‘আপুনি তৰুণ গগৈক কন্দুৱাইছিল, এতিয়া আপুনি কান্দিব লাগিব৷’

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 721

  • @BontiGogoi-gm4wg
    @BontiGogoi-gm4wg 4 місяці тому +151

    গৌৰৱ জিন্দাবাদ আমি আছো আপোনাৰ লগতে জয় আই অসম

  • @হেৰবাঁহী
    @হেৰবাঁহী 4 місяці тому +95

    কোনো দলৰ বুলি নহয়, গৌৰৱ গগৈক ব্যক্তিগত ভাৱে ভাল পাওঁ।

  • @sahilhoque1645
    @sahilhoque1645 4 місяці тому +244

    তৰুণ গগৈয়ে অসমক দি থৈ যোৱা এটা শ্ৰেষ্ঠ উপহাৰ হল আমাৰ গৌৰৱ গগৈ ❤❤❤

  • @mahadevpeguvlogs5815
    @mahadevpeguvlogs5815 4 місяці тому +171

    গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ ❤️

  • @mridulgohain5633
    @mridulgohain5633 4 місяці тому +65

    গৌৰব গগৈ ডাঙৰিয়া জিন্দাবাদ .আপুনি গুৰি ধৰোতা বুলি ভাবো

  • @mofidrohman6393
    @mofidrohman6393 4 місяці тому +78

    গৌৰৱ গগৈ 🙏🙏👍👍👍👍👍👍👍👍

  • @rinaphukon3702
    @rinaphukon3702 4 місяці тому +91

    তিনি জনক শুভেচ্ছা জনালোঁ আপুনালোকে অসমৰ বাবে ভাল কাম কৰি য়াওক।❤❤❤

    • @assamboy..kachari7304
      @assamboy..kachari7304 4 місяці тому

      Val kam ki dal krib 😊huta লাগিব

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 4 місяці тому

      ​@@assamboy..kachari7304 आगे आगे देखो होता है क्या?

    • @Hongram_struggle
      @Hongram_struggle 4 місяці тому +1

      Agote ki dal bal bhal Kam korile

  • @aktarrahman1760
    @aktarrahman1760 4 місяці тому +11

    তৰুণ গগৈৰ নিচিনা আমাৰ অসমত আৰু এটাও নেতা নাছিল আৰু তৰুণ গগৈ দি থৈ যোৱা উপহাৰ আমাৰ গৌৰৱ গগৈৰ নিচিনা আৰু এটা নেতাও আমাৰ অসমত নাই আপুনি আগবাঢ়ি যাওক গৌৰৱ গগৈ আমি আছোঁ আপোনাৰ লগত অসমৰ ৰাইজ আছে আপোনাৰ লগত জয় আই অসম

  • @mrinalmedhi8346
    @mrinalmedhi8346 4 місяці тому +217

    শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল।

    • @Samar11203
      @Samar11203 4 місяці тому +1

      Unity is always greatest thing no worries who is stand behind or infront of you🎉

    • @Nayan-e3h
      @Nayan-e3h 4 місяці тому

      Yes boss

    • @abinashkalita9000
      @abinashkalita9000 4 місяці тому +1

      😂😂😂

    • @BishalBoru-qm4zz
      @BishalBoru-qm4zz 4 місяці тому

      🤣🤣🤣🤣

  • @BROJENBORUAH-m3y
    @BROJENBORUAH-m3y 4 місяці тому +133

    গৌৰৱ গগৈ ডাঙৰীয়াদেৱে যি ষাৰ কথা কলে কংগ্ৰেছ কমীৰ মনৰকথাটোকে কলে। আপোনি গুৰি বঠাদাল ধৰক।২৬ চনত আমাৰ জয় নিচ্ছিত।

    • @srigunajitsharma8282
      @srigunajitsharma8282 4 місяці тому +5

      Bal de

    • @d.s9310
      @d.s9310 4 місяці тому

      Tilinga bhai​@@srigunajitsharma8282

    • @pranabbharali2124
      @pranabbharali2124 4 місяці тому

      Toi Kun hoi​@@srigunajitsharma8282

    • @apurbabhuyan8121
      @apurbabhuyan8121 4 місяці тому

      ২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.

