দেখাত শিশুৰ দৰে, কিন্তু বয়সত ৩০ বছৰীয়া পুৰুষ।

Поділитися
Вставка
  • Опубліковано 21 гру 2024

КОМЕНТАРІ • 449

  • @mustaquehazarika85
    @mustaquehazarika85 3 місяці тому +194

    বৰ মৰম লগা আৰু সত লৰাজন । তেওঁৰ চাকৰিতো ৰেগুলৰ কৰিবলে চৰকাৰক অনুৰোধ জনালোঁ

    • @khao_na
      @khao_na 2 місяці тому +3

      ​@@07Mech You sound like a Bangladeshi Hindu, brother.

  • @M17-f5l
    @M17-f5l 2 місяці тому +47

    বহোত মৰম লাগিল৷সকলো আমি ভগৱানৰ সৃষ্টি৷ ভগৱানক প্ৰাথনা কৰিছোঁ তোমাক ভগৱানে যেনেকৈ পঠিয়াইছে তেনেকৈ সুখী হৈ নিজৰ কতব্য কৰি যোৱা৷ আমিয়ো আশাবাদী চৰকাৰে এইলৰাটিক জীৱন যাপন কৰি ভালদৰে চলি যাবলৈ সহায় কৰক৷

  • @ReenaRoykhataniar
    @ReenaRoykhataniar 3 місяці тому +70

    আপুনি দেখাত শিশুৰ দৰে, মাতটো শিশুৰ দৰে, কিন্তু আপোনাৰ ব্যক্তিত্ব আৰু বুদ্ধিমত্তা,মানসিকতা এজন ৩০ বছৰীয়া ডেকাল'ৰাতকৈ কোনো গুনে কম নহয়, বৰং হয়তো বহুততকৈ বেছি হে দায়িত্বপৰায়ণ, আপোনাৰ প্ৰতি ভাই আপোনাক আগবঢ়াই নিয়ক!

  • @agtechno52013
    @agtechno52013 2 місяці тому +24

    আজি দিনত সকলো মানুহৰ মনবোৰ যদি এনেকুৱা সহজ, সৰল আৰু সুন্দৰ হল হয় দেশত কেতিয়াও দুৰ্নীতি, অৰাজকতা, বেইমান আদি বেয়া কাম বোৰ নহল হয় । তুমি সঁচাকৈ এজন সুন্দৰ ব্যক্তিত্ব অধিকাৰী ব্যক্তি।হাঁহি থাকা আৰু সুখী হোৱা। এনেকুৱা evergreen জীৱন পোৱা টো ভাগ্য কথা।।

  • @air33-ias53
    @air33-ias53 3 місяці тому +130

    ভগৱানে তোমাৰ ভাল কৰক। তোমাৰ জীৱন টো সুখৰ হওঁক।

  • @d.d.7319
    @d.d.7319 2 місяці тому +38

    বয়সটো ৩০ বছৰ বুলি যিহেতু জনা গৈছে, তুমি বুলি নক'লে বেছি ভাল লাগিল হয় । তেখেতৰ শাৰীৰিক অৱয়ৱৰ ওপৰত ভিত্তি কৰি কণমানি অনুভৱ কৰোৱা কথাটো হয়তো তেখেতৰ বাবে সহজ নহ'বও পাৰে । যদি সেই একে বয়সৰ আন এজন মানুহৰ সাক্ষাৎকাৰ হ'লহেঁতেন তেতিয়া নিশ্চয় এই 'তেওঁ/তুমি' শব্দ ব্যৱহাৰ নহ'লহেঁতেন ।
    এইয়া একান্ত ব্যক্তিগত অনুভৱ ।

  • @parthamixarsassam6762
    @parthamixarsassam6762 3 місяці тому +62

    বহুত মৰমলগা , সাহসী আৰু সৎ হয় তুমি। ভাল লাগিল আগুৱাই যোৱা তাৰেই কামনা কৰিছো।

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 3 місяці тому +39

    তুমি অলপ অসুবিধা পাৱা সেইতু অৱশ্যে বেলেগ ৰ তাত দোষ নাই কাৰণ সকলোৱেই প্ৰথম তে নাজানে কিন্তু তোমাৰ প্ৰতি টো কথা বৰ মৰম লগা তোমাক বহুত ভাল লাগিল ভূমি যথেষ্ট ক্ষেত্ৰত আগবাঢ়ি ও গৈছা বিয়া ৰ বাবে চেষ্টা কৰিলে আৰু ভাল লাগিল হেঁতেন তোমাৰ জীৱন সুখৰ হোৱাৰ আশাৰে

