Aftr Oh deuta, Oh maa pasot Pitai oi. Thank you Zubeen'da for this gift.. Hridoy khon epar hepar hoi sui gol... Miss eu deuta 😭🙏...jotai asa vl k thaka.
Zubeen dai geet gabo..ru assamor manuhor mon jur noporibo...seya HBO a nuware..zubeen Daa Amar karone super hero..love you zubeen Daa..god bless you...
"মুখতে ৰং সানি বুকুতে ঘৰ সাজি জীৱন নাটৰ নায়ক তই" 🥺🥺🥺❤️❤️❤️❤️ I Luv you so much Deuta 🥺❤️ Bujabo nuwaru kiman besi val pau tumak 🥺❤️ সদায় ভালে থাকা তুমি । তুমি মোৰ বাবে কৰা কষ্টবোৰ সদায়েই মনত পৰে অ' দেউতা । সেই যে হেজাৰ ৰ'দ বতাহ বৰষুণ নেউচি মোক স্কুলত থ'ব গৈছিলা ❤️ কথা দিছো , তোমাক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ , ভৱিষ্যতে সদায় সুখত ৰাখিম তোমাক । মোৰ চুপাৰহিৰো তুমি। ❤️❤️ And ZUBEEN GARG , you murdered the whole song with your killer voice 🥵🥵🔥🔥🔥 I can't tell you , how much I love you . You are my inspiration ❤️🎶
I also missing my Baba and Ma..The Song touched every heart Really Vaiyya..Tnq So Much Vaiyya.I'm Bangladeshi But I live at Saudi Arabia.I love too much all of Assamese Song Bro..💜💕👉🇸🇦💕🇧🇩🌿🌿🌿
ইমান ধুনীয়া গীতবোৰ আমাক উপহাৰ দিয়া বাবে জুবিন গাৰ্গ লৈ অশেষ ধন্যবাদ জুবিন দাক ভালপোৱা সকলে ইয়াত এটা like কৰি দিয়া
P
🥰🥰🥰😍😍😍😘😘😘
❤❤❤ Dhritishmita ❤️🥰🤫
ইমান ধুনীয়া গীতবোৰ আমাক উপহাৰ দিয়া বাবে জুবিন গাৰ্গ লৈ অশেষ ধন্যবাদ জুবিন দাক ভালপোৱা সকলে ইয়াত এটা like কৰি দিয়া ❤❤❤
পিতা ঐ।। পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ।। জোনবাই দেশৰ পিতা লৈ বৰকৈ মনত পৰিছে আজি। 😢😢😢😢
জুবিন দা, ভগৱানে কুশলে ৰাখক।❤️
জুবিন দাক ভালপোৱা সকলে এটাকৈ টিপ চহী মাৰি যাওঁক😍❤️
প্ৰত্যেক বছৰে বছৰে জুবিন দাদাই দেউতাক লৈ এটি এটিকৈ নতুন নতুন গান উলিওৱা বাবে বহুত বহুত ধন্যবাদ দাদা ❤❤❤❤❤❤❤❤❤
মোৰ এতিয়াও বিস্বাস হোৱা নাই যে জুবিন দাৰ কণ্ঠ আগৰ দৰে হৈ থকা নাই বুলি।কিছুমানে কয় আগৰ কণ্ঠ নাই,ভাগৰুৱা হৈছে। কিন্তু জুবিনৰ কণ্ঠ কোনেওঁ ৰুধিব নোৱাৰে। পিতা ঐ গীতটি শুনি ভাল লাগিল। জুবিন এক অনন্য। জয় জুবিন জয়।
Sob manuhor mat ake nathake xei2 simple kotha.. Bt zubeen da olp unic 😍😍
জুবিন দা আপুনি আমাক বহুত দিলে। আপুনি আৰু প্রগ্ৰেম কৰি বেলেগক দান দিয়া প্রয়োজন নাই। আপুনি আমাৰ কাৰনে ষ্টেজ প্রগ্ৰেম নকৰিলেও হব,আপোনাক আমি হেৰুৱাব নোখোজে। ভয় লাগে কেতিয়াবা কেতিয়াবা আপোনাৰ হঠাৎ কিবা এটা হৈ যায় বুলি। আমাক মাজে মাজে এনেকুৱা ধৰনৰ ধুনীয়া ধুনীয়া গীতবোৰ উপহাৰ দি থাকিলেও হব। বহুত থিয়েটাৰৰ নাটক চালো কিন্তু নাটকখনৰ মূল গানটো যদি আপোনাৰ নাথাকে নাটকখনৰ একো মজাই নাপাই। গতিকে দাদা আপুনি আমাৰ কাৰনে বহুত কৰিলে তথাপিওঁ আপোনাক বহুতে চিনিব য়ে নাজানিলে।স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি কাম কৰি থাকক জুবিন দা ❣️
জুবিন দা, আপুনি গোৱা গীতবোৰে হৃদয় চুই যাই । যেতিয়ালৈ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব থাকিব, তেতিয়ালৈ আপোনাক মনত ৰাখিব ।
গীতৰ কথা , সুৰ , গীতৰ সংমিশ্ৰণ , অভিনয় --- অনন্য ।
মন পৰশা , মন ভৰি পৰা গীত ।
Aftr Oh deuta, Oh maa pasot Pitai oi. Thank you Zubeen'da for this gift.. Hridoy khon epar hepar hoi sui gol...
