Chupa Chupi: EPISODE 9 | Atlas Creation | Pranab Bharali | Hrisikeesh Patggiri | Assamese Web Series

Поділитися
Вставка

КОМЕНТАРІ • 6 тис.

  • @debasishsaikia7543
    @debasishsaikia7543 3 місяці тому +600

    This is a slap for those who say the Assamese industry lacks content and quality these days. They have proven otherwise. The Assamese industry is in safe hands. Just wait and see.❤

    • @bhaskarkalita1304
      @bhaskarkalita1304 3 місяці тому +6

      This movie is only for 90's kids..

    • @Beckenbauer-by1rm
      @Beckenbauer-by1rm 3 місяці тому

      ​@@bhaskarkalita1304 mne 2000s khiniye bujibo nuaribo😂

    • @Jatin7321
      @Jatin7321 3 місяці тому +11

      ​@@bhaskarkalita1304No ! You are wrong !

    • @user-qs8rz2hf1r
      @user-qs8rz2hf1r 3 місяці тому +3

      Appreciated bro,industry is in safe hands ❤

    • @Mumumou2006
      @Mumumou2006 3 місяці тому +3

      ​@@bhaskarkalita1304u're wrong

  • @RajDeep-107
    @RajDeep-107 3 місяці тому +532

    আচলতে সকলো মানুহে নিজৰ মাজতে একোটা কাহিনী লৈ ঘূৰি ফুৰে ব্যস্ততাৰ মাজৰ এই পৃথিৱীত....
    কিমান নিসংগতাই আগুৰি ধৰিলে কোনো মানুহে শুদ্ধ ভুলৰ বিচাৰ নকৰাকৈ সকলো কৰি যাব পাৰে সেইয়া উৰ্মিলা বৌ য়ে বুজাইছে...
    সময়ৰ সোঁতত অনুভৱ নোহোৱাকৈ কৰা ভূলৰো যে শুধৰণিৰ এটা চেষ্টা কৰিব পাৰি সেইয়া তিনি বন্ধুৰ কাহিনীয়ে দেখাইছে...
    ভুল হলেও কোনো মানুহৰ পৰা কৰা আশাৰ সাগৰত ডুবি থকা জনে যদি হঠাৎ গুৰুত্বৰ অভাৱ অনুভৱ কৰে তেন্তে তাৰ পৰিণাম নিজৰ বাবেই কেনেকুৱা ভয়ংকৰ হব পাৰে সেইয়া ৰমা দাই বুজাইছে....
    মানুহক আপুনি যিমানে ভাল নাপাওঁক কিয় নতুন আহিলে যে পুৰণাক পাহৰা যায় সেইয়া দেখাইছে গোটেই মহিলা চৰিত্ৰ কেইটাই.....
    শুদ্ধ পথ দেখুৱাতকৈ ভুল পথলৈ ঠেলি দিয়া ব্যক্তি যে জীৱনত অধিকাংশ তাৰ সত্যতা প্ৰমাণ কৰিছে ৰমাৰ দৰে চৰিত্ৰ কেইটাই.......
    আৰু আধুনিকতাৰ প্ৰভাৱে যে মানুহৰ মন মগজু বখলীয়াই খাব পাৰি সেইয়া মোবাইল ফোনৰ প্ৰবেশে প্ৰমাণ কৰিছে।।।
    এখন সুন্দৰ series ❤️😍

    • @tonmay8259
      @tonmay8259 3 місяці тому +6

      Xosankoi mon sui gol apunar kotha khinie .❤

    • @RajDeep-107
      @RajDeep-107 3 місяці тому

      @@tonmay8259 ধন্যবাদ❤️

    • @RosmiPator
      @RosmiPator 3 місяці тому +5

      Xosa Kotha kobole gole 10 episode salu val lagil sai kintu tat mur besi val lagise khexot apunar Comments tu pohi eman dhuniya koi apuni kotha bur bujai dise comments tu pohiye mon tu kiba ata bujabo nuwara koi vl lagi goise bohut gita kotha xikilu apunar pora 😊

    • @RajDeep-107
      @RajDeep-107 3 місяці тому +2

      @@RosmiPator dhonyobad apunaloi❤️

    • @RajDeep-107
      @RajDeep-107 3 місяці тому

      @@tonmay8259 dhonyobad ❤️

  • @sunjitsagar946
    @sunjitsagar946 3 місяці тому +143

    Acting next level hoise.. especially school boy 3 ta aru Urmila bou jonir

  • @HappyMaina-
    @HappyMaina- 3 місяці тому +124

    কাহিনীটোৰ জৰিয়তে বহুত কেইটা কথাই বুজিব পৰা যায়. এজনী নাৰি যেতিয়া নিসংগতাত ভোগে তেতিয়া তাই যাৰেই সঁহাৰি পাই তাৰেই কাষ চাপে. আৰু পুৰুষ অবিহনে কোনো নাৰী বৈশ্যা হব নোৱাৰে। ভাল লাগিল বাৰু মোবাইল য়ে জীবন ধ্বংস কৰিছে সেইটোও ধুনীয়াকৈ উপস্থাপন কৰিছে..

