Radio Rodali Entertainment
Radio Rodali Entertainment
  • 4
  • 742 965
সোণালী দিনৰ সুৰীয়া গীত। চতুৰ্থ খণ্ড। কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
সোণালী দিনৰ সুৰীয়া গীত।চতুৰ্থ খণ্ড। কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ ।
#radio_rodali
#assamese_oldsong
#assamese_melody
৭০,৮০ আৰু ৯০ দশকৰ কেইটামান মন পৰশা সোণালী গীত ।যিকেইটা গীত শুনিলে আপুনি হয়তো আকৌ এবাৰ নষ্টালজিক হৈ পৰিব। যৌৱনৰ সেই সোণালী দিনবোৰলৈ মনত পৰিব। সোণালী দিনৰ সুৰীয়া গীত, দ্বিতীয় খণ্ডৰ বিশেষ শিল্পী
ড০ অনিমা চৌধুৰী।
সন্নিৱিষ্ট কৰা গীতৰ তালিকা :
১. দিখৌ নৈৰ পাৰৰে - ১৯৮২ চন
২. দুচকুত কাজল বোলাই - ১৯৭২ চন
৩. তেজীমলা সাৰে আছে - ১৯৮৫ চন
৪. অনুভৱ মোৰ - ১৯৭৯ চন
৫. শুনি কি নুশুনি - ১৯৭৯ চন
বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
Our Fb Page : Radiorodali/
For Contact Us : radiorodali@gmail.com
Copyright Disclaimer :👉
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
* Our songs copyright has been saved for the rightful owners*
With regards
Radio Rodali
Переглядів: 161 138

Відео

সোণালী দিনৰ সুৰীয়া গীত | বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া |
Переглядів 13 тис.2 роки тому
সোণালী দিনৰ সুৰীয়া গীত । তৃতীয় খণ্ড । কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া সৈতে আৰ. জে অভিজিৎ । #radio_rodali #assamese_oldsong #assamese_melody এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ । Sponsored by : Assam Publishing Company কিতাপৰ ৫০ বছৰীয়া সোণালী যাত্ৰাৰ আপুনিও অংশীদাৰ হওঁক আৰু Krishi Foods ( Taste the best) । Assam Publishing Com...
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী কুল বৰুৱাৰ এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
Переглядів 26 тис.3 роки тому
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী কুল বৰুৱাৰ এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ । সম্পাদনা : ৰিতুমণি নাথ গগৈ । #radiorodali #kulabaruah_songs #assamese_oldsongs ৬০ আৰু ৭০ দশকৰ কেইটামান মন পৰশা সোণালী গীত । যিকেইটা গীত শুনিলে আপুনি হয়তো আকৌ এবাৰ নষ্টালজিক হৈ পৰিব। সোণালী দিনৰ সুৰীয়া গীত, তৃতীয় খণ্ডৰ বিশেষ শিল্পী কণ্ঠশিল্পী /সংগীত পৰিচালক: কুল বৰুৱা । সন্নিৱিষ্ট কৰা গীতৰ তালিকা ...
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
Переглядів 542 тис.3 роки тому
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ। সম্পাদনা : ৰিতুমণি নাথ গগৈ #radio_rodali #monuranjongogoi_songs #assamesesong সন্নিৱিষ্ট গীতৰ তালিকা : ১. ব'হাগ ধুনীয়া জোনালী পৰত - ১৯৮২ চন ২. বিহুতলীলৈ আহিলা - ১৯৮৩ চন ৩. তুমি মোৰ জীৱনৰ - ১৯৮৫ চন ৪. অ' জোন জোনালী - ১৯৮১ চন ৫. চঞ্চলা জুৰিটিৰ - ১৯৯৩ চন ৬. চেনেহৰে অসমখনি - ২০১৪ চন শুনক আৰু শুনাওক...

КОМЕНТАРІ

  • @SmilingBamboo-kb3ll
    @SmilingBamboo-kb3ll 15 днів тому

    মনটোৱেই নতুন হৈ পৰিল 🌝🫠

  • @BapanRajbanshi-n9c
    @BapanRajbanshi-n9c 25 днів тому

    তাহানিৰ গীতবোৰ শুনি বহুত ভাল লাগে ❤

  • @lakhirajkonwar9811
    @lakhirajkonwar9811 25 днів тому

    এনে ধৰনৰ পুৰনী গীত বিলাকে মন চুইযায়

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 26 днів тому

    বহুত ভাল লাগিছে। অশেষ ধন্যবাদ

  • @jabedaliahmed6987
    @jabedaliahmed6987 Місяць тому

    Unforgettable song.

