হলিউড চিনেমা,বিশ্ব বিখ্যাত কিতাপৰ নায়ক 'যাদৱ পায়েং'

Поділитися
Вставка
  • Опубліковано 20 сер 2024
  • HOLLYWOOD চিনেমাৰ নায়ক হব যাদৱ পায়েং
    বিশ্ব বিখ্যাত কিতাপৰ কাহিনীৰ নায়ক হল যাদৱ পায়েং
    Forest Manৰ সৈতে বাৰ্তালাপ
    যাদৱ পায়েংৰ সৈতে চক্ৰপাণি পৰাশৰ Exclusive
    #jadavpayang #forestman #hollywoodflim #chakrapaniparashar #baartalaap #padmashriaward
    ---------------------------------------------------------------------------------- / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 235

  • @lachitborahofficial
    @lachitborahofficial 2 роки тому +86

    হয় তেওঁ ওপৰত চিনেমা নিৰ্মাণ হ'ব লাগে, বহুত বেছি গৌৰৱৰ কথা,জয় আই অসম, আৰু তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা উচিত

    • @rekhaphukan5617
      @rekhaphukan5617 Рік тому

      পাৰে ঙ চাৰলৈ শতকোতিন ধন্যবাদ লগতে তেওক বিশ্ব ত উজলি উঠাত যি সকলে সহায কৰি আছে

    • @dimbeswariborgohain2266
      @dimbeswariborgohain2266 Рік тому

      Padmasree Bata bijayi manuh janak dekha nasilu . Aji dekha pai bahut Val lagil . Tekhetak mur antarik sewa aru sradha janalu .Lagate sumoni salon Jen Brabant Pura Karen tare kamala karilu

  • @n.perme.misingirganechanne4252
    @n.perme.misingirganechanne4252 2 роки тому +128

    তেখেতৰ interview চাই ভাল লাগে, আমেৰিকা প্ৰাইমাৰী বিদ্যালয়সমূহত পায়েং ডাঙৰীয়াৰ নাম অন্তৰ্ভুক্ত হৈছে, তেখেতৰ পৰিৱেশ সৃষ্টিৰাজিৰ কাৰণে যাতে উঠি অহা নতুন প্ৰজন্ম ই এই পৃথিৱীখনত এক সুন্দৰ সেউজ পৰিৱেশ গঢ়ি তুলিব পাৰে, বিদেশী দেশসমূহে তেখেতক বহুত বেছি গুৰুত্ব দিয়া দেখা গৈছে, কিন্তু আমাৰ ভাৰতত তেখেতৰ ওপৰত গুৰুত্ব কিমান সেয়া বিচাৰ্য বিষয়।পায়েং ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।👍

  • @tarundoley3612
    @tarundoley3612 2 роки тому +63

    এনেকুৱা video সদায় million million views হব লাগে

  • @prahannapegu4114
    @prahannapegu4114 2 роки тому +41

    অসম ,ভাৰত তথা বিশ্বৰ গৌৰৱ যাদৱ পায়েঙ আপোনি আমাৰ মাজত সদায় অমৰ হৈ থাকিব sir.

  • @bobyborah28
    @bobyborah28 2 роки тому +53

    অসাধাৰণ ব্যক্তিত্বৰ সহজ সৰল মানুহজন। তেওঁক দেখিলে শ্রদ্ধাত মূৰটো অজানিতে দোঁ খাই যায়।

  • @brvlogs6866
    @brvlogs6866 2 роки тому +25

    মহান ব্যক্তি সকলে সদায় সাধাৰণ ভাবে থাকি ভাল পায়।

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 роки тому +23

    বৰ ভাল পালোঁ, তেখেতক অন্তৰৰ পৰা সেৱা জনালোঁ🙏🙏🙏

  • @Avinabrabha1989
    @Avinabrabha1989 2 роки тому +35

    শিৰ নমস্য পদ্মশ্ৰী যাদৱ পায়ং ডাঙৰীয়াৰ কথা শুনিলে শুনি থাকিবৰ মন যাই। বহুত কম সময়ৰ ভিদেও যেন লাগিল হেপাহ ন পলুৱায়।ধন্যবাদ

