CM মহোদয়; কেনে ফটুৱা "পুলিচী শাসন"? কিমান নিৰীহৰ প্ৰাণ ল'ব অসম আৰক্ষীয়ে?

Поділитися
Вставка
  • Опубліковано 20 вер 2024
  • ⛔গোচৰ প্ৰত্যাহাৰ কৰিবলৈ তফাজ্জুলৰ পৰিয়ালটোক ভয়-ভাবুকিৰ লগতে নগদ ধনৰ ক্ষতিপূৰণৰ প্ৰলোভনৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে।
    ⛔৫০ লাখ টকাৰে তফাজ্জুলৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা অভিযোগ উত্থাপিত হৈছে।
    ⛔গোচৰ উঠাই ল’লে হেনো ৫০ লাখ টকাৰ লগতে দুই বিঘা মাটি আৰু ৫ টা ঘৰ নিৰ্মাণ কৰি দিয়াৰ টোপ দিছে আৰক্ষীয়ে!
    ⛔কেৱল তফাজ্জুলেই নহয়; পূৰ্বেও আৰক্ষীৰ ভুলৰ বাবে ডিম্বেশ্বৰ, দীপাংকৰ, সুৰজ, অজয়কে ধি বহুতৰে আৰক্ষীৰ অত্যাচাৰৰ ফলত হেৰুৱাইছিল প্ৰাণ; বাছি লৈছিল চৰম পথ!
    ⛔মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মহোদয়.... কিমান আৰু অৰাজকতা, অশান্তি, আৰক্ষীৰ বৰ্বৰতা চলিব আপোনাৰ শাসনকালত?
    ⛔যদিহে এইবোৰ নিয়ন্ত্ৰণেই কৰিব নোৱাৰে তেন্তে গৃহমন্ত্ৰীৰ দপ্তৰটো আপোনাৰ হাতত ৰখাৰ কিবা যুক্তি আছে নে?
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 175

  • @jrtune1795
    @jrtune1795 День тому +39

    এশ গৰু মাৰিলে বাঘৰো মৰন। কিমানবোৰ ভুৱা এনকাওন্টাৰ কৰিবা এদিন ধৰা পৰিবাই।

  • @ranuDevi-i2n
    @ranuDevi-i2n День тому +13

    অতি সোনকালেই তফজ্জুলৰ বিচাৰ কৰি দোষিক উচিত শাস্তি দিবলাগে।

  • @Mostoft
    @Mostoft День тому +44

    সঁচা বাতৰি পৰিবেশন কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ❤❤❤

  • @-rp5cn
    @-rp5cn День тому +31

    BJP ত ভোট দিলে এনেকুৱাই হ'ব।

  • @PrafullaSaharia-y4r
    @PrafullaSaharia-y4r День тому +27

    G ,P, sing ডাঙৰীয়া আপুনি খাকি পোছাকৰ সন্মান ৰক্ষা কৰক।

    • @niranjansarma4729
      @niranjansarma4729 День тому

      Tumi ,balor ,kon he ? Kio d,g,p ,dangariai possk salabo Lage ? Aparadhi bor tumar logat nishayi samparkya raikhya Kari salisil ? Valdare vabi sinti katha kabi ? Bujisa ? 🥺🥺🥺🥺🥺🥺🥺

  • @jrtune1795
    @jrtune1795 День тому +34

    অসমৰ জধা এলেহুৱা পুলিচ। ১০জন পুলিচৰ হাতৰ পৰা ১জন অপৰাধী কেনেকৈ পানীত জাপ মাৰিব পাৰে? যদি এয়ে হয় তেন্তে পুলিচবোৰ ঘৰত খাৰু পিন্ধি থাকিলেই হল। ৰাইজৰ বুজা বাকি নাথাকিল ভুৱা এনকাওন্টাৰ বুলি।

  • @akashchoudhury8630
    @akashchoudhury8630 День тому +42

    মূৰ্খ মন্ত্ৰী মহোদয় মানুহ মাৰি ৰাজনীতি কৰা বন্ধ কৰক নহলে এনেকুৱা ঘটনা এদিন আপোনাৰ ল'ৰাৰ লগতো হব পাৰে।

  • @ahmeddc158
    @ahmeddc158 День тому +9

    বৰ্তমান পুলিচ শান্তিৰ বাবে নে গুলি কৰাৰ বাবে?