  • @alfinaaraali3251
    @alfinaaraali3251 Місяць тому

    These songs reminds my days of childhood and adolsence. Heart touching

  • @darshanabharadajsanjibsarm5606
    @darshanabharadajsanjibsarm5606 Місяць тому

    Very nice

  • @manashiborah7989
    @manashiborah7989 2 місяці тому

    Sweet song❤❤❤❤❤❤

  • @Meghali-dg2ro
    @Meghali-dg2ro 2 місяці тому

    🎉❤❤ অতি সুন্দৰ গীত কেইটা শুনি বুহুত ভাল লাগিল,,,,

  • @paransarmah7899
    @paransarmah7899 2 місяці тому

    অতি সুন্দৰ ❤️

  • @minkulamchi9445
    @minkulamchi9445 2 місяці тому

    Atia dinor gaan bure imaan mon sui jaabo nuware.....jimaan tetiar gaan bure .pare....atia dinor gaan bur jimaane nukhunu , agor gaan bur khunilehe mon bhori jaai.....

  • @worldads5994
    @worldads5994 2 місяці тому

    Oti xundor Geet bur

  • @TikaramMagar-m8l
    @TikaramMagar-m8l 2 місяці тому

    .acx, tag fdegxb.

  • @PokhileebordoloiTorubordoloi
    @PokhileebordoloiTorubordoloi 2 місяці тому

    কালজয়ী গান। শুনি থাকিব মন যায়।

  • @Dipalidas-kx4nj
    @Dipalidas-kx4nj 2 місяці тому

    শুনিলে শুনি থাকিবৰ মন আকৰ্ষণতি হয়

  • @SatishBarman-bd9kn
    @SatishBarman-bd9kn 3 місяці тому

    মই আকৌদেকা লৰা হবৰ মন গল

  • @SatishBarman-bd9kn
    @SatishBarman-bd9kn 3 місяці тому

    পুৰনা দিনলৈ ঘুৰি আহিলো ভাল লাগিল

  • @SatishBarman-bd9kn
    @SatishBarman-bd9kn 3 місяці тому

    ৰাতিপুৱা ৮-৩০ৰগিতীমালিকা শুনাযেন লাগিল ধন্যহলো

  • @SatishBarman-bd9kn
    @SatishBarman-bd9kn 3 місяці тому

    অনিমা বাই দেউ আপুনি আকৌ গান গাব বুলি আশা কৰিলো

  • @SatishBarman-bd9kn
    @SatishBarman-bd9kn 3 місяці тому

    ৰেডিঅ টোলৈ মনত পৰিল ভাল লাগিলধণ্য

  • @Anup-k9e
    @Anup-k9e 3 місяці тому

    গান কেইটা বহুত ভাল লাগিল

  • @hiranyadas3255
    @hiranyadas3255 3 місяці тому

    অতি সুন্দৰ প্ৰদৰ্শন চং বৰ ভাল লাগিল 😊😂🎉🎉👌👍🙏

  • @latikasonowal638
    @latikasonowal638 3 місяці тому

    বুজাবলৈ ভাষা নাই, চিৰসেউজ এই গান বোৰে মন বোৰ পুলকিত কৰি তোলে। মনবোৰ পুনৰ অতিতলৈ উৰা মাৰে ।

  • @rubigogoi2299
    @rubigogoi2299 3 місяці тому

    কি কম ভাষা নাই ইমান সুন্দৰ গীত ❤🎉❤

  • @rubigogoi2299
    @rubigogoi2299 3 місяці тому

    এই গীতটো মোৰ বৰ প্ৰীয় আছিল❤❤❤

  • @manoharbharali-s7d
    @manoharbharali-s7d 3 місяці тому

    So।nice।song।and।tune।why।not।viral।daily।or।।request।always।bord।cast।ok

  • @karmarajdeuri5985
    @karmarajdeuri5985 3 місяці тому

    Ai bilag gane hol na

  • @runamoniduarah694
    @runamoniduarah694 3 місяці тому

    বহু দিনৰ অন্তত মনোৰঞ্জন গগৈ দেৱৰ গীত শুনি ভাল লাগিল। অতীতলৈ মনত পৰি গ'ল। ধন্যবাদ। ❤🙏

  • @sanjaybora6117
    @sanjaybora6117 3 місяці тому

    মোৰ প্ৰিয় গীতিকাৰ মনোৰঞ্জন গগৈৰ গীত শুনি বৰ ভাল লাগিল

  • @saitendrarajbonshi6927
    @saitendrarajbonshi6927 3 місяці тому

    Hosai mon pran sui jua geet dei.