    • @srigunajitsharma8282
      @srigunajitsharma8282 4 місяці тому

      @@apurbabhuyan8121 😂😂👍

  • @LambitGogoi-r9c
    @LambitGogoi-r9c 4 місяці тому +37

    গৌৰব জিন্দাবাদ

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 4 місяці тому +146

    গৌৰৱ গগৈ অসমৰ এক উজ্জ্বল অলঙ্কাৰ।

    • @ShikhaDeka-gp6ii
      @ShikhaDeka-gp6ii 4 місяці тому +8

      Miya anibi

    • @ShikhaDeka-gp6ii
      @ShikhaDeka-gp6ii 4 місяці тому +9

      Miiya miya hob assam

    • @carshorts7621
      @carshorts7621 4 місяці тому +8

      ​@@ShikhaDeka-gp6iiCAA আনি অসমখন বঙাললেণ্ড কৰিলে বিজেপিয়ে। ডিব্ৰুগড়, তিনিচুকীয়াত খিলঞ্জীয়াৰ অধিকাৰ নোহোৱা কৰি পেলালে।

    • @ice-creams-are-not-real
      @ice-creams-are-not-real 4 місяці тому +2

      ​@@carshorts7621CAA অধীনত কেইটা বঙালীয়ে ডিব্ৰু-তিনিত নাগৰিকত্ব পালে হা?? আম্বানীৰ ফ্ৰী ডাটাৰ এয়াই ব্যৱহাৰ?কাম-বন নাই, ধদুৱা কোবাই আল-বাল কথা চেলবেলাই আছহি ইয়াত।

    • @carshorts7621
      @carshorts7621 4 місяці тому +7

      @@ice-creams-are-not-real তোৰ আম্বানীৰ চেটৰ ডাটা মই চলাই থকা নাই। মই এয়াৰটেল চলাও।তই চাগে বিজেপিৰ চেলেকা বাবে তোক আম্বানী বাপেৰে তোক ফ্ৰী ডাটা দি আছে। তিনিচুকীয়া, ডিব্ৰুগড়ত যোৱাবাৰ দুৰ্গাপূজাত কি হৈছিল মনত নাই।অসমীয়াত বেনাৰ লিখিবলৈ কোৱাত বঙালে অসমীয়া মুৰ্দাবাদ দিলে।ধদুৱা কোবাই আছোঁ নে কি কৰি আছোঁ এবাৰ চাই লবিহি।হাত আছে ভৰি আছে কাম কৰি খাওঁ।তোৰ দৰে কোনোবা নেতাৰ ভৰি চেলেকি জীয়াই থকা নাই।CAA যোগেদি কিমান বঙালে নাগৰিকত্ব পাই আছে সেয়া তোৰ বাপেৰহঁতে তথ্য দিছে জানো?

  • @hemangakalita3273
    @hemangakalita3273 4 місяці тому +52

    BJP নাম টো অসমৰ পৰা নাইকীয়া কৰি দিব লাগে

    • @RanaHussain-d2k
      @RanaHussain-d2k 4 місяці тому +3

      কেৱল অসমৰ পৰাই নহয় গোটেই ভাৰতবৰ্ষৰ পৰা bjp,ক বিদায় বিদায় দিৱ লাগে

    • @HariHondique
      @HariHondique 4 місяці тому

      😂😂😂😂😂😂😂😂

    • @MohanPanging-zq1vq
      @MohanPanging-zq1vq 2 місяці тому

      Yes

    • @Abhiborah00
      @Abhiborah00 15 днів тому

      Right ❤❤❤

  • @nishaborah9241
    @nishaborah9241 4 місяці тому +17

    গৌৰৱ গগৈ ডাঙৰিয়া আপোনাৰ কথাখিনিয়ে অন্তৰ ছুই গল।সদায় আপোনাৰ লগত আছো

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 4 місяці тому +31

    ❤❤❤ Congress Zindabaad❤❤❤ Gourav Gogoi Zindabaad❤❤❤

  • @flyingbird131
    @flyingbird131 4 місяці тому +69

    চৰকাৰ আহিব আৰু যাব। আজি যদি কংগ্ৰেছ ভাল কাইলৈ বিজেপি পিছদিনা এজিপি।গণতন্ত্ৰত কোনো চৰকাৰ স্থায়ী নহয়।কংগ্ৰেছে কামো কৰিছিল কিন্তু 15 বছৰ এখন চৰকাৰ থকাৰ পিছত কংগ্ৰেছ অৱশ্যেই গেলিছিল।আৰু বেছি গেলিবলৈ ধৰা হলে সাধাৰণ জনতা গোন্ধত মৰিল হেঁতেন।বিজেপি আহিল,কংগ্ৰেছৰ গেলা পচাবোৰ আতঁৰালে।যথেষ্ট ভাল কাম কৰিলে,যি খন উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলিযেই মানিব নিবিচাৰে সেইখন ঠায়ে এই কেইবছত গুৰুত্ব পালে। বিজেপিও ক্ৰমে পচিছে,,কিন্তু কংগ্ৰেছৰ দৰে নহয়।সময় পৰিৱৰ্তনশীল লগতে মানুহ আৰু মনবোৰ।হয়তো পুনৰ নতুন আৰম্ভ হব নতুবা আগৰ হিচাপ নিকাচ!