Miss eu deuta 😭🙏...jotai asa vl k thaka.
Zubeen dai geet gabo..ru assamor manuhor mon jur noporibo...seya HBO a nuware..zubeen Daa Amar karone super hero..love you zubeen Daa..god bless you...
Unbelievable,,, heart touching and extraordinary song zubeen da.its possible only for you.❤️🙏
জয় জুবিন দা,,,,,,,,,,,,,, কোনে কোনে জুবিন দাৰ নতুন গান শুনিবলৈ সদাই ৰৈ থাকে
Moi
Moi
Bohut dhunia gaan Zubeen da, Sasakoi apunak maniba lagiba eman dhunia gaan bilak amak upahar diaar babe.Thank you so much Zubeen da.
মোৰ দেউতা মোৰ ভগৱান, মোৰ পৃথিৱী ........
U r my everything, u r the best father in the world my PITAI❤️❤️❤️ I LOVE YOU MY PITAI😍😘😘❤️❤️❤️
থিয়েটাৰ চালোঁ ,চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😥, দেউতাক সৰুতে হেৰুৱালোঁ । দেউতাৰ মৰম কেনেকুৱা নাপালোঁ 😥।
এনেকুৱা মূল্যবান গীতবোৰ দি থৈ যাবগে এদিনাখন এই পৃথিৱীৰ পৰা ❣️😭😭😭
Baki ji kwa kwa kin2 zubeen da jwa kotha ketiyao nkoba plz
😔🙏
😭🙏
Kotha khini accept koribo nuari🙏
Zubeen Garg ❤️
Zubeen da r gan ru Prastuti ba r acting uff😌❣️❣️❣️😘😘😘😘😍😍❤️💚❤️
এনেকুৱা গান সম্ভৱ অকল দাদাৰ মিঠা সুৰত ❣️ জয় জুবিন দা🙏
❤️
For this song thanks to zubeen da,Ajay phukan da and prostuti baa.... love it
কলিজা চুই গৈছে। ভগৱান জুবিন দাৰ মাত সদায় 🔥🔥💥💥
This is the world heart tuching song....Ma pita mor bhogaban....❤️🙏
Bohut hundr geet r uphar zubeen da..ji ajir pojonmor babe ak buji vabi koriblogia geet.❤️❤️
বছৰ বছৰ ধৰি দাদাই দেউতাক লৈ একোতা গান দি যায়।,ধন্যবাদ দাদা❤️❤️
Must beautyfull song zubin daa I love dewta.
হৃদয় জুৰ পৰি গ’ল গীতটি শুনি ॥ জয় জুবিন দা 🫶🏼♥️
"মুখতে ৰং সানি বুকুতে ঘৰ সাজি জীৱন নাটৰ নায়ক তই" 🥺🥺🥺❤️❤️❤️❤️
I Luv you so much Deuta 🥺❤️ Bujabo nuwaru kiman besi val pau tumak 🥺❤️ সদায় ভালে থাকা তুমি । তুমি মোৰ বাবে কৰা কষ্টবোৰ সদায়েই মনত পৰে অ' দেউতা । সেই যে হেজাৰ ৰ'দ বতাহ বৰষুণ নেউচি মোক স্কুলত থ'ব গৈছিলা ❤️ কথা দিছো , তোমাক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ , ভৱিষ্যতে সদায় সুখত ৰাখিম তোমাক । মোৰ চুপাৰহিৰো তুমি। ❤️❤️
And ZUBEEN GARG , you murdered the whole song with your killer voice 🥵🥵🔥🔥🔥
I can't tell you , how much I love you . You are my inspiration ❤️🎶
সচাঁকৈয়ে প্ৰত্যকটো শব্দই অন্তৰ চুই গ'ল ❤️
উপভোগ কৰিলোঁ আজি🙂, সঁচাকৈ বহুত সুন্দৰ গীত টোৰ লগতে "মই নাটক কৰা ছোৱালী" নাট খন❤️🔥😭
Joi zubben da ❤️ love.....2024 ot kuna hunisa
Aitu hoi Zubeen Dar jadu......🥺🥺🥺❤️❤️❤️❤️🙏🙏🙏🙏🙏🥺🥺🥺
কি ধুনীয়া কন্ঠ ❤️❤️ জুবিন দা
Babulee congratulations 👏
AC multimedia 2 m hobu
Zubeen da sodai amk anekua upohar d thka... Lv u always dada...
