এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গল অন্য যুৱকলৈ : A HEARTLESS MOTHER of Nagaon Assam

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • মাতৃক ঘুৰি আহিবলৈ আকুল আহ্বান দেৱশিশুৰ : অধিক জানিবলৈ তলত দিয়া লিংক চাওক
    www.timesguwah...
    In English :-
    english.timesg...
    like fb page :- timesguwahatinews
    #timesguwahati #news #dhing ✅Follow Pulak Nath as Your friend at Facebook
    / pulaknath123
    For any Detais please inbox or comment

КОМЕНТАРІ • 1 тис.

  • @Vishal-mt3zf
    @Vishal-mt3zf 4 роки тому +113

    হাঁহিত মা কান্দিত মা
    সুখত মা দুখত মা
    এনে মা শব্দক বদনাম কৰা এইজনি পৃথিৱীৰ সকলো মাৰ অপৰাধী।।।

  • @hemolatavlogs
    @hemolatavlogs 4 роки тому +85

    বহুত দুখ লাগিল ,,আমি এজনী ছোৱালীৰ কাৰণে বহু ছোৱালী বেয়া বলি শুনা খাব লগীয়া হৈ😭

    • @hellohi2002
      @hellohi2002 4 роки тому +2

      Nai ohh xokolu eke nohoi.

    • @niraldas3733
      @niraldas3733 4 роки тому +1

      That is girls power 😃😃😃😃😄😄😄😄

    • @jitenpatar6923
      @jitenpatar6923 4 роки тому +1

      Loratu ki val niki lukor ghoiniakok loi je polal

    • @niraldas3733
      @niraldas3733 4 роки тому +1

      @@hellohi2002 you are god

    • @niraldas3733
      @niraldas3733 4 роки тому +1

      @@jitenpatar6923 😃😃😃😀😀😀😄😄😄

  • @dharitrikalita8258
    @dharitrikalita8258 4 роки тому +173

    এই বোৰ মা নহয় ডাইনী হয়।।

  • @dhokebazzride9003
    @dhokebazzride9003 4 роки тому +63

    Video তো যদি লৰা জন ডাঙৰ হৈ চাই! তাৰ বহুত বেয়া লাগিব সি বহুত কান্দিব।😢😢😥

    • @Sanju_borah
      @Sanju_borah 4 роки тому +4

      Tumi thik kotha ata koisa parile video tu delete kori dibo 🙏 lora tu dangr hole khi dekhi video tu bohut dhukh pabo..

    • @Biki_S_73
      @Biki_S_73 4 роки тому

      sight

    • @moonneog6607
      @moonneog6607 3 роки тому +1

      Tai 2nmbore hoi thakbo lagibo.

  • @PeguAo-ud6ey
    @PeguAo-ud6ey 10 місяців тому +3

    Nice❤❤

  • @manoranjansaikia6668
    @manoranjansaikia6668 4 роки тому +76

    এই বোৰৰ মুখত কিয় blur দিব লাগে? ইহঁতৰ দৰে দুই নম্নৰী মাইকী বোৰৰ মুখ ৰাজহুৱা কৰিব লাগে

  • @dncreative6497
    @dncreative6497 4 роки тому +28

    লাজ নাই, নিজৰ সন্তান আৰু মানুহজনক এৰি এনেকুৱা কাম কৰিব নাপায়😭😭

  • @bhashkarjyotiray4537
    @bhashkarjyotiray4537 4 роки тому +44

    বহুত দুষ লাগিল শুনি 🥺🥺

  • @pratapmedhi8161
    @pratapmedhi8161 4 роки тому +19

    এনেকুৱা মাইকীৰ মুখ খন ৰাইজক চিনাকি কৰি দেখুৱাব লাগে

  • @debaborah3730
    @debaborah3730 3 роки тому +5

    এতিয়াও পৃথিবীৰ পৰা ধৰ্ম আতৰি যোৱা নাই ,ইহঁত কেতিয়াও শান্তিত থাকিব নোৱাৰে ।

  • @বিকাশভাই-ম৩ভ
    @বিকাশভাই-ম৩ভ 4 роки тому +7

    আপুনি কষ্টৰ কৰি লৰাটোক ডাঙৰ কৰক লৰাটো বহুত ভাল হব।সেইজনী আকৌ ঘূৰি আহিলে আপুনি শান্তি নাপাব

