জীৱনসংগীক কাষত লৈ DY365ৰ ষ্টুডিঅ'ত নয়ন নীলিম!

Поділитися
Вставка
  • Опубліковано 16 січ 2025

КОМЕНТАРІ • 601

  • @LyricLighthouse104
    @LyricLighthouse104 10 місяців тому +77

    প্ৰেমে নামানে বয়সৰ সীমনা
    প্ৰমে মাথোঁ জানে প্ৰেমৰ ঠিকনা
    নৌকাই বিচাৰি লয় নিজৰ ঘাট
    মানুহে বিচাৰি মৰে সুখৰ বাত
    কিমান এই আকুল এই হৃদয় তোমাৰ বাবে...
    কোনে বুজিব! কিদৰে আশাৰ সমাধি বনাই ৰই আছোঁ মাথোঁ তোমাৰ বাবে

    • @HRvlogs2205
      @HRvlogs2205 10 місяців тому +3

      Album to saboloi roi asu

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 10 місяців тому +232

    তেওঁৰ জীৱন তেওঁৰ কথা তেওঁ কাক ভাল পায় কোন সময়ত মনৰ মিলন হয় কাক জীৱন সংগী কৰে তেওঁৰ নিজৰ এক ব্যক্তিগত কথা ইমান খুঁচৰি থকাৰ প্ৰয়োজন নাথাকে...!!

    • @abinashkalita4067
      @abinashkalita4067 10 місяців тому +7

      👍💯

    • @sunishakalita53
      @sunishakalita53 10 місяців тому +5

      Hoi o. Karnu past nathake? Eta samayt Sagarikak bhal pale kopalt nasil teulok duyu atori gol aru. Take eneke thake ne bare bare

    • @bobigogoi6029
      @bobigogoi6029 10 місяців тому +1

      সঁচাকৈ কথা সুধিব নাজানে ।

    • @Sagormotovlog
      @Sagormotovlog 10 місяців тому +1

      Right brother 👍

    • @animaburagohain5271
      @animaburagohain5271 10 місяців тому

      Ancor howar jugyata nai

  • @nurmdhasan1290
    @nurmdhasan1290 9 місяців тому +4

    নয়ন নীলিম দা you are great। কিন্তু এয়া যে কোনো এটা চিনেমাৰ অংশ বিশ্লেষণ কৰিলে পিছতহে গম পালোঁ।

  • @nikhesmili7255
    @nikhesmili7255 10 місяців тому +101

    নয়ন দা সুন্দৰ জীৱন আৰম্ভ কৰক ধন্যবাদ আপোনালৈ

  • @KpDehingia
    @KpDehingia 10 місяців тому +64

    সঁচা এটা সম্পৰ্ক হলে ভাল লাগিব , দুয়ো বুজা বুজিৰ মাজত আগুৱাই যাব লাগে❤

    • @HRvlogs2205
      @HRvlogs2205 10 місяців тому

      Promotion kori ase eta new vdo

  • @Dubu_with_mom
    @Dubu_with_mom 10 місяців тому +17

    কোনো শ্ৰেণী ত নপৰা এজন সাংবাদিক। কথা সুধাৰ কোনো লাগ বান নাই। ইমান কৈ ভিতৰুৱা কথা সুধি অপদস্ত কৰিব নালাগে। তেওঁ তেনেকৈ সুখী🎉❤❤

    • @BitoponSaikia-dy5ho
      @BitoponSaikia-dy5ho 10 місяців тому

      Right ..aro repotar nesina soeetanor hyykh nai AE prthbeet.

    • @Rulipayeng
      @Rulipayeng 8 місяців тому +1

      Hosake dei 👍

  • @DebajitGogoi-p6c
    @DebajitGogoi-p6c 9 місяців тому +12

    নিউজ ৰিডাৰ যেতিয়া সাক্ষাৎকাৰী হয়, তেতিয়াই এনে দুৰাৱস্থা হয় ! আগতে কথা পাতিবলৈ শিকি ল'ব লাগে । আলহী মাতি গৃহস্থই ককৰ্থনা কৰাতো ভাল নাইলগা দেই । ছোৱালীজনী দেখি তাৰেই মন লিকলিকাইছে যেন পাইছো ।

  • @latikabachan
    @latikabachan 10 місяців тому +19

    Enekua bea anchor prothom dekhilu dei.. Honman dibole prothome hiki louk... Love to Nayan da from Chennai❤