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt 3 місяці тому +31

    ভাইটিৰ কথাবাৰ্তা শুনি খুউব ভাল লাগিল কিন্ত জীৱন কাহিনী শুনি বৰ দুখ লাগিল৷ভগৱানৰ কি সৃষ্টি?!

  • @ArunRajkonwar-xy7fc
    @ArunRajkonwar-xy7fc 3 місяці тому +74

    Debasish tumak sakorit humuwai dia manuh jonok pahori najaba. God bless you.

    • @ujjaldeka115
      @ujjaldeka115 2 місяці тому +4

      birat dhunia kotha koise apuni 🎉🎉🎉❤

  • @mamitasaikia6194
    @mamitasaikia6194 2 місяці тому +10

    বৰ মৰম লগা ভাইটীটো। ভগৱানে সহায় কৰক।চৰকাৰলৈ অনুৰোধ জনালোঁ তেওঁৰ চাকৰিটো নিয়মীয়া কৰিবলৈ

  • @KrishnasInspiration17
    @KrishnasInspiration17 2 місяці тому +1

    দাদা আপুনি বহুত মৰম লগা হয়, দাদা আপুনি ইমান মৰম লগা শিশুৰ দৰে,❤❤❤আৰু মোৰ দৃষ্টিত দাদা আপুনি সদায় এনেদৰে মৰম লগা হৈ থাকক, আপুনি সদায় আগবাঢ়ি যাওক।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 місяці тому +9

    ইমান মৰম লগা সত আৰু সহজ সৰল লৰাজন ভাল লাগিল কথা বিলাক শুনি। লৰাজনৰ চাকৰিটো চৰকাৰকে নিয়মীয়াকৰন কৰি দিবলৈ আমাৰ ফালৰ পৰাও অনুৰোধ জনালো।

    • @bijoyprasad3384
      @bijoyprasad3384 2 місяці тому

      Yes hobo lage ... Aaru tew Abhinoy u Kore sorkare teuk hohai agbodhabbo lage ❤❤

  • @nishamaniborah9776
    @nishamaniborah9776 3 місяці тому +47

    বৰ মৰম লগা ল' ৰা । তোমাৰ ভাল হওক!

  • @bornalidevi2322
    @bornalidevi2322 2 місяці тому +4

    কথা বতৰা সকলো খিনিতে বৰ মৰম লগা ।ওচৰৰ পৰা এবাৰ চাবৰ মন যায়

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 3 місяці тому +30

    দেবাশিশ ভূঞাৰ চাকৰিতো ৰেগুলাৰ কৰিবলৈ চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ পৰিয়ালৰ চলাত সহায় হয়।

  • @bbsgaming5156
    @bbsgaming5156 2 місяці тому +3

    তোমাৰ দৰে সৰল মানুহৰ জীৱন জটিল হয় কিন্তুু ভগৱানে তোমাৰ ভাল কৰিব তাকেই প্ৰাৰ্থনা কৰিছো ❤ৰাধে কৃষ্ণ❤

  • @riyanofficial611
    @riyanofficial611 2 місяці тому +1

    ভগৱানে কুখলে ৰাখক আপোনাক❣️😍

  • @janardonborgohain3801
    @janardonborgohain3801 3 місяці тому +13

    Full of positivity. Really like the guy. Inspiring

  • @PranjalDutta-lu5qh
    @PranjalDutta-lu5qh 3 місяці тому +27

    Tumar logot Uporjonor akhirbaad ase..tumar sakori ata u ase ...aru aguai jua..Tumi bohut morom loga..😊