    • @jaangogoi1258
      @jaangogoi1258 3 місяці тому

      Akdom hosa kotha... Mobile aru boyokht koi dangor lorar logt hong korile lorabur kenekoi borbad hoi dekha goise.. Logote Mak deutak bure lora suali k je soku dib lge heitu hosa

    • @r.dmusic7688
      @r.dmusic7688 2 місяці тому

      Sosa kotha kintu

    • @jin2das763
      @jin2das763 2 місяці тому

      ধুনিয়া comment দিছে.. 💯 Likes

    • @BharjanDas
      @BharjanDas 2 місяці тому

      Happy maina ❤❤❤

  • @trishusaikia7211
    @trishusaikia7211 3 місяці тому +253

    "বৌ মুখলে চাওঁতে মা লৈ মনত পৰি গল " আজিৰ দিনত যিবোৰ ঘটনা হৈ আছে সকলোৱে যদি এবাৰ হেই ছোৱালী জনি মুখ খন চাই নিজৰ মা বা ভন্টি লৈ মনত পৰিল হয়। তেন্তে দিনে দিনে বেয়া ঘটনা বোৰ নঘটিল হৈ 😢 বহুত ভাল লাগিল চাই ❤❤

  • @kangkannn
    @kangkannn 3 місяці тому +215

    অসমীয়াৰ বোলছবিৰ জগতখন ইমান আগবঢ়িব বুলি ভবা নাছিলো । অতি সুন্দৰ ❤❤।।

  • @roneeaxom3589
    @roneeaxom3589 3 місяці тому +108

    গোটেইকেইটা খণ্ড একে দিনাই চাই শেষ কৰিলোঁ । বৰ্তমান দিনৰ অসমীয়া বোলছবিৰ কাহিনিতকৈ বহুত ভাল হৈছে আৰু অভিনয়ো বহুত ভাল হৈছে ভাল লাগিল । অপেক্ষা season 2ৰ.....😊❤

  • @apurbadeka6823
    @apurbadeka6823 3 місяці тому +28

    উফ্ কি কাহিনী, কি অভিনয়..❤শেষত কন্দুৱাই দিলে দেই..😢 বৌক দেখি মাৰ মুখখন মনত পৰি গৈছিল..❤❤ সকলোৱে যদি তেনেকৈ ভবা হলে।

  • @Elvish-e8s
    @Elvish-e8s 3 місяці тому +826

    90's ৰ kids বোৰে এই series খন চাই nostalgic হৈ পৰিব। সঁচাকৈ আমাৰ দিনবোৰ এনেকুৱাই আছিল।

    • @Pujadas-jp7oq
      @Pujadas-jp7oq 3 місяці тому +11

      Ki tumalukeu tenekoi pron saisila ni aru video bonaisila ni😅

    • @JagatDoley-qj5mb
      @JagatDoley-qj5mb 3 місяці тому +10

      Yes Urmila bour topic2 eri guteibur tooic aami pai aisu really😘😘

    • @GyanVigyanAxom
      @GyanVigyanAxom 3 місяці тому +5

      Ekdom mane scene bur amar logt mili goise. ❤

    • @Bindasgirl23
      @Bindasgirl23 3 місяці тому +2

      Yes

    • @tapandeka7629
      @tapandeka7629 3 місяці тому +2

      একেবাৰে আমাৰ দিন বোৰ এনেকুৱা আছিল😊

  • @Mooon652
    @Mooon652 3 місяці тому +1608

    Akedinai ataikeita episode salu..eagerly waiting for next season

  • @achyutbora7746
    @achyutbora7746 3 місяці тому +90

    একদম স্কুলৰ দিনবোৰলৈ মনত পৰি গল। বহুত ভাল লাগিল চাই। শিৱ শিৱ শিৱ একেটা উশাহতে তিনিবাৰ শিৱৰ নাম লৈ সঁচা কৈছোঁ।।

  • @linkansarania
    @linkansarania 3 місяці тому +12

    সঁচাই , অসমত প্ৰতিভাৰ অভাৱ নাই। অসমবাসী প্ৰতিভাৰ ফালৰ পৰা অধিক টনকিয়াল কিন্তু অৰ্থৰ ফালৰপৰা হে দুৰ্বল । অৰ্থ আৰু ৰাজনীতিয়ে ৰাজহাড় নাভাঙিলে আজি অসমৰ film industry দক্ষিণ ভাৰতৰ film industry দৰে বিশ্ববিখ্যাত হ'ল হেঁতেন 😢😢😢 ইমান সুন্দৰ অভিনয় ❤ সঁচাকৈ আপ্লুত হৈছোঁ ❤❤

  • @Amit___barman
    @Amit___barman 3 місяці тому +113

    ইন্টাৰনেট ব্যৱহাৰ কৰক কিন্তু ভাল কামত ব্যৱহাৰ কৰক। নমস্কাৰ মই নকওঁ যে ইন্টাৰনেট বেয়া বস্তু কিন্তু ব্যৱহাৰ কৰিব ভাল কামত আৰু এটা কথা মই কোনো ১৯ চনত জন্ম হোৱা লৰা নহয়। নমস্কাৰ মোৰ ঘৰ সৰভোগ । কবলৈ গলে ইমান যে ধুনীয়া হৈছে বহুত বহুত ধন্যবাদ এনেকুৱা এখন Web series মুকলি কৰি দিয়াৰ বাবে।

  • @sanjanakochari2468
    @sanjanakochari2468 3 місяці тому +90

    আজি টাউনত এজনৰ মুখত শুনিছিলো চুপা চুপিখন চাবলৈ বেয়া নহব । ঘৰলৈ আহি ১ ৰ পৰা একদম শেষৰলৈকে ৯ টা খণ্ড চাই শেষ কৰি দিলো । বহুত ভাল লাগিল মোৰ স্কুলীয়া জীৱনটো মনত পৰি গ'ল। আশা কৰো ইয়াৰ পিছৰ খণ্ড অতি সোনকালে দিয়ে যেন । চাবলৈ অধিৰ আগ্ৰহেৰে ৰৈ থাকিম । 🙏

  • @PallabBora-ky1ui
    @PallabBora-ky1ui 3 місяці тому +90

    10 পৰা আকৌ লাগে ভাল লাগিল কাহানি বোৰ আজিৰ দিনত হৈ থকা ঘটনা ।আগুৱাই যাওক আৰু আকৌ আৰম্ভ কৰক নতুন episode 10🙏👌

  • @N.R.S.Viewpoint1025
    @N.R.S.Viewpoint1025 23 дні тому +2

    একেদিনাই সম্পূৰ্ণকৈ চালোঁ।
    সাধাৰণ সমাজ জীৱনৰ দুঃখ, মৰ্ম-বেদনা, আৰু তাতোতকৈ ডাঙৰ আধুনিকতাৰ সমান্তৰালকৈ চিন্তাধাৰা আৰু সমাজ পৰিৱৰ্তনৰ এক সুন্দৰ উপস্থাপন।
    Much appreciated 👍🏻 keep going......

