MOVE ON | Assamese Short Film | With Subtitles| Bedabrat Borah | Boibhabi | Manash Pritom | Dikshita

Поділитися
Вставка
  • Опубліковано 17 лис 2024

КОМЕНТАРІ •

  • @ManashPritomSaikia
    @ManashPritomSaikia  7 місяців тому +2183

    Part 2 kak kak lage like kora...aru channel tu subscribe kori thua sobe part 2 eyate ahibo 😉

  • @tpmultimedia
    @tpmultimedia 7 місяців тому +149

    এজন থকাৰ পিছতো বেলেগক বিচাৰি থকাবোৰৰ পৰা আঁতৰি দিব লাগে...নহ'লে কষ্ট পোৱাৰ বাহিৰে একো নাই😊

    • @kridipdas6282
      @kridipdas6282 5 місяців тому +1

      U r right 👍🏻

    • @s.d6539
      @s.d6539 4 місяці тому +1

      Yes,As soon as you become an option walk away..

  • @BhobaniGogoi-g6b
    @BhobaniGogoi-g6b 7 місяців тому +281

    "ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাস বোৰ থাকি যায়ʼ"
    কথাষাৰ যেন ক'ৰবাত স্থায়ী হৈ ৰʼল
    😊❤️‍🩹

  • @mrigankasarma9160
    @mrigankasarma9160 7 місяців тому +139

    Just move on... কথাষাৰ কবলে যিমান সহজ, কৰিবলৈ সিমানে কঠিন 🤧🥀

    • @Tarali999
      @Tarali999 6 місяців тому

      Hoi😢

    • @Catloverassam
      @Catloverassam 6 місяців тому

      Bohut kothin..

    • @pinkunath5705
      @pinkunath5705 6 місяців тому +2

      Hmm broh… but ata ktha ki… jdi knubai real love kre no… tnehole xi ketiyao eri njay… vul obyash sob kisui xi thik kri dibo but ketiyao eri njay 🙂

    • @TinaRahman
      @TinaRahman 6 місяців тому

      Right 😢

    • @pronamirajbongshi2284
      @pronamirajbongshi2284 3 місяці тому

      Exactly bro!

  • @dikshitasarkar8723
    @dikshitasarkar8723 6 місяців тому +56

    ঠিকে কৰিছে দুয়োৱে…মূল্য নিদিয়া, মৰমখিনিক গুৰুত্ব নিদিয়াৰ পৰা আঁতৰি যাৰ লগত থাকি মন ভালে থাকে তাৰ লগতে থকা উচিত❤️ বাকী আগতে মূল্য নিদি পিছত পষ্টাই লাভ নাই😊

  • @JanmaniRay
    @JanmaniRay 7 місяців тому +459

    ভুলবোৰ শুধৰাব পাৰি... কিন্তু অভ্যাসবোৰ থাকি যায়... This line✨🙃

    • @jontiroy6979
      @jontiroy6979 7 місяців тому +2

      😢hmmm

    • @itsuddhav
      @itsuddhav 7 місяців тому +5

      মই এইটো সন্মতি নেদিয়ো দেই। 😅

    • @itsuddhav
      @itsuddhav 7 місяців тому +2

      Manhui darks ari dibo pare aru nu ki

    • @JanmaniRay
      @JanmaniRay 7 місяців тому +3

      @@itsuddhav moi val puar khetrot koisu😊 jia cheat kore teo heitu sovab ba oivakh aribo nuare

    • @itsuddhav
      @itsuddhav 7 місяців тому +2

      @@JanmaniRay june xosa val pai xi aribo pare aru arabo o pare

  • @prafullapegu3948
    @prafullapegu3948 7 місяців тому +112

    এই সৰু সৰু ভুলৰ বাবেই কিমানে ভালপোৱাৰ মূল্য হেৰুৱাইছে😢! সেইকাৰণে সম্পৰ্ক থাকোঁতেই ইজনে সিজনক বুজা উচিত কিয়নো ঘৰ খন ভাঙি যোৱাৰ পিছত সেই একেখন ঘৰত থকাটো অনুচিত হৈ পৰে। #love is not life but love just part of life ❤.