  • @mskboro5248
    @mskboro5248 2 роки тому +11

    অসমৰ মানো ছবে চাক,এই ভিদেও তিক, ধন্যবাদ বাৰ্তা লাপ

  • @sfsguwahationlineclasses1519
    @sfsguwahationlineclasses1519 2 роки тому +25

    এই নমস্য ব্যক্তি গৰাকীৰ ওপৰত লিখা পাঠ আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিতো অন্তৰ্ভুক্ত হোৱা উচিত।

  • @hemantapegu1053
    @hemantapegu1053 2 роки тому +12

    Hollywoodহে Forest man of Indiaৰ ওপৰত চিত্ৰ নিৰ্মানৰ কথা গম পায় ভাল লাগিল! ধন্যবাদ আপোনাক ভাৰতৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ লগত interview লোৱা বাবে!🙏

  • @Gpegu1990
    @Gpegu1990 2 роки тому +15

    সচাঁকৈ যাদৱ পায়েঙৰ চিন্তাধাৰা,কাৰুকাৰ্য অদ্বিতীয়. বহুত ভাল লাগে

  • @ramanujdoley9723
    @ramanujdoley9723 2 роки тому +23

    Payeng sir is the real hero in the world 🌍

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 роки тому +18

    পৰাশৰ আপোনাকো ধন্যবাদ,এনেকুৱা এটি ভিডেও দিয়া বাবে

  • @KKofficialvlog
    @KKofficialvlog 2 роки тому +14

    অতি সুন্দৰ অনুষ্ঠান...বহুত ভাল লাগিল❤️❤️❤️❤️

  • @priyampriyabora1800
    @priyampriyabora1800 2 роки тому +11

    সঁচাকৈ বহুত ভাল লাগিল🥰🥰

  • @prahladbordoloi6884
    @prahladbordoloi6884 2 роки тому +7

    পোন প্ৰথমে আপোনালোক দুয়োজনলৈ ধন্যবাদ ❤️🙏। আমাৰ সন্মানিয় যাদৱ পায়েং চাৰ লৈ শতকোটি প্ৰণাম 🙏🙏🙏 জনাইছোঁ।তেখেতক যাতে ভগৱানে আৰু বহু বছৰ আয়ুশ দি জীয়াই ৰাখে। তেখেত হৈছে আমাৰ গৌৰৱৰ এক অমূল্য সম্পদ। তেখেতৰ কৰ্মই আজি পৃথিৱীত সকলোতে স্থান পাইছে।আৰু ক'বলৈ ভাষা নাই, তেখেত আৰু তেখেতৰ সহ পৰিয়ালে যিপ্ৰচেষ্টা চলাই আছে তাত যাতে সফল হৈ আৰু যাতে প্ৰাকৃতিক জগতখন সুন্দৰকৈ গঢ়ি তুলিব পাৰে তাৰেই কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏।

    • @user-hq8mv4he1r
      @user-hq8mv4he1r 10 місяців тому

      শত কৌটিবার প্রনাম জনাইছো

  • @manabjyotidoleylikesfarmin6503
    @manabjyotidoleylikesfarmin6503 2 роки тому +11

    আপোনাৰ এই unique concept বোৰক লগতে মলাই যাদব পায়েং ছাৰৰ ত্যাগক সচাই আমি নৱ প্ৰজন্মই শলাগ ল'বলগীয়া ধন্যবাদ থাকিল আপোনালোকলৈ ইমান সূন্দৰকৈ আমাক তেখেতৰ বিষয়ে জ্ঞাত কৰোৱাৰ বাবে।

