Happy Mothers Day , but still ther are few mother's weeping on such a blissfull day, Know why!

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 661

  • @filmyhouse.1144
    @filmyhouse.1144 2 роки тому +62

    মা নহলে জীৱন আধৰুৱা । Love you maaaa..🥰🥰🥰

  • @rishichoudhury6632
    @rishichoudhury6632 2 роки тому +80

    ভগৱানক আমি দেখা নাপাও । কিন্তু মা ৰ ৰূপত আমি ভগৱান পাইছোঁ 🙏🏻🙏🏻❤️। সকলোঁ মা লৈ মোৰ সেৱা জনাইছোঁ ❤️🙏🏻

  • @madhurjyamohonchutia9453
    @madhurjyamohonchutia9453 2 роки тому +74

    আই তোমালোকে দুখঃ নকৰিবা । কলিৰ কালত সেই শ্ৰৱণ কুমাৰ আৰু নাই । তোমালোকৰ চকুলো ওলালে মোৰ ও ওলাই কাৰণ মই ও সৰু থাকোঁতে মাতৃ হেৰুৱালোঁ । মাতৃৰ সুখ কি ভাল দৰে বুজিকে পাবলৈ নাপালোঁ 😢😢😢 । মই বুজি পাইছো নিজৰ সন্তানৰ পৰা নিজ পিতৃ - মাতৃয়ে কেনেদৰে আঁতৰি থাকিব পাৰে । মই পিতৃ মাতৃৰ সকলো মৰম মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ দেউতাৰ পৰাই পাইছো । আৰু যি নিজ পিতৃ মাতৃক অলপ শ্ৰদ্ধা কৰিব নাজানে তেনে সন্তাক মই কুলঙ্গা বুলি কৈছো । আই মাতৃ সকল তোমালোকে চিন্তা নকৰিবা ভগৱানে সকলোৰে হিচাপ ৰাখে , তোমালোকক দিয়া সেই দুখঃ এদিন সিহঁতক ও দিব । শেষত তোমালোকক ভগৱানে কুশলে ৰাখকক তাকে ভগৱানৰ ওচৰত প্রার্থনা কৰিছো । 🙏🙏🙏

  • @ranasharma1259
    @ranasharma1259 2 роки тому +49

    "মা " শব্দ ৰ গভীৰতা আৰু বিশালতা প্ৰশান্ত মহাসাগৰতকৈ বহুতো ওপৰত

  • @educationcompany.6793
    @educationcompany.6793 2 роки тому +3

    তেওঁলোকৰ ও এনেকুৱা হ'ব এদিন।

  • @Jieun...777
    @Jieun...777 Рік тому +2

    Maa t koi dangor amar jibonot kunu hobo noware I love you maa

  • @snnn2500
    @snnn2500 2 роки тому +18

    মা মা মা তোমালোকলৈ মোৰ অজস্ৰ হিয়াৰ মৰম শ্ৰদ্ধা নিবেদন জনাইছো ।

  • @manalishadas2421
    @manalishadas2421 2 роки тому +192

    পৃথিৱীৰ সকলো ধুনীয়া মা সকলক মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালো ❤😘🙏💫

    • @pollabdeori4156
      @pollabdeori4156 2 роки тому +2

      😏😏

    • @mituldeka6992
      @mituldeka6992 2 роки тому +1

      @@bharat9515 00000plp

    • @pinkygohain8092
      @pinkygohain8092 2 роки тому

      @@pollabdeori4156 k nmlM

    • @momiboruah355
      @momiboruah355 2 роки тому

      @@pollabdeori4156 ui

    • @Mompipathori.123
      @Mompipathori.123 Рік тому

      সেই কাৰনে কিয় পুতেকক চিনি পাবা বিবাহৰ পিছত,ভাতৃ চিনি পাবা সমপতি ৰ ভাগত,ভাৰযা চিনি পাবা বৃদ্ধ কালত।চৰকাৰে কঠোৰ আইন কৰিব লাগে এইবিলাকক শাস্তি দিবলৈ।

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 2 роки тому +61

    মোৰ মা , আৰু সকলোৰে মা লৈ মোৰ বহুত বহুত মৰম যাচিলো 💓
    সংসাৰত মাৰ সমান কোনো হব নোৱাৰে , নৈৰ সমান কোনো বব নোৱাৰে 🥰