    • @Vloglook890
      @Vloglook890 Місяць тому

      Vai mur same condition....moi Mur gf lgt aji 4 years complete hl but atiya amr dutar kajiya besi hoi buja Buji nhowa hoise.... brekup nhoi kintu kjiya besi hoi ki karile vl hb

  • @adityarabha430
    @adityarabha430 7 місяців тому +681

    Vote for part 2

  • @joyshreedas4304
    @joyshreedas4304 7 місяців тому +47

    প্ৰতিটো সম্পৰ্কত সময় থাকোঁতে সন্মান আৰু
    গুৰুত্ব দিবলৈ শিকিব লাগে তেতিয়া সম্পৰ্কবোৰ চিৰস্থায়ী হৈ থাকে ☺️

  • @Gunjan_Bordoloi12345
    @Gunjan_Bordoloi12345 7 місяців тому +17

    Nijok bisari palu short film khonor majot 🥺❤

  • @lijashree--25
    @lijashree--25 7 місяців тому +148

    আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই 💗
    ঠিক তেনেদৰে মানুহৰ জীৱনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই। 😌👍💗..

  • @Gitasree204
    @Gitasree204 7 місяців тому +93

    দিনটোৰ ব্যস্ততাৰ মাজতো যদি ভালপোৱাজনক অলপ সময় দিয়ে সেইখিনিয়ে বহুত যথেষ্ট ব্যস্ততা সকলোৰে জীৱনত থাকে কিন্তুু ভাল পাইছে যেতিয়া সময় দিবলৈও শিকক

  • @promudgogoi6149
    @promudgogoi6149 5 місяців тому +8

    Next part2,,অতিকৈ ধুনীয়া লাগিল,মাথোঁ অপেক্ষাত আছোঁ

  • @jugantarmech
    @jugantarmech 6 місяців тому +12

    এটাই বুজি পালোঁ, আজিৰ এই সময়ত চলি থকা প্ৰেম ভাল পোৱা বোৰৰ প্ৰকৃতি মূল্য আৰু ব্যৱহাৰৰ উদাহৰণ, One wants to keep the relationship alive and the other doesn't👀,
    যদিওঁ স্মৃতিক সাৱটি জানো কোনোবাই ৰৈ যায়.!?😌

  • @BikiBordoloi-ee7bo
    @BikiBordoloi-ee7bo 12 днів тому +1

    ঠিকে কৰিছে দুয়োৱে... মূল নিদিয়া, মৰম খিনিক গুৰুত্ব নিদিয়াৰ পৰা আতঁৰি যাৰ লগত থাকি মন ভালে থাকে তাৰ লগতে থকা উচিত ❤ বাকী আগতে মূল নিদি পিছত পষ্টাই লাভ নাই 😊😊😊😊

  • @BarashaSarma-li7ix
    @BarashaSarma-li7ix 7 місяців тому +40

    Val lagil sai...xei babe manuhe xomoi thakute gurutto dibo Lage... nohole pist kosto hoi

  • @KhagenPhukan-tk1bt
    @KhagenPhukan-tk1bt 7 місяців тому +61

    সছা ভাল পোৱা আগত পৃথিৱী‌ হাৰ মানে অভ্যাস তো কি ডাঙৰ কথা সেইটো u chang কৰিব পাৰিব । সছা ভাল পোৱাতকৈ একুৱে ডাঙৰ হব নোৱাৰে । হি তু তোমি এৰা পাছত অকলে কষ্টত থাকিল কিন্তু তুমি বেলেগ লগত সময় কটাই তাক পাহৰি গলা এতিয়া ভুল টো কাৰ । এজনে এজনৰ ভুল টো শুধৰাই আগ বাঁহী যোৱা টোৱে টো ভাল পোৱা ❤

    • @Deepjyotibordoloi12
      @Deepjyotibordoloi12 7 місяців тому

      Xosa kotha koisa xosa val puwar agot sbe har mane .👍

    • @arunimakalita6167
      @arunimakalita6167 7 місяців тому +5

      Hosa vl puat beleg r agt insult o dibo nuare,,,lagile okole thokat beya k kowk,,,taik to hodai beya k koi hi lagile drinks kori e thakibo,but tik dibo time ni

  • @jyotikhagogoi6694
    @jyotikhagogoi6694 7 місяців тому +19

    ভাল হৈছে আৰু শব্দ বোৰত অলপ গুৰুত্ব দিবা।কিছুমান লাইনে চুই গ'ল ❤। বহুত মৰম ❤। From Borhat

  • @aktarhussainbarpetaassam526
    @aktarhussainbarpetaassam526 7 місяців тому +2

    One of the finest Assamese short film... Bht val lagil. 2nd part achirei pam buli axa thakil.

