তেখেতক শ্ৰদ্ধা নিবেদন কৰিলোঁ। নিৰুপমা বাইদেউ তেখেতৰ মৃত্যু ৰ সময়ত আহিল নে নাছিল বাৰু কাষত তাকেহে জানিব নোৱাৰিলোঁ।নিলগে থাকে বুলি তো জানো।পুএদ্বয় ও দেখা নগ'ল। গতিকে বুজি নাপালোঁ।ঘৰৰ আন লোক সকলক দেখা পালো। অতি ঘনিষ্ঠ লোককেইজনক কিন্তু নেদেখিলো। বুজি নাপালোঁ
ঢকুৱাখানা নহয় দেই, ঢকুৱাখনা হয়। অনাকাংক্ষিত ভুলৰ বাবে ক্ষমা কৰিব 🙏🙏🙏
Very good
@@indiradevi5130 very good
'হে নমস্য মহা মানৱ । তোমাক যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত । !! ঔঁম শান্তি !!
Tq so much sir explanation is amazing 🥰.... God bless you 🙏
ভাল লাগিল
ধন্যবাদ।
হোমেন বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি
এই প্ৰচাৰত" ঢকুৱাখনা " হ'ব লাগে। ভুলকৈ" ঢকুৱাখানা " লিখা হৈছে।
মন কৰে যেন।
হয় অনাকাঙ্ক্ষিত ভুলৰ বাবে ক্ষমা কৰিব। কমেন্টটো pin কৰা হৈছে এইটোৰ বাবে ওপৰত
মোৰ জীৱনৰ এজন চিৰ নমস্য আদৰ্শ ব্যক্তি । যতেই আছে ঈশ্বৰে শান্তিৰে ৰাখক এইয়াই প্ৰাৰ্থনা জনাইছোঁ........
🙏🙏🙏🙏🌹🌹🌹🌹🌹
buisa human guhai sir kobi xahityk , xubokta, aru guni jngyani logite bohut gangor manuh anok dokar nai
bohut dangor manuh ai humansir ahiase
Great man... always be my favourite..
চৰকাৰে এনে মহান ব্যাক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে বহুত ভাল হয়।
Bohut hundor val lagil huni
ধন্যবাদ
অতি সুন্দৰ পদক্ষেপ। অনুষ্ঠানটো চাই সুখী হলোঁ,লগতে উপকৃত হলোঁ
Mojah
ধন্যবাদ ব্ৰ
হে চিৰ নমস্য ব্যক্তিত্ব আপোনাক সশ্ৰদ্ধ প্ৰণাম ।
He was a legendary scholer of Assam...,
Xosa video tu val lagil janibo pari
চিৰ ন মস্য ব্যক্তি মোৰ বাবে। তেখেতক শতকোটি প্ৰ্নাম জনাইছো ।🙏🙏🙏
মোৰ জীৱনৰ চিৰ নমস্য এজন আদৰ্শ ব্যক্তি । তেখেতলৈ শতকোটি প্ৰণাম জনাইছোঁ । যতে আছে ঈশ্বৰে শান্তিৰে ৰাখক । 🙏🙏🙏🙏🙏🌹🌹🌹🌹
Val lagil 🙏
ধন্যবাদ
Bohut val lagil
Val lagil
ধন্যবাদ
মুখা মুখি নহয় ৷ কথাবাৰ্তাহে ৷ নিউজ লাইফৰ জনপ্ৰিয় অনুস্ঠান ৷
Good
অসমৰ
মোৰ জীৱন সলনি কৰা মানুহজন ।ঔম শা ন্তি ।
The best writer of Assam I personally love him I can say he is real Assamese or Northeast people... Iswaror ashirbad tekhetor shirokaloloi thakok !
আপোনাক এই biography টোৰ বাবে ধন্যবাদ জনালো। ভাল লাগিছে।
🙏
মোৰ অতি প্ৰিয় আৰু আদৰ্শ ব্যক্তি আছিল হোমেন বৰগোহাঞি দেৱ ।
❤❤❤❤
Many many thanks for sharing this vedio.
বহু নজনা কথা জানিব পাৰি ভাল লাগিল, তেওঁৰ আত্মাই চিৰশানতি লাভ কৰক
মোৰ প্ৰিয় ব্যক্তি জনলৈ শ্ৰদ্ধাৰে
Great man. Always remain alive in the heart of every one.
মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি জনাৰ বিয়োগে থমকি ৰ'বলগা কৰিলে অসমবাসীক । এই অপূৰণীয় ক্ষতি কোনোদিন আৰু পূৰাব হয়তু নোৱাৰে ।
😓😓😓
ছাৰৰ জীৱনৰ নজনা কথাকিছুমান জানিলো ।ভাল লাগিল ।
ধন্যবাদ
মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক।
Bohut vl video dile
"Se nadi nirabathi" Novel best one,
Seikhon Nirupora Borgoghain r he
মোৰ সেৱাৰ চাৰ দেৱক সেৱা জনাইছো🙏🏻🙏🏻
Naice
বহত ২ ভাল লাগিল কথা বোৰ জানিব পাৰিলোGODBLESS u
Apuni jote ase vle thkok🙏om santi🙏🙏
বহুত শিকিব পাৰিলোঁ
মোৰ প্ৰিয় ব্যক্তি আছিল ।শ্ৰদ্ধা জনাইছোঁ।
❤❤❤
তেখেতৰ বিবাহ বিচ্ছেদ হোৱা নাচিল দেই...তেখেতসকল দুয়োজনাই একেলগে নাথাকিছিল মাত্ৰ ...
Right
Bhal lagil
ধন্যবাদ
কিয় বিবাহ বিচ্ছেদ হৈছিল এইটো জানিবলৈ video টো চাইছিলো, কিন্তু এই বিষয়ে একো নাই
মোৰ প্ৰিয় মানুহজন৷
মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি । Video টোত তেখেতক তেওঁ বুলি সম্বোধন কৰাতকৈ তেখেত বুলি সম্বোধন কৰা হ'লে ভাল আছিল।
Yes, your advice is very important . We should use the word" Tekhet" for him.
তেখেতক শ্ৰদ্ধা নিবেদন কৰিলোঁ। নিৰুপমা বাইদেউ তেখেতৰ মৃত্যু ৰ সময়ত আহিল নে নাছিল বাৰু কাষত তাকেহে জানিব নোৱাৰিলোঁ।নিলগে থাকে বুলি তো জানো।পুএদ্বয় ও দেখা নগ'ল। গতিকে বুজি নাপালোঁ।ঘৰৰ আন লোক সকলক দেখা পালো। অতি ঘনিষ্ঠ লোককেইজনক কিন্তু নেদেখিলো। বুজি নাপালোঁ
বৰগোহাঞি দেৱে নিৰুপমা তামুলী ক হে বিয়া কৰাইছিল । পিছলৈ নিৰুপমা তামুলী য়ে নিজৰ উপাধি এৰি স্বামী ৰ উপাধি লিখিবলৈ লয় ।
Wo
বিভিন্ন কো়ৰাচ নহয়, বিভিন্ন নৰকহে। মুখামুখি নহয় কথাবাৰ্তাহে।
Homan Borgohain wife real name Nirupoma Tamuli
বহু কথা জানিলো
তেওঁ কোন শতিকাৰ লেখক ।অনুগ্ৰহ কৰি উত্তৰ দিব
১৯৩২-২০২১
ছাৰ ,এইটো একবিংশ শতিকা হ'ব নেকি??
বহুত ভাল লাগিল ভিডিও টো।
Nice information.
মোৰ চেনেলটো ও এপাক চাবচোন (Assamese vlog) আৰু ভাল পালে চেনেলটো চাবস্ক্ৰাইব কৰি উৎসাহ যোগাৱ ধন্যবাদ।
Xosai ne? Ei mannuh jone Niyomiya Barta-t article likhi kowa nasil ne Ajmal ek bhaal Axomiya aru mukhyo monti howar jogya. Ajmal mukhyo montri hole taat aapotti bewa pabo logiya eko naai. Congress-r dinot prokhyat howa xokolo buddhijibi-e miyan-r poxopattito kora manuh. Kono xahithik jimaan-ei talented nohowok laagile, Congress-e miyan vote bank-r khaatirot miyan premi xokolok he aag barhibo disil. Aoil ek udahoron swarupe, Nagen Saikia-i Rajyo Sobha-t thaaki-o IMDT Act-r biruddhe exar katha nokole. Bhaal xahitya likhi jadi khilonjia Axomiya-r xotru-r poxopatitva kore, xei manuh Axomiya-r baabe ketiya-o, 'mahan' to baade-i 'bhaal' manuh hisabe-o gonyo huwa anusit.
Apuni Homan borgohain sahiyya aru bitorko kitap khon parhibosun
নিশ্চয়
Birth date 31 December,not 7 December
Sobdor ussaron xudho xuwa nai...
মোৰ অনাকাংক্ষিতভাৱে ভূল হব পাৰে ,কোনকেইটা উচ্চাৰণ জনাই দিলে ভাল পোলোহেঁতেন😊😊😊
ঢকুৱাখানা নহয় ঢকুৱাখনা।
হয়।
হয় শুধৰণি কৰাই দিয়া বাবে ধন্যবাদ ❤❤❤
Apuni video bonaboloi ki software use Krise kobo sun
Videoscribe
@@GreatManofAssam ধন্যবাদ ❤️
Buratu moril bhalei hol
. Bohut narik e bhogor samogri korocil. Sobita lahkore tar mukha khuli dichil . Eow achil guwari modari cudari
Mukha pindhi acil burai
0