  • @gumragpegu4306
    @gumragpegu4306 2 роки тому +12

    পৰিৱেশবিদ, প্ৰকৃতিবিদ , অৰন্য মানৱ,পদ্মশ্ৰী ড. যাদব মুলাই পাঃয়েং সঁচাকৈ প্রকৃতি সুৰক্ষাৰ বাবে অদিত্বীয় আদৰ্শ ব্যক্তি। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অৰন্য মানৱ আৰু পদ্মশ্ৰী বঁটা দায়িত্ব সামৰিলে। বৰ্ণ বৈষম্য, জাতিভেদ প্রথা বিৰাজমান হৈ থকা আমাৰ দেশখনত তেখেতৰ দৰে মহান ব্যক্তিৰ কোনো যথাযোগ্য সন্মান নাই। সেই কাৰণে আমেৰিকাৰ দৰে পৃথিৱীৰ উন্নত দেশে তেখেতৰ আদৰ্শত কাম কৰাৰ বাতাৱৰণ সৃষ্টি হৈছে। আৰু এওঁক লৈ বহু গ্ৰন্থ, পাঠ্যপুথি ৰচনা হৈছে। কিন্তু ভাৰতত কমকৈ হৈছে৷ যি কি নহওঁক পাঃয়েং ডাঙৰীয়া চিৰসুস্থ আৰু দীৰ্ঘজীৱিহ হওঁক।

  • @narayanchilakala22
    @narayanchilakala22 2 роки тому +9

    যাদৱ পায়েঙক লৈ আমি গৌৰৱান্বিত হৈছো ।

  • @bikashboruah616
    @bikashboruah616 2 роки тому +70

    অসমৰ বাবে গৌৰব যে আমি এনে এজন মানুহ পাইছো।

    • @user-mg4tn4es6n
      @user-mg4tn4es6n 2 роки тому +3

      গৌৰৱ কৰিব নাইকোৱা তেওঁ, কেৱল কৈছে তেওঁ যি কৰিছে ,আপুনিও কৰক সেইবোৰ

  • @ddhemali2.040
    @ddhemali2.040 2 роки тому +2

    বৰ সুন্দৰ অনুষ্ঠান। বহুত জানিব লগা আৰু শিকিব লগা কথা। প্ৰকৃতিক ভালপোৱা মানুহজনৰ জীৱন- প্ৰণালী অতি সহজ- সৰল। তেখেতৰ কথা -বতৰা অতি মনোমুগ্ধকৰ লগতে তেখেতৰ প্ৰতিটো কথাই যুক্তি আছে। শেষত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘয়ু কামনা কৰিলোঁ। 🙏🙏🙏

  • @bhadrakantadas6101
    @bhadrakantadas6101 Місяць тому +1

    Bharat Ratna, Asom Ratna. Asom Gourav. Jadab payang dev. God bless you.

  • @dibyajyotidoley4625
    @dibyajyotidoley4625 2 роки тому +7

    Real Hero 🙏 really Ta:to you are a down to earth person ❣️
    And proud of you Munmuni