  • @biplabgogoi9646
    @biplabgogoi9646 6 місяців тому +20

    বুজিও যেতিয়া অবুজন হৈ পৰে , তেওঁক কেনে বুজাব পাৰে , যদি তেওঁ পৰিছে মই নোহোৱাকে, মইও সুখী তেওঁৰ সুখতে💗,
    আৰু কি জীৱন !পাৰ হৈ যাব এনেকেই তেওঁৰ স্মৃতিবোৰ ধীয়াই , তেওঁৰ হাঁহিবোৰ মনত পেলাই মইও হাঁহি দিম , কেতিয়াও বেয়া নাপাওঁ তেওঁক ,
    যতেই আছা সুখত থাকা মোৰ জান❤️🥀

  • @Jojo-yx1kf
    @Jojo-yx1kf 7 місяців тому +20

    Moving On is better than waiting for something that isn't going to happen.
    Such a fair highlight.. great job.

  • @nishitakashyap3243
    @nishitakashyap3243 7 місяців тому +62

    কাহিনী এনেকুৱাই সচা সচা লগা...ইমান ধুনীয়াকৈ সজাইছে প্ৰত্যেকটো চৰিত্ৰ...ভাল লাগিল দেখি...যেন কোনোবাখিনিত মই নিজেই নিজৰ কাহিনী চাই আছো...কাৰোবাৰ অনুভৱকো ইমান ধুনীয়াকৈ সজাইছে...বুজাব নোৱাৰো বহুত ভাল লাগিছে...কোনোবাই মোক কৈছিল জীৱনটো আৰম্ভ হৈছেহে তোমাৰ পাবলগীয়া আৰু বহুত আছে...কি বুলি কম শব্দৰ অভাৱ 🥺🤍🌸Best best best 🤍🌸

  • @majonikoushick05
    @majonikoushick05 7 місяців тому +28

    "ভুলবোৰ শুদ্ধৰাব পাৰি, অভাসবোৰ থাকি যায়".. সচাঁকৈ❤ চুই গৈছে প্রতিটো শব্দই।

  • @RohitDas-xw5ut
    @RohitDas-xw5ut 6 місяців тому +3

    Bhai bhai mojja lagise dei anekoi aguwai jwya ❤️
    Aru part 2 joldi lage

  • @BarshagogoiBarshagogoi
    @BarshagogoiBarshagogoi 7 місяців тому +208

    Short film ❌ reality for relationship ✅

  • @gadgetnews5660
    @gadgetnews5660 7 місяців тому +30

    move on kri ako relationship t ahi gol.... waaah... nice

    • @Tarali999
      @Tarali999 6 місяців тому +2

      Take tu 😂

  • @janardangogoi
    @janardangogoi 7 місяців тому +6

    Good work. Keep going bro. ❤️
    Dhritimoy bhai mojja dialogues disa.. 💌

  • @ankurpritomarts128
    @ankurpritomarts128 7 місяців тому +9

    অতি সুন্দৰ, পৰবৰ্তী খণ্ড লৈ অপেক্ষা থাকিল❤

  • @parileenadas8765
    @parileenadas8765 7 місяців тому +12

    "jijon manuhe valpujonk xonman kribo najane teur logot jibon kotuatu vabibo nuari "❤❤

  • @LovelyLabrador-xy4on
    @LovelyLabrador-xy4on 6 місяців тому +4

    Iman dhunia suali joni , acting skills u ase..