  • @nayanpatgiri84
    @nayanpatgiri84 3 місяці тому +93

    এনেকুৱা ভিদেও চাই সময় নষ্ট কৰিলেও বেয়া নালাগে
    বাস্তৱ জীৱনৰ বহুতো উদাহৰণ খুব ধুনীয়াকৈ দাঙি ধৰিছে।
    বহুত বহুত শুভেচ্ছা থাকিল সকললৈ❤

    • @tanmay0707
      @tanmay0707 3 місяці тому

      Anekua videos sale time waste kra nubujai😊

    • @gamingsanam7
      @gamingsanam7 3 місяці тому

      ​@@tanmay0707bekar buli bujai😂

  • @Dhritiraj170
    @Dhritiraj170 3 місяці тому +110

    বাস্তৱৰ পৰা হঠাৎ যান্ত্ৰিকতা, মোবাইল, মিচকল আৰু অভিনেতাসকলৰ অভিনয়ৰ সুসমন্বয়ত এখন অসমীয়া Web Series চুপাচুপি❤️

  • @chilmilsapun325
    @chilmilsapun325 3 місяці тому +48

    হঠাৎ অহা পৰিৱৰ্তনবোৰে চিঠি, ডাকোৱাল, P.C.O বোৰক ইতিহাস কৰাৰ দৰেই সম্পৰ্কবোৰকো কোবালে। যন্ত্ৰই নিয়ন্ত্ৰণ কৰা সম্পৰ্কবোৰো যান্ত্ৰিক হ'ল। চাই থাকোতেই ইমান পৰিৱৰ্তন। এখন নিভাঁজ পৃথিৱীলৈ অহা যান্ত্ৰিক পৰিৱৰ্তনবোৰ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। একে বহাতে চালোঁ। শেষটো সাংঘাটিক।
    Shine on team Atlas ❤

  • @SushilRajuwar
    @SushilRajuwar 3 місяці тому +26

    একদম আমাৰ লগত ঘটি যোৱা কাহিনীবোৰে চোড কৰিছে ভাল লাগিল। আৰু next টো লৈ বাট চাই আছো। ❤

  • @simantabanikya1391
    @simantabanikya1391 3 місяці тому +38

    অভিনয় আৰু চিত্ৰনাট্য অতি সুন্দৰ, কোনো বৰা, শৰ্মা ই নোৱাৰিব,Over acting অলপো নাই,জুৰ জবৰদস্তি অভিনয় কোনেও নাই কৰা, আশাকৰোঁ আৰু ভাল ভাল web series দেখা পাম ❤❤

  • @SaratSaikia-dz1rc
    @SaratSaikia-dz1rc 3 місяці тому +93

    একেউশাহতে একৰ পৰা নটা খণ্ড চাই শেষ কৰি দিলো।দেখাত কাহিনী যেন লাগিলেও বাস্তৱ জীৱনৰ বহুত ছবি ইয়াত সুন্দৰকৈ প্ৰকাশ পাইছে। আমিও প্ৰথমে মোবাইল আহোতে লুকাই চুৰকৈ মেমৰি ভৰাই লগৰ সমনীয়া লগত চাইছিলো। সঁচাই নষ্টালজিক হৈ গলো Series খন চাই। পৰবৰ্তী Episode লৈ অপেক্ষা কৰিলোঁ।

    • @KrishangkuKashyap
      @KrishangkuKashyap 3 місяці тому

      Ki nu dngr kotha, kisuman khondo 15-16 mins

    • @dhrubajyotihaloi4293
      @dhrubajyotihaloi4293 3 місяці тому +1

      বাস্তব জীৱন লগত কাহিনী ভাগৰ ৯৯% মিল আছে। আজিৰ দিনত কৈ আমি ৯০ দশকৰ মানুহ বিলাকে সছাঁকৈ দিন বোৰ বৰ ধুনীয়া কৈ পাৰ কৰিছিলো

    • @kankanadeka-kq9cy
      @kankanadeka-kq9cy 2 місяці тому

      Very nice

  • @santanudas8684
    @santanudas8684 3 місяці тому +193

    বৌৰ ফালে চাই দিয়াৰ লগে লগে মাৰ মুখখনলৈ মনত পৰি গৈছিল----😞😞।বাসনা কৰুণালৈ ৰূপায়িত হোৱাৰ জীয়া ঘটনাটি❤❤🙏🙏🙏🙏।

  • @barnalimunmedhi4525
    @barnalimunmedhi4525 3 місяці тому +5

    অতি সোনকলেই পৰৱৰ্তী খণ্ড টি দিয়াক । ১০০% গুৰুত্বপূৰ্ণ কথা কথাবোৰ সুমুৱাইছে ভাল লাগিছে।🙏🙏🙏🙏🙏

  • @subhankarbarman5294
    @subhankarbarman5294 3 місяці тому +42

    মোবাইল...... সঁচাই পাহৰি পেলাইছো কিছুমান তথ্য কিছুমান সত্য
    প্ৰসাদ হিচাবে গ্ৰহণ কৰিছো বিষৰ বুট, অজ্ঞানতাৰ মুগ , আৰু মিছা উপভোগৰ নাৰিকল ।
    Hats off to all team ..

