He is Jewel of Assam. We should proud of him. Still have time.Before his death central government/state government should awarded him for his innovation/ for his successful research works. Bad luck he born in Assam. Assames people doesn't know the value of Dr. Dhani Ram Boruah. We pray to God for his longevity with a good health.
He is the best doctor and scientist of medicine of India but He is neglected by govt. Of India also assam govt. He is a son of a cultivator of Jagial gaon of nagaon district.He knows all works.I pray to god for long live him.
He is super advanced.. That's why we couldn't able to understand him.. But pisoloi teor kthabilake xoitto hobo eta xomoyot... Ami kebol taxi gari loi shillong jabo janu.. Hat's off to sir..
A heart touching dilema for a an uncrowned Scientist , I had the opportunity to be in a very close association with for treatment of one of my colleague say around seven years back . I wish him & his team member - Madame Geeta & Madame Dalimi good health & success 🙏 .
Sir, আমাৰ দেশৰ বীৰংগনা এইটো যে নিজৰ দেশৰ কোনো আবিষ্কাৰ বা innovation ক গুৰুত্ব নিদিয়ে। কিন্তু তাৰ বিৰোধ কৰাত প্ৰথম কাম।আৰু এটা কথা আমি এনেকৈ Sirৰ দৰে আৰু Sundar Pichai নিচিনা মহান লোকক হেৰুৱাইছে।বিদেশৰ খবৰটো prime time, exclusive বা breaking news দেখুৱাব ।
সেই সময় খিনি সঁচাই horror story ৰ নিচিনা, আছিল, আজিৰ পৰা 20 বছৰ মান আগৰ কথা আছিল নেকি, সোণাপুৰ ৰ ধানিৰাম বৰুৱা heart institute ত মানুহৰ গাত বোলে গাহৰিৰ কলিজা লগালে, news paper ট গৰম কৰি ৰাখিছিল। এতিয়াও মণত আছে।
He is a scientist and most of the scientists are not accepted by our society and so called educated peoples.becoz we have fear.we want to live with our comfort zone.i wish u good health n appreciation
ভগবানে আপোনাক কৃপা দৃষ্টি সদায়েই ৰাখক তাকেই কামনা কৰিছো
ধন্যবাদ অনুপম দা,আপুনি এজন মহান ব্যক্তিক দেখুৱালে ,আশা ৰাখিম আকৌ দেখুৱাব ,লগতে যোগাযোগ কৰাত সহায় হোৱাকৈ ব্যৱস্থা কৰি থকা ঠাইৰ কথা কব ।
ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো আপুনি আৰু নতুন নতুন আৱিষ্কাৰ কৰী জাওক
ভগৱানে আপোনাক আৰু ১০০ বছৰ জীয়াই থাকক
মানুহ জন শাৰীৰিক ভাৱে সুস্হ হৈ থাকোতেই যদি অসমীয়াই চিনিলে হেতেন ঐ ! ! মই স্বীকাৰ কৰিৱলে বাধ্য আমি অসমীয়া বোৰে হীৰাক সন্মান নকৰো । 🙏🙏🙏🙏😥😥😥😥😥
সঁচাকৈ ।তেখেতলৈ শত কৌটি প্ৰণাম।
ভাল লাগিল, তেখেতক ভগৱানে কুশলে ৰাখক...
আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।।। ।🙏🙏🙏
আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলো মহাশয়
He is Jewel of Assam. We should proud of him. Still have time.Before his death central government/state government should awarded him for his innovation/ for his successful research works. Bad luck he born in Assam. Assames people doesn't know the value of Dr. Dhani Ram Boruah. We pray to God for his longevity with a good health.
চৰকাৰে এনেবোৰ লোকক উন্নত সুৰক্ষা প্ৰদান কৰা উচিত | তাৰ সমান্তৰালকৈ এনেকোৱা লোকক অহৰহ চৰকাৰে পৰ্যাপ্ত পৰিমানে সহায় কৰা উচিত
He is the best doctor and scientist of medicine of India but He is neglected by govt. Of India also assam govt. He is a son of a cultivator of Jagial gaon of nagaon district.He knows all works.I pray to god for long live him.
