Chupa Chupi: EPISODE 1 | Atlas Creation | Pranab Bharali | Hrisikeesh Patggiri | Assamese Web Series

Поділитися
Вставка
  • Опубліковано 17 гру 2024

КОМЕНТАРІ • 2,9 тис.

  • @pranjalbhuyan7515
    @pranjalbhuyan7515 5 місяців тому +271

    স্কুলীয়া দিনৰ নিভাজ প্ৰেমলৈ মনত পৰি গ'ল ❤❤ ভাল লাগিল নষ্টালজিয়া 😊

  • @bituthakuria3340
    @bituthakuria3340 5 місяців тому +344

    দশম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথাবোৰে বাৰুকৈয়ে আমনি কৰিলে । কিছু সময়ৰ বাবে কল্পনাৰ সাগৰত ডুবি গৈছিলোঁ । সেই প্ৰথম প্ৰেমৰ মাদকতা....❤ উফ...💐 ভাল লাগিল ।

    • @jaanbora2196
      @jaanbora2196 5 місяців тому +4

      Class 10 th val pai .... aji breakup hoise !

    • @BhagyashreeBorpatragohain
      @BhagyashreeBorpatragohain 5 місяців тому

      Tumi kun class atiya​@@jaanbora2196

    • @Mahantabimal998
      @Mahantabimal998 5 місяців тому

      একমত

    • @bituthakuria3340
      @bituthakuria3340 5 місяців тому

      @@jaanbora2196 হয় নেকি । প্ৰেম বহুত তিক্ত 😥

    • @bituthakuria3340
      @bituthakuria3340 5 місяців тому

      @@Mahantabimal998 হয়, ধন্যবাদ জনালোঁ 🙏

  • @avantikavlogs7070
    @avantikavlogs7070 5 місяців тому +145

    বহুতো স্মৃতি জড়িত হৈ আছে স্কুল দিনৰ কথা বেছিকৈ নৱম আৰু দশম
    স্কুল দিনৰ প্ৰেম সফল নহ'লেও সেই প্ৰেম আজীৱন স্মৰণীয় হৈ থাকিব ❤❤ ভালে থাকক ,,,,

    • @bhaitynarah9338
      @bhaitynarah9338 5 місяців тому +5

      আমি স্কুলত পঢ়া বয়সত প্ৰেম কি নাজানিছিলোঁ,, মাথোঁ এটাই আছিল কিবা ফাকি এটা মাৰি ঘৰলৈ কেনেকৈ যাম,, পিছে তুমি ইমান বৃদ্ধ বয়সতো স্কুলতে আছিল নে?

    • @drawStudioZz
      @drawStudioZz 5 місяців тому +2

      Yya you are right

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 5 місяців тому

      ​@@bhaitynarah9338 tumi aitah fokotiya asah tumar kothate janibo pari...########

    • @DikuKachamrie-qc3oh
      @DikuKachamrie-qc3oh 4 місяці тому

      Same history ❤❤❤❤

    • @RingkudekaRingkudeka-g7o
      @RingkudekaRingkudeka-g7o 3 місяці тому

      ​@@bhaitynarah9338😂😂

  • @shazeetalisksas6624
    @shazeetalisksas6624 5 місяців тому +29

    এটা স্মৃতি থৈ গলো ভৱিষ্যতে কোনোবাই মোৰ coment টোত like কৰিলে series খন এবাৰ চম।

  • @roneeaxom3589
    @roneeaxom3589 5 місяців тому +67

    হলত দিয়া চিনেমা বোৰত অভিনয় কৰা সকলতকৈ ইয়াত অভিনয় কৰা সকলৰ অভিনয় বহুত ভাল হৈছে । কাহিনীও ভাল । ❤️

    • @diptichoudhury6336
      @diptichoudhury6336 5 місяців тому +1

      অভিনয় অতি সুন্দৰ

    • @dipjyoti4752
      @dipjyoti4752 5 місяців тому

      Xosakoi bhut val val potiva lukai ase ayulukor

  • @nilanubhuti
    @nilanubhuti 6 місяців тому +367

    "এই শান্ত পৃথিৱীখনৰ হাবি কাটি এদিন মানুহে গাওঁ সাজিছিল, তাৰ পিছত গাওঁবোৰ কাটি নগৰ আৰু এতিয়া নগৰ কাটি নৰক বনাই আছে ....."

