Akhil Gogoi | হিন্দু কি মুছলমান, প্ৰতিগৰাকী বিদেশী বহিষ্কাৰ হবই লাগিব
Вставка
- Опубліковано 18 жов 2024
- হিন্দু কি মুছলমান, প্ৰতিগৰাকী বিদেশী বহিষ্কাৰ হবই লাগিব
অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান সম্পৰ্কত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বক্তব্য
#SangbadPrahari #AkhilGogoi #RaijorDol
Good Akhil Gogoi
এতিয়া CAA বাতিল কৰিলেহে
প্ৰকৃত বিদেশী ওলাই পৰিব ।
অখিল গগৈয়ে একেবাৰে সঁচা কথা কৈছে।
অখিল গগৈ জিন্দাবাদ।এতিয়া caa বাতিল কৰিলেহে প্ৰকৃত Bangladeshi ওলাই পৰিব।
ভিত্তি বছৰ যিয়েই নহওঁক কিয় বাস্তৱত ইয়াৰ কোনো মূল্য নাই। কাৰণ সংজ্ঞাহীন অসমীয়াই কোনো কালে বাংলাদেশী খেদিব নোৱাৰে। 51 বিচৰা সকলে 71 নামানে,CAA মানি লোৱা সকলেও 71 নামানে। চৰকাৰে খেদিব পাৰিলেও নেখেদে । এইবিলাক মানুহৰ আৰু মিডিয়াৰ মুখ চুপটি , লগতে দল সংগঠনৰ ৰাজনীতি হৈয়ে আছে আৰু থাকিব।
Agree .
Sabbake brahmputra nadit otuai diba lage ehate kebal nijar sarthat rajniti kare
ভাল পদক্ষেপ, কিন্তু সেই সকলো বোৰ কাৰ্য কৰী কৰিবলৈ শাসক বিৰোধী সকলোৰে সহযোগ নিতান্তই প্ৰয়োজন। সমালোচনা আৰু বোকা চতিওৱা ৰাজনীতি কৰি থাকিলে সকলো তল পৰি যাব আৰু ছুপ্ৰিম কোৰ্টৰ ৰাইদান কাগজে পত্ৰহে বৰ্তি থাকিব, এইয়া নিচ্ছিত।
Akhil gogoi zindabad ❤
Ekdom right
Good lagibo
Right 👍
Very fine done hounerable suprime court
Thanks .
BANGLADESHI atiya comments ot kandibo 😂 jai SAMBIDHAN.....JOI AI AXOM
Aji khilonjia rr karone dangor JOI❤
Right
কেইটা খেদিবি লাখ লাখ মানুহ আছে 1322 ত আমাৰ পাট্টা মাটি আছে আমি আমাৰ পৰিয়ালৰ মানুহৰ বৃটিছ ৰ দিনৰ প্ৰয়োজন প্ৰমাণ দিবপাৰিম আৰো 1951 , 1971 কথা পিছৰ কথা😅 এতিয়া হে জমিব খেলাটৌ
Apunak moi akharei kotha Kom
BAPEROR MURTU
Good is good
অসম চুক্তিৰ ন্যায্যতা আকৌ এবাৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলেও কাৰ্য্যকৰী কৰাতোহে আচল কথা । যদি ধৰি লও যে এজন 20 বছৰীয়া যুবক 1970 চনত ভাৰতলৈ আহিলে (আজি তেওঁৰ বয়স 74 বছৰ) তেওঁ বৈধ নাগৰিক । 1972 চনত তেও বিয়া পাতিলে তেওঁৰ সন্তানৰ বয়স 50 বা তাতকৈ অধিক হব। আনকি তেওঁৰ নাতি পুতি সকলো প্ৰাপ্তবয়স্ক হৈছে । এতিয়া সেই আটাইবোৰেই ভাৰতীয় নাগৰিক হৈ পৰিছে । আনহাতে আন এজন 20 বছৰীয়া যুৱকে 1972 চনত আহি এবছৰ পিছত বিয়া পাতিলে তেওঁৰো নাতি পুতিলৈকে বিদেশী নহব জানোঁ আৰু তেওলোকক বিতাৰিত কৰিব লাগে যদিও সি সহজ সাধ্য হব জানোঁ? সেয়েহে অসমত 'কা' আইন বলবৎ বা প্ৰযোজ্য হোৱাতো বন্ধ কৰিলেহে কামত আহিব । কিন্তু অসম বিজেপিৰ উদ্দেশ্য মিঞা খেদিব লাগে আৰু হিন্দু আনিব লাগে, বিজেপিৰ ভোটাৰ বৃদ্ধি হব লাগে ।
Our respected leader Akhil Gogoi, good.