  • @rajashreedas3912
    @rajashreedas3912 7 місяців тому +6

    Moja Film 🎥, kahini tu bhaal, couples or quality matching hobo laage then happiness comes and vaal with vaal hole bhaal mile and beyar logot sodaay beya hoi, so beya with beya hobo laage. That's why couples should be matching 😍, Film khonot true dekhaise 😊

  • @pratibhaphangchopi6238
    @pratibhaphangchopi6238 7 місяців тому +42

    Prank আৰু মিছা শব্দ দুটাহে বেলেগ বেলেগ বাকীখিনি সকলো একে। মানুহে যে কেনেকৈ পাৰে সচাঁ ভালপোৱা এৰি তৃতীয় জনক সেই স্থান দিব🙂

  • @r_k_kashyap_5373
    @r_k_kashyap_5373 7 місяців тому +44

    যদি এই ভুলবোৰ সময় মতে শুধৰাই লব পাৰি তেন্তে কেতিয়াও ইজনৰ পৰা সিজনে আঁতৰি যাব লগা নহয়

  • @tulugogoi388
    @tulugogoi388 4 місяці тому +4

    Nijor logt mili gol 🥺🥺😥❤❤❤ val puwat honman thakib lagib ..❤

  • @JyotiRekhaSonowal
    @JyotiRekhaSonowal 4 місяці тому +2

    Eman vl lagil.part2 diba

  • @ZUBEENCHUTIA-k3i
    @ZUBEENCHUTIA-k3i 7 місяців тому +7

    খুৱ ভাল লাগিল তাতে আকৌ ভালপোৱা মানুহৰ হৈতে আগবঢ়াই দিছে ,❤

  • @manashdeka7545
    @manashdeka7545 7 місяців тому +34

    Bedabrat fvrt actor this generation 😊❤

  • @RunmiSaikia
    @RunmiSaikia 7 місяців тому +5

    Love from Lakhimpu. Waiting for next episode.
    Vl lgil, Beda da thakile hdi hit hbo. শুভেচ্ছা বেদ দা🌻।
    Boibhabi baloio শুভেচ্ছা🌻।

    • @অনুৰাগ-ভ৯প
      @অনুৰাগ-ভ৯প 7 місяців тому

      R you from lakhimpur? Why girls (not all) from lakhimpur are cheater at all time...they come to ghy for study but they played well with boys🙂

  • @koushikray1945
    @koushikray1945 7 місяців тому +3

    Boriya 👌 lagile Sai video to

  • @jitumonikalita4664
    @jitumonikalita4664 5 місяців тому +3

    বহুত ভাল লাগিল ❤️🔥,,

  • @rupamsaikia3396
    @rupamsaikia3396 7 місяців тому +9

    @bedabrat_borah tumi ekhon movie korana, I guarantee it will be a super duper hit.. Tumi bortoman mur favourite Assamese actor above all legends...

  • @Himanshu-w7r
    @Himanshu-w7r 7 місяців тому +128

    ভালপোৱাজনক ইমান সোনকালে পাহৰি যাব পাৰে জানো... আৰু ভালপোৱাজনক পাহৰি ইমান সোনকালে পাহৰি যোৱাটো প্ৰেম নহয়

  • @kapilsonowal6289
    @kapilsonowal6289 7 місяців тому +10

    Vl lgil sai❤❤Aneiu Beda is my favorite ❤❤

  • @DebikaSaikia-ks3yu
    @DebikaSaikia-ks3yu 4 місяці тому +1

    Val lagil sai .. next sabole roi asu ..❤

  • @skkalonemankonch6277
    @skkalonemankonch6277 6 місяців тому +2

    Next part hunkale lage bro story mojaa hoise

  • @nayanjyotichoudhury4930
    @nayanjyotichoudhury4930 7 місяців тому +24

    ভাল লাগিল কাহিনীটো; কিন্তু Move on কৰা মানে টো এটাক এৰি আন এটাৰ লগত হলি গলি কৰাক নুবুজাই, সচা ভালপোৱাত কোনো Break up নাই, আৰু দুয়োফালৰ পৰা efforts বোৰ মিলাই চলিলে সম্পৰ্কবোৰ এনেই ধুনীয়া আৰু সুগভীৰ হয়।