    • @AlimpyshreyamGogoi
      @AlimpyshreyamGogoi 6 місяців тому +4

      Sui goisil aikhar ei❤

    • @nilanubhuti
      @nilanubhuti 6 місяців тому +2

      @@AlimpyshreyamGogoi um

    • @sanjaynath1972
      @sanjaynath1972 6 місяців тому +1

      Bah bah

    • @tanmayhandique_
      @tanmayhandique_ 6 місяців тому +4

      মই বাক্য শাৰীতেই লাইক কৰিলো

    • @samudrakonwar4623
      @samudrakonwar4623 6 місяців тому +2

      ​@@AlimpyshreyamGogoixosakoi suii gol ghr kot tumar

  • @lovekush7146
    @lovekush7146 5 місяців тому +19

    কি কম ভাষা নোহোৱা হল👏👏👏👏👏
    আকৌ এবাৰ এই দিনবোৰ গুৰি অহা হলে❤😔😔😔😔

  • @sanjibdas1891
    @sanjibdas1891 6 місяців тому +329

    চিত্ৰৰ হিচাপত ঠাই বোৰ আমাক পুৰণি দেখুৱাইছে।।। কিন্তু বৰ্তমান সময়ত বাস্তৱত ঠাই বোৰ এতিয়াও এনেকুৱা এ।।। সঁচাকৈ ঠাই বোৰ ইমান ধুনীয়া।।।একেবাৰে গাঁৱলীয়া পৰিবেশ।।। কাহিনীৰ লগতে ঠাই বোৰ ও বহুত বহুত বেছি ধুনীয়া।।।

    • @Chinmoymedhi3
      @Chinmoymedhi3 6 місяців тому +5

      Lord for a reason 🙏

    • @sanjibdas1891
      @sanjibdas1891 6 місяців тому

      @@Chinmoymedhi3 mane toi o series khen saisa

    • @MunChoudhary-vo9fg
      @MunChoudhary-vo9fg 5 місяців тому +3

      Amr tare hoi bajali r choukhuty r school,,kaljira para..and director o amr gaore ❤❤❤❤

    • @sanjibdas1891
      @sanjibdas1891 5 місяців тому +1

      @@MunChoudhary-vo9fg bhut dhuniya thai...

    • @MunChoudhary-vo9fg
      @MunChoudhary-vo9fg 5 місяців тому

      @@sanjibdas1891 tq 🙏

  • @Jaygan13thF
    @Jaygan13thF 5 місяців тому +4

    বহুত ভাল লাগিল পুৰণা স্মৃতিবোৰ মনলৈ আহিলে আৰু মুখত অলপ হাঁহি আৰু চকুপানী দিলে সেই হাঁহি চকুপানীয়ে মৰমবোৰ এতিয়াও জীয়াই আছে আগলৈও থাকে যেন । মোৰ মনৰ সেইজন ব্যক্তি যেন সদায় ভালে কুশলে থাকে ❤

  • @MamonBaruah-j2f
    @MamonBaruah-j2f 5 місяців тому +71

    স্কুলীয়া দিনবোৰলৈ মনত পৰি গ'ল। মনটো যেন কিবা এটা বেলেগ হৈ গ'ল❤

  • @krishnaHazarika647
    @krishnaHazarika647 6 місяців тому +214

    " এতিয়া নগৰ বোৰ কাটি নৰক বনাইছে " best dialogue ❤😍

  • @morommoromlagise936
    @morommoromlagise936 6 місяців тому +229

    সকলো দিশৰ পৰাই উন্নত মানৰ হৈছে .....ইমান ভাল Quality ৰ web series 🎉এখন ইউটিউবত দিয়াত আচৰিত হৈছোঁ

    • @patowarypranjit8294
      @patowarypranjit8294 6 місяців тому +1

      Right

    • @palashdeka7534
      @palashdeka7534 6 місяців тому +3

      বালৰ web series

    • @nitumonisaikia6906
      @nitumonisaikia6906 6 місяців тому

      Balor bonaise kla hoi a​@@palashdeka7534

    • @lsd4889
      @lsd4889 5 місяців тому +1

      Kon2 dish r pra bht vl pala ... script namr sei ghati khn vl paisa ?... samajat ki msg dise ei ghati namr series khne... brain2re vbie koisa ne kotha khari

    • @Fghjkkkkkk
      @Fghjkkkkkk 5 місяців тому

      ​@@lsd4889toi bht vl msg di aso jhra

  • @AJCreationAssam
    @AJCreationAssam 6 місяців тому +179

    আজিকালিৰ ডিজিটেল যোগৰ লৰা-ছোৱালীয়ে আমাৰ স্কুলীয়াদিনৰ প্ৰেম-ভালপোৱা অনুভূতিৰ সৈতে কিমানদূৰ একাত্ম হব পাৰিব নাজানো, কিন্তু আমাৰ দিনৰ চিঠিখনৰ মাজত, এটি হাঁহিৰ মাজত আবদ্ধ হৈ থকা মৰম-ভালপোৱাবোৰত এক অনন্য শিহৰণ আছিল ৷ ভাল লাগিল লৰালিকালটোক আকৌ এবাৰ ৰোমন্থন কৰিবলৈ সুযোগ দিয়া বাবে ৷

