Really feeling proud for you, in a field dominated by others you are a real source of inspiration for many of our youths who are in search of easy money and glory. 🙏
Khub val lagil Gohain dangoriar bikhoye jani.May goddess Lakhsmi shower him with eternal wealth for his hard work and dedication. A very inspiring story indeed.
শিক্ষাই যে সকলো নহয়, অভিজ্ঞতাও যে মানুহৰ সাফল্যৰ মেৰুদণ্ড হয়।
Lĺ
ট😢😊😊😊
Papa Aaj😂@@sabharamgogoi727😊
Proud of you ককাইদেউ, আপুনি জীৱনত আৰু উন্নতি কৰক তাৰেই কামনা কৰিছোঁ, বহুত খোলা মানুহ যেন লাগিলে আপোনাক
অসমীয়া মানুহৰ উন্নতি দেখি ভাল লাগিল।
আপুনি সঁচাকৈয়ে এজন সৎ আৰু সফল ব্যৱসায়ী ।বহুত ভাল লাগিল । সমাজৰ এজন আৰ্দশনীয় ব্যক্তি আপুনি দাদা । ভগৱানে আপোনাক কুশলে ৰাখক দাদা ।
আপোনাক কোটি কোটি বাৰ ধন্যবাদ।
বহুত বহুত ধন্যবাদ গোহাঁই ডাঙৰীয়া। আগুৱাই যাওক। অসমীয়াৰ উন্নতি দেখিলে ভাল লাগে। আমাৰ কিছুমানে মাৰোৱাৰী , বঙালী কিছুমান ব্যৱসায়ীক বাবু বাবু বুলি তেল মাৰে।বৰ খং ঊঠে। বাৰু যা হক । আপোনাৰ মাৰ ওপৰত খং উঠাটো স্বাভাৱিক কিন্তু কি পৰিস্থিতিত পৰি বা আপোনাক এৰি গৈছিল। এটিয়া যিহেতু আহে পাৰিলে ক্ষমা কৰি দিব। নিশ্চয় মাৰ পৰা আশীৰ্বাদেই পাব।
গোহাঁই ডাঙৰীয়া প্ৰকৃততে এজন অতি ভাল ব্যক্তি, সঁচাকৈয়ে তেওঁ হৎপথেৰে পৰিশ্ৰম কৰি আজি এই অৱস্থা পাইছেহি। গোহাঁই ডাঙৰীয়া আপুনি সঁচাকৈয়ে নমস্য ব্যক্তি। ভগৱানে আপোনাক মঙ্গল কৰক এইয়ে আমাৰ কামনা।
বৰ ভাল লাগিল, গোহাঁই দেউৰ বৱসায় উন্নতি হওক তাৰ কামনাৰে, ধন্যবাদ।
ভাল লাগিল অসমত প্ৰথম দেখিলো এনেএজন সফল ব্যবসায়ী
Hosa kotha
কথাখিনি শুনি মন ভৰি গল। গোহাঁই আৰু আগলৈ আগবহি যাওক । ভগবানৰ আৰ্শীবাদ সদাই আপোনাৰ মূলধন হওঁক।
ভাল লাগিল তেওঁৰ উন্নতি দেখি।আগলৈও তেওঁ এনেদৰে উন্নতি কৰি যাওঁক, নিবনুৱাবোৰক বাট দেখুৱাওক।
দাদা জনক বহুত বহুত ধন্যবাদ জনাইছো।লগতে সু-স্বাস্থ্য কামনা কৰিলো। আপোনাৰ এই মহান কৰ্মৰাজী কাৰোবাৰ বাবে আদৰ্শ তথা প্ৰেৰণাৰ উৎস হৈ ৰওক।
🙏🙏🙏 আপোনাৰ কৰ্মপতুতা আৰু সততা এই দুইটাই মূল চাবিকাঠি
বহুত ভাল ৷ এনে এগৰাকী সৎ অসমীয়া ব্যৱসায় কৰা আমাৰ মানুহ আৰু আগুবাই যাওঁক আপুনি ৷ আপোনাৰ অধিক উন্নতি জীৱনৰ কামনা কৰিলোঁ ৷
কেৱল সফল নহয়,তেখেত এজন সৎ ব্যৱসায়ী । তেখেত প্ৰশংসাৰ যোগ্য
8
j77uu
সৎ জনৰ লগতহে থাকে ভগৱান । লিলেন গোহাঁই দেৱক বহুত ধন্যবাদ
দাদা আপুনি সচাকৈয়ে অতি সৎ আৰু সফল ব্যক্তি। আপোনাৰ দীঘায়ু কামনা কৰিলো
দাদাক মানিছো মই বহুত কষ্ট কৰিছে আপোনি আৰু আপোনা কথা বোৰ বহুত ভাল লাগিল শুনি❤Love You From Assam Morigaon District
বহুত ,বহুত ভাল লাগিল এই প্ৰগেম তো ছাই । এখেত আৰু আগুৱাই জাওক তাৰে কামনাৰে 🙏👍
Just touch the video but i couldn,t skip it.The man is so humble pure hearted,really inspiring us.
