বিদুৰভাইৰ কাহিনী মোক লৈয়ে লেখিছিল নেকি?জানিব সকলোৱে গম নোপোৱাকৈ অহা কাল ধুমুহা জাকৰ বিষয়ে।

Поділитися
Вставка
  • Опубліковано 2 лют 2025

КОМЕНТАРІ • 24

  • @lakshyadeka9642
    @lakshyadeka9642 3 місяці тому +2

    God bless you

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 3 місяці тому +3

    মুখৰ ভাষা নাই শব্দ নাই। বহুত দুখ লাগিল অ ভাইটি‌। চিনেমাৰ কাহিনী নহয-
    গল্প উপন্যাসৰ কাহিনী নহয-জীয়া সঁচা
    বাস্তৱ কাহিনী -- । চৰকাৰে ইমান উন্নয়নৰ ধাক ঢোল বজায় কাম নাই।
    যিনহ ওক ছোৱালীজনীৰ আশু আৰোগ্য কামনা কৰিলো। ধন্যবাদ।

    • @dhrubajyotisaikiaaxom
      @dhrubajyotisaikiaaxom  3 місяці тому

      আপোনাৰ ইমান সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। পৰীক্ষা বুলিয়েই ভাবিছোঁ আৰু।

    • @KiranPhukon-f4z
      @KiranPhukon-f4z 3 місяці тому

      তোমাকো মোৰ মৰম দিলো। তোমালোকৰ
      কণমানিটিক আশীৰ্বাদ কৰিছো যাতে তোমালোকৰ কোলা সদায় সুৱনী কৰি
      থাকক।

    • @dhrubajyotisaikiaaxom
      @dhrubajyotisaikiaaxom  3 місяці тому

      অশেষ ধন্যবাদ 🙏🙏🙏

  • @lilykhanikar8323
    @lilykhanikar8323 3 місяці тому +1

    Vogobane Val korok parthona jonaisu

  • @chayanikakonwar3247
    @chayanikakonwar3247 4 місяці тому

    Vale thakok❤

  • @iublood
    @iublood 4 місяці тому

    সচাকৈ বৰ দূখ লাগিল সৰু ছোৱালী জনী ভালে কুশলে থাকক ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছো

    • @dhrubajyotisaikiaaxom
      @dhrubajyotisaikiaaxom  4 місяці тому +2

      ধন্যবাদ। আপোনালোকৰ আৰ্শীবাদৰ বলতে ইমান লৈকে পাইছোঁহি

  • @KalpanaBora-i7t
    @KalpanaBora-i7t 4 місяці тому

    Bidur Bhai moi swa nai kintu tomar video to Sai kandilu o bhaiti horufdoiloi akhibad thakil

    • @dhrubajyotisaikiaaxom
      @dhrubajyotisaikiaaxom  4 місяці тому

      Apunalukor akhar akhar kothai jibon batot agbarhi jaboloi bohut hahokh die... Dhainyabad

  • @dilipkrishnaofficial9833
    @dilipkrishnaofficial9833 4 місяці тому

    Don't sad bro😢

  • @meeragogoi8290
    @meeragogoi8290 4 місяці тому

    🙏

  • @kabitamoran6158
    @kabitamoran6158 4 місяці тому +3

    Vogobane Val korob sinta কৰিব নেলাগে. Angonawadi waker লগত gugaguk কৰক

  • @deepjyotirajkhowa-bq3is
    @deepjyotirajkhowa-bq3is 4 місяці тому +1

    কি কৰিব উপাই নাই । যিমানখিনি পাৰিছে কৰিছেই ্সকলো ভগৱানৰ ইচ্ছা।আমিও আশিবাদ কৰিছো আহিবলগীয়া দিনবোৰ ভাল হওক

  • @RekhaGogoi-i6c
    @RekhaGogoi-i6c 4 місяці тому

    Bohut dukh lagil