  • @bvlogs8415
    @bvlogs8415 2 роки тому +6

    মনৰ পৰা ভাল লগা মানুহজন 😍😍😍

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 2 роки тому +4

    অসম চৰকাৰৰ ফালৰ পৰাও বিশেষ সন্মান দিয়াটো বিচাৰো , এদিন লগ পোৱাৰ বহুত আশা আছে

  • @user-rz4ib3un3y
    @user-rz4ib3un3y 5 місяців тому +1

    পায়েং ছাৰকলৈ হলিউদৰ চিনেমা হ'ব বুলি জানি আনন্দিত হৈছো।

  • @hchik-boraik6693
    @hchik-boraik6693 2 роки тому +31

    যাদৱ পায়েং ছাৰ চিৰ দিন আমাৰ মাজত যুগমীয়া হৈ ৰব 🙏🙏🙏

  • @gboys7573
    @gboys7573 2 роки тому +18

    বিশ্বৰ গৌৰৱ 🙏🙏❤❤

  • @jatinsaikia6342
    @jatinsaikia6342 2 роки тому +5

    ধন‍্যবাদ , যাদৱ পায়েং ছাৰ... 💚🙏

  • @mr.phatik8883
    @mr.phatik8883 2 роки тому +15

    সুস্থ শৰীৰ অধিকাৰী হওক ছাৰ

  • @kristimooidas5909
    @kristimooidas5909 2 роки тому +9

    আপোনাৰ প্ৰতিতো অনুষ্ঠানৰ বাবে ৰৈ থাকো😊 যাদৱ পায়েং দেৱক লগ পোৱাৰ হেঁপাহ বহুত দিনৰে পৰাই আছে , তেঁও আমাৰ গৌৰৱ , আপুনি তেঁওক ইমান ওচৰৰ পৰা দেখুওৱা বাবে আপোনাক বহুত ধন্যবাদ 🙏

  • @bishalsarma5306
    @bishalsarma5306 2 роки тому +15

    আপোনাৰ গোটেই কেইটা অনুষ্ঠান ৰ ভিতৰত আটাইতকৈ এইটো interview বেছি বেষ্ট হৈছে🙏🏽

  • @ranjitkonch855
    @ranjitkonch855 2 роки тому +6

    প্ৰিয় মানুহ জন.. ❣️

  • @user-iw1it6ek7p
    @user-iw1it6ek7p 10 місяців тому +1

    Like Like like like like dil se hajar lakhoo baar like❤❤❤❤❤

  • @debojitahomrk6645
    @debojitahomrk6645 2 роки тому +15

    মই আজি কি লিখিম বুজাব নোৱাৰা হলো তথাপিও ছাৰ লৈ ধন্যবাদ থাকিল❤️❤️❤️❤️

  • @Ajm9101
    @Ajm9101 2 роки тому +2

    Bhut mon Jay forest khn sabokoi jabo pra ni, adin jamei 💚 apunar ktha pta, barta lap bhut bhl lgil 💚

  • @BiTuVloG-z6p
    @BiTuVloG-z6p 2 роки тому +12

    Payeng k forest renger post t appointmnt dibo lge 100%

  • @BiTuVloG-z6p
    @BiTuVloG-z6p 2 роки тому +6

    Salute payeng sir & tekhet k forest renger r post t appointment dibo lge

  • @AviNill
    @AviNill 2 роки тому +2

    চাৰ বহুত বহুত মৰম আৰু প্ৰণাম জনাইছোঁ

  • @pabitrakaman8613
    @pabitrakaman8613 2 роки тому +1

    Always my real hero 🤞🥰 jadhav payeng sir 💝💝god always healthy and bless 🙏 him

  • @samscookingvlogs7359
    @samscookingvlogs7359 2 роки тому +9

    So humble people as father as daughter got tears in my eyes this are our real heroes my deep respect to jadav payeng sir

  • @arundhatiphukon5210
    @arundhatiphukon5210 2 роки тому +4

    আপোনাৰ দৰে হাতীৰ কথা সকলোৱেই ভাবিলে হাতী মানুহৰ সংঘাত নিশ্চয় উন্নত হ'ল হেতেঁন।

  • @Ridipaxom
    @Ridipaxom 2 роки тому +4

    বৰ্তা শুভেচ্ছা থাকিল ❤️

  • @anupamhandique98
    @anupamhandique98 2 роки тому +13

    Bikash chetry,babu bhaiya k rastat roi roi gamusa gal dyat k ekhetok di ahok..
    Hihoti lakh lakh toka ghoti ase.