    • @ankurdas3068
      @ankurdas3068 6 місяців тому

      🥺🥺🥺🥺

    • @krisnadole
      @krisnadole 5 місяців тому

      Monot pori gol hei dinbur😢

  • @Niyarrajbongshi
    @Niyarrajbongshi 5 місяців тому +10

    পুৰনা স্মৃতি বোৰ মনত কৰি দিয়া বাবে দন্যবাদ❤❤

  • @sajangarh8578
    @sajangarh8578 5 місяців тому +900

    Kune Kune School r Prem napala like ata maridya 🥹💔

  • @anuragkashyap6653
    @anuragkashyap6653 6 місяців тому +37

    জোনবাই-জানমণি-অঞ্জনাৰ দিনবোৰলৈ মনত পৰি গ'ল। ধন্যবাদ প্ৰণৱ দা 🙏

  • @boraananta830
    @boraananta830 6 місяців тому +94

    নষ্টালজিক বেঞ্চত crush ৰ নাম লিখা😌😌
    সুন্দৰ উপস্থাপন ❤

  • @IVAHAZARIKA
    @IVAHAZARIKA 6 місяців тому +29

    বহুত ভাল লাগিল ।
    ( তেতিয়াৰ দিনত মাষ্টৰণী বাইদেউক "মে'ম" বুলি সম্বোধন কৰা নাছিল , 'বাইদেউ' বুলিহে মাতিছিল । মাষ্টৰণী বাইদেউৰ চাদৰৰ দহিখিনিৰ দিজাইনটো বৰ্তমানৰ ।)

    • @ChayanikaSangmai
      @ChayanikaSangmai 6 місяців тому

      গোটেই বাইদেউজনীয়ে বৰ্তমানৰ

  • @barenyakalita2167
    @barenyakalita2167 5 місяців тому +9

    বহুত ধুনীয়া লাগিছে আগৰ দিনবোৰৰ মনত পৰি গোল‌।হেৰায় যোৱা‌ দিনবোৰ কিমান ভাল‌ লগা আছিল। সেই স্কুলৰ দিনবোৰ সেই ভালপোৱা উফ্ কি কম।

  • @_AnkuranDas2000
    @_AnkuranDas2000 5 місяців тому +9

    এনেকুৱা গাঁৱলীয়া স্থান এতিয়াও আছে দেখি গা মন জুৰ পৰি যায় । হুমুনিয়াহ এটা ওলাই আহিল।

  • @smitabhuyan2556
    @smitabhuyan2556 6 місяців тому +113

    উফ্ সেই শৈশৱৰ স্মৃতি বোৰ সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা ❤ সকলোৰে অভিনয় খুব সুন্দৰ ❤

  • @rajibbezbaruah4611
    @rajibbezbaruah4611 6 місяців тому +67

    Reals চাই ইউটিউবত চাব আহিছিলো, প্ৰথম episode টো চাই বহুত ভাল লাগিছে। মৰম ভালপোৱা, স্কুলৰ প্ৰেম, বন্ধুত্ব, গাঁৱলীয়া পৰিবেশ, চিঠি লিখাৰ কাহিনী, PCO ত গৈ আপোন জনৰ লগত কথা পতা আদিৰে সুন্দৰ ভাৱে সমবেত কৰি অভিনয় কৰিছে ❤।

  • @Bitupathak85
    @Bitupathak85 6 місяців тому +18

    Romantic scene খিনিত বজাই দিয়া মিউজিকটো Southৰ চিনেমাৰ vibeএটা আহি গৈছে। প্ৰথমখিনি ভালেই লাগিল বাৰু, নিজৰ অতীতকো দেখাৰ দৰে।♥️

  • @RinkumoniDas-o5f
    @RinkumoniDas-o5f 5 місяців тому +26

    The script 🗿 the story🗿 the actor and actress🗿 the camera quality 🤡🥹

    • @RupjyotiDebnath-vy5lk
      @RupjyotiDebnath-vy5lk 4 місяці тому +3

      Data saver on kori sali quality beya a hobo 2160p saba sun kene hoi quality

    • @shiv.aaam1908
      @shiv.aaam1908 4 місяці тому +1

      ​@@RupjyotiDebnath-vy5lktakei😂

    • @ritzkashyap8288
      @ritzkashyap8288 3 місяці тому +1

      4G ahi atya 5G u ahil. Apuni 3Gt sai ase jen pau.