    • @awmultimedia
      @awmultimedia 10 місяців тому +1

      anchor tuk kune select krile

  • @mandirabordoloi5708
    @mandirabordoloi5708 10 місяців тому +1

    নয়নীলিমৰ জীৱন ডেকালৰা হৈ উকাহব বুলিও ভাবিছিলো এতিয়া কিন্তু ৰাইজৰ ভাল লাগিছে তেওক ঠগিলে কাৰণে চেহেৰা বুঢ়া নিচিনা হৈছিলেগৈ ভাল পাইছো এতিয়া সুখী হৈথাকা সুখী জীৱনযাপন কৰা 😂😂😂😂

  • @sumitradeb8538
    @sumitradeb8538 10 місяців тому +1

    নয়ন নিলীমক আমি ভালেই পাওঁ সুন্দৰ অভিনয় কৰে তেওঁ ভালেই❤❤ দুয়োকে মৰম ❤️ দিছু❤

  • @karpunpulivlogs1005
    @karpunpulivlogs1005 10 місяців тому +3

    জানমণিৰ লগত বিয়া খন পাতক নয়ন দা,জানমণিৰ লগত বহুত ভাল লাগে আপোনাক। বাকীবোৰৰ লগত মিছা মিছা প্ৰেম লাগে। জানমণিৰ লগতহে আপোনাক সঁচা সঁচা প্ৰেম লাগে ❤

    • @Sagormotovlog
      @Sagormotovlog 10 місяців тому +1

      Nayan da virgin hoi
      Nayan Dak virgin he lage henu 👁️👁️

  • @BhabnasVlog
    @BhabnasVlog 10 місяців тому +8

    Ankur তুমি কেনেধৰণৰ প্ৰশ্ন কৰিছা ভাল লগা নাই ইমান ব্যক্তিগত কথাবোৰ খুচৰি খুচৰি কৰিছা! নয়নদাৰ ভৱিষ্যত জীৱনটো সুন্দৰ হওক তাৰেই কামনা কৰিলো🎉কবিতাটো আৰু ভিডিওটি সুন্দৰ হৈছে❤
    তোমাক তুমি ক’লো দিয়া আমি যে একেলগে পঢ়িছিলোঁ Dk ত😅

  • @nayanpatgiriii
    @nayanpatgiriii 10 місяців тому +54

    আপোনাৰ সাংবাদিকতাৰ চাৰ্টিফিকেট নিশ্চয় নাই,আৰু যদি আছেও টাইম পাছ কৰি পাইছে।
    কথা কবলৈ শিকিব আগতে

  • @PabitraPanging-f6u
    @PabitraPanging-f6u 10 місяців тому +6

    নয়ন দাই নতুনকৈ নৌৱ আনিলেনে? Congratulations to you❤🎉

  • @papul914
    @papul914 10 місяців тому +44

    vedio টু আধা চাই congress দিয়া কেইজনৰ বাবে এক মিনিট মৌন পাৰ্থনা 😂

  • @bonjurybaruah876
    @bonjurybaruah876 10 місяців тому +34

    মানুহৰ ব্যক্তিগত কথাসুধি মানুহক অতিস্থ কৰিব নাপায় ৷নয়ন নীলিমক আমাৰ ভাললাগে কিয়নো তেওঁ সুন্দৰ অভিনয় কৰে ৷জীৱনসংগীক লৈ ইমান প্ৰশ্ন কিয় ?

  • @Ritachangmai-qg9ze
    @Ritachangmai-qg9ze 10 місяців тому +9

    প্ৰথমে মই সঁচা বুলি ভাবিছিলো।কমেণ্টবোৰ চাই গম পাইছো যে পায়সকল দৰ্শকেই শেষলৈকে চোৱা নাই

  • @RanjitDowarah-dc3vc
    @RanjitDowarah-dc3vc 7 місяців тому +1

    ভাল লাগিল নয়ন দা...❤❤❤

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 10 місяців тому +1

    এংকৰ জনে সৰ্বনাম পদ কাক কয় সচাঁকৈ বুজি নাপায় নে নাজানে .? প্ৰতিটো বাক্যত নয়ন নীলিম, নয়ন নীলিম বুলি আমনি লাগি যোৱাকৈ উচ্চাৰণ কৰি থাকে দেখোন !!
    সন্মান সহকাৰে এজন অভিনেতাক সম্বোধন কৰিব ও নাজানে ।

  • @HireswarBoro-zf3ob
    @HireswarBoro-zf3ob 10 місяців тому +1

    Example kintu pura.. preparation kore sage..😂 Nayan nilim daii..❤

  • @mrinalinichakrabarti6206
    @mrinalinichakrabarti6206 8 місяців тому +2

    নয়ন নীলিমক ভাল লাগে 👌💕,যিজনে question কৰি আছে তেওঁ কি question কৰিব নাজানে নেকি কি faltu anchor

  • @dipudas1526
    @dipudas1526 10 місяців тому +7

    Ki prosno bur korise.its proud moment for the new couple.congrats.