  • @djrock5500
    @djrock5500 2 роки тому +9

    আজি দিনটো বহুতে মাতৃ দিৱস উদযাপন কৰিছে , ফেচবুক , হোৱাটচাপত মাতৃ দিৱস ৰ বহুত ষ্টেটাচ দেখিছোঁ । কিন্তু মাতৃ পিতৃক নিজৰ হৃদয়ত আৰু নিজৰ লগত ৰাখক কাৰণ মাতৃ পিতৃ বাবে আমি এই সুন্দৰ পৃথিৱীৰ খন দেখিছোঁ। সেইবাবে এদিন মোবাইলত ষ্টেটাচ দিয়াত কৈ সদায় নিজৰ লগত ৰাখক চাব সেয়া কিমান আনন্দ।

  • @phukanarmylovers2782
    @phukanarmylovers2782 2 роки тому +10

    কেনেকৈ মানুহ ইমান স্বাৰ্থপৰ হব পাৰে বাৰু 😒 যি গৰাকী মাতৃয়ে সৰুৰে পৰা একো কষ্ট একো অভাৱ নিদিয়াকৈ ডাঙৰ দীঘল কৰি নিজে নাখাই নিজ সন্তানক খুৱাই , সেই গৰাকী মাতৃক নিজ ঘৰৰ পৰা কেনেকৈ উলিয়াই দিয়ে 😭। সেই বিলাকে মাকৰ যি মৰম আদৰ এইবোৰ একো এই বুজি নাপায় 😠। বৃদ্ধা আশ্ৰমৰ সকলো মাৰ বাবে ভগৱানৰওচৰত শক্তি আৰু সু স্বাস্থ্য কামনা কৰিলোঁ 🙏 মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ সকলো মা লৈ ❤️🌍😘। নৈৰ সমান বব কোন আই সমান হব কোন ☺️ মা আপোনালোক অমৰ হৈ ৰওক 🙏।

    • @momiboruah355
      @momiboruah355 2 роки тому

      হয় মাতৃক কেতিয়াও এনেকোৱা কৰিব নাপায়. কিনতু নিজে বোৱাৰী হিচাপে গম পাইছো, সকলো বোৱাৰীয়ে বেয়া নহয়. কিছুমান শাহু বহুত বেয়া হয়. ময়েই যিমানেই শাহুক ভাল পাবলৈ যত্ন কৰো, সিমানেই মোকহে বেয়া পায়, আৰু যিজনী বোৱাৰীয়ে তেওক বেয়াকৈ গালি গালাজ পাৰি থাকে তাইকে ভাল পাবলৈ যতন কৰি থাকে. মই personally গম পাইছো যাক কোনোবাই অনতৰৰপৰা বেয়া পায়., তেও যিমানেই চেচা নকৰক কিয় ভাল কেতিয়াও নাপায়. মোক যিমানেই বেয়া পাওক মই শাহুৰ প্রতি কৰিবলগা দায়িত্বখিনি কৰি যাম. কিনতু কেতিয়াবা খুব দুখ লাগে

  • @julibaruahbaruah9616
    @julibaruahbaruah9616 2 роки тому +3

    মা মাথোঁ এটি শব্দ নহয় ই আবেগ মাতকৈ শ্ৰেষ্ঠ এই ধৰাত একো নাই । পৃথিৱীৰ সকলো মা লৈ সেয়া জনালোঁ ।

  • @dipurajgogoi4531
    @dipurajgogoi4531 2 роки тому +35

    "মা"
    মা,পৃথিৱীৰ শ্ৰেষ্ঠতম এটা নাম🌚।
    মা,তকৈ সহজ গভীৰ কোনো অনুভূতি নাই!.💗

  • @dayanandaentertainmentambi9187
    @dayanandaentertainmentambi9187 2 роки тому +103

    I love you❤ maaa.... Love you all mother s

  • @pobanchandraborgohain5703
    @pobanchandraborgohain5703 2 роки тому +16

    Lots of loves & humble respect to all my dearmost mothers.