    • @Hanurava
      @Hanurava 2 місяці тому

      Tumi nije kiman aguwai sa

  • @anonymous_assamese4838
    @anonymous_assamese4838 2 місяці тому +2

    বহুত ভাল লাগিল। ভগৱানে তেওঁক ভাল কৰক আৰু চৰকাৰে কিছু সহায় কৰক।

  • @anitabora2768
    @anitabora2768 2 місяці тому +6

    বৰ সুন্দৰ লৰাজন। ভগৱান কৃপা কৰক ।

  • @jantuchangmai4467
    @jantuchangmai4467 3 місяці тому +36

    ভাল হওক৷ আশীৰ্বাদ কৰিছোঁ৷

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n 3 місяці тому +5

    তোমাৰ কথাবিলাক শুনি ভাল লাগিল।দায়িত্ববোধ, কৰ্তব্যপৰায়ন তোমাৰ কথাবিলাকত প্ৰতিফলিত হৈছে।তোমাৰ চাকৰিটো নিয়মীয়াকৰন হওক, তুমিও আশা কৰাৰ দৰেই মা দেউতাৰ সৈতে জীৱনৰ বাটত আগুৱাই যোৱা।

  • @daspia
    @daspia 3 місяці тому +5

    Bohut dhuniya lagil bisar buli huni, I have hardly seen someone with such a positivity. Hodae aagh barhi jaok.

  • @tribenitamuli9031
    @tribenitamuli9031 2 місяці тому +1

    ভগৱানে ভালে ৰাখক আপোনাক লগতে মাক-দেউতাকো🙏

  • @rajranjanbora7417
    @rajranjanbora7417 3 місяці тому +47

    আপুনি শিশু শিশু বুলি কিয় কৈ আছে । মানুহক বয়সৰ দ্বাৰা দাদা, ভাইটি, ডাঙৰ, সৰু লগতে তই, আপুনি, তুমি, আদি সম্বোধনেৰে সম্বন্ধ স্থাপন কৰো । উচ্চতৰ দ্বাৰা নহয় ।

    • @roneeaxom3589
      @roneeaxom3589 2 місяці тому +3

      তেওঁ interview লবই জনা নাই ।

  • @ankitdeka1
    @ankitdeka1 2 місяці тому +2

    Tumaloi dher morom thakil dada❤

  • @jahangiralomvlog3550
    @jahangiralomvlog3550 3 місяці тому +10

    আল্লাহ আপোনাৰ মংগল কৰক❤

  • @sanjulal3480
    @sanjulal3480 3 місяці тому +10

    Aei lora tu gitamandir orr usorte thake .. ,, tak horu pora dekha paisu ❤❤,, nanu you rock bro

  • @Gymaholic428
    @Gymaholic428 3 місяці тому +19

    সাহক তো ডাঙৰ কথা salute 🫡❤

  • @rajranjanbora7417
    @rajranjanbora7417 3 місяці тому +16

    ভগৱানে আপোনাক মংগল কৰক ।

  • @girindasarmah8003
    @girindasarmah8003 3 місяці тому +28

    ল'ৰা টো বৰ ভাল লাগিল। তোমাক ঈশ্বৰে মঙ্গল কৰক

  • @joshmusahari3341
    @joshmusahari3341 3 місяці тому +12

    God bless you bro. Hodai tumi anekoiye agg barhi jua bhaldore 🙏🙏🙏

  • @ratulborah9946
    @ratulborah9946 3 місяці тому +15

    মাননীয় মুখ্যমন্ত্রী মহোদয়ে কণমানি মানুহজনক সহায় কৰিলে ভাল হ'ব।

  • @neksusbasumatary409
    @neksusbasumatary409 3 місяці тому +5

    Moi tu heiye.. line touch my heart bro..❤❤❤ long live vai..

  • @DrishitraHajarika
    @DrishitraHajarika 3 місяці тому +4

    Thank you Bhai. Bohut bhal lagil apunar kotha suni. Moi nissoi apunar gorot apunak log(meet) koribo jam. Bhai apunak God ye sahai korok aya mur Godr usorot parthona. Thank you Bhai.