  • @Devil._-Gaming
    @Devil._-Gaming 3 місяці тому +453

    বোৱাৰী Lover Hokolor Babe Ek ভয়ানক Episode

  • @junalihazarika6320
    @junalihazarika6320 3 місяці тому +43

    গোতেই কেইটা episode চালো বহুত ভাল লাগিল🤗❤️ next season ৰ অপেক্ষাত থকা সকলে like কৰি যোৱা👍✨❤️

  • @Debahuti_Gogoi
    @Debahuti_Gogoi 3 місяці тому +5

    Roop, Chanakya and Deepak in their coming of ages, exploring their sexualities while still being in an era where technology was limited to phone calls from a PCO and love meant being patient. While the objectification of women was neatly engraved in the plot but it was true to its spirit of human relations at the dawn of post modernisation 💫 What an excellant Axomiya series! Thank you creators and actors ❤🎉❤❤

  • @HarshitaDeka-t6u
    @HarshitaDeka-t6u 3 місяці тому +88

    দেখাত কাহিনী যেন লাগিলেও বাস্তব জীৱনৰ লুকাই থকা প্ৰকৃত ছবি এই গোটেই ছিৰিজ খনত প্ৰকাশ পাইছে , এনেকুৱা কাহিনী এটা প্ৰকাশ কৰাটো সাহসৰ কাম , মুখা পিন্ধা মানুহৰ আত্মদৰ্পন এই চিৰিজখন।
    এদিনতে গোটেই ছিৰিজ খন চাই শেষ কৰিলোঁ ...নিজৰ comfort zone এৰি অসমীয়া শিল্পীয়ে এনেধৰণৰ কাম হাতত লোৱাটো প্ৰশংসনীয় । আগুৱাই যাওঁক...

  • @jibeshad1153
    @jibeshad1153 3 місяці тому +1718

    Vote for season 2 ✊

  • @প্ৰিয়মজ্যোতিগগৈ

    ইমান ধুনীয়া storyline অ'...
    এদম স্কুলৰ দিনবোৰলৈ উভতি যাব পৰা হ'লে !
    সংগীতা আৰু আমাৰ মেমৰ কাহিনী বা ক'ত লুকাল!

  • @dipjyotihazarika1513
    @dipjyotihazarika1513 3 місяці тому +9

    একে দিনাই ৯ টা খণ্ড চালো.... ৯০ ৰ দশকৰ প্ৰতিজন ল'ৰা ছোৱালীৰ সুমধুৰ সময় খিনি এনেকে ঘূৰাই দিয়াৰ বাবে ধন্যবাদ "চুপা চুপি" পৰিয়াললৈ.....

    • @dimpigogoi6311
      @dimpigogoi6311 2 місяці тому

      মইও চালো আজি আটাইকেইটা episode বহুত ভাল লাগিল

  • @gamsouravkumarpawe2641
    @gamsouravkumarpawe2641 3 місяці тому +30

    ইমান ধুনীয়া অসমীয়া Web Series প্ৰথম বাৰ দেখিলো৷ কাহিনী,চিত্ৰনাট্য খুবেই প্ৰশংসনীয়৷ চুপা চুপিৰ সমূহ কলা কুশলী লৈ অভিনন্দন জ্ঞাপন কৰিলোঁ৷

  • @Jaganathboruah
    @Jaganathboruah 3 місяці тому +112

    এটা ৰাতিতে গোটে 9তা খন্দ চাই শেষ কৰিলোঁ চাই বহুত ভাল লাগিল।এনেকুৱা অসমীয়া ছবি সকলোৰে আপোন হিৰ্দয় চুই যায়।বহুত আশাৰে ৰৈ আছো আহিবলগা খিনি চাবৰ বাবে।।।।।।।।। ধন্যবাদ থাকিল গোটেই টিমতুলৈ।।।

  • @jyotishmandutta5323
    @jyotishmandutta5323 3 місяці тому +60

    একে ৰাতিয়েই গোটেই Episode চালো।সচাই সুন্দৰ উপস্থাপন।

    • @ashimvlogger2269
      @ashimvlogger2269 3 місяці тому

      Mmm moiiu Sai asu kin2 pothom kita khond vl asile

  • @hiramanilahkar8101
    @hiramanilahkar8101 3 місяці тому +5

    অভিনয়, সংলাপ, চিত্ৰনাট্য সকলো সুন্দৰ 👌 👍 👍 মুঠৰ ওপৰত একদম চুপাৰহিট চিৰিজ👏💯🙏

  • @Keshariya.1234
    @Keshariya.1234 3 місяці тому +76

    Series বোৰ চাই লিখিব লগা কিছু কথা......
    হিমাংশু দাৰ অভিনয় একদম নিখুঁত।
    আলফাস্বাধীনৰ পৰা অহা জয়ন্তৰ দাদাগিৰী আমাৰ অঞ্চলত আগতে এনেকুৱাই আছিল।
    চৌখুটী হাইস্কুলৰ পৰিবেশ দেুখুৱাত নিজকে গৌৰৱ অনুভৱ কৰিছো।
    জিত দাৰ অভিনয় কবলগীয়া।
    আগৰ দিনত PCO ৰ গুৰুত্বপূৰ্ণতা সুন্দৰ উপস্থাপন কৰিছে।
    মোবাইল পাই চলনাময় নাৰী কিদৰে বনিতা হব পাৰে সুন্দৰ উপস্থাপন কৰিছে।
    শেষত লিখক তথা পৰিচালকক ধন্যবাদ জ্ঞাপন কৰিছো।