  • @babumonu234
    @babumonu234 4 роки тому +11

    কি মাক অ ত ই তোৰ দুখ নালাগে পোৱালীটোলৈ চালা্ জহৰি 👍👍👍

  • @rafikulali7801
    @rafikulali7801 4 роки тому +28

    সুন্দৰী চাই বিয়া পাতিলে এনে হবে মন চাই বিয়া পাতিব লাগে 😂😂😂😂

  • @lakhyajitgogoi6943
    @lakhyajitgogoi6943 10 місяців тому +1

    Bohut lagil

  • @nayanmoniborah1929
    @nayanmoniborah1929 4 роки тому +9

    এনেকোৱা মাইকীক কেলা গৰত থৈ ডিঙি কাতি পেলাৱক

  • @jaanboruah8680
    @jaanboruah8680 4 роки тому +20

    তেওঁ কাৰো লগতেই সুখী হব নোৱাৰে আনকো সুখ দিব নোৱাৰে ! সকলো দেখি শুনি জানি বুজি কৰা ভুল ।

  • @johnexplain1720
    @johnexplain1720 4 роки тому +18

    যদি জীৱনত satisfaction নহয় তেনেহলে কথা পাতা,, আলোচনা কৰা,,, বহুতো সমাধান থাকে

  • @rbfactsassamese9537
    @rbfactsassamese9537 4 роки тому +1

    Baya lagil dai ....

  • @sunnyaxom2009
    @sunnyaxom2009 4 роки тому +61

    Face should be published, then this kind of lady and girl will learn a lesson

    • @ctcreation6549
      @ctcreation6549 4 роки тому +3

      Akou bule nari vagabanr rup

    • @niraldas3733
      @niraldas3733 4 роки тому +1

      Your hslc marksheet should be published i think you got 3rd division in degree

    • @sunnyaxom2009
      @sunnyaxom2009 4 роки тому +1

      @@niraldas3733 and you are 8th passed boy

  • @papuboy7787
    @papuboy7787 4 роки тому +2

    লৰা তুৰ কাৰনে বেয়া লাগিছে😥😥😥

  • @kamaljyotisarma6025
    @kamaljyotisarma6025 4 роки тому +9

    এনেকুৱা স্বভাৱৰ তিৰিবোৰক...চুলি খুৰাই দি কুবাব লাগে...কি নিস্টুৰ তিৰি বে....অকমানি তোলৈ বেয়াই লাগে...তিৰিতোৰ ফটো দেখাকৈ দিয়ক...আমাৰ ইয়াত যদি দেখা পাও কোবাম কিন্তু দেই....

    • @CS-jy9ix
      @CS-jy9ix 4 роки тому +1

      What about the man/ravaan he's equally responsible too

  • @SumiRajkhowa-d4m
    @SumiRajkhowa-d4m 10 місяців тому +1

    Botmasi jonik aru nibisarib dada

  • @deepmoinahazarika2116
    @deepmoinahazarika2116 4 роки тому +5

    এইবোৰ কথা সোনাটোবো মহাপাপ

  • @furkanali4544
    @furkanali4544 4 роки тому +2

    বহুত দুখ পালোঁ অ।সচাকৈ চকুপানী ওলাই আহিল😭😭

  • @santupator7854
    @santupator7854 4 роки тому +7

    Moi o buwarir premot porisilu kosomse😁😁😁😁

  • @labagogoi3561
    @labagogoi3561 4 роки тому

    ৰাম ৰাম, বহুত বেয়া লাগিল

  • @pranjalgogoi1297
    @pranjalgogoi1297 4 роки тому +5

    এই জনিক যতে আছে সকলো ৰাই পালে মাৰিব ফেচবুকত টো আপলোড কৰি দিয়াক তাই ফটো কত পলাই যাব

  • @abukalamhoque7514
    @abukalamhoque7514 4 роки тому +1

    Bohut dukh loga ghotona

  • @puspanjali7329
    @puspanjali7329 4 роки тому +4

    Anekuya matri thakana korobat😢

  • @utpalbardoloi9907
    @utpalbardoloi9907 4 роки тому +2

    বহুত দুখ লাগিল

  • @AsA-vl3cu
    @AsA-vl3cu 4 роки тому +5

    নারী অধিকার দিয়াত এনে বহুৎ কান্ড হয়েছে

  • @priya...9756
    @priya...9756 2 роки тому +1

    Mmmmaaaaaaaa💔💔💔😭😭😭

  • @LouDFrog15
    @LouDFrog15 4 роки тому +6

    Culprit is the person who took her away from the child.