    • @KD-dj1iq
      @KD-dj1iq 4 місяці тому +8

      Kothatu hosa, congress dinot rasta ghat obosthaa nasil, atiyau 100% val nai huwa baru still 50% better. Ru Miya musilm bohut utpaat asil atiya olop komil. Corruption kintu atiyau aseaa

    • @basantahira8645
      @basantahira8645 4 місяці тому +3

      সুন্দৰ বক্তব্য

    • @flyingbird131
      @flyingbird131 4 місяці тому +2

      @@KD-dj1iq exactly manuhkhini bohut nholeu jotheso hantire ulabo humabo parisil.eta systemot hokolu hoisil.sakoriu bht dukhiya ghrr lra swaliye pyse,jitu agote dhoni ghrr mnuhe pysil.Tothapiu manuhbur kin2 selfish

    • @mainmail8924
      @mainmail8924 4 місяці тому

      Hosa ktha

    • @nabanitadeka8733
      @nabanitadeka8733 4 місяці тому +2

      Right ktha koise...15years xihatr karma bhout salu...Raino Mari Mari ses koril Rakibul atiya2 atao mora ni kiya

  • @Rahul-e2x7z
    @Rahul-e2x7z 4 місяці тому +68

    ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

    • @apurbabhuyan8121
      @apurbabhuyan8121 4 місяці тому +2

      ২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.

    • @amarjitkurmi6502
      @amarjitkurmi6502 4 місяці тому +2

      মুৰ্খ প্ৰধানমন্ত্ৰী নালাগে

  • @BhaiaBhai
    @BhaiaBhai 4 місяці тому +27

    Gourob gogoi jindabad

  • @PronamiBoruah-ev9nk
    @PronamiBoruah-ev9nk 4 місяці тому +2

    কংগ্ৰেছ জিন্দাবাদ ❤

  • @SavagemodeON973
    @SavagemodeON973 4 місяці тому +74

    হিমন্তৰ বিদায় ঢোল নাগৰা বজাই ৰাইজে দিব লাগে । হিমন্তৰ কাল বৰ্তমান অসমত তিনিজনে আছে ।গৌৰৱ অখিল লুৰিন এই তিনিজনৰ লগত অসমৰ শিক্ষিত আৰু সাধাৰন ৰাইজ আছে । গৌৰৱ অসমৰ ৰাজনীতিত ধাৰাবাহিক ভাৱে পৰিৱৰ্তন আনিব । যত আছে স্বচ্ছতা দেখা পোৱা যায় ।

    • @kumudbaruah2001
      @kumudbaruah2001 4 місяці тому +7

      কংগ্রেস মিট্ৰ জোটে কেৱল তিনি খন আসন পালে বিজেপি মিট্ৰ জোটে এঘাৰ খন আসন পালে। তিনিখন কত আৰু এঘাৰ খন কত। তিখনৰে নগাঁও আৰু ধুবুৰী বাংলাদেশী মিঞাৰ সমষ্টি। গতিকে ইমান উনৈশত বা বলাই লাভ নাই। ২০২৬ চন বাদ দিয়া ২০৩১ চনতো আশা নকৰাই ভাল।

    • @technicalrakibbhai377
      @technicalrakibbhai377 4 місяці тому +2

      Abki bar 400 par hol na Bhai bjp mistar

    • @SavagemodeON973
      @SavagemodeON973 4 місяці тому

      @@kumudbaruah2001 ২০২৬ লৈকে চাই থাক । ফেকুৰ কটি ফাতি যাব । কেলেংকাৰী ওলাব নহয় । গম পাই যাবি তেতিয়া । বিজেপি চৰকাৰ নহয় এইবাৰ NDA চৰকাৰ হয় । মোদীৰ মইমতালি নচলিব সংসদত । এইবাৰ মিদিয়া বোৰকো মেনেজ কৰিব নোৱাৰিব । চাই থাক লাহে লাহে হিমন্তৰো কেলেংকাৰি ওলাব । বিজেপি ১১ খনত জিকি সমগ্ৰ অসমত যিমান ভোট পাইছে , কংগ্ৰেছে সমগ্ৰ অসমত বিজেপিত কৈ বেছি ভোট পাইছে । তাতে দেশৰ বিভিন্ন ৰাজ্যত বিধান সভা ইলেকচন আহি আছে, বিজেপি কেনেকৈ ধৰাশায়ী চাই থাক । বৰ্তমান মোদীৰ ইমান পাৱাৰ নাই অ ভাই ।লোকৰ হাতত ধৰি চৰকাৰ চলাব । তাকো কিমান দিন চলে থিক নাই । ২০৩১ বাদ দে ২০২৬ তে হিমন্তক অসমীয়াই বিদায় দিব । আমাক বামুন নালাগে চিধা কথা।