  • @theexplore19
    @theexplore19 2 роки тому +51

    মা-দেউতাক কেতিয়াও অৱহেলা অনুগ্ৰহ কৰি নকৰিবা প্লিজ 🙏🙏🙏
    বহুত দুখঃ পাইছোঁ ! দাদা বাইদেউ সকল নিজৰ নিজৰ মা দেউতাক উভতাই ঘৰত নি নিয়া l মোৰ ভগৱান মা দেউতা যি জনে জন্ম দি ডাঙৰ দীঘল কৰি আজি পথ দেখুৱালে তেখেত সকলক নিজৰ গৃহৰ পৰা বাহিৰ কৰি দিলা l
    মোৰ মা দেউতা নাই বহুত দুখ কৰোঁ l
    এনেকৈ বহুত আছে প্লিজ তেনেকে কেতিয়াও দূৰত আঁতৰাই নিদিবা l

  • @White-vt9yy
    @White-vt9yy 2 місяці тому +1

    Krishno 🙏😭

  • @nitiskitchen4659
    @nitiskitchen4659 2 роки тому +2

    যিবোৰে নিজৰ মাকক এনেকুৱা কৰিছে সিহঁতৰো এনেকুৱা অৱস্হা হ'ব, সিহঁতৰ ল'ৰা ছোৱালী নিশ্চয় আছে,

  • @hazarikaassam9627
    @hazarikaassam9627 2 роки тому +1

    Ma.......
    Bohut dhuniya modhur kotha bur hikai se
    Aita 2maluke kukhole thakokk

  • @vaitinath6146
    @vaitinath6146 2 роки тому +1

    হে ভগবান কত আছা জি গিতা লৰাই মাকক বাপেকক এনেকোৱা কৰিচে খিহতকো জাতে এনেকুয়াই কৰি দিয়া আৰু🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ANAZORY09
    @ANAZORY09 2 роки тому

    Dukh lagil ma hbdo Tu je ata kiman hundr jar nai hi he bujibo😰😰😰😰love you all mothar ❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому

    Heart' touching videos. Bohut bohut xuvokamona jonaloo Xokolu maak . Xokolubur maak mur Voktivora sewa jonaloo. God bless to all grand father.

  • @huminiyt2044
    @huminiyt2044 2 роки тому +6

    Happy mother's day ......i love you maa

  • @junakgaming4047
    @junakgaming4047 2 роки тому +5

    I love you মা আমি সদায় আপোনালোকৰ লগত আছোঁ ❤️❤️❤️

  • @nipulsaikia8671
    @nipulsaikia8671 2 роки тому +1

    মানবীয়তা থকা লৈকে আমি সকলো পৃথবীত একলগ হৈ থাকিম।

  • @nayanmonidutta9768
    @nayanmonidutta9768 2 роки тому +6

    🙏🙏🙏🙏যেতিয়া প্ৰতিগৰাকী মাতৃয়ে সুখী হ'ব তেতিয়াহে মাতৃ দিৱসে সাৰ্থকতা পাব | বৃদ্ধাশ্ৰমত থকা বা ঘৰত থকা বেছিভাগ মাতৃয়েই যেন আজি সুখী নহয় 😪😪😪🙏🙏🙏

  • @chayagogoi1011
    @chayagogoi1011 2 роки тому +5

    Love all mother 😊❤when I see this video that time I can't stop crying. Long live mother

  • @biswajittasa146
    @biswajittasa146 2 роки тому +10

    Love you maa and love to all mother in this beautiful mother's day

  • @thebossyt631
    @thebossyt631 2 роки тому +1

    LOVE YOU GRANDMOTHER

  • @CRPF_COMMANDOs
    @CRPF_COMMANDOs 2 роки тому

    Xasakoi Ajir jugot o emn nisthur manuh ase ne. Bahut beya lage aibor drishya dekhi bhagabane vale rakhak aapnalokak🙏🙏🙏🙏
    Happy mother's day.

  • @miriboy5074
    @miriboy5074 2 роки тому +18

    মই বহুত গৌৰৱ অনুভৱ কৰো কিয়নো মিচিং মানুহে আজিলৈকে কোনো এজন মাকক বিদ্ধাশ্ৰমত নাৰাকে

    • @jyotismitadeka8808
      @jyotismitadeka8808 2 роки тому

      kio narakhe kobo paribo ne ?

    • @miriboy5074
      @miriboy5074 2 роки тому

      @@jyotismitadeka8808 আৰে ভাই আমাৰ ভগৱানৰ দৰে শ্ৰদ্ধা কৰে আৰু বুঢ়ী হলে কাম কৰিব দিব নাপায় আমাৰ সমাজত আৰু আপুনি কেতিয়াবা দেখিছে বুলি কব পাৰিবানে?