  • @krishnadutta1770
    @krishnadutta1770 2 роки тому +12

    মোৰ প্ৰিয় মানুহ দুজন🙏🙏🙏❤️

  • @montudarig4737
    @montudarig4737 2 роки тому +1

    বহুত ভাল কথা শুনিলো পায়েং ছাৰ আমাৰ বাবে সদাই super hero হৈ থাকিব🙏🙏🙏

  • @karabiburman1789
    @karabiburman1789 2 роки тому +3

    তেখেতৰ চিনেমা চাবলৈ বহু অপেক্ষাৰে থাকিম।(অৰণ্য পিতালৈ) পুনৰ ধন্যবাদ।🌴🦌🐃🐅

  • @oldvideos7543
    @oldvideos7543 2 роки тому +1

    Bhut bhut thanks dekuwar karne

  • @JayPegu321
    @JayPegu321 2 місяці тому

    শুনি ভাল লাগিল।।।❤❤❤

  • @majulisisangko3397
    @majulisisangko3397 2 роки тому +13

    অসমৰ গৌৰৱ বা বিশ্বৰে গৌৰৱ

  • @jharnamonitaye4983
    @jharnamonitaye4983 2 роки тому +1

    চাৰৰ জীয়েকজনীৰ কথাবোৰ শুনি বৰ ভাল পালো |

  • @neelimdas7746
    @neelimdas7746 11 місяців тому

    ❤❤❤ এনে ১০জন মানুহ থাকিলে পৃথিৱী খনৰ মানুহ বোৰ বেছি বছৰ জীয়াই থাকিব ❤❤❤

  • @ramchandraofficials
    @ramchandraofficials 2 роки тому +2

    Video tu sai bhut val lagil ❤️,,, proud feel koru padmashree Jadov payeng sir k loi ❤️❤️

  • @rejengupit5121
    @rejengupit5121 2 роки тому +1

    Bohut bohut dhanyabad akhetor interview luwar babe.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому

    Absolutely correct. Many many congratulations to Honble jadav payeng. Always be positive and happiness. All the best

  • @ashokanandadas1856
    @ashokanandadas1856 2 роки тому +1

    Dhuniya intreview Chakra da.. vl lgil Jadav payeng sir aru tewr jiorir kotha bur xuni..❤️

  • @arungogoi2837
    @arungogoi2837 6 місяців тому

    Bahot bhal lagil

  • @medakfarm8329
    @medakfarm8329 2 роки тому +6

    Absolutely brilliant

  • @ubanpayeng826
    @ubanpayeng826 2 роки тому +5

    Superb.

  • @hiranyawithvolgs9166
    @hiranyawithvolgs9166 Рік тому

    বহুত ভাল লাগিল interview টো চায়
    You great sir

  • @bhudevdas3834
    @bhudevdas3834 10 місяців тому

    চক্ৰপানি পৰাশৰ, আপোনাৰ ইন্টাৰভিউবোৰ অতি সুন্দৰ ।অৰন্য মানব যাদব পাঙৰ প্ৰচাৰ হব লাগে। 3:53

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 роки тому +5

    Waw chakra daa luv ur work

  • @armaanpegu1625
    @armaanpegu1625 2 роки тому +1

    Dada moi apunak information diyar babe bohot bohot doinubat 🙏🙏🇮🇳 jonaisu I love you 💚✌️

  • @worldmusic7130
    @worldmusic7130 2 роки тому

    Jadav payeng is the real hero in the world God bless you❤❤🤟 sir

  • @hemantapegu1053
    @hemantapegu1053 2 роки тому +7

    Hoping eagerly that Hollywood industry will make the biopic movie of Jadav payeng as one of the most popular block buster movies in the world like that of Titanic movie.

  • @AnkurJyoti-xh8wf
    @AnkurJyoti-xh8wf 2 місяці тому

    I.feel verry proud of you

  • @guna3466
    @guna3466 2 роки тому +1

    Real Sons of mother Earth 🙏🙏

  • @kaustavsarmah5351
    @kaustavsarmah5351 2 роки тому

    খুউব সুন্দৰ । বৰ ভাল লাগিল সাক্ষাতকাৰটো ।

  • @mrmanchey746
    @mrmanchey746 2 роки тому

    Dhuniya show

  • @munusunu6486
    @munusunu6486 2 роки тому +12

    আমাৰ কিতাপ বোৰতো পায়েং দেৱৰ পাঠ অন্তৰ্ভুক্ত হ'ব লাগে। এলেহুৱা অসমত কেই বছৰৰ মূৰত এইটো কাম হ'ব ঠিক নাই

    • @neeljuli8083
      @neeljuli8083 2 роки тому

      Amar Assam t political leaders burr namehe include Hy naturalist hklr ktha nhoi.