@
Yes truly
Iman dangor doctor atiai jodi xanmanito nokore, mrityu r pisot koribo ne ki...... Mane xatyatar mulyabudh nai jen lagise.....
সত্য সদায় জয়,, জয় আই অসম
অনুগ্ৰহ কৰি বৰুৱা চাৰৰ ঠিকনাটো দিব চিকিৎসা সুবিধা বাবে।
Guwahati to sonapur Gole baatot pabo
Hey Ram ...,.🙏🙏🙏🙏🙏🙏 mani goisu...
অসমীয়াই অসমীয়াক নিচিনিলে কোনো দিন ঐ কোনো দিন 😥😥😥😥😥
অসমীয়া আমি বৰ বুৰ্বক ।😥😥😥🙏🙏🙏🙏🙏🙏🙏😥😥😥
সঁছাকৈ আমি অসমীয়া বোৰ কেকোৰা জাতি। তেতিয়াই তেখেতৰ মূল নুবুজিলো , তেখেতে এতিয়া সন্মান পালে কিন্তু গামোছা পিন্ধাবলৈ হেতা-ওপৰা লগাব ।
অসম সন্তান ডাক্তৰ ধনীৰাম বৰুৱক আজিও অসম চৰকাৰে অৱহেলিত কৰি ৰখাটো অতি কৈ দুভাগ্যজনক । চৰকাৰক সুধিব বিছাৰিছো অসমত প্ৰকৃত সোণৰ মূল্য নাইনেকি ? ? বহুতো ক্ষেত্ৰত বিশ্বত খলকনি লগোৱাৰ পাছতহে সাৰ পাই ।আশা কৰিছো ভগৱানে ছাৰক ভালে ৰাখক আৰু দীঘয়ু কৰক। ছাৰ আপোনাৰ সৃষ্টিত মানৱসমাজত সন্জীসৱণী হঁওক ।
অপুৰ্ব সুন্দৰ কথা ব্যাক্ষা কৰিছে । ড০ ধনীৰামচাৰ আৰু সহকাৰী বাইদেউ লৈ বহুত বহুত শুভকামনা যাছিলো ।
অসমীয়াৰ বাবে আদৰ্শ ♥️♥️♥️
HE WAS THE FIRST MAN IN THE WORLD TO REPLACE A HUMAN HEART BY A PIG HEART. SALUTE TO HIM 🙏🙏🙏🙏
So we all support Sir
আপোনাৰ দীৰ্ঘাআয়ু হওক
he is brilliant Dr. কিন্তু তেখেতক বৰবাদ কৰা মানুহৰ ভিতৰত এজন নেতা আৰু এজন সাংবাদক আছিনল
ধন্যবাদ NK TV!! বহুত বহুত ধন্যবাদ!!!
Tekhet jibito thakuntei pabo logia xonman khini dibo laage.... Salute to you Sir🙏🙏❤❤💐💐
Thanks Anupom Da এই অনুষ্ঠান কৰাৰ বাবে।
বৰুৱা দেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ । আমাৰ অসমৰ মানুহ ঘপকৈ আগ বহিব নোৱাৰে কাৰণ আমি কেঁকুৰাৰ দৰে , এটা বাল্টিঙত যদি কেইটামান কেঁকুৰা জীয়াই ৰাখে দেখিব এটা যদি অকণমান উঠি ওলাব খোজে তাৰ ঠেঙত আৰু এটা ওলমি দিব । আমি বোৰ তেনেকুৱাই
এ হয় হয় সমপূৰ্ণ সচা কথা ।
অসমীয়া সকল হৈছে । পি, পু, সি, শো ।নহয় জানো । কিমধিকমতি !
বহুত আদৰ্শ বান মানুহ ।ছাৰক ভালে খালে ৰাখক ভগৱানে , বহুত বহুত ধন্যবাদ ছাৰলৈ 🙏🙏🙏
আপোনাৰ দীঘায়ূ কামনা কৰিলো আপুনি ১০০ বছৰ বয়সত ও যেনে হাৰ নামানে।
Respected CM sir
Please look into this matter
He is the valuable person in Assam
অভিনন্দন চাৰ 🙏
আপোনাৰ সৃষ্টি নিৰবচিন্নভাৱে হৈ থাকক ....
আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
Apuni aru din jiai thakok sir ❤️
ভাল লাগিল । শ্ৰদ্ধা জনাইছোঁ তেখেতক ।
অতি সুন্দৰ
বহুত ভাল লাগিলে চাই 🙏
ডঃ বৰুৱা চাৰৰ আবিস্কাৰক অসম চৰকাৰে আজিও প্ৰাধান্য নিদিলে হয় চাৰৰ চিকিত্সা কৰা অমৰ ব্যক্তি বোৰে চাৰৰ এই মান্যতা দিছেনে ।যদিহে দিছে এই চৰ্চা অদূৰ আমেৰিকাৰ পৰা প্ৰচাৰ নহ'লে হেতেন ।যিহে নহওক চাৰ আৰু 20 বছৰ জীয়াই থাকি মানৱ জীৱনৰ কাৰণে আৰু ন ন দৰব আবিস্কাৰ কৰক সেয়েহে ভগৱানৰ ওচৰ প্ৰাৰ্থনা ।
তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো । আমাৰ অসম খন এনেকুৱা ই । সম্নানীয় জনে সম্নান নেপায়।
We are proud of you sir,
God bless you,,,🙏
Wah Great Dr. Dhoniram Baruah sir.
আপোনাৰ সুস্বাস্থ্য আৰু দীঘ্যাযু কামনা কৰিলোঁ চাৰ।
You are the best doctor of Assam congratulations sir
Genius man of Assam...
Dhoniram sir ajon doyalu manuh asil ,
সচাকৈ চাৰ পৰাই আজি বহুত ভাল ভাল কথা শুনিলো , চাৰ দীৰঘাযু কামনা কৰিলোঁ , 🙏🙏🙏 , আৰু ভাল ভাল কাম কৰি যাওক , ধন্যবাদ চাৰ ,
Best Doctor in the World
জীৱন জীন্দাবাদ
You are a great human being sir ❤❤
Great Salute Sir 👏 👍 👌
চাৰ আপোনাক বহুত বহুত শ্ৰদ্ধা যাঁচিলো। ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক।
আমাৰ সমাজত পাৰদৰ্শিতা থকা মানুহ বোৰ সদায় থাকি যায় ,যত ৰাজনৈতিক ,অৰ্থনৈতিক আদি কাৰণত আগুৱাই আহিব নোৱাৰে।কিন্ত পাৰদৰ্শিতা নথকা মানুহবোৰ সদায় আগবঢ়াই নিবলৈ ৰাজনৈতিক আদি ব্যৱস্থাৰ দ্বাৰা দুৰ্নীতিৰ প্ৰথা চলি থকা দেখা যায়,।ফলত অসম সদায় উন্নয়নৰ দিশৰ পৰা পিছ পৰি আহিছে। ছাৰৰ লগতো এনেকুৱাই হ'ল ,হৈছে ।
He is super advanced.. That's why we couldn't able to understand him.. But pisoloi teor kthabilake xoitto hobo eta xomoyot... Ami kebol taxi gari loi shillong jabo janu.. Hat's off to sir..
Sir, aji he buji paisu . Proud to have A Assam son like you sir
Nijor manuhei nijor xotru buli je axomiyat eta probad ase xeitu amar manuhkhinir logot 💯% applicable hoi. Long live sir 🙏
Val lagil sir...apunak vogobane kukhole rakhok...🙏🙏🙏
A heart touching dilema for a an uncrowned Scientist , I had the opportunity to be in a very close association with for treatment of one of my colleague say around seven years back . I wish him & his team member - Madame Geeta & Madame Dalimi good health & success 🙏 .
Long live sir❤️❤️❤️❤️❤️❤️
Salute sir aupanar ktha khini xuni bhut dhukh lagil axomiya a axomiyak xohai nkorar babe
Best doctor 🙏🙏
God bless you D. Dhaniram Baruah
Worlds no 1 scientists state and central government should support immediately
Stay blessed,stay healthy..Baruah Sir
মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই এই বিষয়টো চালে ভাল লাগিব।
Ai cm a jailot pothaisil kela 25 bosoragot
best wishes sir.. god bless u.. more to go ,more to do... we are appreciated.....
with regards
ur influencer
U r real gem Sir 🙏
বৰ্তমান অসম চৰকাৰৰ মুখ্য মন্ত্ৰীয়ে বিষয় টো গুৰুত্ব দিয়ক।
Great salute sir 🙏🙏
মহাশয় প্ৰণাম জনালোঁ ।
Sir apuni aru aguai jawk god bless sir
Apuni aru notun Kam Kori jawk.god bless sir
Teor prabal sfurti dekhi bor bhal lagil .... Teok national news t dekhuabo lage ..
