২টা কেঁচা ফলৰ আচৰিত গুণ| raw Jackfruit | papaya| DrRaineesHealthyWay| health tips| skin tips

Поділитися
Вставка
  • Опубліковано 27 лип 2024
  • ২টা কেঁচা ফলৰ আচৰিত গুণ| raw Jackfruit | papaya| DrRaineesHealthyWay| health tips| skin tips
    #drraineeshealthyway
    #rawjackfruit
    #rawpapaya
    #healthyfood
    #health
    #healthtips
    #healthbenefits
    #diabetes
    #irondeficiencyanemia
    #highcholesterol
    #ldlcholesterol
    #weightloss
    #skintips
    #acne
    #pimplefreeskin
    #hyperpigmentation
    #assamesevideo
    #assamesehealthchannel
    #ayurvedicdoctor
    #ayurvedictips
    #assamese
    #medicinal
    #piles
    #constipation
    #foodsafterdelivery
    #foodstoavoidduringpregnancy
    #dysentery
    #diarrhoea
    #bodydetox
    #bronchitis
    #asthma
    #cough
    #skinallergy
    #seasonaldiseases
    #ironfood
    #assamesecuisine
    #kothal
    #healthyrecipe
    #kathal
    #kesaomita
    #অমিতা
    #কঁঠাল
    #bihu
    watch my playlists
    How to stay fit - • How to stay fit
    থলুৱা খাদ্যৰ ঔষধি গুণ - • থলুৱা খাদ্যৰ ঔষধি গুণ
    Kitchen health - • Kitchen health
    Skin tips -
    • Skin tips
    Hair tips and home remedies- • Hair tips and home rem...
    Home remedies and health tips - • Home remedies and heal...
    বনৌষধীৰ ঔষধি গুণ - • বনৌষধিৰ ঔষধি গুণ
    ইউৰিক এচিড - • ইউৰিক এচিড
    Piles and home remedies - • Piles and home remedies
    পুনৰ্ণবা আৰু পনৌনোৱা - • পুনৰ্ণবা আৰু পনৌনোৱা
    dr rainee healthy way
    Birthday special - • Birthday special
    Indoor and outdoor plants- • Indoor and outdoor plants
    মহিলাৰ ৰোগ - • মহিলাৰ ৰোগ women's health
    Oral care - • Oral care
    টোপনিৰ কথা - • টোপনিৰ কথা ( sleep and... to

КОМЕНТАРІ • 39

  • @Manju_hazarika12
    @Manju_hazarika12 4 місяці тому +2

    বহুত নজনা কথা জানিলো ভাল লাগিল ভিদিঅটো চাই বাইদেউ মেঠি পানী সকলো মানুহে খাব পাৰিনে আৰু কেনেদৰে খাব লাগে অনুগ্ৰহ কৰি জনাবচোন

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      আন্তৰিক ধন্যবাদ জনালো। মেথী পানী সকলোৱে খাব নালাগে বিশেষকৈ যাৰ low blood pressure থাকে বা যি বহুত ক্ষীণ। শুকানকৈ ভাজি গুৰি কৰি ভাতৰ লগত আধা চামুচ পাৰিব । যদি মেদবহুলতা আছে তেওঁলোকে পাৰিব বা কলেষ্টৰল প্ৰেচাৰ থকা মানুহে পাৰিব

    • @Manju_hazarika12
      @Manju_hazarika12 4 місяці тому +1

      @@DrRaineesHealthyWay ধন্যবাদ বাইদেউ জনোৱাৰ বাবে

    • @bhabanideka8184
      @bhabanideka8184 4 місяці тому

      Val lagile sai🙏🌄🌹🌞❤🎉

  • @moondutta6242
    @moondutta6242 4 місяці тому +1

    ভাল লাগিল ভিডিঅটো চাই

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      আন্তৰিক ধন্যবাদ জনালো

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 4 місяці тому

    Nojona kotha janilu bhal lagil

  • @bornaligogoi3408
    @bornaligogoi3408 4 місяці тому

    Kotha bur janibo pari khub bhal lagil.. tumaloi dhonyobaad thakil

  • @lakhimimahanta
    @lakhimimahanta 3 місяці тому

    Nojana kotha Jani vhal lagil baidau

  • @gloriaahmed7453
    @gloriaahmed7453 4 місяці тому

    Thanks a lot dear Dr ❤️
    Bhal lagil video sai bohut dhuniya kotha janibo parilu 👍👍👌👌 stay blessed always ❤️