  • @ৰক্তবাৰ্তা
    @ৰক্তবাৰ্তা 3 місяці тому +38

    সমাজৰ পৰা উৎপীড়ন বোৰ আতৰিব পৰাকৈ ধাৰাবাহিক খনি সুষ্পষ্ট🎉 , আগুৱাই যোৱা অল টিম🎉

  • @indirabaruah530
    @indirabaruah530 3 місяці тому +406

    Back to back 9 episode saisu be😍😍 ultimate 🔥💫❤️❤️

  • @AssamVlogs-dm9mr
    @AssamVlogs-dm9mr 3 місяці тому +16

    Imn Hunakle Series Hekh Hol wait Krim Aaru Episode Or Karone

  • @jimidas7050
    @jimidas7050 3 місяці тому +14

    বাঃ, কি ধুনীয়া উপস্থাপন। মানুহৰ মনৰ বিচিত্ৰ ভাববোৰ, যৌৱনৰ পৰশত মন মগজুৰ পৰিবৰ্তন বোৰ, নিভাঁজ অনুভৱ বোৰ, অকলশৰীয়া জীৱনৰ নিসংগতা আঁতৰোৱাৰ হেঁপাহত বুকুত গুজি লোৱা বিষবোৰ, বিশেষকৈ মোবাইল হাত লগাৰ পিছতে সলনি হোৱা জীৱনৰ শৈলীবোৰ , বৰ ধুনীয়া প্ৰকাশ। অভিনয়ৰ কথা কি ক'ম, সকলোৰে একেবাৰে নিখুঁত অভিনয়, বহুত বেছি natural, তাৰ বাবে কাহিনী নহৈ চকুৰ আগতে দেখি থকা যেন লাগিছে। বহুতো জানিবলগীয়া, তাতোকৈ অধিক বুজিবলগীয়া🙏🙏

  • @chiranjeebsarma7225
    @chiranjeebsarma7225 3 місяці тому +73

    বিদুৰ্ভাই আৰু চুপা চুপি দুইখনে super duper hit 🎉🎉🎉🎉 ভাল লাগিলে

  • @UrajDas-rq2ji
    @UrajDas-rq2ji 3 місяці тому +316

    This series shows that how mobile destroyed our relations 😭..A true love is stay loyal for each other but this generation never want to stay loyal..😢

  • @nir9764
    @nir9764 2 місяці тому +11

    mojja.. Sai thakute 1:51 am ketiya hol gomei napalu.. Bhal lagise sai

  • @Notforthefuture
    @Notforthefuture 3 місяці тому +21

    the scene in which the three friends left the bat and ball had me !! I COULD REALLY UNDERSTAND THE DOP POV . very deep story execution and cinematography. GOOD WORK TEAM .

  • @fununlimited2947
    @fununlimited2947 3 місяці тому +104

    Next episode logabure like kora

  • @deepphotography_123
    @deepphotography_123 3 місяці тому +93

    ফুল পাহে যদি নিজৰ সুন্দৰতা খিনি দেখিলে হৈ তেতিয়া হলে ফুল পাহ মৰহি নগল হৈ। কেনেবা সুন্দৰ প্ৰেয়সীৰ খোপাতা ঘৰ সাজিলে হৈ। এই লাইনটো বহুত ভাল লাগিল❤।

  • @sikhabaishyabaishya9601
    @sikhabaishyabaishya9601 3 місяці тому +22

    Akdinote চালো গোটেই episode ❤❤❤❤

  • @dipankarsaikia4435
    @dipankarsaikia4435 3 місяці тому +14

    অসমীয়া বিনোদন উদ্যোগত এনেকুৱা মান দন্দৰ চিৰিজ পাম বুলি ভবাই নাছিলো।প্ৰ্তিটো চৰিত্ৰ ইমান সুন্দৰ উপস্থাপন হৈছে তাৰ বাবে পৰিচালক সচাকৈয়ে ধন্যবাদৰ পাত্ৰ🎉🎉

  • @studio2339
    @studio2339 3 місяці тому +18

    90's kids like ata di jaba ❤
    সুন্দৰ উপস্থাপন। পৰৱৰ্তী খণ্ড লৈ অতি আগ্ৰহে ৰৈ থাকিম। 😊

  • @jintuhazarika5555
    @jintuhazarika5555 3 місяці тому +105

    ইয়াৰ দ্বাৰা বুজোৱা হৈছে মোবাইল ফোনে জগত খন বেয়া দিশত লৈ গল।। বহুত ধুনীয়া লাগিলে 9 তা খণ্ডয়ে। বাকি জয়ন্ত ই ফটা কণ্ডম কিয় ব্যৱহাৰ কৰিলে❤

  • @mritunjoys6579
    @mritunjoys6579 3 місяці тому +4

    Mind blowing....
    After two decades Assamese program salu...good work tram❤❤

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 3 місяці тому +16

    ধন্যবাদ প্ৰণৱ দা....ইমান ধুনীয়াকৈ উপস্থাপন কৰা বাবে। কাহিনী, পৰিচালনা, অভিনয় উত্তম। ❤

  • @Hriday555
    @Hriday555 3 місяці тому +17

    বোৱাৰী লভাৰ কেইটাক কৈছোঁ দেই ,বোৱাৰী ভালপোৱা আগতে এবাৰ ভাবি চাব এগৰাকী নাৰীক ভালপাই কাৰোবাৰ জীৱন বৰ্বাদ কৰি পেলাব পাৰে.. উৰ্মিলা বৌ ৰ দৰে আপোনাৰ ঘৈনিয়েকৰ লগতো হব পাৰে মোবাইল ফোন য়ে যে কি কৰি পেলালে 😢. ধন্যবাদ ইমান ধুনীয়া এখন webseries আমাৰ মাজত আগবঢ়াই দিয়া বাবে বহুত ভাল হৈছে কিছুমান নীতিশিক্ষা পালোঁ ❤❤🥰