  • @SatyajitBhuyan-j8c
    @SatyajitBhuyan-j8c 3 місяці тому

    Excellent

  • @DipaThengal
    @DipaThengal 3 місяці тому

    Ak bujabo nuara anuvutia amoni kori gol puroni xuria gita bohut bohut xuvo kamona thakil.

  • @SanuMechkhanikar
    @SanuMechkhanikar 3 місяці тому

    ❤Mur buku khan bikhai jai ooo

  • @bichitranarayanbora9689
    @bichitranarayanbora9689 3 місяці тому

    তেটিয়া দিনত নাছিলো জদিও এতিয়া এই বয়সত এই গীত সমূহেই ভাল লাগে ।❤

  • @prabinsutradhar5692
    @prabinsutradhar5692 3 місяці тому

    অনিমা চৌধুৰী বাই দে উ শিল্পী গৰাকীৰ গীত সমূহ বৰ ভাল লাগে, শুনিলে এৰিব মন নাযায়, ধন্যবাদ

    • @prabinsutradhar5692
      @prabinsutradhar5692 3 місяці тому

      সৰুতে ৰেদি অ ত শুনা গীত এতিয়া শুনি থাকিব মন যায় এ ই গীত বোৰে স্কুল পঢ়ি থকা সময়ৰ কথা সোঁৱৰাই দিয়ে, নমস্কাৰ,

  • @ArunDas-er1il
    @ArunDas-er1il 3 місяці тому

    My sweet songs

  • @dipokgogoi202
    @dipokgogoi202 3 місяці тому

    Really nostalgia ❤❤❤

  • @atulchandragogoi7716
    @atulchandragogoi7716 3 місяці тому

    🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤ LOVE LOVE LOVE 🎉🎉🎉🎉🎉🎉from SILAPATHAR ❤❤❤ Assam ❤❤❤ Northeast ↗️

  • @bipulkakati5421
    @bipulkakati5421 3 місяці тому

    Old is gold .

  • @MonjulaTalukdar
    @MonjulaTalukdar 3 місяці тому

    Ai gieetot mou kontho nigoraisilu

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 3 місяці тому

    কি কম কবলৈ ভাষা নাই সচাকৈয়ে অতীত কিমান মধুৰ আছিল কি সুন্দৰ গীত হৃদয় চুই যায় শুনি থাকিলেও হেপাহ নপলায় আজি আকৌ সেই দিনবোৰলৈ বহুত মনত পৰিছে আপোনাক অশেষ ধন্যবাদ জনালোঁ এনেধৰণৰ গীত আগলৈ যেন শুনিবলৈ পাওঁ তাৰেই আশা থাকিল বহুত বহুত বহুত ধন্যবাদ জনালোঁ ❤🙏🙏🙏🙏🙏❤

  • @rashmirekhagohain8982
    @rashmirekhagohain8982 4 місяці тому

    গীত বোৰ শুনি নষ্টালজিক হৈ পৰিলোঁ। স্কুলীয়া দিন বোৰত ৮-৩০ বজাত ৰেডিঅ'ত গীতি মঞ্জুৰ শুনি স্কুললৈ ওলাইছিলো। মা য়ে কিমৰ মাজতে সময় উলিয়াই বহী এখন লৈ গীত বোৰ লিখি গৈছিল।

  • @MonikaDas-l3g
    @MonikaDas-l3g 4 місяці тому

    Haroua din aro nahya

  • @MonikaDas-l3g
    @MonikaDas-l3g 4 місяці тому

    Horror kotha monot poraa

  • @Kukieee507
    @Kukieee507 4 місяці тому

    Old is gold ❤

  • @DaisyRaniPatirDoley
    @DaisyRaniPatirDoley 4 місяці тому

    সুন্দৰ সুৰীয়া গীতবোৰ শুনি আপ্লুত হ'লোঁ!❤️❤️

  • @minatimahanta527
    @minatimahanta527 4 місяці тому

    Munmi Borar konthor,Prasanta kr Bordoloi r geetor mala adal guthi xunabo buli aaxa korilu🙏

  • @anjumanidevi7054
    @anjumanidevi7054 4 місяці тому

    অনাবিল আনন্দ পুৰণি গানত❤

  • @KanmaiSaharia
    @KanmaiSaharia 4 місяці тому

    😢

  • @RatulKhanikar-k9u
    @RatulKhanikar-k9u 5 місяців тому

    পুৰনি গীত বোৰ সঁচাই ভাল লাগে।