জুবিন দা ও অমনি নালাগে আপোনাৰ গীত শুনি
Love u from heart' 💚💚💚
Zubeen da Tumi Khodai khusto hoi Takiba
Tumar Gite Amar Hiya sue jai 🥰😘
Jai Zubeen Da 🙏🙏 # Love'YouZubeenDa 😘😘
পিতাৰ প্ৰতি থকা মৰম খিনি❤️❤️😘😘
I love u dewta ...natak khan salu bahut val lagise......zubinda song to doniya hoise
I also missing my Baba and Ma..The Song touched every heart Really Vaiyya..Tnq So Much Vaiyya.I'm Bangladeshi But I live at Saudi Arabia.I love too much all of Assamese Song Bro..💜💕👉🇸🇦💕🇧🇩🌿🌿🌿
É2
Ufffffff🥺❤️
Unbelievable, amazing, fantastic 😍😍😍😍
মন চুই গৈছে ও ❤️💖🌹
Koliza Puri goisa oo 😢 zubeen da ♥️🥰
কি ধুনীয়া জুবিন দা আপোনাৰ কণ্ঠ
A big Salute to you Zubeen Da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤ahff
I Love You My Zubeen Dada😘😘😘🥰🥰🥰❤️❤️❤️💝💝💝☺️☺️☺️
Oh God very heart touching song...zubeen garg voice very heart...love you zubeen garg my heart
Pitai oi akou ghuri aha.. baba buli muk mati sua..
Miss u deota..
Hundor gan .
Gaan tuu val lagise ,,,joi zubeen da
Zubeen Garg da Dhuniya ❤️❤️❤️❤️
❤️❤️❤️ জয় প্রস্তুতি বা ❤️❤️❤️
Zubeen da amr babe vgban❤️
Jibon Hatikakoti(kakomoni da)excellent acting...you're wonderful, I am proud of you...
Bhut dhuniya dada
হ্নদয় চুই গল জুবিন দা।দেউতা নাই যে😔😥
I miss you alodzzzz deuta..thank you zubeen da for dis wonderful song ❤️👌👍🙏
Wow so sweet Zubeen daa 💞💞💖💖♥️
জয় জুবিন দা 😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
heart touching... love you zubeen da ♥️♥️
❤️❤️❤️ জয় জুবিন দা ❤️❤️❤️
Wao very interesting song.. Zubeen is the best singer 🎤🎤🎤💖
This song is touched everyone hearts❤💞❤💞
হৃদয় জুৰ পেলোৱা এটি গীত🥰🥰 জুবিন দা😍😍
Bohut bhal lagil.....❤️
Mon sui goise jai zubeenda.
Kobola bhakha nai o Zubeen da apunak ,❤️❤️❤️🙏🙏🙏🙏💯💯🌹🌹🌳
Heart ❤️ touching..
Song tu hunale sokur pani norkhai i love zubeen garg
Hsake zubeenda hur2 agor Dore hoi ase.❤️❤️❤️
wow.... heart touching song...
dhuniya 💕❤
Heart touching base with my Father,,
Nice song ❤️❤️❤️ apunar konthot Saraswati biraj korokk zubin daa 🙏
bht dhunia hoise ki km kble vakha nai
Heart touching... miss you papa""”
পিতাই ❤️❤️
Beautiful song voice awsom
😭😭😭😭👏👏👏👌👌👍👍❤️❤️❤️ Hard touching song
Wow it's amazing 🔥 🔥
পিতা ঐ♥️
Power of voice... 🔥🔥
Iman dukh lage 🥺 kisuman kotha monot pori gol
Zubeen da hodai hokolure hiyoyot ase aru thakibo
Lovely song❤️❤️
Bohot dhuniaaaa gaan...Love u Zubeen da
U are king 🤴 zubeen da ❤
সুন্দৰ এটি গীত শুনিবলৈ পালো।
অভূতপূৰ্ব নাটক (মই নাটক কৰা ছোৱালী) লগতে জুবিন দাৰ কণ্ঠ 💖🔥🔥
Really heart touching story & songs ❤️❤️
Lovely 😍
Awesome 🤩🤩
❤❤❤❤ hearttachinh song
জুবিন দাৰ গান শুনিলে শুনি থাকিবৰ মন যায় ।
Nice song
Dhuniya
Ki hundor mat zubeen da ,🥰🥰
Very nyc vdo nd song❤️❤️❤️❤️🔥🔥🔥🔥🔥
Heart attect vidio songs love you ajoy fhukon
মন চুই গল
Gaan tur Logote music O Moja hoise