  • @bulbulisarmah1530
    @bulbulisarmah1530 10 місяців тому +12

    ❤❤❤আগতে নযনৰ প্ৰেম হৈছিল সচা কথা আৰু আগৰ কথাবোৰ নতুন জীৱন সংগীজনীৰ আগত কিয বাৰে বাৰে কৈ আছে সাগৰিকাৰ মূখলৈ এবাৰ চাব লাগে ❤ যদি আপোনাৰ আগৰ কথা বোৰ আপোনাৰ মানুহ জনীৰ আগত আনে কয আপোনাৰ কেনেকুৱা লাগিব আগলৈ আৰু যোৱা কথা সোৱৰায নিদিব ❤❤❤❤

  • @prabitraborahborah9423
    @prabitraborahborah9423 10 місяців тому +20

    Congratulations 🎉🎉🎉🎉
    Nayan Bhai. I wish Your Bright future

  • @debajitborgohain1655
    @debajitborgohain1655 10 місяців тому +4

    ই কি প্ৰশ্ন কৰি আছে বাৰু পিছৰ জীৱনটো কথা সুধিব লাগে পিছৰ জীৱনটো কি কৰিব কেনেদৰে পাৰ কৰিব 🤔

  • @KOUSHIKRAY-g3t
    @KOUSHIKRAY-g3t 7 місяців тому

    My favourite Assamese actor 👌🥀❣️ I love you Nayan Da 💫💫💫💫💜💜💜💕

  • @JosephFoodTravelMore
    @JosephFoodTravelMore 7 місяців тому

    Nayan before i never use see Assamese movie .. but salute u and actor Ravi sharma, jotin borah, jubin da and kk da ❤❤❤❤❤❤❤love u guys also Local Kungfu team

  • @budhinsaikia6300
    @budhinsaikia6300 10 місяців тому +15

    বহু বছৰৰ অভিজ্ঞতা বুল জানিলোঁ ডাঙৰীয়া আপোনাৰ ৷ কিন্তু অপৰিপক্ব আপুনি ৷
    তেখেত সকলক
    কেনেকৈ কথা উপস্থাপন কৰিব লাগে সেইকণ -!!- থাকিব লাগে ৷
    তেখেত সকলৰ এই যাত্ৰাই সেন্দূৰীয়া পথ অতিক্ৰম কৰক , সময়বোৰ মধুময় হওক❤🙏

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox 10 місяців тому +1

    ছোৱালীজনীলৈ আগতীয়াকৈ ----। বাকী শুভেচ্ছা জনালোঁ।

  • @geetabhandari9787
    @geetabhandari9787 10 місяців тому +6

    নয়ণদা আপোনালোকৰ দাম্পত্য জীবন সফল হক

    • @simantasarma6088
      @simantasarma6088 9 місяців тому +1

      Tumar akhirbad tule he roi asil nayan nilim 😂😂😂😂😂

  • @nayandeka7606
    @nayandeka7606 10 місяців тому +15

    God bless him

  • @bishalbarundutta2943
    @bishalbarundutta2943 10 місяців тому +14

    ভাল লাগিল , কুশলে থাকক। সাংবাদিক জনে আৰু ভাল কৰিব পৰিলে হয়।

  • @manjilkmusafir2533
    @manjilkmusafir2533 10 місяців тому +2

    Dhuniya ase de Bowjoni 🤩

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 10 місяців тому +52

    কি কথা কৈছে। বয়সৰ কথা তেনেকৈ নকয়।সাংবাদিক এজন সাহিত্যিক । গতিকে ইমান খাৰা খাৰা কথা নকয়।

  • @debajithazarika5879
    @debajithazarika5879 10 місяців тому +5

    Nayan দাৰ ইমান বয়স হোৱা নাই, সাংবাদিক জনে যি ধৰণে কৈছে। কিন্তু এটা কথা মই surly কম যে নয়ন দাৰ প্ৰেমিকাক দেখি সাংবাদিক জন যেন জ্বলিছে।

