THE PRIME SHOW | নিৰ্বাচনলৈ ১৮ মাহ থাকোতেই U-Turn গৌৰৱ গগৈৰ | অহংকাৰ নে ক্ষমতাৰ লোভ?

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • THE PRIME SHOW | নিৰ্বাচনলৈ ১৮ মাহ থাকোতেই U-Turn গৌৰৱ গগৈৰ | অহংকাৰ নে ক্ষমতাৰ লোভ?
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #gauravgogoi #bhupenborah #lurinjyotigogoi #byelections2024 #live #assamcongress #assambjp #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia #assamesenews #himantabiswasarma
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other North-eastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 72

  • @Eve-d2e
    @Eve-d2e 3 місяці тому +16

    অসমত চৰকাৰ গঠন কৰিব‌‌‌ পৰাকৈ কংগ্ৰেছৰ সাংগঠনিক স্থিতি আৰু গণভিত্তি দুয়োটাই দুৰ্বল আৰু স্খলিত । এনে ক্ষেত্ৰত,চৰকাৰ গঠন কেনেকৈ সম্ভব?

  • @rinkushivam8759
    @rinkushivam8759 3 місяці тому +17

    সাংবাদিক সকলে কংগ্ৰেছৰ মাথা মাৰি লাভ নাই।কংগ্ৰেছ ৰ স্বৰূপ অসমীয়াই ভালকৈ বুজি পাইছে ।

  • @pgoswami5378
    @pgoswami5378 3 місяці тому +8

    কংগ্ৰেছৰ আগ্ৰাসী স্বভাৱ নতুন নহয়,কংগ্ৰেছে অন্য দলৰ লগত জোঁট বান্ধিলেও অৱশেষত সহযোগী দলক আসন এৰি দিব নিবিচাৰে।যোৱা লোকসভা নিৰ্বাচনতো কংগ্ৰেছে একেখন খেলকেই খেলিছিল।
    ৰাইজে এই সকলোবোৰ কথাকেই
    লক্ষ্য কৰি আছে।
    কংগ্ৰেছে এনে আগ্ৰাসী স্বভাৱ ২০২৬ চনৰ বিধান সভা নিৰ্বাচনতো
    দেখুৱালে কেনেদৰে লাভান্বিত হব
    পাৰিব তাক ৰাইজে নিশ্চয় নিৰ্ণয়
    কৰিব।

  • @kamal_medhi_22
    @kamal_medhi_22 3 місяці тому +1

    Coñgress ziñdabad, gaurav gogoi ziñdabad

  • @bontisaikia1231
    @bontisaikia1231 3 місяці тому +1

    গৌৰৱ গগৈ অসমৰ গৌৰৱ বুলি উৎসাহিত কৰি বেচি গৌৰৱ বঢ়ালে ৷

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 3 місяці тому +2

    Bjp য়ে BJP হৰুৱাব এইটো কাটাং।কংগ্ৰেছ কষ্ট কৰিব নালাগে।

  • @harkantaray3123
    @harkantaray3123 3 місяці тому +2

    তিনি গগৈ জিন্দাবাদ

  • @HiteshwarBorah
    @HiteshwarBorah 3 місяці тому +2

    বিহপুৰীয়া বিধান সভাৰ সমষ্টিত কোনো দিন জিকিব নোৱাৰে গতিকে ভূপেন বৰা ডাঙৰীয়াই সমষ্টি টো এৰি দিব নে

  • @minahazarika7578
    @minahazarika7578 3 місяці тому

    চিন্তা কাৰন নহয় তিনি গগৈ একগোত হব আবেগ অভিমান

  • @ajitkumarhazarika9211
    @ajitkumarhazarika9211 3 місяці тому +1

    কংগ্ৰেছৰ নেগুৰত ধৰা বাকী আঞ্চলিক দলৰ ভৰিৰ তলৰ মাটি নাই
    বাবেই কোচত বহি ৰাজনীতি কৰিছে---
    অসমৰ মানুহে চাই আছে----

  • @KanuramDas-rq3eu
    @KanuramDas-rq3eu 3 місяці тому +2

    Assam naver congress sarkar

  • @brishnubhuyan8521
    @brishnubhuyan8521 3 місяці тому

    লুৰীণ অখিল অবিহনে 20 টা ওপৰ নাপায়

  • @RufiyaBegum-sq3us
    @RufiyaBegum-sq3us 3 місяці тому +1

    কৎগেছ যদি গৰু চোৰ বিজেপি ধৰ্ষণ কাৰী

  • @jnanendrasingha8398
    @jnanendrasingha8398 3 місяці тому

    পাঁচ খনৰ এখনত অন্যান্য দলক প্ৰাৰ্থীত্ব দিলেও ১২৬ টা সমষ্টিৰ মাত্ৰ ২৫ জন প্ৰাৰ্থীয়ে অন্যান্য দলৰ পৰা প্ৰাৰ্থীত্ব দিব পাৰিব। ইয়াৰ পিছত যোগ্যতাৰ বিচাৰ কৰি শেষলৈ কমিব হয়তো ১২জনমানহে থাকিব ।

  • @harakantadeka7715
    @harakantadeka7715 3 місяці тому +1

    অসমত,কঙৰেছ,চৰকাৰৰ,প্ৰয়োজন,আছে,কাৰণ,নীতি,আদৰ্শ,বাহিৰত,চৰকাৰ,চলি,আছে

  • @ferozali5414
    @ferozali5414 3 місяці тому

    যোৱা লোকসভা নিৰ্বাচনৰ বৰপেটা সমষ্টিৰপৰা মাননীয় বিধায়ক চি পি মোৰ মনোৰঞ্জন দাসক কিয় অসম সন্মিলিত কমিটীয়ে কিয় কথা শুনাৱ নোৰিলে তেতিয়া ক'ত গৈছিল এই কমিটি খনৰ নেতা সকল।

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 3 місяці тому

    Akhil Gogoi Raijor dal zindabad.🎉

  • @abenbasumatary3529
    @abenbasumatary3529 3 місяці тому

    Yes Gourav can performs of international wise.