Real Hero, who can able to success through his struggle
Wish him a brand ambassador among the assamese people. A lot of Congratulations to him .
অনাগত দিনবোৰে আৰু কঢ়িয়াই আনক অনাবিল আনন্দৰ ব্যৱসায়িক জীৱন
বাণিজ্যে বসতি লক্ষ্মী । আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিলো।
Congratulations, God bless you
সঁচাকৈ ভগৱান সৎ আৰু পৰিশ্ৰমী জনৰ লগতহে থাকে। আৰু আগবাঢ়ি যাওক দাদা 🙏
ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক 🙏
Beautiful. He is a symbol of self confidence and compassion.
God bless you
best Assamese channel for best Assamese businessmans 👍
অভিনন্দন গোহাঁইদেউ। এজন সৎ আৰু সফল ব্যৱসায়ী। আমাৰ সকলোৰে গৌৰৱ। বহুত বহুত ভাল লাগিল আপোনাক দেখা পাই।🇮🇳👌
বহুত ভাল লাগিল। সততাৰ আৰু ন্যায়ত থাকিলে ভগৱানে ও কৃপা কৰে।
খুউব ভাল লাগিছে ভাই,এনেকৈ অসমীয়া ল'ৰা বিলাক আগ বাঢ়ক এই কামনা ,🙏🙏
টোপাল টোপাল পানীৰ পৰা সাগৰ সৃষ্টি হয় ✍️আপুনি প্ৰেৰণা দাদা💐💐💐💐
আৰু জীৱনত আগুৱাই যাওক তাৰেই কামনাৰেই...ভগৱানৰ আশিস সদায় থাকক আপোনাৰ ওপৰত...
Many many thanks Dada. Asomiai kiba ata korile bohut bhal lage ontorot. Joi ai Axom.
ai jonei prakit manuh ,,,nijr prosestare nijar lgte anoku aguwai nibo parixe ,,,salute guhain salute ,,,,
অসমীয়াৰ নাম সুন্দৰ কাম
তেওঁৰ কৰ্মস্পৃহা আৰু কৌশল সঁচাকৈ আদৰ্শ। নমস্কাৰ তেওঁক।
Dada bohut bhal lagise
আপোনাৰ সৎ কৰ্ম দেখি মই অভিভুত হৈ পৰিছো ৷ মোৰো মন যায় ৷
বহুত ভাল লাগিল কথাখিনি আৰু আগুৱাই যাওক ধন্যবাদ দিছোঁ
ভাল লাগিছে আপোনাৰ কাম দেখি আপোনাক মোৰ লগ পাই কথা পাতিবলৈ মন গৈছে বিৱশাই কাৰনে মোৰ ঘৰ দুলীযাজান ফুন কৰিম
গোহাঁইদেও আপোনাক ভগৱানে আৰু অধিক শক্তি দিয়ক👍
Hosak bohut hahokh palu moi..
Dhoinnyobad apunak
ধন্যবাদ লিলেন আগবঢ়ি যা বহু ভাল লাগিল।
আপোনি প্ৰকৃত অসমীয়া সফল ব্যৱসায়ী, আপোনালৈ ধন্যবাদ ।
আগুৱাই যোৱা দাদা ,ভাল মানুহৰ লগত সদায় ভগৱান থাকে ।
Bhal lagil Apunar Kotha Xuni. Agoloi Bohut aru unotti Houk . Bhagawane Axirbad Korak🙏🙏🙏
Bohut bhal lagil dai. Hokolu Asomia manuhr unoti houk.Hoklue deka lorai jate Lelen Gohain sir r dore kosto kore.
Bohut vl lagil bohut kotha hikib patilu apunar pora,,,,,aru eman vl vdo bonua jonk bohut thanks ..🙏🙏🙏
ভগৱানে আপোনাক সদায় সহায় কৰক, আৰু আগবাঢ়ি যাওক তাৰেই কামনাৰে...।
Bohut hahakh palu Llilen dango riyak dekhi dhanya baad Aru Aakhirbaad Thakile Tekhetoli.
The real hero,pride of Assam. Honesty,sincerity & perseverance is the key póint of his successive success .
Amar Axomiya manuho je dangor dangor businessmen ase aji jani bohut val lagil aru anondito hoisu, moi lilen borgohain loi gourab koru🙏🙏🙏
Very much inspirational video
Alots of ❤️ from MARIANI ASSAM to You
Bhagwan a val ru hustho rakhok apunak.