  • @guneswarirava6119
    @guneswarirava6119 4 роки тому +1

    😥😥😥😥😥😥😥boht beya lagel khuni 😥😥😥😥

  • @monmeetanti2288
    @monmeetanti2288 4 роки тому +10

    Ke nu kom mur ma u muk are gol balagor logot 🙏😭

  • @rajumonibaruah6865
    @rajumonibaruah6865 4 роки тому

    বৰ দুখ লাগিল৷

  • @naturediscovery5640
    @naturediscovery5640 4 роки тому +4

    হাই ৰে মানব 😭

  • @dipankardutta1813
    @dipankardutta1813 4 роки тому +1

    Bohut dukh lgil daii.. Sokur pani ulai gl 😔😔

  • @priyankaborah5801
    @priyankaborah5801 4 роки тому +10

    Kndi goisu ooo hosai

  • @d.jyotiassamestohindisarma9109
    @d.jyotiassamestohindisarma9109 2 роки тому +2

    মই সাংবাদিকজনক প্ৰশ্ন কৰিছো-
    এই বাতৰিটোত ৰেণ্ডিজনীৰ সন্মানৰ কথাটো ডাঙৰ নে ফুল কোমলীয়া ল'ৰাটো আৰু গিৰিয়েকৰ সন্মানৰ কথাটো ডাঙৰ?কাৰ মুখমণ্ডল ব্লাৰ কৰাটো প্ৰয়োজন?

  • @laxmeebhandar9987
    @laxmeebhandar9987 4 роки тому +7

    Bar dukh lagil pape subo de taik pani atupi o napowa habo tai...