  • @rojimagoyari
    @rojimagoyari 2 місяці тому

    Buhut morom lage❤bhogobane tumak vale rakhok❤️🙏

  • @mamonichetia306
    @mamonichetia306 3 місяці тому +15

    ঈশ্বৰে তোমাক বহুত ভাল কৰক,আশীৰ্বাদ থাকিল,

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 2 місяці тому

    Apunar kothabor bohut bhal lagil❤❤❤❤❤❤❤❤

  • @JharnaDarik
    @JharnaDarik 3 місяці тому +25

    Debasish miss you.chakori puwa shuni bhal lagil.

  • @MonikaRoy-o7r
    @MonikaRoy-o7r 2 місяці тому +2

    Dada tumak bohot val lage 🥰 so cute ❤❤❤❤

  • @wahidurrahman1647
    @wahidurrahman1647 3 місяці тому +6

    Kotha bor bahut bahut bhal lagil

  • @nitumoniroy3408
    @nitumoniroy3408 3 місяці тому +4

    News hole enkua hbo lge 🙏
    Tumer jibon to hukhor hok❤️

  • @muhitsharmah259
    @muhitsharmah259 3 місяці тому +6

    Iman hundor kothabur.
    Bor bhal lagil.
    God bless you

  • @bebisarmah4551
    @bebisarmah4551 2 місяці тому

    দায়িত্বশীল ল'ৰা! শাৰিৰীক অৱয়ব গুৰুত্বপূৰ্ণ নহয়! আগবাঢ়ি যোৱা। জীৱনত সফল হ'বা!

  • @TakeAanand
    @TakeAanand 3 місяці тому +1

    Bohot val lagil tumak... Xadai aguai jua.. God bless you

  • @gaurishankarbhattacharyya2566
    @gaurishankarbhattacharyya2566 2 місяці тому +1

    Tumi khub bhal lora Debashish ✨
    Bhogobaane Tumar bhal korok 🎊

  • @Zayn-_Maalik
    @Zayn-_Maalik 2 місяці тому +1

    Wowww. It's a Phenomenon

  • @AnimalsCasa
    @AnimalsCasa 3 місяці тому +15

    Interesting fact is … he actually looks like a kid 😀.. unlike other tiny people .. he is good looking

  • @Biks-u2x
    @Biks-u2x 2 місяці тому

    Ata bhal lagil tumak dekhi
    Tumi bohut happy thaka
    jimn kostou holeu 😊

  • @achyutsaikia8296
    @achyutsaikia8296 3 місяці тому

    তোমাৰ কথা খিনি শুনি বহুত ভাল লাগিছে। ভগৱানে তোমাৰ মঙ্গল কৰক🙏🙏🙏

  • @nj-kalita.ASM2319
    @nj-kalita.ASM2319 2 місяці тому

    Ohh jibonot prothom dekhilo ajon handsome aru educated baona. God bless him 🙏

  • @rupasaikia8568
    @rupasaikia8568 3 місяці тому +5

    Ishware kuxole rakhok, manoxik xakti diyok aguai jaboloi, iake kamona korilu🙏

  • @triptihazarikasworld7175
    @triptihazarikasworld7175 2 місяці тому

    বৰ ভাল লাগিল তেওঁৰ কথাবতৰা ।❤❤

  • @bbsgaming5156
    @bbsgaming5156 2 місяці тому +1

    ❤ৰাধে ৰাধে❤

  • @mamonisaikia39
    @mamonisaikia39 2 місяці тому

    বৰ। মৰম লগা বহু ত ভাল লাগিল।

  • @AmorHazarika-z7u
    @AmorHazarika-z7u 3 місяці тому +5

    বহুত ভাল লাগিল।

  • @bijoykumarbhuyan691
    @bijoykumarbhuyan691 2 місяці тому +1

    দেশবাসীষ ভূঞাৰ সকলোবোৰ কথা শুনি অন্তৰত কিছু বেদনা জাগি উঠিছে, কিন্তু ই ঈশ্বৰৰ ইচ্ছা। যিকি নহওক মূখ্য মন্ত্ৰী চাৰে অলপ দয়া কৰি তেওঁক কিবা এটা ভাল চাকৰিত ভৰাই দিব বুলি আশা ৰাখিলোঁ।