অসমীয়া মানুহৰ এনে কৰ্ম বহুত বহুত ধন্যবাদ
Really feeling proud for you, in a field dominated by others you are a real source of inspiration for many of our youths who are in search of easy money and glory. 🙏
এনে ধৰণৰ কথাবোৰ শুনিলে মনত কিবা এটা কৰিবলৈ সাহস পোৱা যায়।
Khub val lagil Gohain dangoriar bikhoye jani.May goddess Lakhsmi shower him with eternal wealth for his hard work and dedication. A very inspiring story indeed.
Eijon he axomia r porichay..baaki sob bojorua..keep it up lilen da
আৰু আগুৱাই যাওক দাদা, ভগবানে আৰু দয়া কৰক
Sir phone number to dibonake
সৎ আাৰু কষ্টসহিষ্ণু লোক হোৱা বাবেই হয়তু লক্ষ্মীদেৱী তেওঁৰ ওপৰত সুপ্ৰসন্ন হৈ আছে। গৌৰৱ কৰিছো তেখেত অসমীয়া হোৱাৰ বাবে।
🥰🥰🥰❤❤
প্ৰেৰণাদায়ক। বহুত ভাল লাগিল।
Feel proud. As Assamese.
সঁচাই এনেকুৱা এজন মানুহৰ পৰা কাম কৰিবলৈ বহুত উৎসাহ পোৱা যায় ।
গৌৰৱ অনুভৱ কৰিছো । নৱ প্ৰজন্মৰ আপুনি প্ৰেৰণা ।
Bhal lagil,apuni aru agbari jauwk
It's really awesome to know about an Assamese businessmen..
আপোনাৰ দৰে ব্যক্তি,প্ৰতিজন অসমীয়াৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস🙏🙏
Val lagile apunak, aru 10 Jon assomeyak apune anupranito korebo , best of luck
Muru tekhetoloi bohut vaal laagise karon teu r agor kotha bur dekhi huni aaru bohut kosto korise tekhete, aaru tekhetoloi bohut thanks disu tekhetor ei hard work kora r karone aaru vobisyatoloi aakha koru teu tenekoiye aguwaai jawk raijor ashirbaadot ....
once a time my brother was a auto Driver now he is a claass contractor he has three fortuuner bcs of hard working he is a good businessman.
Vast difference between contractor and this person dear.....this is real businessman.....
Three fortuner 😄 .... typical asamese
কষ্টৰ ফল মিঠা বোলা কথাষাৰ সঁচাকৈ প্ৰমাণ কৰি দেখুৱালে।
Salute you 👏 ...you are true inspiration for all
আপোনাক লৈ অসমীয়া হিচাপে গৌৰাম্বিত ৷
Salute ,প্ৰেৰণাদায়ক ভিডিঅ,
দাদা আপোনাক লগ কৰিবলৈ মন গৈছে। বহুত জানিবলগীয়া আছে।
Bhal lagil... Proud of Sri Gohain... 👍👍
Proud of you ... Real Asomia giri..aru aag bahi jawk dada👌
Bhal lagil
Aasol assomiya deki monto val lagil pratijon assomiyay business koribo lage assomiya manohe je business koribo pare aayae praman
আপোনাৰ কৰ্মস্পৃহা দেখি ভাল লাগিল
Love from Karbi Anglong dada ❤️
..aji you tube ot apunak dekhi ...anekuwa lagil jen bhagabaan mor sokur hommukhot...apuni hokolore prerona daayok
God bless him & his family...
গোহাই ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ।
Really Motivational.... 🙏🙏
Bhal lagil ejon asomiyai eman unnoti... aru howk.....
Bhal lagil guhaidar kothabur. And fiwtur bhal hok
বহুত বহুত ভাল লাগিল
Inspirational, enthusiastic man.You are a strong pillar of your next generation n many more too. Keep it up, thanks a lot for sharing ur ideas.
@cool cool you are also inspiration for melodious comment.
@@sgdworld4581 :) :) hehehehe
Nice wonderful person down to earth good person
🙏🙏🙏 অশেষ ধন্যবাদ ৷
বহু বহু শুভেচছা থাকিল |অসমীয়া মানুহে চাকৰি আৰু সহজ ধনৰ পিচতহে দৌৰে |
Vl lagill..aguai jaok apuni..
Jot no korile rot no Pai. Aji aponar jibonto a pronam dada...
Hundor dada , Great work 🙏🙏🙏
Apuni Hoday aguway jawk god bless you Sir
Bhut vl lagil ktha bor.
Bor vl lagil apunr kothabur huni.. ❤️
ভাল লাগিল,,ধন্যবাদ চেনেলটোকো 🙏
ভালো লোকের ব্যাবসা ভালো হয় আমি Kolkata থেকে 🙏
Mohan bakti 🙏 apuni udahoron porha khuna nuhua manuh ja val business koribo pare ❤️
অসমৰ অসমীয়া ব্যৱসায়ী হিচাপে তেওঁক তেৰাই আৰু আগবঢ়াই নিয়ক🙏
ভাল লাগিছে তেওঁৰ কথাবোৰ।