    • @jyotismitadeka8808
      @jyotismitadeka8808 2 роки тому +1

      @@miriboy5074 hy diyok... maa dauta bhogowan swrup..

    • @miriboy5074
      @miriboy5074 2 роки тому +1

      @@jyotismitadeka8808 you are right 👍

  • @1mikon
    @1mikon 2 роки тому

    সকলো মাতৃয়ে বৃদ্ধঅৱস্থাত আদৰ যত্ন পাব লাগে। হয়। বেদনা দায়ক এনে দুখ দেখিলে। কিন্তু কেতিয়াবা অৰ্থনৈতিত অৱস্থাৰ কাৰণে বা পৰিয়ালৰ মানুহবোৰ বৰ্হিৰাজ্যত থাকিব লগা হ’লে বৃদ্ধ অৱস্থাত মাক দেউতাকক শুশ্ৰুষা কৰিব খুজিলেও নোৱাৰে। তেতিয়া নিদেই বহুতে বৃদ্ধাশ্ৰমলৈ যাব খুদে বা যায়।
    কিছুমান বৃদ্ধাশ্ৰমত ককা আইতা হতে ইমান হাহিঁ ধেমালি আৰু স্ফূৰ্তিত থাকে । বেয়া লাগিল ইয়াত সকলোৱে বেচি দুখ কৰি থকা দেখিলো। আশাকৰো তেওঁলোকৰ দৈনিক মনোঞ্জনৰ কাৰণে কত্তৃপক্ষই কিছুমান activities আৰম্ভ কৰে যেন যি activities এ তেওঁলোকক আনন্দ দিয়ে।

  • @deepsikhaborah6233
    @deepsikhaborah6233 2 роки тому +9

    Happy mother's day 🌹🌹🌼🌼🌼🌼

  • @dayanandaentertainmentambi9187
    @dayanandaentertainmentambi9187 2 роки тому +10

    Maa r homan hobo nu kuun! Noirr homan bobo nuu kuun! Amar maa dewtar dore hoyok amar val puya siro seujia. Love you maaaa

  • @rumiborah531
    @rumiborah531 2 роки тому +1

    Xakalu maa loi sardha aru pranam janalu.I love you maa

  • @mitalidas9182
    @mitalidas9182 2 роки тому +5

    Happy mother's day 😭😭😘😘

  • @sumonsaikia1825
    @sumonsaikia1825 2 роки тому +7

    Happy mother's day ..... 🙏 GOD bless all of you...

  • @pratimaboruah8718
    @pratimaboruah8718 2 роки тому +4

    Always Luv u my Mother and all Mother s. ❤❤❤❤❤❤❤❤❤

  • @priyangshugogoi3062
    @priyangshugogoi3062 2 роки тому +10

    Happy Mothers day Mom's 💓 💗 💖 Love you all 😘😘😘💐💐❤❤

  • @hemkantaborah7434
    @hemkantaborah7434 2 роки тому +4

    সেই পুত্ৰ বোৱাৰীবোৰৰ একে অৱস্থাত হ'ব। আৰ্জিলে ফল ভূঞ্জিবলৈ পায়।

  • @tushargoswami6036
    @tushargoswami6036 2 роки тому +1

    জগতৰ সমূহ আই মাতৃলৈ সচৰধ প্ৰনাম ।

  • @lathugogoi7779
    @lathugogoi7779 2 роки тому +8

    পৃথিবীৰ সকলো মাতৃয়ে যাতে সুখ আৰু ‌শান্তিয়ে‌ থাকক তাৰে কামনা কৰিলোঁ

  • @sanatanchetia88
    @sanatanchetia88 2 роки тому +6

    Happy mother's day..i love you maa ❤️❤️❤️

  • @mixedindia6977
    @mixedindia6977 2 роки тому +8

    সেই বৃদ্ধাশ্ৰম কোনে নিৰ্মাণ কৰিছিলে.....সেই ধাৰনাই মানুহক বেয়া কৰিছে ..যদি এনে ব্যৱস্হা নথকা হলে সকলোৱে ঘৰত মাক দেউতাক ৰাখিলে হয়...ইয়াৰ ওপৰত চৰকাৰৰ বহুত কৰনীয় আছে.যদিহে বৃব্দ গৰাকীৰ পুএই চাকৰি কৰে তেতিয়া আধা দৰমহা মাতৃ বা পিতৃক প্ৰদান কৰিব লাগে ...তেতিয়া দেখা যাব কেইজনে মাতৃ বা পিতৃক বৃদ্ধাশ্ৰমত ৰাখে...

