ধিং কাণ্ডৰ তফাজ্জুলক লৈ মুখ্যমন্ত্ৰীৰ লগতে DGP কিয় নিমাতী কন্যা হৈ আছে?
Вставка
- Опубліковано 19 вер 2024
- ⛔ধিং কাণ্ডৰ তফাজ্জুলক লৈ মুখ্যমন্ত্ৰীৰ লগতে DGP কিয় নিমাতী কন্যাৰ ভূমিকাত অৱতীৰ্ণ হৈছে?
⛔সঁচাকৈয়ে আদালতৰ গোচৰ উঠাই ল'বলৈ ধিং আৰক্ষীয়ে ৫০ লাখ টকাৰ বাম্পাৰ অফাৰ দিছিল নেকি তফাজ্জুলৰ পিতৃক?
⛔পিতৃৰ বিস্ফোৰক অভিযোগৰে বাতৰি প্ৰচাৰৰ পাছতো কিয় কোনো স্পষ্টীকৰণ নাই নগাঁও আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ?
⛔হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত ২০২১ ৰ পৰা আৰক্ষীৰ বৰ্বৰতাৰ ইতিবৃত্ত সামৰি এই বিশ্লেষণ!
⛔আইন-আদালতলৈ বাট নাচাই আৰক্ষীয়ে নিজে
শাস্তি প্ৰদান কৰাটো সাধাৰণ জনতাৰ বাবে কিমান ভয়ংকৰ?
⛔আৰক্ষীৰ জিম্মাত মৃত্যুৰ দৰে ইমান ডাঙৰ ডাঙৰ কাণ্ড সঘনাই ঘটি থকাৰ পাছতো বিৰোধী শক্তিৰ নীৰৱ ভূমিকাও ৰহস্যজনক!
⛔সকলো সামৰি নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান সাময়িকী!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
ধুনীয়া বিশ্লেষণ।
আপোনালৈ অশেষ ধন্যবাদ মালকৰ চাৰ
এই ধৰ্ষণৰ ঘটনাটোও পৰিকল্পিত হ'ব পাৰে। যি ঘটনাৰ জৰিয়তে ব্যাপক মিঞা বিদ্বেষ বিয়পাই লাভ উঠাৰ পাৰে। মানুহৰ মূল্য আজি কিমান? এই পাষণ্ড সকলৰ আজি আমাক ৰক্ষা কৰিব কোনে?
অসম পুলিচ হায় হায়, মুখ্যমন্ত্রী ৰ তত্বাবধানত চলে, ৰাইজে এইবোৰ কথাত ধৰিব লাগে, এতিয়া হিন্দুত্ব বাদী নেতা সকল কত আছে, অপৰাধী যদি হয় শাস্তি পাওক,নহলে় কি কব ৰাইজে।
মুখ্যমন্ত্রী য়ে কি কয়, শৃঙ্খল, চিতু বৰুৱা হত নিমাত কিয়, মিয়া মিয়া বুলি চিঞৰি থকা অসমীয়াই এতিয়া কি কব।
শৃংখল (বিশৃংখল) হঁত শকত ধনৰ কমিচনৰ ধান্দাত ব্যস্ত !!!!!!!!!!!!
ধিঙৰ প্ৰতিবাদি জনতাবোৰ ক'ত গ'ল ?এতিয়া ওলাই আহি কিয় প্ৰতিবাদ নকৰে কিয় ?পুলিচক কবলৈ সাহস আছেনে যে কিয় নিৰপৰাধী এজনক হত্যা কৰিলে ।নাই নকৰে ।চৰকাৰে বেয়া পাব ।তাতে আকৌ মিঞা /বাংলাদেশী বুলি ঘৃণা ।ইয়াত ৰাজনীতি কৰিলে ।মিঞা অসমীয়াৰ ৰাজনীতি ।মিঞা হ'লে মাৰ অসমীয়া হ'লে কিবা এটা হ'ব ।মুঠতে এইখন চৰকাৰৰ ওচৰত জনতাৰ নিৰাপত্তা নাই ।পুলিচ বাহিনী হ'ল যমদূত ।সাধাৰন ৰাইজে এতিয়া পুলিচৰ কবলত পৰা মানে যমৰ কবলত পৰা । লাখকোটী টকা যদি আছে বাচিব নহলে পুলিচ আইনৰ পৰা বাচিব নোৱাৰে ।পুলিচ/উকীল /চৰকাৰ আমাৰ বৰ্তমান যমদূত ।
@@SwapnaDevi-i5s য'ত প্ৰতিবাদকাৰীয়ে যেতিয়া অপৰাধীৰ ভূমিকাত নামে !!!!!!!!