  • @ParthanaRabha-ke5kz
    @ParthanaRabha-ke5kz 5 місяців тому +4

    Vl lagila Sai 2nd part hunkale dib

  • @DIPSHIE25
    @DIPSHIE25 6 місяців тому +4

    Uff ki salu eikhon!! Ekdm reality dekhaise. Aru gaan tu je❤️

  • @BikiBordoloi-ee7bo
    @BikiBordoloi-ee7bo 12 днів тому +1

    এজন থকাৰ পিছতো বেলেগক বিচাৰি থকাবোৰৰ পৰা আতঁৰি দিব লাগে... নহ'লে কষ্ট পোৱাৰ বাহিৰে একো নাই 😊

  • @assamesetraditionaldress7211
    @assamesetraditionaldress7211 6 місяців тому +2

    Dhuniya lagise❤ love from baihata ❤

  • @jyotismitanath3566
    @jyotismitanath3566 7 місяців тому +5

    Bohut vl lagile sai .... Part 2 Lage atiya

  • @birenbaishya4688
    @birenbaishya4688 6 місяців тому +4

    Buhut val lagise sai karone❤

  • @SuhanaVlogs-t6i
    @SuhanaVlogs-t6i 4 місяці тому +4

    Boibhavi baa eman morom loga😍🌷✨

  • @NathDa-ev8xj
    @NathDa-ev8xj 7 місяців тому +2

    Bhal lagil ❤ 2nd part tu pam buli akha rakhisu 😊

  • @taralikalita4066
    @taralikalita4066 7 місяців тому +3

    Bhut vl lgil Sai .next part wait

  • @karabitalukdar7778
    @karabitalukdar7778 7 місяців тому +15

    এটা কামে বাৰে বাৰে কৰাটো ভুল নহয় অভ্যাস। আৰু অভ্যাস সলনি কৰিব পৰা নাযায় কাৰণ কৰিবই নিবিচাৰে, যʼত ভালপোৱা মানুহ জনৰ বাবে সময়ে নাথাকে তাত ভালপোৱা কি থাকিব সেই ভালপোৱা নহয় আৰু যদিহে ভালপোৱা মানুহ জনতকৈ লগৰ কোনোবাই বুজে সময় দিয়ে কষ্টৰ সময় খিনিত সাহস দিয়ে নিশ্চয় কৈ তাৰ লগত থাকি ভাল লাগিবই এজন ভাল বন্ধু হিচাপে যিয়ে কষ্টৰ সময়ত সংগ দিছে, কাৰণ আপোন জনেই নুবুজিলে, থাকিব লগা জনেই নাথাকিলে। তাৰ সময় নাথাকে আৰু সেইজন মানুহৰ কাৰণে দুখ কৰি নিজৰ লগ বন্ধু বোৰ এৰি কি হ'ব যাৰ ইচ্ছা নাথাকে সময় নাথাকে তাত ভালপোৱা ও নাথাকে তাৰকাৰণে তাৰ পৰা গুছি অহাই শ্ৰেষ্ঠ কাৰণ তাত অৱহেলাৰ বাহিৰে একো পোৱা নাযায় মাথোঁ কষ্ট যিয়ে দিয়ে সদায় চকুপানী।

    • @Dhandita
      @Dhandita 7 місяців тому +1

      Kintu jitu vaal pua r pora eman hohozotey ulay ahibo pari haitu u ki vaal pua .. ?❓❔❓

    • @karabitalukdar7778
      @karabitalukdar7778 6 місяців тому

      @@Dhandita ওলায় আহিব নোৱাৰাৰ বাবে তোমাৰ মোৰ দৰে বহুতে কষ্ট পায় আছে আৰু যিয়ে গুৰুত্ব ই নিদিয়ে তেওঁ বিন্দাছ আছে।

    • @Dhandita
      @Dhandita 6 місяців тому

      @@karabitalukdar7778 yes aitu a tu vaal pua 🙃

    • @Dhandita
      @Dhandita 6 місяців тому

      @@karabitalukdar7778 yes aitu a tu vaal pua 👍🏻

  • @ProdeepPator
    @ProdeepPator 7 місяців тому +32

    Boibhabi will look more beautiful with Rabani shoyam❤❤❤❤

  • @Adhunik_xurr_
    @Adhunik_xurr_ 7 місяців тому +4

    ooo its realy amazing , waiting for the second part ................