  • @vlogsofdev1827
    @vlogsofdev1827 3 місяці тому +12

    প্ৰতিটো খণ্ড এটা এটাকৈ শেষ কৰি চালো
    ৰছনা সুন্দৰ পুৰণি দিনৰ স্মৃতি সোৱৰাই দিলে
    আৱহ সংগীত ইমান সুন্দৰকৈ সজাইছে
    বিভিন্ন ধৰণৰ মেছেজ দিছে চিৰিজখনে ।।
    উপস্থাপনবোৰ ভাল‌ লাগিছে পৰিচালকৰ দিশটো গুৰুত্ব ভালেই পাইছো
    দ্বিতীয় পাৰ্টৰ অপেক্ষাত

  • @BirajHukai
    @BirajHukai 3 місяці тому +6

    Bohut bohut dhunia eta msg dise webseries xonot ,, season 2 le wait korilu❤

  • @hirakjyotihazarika8177
    @hirakjyotihazarika8177 3 місяці тому +9

    সঁচায়ে খুব ভাল লাগিল , স্কুল জীৱনলৈ অলপ সময় ঘূৰি গৈছিলো, প্ৰৱনে কেতিয়াবা "কৃষ্ণচূড়া " বিশ্ববিদ্যালয় লৈ যায় আৰু এতিয়া "চুপা চুপিত " স্কুল‌ জীৱনলৈ | কাহিনীটো এক বাস্তৱিক কাহিনী , মোবাইলতোৱে সলনি কৰা জীৱন শৈলী কেনেদৰে প্ৰভাৱ‌ পৰিছিল সকলোৰে জীৱনত| সুন্দৰ অভিনয় সকলোৰে| মই এবাৰতে সকলো খণ্ড চালোঁ| প্ৰণৱক ধন্যবাদ আৰু সকলো অভিনেতা অভিনেত্ৰী সুন্দৰ অভিনয় কৰিছে| বিশেষকৈ উৰ্মিলা বৌ‌ সমাজৰ‌ বাস্তৱিক ৰূপ |

  • @dhanmonivlogs8398
    @dhanmonivlogs8398 3 місяці тому +45

    সুব সুন্দৰ কাহিনি ..একেদিনতে ১ৰ পৰা ৯টাকৈ খন্দ চালো..পৰবৰ্তি খন্দবোৰলৈ অপেক্ষা কৰিলো..😍

  • @arkajyotikalita7546
    @arkajyotikalita7546 3 місяці тому +14

    কি কম ইমান ধুনীয়া কাহিনী এটাৰ দ্বাৰা মানুহৰ মাজলৈ অনা বাৰ্তাটো ভাল লাগিল🌼👍 ।

  • @pranjalofficial7102
    @pranjalofficial7102 2 місяці тому +1

    মোৰ প্ৰচন্দ হি'ৰো জন শেষত দেখা পায় ভালেই লাগিল next episode বাবে অপেক্ষা কৰিলো।

  • @nmmalakar6579
    @nmmalakar6579 3 місяці тому +38

    Back to back একেদিনাই গোটেইকেইটা episode চালো,,এইটো last episode😊

  • @samujjal99
    @samujjal99 3 місяці тому +27

    ইমান সুন্দৰকৈ সকলোবোৰ উপস্থাপন কৰিছে...নষ্টালজিক হৈ পৰিলো কি কাহিনী, কি অভিনয় গোটেইখন চালো খুব ভাল লাগিল ❤

  • @kabitadas4911
    @kabitadas4911 3 місяці тому +14

    গোটেই কেইটা খণ্ড একেলগে চালো…সকলোৰে অভিনয় খুব সুন্দৰ…ভাল লাগিছে …আগলৈ অপেক্ষা কৰিছো…

  • @legendomega9672
    @legendomega9672 2 місяці тому +2

    ২০ বছৰ বয়সত প্ৰথম দেখা পালোঁ,,,,মনত লৈ ঘূৰি ফুৰা কথাষাৰ ওপৰত এখন চুটি ছবি। ভাল লাগিল বহু কথা ছবি খনৰ যোগেদি দাঙি ধৰিছে।

  • @Unhealthy0Club
    @Unhealthy0Club 3 місяці тому +20

    E1 to E9 গোটেইকেইটা একেলগে শেষ কৰিছো... ভাল লাগিল, Next season ৰ কাৰণে ৰৈ আছোঁ

  • @akgamingyt6622
    @akgamingyt6622 3 місяці тому +26

    খণ্ড কেইটা শেষ হোৱাৰ লগে লগে কিবা এটা আৱেগিক হৈ পৰিলোঁ, এনেকুৱা লাগিল যে ইমান দিনে চাই থকা খণ্ড কেইটা আৰ কেতিয়াও ঘূৰাই নাপাওঁ 😢❤

  • @PRITAMDAS-xj8ts
    @PRITAMDAS-xj8ts 3 місяці тому +11

    "এই ছৰুকলমখনে অতি উৎকৃষ্ট! গল্পকথন, চিত্ৰগ্ৰহণ আৰু অভিনয়ে অতুলনীয়। এই অপূৰ্ব শিল্পকর্ম সৃষ্টিৰ বাবে সম্পূৰ্ণ দলটোক ধন্যবাদ!❤

  • @devotionalbix
    @devotionalbix Місяць тому +1

    Super hit .... Assamiya cinemar anakua rup 🎉🎉🎉

  • @Xinzin-gh3rc
    @Xinzin-gh3rc 3 місяці тому +9

    Apart from the ending scary scene, I would say, 'If you were born between roughly 1975 and 1999 in Assam and cannot find yourself in any of the characters in this series, sorry, brother/sister, we cannot be friends because you may not from this planet.'
    Not a Professed Masterpiece.
    It is a Masterpiece.
    Lots of love to the Entire crew💕
    #IhaveLivedInTheCharacter

  • @Tilak-dp4im
    @Tilak-dp4im 3 місяці тому +11

    bhut dhuniya hoise kahini 2,sosa kotha kob gole সমাজৰ জীয়া কাহিনী এয়া ।।। সুন্দৰ উপাস্থাপন❤❤❤