    • @sumonrkalita6999
      @sumonrkalita6999 2 роки тому +1

      Ji hokaLor Lara swaLia sakari kore tewLukar maa deuta hokoL he bidhya ashramt thake khetiyak, hajira kora hokoLor nathake...

    • @mixedindia6977
      @mixedindia6977 2 роки тому

      @@sumonrkalita6999 hy . moi hei hokolke kob bisarisu...

  • @madhusmita9931
    @madhusmita9931 2 роки тому +1

    I love you 😘maaa..... Love you all mothers day ❤️

  • @dibrugarhentertainments3145
    @dibrugarhentertainments3145 2 роки тому +7

    Happy mothers day maaa

  • @pranitakonwar1413
    @pranitakonwar1413 2 роки тому +3

    আজি মাতৃ দিৱসত সকলো মাতৃসম "মা" লৈ শ্ৰদ্ধা জনালোঁ 🙏

  • @lukumoninath9096
    @lukumoninath9096 3 місяці тому

    Tekhet hokolor lora suwali eu jen tekhet hokolok tenekowai kore vagbanor usrt mor parthona 🙏 har har Mahadev .. radhe radhe

  • @SatishchNath-gg1bz
    @SatishchNath-gg1bz 2 роки тому +1

    I love aita all ,, happy mother's Day

  • @Taralibaishya729
    @Taralibaishya729 2 роки тому +10

    Happy mothers day... ❤🙏❤

  • @pallabidas2890
    @pallabidas2890 2 роки тому +2

    সঁচাই ভাবিলে ভয় লাগে ....আমাৰ বা আকৌ কী গতি হয় ...কিমান যে দূখ লগা কথা 😥😥

  • @priyankabaruah2311
    @priyankabaruah2311 Рік тому

    এইবোৰ দেখি শুনি এনেকুৱা হৈছে যে সদায় ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰোঁ সোনকালে যেন সংসাৰ সাগৰৰ পৰা লৈ যায়। কিবা ভাল নলগা হৈছেগৈ আৰু । জীৱনৰ অসহায় দিনবোৰত কিহেবা অপেক্ষা কৰি আছে আমাৰ এই ভয়ে খেদি খেদি মাৰিছে।

  • @assamescuteactorandactress5220
    @assamescuteactorandactress5220 2 роки тому +1

    I love u maa

  • @biswagogoi8523
    @biswagogoi8523 2 роки тому +1

    Love you maa ❤️❤️❤️❤️❣️❣️💞💞💞

  • @jitumonibora2874
    @jitumonibora2874 2 роки тому +1

    মাতৃ দিৱস আমাৰ জীৱনৰ প্ৰতিটো দিনেই বুলি পালন কৰা উচিত।এটা দিনত মাতৃৰ ত্যাগ মনত পেলালে নহ'ব।যিসকল লোকে মাতৃ দিৱসৰ বিষয়ে নাজানে, সেইসকল সহজ সৰল গাঁৱৰ সন্তানে মাকক মৰমেৰে সদায় ৰাখিছে।কিন্তু দেখাত শিক্ষিত যেন লগা এচামেহে মাক দেউতাকক অৱৰ্জনাৰ দৰে মন গ'লেই দলিয়াই দিছে।এনে মানসিকতাৰ ধ্বংস হওক।মাক-দেউতাকৰ সপোনবোৰ পূৰ হওক।

  • @mustafizur_rahmann
    @mustafizur_rahmann 2 роки тому +7

    HAPPY MOTHER'S DAY

  • @jatinhazarika3798
    @jatinhazarika3798 2 роки тому

    I love you....maa......

  • @dipjyotideka3898
    @dipjyotideka3898 2 роки тому

    হৃদয় চুই যোৱা কাহিনী

  • @mayurrsarma8652
    @mayurrsarma8652 2 роки тому +1

    Manuh bure kunu kotha chinta koribo nuara hol.maa sobtu ekebare dhansha korile .