  • @gamejamformulasmirza
    @gamejamformulasmirza 4 роки тому

    Super mane

  • @PramodKumar-en2cx
    @PramodKumar-en2cx 4 роки тому +5

    Very emotional

  • @pankajmakrari7981
    @pankajmakrari7981 4 роки тому +4

    😥😥😥😥 nagaon suwali val ...kintu

  • @বাৰেৰহনীয়াঅসম

    এনে ধৰনৰ মহিলাৰ মানসিকতা সকলোরে ত্যাগ কৰিব

  • @dekaayushitezpur6306
    @dekaayushitezpur6306 4 роки тому +4

    Bohut dokh lagise 😭

  • @digitalasompro6727
    @digitalasompro6727 2 роки тому

    বৰ দুখ লগা ঘটনা

  • @tonmoysaikia4909
    @tonmoysaikia4909 4 роки тому +15

    Soku pani ulai gl

  • @monuwarabegam5708
    @monuwarabegam5708 4 місяці тому +1

    অসমৰ বুয়াৰি বিলাক কি হৈছে এইবিলাক বৰ হিদয় বিদাৰক

  • @safiqulislam1724
    @safiqulislam1724 4 роки тому +3

    Love jahat hoise

  • @prasantakonwar7898
    @prasantakonwar7898 3 роки тому +1

    এই বোৰ ক বান্ধি লৈ জীয়াই জীয়াই চকু ওলিয়াই দিব লাগে

  • @bikramdeori2751
    @bikramdeori2751 4 роки тому +7

    Dhing mane crime district

    • @pompidevi2181
      @pompidevi2181 4 роки тому

      Kio dhing mane crime district hobo haa.. sob eke nohoi ok.. mind it

  • @abdulgafurkhan6219
    @abdulgafurkhan6219 10 місяців тому

    Duniya me sabse upar ma Hoti hai ma nehi toh duniya nahi❤❤❤

  • @manashhazarika5176
    @manashhazarika5176 4 роки тому +6

    Rendy 😈

  • @nabajyotiburagohain3080
    @nabajyotiburagohain3080 4 роки тому +1

    কুমলীয়া ঘাঁহ খালে কেতিয়াবা পেট চেৰেলি বায়।

  • @marcyfreefire6385
    @marcyfreefire6385 4 роки тому +6

    Randy buli koi j enekua burok a koi ... Chi 😥😥😥😥

  • @mintusarma259
    @mintusarma259 4 роки тому +1

    এই মানুহ জন কপুৰুখ হৈ

  • @paragjyotilahan29
    @paragjyotilahan29 4 роки тому +3

    Ai RD jonir mukh xon lukuar kron ki.. manuh r xarit npore ehot

  • @মহাকাল-ৰুদ্ৰ

    দেৱ শিশুটোৰ কাৰনে দুখ লাগিছে বহুত কাৰন সিযে নিষ্পাপ । তাই গৈছে নিজৰ কেচুৱাটোকো লগত লৈ যাব লাগিছিল । আৰু পলাই যোৱা মানুহজনীৰ মাক বাপেকো মোৰ বোধেৰে সমানেই জগৰীয়া । কাৰন কিহৰ তাৰনাত পৰি তেওঁলোকে কম বয়সীয়া নিজ ছোৱালীক ইমান বৃদ্ধ লোকলৈ বিয়া দিয়ে বাৰু । কাৰন তাই এইটো বয়সত যিমান যৌনসুখ বিচাৰে সিমান চাগে নিজৰ স্বামীৰ পৰা নাপায়, সিজনৰ পৰাহে পায় । কাৰন মানুহজনৰ বয়স হৈছে, তেওঁ যৌনসুখ দিব নোৱাৰাটো স্বাভাৱিক। সেইকাৰণে মতা মাইকীৰ বয়সৰ পাৰ্থক্য ৫-১০বছৰৰ বেছি হ'ব নালাগে বুলি মই ভাবো । আগৰ যুগ বেলেগ আছিল আৰু এতিয়া ম'বাইলৰ যুগত এইবোৰ সেয়েহে বেছিকৈ শুনি থাকো ।

  • @kosmitakalita5727
    @kosmitakalita5727 4 роки тому +2

    এনেকোৱা বেয়া চৰিএ মাইকী মানুহক কেতিয়াও ভাল পথলৈ আনিৱ নালাগে | 👊👊👊👊

  • @papumoran5681
    @papumoran5681 4 роки тому

    Bohut dukh lagil komojtuloi sai

  • @geetashrikalita5967
    @geetashrikalita5967 4 роки тому

    Bhut beya lagil Babu to dekhi

  • @keshabdutta8280
    @keshabdutta8280 4 роки тому +1

    এটা মতালৈ সাত জনীকৈ মাইকী আছে আপোনী কিয় কান্দিছে আপোনাক এৰি জাব পাৰিছে আপোনীও আনিব পাৰিব

  • @anjannath3955
    @anjannath3955 4 роки тому

    v. good

  • @jaysrideka3723
    @jaysrideka3723 4 роки тому +1

    😣 তুমি যদি সচাকৈ মা হয় লৰাটোৰ মুখলৈ চাই ঘূৰি আহিবা বুলি আশা থাকিল

    • @CS-jy9ix
      @CS-jy9ix 4 роки тому +1

      এনেকুৱা বেপেৰুৱা মতা-মাইকীবোৰে উঠি অহা নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব, সেইকাৰণে আজি আমাৰ সমাজখন জহন্নামে গৈছে।

  • @simantaingti2979
    @simantaingti2979 4 роки тому

    Love u puwali.. Bhut morom loga Oo.. 😰😰

  • @lukumonidekaraja5775
    @lukumonidekaraja5775 4 роки тому +1

    ,দাদা আপুনিয়েই কষ্ট কৰি ল'ৰাটোক ডাঙৰ কৰক,মানুহে এবাৰ ভুল কৰে কিন্তু তাই দুবাৰকৈ দুজনৰ লগত পলাই গ'ল,কণমানি টোৰ কথাও এবাৰো নাভাৱিলে গতিকে তেনে এজনী তিৰি নহলেও হব । কিয় কান্দিছে সেই জনীৰ কাৰণে মৰিল বুলি ধৰি ল‌ওক,,