    • @SavagemodeON973
      @SavagemodeON973 4 місяці тому +6

      ​@@kumudbaruah2001অব কী বাৰ মোদী চৰকাৰ নহয় , অব কী বাৰ NDA চৰকাৰ । দেশত মোদী মেজিক নাই , এইবাৰ সংসদ আগৰ নিছিনা নচলে , মোদীৰ কেলেংকাৰি কেনেদৰে ফাদিল হব চাই থাক । মুম্বাই,হাৰিয়ানা,ঝাৰখন্দত মোদী কেনেকা হাৰিব চাই থাক । মোদীয়ে চৰকাৰে বচাব নে কামে কৰিব নে থিক নাই । কিমান দিন এই চৰকাৰ থাকে ঠিক নাই । ২০২৬লৈকে মোদী বিগ জিৰ হৈ যাব ,হিমন্তই ভগৱান দেখা দি মোদীক দেখে । এই ভগৱানক ৰাইজে নস্যাৎ কৰিব ।

    • @kumudbaruah2001
      @kumudbaruah2001 4 місяці тому +6

      অৰুণাচলত আকৌ এবাৰ মোডী চৰকাৰ লগতে নতুন কৈ উৰিষ্যাতো মোডী চৰকাৰ। কংগ্রেসৰ কেইখন? ওফাইডাং মাৰি লাভ নাই। কথাৰে নহয় বন্ধু কামত পৰিচয়।

  • @trishnakalita4154
    @trishnakalita4154 4 місяці тому +70

    তৰুণ গগৈৰ নাম নাম নকব আৰু please। বহুত দুখ পাওঁ 😭😭😭

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 4 місяці тому +8

    100% right kotha Gourav Gogoi zindabad Rokibul Hossain zindabad Congress party zindabad

  • @hritikdas8538
    @hritikdas8538 4 місяці тому +8

    গৌৰৱ ভাল আৰু গৌৱৰ গগৈ দৰে বহুত এনে লৰা -ছোৱালী আছে অসম হিলায় দিৱ .আমি সৰু পৰা দেখি আহিছো অকল ঘূৰায় পকায় সেইকেইটা মানুহ ৰাজনীতি কৰি আছে

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 4 місяці тому +8

    গৌৰৱ দা, আপুনি যিয়েই নকওক কিয়, বৰদলৈৰ পিছতে হিমন্ত হে অসম ৰক্ষাৰ ক্ষেত্ৰত সজাগ।

    • @Raw_TunEs
      @Raw_TunEs 4 місяці тому +2

      চেপি খুন্দি মাৰি খাইছে কথা কবলৈ আহিছে।

  • @djcomady5431
    @djcomady5431 4 місяці тому +23

    BJP 11 seat puwa pastu eman furti ni Congress 3 pai jiman furti😂

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 4 місяці тому +11

      Futoni koriboloi ki dal ase bjpr? Lukor haat dhori sorkar gothon koriboloi ulaise, abki baar 400 par.... Chii laj loga kotha.😂😂

    • @chinmay7537
      @chinmay7537 2 місяці тому

      অন্ধভক্ত বিহাৰীৰ বাচ্চাৰে অসম খন ভৰি আছে 😂😂😂😂

    • @assamtechnn3668
      @assamtechnn3668 18 днів тому

      Eman val pai jodi kio nijikale ???
      😂😂 Hokole Buji pai

  • @assa516
    @assa516 4 місяці тому +39

    অসমৰ নেতা গৌৰব গগৈক 26 মুখ্যমন্ত্ৰী পতাৰ স্বাৰ্থত উজনি- নামনি, মধ্য -উত্তৰ অসমত কংজেপি এইবাৰ চাফাই হ’ব

    • @Abcdefgh-q4k
      @Abcdefgh-q4k 4 місяці тому +4

      Dom aase horuyai dekhuyabo Garav dadak..

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 4 місяці тому

      দম আছে যদি হৰুৱাই দেখুওৱা।

  • @LuisKachuwa
    @LuisKachuwa 4 місяці тому +36

    congress zindabad 🎉🎉❤❤

  • @anandarajbongshi8200
    @anandarajbongshi8200 4 місяці тому +4

    আপোনাকৰ চৰকাৰ থকাৰ দিনত কোনো এটা কাম পইচা নিদিয়াকৈ হোৱা নাছিল কিন্তু বৰ্তমান সেই দিন আৰু নাই বুজিছে। এতিয়া চৰকাৰক কিয় বেয়া পায় জানেনে কাৰণ আগতে কোনো ধৰণৰ কাম নকৰাকৈ চাকৰিয়াল বিলাকে টকা ঘটিছিল কিন্তু এতিয়া যে কষ্ট কৰিবলগীয়া হৈছে অলপ দৌৰাইছে বাবে এইখন চৰকাৰ বেয়া ।