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 3 місяці тому +3

    হয় জানো 😕 8-9-10 year লৰা যেন লাগে 😢😢😢 আজব কাহিনী 😢😢 মৰম লগা কিন্তু 😊😊

  • @Hungama-iq
    @Hungama-iq 2 місяці тому

    Oo dhun manuh jiyai thak dei ,,,god bless you 🙏

  • @mallikasarmah5303
    @mallikasarmah5303 2 місяці тому

    ঈশ্চৰে তোমাক মঙ্গল কৰক তুমি বহুত ভাল আৰু ভাল হওঁক ।

  • @abhijitdeka114
    @abhijitdeka114 2 місяці тому

    ভগৱাননে আপোনাৰ সদাই মঙ্গল কৰক ❤

  • @PoragBorah-y4c
    @PoragBorah-y4c 2 місяці тому

    Debasish tumale bohut bohut xubhessa thakil ❤❤

  • @Dasblog-q9n
    @Dasblog-q9n 2 місяці тому

    Asomor ABDU …big boss t jabo paribo ee..bohut humble person

  • @dipankrsaikia4727
    @dipankrsaikia4727 2 місяці тому

    Keep it up.apuni kri jouk vogoban ase hkolu thek hbo apunar hpun❤❤

  • @Exp474
    @Exp474 3 місяці тому +1

    Bor bhal lagil de,bhaity tuk bor khula monor lora❤

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 3 місяці тому

    কথাবোৰ বৰ ভাল মৰম লগা লৰাটো সৰু লৰাৰ দৰে লাগে।❤❤

  • @riturajsarmaofficial9812
    @riturajsarmaofficial9812 2 місяці тому +3

    He is so cute

  • @chondutpolkolita3563
    @chondutpolkolita3563 2 місяці тому

    হাঁহি টো 😍✨

  • @anantaborgohain3971
    @anantaborgohain3971 3 місяці тому +6

    ত্ৰিশ বছৰীয়া ল'ৰা বুলি মানি লবলৈ সন্দেহ হয়। মাত কথাবোৰ দেখুন সৰু ল'ৰাৰ দৰেই!

  • @nayanmoniborkotoky6609
    @nayanmoniborkotoky6609 3 місяці тому +5

    Hosa monor manuh lora jon...... Kotha keikhar t kunu artificiallity nai.....
    Nedekha jone hodai mongol korok....... জীৱন মানেই সংগ্ৰাম আৰু এই সংগ্ৰাম অবিহনে জীৱন নহয় বন্ধু।। বাকী বহুত বহুত আশীৰ্বাদ থাকিল আগুৱাই যোৱা। তোমাৰ অভিনয় চাম বুলি আশা ৰাখিলোঁ 🙏😊😊

  • @KabitaDeka-d1b
    @KabitaDeka-d1b 3 місяці тому +3

    Bhut marm lga vll lagil sai

  • @SuniteeAdhikary
    @SuniteeAdhikary 2 місяці тому

    Bohut vl lagil ,God bless you Debasish

  • @JahidurRahman-k2i
    @JahidurRahman-k2i 2 місяці тому

    Bro Rocked , Assamese people shocked😅😅

  • @JugantaDevsarma
    @JugantaDevsarma 2 місяці тому

    Xukhi howok jibon t Dada❤

  • @Jyotishman-v8y
    @Jyotishman-v8y 3 місяці тому +1

    ভগৱানে শক্তি প্ৰদান কৰক ল'ৰা জনক।

  • @Rihangaming.66
    @Rihangaming.66 3 місяці тому +2

    সঁচাকৈ মৰম লগা ❤

  • @sitadeviray5007
    @sitadeviray5007 3 місяці тому +7

    ❤ bahut bhal lagil bhaitir kotha boor suni, God bless..... !.......?

  • @purnimadutta7735
    @purnimadutta7735 3 місяці тому +4

    বৰ মৰম লগা

  • @armylover-yq4qd
    @armylover-yq4qd 2 місяці тому

    ভগৱানে দিছে নহয় একো কৰিব নোৱাৰোঁ নহয় মই❤️

  • @ImtiazHussain-u8u
    @ImtiazHussain-u8u 2 місяці тому

    Bro tumi bhut special hoi... U are an example.. Prblm sobore thake but tumi har mana ni...