  • @lilaborah7222
    @lilaborah7222 День тому +18

    যদি কথাবোৰ সঁচা হয়, পুলিচ হতে নিজেই ভাবক তেওঁলোকৰ দৰে পুলিচৰ ৰাইজৰ বাবে প্ৰয়োজন আছেনে নাই ।

  • @hemkantabaruah9049
    @hemkantabaruah9049 День тому +11

    মুখ্য মন্ত্ৰি মহোদয় , কথা বিলাক মন কৰক চোন 😮 যদি এয়ে সছা হয় সৰ্ব সাধাৰনে কিহৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ওপৰত ভৰসা ৰাখিব 🤔🤔🤔🤔🤔🙄

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko День тому +13

    cm ৰ কাম নাই .তেও অকল বেংগলিক হে সহায় কৰে অসমীয়াক সেহ কৰি দিব

  • @mukutborah4081
    @mukutborah4081 День тому +27

    এনেকে কিমান দিনলে মুখ্যমন্ত্রী ডাঙৰীয়া মিচাঁ কথা কৈ ৰাজ্য শাসন কৰিব। ভগৱানে কেতিয়াও খামা নকৰিব।

    • @EndZonE-oo8pi
      @EndZonE-oo8pi 19 годин тому

      😂😂😂miya

    • @xavier6231
      @xavier6231 16 годин тому

      ​@@EndZonE-oo8piNamor Manuh nohoi Kaamor Manuh hoboli khika .

  • @bimalbiswas4029
    @bimalbiswas4029 День тому +4

    ধন্যবাদ দাদা আপোনাৰ বাতৰি বোৰ আপুনি তথ্য সহকাৰে সঁচা বাতৰি দিয়ে।👍

  • @RikheswarMolia
    @RikheswarMolia День тому +15

    হীটলাৰী শাসন।

  • @SherajulIslam-j6s
    @SherajulIslam-j6s День тому +8

    তফাজ্জুলর এটুগটনাতসাঙবাদিকসলোএসমানজগরীয়া কিয়নোহিহতে কোনোআগবাটনাচাই নীউজবজাই ‌গুটেইঅসমর মানোহকবিব্রন্তি করিছে

  • @ahidulshek2607
    @ahidulshek2607 День тому +6

    অসমৰ মানুব এনেকে সেস হব জেন লাগে

  • @Qari_ajmol-fg9no
    @Qari_ajmol-fg9no День тому +10

    Love you brother hosakota kuwar babe 😘❤

  • @bagadbilla452
    @bagadbilla452 День тому +16

    চৰকাৰৰ হিটলাৰী শাসন । ধিক্কাৰ দিছো চৰকাৰক আামি

  • @pramodchoudhury6598
    @pramodchoudhury6598 День тому +16

    Maha Pap lagiba.

  • @ripunboruah5831
    @ripunboruah5831 День тому +16

    সকলো মুছলমন এক হওক

    • @abhinashrajbangshi3051
      @abhinashrajbangshi3051 19 годин тому

      TOIU MUSOLMAN BONI JA NIJOR MAROKU DI DE MIYALE

    • @xavier6231
      @xavier6231 16 годин тому +1

      ​@@abhinashrajbangshi3051Maar Nam kio loli . Nijor Maajo ni jene Aanor Maako tenekua bhabibo lage .

  • @monjulahon7712
    @monjulahon7712 День тому +3

    সুঠাম নিৰপৰাধি ল'ৰা বোৰক আপাৰ আচামৰ বিশেষকৈ , এটেম টো মাৰডাৰ বাচি লৈছে ।

  • @ikramulislam8917
    @ikramulislam8917 День тому +4

    Right👍

  • @DrishitraHajarika
    @DrishitraHajarika День тому +5

    Usit todanto hobo lagay. Jat pat Or kunu kotha ahi noporay. Poisa Matir kunu kotha ahi noporay. Thankyou CMsir.