  • @MB-jr7wk
    @MB-jr7wk 2 роки тому +1

    Hosake bhut bhal lagil comment nokora koi thakibo nuaril great interview sir encourages 👍

  • @tanujdutta3638
    @tanujdutta3638 Рік тому

    Salute sir

  • @GK-bj6fh
    @GK-bj6fh Рік тому

    Asomor sampot Padmashri jadav payeng sir
    Big salute
    Jai aai axom

  • @kusumdeka7527
    @kusumdeka7527 2 роки тому +3

    বহুত ভাল লাগিল।

  • @chittaranjankhakhalary1588
    @chittaranjankhakhalary1588 5 місяців тому

    God bless you.

  • @BORGOSS4473
    @BORGOSS4473 2 роки тому

    Mojaaaaa moi val Pao bht tekhetot

  • @mohendrasivasagar8421
    @mohendrasivasagar8421 2 роки тому +5

    আমাৰ ভাৰত চৰকাৰত হওক বা বলীউডত হওক সেইবোৰ দেখা নাপাবা ।

  • @invisibleeye4587
    @invisibleeye4587 2 роки тому +1

    ধন্যবাদ দাদা।।

  • @thorgaming5314
    @thorgaming5314 2 роки тому

    চক্ৰপাণি দা আপোনাৰ বাৰ্তালাপটো চাই বহুত ভাল লাগে।

  • @jinamonigogoi1612
    @jinamonigogoi1612 2 роки тому +7

    চাই চাই কেতিয়াও হেঁপাহ পলুৱাই নাই,,,

  • @mohendranathhazarika4197
    @mohendranathhazarika4197 2 роки тому

    ভাল লাগিল
    বিশ্বত জিলিকি উঠক

  • @usharanirabha8158
    @usharanirabha8158 2 місяці тому

    Congratulations 🎉❤💚💚

  • @jayantapegu6290
    @jayantapegu6290 2 роки тому +1

    Val lagil sai

  • @satyajitboruahvlogs5266
    @satyajitboruahvlogs5266 2 роки тому

    খুব ভাল লাগিল ভিডেও টো চাই।💗❤️

  • @boraananta830
    @boraananta830 2 роки тому +1

    সঁচাই ভাল লাগিল

  • @kanishkadas4935
    @kanishkadas4935 2 роки тому +5

    জয় আই অসম ❤👍

  • @tileswarpegu7640
    @tileswarpegu7640 2 роки тому +1

    Great news

  • @Ajstoryvlogs
    @Ajstoryvlogs 2 роки тому +1

    Dd bless him jadab sir love you

  • @TOM-kb5hf
    @TOM-kb5hf 2 роки тому +3

    Hollywood: - Ramanujan ,The forest man ,Jadav Payen ,. Bollywood:- Kabir Singh,Dabbang,Malang ,falana Falana🤣😂🥱

  • @nitulmixer2584
    @nitulmixer2584 2 роки тому +1

    Great man in the world 🌎

  • @karinava5053
    @karinava5053 2 роки тому +1

    Vl lagil bhut ❤️u

  • @narajit0.1
    @narajit0.1 2 роки тому

    Video তো চাই ‌ভাল লাগিল।

  • @monjilsarma7838
    @monjilsarma7838 2 роки тому +1

    সহজ সৰল এজন চিৰনমস্য ব্যাক্তি।

  • @utpalg2510
    @utpalg2510 2 роки тому

    👍👍👍👍great man always be a great

  • @rajibpayeng4465
    @rajibpayeng4465 2 роки тому +1

    Thank you so much

  • @mintutalukdar9619
    @mintutalukdar9619 2 роки тому

    Bohut. Val. Lagil. Vidio. Tu. Sai.

  • @utpalpanging5771
    @utpalpanging5771 2 роки тому

    Vl lgil kota kini huni very good bartalap

  • @indraeducationalpoint7967
    @indraeducationalpoint7967 2 роки тому +1

    সুন্দৰ♥️

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 2 роки тому +1

    Very nice n really super hero