  • @debajitdas9136
    @debajitdas9136 2 роки тому +2

    Love. You. Ma

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 2 роки тому +4

    ধনী , ধনী মানুহৰ ল’ৰা’’ বোৰে হে মাক , বাপেকক এনেকোৱা কৰে প’ৰিষ্টিতিৰ কৰে , দুখীয়া ল’ৰা’’ ছোৱালী বোৰে এনে কাম নকৰে

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 роки тому +1

    বৃদ্ধাশ্ৰমৰ বাসিন্দা কোনেও হবলৈ নিবিচাৰে, বাধ্য হৈহে বাসিন্দা হৈছে ৷ কিয় তালৈ আহিবলগীয়া হ’ল এই কথাটো কোনেও পৰাপক্ষত প্ৰশ্ন নকৰাই শ্ৰেয় ৷
    এই প্ৰশ্ন কৰিলেই অতীতৰ দুখ বোৰ সোঁৱৰাই দিয়াহে হব আৰু ইয়াৰ ফলত সকলো আইতাৰে মনলৈ নিজৰ নিজৰ তিতাকেহা অতীত বোৰে আমনি কৰিব ৷ যোগাত্মক প্ৰশ্ন কৰক , ভালবোৰ সোধক, গান গাবলৈ নাচিবলৈ দিয়ক ,কবিতা সাধু সাঁথৰ কবলৈ দিয়ক , তেতিয়া সকলোৰে মনলৈ ফুৰ্টি আহিব , আহিব মনলৈ স্বাচ্ছন্দ্য ৷ আইতা কেইগৰাকীৰ চকুপানী টুকি থকা ভিডিঅ চাই দুখ লাগে ৷

  • @jundas7979
    @jundas7979 2 роки тому +16

    মই মোৰ মাক নেদেখা বাবে আজি বহুত কষ্টৰ জীবন পাৰ কৰিছোঁ, যাৰ মাক নাই খেইজনে বুজে জীবন কিমান কষ্টৰসন্মুখীন হয়

  • @nilakshigogoivlogs5434
    @nilakshigogoivlogs5434 2 роки тому

    I love you maa❤️
    Bohut beya lagile aibur dekhi😥😥😥 Love you all mothers.

  • @sanjivsaikia3061
    @sanjivsaikia3061 2 роки тому +1

    মই নিজে মৰি যাম, কিন্তু মই মোৰ মাক বিদ্ধা শ্ৰমত নথ ও।

  • @hiranyataye503
    @hiranyataye503 2 роки тому +1

    Happy mother's day 👩💝💐

  • @anjalikumar2129
    @anjalikumar2129 2 роки тому +1

    মা,তকৈ সহজ আৰু গভীৰ কোনো অনুভূতি নাই। সকলো মালৈ মোৰ আন্তৰিক মৰম তথা শ্ৰদ্ধা যাচিলো।

  • @ASMXBOT
    @ASMXBOT 2 роки тому +1

    I love you mom dad💜💚❣️💕

  • @poliborah4815
    @poliborah4815 2 роки тому

    হৃদ‌য় চুই গ'ল অ' , আৰু বৃদ্ধাশ্ৰম নহওক

  • @bhaskarfoxelomg9438
    @bhaskarfoxelomg9438 2 роки тому +1

    i love you maa................

  • @indramoran5249
    @indramoran5249 2 роки тому +1

    I love you ma plz take care all membars💖💖💖

  • @krishmipatar206
    @krishmipatar206 2 роки тому

    Love you all Mothers

  • @deepsaikia9987
    @deepsaikia9987 2 роки тому

    Love you maa....vogobane xdai vale rakhok...🙏🙏🙏🙏..

  • @loveyouasaam9672
    @loveyouasaam9672 2 роки тому +1

    I love u ma
    Ma mane hokolu 💚

  • @gayatreedas7147
    @gayatreedas7147 Рік тому +3

    দূর্ভাগা সেই সন্তান যার মার জন্য সর্বউচ্চ অনুভূতি নাই। জয় মাতৃ জাতির জয়।❤❤❤❤❤

  • @donaranibhowmick7258
    @donaranibhowmick7258 2 роки тому +1

    Happy Mother's Day ... ❤

  • @jurigoswami1149
    @jurigoswami1149 2 роки тому

    পৃথিৱীৰ সকলো মাক সেবা জনালোঁ

  • @bonjitarahang729
    @bonjitarahang729 2 роки тому

    Bohut Bea Lage Dei Anekua Koribo Napai 🥺🥺😭😭😭 Love You So Much Aaita Xokol 😍🥰😘😘😘 Maa Love You So Much 😍🥰😘😘😘God Bless All Of You 😍🥰💓🙌🙌

  • @jaidurrahman745
    @jaidurrahman745 2 роки тому

    Maa jese iss duniya mai koi nehi hai .