  • @Jullijulli1424
    @Jullijulli1424 9 годин тому +1

    বহুত বেয়া লাগিছে দে 😢 কোনোবা নিৰ্দোষী য়ে এনেই শাস্তি পালে।

  • @NurulIslam-xe1vc
    @NurulIslam-xe1vc День тому +1

    তফজজুল ক আললাই জাননাত দান কৰক লগতে জিমান নিৰিহ অসমীয়া তেজাল মানুহ জীৱন বিলাক শেষ কৰিলে সকলোৰ আতমাৰ শাতনি কামনা কৰিলো

  • @PradipGogoi-i7b
    @PradipGogoi-i7b День тому +2

    নিজৰ দুখ বিলাক আচলতে কোনেও নেদেখে আনৰ দুখ বিলাক সদায় ফটকে দেখে। নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেহে তেওঁলোকে নিজকে মানুহৰ ভাও দিয়ে। আচলতে আচলতে তেখেতলোক গৰুতো অধম কূষ্ণ বদতি।

  • @anuwarhussain6920
    @anuwarhussain6920 День тому +3

    NNtv k bhout bhout donnobad jonalu.karon khosa kotha khni dangidorar karoni

  • @MonujKhanikor-vv8gz
    @MonujKhanikor-vv8gz 20 годин тому +1

    বহুত দুখ জনক।

  • @AsifGaming-r2d
    @AsifGaming-r2d День тому +3

    ফেউৰা cm.

  • @StellaHussain
    @StellaHussain 23 години тому +2

    MR. C.M. HOW MANY MORE FAKE ENCOUNTER WILL TAKE PLACE IN THE FUTURE ??? ARE YOU NOT RESPONSIBLE FOR THESE FAKE ENCHANTED???

  • @KafiluddinAhmed-l6l
    @KafiluddinAhmed-l6l 19 годин тому +1

    টফাজ দোষী হয় নে নহয় ৰাজহুৱা কৰক,।

  • @kinaramdas5198
    @kinaramdas5198 16 годин тому +1

    আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আপুনি কিমান অসমীয়াৰ প্ৰান ল'ব আৰু গৃহ মন্ত্ৰী ও মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা ডাঙৰীয়া আপুনি হিৎলাৰৰ দৰে শাসন কৰিবলৈ বিচাৰিছে কিন্তু মনত ৰাখিব ডাঙৰীয়া আপুনি এজন ব্ৰক্ষ্ম সংহতি লোক আপুনি চিন্তা কৰক নৰ হত্যা কৰাটো কিমান পাপ,বৰ্তমান আপুনি পাপত দুব গৈছে,মনত ৰাখিব পাপে বাপকো নেৰে।এদিন আপোনৰ সন্তানৰ এনেকোৱা হ'ব পাৰে ,তেতিয়া বুজিব যে পাপ কি?

  • @Amerkhan-i4d
    @Amerkhan-i4d День тому +2

    কৰিছে এজনে মাৰিছে আন জনক 😢😢

  • @TCF573
    @TCF573 День тому +5

    Non biological a dise sage 😂😂

  • @amitmukharjee6907
    @amitmukharjee6907 День тому +7

    Police gundami atyasar BANDHO Karok.policeor power asay .xhiat ji man jai karay.poluce system eta abhixhap hai.

  • @hemkantabaruah9049
    @hemkantabaruah9049 День тому +1

    এই বেটা বাচি খাবা যাগি শুবা , মই নিবিছাৰো তোৰ বাপেৰেও হিয়া ধুকুৱাই কান্দক মোৰ দৰে 😭😭😭😭😭😭😭😭🤔🤔🤔

  • @AmranAliEhsanJamilOfficial
    @AmranAliEhsanJamilOfficial 21 годину тому +1

    মুখ্যমন্ত্ৰী মহুদই বৰ্খাস্ত কৰিব লাগে

  • @hasanoorhoque6722
    @hasanoorhoque6722 День тому +1

    Love these videos

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my День тому +5

    Moha papot poribo.