    • @FeralFetusSlinger1000
      @FeralFetusSlinger1000 3 місяці тому

      140t sale kot valke dekhibi laura💀?
      Tur tu 1080t sabole aukat ei nai🤡 Limited data tate akow rati hilabou lagibo 100mb maan🤡🤡

  • @ashimjyoti6221
    @ashimjyoti6221 4 місяці тому

    মন চুই গল : Pranab Bharali । আকৌ প্ৰথম আৰম্ভণিত ঘূৰি আহি লিখিব মন গল । হলে ও পলম কৈ কিন্তু। মন চুই গল কাহানি এ 💐

  • @localboysbongaigaon3908
    @localboysbongaigaon3908 6 місяців тому +10

    স্কুলিয়া জীৱনৰ কাহিনীখিনি বহুত ভাল লাগিল কিন্তু আৰ্মিৰ পত্নীগৰাকীৰ চৰিএটো এনেকুৱা হব নেলাগিছিল। ভাল লাগিল প্ৰথম খণ্ডটো চাই 😍

  • @kartikkalita5781
    @kartikkalita5781 6 місяців тому +28

    সকলো দিশৰ পৰাই এখন উন্নত মানৰ অসমীয়া Webseries❤ ধন্যবাদ চুপা চুপি. Team 🎉🎉

  • @vlogsofdev1827
    @vlogsofdev1827 6 місяців тому +15

    কিবা এটা ভাল লাগিল চাই ।।
    হিমাংশু প্ৰসাদ দাস থাকিলে অলপ বেলেগ ধৰণৰ হয়
    সংগীত পৰিছালনাও সুন্দৰ
    অভিনয় সুন্দৰ

  • @ujjwalgogoi4620
    @ujjwalgogoi4620 4 місяці тому +2

    স্কুলীয়া দিনৰ ৰেখাৰ লগত প্ৰেম কৰা কথা মনত পৰি গ'ল ও।❤

  • @zayantagoswami4113
    @zayantagoswami4113 5 місяців тому +3

    Nostalgic ....❤❤❤❤ jibon tu bohut pisuwai gol......Dhonyobad

  • @ms.Rao7539
    @ms.Rao7539 6 місяців тому +42

    পুৰণি কালৰ সোণালী স্মৃতি বোৰ যে আকৌ এবাৰ চকুৰ আগত ভাঁহি উঠিছে এই কাহিনীৰ জৰিয়তে ❤
    উফ্ সেই শৈশৱৰ স্মৃতি বোৰ, সেই স্কুলৰ দিনবোৰ ভাল লগা পৰা ভাল পোৱা❤
    অপূৰ্ব এক কাহিনী🌟

  • @bikashagain6037
    @bikashagain6037 6 місяців тому +38

    কাহিনীটো সুন্দৰ উপস্থাপন হৈছে ।সেই স্কুলৰ শৈশৱৰ স্মৃতিবোৰ মনত পৰি গ'ল । বেঞ্চত নিজৰ নাম লিখা দিনটো ❤❤

  • @dipankardev2426
    @dipankardev2426 5 місяців тому +56

    মন চুই গল ❤❤। আমাৰ দিনৰ স্কুলীয়া প্ৰেম বোৰ এনেকুৱাই আছিল

  • @jitulkalita4455
    @jitulkalita4455 5 місяців тому +9

    বহুত ভাল লাগিল , অতিতৰ দিনবোৰলৈ মনত পৰিলে , বহুত লগা আছিল সেই ইস্কুলৰ দিনবোৰ , ইস্কুলীয়া জীৱনত প্ৰেমৰ কৰা দিনবোৰ আজিও চিৰস্মৰণীয় দে , ভাল কাহিনীটো চাই ,

  • @nizargani3011
    @nizargani3011 5 місяців тому +2

    নব্বৈ দশকক ইমান ধুনীয়াকৈ উপস্থাপন কৰা বাবে শত কোটি প্ৰণাম।

  • @Shynahere
    @Shynahere 6 місяців тому +517

    অসমীয়া সমাজত জোৱানৰ পত্নী ক সদায় এক সন্দেহ ৰ দৃষ্টি ৰে চোৱা হয় , কিছু লোকে ঠাট্টা কৰাও শুনিছো জোৱানৰ পত্নী সন্তানক, তেনে স্থলত অসমীয়া চিনেমাবোৰত এনেকুৱা বোৰ চৰিত্ৰ উপস্থাপন কৰিলে মানুহবোৰ ৰ মানসিক তা বোৰ আৰু বেছি ঘৃনণীয় হব তেঁওলোকৰ প্ৰতি। মনোৰঞ্জন হিচাপে চালে ভাল লাগিব পাৰে এক শ্ৰেণী ৰ দৰ্শকৰ কিন্তু লগতে এটি ঘৃনণীয় বাৰ্তা ও যাব সমাজত।

    • @Mainahazarika123
      @Mainahazarika123 6 місяців тому +14

      Hosa kotha moiu bhal pua nai drishyo tu

    • @LPCarrom
      @LPCarrom 6 місяців тому +7

      Kotha toh nuhuwaa nhy

    • @pritamdas652
      @pritamdas652 6 місяців тому +4

      Karwa sach he ye..