  • @pijushsaikia5167
    @pijushsaikia5167 3 місяці тому +26

    শেষত মোৰ অতি প্ৰিয় কমল লোচন দা, কেলা এইখন সচাকৈ জুই ছিৰিজ হৈছে, ৰৈ থাকিম অ উৎসুকতাৰে❤

  • @axombotyt6540
    @axombotyt6540 3 місяці тому +1

    Each and Every aspect of these episodes were of a nostalgic emotion, as I can relate myself, since I belong to the 90's.
    The creators definately belongs to my generation, today's L- Generation won't have that emotion, excitement and struggle that we had to face at our times !
    Salute to the team, salute to my past golden days, as I'm proud of being a part of it too !
    Eagerly waiting for episode - 10 and so on !❤❤

  • @tulugogoi388
    @tulugogoi388 3 місяці тому +15

    Akedinai 9 episode hekh korilu.kahaniu eman episode sua nasilu.. hokolure avinoy hundor hoise.. bhut bhut val lagil... ❤❤❤

  • @kangkandeka9439
    @kangkandeka9439 3 місяці тому +8

    সঁচাকৈ ইমান ধুনীয়া হৈছে ❤ইমান দিনে মই কেৱল এনেকৈ হিন্দী webseries সমুহৰ next episodes চাবলৈ ৰৈছিলো এতিয়া এইখনৰ বাকী থকা episodes সমূহ এনেকৈ চাবলৈ ৰৱ লাগিব যেন পাইছোঁ !❤সঁচাই ইমান ধুনীয়া হৈছে 💌

  • @jeetsaikia496
    @jeetsaikia496 3 місяці тому +9

    বৰ্তমান সমাজৰ এখন জীয়া কাহিনী।সুন্দৰ উপস্থাপন কাহিনীটোৰ লগতে আটাইকেইটা চৰিত্ৰৰ।মোবাইল ৰ বাবে সকলো অধম হৈ পৰিছে।।।অপেক্ষা আগলৈ ভাল কাম বোৰ কৰি যাওক......

  • @hirockbora8795
    @hirockbora8795 3 місяці тому +3

    Really Bhut Val lgil ajir dint ai mobile r kroneotei bhut bea kam bur hoi thkibo dhorise sobei jodi adhunikota ari agr dorei thkile hoi.....Axa thkil ako jte series 2 continue hoi ❤

  • @csikhakakati4187
    @csikhakakati4187 3 місяці тому +20

    প্ৰথম Episode টোৰ পৰা চালো এটাও কমেন্ট কৰা নাই কি কম কি লিখিম একো ভাবিয়ে পোৱা নাই 😢 ইমান ধুনীয়া হৈছে আৰু লাগে Episode...
    Ultimate Hoise ❤🔥
    Himanshu Daa 🔥

    • @Pujaraj119
      @Pujaraj119 3 місяці тому

      Moio salo bor vl lgil de

  • @nihalbania7502
    @nihalbania7502 3 місяці тому +5

    গোটেই কেইটা খণ্ড চালোঁ....অতি সুন্দৰ...👌
    সৰুতে পোৱা school ক যোৱাৰ পৰা ডাঙৰ হোৱালৈকে গোটেই খিনি আকৌ এবাৰ মনত পৰি গল ।
    Waiting for Next Part.....!

  • @bhabanagoswami-dj6yf
    @bhabanagoswami-dj6yf 3 місяці тому +4

    Got all the reminiscences from how we all grew up. That transferring point when we had that cellphone in hand, that school's love , texting and all. Really appreciate it. Waiting for the next season.

  • @NabaDeep-ti9tb
    @NabaDeep-ti9tb Місяць тому

    Season 2 lage pranab daa❤🎉
    Aibar r khoti 3 bar salu gutai kita episode..mojaaa hoise ❤️‍🔥
    Waiting for season 2 💍

  • @rupam8912
    @rupam8912 3 місяці тому +50

    আঁতৰি দিয়ক ..........কমললোচন আহি আছে ❤❤ next session ত

  • @apurbaxom8205
    @apurbaxom8205 3 місяці тому +8

    সময়ৰ বহুত অভাৱ । তথাপিও
    প্ৰথম খন্দ চোৱাৰ পিছত আৰু নোৱাৰিলো।
    কিবাকে গোটেই খিনি শেষ কৰিলোঁ। বহুত বহুত ভাল লাগিল।❤❤

  • @lakhinandantt
    @lakhinandantt 3 місяці тому +21

    We need many more seasons of Chupa -chupi. TVF level content. 🔥

  • @purab6501
    @purab6501 3 місяці тому +1

    Kudos to the team..A good work in your capacity but I will be expecting a better screenplay in the upcoming season.

  • @kbgamingff1764
    @kbgamingff1764 3 місяці тому +10

    মবাইলে আজিৰ প্ৰজন্মক কেনেদৰে ধংস কৰিছে তাৰ এক উদাহৰণ মাথো এই চিৰিজ খনৰ সমূহ কৰ্মকতাক ধন্যবাদ জনালো 🙏🙏

  • @rubulbania3557
    @rubulbania3557 3 місяці тому +50

    Mobile phone j kimn মানুহক ধ্বংস কৰিছে ইআৰ চলন্ত উদাহৰণ এই seris খনৰ পৰা বুজা গৈছে

  • @Digital-Access-by-Rahul
    @Digital-Access-by-Rahul 3 місяці тому +60

    Emotional ✔️Funny✔️Love ✔️18+😅 The Beast Webseries From Assam ❤

  • @pankajkalita2370
    @pankajkalita2370 3 місяці тому +2

    Akedinai sowanai kintu gotei keita salu aji ..bhut bhut val lagil akha koru next season bhut xonkale sabo parim

  • @parashhh
    @parashhh 3 місяці тому +9

    HPD you are a genius man... Ki bonaise Mane... Characters Structure, Cinematography, Story, Gaon r simplicity... Genius man 🙏❤️...