    • @pankajrabha7500
      @pankajrabha7500 10 місяців тому

      Rite kotha সাংবাদিক জন মাইকী পাগল হেনো 😂

  • @LoboSutradhar-t9x
    @LoboSutradhar-t9x 10 місяців тому

    প্ৰমে নামানে বয়সৰ ভাল লাগিছে বহু দিনৰ মূৰত নয়ন দাৰ❤❤❤❤

  • @Ridipaxom
    @Ridipaxom 10 місяців тому +13

    Congratulations bro..... Sob kam timet a hoii.. Hosa kotha

  • @nayanbarman9077
    @nayanbarman9077 10 місяців тому +22

    Congratulations Nayan Da

  • @bdas04637
    @bdas04637 10 місяців тому

    Val powar majot manu hor kio suku olai ba manur jibon huki hobo diya nayan nelim dak 🤞🏿👐

  • @priyankabora8552
    @priyankabora8552 10 місяців тому +1

    Real life বুলি এনেই ১৪ মিনিট চালো, পাছত হে গম পালো reel life বুলি 😂

  • @porimolmedimedi5640
    @porimolmedimedi5640 5 місяців тому

    যদি অসমৰ নয়ন নীলিমে জীৱন সঙ্গী পালে আমি বহুত ভাল লাগিব।

  • @utpaltaidofficial2511
    @utpaltaidofficial2511 10 місяців тому

    Nayan da...duniya pale deiiiiiii........

  • @surojitpaik361
    @surojitpaik361 10 місяців тому +3

    এন্কৰজনক DY365 ৰ পৰা খেদিব লাগে অসমৰ এজন জনপ্ৰিয় অভিনেতাক অপমান কৰাৰ দৰে প্ৰশ্ন কৰাটো গ্ৰহণ যোগ্য নহয়।

    • @ArcadeProz
      @ArcadeProz 10 місяців тому

      ভাল লাগে এখন নাটকহে । বুজি পোৱা নাই নেকি?

  • @junali-sonowal95vlog
    @junali-sonowal95vlog 9 місяців тому

    Val lage album name,promotion of the song and album 😂 Nayan da kotha te gom palu

  • @hemantadas2357
    @hemantadas2357 10 місяців тому +1

    Dear Ankur bohu din hol tumak log nupuwa miss Kori asilu dei tumak, Dekha pai bohut Val lagil, Dhuniatu hola bohut tumi

  • @mrinalphukan5425
    @mrinalphukan5425 10 місяців тому

    ভাল লাগে আৰু ভাল পোৱা মাজত পাৰ্থক্য আছে 😊

  • @koushikray1945
    @koushikray1945 10 місяців тому

    Bohut bohut val lagile Sai video to khub anondo holo Moi Nayan Da obosek ot jibon songi pale aaru xonkale marriage or dinoloi jabo lage ❤❤❤❤❤❤❤💚💚💚❣️👌👍😍♥️👍💓💕💖

  • @sanatanraj984
    @sanatanraj984 10 місяців тому +13

    নতুন চিনেমা ভাল লাগিব আমি ৰৈ আছো😊

  • @sewalideori6811
    @sewalideori6811 Місяць тому

    Thank dada

  • @pPnaturaltv2697
    @pPnaturaltv2697 10 місяців тому +21

    ঠিকে আছে নয়ন দা।। ভাল লাগিছে।।। কিন্তু বন্ধু চিনেমা খন চালোঁ।।। বহুত ফকটীয়া লাগিল।।

  • @ankitaborah3072
    @ankitaborah3072 9 місяців тому +1

    আগৰ কথাবোৰ কৈ কৈ বা সুধি সুধি আচলতে নয়ন দাক বাৰে বাৰে কষ্ট দিয়ে আৰু অপমানিত কৰিবলৈ চায়, বুজি নাপাওঁ মানুহজনক আগৰ কথা বোৰ সুধিবলৈ নেৰে কিয় আপোনালোকে