  • @sirajuddin5756
    @sirajuddin5756 День тому

    Thank you for your news about crime of Assam police

  • @numaldutta2727
    @numaldutta2727 День тому +2

    Good job Assam police

  • @rupkhan-pl7bj
    @rupkhan-pl7bj День тому +4

    J. P. Sing Jane kindtu

  • @ApurbaBora-j5g
    @ApurbaBora-j5g День тому +2

    সিনো তেনেকুৱা কাম কিয় কৰিব লাগে

  • @KalamKalam-do1vy
    @KalamKalam-do1vy 15 годин тому

    মন্ত্ৰী জনক গ্ৰেপ্তাৰ কৰক না সাহষ আছে নেকি আৰক্ষীৰ

  • @FoijulRahman-pg6ye
    @FoijulRahman-pg6ye 8 годин тому

    এই পণ্ডিত পুলিচ প্ৰসাশন কেইটাক নিলম্বন কৰিব লাগে

  • @MinaParvin-re9jv
    @MinaParvin-re9jv 14 годин тому

    হিটলাৰৰ শাসন আৰম্ভ কৰিছে অসম চৰকাৰে

  • @NivaManiDas-v4f
    @NivaManiDas-v4f День тому

    Right

  • @geetachetri5727
    @geetachetri5727 День тому

    Excellent presentation 👏

  • @masumofficial44
    @masumofficial44 22 години тому +1

    অসমীয়া সমাজে এই ভিডিঅ টো চাওক আৰু সজাগ হওক।

  • @adilurrahman5873
    @adilurrahman5873 День тому +3

    Anad misra sakori aney ara nai potolar nisina Assam police atia lahey lahey sobey gom pai asey

  • @iftikharhussain9851
    @iftikharhussain9851 День тому +1

    Give his family as compensation 500 crore from Assam Govt. That's it.

  • @eyakubali336
    @eyakubali336 День тому +1

    আপুনি আগলৈ এনে সমস্যা আহিলে সকলো সময়তে সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ ‌। । জয় আই অসম ।

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 22 години тому +1

    হিটলাৰ হিটলাৰ হিটলাৰ-------।

  • @humanlife8181
    @humanlife8181 День тому +3

    সংবাদ মাধ্যম একাংশ আৰু কিছু সাংবাদিকৰ কথা বিশ্বাস কৰাটো টান। উচিত বিচাৰ হওঁক আদালতত ।

  • @samsulhaque4571
    @samsulhaque4571 День тому +2

    হায় প্ৰসাশ এয়া কি শুনিছোঁ।ভুৱা আৰু ফাকিৰে কিমান দিন চলিব ।

  • @hussaindiluwar3452
    @hussaindiluwar3452 День тому +1

    CM sahab e DGP k dhing ot pothai eya kand korile... CM and DGP is responsible...

  • @jamiulsheikh1880
    @jamiulsheikh1880 День тому +17

    Tofajjulor atmak Allah santidankoruk amin

  • @MinaParvin-re9jv
    @MinaParvin-re9jv 14 годин тому

    ইয়াৰ নেজ্জো বিচাৰ কৰা হওক

  • @MuslimKhan-ok3fc
    @MuslimKhan-ok3fc 14 годин тому

    Very good my reporter ji.

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj 15 годин тому

    Good news.

  • @pradipphukan8575
    @pradipphukan8575 8 годин тому

    ফতোৱা বাতৰি প্ৰচাৰ কৰি HERO নহবি।তইয়ে শ্ৰেষ্ঠ Reporter নহয়।

  • @HassenAli-b4c
    @HassenAli-b4c 6 годин тому

    বশুদ দুঃখ লাগা কথা

  • @erfanrahman5511
    @erfanrahman5511 День тому +2

    Assam police aru kukuror nez ake

  • @Vloggernazrul
    @Vloggernazrul День тому +3

    Madahi keitai kot ase

  • @KhemrajNewar-j3e
    @KhemrajNewar-j3e День тому +2

    Police aru sarkarar mitirali bade ainya aku nai

  • @RajobAli-ud2hy
    @RajobAli-ud2hy День тому

  • @dholomuchahary2328
    @dholomuchahary2328 День тому +1

    Hori jatil domon kora furmula

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi День тому

    Good comments by Brother, Neriba , tumihe hatyata aanibo pariba, kiyanu durnity bahut hoal,

  • @Hypergaming-rc8gr
    @Hypergaming-rc8gr 18 годин тому

    aitu mur priyo news chenal

  • @faisalanzari842
    @faisalanzari842 День тому

    Gd

  • @tikaramchetry9401
    @tikaramchetry9401 День тому +1

    Dhikkar asam police.

