰ ৰজা হয় ৰজা ❤️🔥

  • @rabhalora2004
    @rabhalora2004 Рік тому +4

    জুবিন দা আপুনি জুই 🔥🔥💖 LOVE YOU 💖

  • @debajitlahon7225
    @debajitlahon7225 Рік тому +1

    Awesome, bhut vl lgil

  • @RiyaSarma70
    @RiyaSarma70 Рік тому +2

    মৃদুল দাৰ অভিনয় সৰু ৰ পৰা প্ৰিয়❤
    জুবিন দাৰ voice❤ufff🔥🔥

  • @pranitadevi986
    @pranitadevi986 Рік тому

    বহুত ধুনীয়া মৃদুল দা । সূৰ্য থিয়েটাৰলৈ শুভেচ্ছা থাকিল ।

  • @jbvisuals9720
    @jbvisuals9720 Рік тому

    Bor xundor hoise , geet,mridul dar obhinoy aru gogoir choreography ❤❤❤❤.Best

  • @migomdoley752
    @migomdoley752 Рік тому +4

    Omg unbelievable 😮 acting n singing 😧😮

  • @SimaDas-gb9rd
    @SimaDas-gb9rd 9 місяців тому

    Dintot abar ai gan to nuxunile dinto adhoruwa Jen lage ....❤❤❤❤ Zubeen dar kontho aru mridul dar video ki akorshonio asorit kintu❤❤❤❤

  • @jitukalita5888
    @jitukalita5888 Рік тому +3

    Ufffff ki shundor ❤❤❤❤ Love you zubeen Da❤❤

  • @zgofficialassam7536
    @zgofficialassam7536 Рік тому +4

    Zubeen da king 😢❤❤

  • @hridaykalita7678
    @hridaykalita7678 Рік тому +1

    Apuni ane koi thaka dada❤️💯

  • @utpalchutia3042
    @utpalchutia3042 Рік тому +11

    zubeen da always legend ❤❤❤

  • @bharatzg25
    @bharatzg25 Рік тому +47

    ZG always LEGEND👑❤

  • @nurzamanhoque8994
    @nurzamanhoque8994 Рік тому +1

    দুৰ্দান্ত অভিনয় মৃদুল চাৰ

  • @জুবিনপাগলাকপিল

    Humming 🔥🔥

  • @nitishdasa3896
    @nitishdasa3896 Рік тому +3

    Dhuniya lagise Zubeen da ❤👌

  • @adityaborah781
    @adityaborah781 Рік тому

    Val lagil gaan2😍💕💕💕💕

  • @rintumaninath3313
    @rintumaninath3313 Рік тому +2

    Trezedi king ru heartwarth r juti.... amazing

  • @dipakborah4093
    @dipakborah4093 Рік тому

    Uff dada apuni hodai valei thakim. Kimn j moja lgese

  • @smitabaishya8122
    @smitabaishya8122 Рік тому +1

    Bht dhunia lagise Gaan Tu ❤️😍

  • @bhaskarjyotiborah290
    @bhaskarjyotiborah290 Рік тому +11

    I love you Zubeen da ❤

  • @kskhakhlariofficial
    @kskhakhlariofficial 11 днів тому

    Legendary voice with Legendary actor🎉

  • @hamantaborahblogs9068
    @hamantaborahblogs9068 Рік тому +4

    Waiting❤❤❤❤moja lagibo gan tu huni

  • @জুবিনপাগলাকপিল

    অপেক্ষা ❤

  • @rahul_official778
    @rahul_official778 Рік тому +1

    Jay zubeen daa zubeen daa main😊❤ heart thob 🫀😘

  • @habibarrahman4058
    @habibarrahman4058 Рік тому +3

    Majaa lagisa

  • @gourabbarman9274
    @gourabbarman9274 9 місяців тому

    জুবিন সদায় অসমীয়া সুৰৰ ৰজা love zubeen Da 🔥❤💗❤❤💫

  • @jugalkishorbhuyan8114
    @jugalkishorbhuyan8114 Рік тому +1

    গানটোৱে আৱেগিক কৰি তুলিলে❤️ নাটক খনৰ মাজতো কিৱা এটা নতুনত্ব প্ৰকাশ পাৱ যেন অনুভৱ হৈছে 👍

  • @gunuswargiary603
    @gunuswargiary603 Рік тому +4

    Sweet song ❤❤❤❤❤ Zubeen da

  • @teamproversion
    @teamproversion Рік тому

    Xosai bohut vaal obhinoy korise❤❤❤

  • @sourabhbhattacharyya5786
    @sourabhbhattacharyya5786 Рік тому +1

    Zubeen Garg dar babe ata like ❤❤❤

  • @pranitadevi986
    @pranitadevi986 Рік тому

    খুব সুন্দৰ ।শুভেচ্ছা থাকিল ।

  • @dipumonisaikia766
    @dipumonisaikia766 Рік тому +1

    বহুত ভাল লাগিছে❤

  • @debajitdeka2602
    @debajitdeka2602 7 місяців тому

    Bhal loga natok ekhon ❤

  • @user-lakhyalife29
    @user-lakhyalife29 Рік тому

    Uff😊😊ki xundor ❤️

  • @ManojGanju404
    @ManojGanju404 Рік тому +3

    Zubeen Da🔥🔥🔥🔥🔥 Humming

  • @tapashisarmah236
    @tapashisarmah236 10 місяців тому +1

    ZG❤🔥

  • @bhaktadhadumia8683
    @bhaktadhadumia8683 Рік тому

    Huniai asu huniai asu .aru huni thakim .jubeen dar ki kontho love uu jubeen da

  • @rohanchoudhuryofficial1458
    @rohanchoudhuryofficial1458 Рік тому +10

    Love yu mridul da nd zubeen da voice❤

  • @arnabdas2522
    @arnabdas2522 Рік тому +1

    জয় জুবিন দা❤❤ এটা like

  • @KamalzG-s8u
    @KamalzG-s8u Рік тому

    Mojja❤🔥📌

  • @abhijitboruah143
    @abhijitboruah143 Рік тому +1

    Zubeen Garg 💙

  • @wasifchoudhury7267
    @wasifchoudhury7267 Рік тому +1

    Zubeen da,apunar voice tu xunia jeyai aso

  • @gobindazg2002
    @gobindazg2002 Рік тому +1

    Zubeen da voice aru Mridul dar acting 🙏🙏😘

  • @alakeshdas8978
    @alakeshdas8978 Рік тому +5

    Awesome song ❤❤

  • @Saikiajunmoni
    @Saikiajunmoni Рік тому

    ❤❤.kin2 Karuye jibonot jate ketiyau aie dintu nahe.🙏🙏

  • @samirankakati524
    @samirankakati524 Рік тому +8

    Love you zubeen da ❤️❤️

  • @siddharthkakati1901
    @siddharthkakati1901 Рік тому +1

    His voice "goosebumps" ✨️

  • @KuladipBoro-h9i
    @KuladipBoro-h9i Рік тому +3

    Uff Zubeen dar voice 🥰😚😘😘😘☺️☺️😊

  • @mpk9
    @mpk9 Рік тому +2

    Only ZG, luv u forever.......................

  • @robinkvlogs5178
    @robinkvlogs5178 Рік тому +1

    জুবিন দাৰ প্ৰঢিতো গানেই মোৰ প্ৰিয় আৰু ভাল লাগে 🙏👌😍😘