  • @Jackson609india
    @Jackson609india 4 місяці тому +27

    I love you gourav Gogoi jindabad congresh

  • @nawanitapator3572
    @nawanitapator3572 4 місяці тому +16

    খতাখত খতাখত খতাখত কাম কৰিব বুজি পাইছো ডাঙৰীয়া

  • @anubhavshandilya2122
    @anubhavshandilya2122 4 місяці тому +14

    Congratulations Gourav gogoi....
    Congress is back

  • @DibesharBora
    @DibesharBora 3 місяці тому

    দেলাল,বিজেপিক অসমৰ,পৰা,চিৰ বিদায়,দিব,লাগে,জয়,আই,অসম কংগ্ৰেছ জিন্দাবাদ

  • @DibesharBora
    @DibesharBora 3 місяці тому

    গৌৰৱ গগৈ,জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ

  • @ManashBhaii
    @ManashBhaii 4 місяці тому +9

    গগৈ দেব আপুনি আগতে উন্নয়ন কৰক চোন ৰাইজক উন্নয়ন হে লাগে কথা নালাগে, নে আপোনালোকেও একেটা খালৰে মাছ।

    • @mukulbaruah1833
      @mukulbaruah1833 4 місяці тому

      Manash kukura apuni Bjp(Brastasari janata partyr) Dalaal he.

  • @pranabnath2195
    @pranabnath2195 4 місяці тому +16

    আপোনা লোকৰ ১৫ বচৰ কি কৰিচিল এতয়া হে সাৰ পাইচে টোপনিৰ পৰা আগেত কৰা কাম বোৰ এবাৰ চকো মেলি চাউক চোন কি কৰিচিল

    • @gogoida598
      @gogoida598 4 місяці тому +2

      Tatia himanya congress t asil

  • @abdulmohimlaskar6850
    @abdulmohimlaskar6850 4 місяці тому +11

    Cong go ahead 🎉

  • @ShyamantasVlogs
    @ShyamantasVlogs 4 місяці тому +2

    অসম আন্দোলনৰ 850 জন শ্বহীদ কাৰ শাসনত 😢

    • @mukulbaruah1833
      @mukulbaruah1833 4 місяці тому

      Shyamntas 850 jon k tahot Monubadi,Brahmonbadi, Jatibadi jehadi a Hotya karisili. Congress, Bjp ba High Court Supreeme court buli kunu kotha nai. Court mane Ghartue rai nidi a, va Congress, Bjp name tue manuh Hotya nakore. Khei dal ba nyayalayat thaka Monubadi,brahmonbadi, jatibadi,khampradaik jehadi bilakehe Hotya kore, koruai. Dekh totha Axom t ata u monubadi, brahmonbadi, jatibadi jehadi thakaloike Santi,Samprity,Unnati akhambhab, never.

  • @rrhino9337
    @rrhino9337 4 місяці тому +3

    Our Gourav gogoi upcoming CM Assam 2026❤❤
    Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏

  • @RanaHussain-t1p
    @RanaHussain-t1p 24 дні тому

    গৌৰৱ গগৈয়ে আমাৰ আৰু,আমাৰ অসমৰ এক গৌৰৱৰ সোভাগ্য সম্পদ ❤❤❤,,

  • @prince_babu_72
    @prince_babu_72 4 місяці тому +8

    Love you Gogoi ❤❤❤❤

  • @samudranathdeka4879
    @samudranathdeka4879 4 місяці тому +5

    26 ত CM HBS Sir.
    কাৰণ কামৰ মানুহ বিচাৰে।

  • @sanatandas7121
    @sanatandas7121 4 місяці тому +2

    BJP jindabad....

  • @nawazhussain3201
    @nawazhussain3201 4 місяці тому +24

    Right Rakibul sir

  • @nirmaldas169
    @nirmaldas169 4 місяці тому +10

    কাম নাই কংগ্ৰেছৰ

  • @DibesharBora
    @DibesharBora 3 місяці тому

    সছাই কৈছে,কংগ্ৰেছ জিন্দাবাদ

  • @K.G-z-I6b
    @K.G-z-I6b 4 місяці тому +1

    যদি মিয়া বাংলাদেশী অসমৰ পৰা খেদাব পাৰে তেতিয়া হে সমগ্ৰ থলুৱা অসমীয়াই আদৰি লৱ । গৌৰৱ গগৈক নহ'লে বিজেপি বা অন্য চৰকাৰ অহা আশা আছে অসমত ।

  • @geetadas585
    @geetadas585 4 місяці тому +13

    Congress zindabad

  • @PrakhonoKalita
    @PrakhonoKalita 4 місяці тому

    গৌৰব গগৈ জিলাৰ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ?

  • @Nearest-wo5co
    @Nearest-wo5co 4 місяці тому +13

    Joi Congress

  • @MridhanRabha-cm2we
    @MridhanRabha-cm2we 4 місяці тому +20

    কথা কোবাৰ প্ৰেক্টিছ কৰি আছে ৷ যাতে আৰু জনপ্ৰিয় হয় ৷

    • @DhantiHazarika-f6i
      @DhantiHazarika-f6i 4 місяці тому +2

      মাইকী মাছ।

    • @pranabduarah707
      @pranabduarah707 4 місяці тому +1

      What do u mean by Female fish ? Need Male & female for production.