  • @Kumbang-u1b
    @Kumbang-u1b День тому +1

    Modahi assomia nai dekhun

  • @KajolDa-ys9pk
    @KajolDa-ys9pk День тому +1

    100croc compensation dibo lage

  • @allvideo3996
    @allvideo3996 День тому

    Go ahead don't stop want trial

  • @TCF573
    @TCF573 День тому +3

    Gusor uthai loboloi kelei toop dise ba ???? 😂😂

  • @guddubora7712
    @guddubora7712 7 годин тому

    NN nwus ☝️👍👍👍👍👍👍👍

  • @prince_babu_72
    @prince_babu_72 День тому +2

    Eibilak sb hemant Kam bjp gobk hemant aro besidin nai

  • @AytuliAytuli
    @AytuliAytuli 18 годин тому

    Love nice very nice 👍👍👍

  • @erfanrahman5511
    @erfanrahman5511 День тому

    Sudmaroni CM

  • @ajijulislam9598
    @ajijulislam9598 День тому +6

    Dhing kandor incountar mastar main polic oficarok inkaoutar koribo lage

  • @motlebhussainmondal880
    @motlebhussainmondal880 5 годин тому

    Very sorry.

  • @litysa4236
    @litysa4236 День тому

    Pratibedan prastut korajan dhainya 🎉🎉🎉

  • @shashindranathbaishya8852
    @shashindranathbaishya8852 День тому

    Bahut beya hoise ,aeikhon sarakarak reject karibar hol.

  • @rupkhan-pl7bj
    @rupkhan-pl7bj День тому +1

    Chalti garit kenake palal

  • @RekibKhan-lt1cd
    @RekibKhan-lt1cd День тому +4

    CM pagal Hoi gol

  • @eyakubali336
    @eyakubali336 День тому

    Hitlari. HAKHON , Joy hok. Joy Aai Akhom ,

  • @jamiulsheikh1880
    @jamiulsheikh1880 День тому +1

    B siringkho studiod matak

  • @assam8744
    @assam8744 19 годин тому

    Satya hunkale prokash houk.

  • @PiyarAli-jn8mc
    @PiyarAli-jn8mc День тому +4

    Sunatoni madahi bilak iteia kot

  • @abutahereusuf5345
    @abutahereusuf5345 День тому

    God sees the truth but waits.

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my День тому +2

    Akhomkhon eijone hekh kori file.

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi День тому +1

    Eaie hatyakari police keotak aaienor gondiloi aani Fanchy dibo laage,

  • @ArshadAhmed-w6s
    @ArshadAhmed-w6s День тому +1

    Tofajulor mritut mat nomota hokol monot roka bhal,je,,baliloi ji pat hugriboloi heipatei,,ohom arokhit besibhag manuhei ghuskhur,aru bohu kibakibi,,,sorkari gunda,dokait,,ki nohoy ehot,,

  • @FojolAhmed-co3ur
    @FojolAhmed-co3ur День тому +2

    থানা এনেই নজলায়

  • @TCF573
    @TCF573 День тому +2

    Aije hindu pikhas namghoria puruhit mastor... Mohayeke bhaginok hohureke buwariyekok dhorkhon koraburok panit gotiai mari pelaise nai. Heitu khobor rakhisene honngbad madhyame????

  • @tomserali4426
    @tomserali4426 14 годин тому

    C.m .r order mote polce. e. Kam kore. Thank

  • @KattarHinduXy
    @KattarHinduXy День тому

    Ai jon Kun moha purukh. Bangladeshi Miya Axom t thakibo nidiu. Great job Assam police, Bangladeshi Miya k Direct encounter koribo Lage.

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru День тому

    Dhukh lage

  • @ARShorts02693
    @ARShorts02693 День тому

    GP Singh Ji please be impartial

  • @MujiburRoman-cs4zs
    @MujiburRoman-cs4zs День тому

    Val Val ghel gheli Aache Asom Rojay,
    Papor fol Rojai pabo.