প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ , ছাৰৰ কন্ঠ সুষ্ট কৰি দিয়ক ।
Mirakol eta,,somotkar hobo,jodihe probhu e teor kontho ghurai diye..parthona korisu🙏🙏🙏🛕🕌🕍
U r great sir. God bless you sir.🙏🙏🙏
চৰকাৰে সহযোগীতা আগবঢ়ালে অসম খন আগবাঢ়ি গ'ল হেতেন ।
মাটিৰ মানুহ ।
Salute ..
You are great sir🙏🙏
Sir, আমাৰ দেশৰ বীৰংগনা এইটো যে নিজৰ দেশৰ কোনো আবিষ্কাৰ বা innovation ক গুৰুত্ব নিদিয়ে। কিন্তু তাৰ বিৰোধ কৰাত প্ৰথম কাম।আৰু এটা কথা আমি এনেকৈ Sirৰ দৰে আৰু Sundar Pichai নিচিনা মহান লোকক হেৰুৱাইছে।বিদেশৰ খবৰটো prime time, exclusive বা breaking news দেখুৱাব ।
Dhaniram boruah sir assam r khompod kbo gole ❤️ sir we all Assamese people proud of you 🥺
🙏🙏🙏🙏 adin tekhete nissoy upojukto xonman pabo.
ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো সদায মনত থাকিব
সেই সময় খিনি সঁচাই horror story ৰ নিচিনা, আছিল, আজিৰ পৰা 20 বছৰ মান আগৰ কথা আছিল নেকি, সোণাপুৰ ৰ ধানিৰাম বৰুৱা heart institute ত মানুহৰ গাত বোলে গাহৰিৰ কলিজা লগালে, news paper ট গৰম কৰি ৰাখিছিল। এতিয়াও মণত আছে।
Anekuwa manuh ajon amr mjt khubei proyojon tewk sorkare help korib lage
আমাৰ স্বাস্থ্য মন্ত্ৰীয়ে গুৰুত্ব দিয়ক ৷
Hoi diyok gutei world Halla amar health minister aku khbr a nai ..
Mohahoi apunar jeban dirkhayu babey eswaror uswarot prathana korelu. Namaskar.
Sir is a proud of assam
ছাৰক ভালে কুশলে ৰাখক ভগৱানে...কিছুমানৰ মৰহি যোৱা মন এটাও নতুনকৈ প্ৰাণ পাব । ভালে থাকক আপুনি ।🙏
The Real legend of the assam... 🙏🙏🙏.
Sarkare nkrileu NGO bure sir k help kribo pare jodi sesta kore...
Good Job..Dhaniram Baruah Sir
Sir apuni sustho hoi thakok
Bohit val lagil video tu sai
Sir apuni bhogaban amar dukhiya manuhor babe 🙏🙏🙏🙏
Bahut val lagile sir 🙏🙏
Aybur interview homajot prachar kribo parise je vl lgil anipam da
খুব ভাল ব্যক্তি প্রনাম ছাৰ 🙏🙏🙏🙏🙏🙏🙏🙏
Sir bhagovan apunek sustha rakok.
জীবন তো কি বস্তু ছাৰ পৰা বুজিলো ❤️❤️❤️❤️
Sir salute.
অশেষ প্ৰণাম জনাইছোঁ 🙏
Great person 💪❤️
He is a scientist and most of the scientists are not accepted by our society and so called educated peoples.becoz we have fear.we want to live with our comfort zone.i wish u good health n appreciation
diamond of Assam but so sad .... unable to recognise in time.... God bless you sir....
অসমীয়া এটা কেঁকোৰা জাতি ।মই নিজেই পাইছোঁ
Aibar jate gutei world tt a name ulai 🙏🎉