এটা মানুহ অ খেদিব নোৱাৰে, কাৰণ বাংলাদেশ ৰ লগত কিবা চুক্তি আছেনে? মানুহ যদি চিনাক্ত হয় ও তেন্তে কোন দেশৰ পৰা আহিছে কেনেকৈ চিনাক্ত কৰিব।
Right gogoi da 1971
এতিয়া বিদেশী খেদা টো কি খেলা হয় বা,,,,,,
I am agree with akhil sir.
Caa batil kork thank you
Good.
Good Assam srkare
Asam janajatiya rajya sintatu kor para ahil,akal janjatia manuhkhiniaha asamkhan dhari rakhise nki...!! Ai system bisari punar akhan bibhedkami rajya pratistha karibo bisare kiya....!!
Good
টিক আছে
OK
অসম দুহী
এতিয়া আপোনাৰ মানু্হ বোৰৰ যে কি হব অলপ কলে ভাল আছিল । 72 পাছত জন্ম লোৱা কোনোবা DC/SP হয় আছে।
Tetia hole CAA R artho ki Jodi Hindu k khedhibo lage aru Muslim bilkok Kazirangar dore Ronga dolicha pati diyok Mr. Akhil Gogoi
Meghalaya r cm jodi caa nalage buli kobopare , supreme court e eitu rai dan diyar pisot axomor cm e caa nalage buli kobo nuara kiyo.
Tar gutit dom nai j
B J P Jendabad
Light bill petrol medicine chaul alu piyaj tel nimokh kapur rasta shikha chakori???
71❤..
Mosolman 1922 r agot ahise saw abar ki hoi
CAA Cancel hobone
Mamai dekhon amar karane CAA anithoise
১৯৭১চনৰ ২৫ মাৰ্চ
1951 hbo lgisil... tetya safa hol hoi.. atleast ata bostu krile hol.. Axom r 1951 r NRC t jar naam ny.. xi jate mati kinibo nuare aru vote dibo nuare aru dutat k jate besi jonmo dibo nuare.. heiya kribo lgibo
असमीया एदीन हकलु मिया हय जाब '1952 हे हबा लागे
Caa bitil noholi ibheko bhaona hobo
Sob jab lagib
Atau bedeshi nai assamot..
True that you can disturb the present stability of Hindus, Buddhists and Jains. But can you bring instability to Muslims? I don't think that you can. Let us assume that If the above stated situation happens then most of the districts of Assam will have Muslim dominance. Don't allow this to happen.
Aapunar...famailer...kunubaa...sahid...huaa...nai....ki..bujibaa....
Bjp জিন্দাবাদ,Himanto zindabad,❤❤❤❤❤❤
Dada jikei nohok amar Axom khon hanti pabo atia. joy aai Axom 🙏🙏
Kun o goru tu aaito
আমি মিঞা, বিৰোধি হিন্দু বিৰোধি নহয় আৰু নকৰোও ।
Poglatu akou ulal.bjp NCR karjokori korise.bjp zindabad aru bjp k akhekh dhoinnobad.hindu rastro hobo goise Joy sree hind bandy maatram.
ঐ পঙ্কজ কুত্তা, তোৰ কোনো বাপেৰৰ ক্ষমতা নাই এই খন হিন্দু ৰাষ্ট্ৰ কৰাৰ।
Right
Akhil gogoi zindabad ❤❤❤❤