    • @harshitaraj6921
      @harshitaraj6921 6 місяців тому +6

      কথাটো নোহোৱা নহয় । আমাৰ সমাজৰ মানুহবোৰে সকলো বিলাক Negative টো ভাবি লয়।

    • @blklstjack6474
      @blklstjack6474 6 місяців тому

      🗿

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 6 місяців тому +20

    সচাঁই খুব ধুনীয়া হৈছে অভিনয় আৰু কাহিনীও,পুনৰ এবাৰ উভতি যাবৰ মন গ'ল শৈশৱলৈ😊❤

  • @Borada7637
    @Borada7637 6 місяців тому +9

    মন মোৰ জুৰ পৰি গ'ল। বহুত দিনৰ পিছত আধুনিক কিবা এটা বিচাৰি পালোঁ you tube ত

  • @bedantarabha7752
    @bedantarabha7752 5 місяців тому +2

    Bohut bohut val lgil sai....❤❤ Agor din bor agor xomoi bor dekhwar bbe❤

  • @dimbeswarborah1614
    @dimbeswarborah1614 4 місяці тому +1

    এই অসমীয়া চুটি ছবি খনে আমাৰ সমাজত চলি থকা কিছুমান চৰিত্ৰ বা সছা কাহিনীৰ কথা স্পষ্টকৈ উল্লেখ কৰিলে বহুতেই ভাল লাগিছে ছাই।।।।

  • @satyajitdeka187
    @satyajitdeka187 6 місяців тому +53

    ভাল লাগিল ! পিছে কি জানে, মৰম ভালপোৱা মানে নো কি তাৰ সাৰাংস হইতো কোনেও আজিলৈকে কব জে পাৰিব তাৰ কোনো সীমা নিধাৰন কৰিব নোৱাৰি!!!! মোৰ মৰমবোৰো তেনে দৰেই হেৰাই গল ! ভাল পাইছিলো মই এটা সময়ত ,পিছে সকলো মুহুতত আজিও আমনি কৰে! ১৫ বছৰ হল মাথো সেই মৰম .... মৰম হই থাকিল ! কোনো দিনে আপোন নহল ???? সকলোৱে এটা কথা মানি লোৱাতো ভাল ,মৰম নিজৰ নহলেও আনৰ লগতে খুসী হৈ থাকক দিয়া ! আমনি কৰিব নায়াব ;pls....... miss u bhanita .....আজিও তোমাক মৰম চ'ধা কৰো !!!!!!❤

  • @trishnadas5673
    @trishnadas5673 6 місяців тому +8

    প্ৰণৱ ভৰালী মানেই ভাললগা হৈ আহিছে ❤

  • @morommoromlagise936
    @morommoromlagise936 6 місяців тому +160

    'এতিয়া নগৰবোৰ কাটি নৰক বনাইছে' এটা ভয়ানক সঁচা কথা

  • @socialofarnab
    @socialofarnab 5 місяців тому +34

    Saptarshi Gogoi's transformation was wild. Costume and makeup team deserves the praise !!

  • @carryminatishorts9219
    @carryminatishorts9219 Місяць тому

    Xosaii xeii school r purona din bur mnt pori gol deiii uff kmn dhuniya din bur jee par kri ahiluu etiya mnt prile bht bea lgee deii

  • @sanjoysaikia2726
    @sanjoysaikia2726 6 місяців тому +26

    28 minutes ketia par hol gomei napalu..well Done pranob bharali ❤ waiting for the next episode❤

  • @biswajitdutta4983
    @biswajitdutta4983 6 місяців тому +7

    এৰি অহা সেই শৈশৱৰ স্মৃতি বোৰ সঁচাকৈয়ে বৰ সুন্দৰ আছিল ❤❤

  • @nikunjaalbartassam5982
    @nikunjaalbartassam5982 6 місяців тому +80

    ভাল লাগিল, বহুখিনি দৃশ্য গ্ৰহণ আমাৰ গাঁওত আনকি আমাৰ ঘৰটো হৈছিল।

  • @FuntuzforMeme
    @FuntuzforMeme 4 місяці тому +1

    assamese web series revolution hoi ase ... bohut boriya boriya boriya ..