  • @jyotsnasarkar7177
    @jyotsnasarkar7177 7 місяців тому +1

    Tmr ai video2 sai mn2 sui gl oo boibhabi baa bht vl lagil deii ❤

  • @Tecnicalinformation272
    @Tecnicalinformation272 7 місяців тому +6

    Popular singer manash da 🙃

  • @MD-xp1ri
    @MD-xp1ri 7 місяців тому +91

    Kone kone bedabrat dak main rolt sai besi val puwa like ata kri diya

  • @jyotirmoyasom5271
    @jyotirmoyasom5271 7 місяців тому +13

    ভাল পোৱাটো সকলোৱে বুজি পাই কিন্তু নিজৰ প্ৰিয় মানু্হ জনক হেৰুৱাই পেলোৱাৰ পিছতহে ❤️❤️

  • @sibenduborah1870
    @sibenduborah1870 7 місяців тому +87

    এই যে খঙটো,এইয়াও ভালপোৱাই,যেতিয়া আপোনজনক হেৰুওৱাৰ ভয় থাকে , তেতিয়া তেনেকুৱা হয় , ভালপোৱা ইমানো ঠুনুকা নে এইখিনিতে এৰি গুছি যাব.... সচাঁ ভালপোৱাই মানুহৰ অভ্যাসো সলনি কৰে.....

    • @itsuddhav
      @itsuddhav 7 місяців тому +2

      ❤❤❤

    • @simantadas1616
      @simantadas1616 7 місяців тому +5

      হৃদয় চুই গল তোমাৰ কথা
      টো শুনি। প্ৰেম ঠুনুকা নহয় থুনুকা হয় আমাৰ নিজৰ স্বভাৱৰ ফলত। প্ৰেম সৃষ্টিৰ বাবে যদি কৰা ইয়াৰ সমান সুখ নাই যদি ধাংখৰ বাবে কৰা ঠুণুকা হব নালাগে।

    • @Abhinashchutia-s6j
      @Abhinashchutia-s6j 7 місяців тому

      Aibur sob best friend r kamal 🤣 jot best friend ulabo tat vl puwa nathake lagile gutei jibon2 vl puwa nahouk kio.. adinr best friend 2a sob hekh kri diye 😁😁😁

    • @Maxxi16.
      @Maxxi16. 7 місяців тому

      @@Abhinashchutia-s6jtrue love ❌best friend ✅😂

    • @yourbikashkalita1977
      @yourbikashkalita1977 7 місяців тому +1

      গোটেই part টো চাই থাকোতে মনটোত উত্থাপিত হোৱা কথাষাৰেই তুমি কৈ দিলা ভাই 👍🏼👍🏼 আৰম্ভণিত ভাল বাৰ্তা এটা আছিল শেষত 😢

  • @JintuHazarika-ho9ni
    @JintuHazarika-ho9ni 5 місяців тому +14

    যি জন মানুহে নিজৰ ভাল পোৱা মানুহক সন্মান কৰিব নাজানে ,হেই জন মানুহৰ লগত জীৱন টো কটোৱাৰ কথা কল্পনা কৰিব নোৱাৰি , কিমান ধুনীয়া ন , কিন্তু যি জন মানুহে,হেই ছোৱালী জনিৰ কাৰণেই দিন টো বাহিৰত কাম কৰি তাইক সুখী কৰাৰ চিন্তাত থাকে , হেই জন নথকাত কোনোবাই তাইৰ লগত কথা পাতিলে হেই জনে কেনেকৈ সহিব , যিয়ে হেই গৰাকীৰ সুখৰ কাৰণে তাইৰ লগতো কথা নপতা কৈ আছে । তথাপিও দুখ আমাৰেই , 😢

    • @debashissaikiac1629
      @debashissaikiac1629 4 місяці тому

      ekdm monor kotha koisa!! Suffer korile kune lastot hei Beda dai lua character tue no, short flim or kahini bur ketiaba real life logot mili jai hosa.