  • @jameskonwar4481
    @jameskonwar4481 4 роки тому

    Bohut bohut beya lagile xuni

  • @pankajpratimdas8806
    @pankajpratimdas8806 2 роки тому

    অন্তৰে বৰকৈ বিচৰা সকলো বস্তুৱেই হয় অবৈধ, নহয় নিসিদ্ধ ! তাক বুজি পোৱা উঢিত ।।

  • @bhadreswardeka1695
    @bhadreswardeka1695 3 роки тому

    Very sorryfull message.

  • @arupdutta2554
    @arupdutta2554 4 роки тому

    Bohut dukh lagil

  • @nabanitadevi393
    @nabanitadevi393 4 роки тому

    বহুত দুখ লাগিল😭😭😭😭

  • @jogamayapatgiri8342
    @jogamayapatgiri8342 2 роки тому

    আচলতে এনেকুৱা তিৰোতা বোৰক গিৰীয়েক বিলাকে ঘুৰাই লব নালাগে কাৰণ ঘুৰাই লয় কাৰণে বাৰে বাৰে পলাই যাবলৈ সুবিধা পায় কাৰণ তেওঁ জানে যে কিবা কাৰণত যদি পলাই যোৱা মানুহ জনে নেৰাখে গিৰীয়েকে ঘুৰি আহিলে তো ৰাখিবোই এই ক্ষেত্ৰত তেওঁ নিচিত্ত। গতিকে পলাই যাবলৈ সুবিধা টো গিৰীয়েকৰ পৰাই পায়। ছোৱালী ৰো আকাল নাই নহয়, বেলেগ এজনী চাই ললেই হয়। তেতিয়া এজনী ছোৱালী উদ্ধাৰ হল আনহাতে আগৰজনী ও মানে এনেকৈ পলাই যোৱা সকলো মাইকীবোৰ কে কৈছো এটা ভাবিৱ নোৱাৰা কৈ শাস্ত্ৰী পাব।গতিকে আপুনি তেওঁ ক পাহৰি নতুন এজনী চপাই লোৱাৰ কথা মনতে প্ৰত্তিগা কৰি লোওক।মনতো দৃঢ় কৰি লোওক আপোনাৰ যদি সন্মান হানি কৰিব পাৰিছে, আপোনাক অপমান কৰিলে তেনেহলে আপোনাৰ হৃদয়ত এনেকুৱা তিৰোতাই কেতিয়া স্হান নাপায় কেতিয়াও।যন্ত্ৰনা নিজে নিজে আতৰি যাব।

  • @premopanging8926
    @premopanging8926 4 роки тому +1

    Videotu sabo nuwarilu .bhut dukh lagil

  • @bikashhazarika5594
    @bikashhazarika5594 4 роки тому +1

    বহুত বেয়া লাগিছে দে মোৰ বাবু তোলৈ বেছি বেয়া লাগিছে ছব মা এক নহয়

  • @angkurtalukdar7446
    @angkurtalukdar7446 3 роки тому

    তাই দুখ নালাগে নেকি বাৰু তাই কেতিয়াও সুখত থাকিব নোৱাৰে

  • @indianpanorama303
    @indianpanorama303 3 роки тому

    অবৈধ,,,বা নিষিদ্ধ,,, কাম কৰিবলৈ এচাম মানুহে বৰ আনন্দ পায়,,,সেয়া মদ,,যুৱা,,বা অবৈধ প্ৰেম,,,,

  • @phonidharnayak3916
    @phonidharnayak3916 4 роки тому

    যি ধুনীয়া সিমান ঘূণীয়া

  • @rideryt608
    @rideryt608 4 роки тому +1

    মাইকী জনীৰ কিয় মূখ খন নেদেখুৱালে।

  • @coversongall9138
    @coversongall9138 4 роки тому

    hosake bohut bea lagil video to sai.....😥😥😥😥😥😥

  • @Hjng4665-c2o
    @Hjng4665-c2o 4 роки тому

    Sad😔😣😭😭

  • @dharjyachoudhury4772
    @dharjyachoudhury4772 3 роки тому

    Bohut beya lagise muru hridoi khone kandi uthise...Muru duti khontan ase...