  • @rip2ns
    @rip2ns 5 місяців тому +2

    পি চি অ:
    তেওঁৰ হৈ গল চাগে !!!
    -- টাইম আপ
    😂😂😂❤❤
    আজিকালি অৱশ্যে মবাইল হ'ল
    ৩ - ৪ বাৰ মান ক'ল কৰে চাগে ।।
    এইবোৰ কথা পিছে পৰে হব'।
    কিন্তু এনেধৰণৰ বিষয়বস্তৰে সমৃদ্ধ অসমীয়া ধাৰাবাহিক যুগৰ পাছত চাবলৈ পাই মনটো ভাল লাগি গ'ল ।
    চিত্ৰনাট্য, কহিনী, সংলাপ আৰু লগতে সকলো চৰিত্ৰৰে অভিনয় আৰু ৰপায়ণ ইমান নিখুঁতভাৱে কৰাৰ বাবে গোটেই টীমটোকে শলাগিলো । পুৰণি দিনবিলাক মনত পৰি গল ।

  • @rintumonidutta9226
    @rintumonidutta9226 6 місяців тому +8

    খুব ভাল লাগিল। অভিনন্দন সকলোলৈ।
    দমকলৰ পাৰৰ কাপোৰ ধোৱা দৃশ্যটো মনোজ বাজপেয়ীৰ সেই বিখ্যাত দৃশ্যটোৰ পৰা অনুপ্ৰাণিত যেন লাগিল

  • @devoleenanath490
    @devoleenanath490 6 місяців тому +4

    খুৱেই ভাল লগিছে দেই.... উফ কি উপস্থাপন....কি অভিনয়....❤️❤️✨

  • @pinkiboruah9621
    @pinkiboruah9621 6 місяців тому +7

    বহুত ভাল লাগিল বিশেক কৈ স্কুলৰ দিনবোৰ❤❤

  • @hirakjyotiray1942
    @hirakjyotiray1942 5 місяців тому +2

    সকলোৰে বহুত ধুনীয়া অভিনয়। বাস্তৱ যেন অনুভৱ কৰোৱা বাবে গোটেই Team members ক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ

  • @GaneshDutta-do7mt
    @GaneshDutta-do7mt 5 місяців тому +6

    First assamese short film
    95k like❤❤❤
    Wonderful

  • @mousumimohan3627
    @mousumimohan3627 6 місяців тому +5

    স্কুলীয়া দিনৰ কথাবোৰ মনত পৰি গল।😁 সুন্দৰ হৈছে❤️❤️

  • @jepulindas6704
    @jepulindas6704 6 місяців тому +11

    অসমীয়া ভাষাত এনে ধৰণৰ সৃষ্টি মনলৈ আশাৰ সঞ্চাৰ কৰে । Welcome to Sajjanpur ৰ film খনৰ সামান্য ছায়া দেখা পালো। পৰিচালক লৈ আন্তৰিক শুভ কামনা থাকিল।

  • @SonheetaSonheeta
    @SonheetaSonheeta 6 місяців тому +13

    বহুত আপেক্ষা পিছত আজি চাই ভাল লাগিল✨💕

  • @munnasaikia5198
    @munnasaikia5198 5 місяців тому +3

    সকলো ভাল লাগিল,,,, সৈনিক জনৰ লগত হোৱা কাহিনী ভাগ কিবা এটা ভাল নেলাগিল,,,,ইপানে উপস্থাপন কৰিছে কাশ্মীৰৰ ৯০দশকৰ জোৱান ,,,মানে সকলোৱে জানে কি পৰিস্থিতি,,, কাহিনী নাটকত সকলো হ'ব পাৰে,,,, হ'লেও উপস্থাপনতো ,,,,???????

  • @trikendrajitbarman9804
    @trikendrajitbarman9804 5 місяців тому +1

    1st episode aji he salu mojja lagil sai aru himangshu dar abhinoy sai o bhal lagil keep it up himangshu da God bless you ❤

  • @foodtheindiantaste9044
    @foodtheindiantaste9044 6 місяців тому +12

    Tinibar Shiva r naam loi koisu... Acting juiii 🔥🔥🔥

  • @_sunflower_6253
    @_sunflower_6253 6 місяців тому +11

    সেই স্কুলৰ সোণালী দিনবোৰলৈ মনত পৰি গ'ল🥺❤️
    সঁচাকৈ বহুত ভাল লাগিছে 🌻

  • @dipankarkalita8721
    @dipankarkalita8721 6 місяців тому +13

    one of the best Assamese Web series till date 🔥

  • @nayanjyotigogoi5429
    @nayanjyotigogoi5429 5 місяців тому +44

    এখন ফকতিয়া web serius বুলি কলেও ছাগে ভুল নহব , ১৯০০ আৰু ২০০০ দশকত মানুহ ইমানো অৰ্ধপতন যোৱা নাছিল । অভিনয় বোৰ প্ৰত্যেকৰে ধুনীয়া হৈছে , কিন্তু কাহিনী কি কম আৰু ঘৰৰ মানুহৰ সৈতে এইখন চাব নোৱাৰি আৰু, উৰ্মিলা বৌৰ চৰিত্ৰ টো এনেদৰে উপস্থাপন কৰিছে যেন তেওঁ এগৰাকী বেস্যা, web series হল নেকি এইখন , sehhhhh

    • @jayantahazarika4326
      @jayantahazarika4326 5 місяців тому +3

      তুমি মহান তুমি দেৱতা তুমি সকলো জানা, কিন্তু কৰি দেখুৱাব নোৱাৰা ,

    • @autumn4415
      @autumn4415 5 місяців тому +1

      😂 okole sale hol

    • @mrg6969
      @mrg6969 5 місяців тому

      Takei ha urmila bour kahini tu teneke dekhabo nalagisil ...