    • @TREYZ--07
      @TREYZ--07 4 місяці тому +4

      তই ভালকৈ শিকি ল প্ৰথম 😂

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 4 місяці тому

      ​@ActressCurvyhai re, ki xundor bhakha.... Tohoti axom khonok dubali.

  • @Avikalita
    @Avikalita 4 місяці тому +6

    গৌৰৱ গগৈয়ে কংগ্ৰেছ বাদ দিব লাগে । তেতিয়াহে জিকিব 2026 ত

  • @dhirenboruah4665
    @dhirenboruah4665 4 місяці тому +9

    গৌৰব গগৈ জিন্দাবাদ

  • @MonujDoley-q5j
    @MonujDoley-q5j 4 місяці тому +2

    গৌৰৱ গগৈ ড়াঙৰীয়া জিন্দাবাদ

  • @DimbeswarGogoi-i3l
    @DimbeswarGogoi-i3l 4 місяці тому +1

    তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে অসমৰ একমাত্ৰ সাফল্য সন্তান ❤❤❤

  • @birendoley7136
    @birendoley7136 4 місяці тому +5

    তিনি জন সাংসদ জিকোতে সিমান দম্ভালিও ভাল নহয়। প্ৰথমে ২৬ত জিকিবলৈ চেষ্টা কৰক।

  • @jogi540
    @jogi540 4 місяці тому

    গৌৰৱ দা জিন্দাবাদ,,আমি ৰাইজ আছো আপোনাৰ লগত,,,আমাক নালাগে কংস মামাৰ অপশাসন। জয় আই অসম

  • @Brikhyostudypoint
    @Brikhyostudypoint 4 місяці тому +14

    Gourov assam r gaurav🎉🎉

  • @munmikakoti
    @munmikakoti 4 місяці тому +6

    Gaurav gogoi zindabad

  • @Tonmoydewri
    @Tonmoydewri 4 місяці тому +1

    পাহাৰৰ শিল কোমল হলে বন্দৰে খায় নাইকীয়া কৰিলে হয়।এবাৰ দেউতাৰৰ লগবোৰক খুধি চোৱা পুৰণা কম্বল,আঠোৱা কেইটা কেনেকুৱা হৈ আছে। BJP ক হৰুৱাবলৈ সপোনত দেখিব।কিন্তু,দিথকত নহয়।

  • @krishnakakaty2624
    @krishnakakaty2624 4 місяці тому +2

    Gwrob. Gogoi. Jinda. Bad. Kwne. Dolor. Buli. Nohoi. Tew. Ajon. Xot. Aru. Nixtha. Ban. Aru. Agoloi - - - - - -

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 3 місяці тому

    Very good ledar gaurv gogoi next Cm congareess party zindabad gaurv long live

  • @chinmay7537
    @chinmay7537 2 місяці тому

    জয় আই অসম😎🙏 ❤

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 4 місяці тому

    আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ❤

  • @prabina-v5b
    @prabina-v5b 4 місяці тому +7

    কংগ্ৰেছ দলে চাগে 15 বছৰ শাসন কৰিছিল 😊

  • @miromiro659
    @miromiro659 4 місяці тому

    Gaurav Gogoi zindabad

  • @test-ix9im
    @test-ix9im 4 місяці тому

    Can't tell about any political party..but Mr gaurav is perfect good human being..fulle support to Gaurav 🙏

  • @uttamroy4434
    @uttamroy4434 4 місяці тому +2

    কাম নাই আপোনালোকৰ, মাত্র ৩ খন আসন জিকি ইমান অহংকাৰ নকৰিৱ ।

    • @Raw_TunEs
      @Raw_TunEs 4 місяці тому +1

      বিজেপিৰ অহংকাৰী কেইটাকো কিবা এষাৰ কওকচোন। পিয়াঁজ আৰু মলোৱাৰ কথাকেই কওক। মামাক এৰিয়ে দিছো বাৰু😂😂

  • @arupsenchuwa5004
    @arupsenchuwa5004 4 місяці тому +1

    আপুনি চিন্তা নকৰিব আমি সদায় আপোনাৰ লগত সদায় দিনে ৰাতিয়েই একাকাৰ কৰি লাগি থাকিম আৰু আছে ৰকিবুল ছাৰ

  • @ShivaPathari
    @ShivaPathari 4 місяці тому +3

    মামা জিন্দাবাদ,

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf Місяць тому

    Garuv Gogoi Zindabad

  • @BolinDas-b4q
    @BolinDas-b4q 3 місяці тому

    Good dicision 👍👍✋✋🙋

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 4 місяці тому +9

    Bhagin aru mama r final khel saam. Ei khelot Akhil Gogoi da bahut dangar bhumika thakibo.

  • @Ayush-l1j5x
    @Ayush-l1j5x 3 місяці тому

    Next Upcoming CM of Assam....Gourab Gogoi.