  • @prasenjitsutradhar4178
    @prasenjitsutradhar4178 4 роки тому

    Right

  • @poriskitchen4272
    @poriskitchen4272 4 роки тому

    Bohut dukh lagise

  • @tarjinreels
    @tarjinreels 3 роки тому +1

    Aibor dekhi chkor pani rakhibo nowari😢😢

  • @Gangster-u7g
    @Gangster-u7g 10 місяців тому +1

    মা য়ে খজুৱতি মাৰিব গল

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey 4 роки тому

    Maa namot kolongkhya hanise ai daini joniye

  • @tulbarali1670
    @tulbarali1670 4 роки тому

    so sad
    guri aha

  • @fatemabegum4847
    @fatemabegum4847 4 роки тому

    Bhut dukh lagise o

  • @dbnewsassam
    @dbnewsassam 4 роки тому

    মাত্তি নে মাতৃ। পুত্তসন্মান নে পুত্ৰ সন্মান। পজন্ম নে প্ৰজন্ম। হিদয়হীনা নে হৃদয়হীনা।
    অনুগ্ৰহ কৰি অসমীয়া ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবচোন। বাতৰি পৰিবেশন কৰা কামটো বহুত দায়িত্বৰ। অসমীয়া ভাষাত 'ৰ'টোৰ গুৰুত্ব আছে। ভয়ছ ওভাৰৰ পূৰ্বে অনুশীলন কৰি ললে শুনি ভাল লগা হয়।

  • @jumoniborah5667
    @jumoniborah5667 2 роки тому

    Hosa bhut asorit da kanaka akonmanj 2k ari thakebo Parisa bhut Bea manuh dai emn morm val puwa past an ajonk adori lobo Parisa 😭😭

  • @alexoficial4259
    @alexoficial4259 4 роки тому +2

    ইমান বেয়া কাম কৰাৰ পিছত ইহঁতৰ কিহৰ মান ইতজত বচাব লাগে মুখ ঢাকি ।।এইবোৰক কাটি ওলমাই দিব লাগে আৰু এইজনী বেয়া বুলি ভালকৈ পৰিচয়হে দিব লাগে ।মতাটোৰ চেহেৰা কিয় দেখাইছে তেওঁৰহে ঢাকিব লাগে কাৰণ ভূলটো তেওঁ কৰা নাই এক নম্বৰ কথা দুই নম্বৰটো হল তাইটো বৰবাদি জনী গলেই এইজনী খেচেৰীৰক অনা বুলি সকলোৱে গম পোৱাটো কৰিব নালাগে ।মানুহে সদায় ভাল মানুহৰ কাৰণে পৰিচয় পাব লাগে চৰিট্ৰহিনা দালাল এইবোৰৰ কাৰণে নহয় ।।বেয়াবোৰক সদায় সমাজত দেখাই দিব লাগে যে চা ।।।

  • @sanviindreamland9911
    @sanviindreamland9911 4 роки тому

    Bhut bea lagisa

  • @deijinaakhter4594
    @deijinaakhter4594 4 роки тому +1

    আইন কঠোৰ হোৱা হ'লে এনে ঘটনা কম হ'লে হেতেন ।

  • @kangkanasaud7659
    @kangkanasaud7659 4 роки тому

    ইমান সৰু লৰাটোক কেনেকৈ এৰি যাব পাৰিছে

  • @sunilkumardeka5130
    @sunilkumardeka5130 4 роки тому

    Maa buli kotha asee Jodi maa buji pabe logee

  • @provatisinha6227
    @provatisinha6227 4 роки тому

    Maa maa maa 🙏🙏🙏😭😭😭😘😘😘

  • @ponkojdutta2845
    @ponkojdutta2845 3 роки тому

    Hey krishna prabhu...

  • @gunakantaboruah4298
    @gunakantaboruah4298 3 роки тому +1

    সেই কাৰনে বয়সীয়াল চাই বিয়া পাতিব
    লাগে ।

  • @makhonichutia5382
    @makhonichutia5382 3 роки тому

    Napai dei ,