    • @ChitraMoran-nq9di
      @ChitraMoran-nq9di 5 місяців тому

      ​@@jayantahazarika4326 hvy dise😂👍🏻

    • @FunHub_0-l6c
      @FunHub_0-l6c 3 місяці тому

      maksudu mon nai nasabi laura ..all bal nobokibi...xt...

  • @kalyanxaikia9171
    @kalyanxaikia9171 2 місяці тому

    Bahut val lagile....❤❤❤ Assamese Webseries akhn sai🥰

  • @EDUCATIONFORSTUDYJINTU
    @EDUCATIONFORSTUDYJINTU 6 місяців тому +4

    Borhia ❤😊 background music uffff 😍

  • @roshmibora4692
    @roshmibora4692 6 місяців тому +5

    অপেক্ষাৰ অন্ত পৰিল অপূৰ্ব অভিনয় ❤️❤️

  • @babadaa7319
    @babadaa7319 6 місяців тому +8

    স্কুলত শিক্ষক জনে দিয়া বেত'ৰ কুব তু নিমিলিল | হাত খন স্পর্শ হৈছে বেতৰ ঠাইত | চোলাৰ ভিতৰত বিস্কুটৰ কাৰ্তনৰ টুকুৰা সোমাই দিলে কুব তু পৰিল হেতেন আৰু শব্দ হল হেতেন ! বাকি বঢ়িয়া 👌

    • @BA0403
      @BA0403 6 місяців тому +1

      Kub r sound nulaleo Sound effect add koribo parile hoi.

  • @AriyanbezbaruahAriyan
    @AriyanbezbaruahAriyan 7 днів тому

    সেই মাদকতা জীৱনত কেতিয়াও নাহে । সেই অনুভূতি ব্যক্ত কৰিব নোৱাৰি ❤❤❤❤

  • @rahuletabeyalora4270
    @rahuletabeyalora4270 5 місяців тому +1

    আপোনালোকৰ অভিনয় আৰু কাহিনী বোৰ খচাই ধুনীয়া লাগিছে 👏👏👍👍

  • @Mr-np5cl
    @Mr-np5cl 6 місяців тому +9

    বহুত সুন্ধৰ কাহিনী আৰু অভিনয় ❤❤ কমেডী বোৰ বহুত ধুনীয়া হৈছে হাঁহি ৰখাব পৰা নাই😂😂

  • @L00ser97
    @L00ser97 6 місяців тому +15

    Assamese web series iman development...... Incredible .

    • @SecYoh
      @SecYoh 6 місяців тому +1

      Development too hoise kintu amar poha dinor Prem kahini burole monot pori golge wahh

  • @hritiknath5082
    @hritiknath5082 6 місяців тому +5

    Xundor ,,,dhunia lagil dei

  • @DhrubaDeka-fe7np
    @DhrubaDeka-fe7np 5 місяців тому +5

    কাহিনী টো শুনি বহ্নত ভাল লাগিল
    Part -10টোলৈ অপেক্ষা থাকিল

  • @GaganBarman-nd2yg
    @GaganBarman-nd2yg 5 місяців тому

    খুব সুন্দৰ হৈছে।। স্কুলীয়া জীৱনৰ কথা মনলৈ আহি গৈছে।।

  • @dhrubajitrabha60
    @dhrubajitrabha60 6 місяців тому +18

    Pranab bharli botany manjor loi director hola...borhiya..congrates

  • @eneolopg3560
    @eneolopg3560 6 місяців тому +97

    Binge Watched it last night. Such a sweet and simple premise but deep dark twists. Kudos 👏🏻

  • @koushiksabi124
    @koushiksabi124 5 місяців тому +3

    1St time Assamese web series sai asu...vl lagil 💗

  • @as-tv3ie
    @as-tv3ie 5 місяців тому +2

    সকলোৰে অভিনয় বোৰ ইমানেই ধুনীয়া হৈছে, মনমুহা, সুন্দৰ, ভাল লাগিছে, আগুৱাই যাওক❤

  • @himadrisaikia7641
    @himadrisaikia7641 5 місяців тому

    সুন্দৰ অভিনয়..... আজিকালি ৰেডিঅ'ৰ ব্যৱহাৰ বিলুপ্তি হৈছে এই সুন্দৰ অভিনয়ত ৰেডিঅ'ৰ ব্যৱহাৰ কৰা দেখি ভাল লাগিল।।