  • @mamonisaikia39
    @mamonisaikia39 Місяць тому

    ভাল লাগিল

  • @ratulsaikia91
    @ratulsaikia91 10 місяців тому +7

    New ..Movie Ahibo...Nayan Nilimr Promotion karise

  • @Rukmo9887
    @Rukmo9887 10 місяців тому

    কবিতা প্ৰচাৰৰ সুন্দৰ পন্থা দেই 😀😀😀😀

  • @ভাওনাসংস্কৃতি-জ৫ফ

    নয়ন দা যাকে ভাল পায় ।তাতে আপোনাৰ কিদাল হল।

  • @LohitDihingia-l5b
    @LohitDihingia-l5b 2 місяці тому +1

    ভাল পাইছো ধনৎবাদ সচাঁ- পেম ভাল পোৱা🎉🎉🎉🎉🎉

  • @debenborah2905
    @debenborah2905 10 місяців тому +3

    নতুন জীৱনৰ নতুন সময়ৰ আহ্বানৰ প্ৰতি নয়নে জনোৱা সঁহাৰিৰ বাবে অলেখ শুভকামনা যাচিলোঁ। এই সম্পৰ্ক স্থায়ী হওঁক আৰু সুন্দৰ হওঁক। সাগৰিকালৈ অনুৰোধ নয়নৰ সকলো দিশৰ নজৰ ৰাখে যেন। নয়নৰ যুগ্ম-জীৱন সম্পৰ্কে আমি বৰ উদ্বিগ্ন হৈ আছিলোঁ। আকৌ শুভেচ্ছা জনালোঁ ❤❤❤

  • @mamonidevi617
    @mamonidevi617 10 місяців тому

    Congratulations gutei jibon xukhot thaka

  • @ankitaborah3072
    @ankitaborah3072 9 місяців тому +1

    তেওঁ নতুনকৈ কিবা এটা কবলৈ আহিছে বা নতুনকৈ আৰম্ভ কৰিছে জীৱনটো তাত আপোনালোকে অতীতৰ কথাবোৰ কিয় খুচৰে? ভাল নালাগে বাৰে বাৰে মানুহজনক এনেকৈ অশান্তি দিয়া

  • @joshnaray3117
    @joshnaray3117 10 місяців тому +1

    এইবাৰ বহাগতে নয়ন দাৰ বিয়া আমাক মাতিব দেই | আৰু বেছি দিন বাত চাব নেলাগে আপুনিতু বুঢ়া হৈছে বেছি দিন হলে দাঁত সৰিব 😂😂😂

  • @PranabDeka-u7w
    @PranabDeka-u7w 10 місяців тому

    নয়ন দাৰ বাবে এটা লাইক❤😍

  • @tumimurusortthakileholDas
    @tumimurusortthakileholDas 7 місяців тому

    Vl lagilgood news

  • @yolojobs3777
    @yolojobs3777 10 місяців тому +24

    ভাল লাগিল নয়ন দা । শুভেইছা থাকিল ❤❤। বিয়াত মাতিব দেই ।

  • @monjulahon7712
    @monjulahon7712 10 місяців тому +32

    এঙকৰজনৰ কথা বোৰ ফাল্টু দৰে লাগিল ।

  • @jireality.6377
    @jireality.6377 10 місяців тому

    Waiting for new Vedio
    @ভাল লাগে ।

  • @ariyammixtv317
    @ariyammixtv317 10 місяців тому

    Bohut val lage Nayan daak ❤❤❤

  • @DibakarPathak-m5o
    @DibakarPathak-m5o 4 місяці тому

    Anchor jn bhtt smart ru dhemelia, bhttee interview tu last loike nusuakei comments korise...jihetu ata light mode t discuss korise tatei gm pabo lge j aitu serious nhoi ,kiba nhoi kiba ata fact asei.

  • @pankajgogoi5395
    @pankajgogoi5395 10 місяців тому

    Congratulations 👏👍❤ Nayan Daa

  • @BhaskarBoruahOfficial
    @BhaskarBoruahOfficial 10 місяців тому +2

    সোনকালে বিয়াখন হওঁক দেইই 😊

  • @dreamymedhi
    @dreamymedhi 7 місяців тому

    The host really should really be sensitive while asking questions

  • @danswrangswargiary
    @danswrangswargiary 10 місяців тому +3

    congratullation, all of you.