  • @debolota7973
    @debolota7973 4 місяці тому

    b j p মুখ্যমন্ত্ৰীৰ হিমন্ত বিৰ্শচমা ডাঙৰিয়া এই মুহুতত কেনেকোৱা লাগিছে তৃনমুল স্বাস্থীয় কমী আশা কমীক সন্মান কৰিব নজনা প্ৰতিফল পালেনে ভালকৈ ?

  • @JayPegu321
    @JayPegu321 4 місяці тому +4

    Thanks...❤❤❤

  • @miromiro659
    @miromiro659 4 місяці тому

    Only Gogoi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 4 місяці тому +1

    Congress welcome and longlive forever in india .and BJP go back forever from India to anywhere .

  • @allaboutinmisingagom5018
    @allaboutinmisingagom5018 4 місяці тому +2

    Wow Rokiful hussain is real king ❤

  • @manujrai1490
    @manujrai1490 4 місяці тому +11

    Next CM Assam

  • @KakoliHazarika-k2d
    @KakoliHazarika-k2d 4 місяці тому

    Gourav Gogoi jindabad🙏🙏

  • @kiranxetry9581
    @kiranxetry9581 4 місяці тому

    I think next cm G. GOGOI... I WILL ALWAYS SAPORTING

  • @arunborah1859
    @arunborah1859 4 місяці тому +1

    কি কংগ্ৰেছ কি বিজেপি কি অগপ সকলো একেই। অসমৰ কথা কোনোবাই ভাবিলে নে আজিলৈকে। অসমীয়া জাতিটো আৰু বেছিদিন নাই অস্তিত্ব নাইকিয়া হবলে।

  • @mohanpegu8397
    @mohanpegu8397 4 місяці тому +9

    Congratulations jai hind

  • @hemantahazarika9715
    @hemantahazarika9715 4 місяці тому

    গৌৰৱ গগৈয়ে অসমৰ ইতিহাস আকৌ সোণালী আখৰেৰে লিখিব সেইয়া মোৰ দৃঢ় বিশ্বাস, ❤ ৰাজনীতি ৰজাৰ নীতি , তাতে আছে শোষণ আৰু দুৰ্নীতি, সেয়ে ৰাজনীতি মোৰ একেবাৰেই অপ্ৰিয়, কিন্তু যেতিয়াই গৌৰৱ গগৈক প্ৰথমবাৰৰ বাবে দেখিছিলো সেইদিনাই মনতে ভাৱিছিলো এদিন গৌৰৱে অসমত চিত্ৰপট সলনি কৰিব, খুবেই তীক্ষ্ণ মানুহ, সিংহৰ দৰে খোজ আৰু গৰ্জ্জন তেওঁৰ, স্পষ্টবাদি কিন্তু সুবিধাবাদী নহয় , সেয়ে আজি যুৱ প্ৰজন্মৰ বহুতেই যুৱক যুৱতীৰ চকুত অসমৰ ভৱিষ্যত তাৰকা হৈ দেখা দিছে আমাৰ মৰমৰ গৌৰৱ গগৈ নামৰ মানুহজন, ❤❤
    মই গৌৰৱ গগৈক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা দিছো, অসমৰ দৃশ্যপট সলনি কৰক গগৈ ডাঙৰীয়া, আপোনাৰ পিতৃ আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈ ছাৰক যিসকলে লাঞ্চনা, ভঞ্জনা, তিৰস্কাৰ আৰু অন্যায় কৰিছিল তেওঁলোকচ উচিত প্ৰত্যুত্তৰ দিয়ক ককাইদেউ, ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @nmmalakar6579
    @nmmalakar6579 4 місяці тому

    ৰকিবুল ৰ বৰ বৰ lecture,, ধুবুৰীত ৰকিবুল বুলি নহয় কংগ্ৰেছ ত যদি শুকুৰ আলি উঠিলে হৈ তেতিয়া ও কংগ্ৰেছ এ জয় হল হয়।আপোনাৰ যদি ইমান সাহস আছিল ধুবুৰী ত গৌৰৱ ক কিয় নিদিলে । ৰকিবুল যদি যোৰহাটত ওঠিলে হয় তেতিয়া গম পোৱা গল হয়।যোৰহাটত কংগ্ৰেছ কাৰণে নহয় গৌৰৱ গগৈ কাৰণে হে জয়ী হৈছে।

    • @asish1096
      @asish1096 4 місяці тому

      Rokibule lead kiman pale gom pai nai

  • @ajirnews9635
    @ajirnews9635 4 місяці тому +1

    Gourav da always love you ❤

  • @utpaldeka5628
    @utpaldeka5628 4 місяці тому

    Sir we hope you keep your proud, not only for you but for Assam also...