    • @DeepankaKalita
      @DeepankaKalita 4 місяці тому

      ekebare fotuwa lagise beda r gf r character tu. dhur

  • @khanjanadas7755
    @khanjanadas7755 4 місяці тому +2

    Arindam dada😁

  • @mamatasutradhar5221
    @mamatasutradhar5221 7 місяців тому +3

    Kisuman short film a gotai jibon tu dekhai diye 😢❤vl lagil sai ❣️

  • @dharitrinath1473
    @dharitrinath1473 7 місяців тому +6

    Xomoy thakute guruta dia r pryjon❤

  • @pabanpsr
    @pabanpsr 6 місяців тому +4

    Bedo dai fali disey rey🔥🔥🔥 ki acting korey rey

  • @bhargabstatus4063
    @bhargabstatus4063 7 місяців тому +3

    14:11 আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই ❤ ঠিক তেনেদৰে মানুহৰ জীবনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই 🌷😊 .......... This line really touch my heart ❤️

  • @utpaldeuri1015
    @utpaldeuri1015 7 місяців тому +2

    ধুনীয়া লাগিছে
    Next episode ketia pam

  • @nayana7824
    @nayana7824 4 місяці тому +3

    😊 Ekdom relatable ❤

  • @mainujubidas7076
    @mainujubidas7076 7 місяців тому +4

    dhunya lgise..part 2 jldi

  • @Missbk-p8x
    @Missbk-p8x 7 місяців тому +3

    Aijoni aijoni eman dhuniya 🔥❤o baa joni 😘😘😘😘💞😘💞

  • @NoobGaming-ne3jh
    @NoobGaming-ne3jh 4 місяці тому +3

    Actress joni eman dhuniya o 🌹🥰

  • @nishi316
    @nishi316 6 місяців тому +1

    Soku pani ulai gol. Muru ex e 5years muk endhaarot rakhile, biya patim.buli rakhi xekhot bahana mari eri dile. Bht kosto t MOVE ON kori asu. Respct,loyalty ekukei dibo nuarile he. Ei video tu jen taar recommendation t ahe ru sai onuvob kore mur val pua khinik. Kudos to the team,who came up with this kind of reality❤

  • @dimpidas4902
    @dimpidas4902 7 місяців тому +3

    Next part oti khunkle lge😍Best wishes to the entire team❤

  • @RakhiDas-kl6yo
    @RakhiDas-kl6yo 6 місяців тому +3

    Bohut val lagil sai❤

  • @rupambasumatary6375
    @rupambasumatary6375 4 місяці тому +3

    Boibhabi❣️❣️

  • @KafiAil
    @KafiAil 6 місяців тому +1

    Dhuniya lagil,next part

  • @nibaranbharadwaj6164
    @nibaranbharadwaj6164 4 місяці тому +2

    val lagil sai ❤❤

  • @Ritrishnavlogs
    @Ritrishnavlogs 5 місяців тому +6

    Right manuhe ki Maribo ❤matlob nai manuhe ki koi ki vabibo ❤

  • @farhinfirdusaborbhuyan69
    @farhinfirdusaborbhuyan69 5 місяців тому +4

    Mojjaa❤❤

  • @Bhargab12345-j
    @Bhargab12345-j 4 місяці тому +3

    Beda daa xsake 🔥🔥🔥

  • @Wanted_Jaan99
    @Wanted_Jaan99 7 місяців тому +1

    Mojja Lagise Dei Bhai 🎉 Aguyai jowa ❤ Love From Nalbari

  • @rupjyotinath8955
    @rupjyotinath8955 7 місяців тому +2

    Nicely acted.....
    Jibon or busyness bohut ata important part.... Hokolore stage t ahe aru oha tu bhal.... Homoy r lgt bohut kisu adjust koribo lage....
    All must know the fraction of free time given his/her partner.
    24 ghontar kunobay 15 hours dibo pare.... But kunobay hoyto 3/4 hours dbo pare.... & It Doesn't mean that the person who is giving more time is perfect..... There may be many factors of not giving that much of time & care....

  • @dhunu7
    @dhunu7 7 місяців тому +3

    So nice nd beautiful stry gyss ❤❤🥺🥺

  • @_LETS-SPEAK-kg1gm_
    @_LETS-SPEAK-kg1gm_ 7 місяців тому +44

    ভালপোৱা জনক পাহৰি ইমান সোনকালে আনৰ হোৱাটো জানো প্ৰেম হয়...?