  • @DipuBaishyaOfficial
    @DipuBaishyaOfficial 6 місяців тому +4

    Atiyau monot pore xei school r donor Prem ...ki mudhur xomoi asil xeibur ❤😊

  • @labhitasaud3272
    @labhitasaud3272 5 місяців тому +5

    17:30 this is why I came for....💗🥺

  • @himaloyhazarika4858
    @himaloyhazarika4858 6 місяців тому +9

    Now Assamese Web series are becoming so better ❤❤

  • @barashakalita231
    @barashakalita231 5 місяців тому +2

    বৰ মনত পৰিছে দেই
    কি যে ভাল লগা দিন আাছিল
    ফাহি আহিছে চকুত দিন বোৰ

  • @khatiaxomiyalora7631
    @khatiaxomiyalora7631 2 місяці тому +1

    এটি সুস্থ মন লৈ উপভোগ কৰিব ভাল পাব❤

  • @bastobboruaofficial5020
    @bastobboruaofficial5020 6 місяців тому +4

    Ki acting behh.....mojaa mojaa

  • @MinimaDeka
    @MinimaDeka 5 місяців тому +16

    Pure reflection of hidden secrets all the boys have. Made everyone nostalgic. Mobile is the Kaal😂

  • @donsaloilifestyle5090
    @donsaloilifestyle5090 6 місяців тому +17

    Bahut dhuniya story mon sui gol

  • @MoviKalita
    @MoviKalita 5 місяців тому +1

    Bohut bhal lagil aagor purona ismitibur roloi monot pori gol.aagor dinbur jen aako gurai pua hole....

  • @PapuTamuli-e7d
    @PapuTamuli-e7d 5 місяців тому

    সঁচাকৈ বহুত ভাল লাগিল ৷ স্কুলৰ জিৱনলৈ মনত পৰি কিছু সময়ৰ বাবে আপোন পাহৰা হৈ গৈছিলোঁ ৷ গাওঁখনৰ সুন্দৰ পৰিবেশটো বৰ ভাল লাগিল ৷

  • @JyotimonineogsaikiaJyotimonine
    @JyotimonineogsaikiaJyotimonine 5 місяців тому +7

    সংগীতাৰ অভিনয়ত নিজকে হেৰুৱাই পেলাইছিলো নব্বৈৰ দশকৰ শেষৰ ফালৰ সামাজিক জীৱনৰ জীৱন্ত প্ৰতিচ্ছবি তুলি ধৰিছে আমি পাৰ কৰি অহা অভিজ্ঞতা....মুঠৰ ওপৰত খুব ভাল এখন চিৰিজ ❤আপোনালোকে চাব মই একেদিনাই গোটেই কেইটা খণ্ড চালো ।🙏

  • @duldas362
    @duldas362 6 місяців тому +28

    Eagerly waited for 12th June. And the team has succeeded to keet viewers expectations intact I think. ..Acting 🔥🔥.. congratulations Jeet and the team

  • @nilutpalchangmai4690
    @nilutpalchangmai4690 6 місяців тому +30

    I am here only for Boibhabi😊

  • @BijayaDeka-h1z
    @BijayaDeka-h1z 2 місяці тому

    বহুত বেছি এ ভাল লাগিল চাই মুখত কবলৈ ভাষা নোহোৱা হৈ গৈছে ইমান ভাল লাগিছে চাই ❤😊

  • @barnalirajbongshi8093
    @barnalirajbongshi8093 5 місяців тому +1

    Val lagil film khon sai❤❤😊😊😊

  • @ManoxKB
    @ManoxKB 6 місяців тому +6

    The first Assamese web series with such intensity!

  • @DarpanBoruah
    @DarpanBoruah 6 місяців тому +8

    What a acting yaar.. viral hbo lage ene webseries ❤❤❤❤❤❤

  • @dipupathak9411
    @dipupathak9411 6 місяців тому +4

    The old love story was speechless but heart touching ❤

  • @brangsing9822
    @brangsing9822 5 місяців тому

    স্কুলীয়া দিনৰ স্মৃতিবোৰ মনত পৰি গ'ল।সচাকৈয়ে বহুত ধুনীয়া হৈছে।

  • @PriyamjKonch
    @PriyamjKonch 6 місяців тому +6

    Bhut dhunia... everything is perfect....
    Screenplay 🔥
    Direction acting next lvl....bgm touching....kudos to the whole team .. specially pranab daa ❤ 🔥 🙏