    • @GyanGautam
      @GyanGautam 3 місяці тому

      Thank you brother, but HPD played the character only but it’s created by Pranab Bharali (Krishnachura’s Maker).

  • @mahendraphukan6740
    @mahendraphukan6740 3 місяці тому +6

    প্ৰতিটো চৰিত্ৰ এই বিচিত্ৰ, বিচিত্ৰ চৰিত্ৰৰ মাজত সোমাই থকা প্ৰতিখন জগত এই প্ৰকৃত।
    ভাল লাগিল চায়।।

  • @saikia66
    @saikia66 3 місяці тому +10

    সুন্দৰ.... সকলো শিল্পী লৈকে শুভেচ্ছা থাকিল... আশাকঁৰো অনাগত দিনত এনেকুৱা ধুনীয়া ধুনীয়া কাহিনী উপভোগ কৰিবলৈ পাম ❤

  • @bijtsharma7218
    @bijtsharma7218 2 місяці тому

    After the panchayat i found a very good series which took me back to my childhood.
    Really appreciate all the actors and everyone thanks for giving us this beautiful series..
    God bless 🙏🙏

  • @suranjona486
    @suranjona486 3 місяці тому +61

    Vote for season 10

  • @digantanath2622
    @digantanath2622 3 місяці тому +7

    একেদিনাই 9 টা খণ্ড চাই শেষ কৰিছোঁ৷ সচাকৈ ভাল লাগিল৷ পৰৰ্ৱতী খণ্ড সমূহলৈ বাট চাই ৰ’লো৷❤

  • @teenpattigaming6430
    @teenpattigaming6430 3 місяці тому +11

    সঁচাকৈ ইমান ধুনীয়া উপস্থাপন ... আহিবলগীয়া খণ্ড বোৰ এইটকৈও ভাল হব বুলি আশা ৰাখিলোঁ...ধুনীয়া হৈছে....❤❤

  • @pallabisaikia3053
    @pallabisaikia3053 3 місяці тому

    বহুত ভাল লাগিল।স্কুলীয়া দিনবোৰলৈ মনত পৰি গ'ল। চাইকেল লৈ জুম বান্ধি টিউচন যোৱা। সঁচাই স্কুলীয়া দিনবোৰৰ মাদকতাই সুকীয়া। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।

  • @tanu2222-qq9nk
    @tanu2222-qq9nk 3 місяці тому +9

    এই কাহিনীৰ কিছুমান চৰিত্ৰ বোৰ মানি লবলৈ টান যদিও এয়াই বাস্তবত চলি আছে.... সঁচাকৈ আমি যে কিমান সলনি হলোঁ এই সকলোঁ ব্যৱস্থা থকা ফোন বোৰ লৈ.... ফোন আহি বহুত ভালও হৈছে আৰু বেয়াও হৈছে.. এই কাহিনী টোৱে বুজাই হল ❤

  • @DeepankurVlogs
    @DeepankurVlogs 3 місяці тому +20

    ৰাতি পোহৰ হল চাই শেষ কৰিলোঁ,আৰু চাব মন a থাকি গল, খুব natural সুন্দৰ অভিনয় সকলোৰে। য়াহে এক্টিং।
    পিছে ছোৱালীয়ে বেলেগ লৰা পালে সঁচাকৈ সলনি হয় বৰ বেয়া লাগে, পুৰণা জনক বাদ দি দিব পাৰে
    Thankyou

  • @morommoromlagise936
    @morommoromlagise936 3 місяці тому +120

    Next season চিনেমা হলত ৰিলিজ দিব লাগে 'বিদূৰভাই' ৰ দৰে...ইয়াতকৈ বেছি মৰম, আশীৰ্বাদ আৰু সন্মানজনক পৰিচয় আপোনালোকৰ প্ৰাপ্য ...আমি আশাবাদী আপোনালোকৰ পৰা আৰু ভাল ভাল উপহাৰ পাম বুলি.....শেষত এষাৰ কথাই কম - "Don't compromise with Quality."

    • @axomgogoi6664
      @axomgogoi6664 3 місяці тому +7

      এইখন সৰু episode খনে বহুত কথা শিকাই থৈ গল বেছিকৈ বেয়া লাগিল যেতিয়া বেত বল থৈ মোবাইল চাব ললে । 🥺ep খন বহুত কথা শিকাই থৈ গল । P.C.O তিনিয়ালি মোৰত থকা ফোন আহিলে ললাৰি কৈ যোৱা কথা টো এই বহুত ভাল লাগিল।

    • @priyankasaikia5302
      @priyankasaikia5302 3 місяці тому +2

      😢😢😢

    • @ashimpathak8301
      @ashimpathak8301 3 місяці тому +2

      সাধাৰণ সাধাৰণ চিন্তা,পৰিৱেশ পৰিস্থিতি, কেনেদৰে মানুহৰ জীৱন সলনি কৰিব পাৰে, সুন্দৰ সংলগ্ন চৰিত্ৰবোৰ, মনবোৰ কেনেদৰে সময়ৰ লগত সলনি হৈ যায়,প্ৰতিটো দৃশ্যই অৰ্থবহ । ভাল লাগিল । আপোনালোকৰ ভাল হওঁক । আশাবোৰ বাঢ়িল ...

    • @Biswajitgameing
      @Biswajitgameing 3 місяці тому +1

      Bro next season or loi thakim ❤ love from Mirza ❤

    • @kushagogoi447
      @kushagogoi447 3 місяці тому +1

      Bohut val lagil deei aku kobole aku nai aru
      Val lagil beleg val lagil

  • @himangshusarmah8473
    @himangshusarmah8473 3 місяці тому +2

    অতি সুন্দৰ শুভকামণা যাঁচিলো। নতুন ছবিখন সোনকালেই আনক।