  • @NirmolRay1996
    @NirmolRay1996 4 місяці тому

    অসমত কিন্ত এবাৰ আৰু বিজেপি চৰকাৰ হব।

    • @kumudbaruah2001
      @kumudbaruah2001 4 місяці тому

      এবাৰ নহয় বহুতবচৰৈ বিজেপিৰ চৰকাৰ লাগে। কংগ্রেস মানে মিঞা আৰু মিঞা মানে কংগ্রেস। এয়া নগাঁও আৰু ধুবুৰীত প্রমাণ হৈ গল। নগাঁও আৰু ধুবুৰী কোনো দিনে মিঞাৰ হাতৰপৰা ঘুৰাই আনিব পৰা নহব। এটা সময় আহিব মিঞাই অসম খন গিলিপেলাব। কংগ্রেসেই অসমলৈ মিঞা আনিছিল। গতিকে কংগ্রেসক কোনো কাৰণতে অসমত খোপনি পাতিবলৈ দিব নালাগে।

  • @LuchaaHetatondhrama
    @LuchaaHetatondhrama 3 місяці тому

    Gourab da and Raki da zindabad ❤

  • @montazali4368
    @montazali4368 4 місяці тому +8

    World N0 1 Hero Gogoi Sir

  • @dbcgameworld
    @dbcgameworld 4 місяці тому +1

    Next CM Gourav Gogoi ❤️

  • @dipankusaika5754
    @dipankusaika5754 4 місяці тому +10

    আকাশত চাং পতা বাত দিয়ক ? 2026 চত ধূলিৰ লগত মিলিব ?15বছৰত কি কৰিছিল মনত আছে?

    • @bituborah997
      @bituborah997 4 місяці тому

      Ki kora naii koi jaouk sun ?? Xunu

    • @ritashree
      @ritashree 4 місяці тому +1

      Knke krb prib tatia bjp leader gita a congress dol t borbad kre asl atya bjp kre ase bht kiba kibi krsl 👍 m atiaw aku unoti dkha ni fly ovr bhre amr eyt main road t aji 5yrs complete huwai ni heibr rasta congrss dinree hoi

    • @bituborah997
      @bituborah997 4 місяці тому

      Aisba aiblk kotha buji pala ha ! Koi lav nai

    • @kumudbaruah2001
      @kumudbaruah2001 4 місяці тому +2

      কংগ্রেসী আৰু তেওঁলোকৰ অনুগামী সকলৰ যি দেখিছো একো নাই। মুঠতে মুখ খন আছে বিবেকহীন কিছুমান কথা কৈছে। যুক্তি তর্ক একো নাই। তৰুণ গগৈ ৰ ১৫ বছৰৰ শাসন কালত অসমখন খত ম কৰি পেলাই ছিল। এতিয়া আকৌ ধংস কৰিব বিছাৰিছে। বৰ্তমান অসমীয়াই দিব নেকি? আমি উন্নয়ন আৰু প্রগতি বিছাৰিছো। কংগ্রেসে দূৰ্নীতি আৰু ভষটাচাৰ বিছাৰে সেয়েহে ইলেকচনত হাৰি অধৰযয় হৈছে।

    • @tailukyaxonowal5872
      @tailukyaxonowal5872 4 місяці тому

      Apuni notun bjp ne puro na bjp....jonabo sun?

  • @gonjanboruah6988
    @gonjanboruah6988 4 місяці тому

    ৰকিবুল ডাঙৰীয়া আপুনি লোকৰ কথা চিন্তা কৰিব নালাগে ,ধুবুৰীৰ কথা চিন্তা কৰক নহলে আপোনাৰ চকুলোৰে বাট নেদেখা হব ।

  • @অগ্নিবীৰ্য-Theheatoffire

    গৌৰৱ গগৈ জিন্দাবাদ

  • @oxomormusic4453
    @oxomormusic4453 4 місяці тому +4

    Rokibul Sir, gaurav Sir, debabrat Sir, Bhupen Sir, ek hoi kam korok aru gaurav Gogoi Sir k agoloi loi jaok .CM bonaok,

  • @jonalidutta9886
    @jonalidutta9886 4 місяці тому

    Next Assam CM... Mr G. Gogoi... Zindabaad

  • @aleesha475
    @aleesha475 4 місяці тому +1

    B j p go back

  • @princhisaikia
    @princhisaikia 4 місяці тому +1

    Congress ❤

  • @debajanibaruah3105
    @debajanibaruah3105 4 місяці тому +1

    গৌৰৱ গৌৰৱেই হওক ।তেওদুখীয়াৰ দুখ বুজিব ।ঘৰ পাতি দিব ভাঙি নেপেলায় ।নাম থকা বিজেপি ঘৰ ভাঙিও ৰাজনীতিত নাম কৰিব চায় ।চিঃ আজিও শিলশাকোত দুখীয়া মানুহে ঘৰ মাটি বিচাৰি হাহাকাৰ কৰিআছে ।কংগ্ৰেছ আহিলে অলপ সকাহ হব ।

  • @AssameseMaker1
    @AssameseMaker1 4 місяці тому +1

    Himanta ke bohut bhal apuni❤❤