  • @MinalSonowal28
    @MinalSonowal28 10 місяців тому +2

    Nayan da All rounder 🎉

  • @PilingaDeka-g8h
    @PilingaDeka-g8h 10 місяців тому +5

    Very nice good news hundor pavor jura ami khukhi hoisu xbr tu pai demful da god bless you ❤

  • @SHAWMITRANATH
    @SHAWMITRANATH 10 місяців тому +3

    Very good decision

  • @arun-boruah1616
    @arun-boruah1616 10 місяців тому +10

    মানুহটোৱে এনেকুৱা ফকটিয়াবোৰ কৰি কৰি নিজৰ জনপ্ৰিয়তা নিজেই কমাই লব এতিয়া ৷ ভালপোৱা অভিনেতা এজনৰ কিবা উলালে মানুহে চাবই ৷ দুবাৰ মানুহক ঠগিছে তৃতীয়বাৰ ক্ষমা কৰি নিদিব আকৌ ৷

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 9 місяців тому

    Aei2k anchor kune bonale😮😮 4:01

  • @Shreeb17
    @Shreeb17 10 місяців тому

    Nayan daa aru mur mamar voice same 🔥🔥🔥aru kotha bur same 😮😮😮 i think age v same lag raha hai 😮

  • @amritdeori4241
    @amritdeori4241 10 місяців тому

    Very good ❤❤❤❤

  • @sanjibmedhi4235
    @sanjibmedhi4235 10 місяців тому

    Val lagise kotha khini nayan da

  • @huntusingingstar781
    @huntusingingstar781 10 місяців тому

    Govn job,rich man নাইবা মানু্হ popular হলে সকলো সম্ভৱ, বুঢ়া হলেও মতলব নাই কিন্তু দুখীয়া লৰালৈ নাহে, সুখী হওঁক😊

  • @HariBoro-m7x
    @HariBoro-m7x 7 місяців тому

    Love you damfull ❤ from sivasagar

  • @nk14378
    @nk14378 10 місяців тому +1

    Oohh my God hey dy365 anchor Brother.....Good question but not for the Nayan nilim da ......can you invite the politician of Assam which have not responsible for people of Assam...

  • @nabocreation6125
    @nabocreation6125 10 місяців тому +3

    Natun natok mja 😂
    Suwali jonik kotha koboi nidiye 👏
    Natun cinema/video song ahi ase raij

  • @nareshwaribhuyan5306
    @nareshwaribhuyan5306 10 місяців тому +3

    Nayan daa manuh Tu boom critical....

  • @blueocean9430
    @blueocean9430 10 місяців тому

    Nilim sagar ❤

  • @lrboy
    @lrboy 10 місяців тому

    So very nice💖💖💖💖💖

  • @chinuthengal2493
    @chinuthengal2493 10 місяців тому +8

    Demfull....❤❤❤

  • @JyotshnaborahJyotshnaborah
    @JyotshnaborahJyotshnaborah Місяць тому

    Val lagise noyon da

  • @DrunMili
    @DrunMili 10 місяців тому

    Congratulation 🎉🎉

  • @hemkantaborah2503
    @hemkantaborah2503 10 місяців тому

    Nayan da hodai hukhi houk❤

  • @assamboy2162
    @assamboy2162 10 місяців тому +1

    Nayan nilim daaa Ketya biya hb ❤🎉

  • @pabitraneog1133
    @pabitraneog1133 10 місяців тому +31

    ভগৱানে যি কৰে ভালেই কৰে।

  • @manashpratim224
    @manashpratim224 10 місяців тому

    ধুনীয়া ছোৱালী পালে আপুনি নিলিম দা🤣

    • @kishorepegu
      @kishorepegu 10 місяців тому

      Gaanor promotion geda

  • @shriarchana8844
    @shriarchana8844 7 місяців тому

    নিদিবা ইমান মৰম ভয় লাগে।কি জানি কাৰোবাৰ চকুত পৰে। পাৰিলে ভাল পোৱা মনতে ৰাখি বা নহ'লে মৰমবো যাব আতৰি।

  • @SankarTalukdar-eb1bl
    @SankarTalukdar-eb1bl 10 місяців тому +4

    Congratulations

  • @angshumitadevi8830
    @angshumitadevi8830 10 місяців тому +3

    Dhunia accting dei movie khonar karone eman bur acting

  • @Xapon1054
    @Xapon1054 10 місяців тому +3

    Congratulation

  • @djahomchannel8730
    @djahomchannel8730 10 місяців тому

    Noyan dai ji koixe hosekei anekua manuh ajon huwar, ba, hobole, bohut kosto, aru dhoizo lagib

  • @gakulkrishna8822
    @gakulkrishna8822 10 місяців тому

    Nayan da Kaku nkaba nijar kotha lav ni aku bas aguai jua

  • @hirakkalita8283
    @hirakkalita8283 10 місяців тому +11

    Good News