    • @ashisexe9446
      @ashisexe9446 7 місяців тому +2

      Xt kla thik koise bh

    • @itsuddhav
      @itsuddhav 7 місяців тому +1

      এইটো হে ঠিক কথা দেখা পালো । ❤

    • @bhargavgogoi7012
      @bhargavgogoi7012 7 місяців тому +1

      Aitu thik koisa bondhu 👍

    • @Sanajanaboro11
      @Sanajanaboro11 7 місяців тому

      😂😂😂

    • @cbragaming8269
      @cbragaming8269 7 місяців тому

      Xosa kotha xudhisa 😊

  • @pompisaikia3096
    @pompisaikia3096 7 місяців тому +3

    Bedabratr karonehe ahisilu.. val hoise. Notun lora jonr video ajihe saisu. Nice.

  • @dharitrikalita8545
    @dharitrikalita8545 7 місяців тому +1

    Dhuniya hoise.

  • @paporiborah6762
    @paporiborah6762 5 місяців тому +1

    val lagil dei next part lage

  • @kaustupray850
    @kaustupray850 7 місяців тому +36

    ভাল পোৱা হেৰাই নোযোৱাৰ আগতে এ, কেয়াৰ কৰিব লাগে। হেৰাই যোৱাৰ পিছত নহয়।
    ভলপুৱাক সন্মান কৰিবলৈ হিকা , মিঠা এটা অনুভূতি।,

    • @nayanfact2023
      @nayanfact2023 7 місяців тому +2

      Umm koriselo kinto pisot tire obohelar patro holo aru adin nije beleg ata poti loi gusi gol mok ari

  • @andrewbeef8758
    @andrewbeef8758 4 місяці тому +25

    finaly pinku daa aru sangita relation t ahil

  • @pallabidutta9595
    @pallabidutta9595 7 місяців тому +36

    থাকোঁতে গুৰুত্ব দিবলৈ শিকিব লাগে হেৰাই গ'লে টো সকলো মধুৰেই হয়😢

  • @deepgogoi7464
    @deepgogoi7464 6 місяців тому +1

    BOHOT Val lagil bada da

  • @user-sujatapatar
    @user-sujatapatar 6 місяців тому +2

    Val lgise sai next to dibo ❤❤❤

  • @hardeep2104
    @hardeep2104 5 місяців тому +4

    DhuniYa 🙂❤️ji hoi vle hoi 🥲🫂

  • @riyagogoi9856
    @riyagogoi9856 7 місяців тому +40

    ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাসবোৰ কেতিয়াও সলনি কৰিব নোৱাৰি ❤

    • @dutta22
      @dutta22 7 місяців тому +1

      😮

    • @chayanikaborah3967
      @chayanikaborah3967 7 місяців тому +1

      ❤️

    • @jontiroy6979
      @jontiroy6979 7 місяців тому +3

      Right😢

    • @dutta22
      @dutta22 7 місяців тому

      @@jontiroy6979 🤔

    • @Safeanimals1
      @Safeanimals1 7 місяців тому

      No val puajone xebur thik kora biporite move on kribo lage buli tu kotha ni no

  • @Status2.O106
    @Status2.O106 6 місяців тому +3

    সঁচা ভাল পোৱাবোৰ এনেকৈ এ ভাঙি যায়।

  • @djsarmah7241
    @djsarmah7241 4 місяці тому +2

    Bedabrata's character was not wrong, his possessiveness shows that he loved her and that he's busy with his work...

  • @prasantkasyap3922
    @prasantkasyap3922 5 місяців тому +2

    Your Acting is very natural....the scene when you got angry her it's superb...I dint feel that the reaction it's an Acting....we need this type of realistic Acting....Realistic Acting can relate the audience more who are real audiance who knows acting is not an extraordinary things it all about our daily life consequences... Everyday all everything happening with someone else so if as an Actor can observe all that emotions and reactions with proficiently and put it in his Acting that's called the perfectionist And you are that kind of Actor...👍🙏