  • @pinkudiary2491
    @pinkudiary2491 3 місяці тому +1

    Good hearted person 💕💖💕💖

  • @nizargani3011
    @nizargani3011 3 місяці тому +3

    গুৱাহাটীৰ চিটি বাছত আপোনাক দেখিছিলো। মোৰো একে ভাবৰ উদয় হৈছিল।

  • @ArifHussain-t4u
    @ArifHussain-t4u 2 місяці тому

    Bohot cute boy tumi aguwai jua❤

  • @DipaliUrang-yk9ye
    @DipaliUrang-yk9ye 2 місяці тому

    Voice টো ভাল লাগিছে। Power full speach

  • @JyotimoyBorah
    @JyotimoyBorah 2 місяці тому

    Bohut cute dada jon ❤️☺️

  • @CHENIMAIDAS-bh4yw
    @CHENIMAIDAS-bh4yw 3 місяці тому +1

    Dosty tmk god ye vl korok aru aagh bari jua tmk kunu lg ndilew god hodai tmr lgt ase aru thakibo

  • @moonmusic6784
    @moonmusic6784 2 місяці тому

    One day U will shine for sure .... More power to you bro...

  • @dhrubajyotidas3295
    @dhrubajyotidas3295 2 місяці тому

    ভাল লাগিল বহুত।

  • @abhijeetsaikia4478
    @abhijeetsaikia4478 3 місяці тому +183

    Dostyyyy tumak xodai bhal korok prabhu e,,,,,Bhaii

    • @tulumoniborahomgogoi4313
      @tulumoniborahomgogoi4313 3 місяці тому +13

      May God bless you ❤🎉🎉

    • @Anupam_Borpatra07
      @Anupam_Borpatra07 2 місяці тому +1

      ​@@tulumoniborahomgogoi4313 You ❌ him✅

    • @coldbaby09
      @coldbaby09 2 місяці тому

      I wanna chill with him... Nd smoke a J together😅

    • @gogoi_daa
      @gogoi_daa 2 місяці тому

      ​@@coldbaby09Sudmarani Sobe Biri Khai Noli Beya Nkore Tur dore

  • @s.rabhaboyes799
    @s.rabhaboyes799 2 місяці тому

    Tumi hodai hukkhi hoi agbarhi juwa ❤❤

  • @ImtiazHussain-u8u
    @ImtiazHussain-u8u 2 місяці тому

    Sorkar ae amar anekua bhai Khokolok olop importance dibo lage.. Atleast govt job ata provide koribo lage... Besera ghor khon solai ase kam kori... Respect bro

  • @anantakalita395
    @anantakalita395 2 місяці тому

    Agbarhi jua bondhu

  • @poppysworldassamese7562
    @poppysworldassamese7562 3 місяці тому +4

    He is so cute 🥺

  • @dilipchdeka6812
    @dilipchdeka6812 3 місяці тому +5

    হৰমোণৰ difecency ৰ কাৰণে হয়টো লৰাজনৰ growth হোৱা নাই। চিকিৎসক সকলে ভালকৈ জানিব। মূখ্যমন্ত্ৰীলৈ অনুৰোধ থাকিল প্ৰথমে তেওক আধুনীক চিকিৎসাৰ বলৎ যুৱকলৈ উন্নীত কৰাৰ চেষ্টা কৰিব লাগে ।দ্বিতীয়তে চাকৰিটো নিয়মীয়া কৰি তেওৰ মণোবল বঢ়াই তেওৰ প্ৰতিভাৰ বিকাশৰ সু- ব্যৱস্থা কৰিবলৈ টানি অনুৰোধ জনালো।🙏🙏🙏

  • @Funn-2sport
    @Funn-2sport 2 місяці тому +1

    God gifted ❤

  • @himansukalita4319
    @himansukalita4319 2 місяці тому

    Salute apunaloi ❤

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 3 місяці тому +2

    ভাল লাগিল।।

  • @mridupawandutta4241
    @mridupawandutta4241 2 місяці тому

    Such a cute person ❤ and lively personality…