  • @Assamreceipevlogs01
    @Assamreceipevlogs01 Рік тому

    😢😢😢😢❤❤❤ like u maa god bless u maa,,

  • @Mvlog8913
    @Mvlog8913 2 роки тому +9

    Love you all mothers 🙏🏼🙏🏼

  • @bhabopegu3835
    @bhabopegu3835 2 роки тому +3

    পা পী পূত্রক জন্ম দিব নালাগে চৰকাৰে আইনৰ প্ৰণয়ন লৈ যিকোনো সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে তেনে পুত্রক

  • @YOUCAN245YGFRR
    @YOUCAN245YGFRR 2 роки тому +3

    Love you maa 🥰🥰

  • @anjumoni3006
    @anjumoni3006 Рік тому

    সেৱা জনাইছো সকলো ভালকৈ থাকক.

  • @karunadeka4636
    @karunadeka4636 2 роки тому +2

    tumar kotha xuni bhot voi lagil aita... biya howa Mane maa pora ator kori loi jowa.. kinto khi bowari boji napi ja towo adin maa hob.. maa Mane morem🥰🥰🥰

  • @nabinboro2651
    @nabinboro2651 2 роки тому

    Matri amar jivanor oporiharjya ongo, eyar obihone amar sokolu adhuruwa, ma tujhe Salam...

  • @minutinarzary5676
    @minutinarzary5676 2 роки тому +1

    I love maa ❤️❤️ ❤️❤️ I love all Mathers

  • @alokadas8085
    @alokadas8085 2 роки тому

    Happy mother's day

  • @tribeniborah708
    @tribeniborah708 2 роки тому

    happy mother's day maa..lv u all..

  • @Alice_7848
    @Alice_7848 2 роки тому

    I love you maaa moi .......🙏🙏🙏🙏😭😭😭😭😭

  • @silpineog
    @silpineog 2 роки тому +4

    Happy mother's day😍😘😘

    • @ritisha8889
      @ritisha8889 2 роки тому

      Moi egoraki durvogia matri mur antorot bohut dukh lukao ase. kintu kak kom mur dukhor kothabur

  • @mrinmoykalitaart50
    @mrinmoykalitaart50 2 роки тому

    মাতৃ এনে এটা শব্দ যাৰ বাবে আমি এনে ধুনীয়া নেদেখা পৃথিৱীৰ বাসিন্দা হৈছো।

  • @Hiracreation170
    @Hiracreation170 2 роки тому +2

    আমি ভগবান দেখা নাই কিন্ত মা দেখিছোঁ ভগবানৰ আন এটি ৰূপ মা মাৰ অবিহনে জীৱনটো কল্পনাই কৰিব নোৱাৰি চবৰে মৰম খলনি হব পাৰে কিন্তু মাৰ মৰম কেতিয়াও খালনি নহৈ মা অভাৱ কোনেও পো ৰাব নোৱাৰে ,,,,ক্ষকলোৱে মা খাদাই সুখত ৰাখিব ,,,❤️❤️❤️❤️

  • @gabardharay3294
    @gabardharay3294 2 роки тому

    love you maaa love you so much

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 роки тому +3

    কুলাঙ্গাৰ সন্তান আছেই । সকলো সন্তান পপীয়া অৱশ্যে ই নহয় যদিও । মঙ্গল হওঁক বৃদ্ধা আশ্ৰমৰ সকলোৰে ।

  • @sonjipdas4670
    @sonjipdas4670 2 роки тому +1

    Sat saheb ji

  • @bibiboradas3053
    @bibiboradas3053 2 роки тому +2

    সকলো মা লৈ🙏🙏🙏🙏🙏

  • @sunitadutta2854
    @sunitadutta2854 2 роки тому

    Old age home t thoka hokolu aitake Happy mother's day ... love you ♥️

  • @dipjyotikalita2758
    @dipjyotikalita2758 2 роки тому

    Maa always maa, love you always

  • @moonsanurita5485
    @moonsanurita5485 2 роки тому

    Love
    U
    Maaa.
    God
    Bless
    U
    Maaa