হিটলাৰি শাসন কেতিয়া শেষ হ'ব।
Good tolk
Thanks Malker Sir . God bless you 🙏🙏🙏
Respected C. M. Sir listen to the speech.
সুন্দৰ বিশ্লেষণ । ধন্যবাদ মালাকৰ ডাঙৰীয়া ।
দুখদায়ক ঘটনা।
Mozaa hoise....
Respected CM sir please listen to the speech and take necessary action
Dgp. Aru. Cm. Himontor. Fasi. Hobolagy
অসমৰ মোক্ষ মন্ত্ৰীৰ DGP দুই বন্দ্ৰ নিমাত কিয় বিতু সিংচল ছলিহা নীমাত মেখেলা তলত নেকি
বৰ্তমান সময়ত ৰজা নোহোৱা দেশ হৈছে অসম ।
দুৰ্ভাগ্যজনক কথা যে গৃহ বিভাগ ন্যায়পালিকাৰ কাম কৰি আছে
Right kotha koisa
জল-জল, পত-পট, আৰু কি লাগে ?
সোনৰ অসম। আঞ্চলিক ধ্বজাবাহক অগপ ৰ নেতা বোৰে বা কি ভাবিছে? গৃহ বিভাগৰ ভূল উলিয়াবলৈ এচামে চেষ্টা কৰা বুলি নকলেই ৰক্ষা?
Good news dada agbahari jaok... ghotonatuk loi....
Malakar,apunar, batri,prakhngania,val,batri good,naith❤❤❤❤❤❤🎉🎉🎉🎉
চৰকাৰ আৰু পুলিচে নিজেই সুবিধা দিছে একাংশ সুবিধাবাদীক সমালোচনা কৰিবলৈ।
গতিকে চৰকাৰ আৰু পুলিচ সাৱধান হব হ'ল ।
আৰু এটা কথা ঠিক যে মিঞা পুলিচ হলেটো অসমৰ ল'ৰাক গুলীয়াই দিয়াটো স্বাভাৱিক কথা।
Good
Bor dukh loga.... Assam police r uport vorokhae nuhua hoise.
Thank you apunalukok
Human killed is sin.
Duty of police is to protect life and properties of citizens. But it is seen/ heard of fake encounter of accused in offence.If during custody of police an accused tried to flee the police has power to shoot to limited extent to nab him.if the case of Taffazul is true all the police personnel causing so called encounter all are responsible for commission of murder of an innocent person.All the police be arrested suspended and forwarded to court for trial as offender.The govt shall take note of it
If you are rich or have powerful background then you will get justice or else don't xpct justice.
Congratulations
উজনিৰ গোটকা খোৰ এতিয়া কি কুকুৰৰ নিচিনা গেউ গেউ কিয় নকৰে
হাতত হেনকাব লৈ কেনেকৈ সাতুৰিব
Suruj Gogoir poriale police uporot adalotot criminal case koribo lage
Opposition citizens organisations should protest against the atrocities of police n home department of Assam.
Ami ondhakar jugali ghuri goi asu.
আমি কলৈ গৈ আছো।
❤
শিংকল চলিহা কত তয় এতিয়া
P.M report kiba manage hobo pare ?
North east now loi thanks
Hom ministearuk todontot anib lage
Police or dalal ase?
DGP yaa Assam Muslim koklor nirapota dibo nukuja so very sad DGP mohudoy
Haitya manuh prithivit asey
Jogi kenekai pratham haba?
গল্পর গরু গছত উঠিব পারে।
sinkhl soliya kot gol
Pse know it that,Ebcounter doesn't mean without retailition,
Assam police proxaxon ne jomdut hoi
Where is congress party?
DGP r Kam ki?
,😭
Arokhiey besibhag khetrote nirihok poisa khai harahasti koratu nitto noimitik bihoy,,,ehot asolote sorkaro licence praptooo dokait gunda,,,ehot besibhagei jaill firot oporadhir logot holy goly,,kunu noitikota nuthoka beleg grohor jibo,,,,
Che che Assamor Muslim manu duk laga protibad na jana Eduction ar obab
আজি কালি কিহৰ কাৰণেই যি কোনো ভিডিঅত বেঙ্গলী ভাষাত লিখা ওলাই থাকে,অসমীয়া বাতৰিত ও
Respected C. M. Sir listen to the speech.