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      অশেষ ধন্যবাদ জনালো দেই বা। ভালে থাকক

  • @user-we9ko1lb7n
    @user-we9ko1lb7n 4 місяці тому

    ভিডিঅ'টো চাই ভাল লাগিল। বহু উপকাৰী কথা জানিব পাৰিলো।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      আন্তৰিক ধন্যবাদ জনালো

  • @parinitatalukdar1927
    @parinitatalukdar1927 4 місяці тому

    ধন্যবাদ বাইদেউ।বহুত নজনা কথা জানিলোঁ❤️🙏🙏🙏

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      আন্তৰিক ধন্যবাদ জনালো 🙏

  • @dipalideka2497
    @dipalideka2497 2 місяці тому

    Nice video 👍 thank you madam

  • @ranjusarmah4890
    @ranjusarmah4890 4 місяці тому +1

    Upokrito holu.

  • @yukayame
    @yukayame 4 місяці тому

    Bor bhal lagil kotha khini janibo pari 👌👌 amar traditional khana bilk tasty arru healthy hoi kintu ajir genaration e buji napai nohoi janu

  • @debakumarmahanta3181
    @debakumarmahanta3181 4 місяці тому

    Very important.

  • @gokulbarman3055
    @gokulbarman3055 4 місяці тому

    Good advice.

  • @sksingha3
    @sksingha3 4 місяці тому

    😊হয়!কঁঠালৰ মুচিৰ আঞ্জা খাই ভাল লাগে।ঠিক তেনেদৰে কেঁচা অমিতাও কেতিয়াবা দাইলৰ লগত আৰু কেতিয়াবা কেঁচা অমিতাৰ সাৰৰ তৰকাৰীও খাই বহুত ভাল লাগে 👸🏻বাইদেউ!

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому +2

      শুনি ভাল লাগিল। অসমীয়া খাদ্য সঁচাই স্বাস্থ্যৰ বাবে উপকাৰী। আন্তৰিক ধন্যবাদ জনালো সুন্দৰ মন্তব্যৰ বাবে

    • @sksingha3
      @sksingha3 4 місяці тому

      @@DrRaineesHealthyWay
      😊
      🙏হয়!ঠিকেই কৈছে।
      সুস্বাগতম 👸🏻বাইদেউ!

  • @Sunatojo
    @Sunatojo 4 місяці тому

    দুইবিধ ফলে মোৰ প্ৰিয়,বনাই খাওঁ

  • @daskamal5202
    @daskamal5202 4 місяці тому

    নজনা কথা শিকিলোঁ,,, 🙏🙏🙏🙏🙏

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому +1

      আন্তৰিক ধন্যবাদ জনালো

  • @NARUTO_Ff390
    @NARUTO_Ff390 4 місяці тому

    বাইদেউ, অপাৰেশ্যনৰ পিছত কিমান দিনলৈ অমিতাৰ তৰকাৰী খাব নালাগে জনাবচোন।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому

      Kaar operation hoise baru, ki operation.

    • @NARUTO_Ff390
      @NARUTO_Ff390 4 місяці тому +1

      বাইদেউ, মোৰ ইউটেৰাছ আৰু অ'ভাৰি অপাৰেশ্যন হোৱা দেৰ মাহ হৈছে।অমিতা আৰু খাৰ কেতিয়া লৈকে খাব নোৱাৰি জনাবচোন।

  • @daskamal5202
    @daskamal5202 4 місяці тому

    পকা কঁঠাল টো পাৰি নে ?????sugar ত ????

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  4 місяці тому +1

      Sugar ত পকা কঁঠাল বেছি নাখাব। দুই এফুতা পাৰে