  • @MahanandaGogoi-dc9wo
    @MahanandaGogoi-dc9wo 3 місяці тому

    বিধান সভাৰ নিৰ্বাচনত গৌৰৱ গগৈ যোৰহাটত জিকোতে কিয় ইমান হৈ ছৈ। এতিয়া কি হৈছে।অহঙকাৰে পতনৰ মূল।

  • @kandarpakalita3400
    @kandarpakalita3400 3 місяці тому

    অসম চুক্তিৰ আধাৰত জন্ম হোৱা অসম গণপৰিষদ দলে CAA অনা বিজেপি লগত কিয়?

  • @abenbasumatary3529
    @abenbasumatary3529 3 місяці тому

    Sirs choice is seem good.

  • @SajjadaliBarbhuiya
    @SajjadaliBarbhuiya 2 місяці тому

    😊😊

  • @chetiahaflong3511
    @chetiahaflong3511 3 місяці тому

    BJP Will Win 5 seat.BJP jindabad.

  • @brojenkhargharia15
    @brojenkhargharia15 3 місяці тому +1

    Assamot congras sorkar asomvob ehot bangladacer roekhok assam sas korebo bjp gendabad joi ai assam

  • @indrabahadur560
    @indrabahadur560 3 місяці тому

    Gorav goigi teke the 1 coror in jayanta bora pora loise

  • @DipendraTakam
    @DipendraTakam 3 місяці тому

    What's cong.done it's right

  • @RajkumarDas-e7q
    @RajkumarDas-e7q 3 місяці тому +1

    কংগ্ৰেছ মানে গৰুচোৰ মিয়া

  • @Immantu
    @Immantu 3 місяці тому +1

    অসমত কংগ্ৰেছ কোনো কাৰণত নালাগে

  • @SurenBoro-mv7tq
    @SurenBoro-mv7tq 3 місяці тому

    Bhupen Bora chei kole gusi Jai. Ah ah bulile ahe Bhupen Bora nilaj. Akhil nilaj Lurin nilaj .

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y 3 місяці тому +1

    No congres....

  • @bapandas2873
    @bapandas2873 3 місяці тому

    BJPক হৰুৱাবলৈ কোন ৰাইজে
    বিছাৰিছে ? কেইজন মান নেজ
    বিছাৰি ফুৰা নেতাৰ বিননি নহয় জানো ।

  • @DebajyotiBardoloi
    @DebajyotiBardoloi 3 місяці тому

    Hippi Congressor sahay lole nohobo

  • @Paduramrabha44
    @Paduramrabha44 3 місяці тому

    কংগ্ৰেছ কেতিয়াও হাৰ মনা নাই আৰু নামানে। বাকী দলবোৰে কাঠফুলাৰ দৰে খাদ্য বা পৰিবেশ পালে বাঢ়ে আৰু পৰিবেশৰ অভাৱ হলে মৰহি যায়। কিন্তু কংগ্ৰেছৰ বাবে কোনো পৰিবেশৰ প্ৰয়োজন নাই। ই চিৰস্থায়ী।

  • @lyricistmilan3541
    @lyricistmilan3541 3 місяці тому +1

    Nhoi

  • @hiranmayedeka2520
    @hiranmayedeka2520 3 місяці тому

    Bjp ❤❤❤❤❤❤❤ Modiji ❤❤❤❤❤❤❤ Assam Chief Minister Himanta Biswa Sarma is the light of the people of Assam, The Congress government flew away form India for life and reached Pakistan ,As jibon Bharat BJP Government Zindabad Zindabad Zindabad । Bharat ❤❤❤❤❤❤❤ Bjp

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 3 місяці тому

    Cong ohankari dal,cong biswas koribo nalage.Cong brostasari dal.

  • @saibarrahman2079
    @saibarrahman2079 3 місяці тому

    No cog

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 3 місяці тому

    Tanjil Hussain joye hole miyak moi bakti got babe ketiyao biswas nokorim Raj noitik hisape.

  • @mayanarah228
    @mayanarah228 3 місяці тому

    There is no organised Seva Dal of the Congress. Hence the meaning of the Congress itself has not been realised with sense of sacrifice. Until and unless the organisational network is done in a disciplined manner, the dream will always remain a utopia.

    • @SubodhGoswami-m3d
      @SubodhGoswami-m3d 3 місяці тому

      Atleast another 10 yrs Congress can never come in power,main reason is that congress is Mians party.Indegenious people will not accept Congress.

  • @pramodchoudhury6598
    @pramodchoudhury6598 3 місяці тому

    Nahaba.

  • @bubulphukan9439
    @bubulphukan9439 3 місяці тому

    No

  • @dhirenkalita5985
    @dhirenkalita5985 3 місяці тому

    Asamat 2030 Sanaloi Congress Ahibo Nowre. Jiman matha marileo.

  • @niranjantalukdar8578
    @niranjantalukdar8578 3 місяці тому

    AGP ik Bjp a gililile

  • @UmaMazumdar-zo1ff
    @UmaMazumdar-zo1ff 3 місяці тому

    Onagot 20 bosoror babe nakot tel di suok.

  • @robinbora5950
    @robinbora5950 3 місяці тому

    Only election, you have no other work? Discuss about developments of Assam. Faltu hai .

  • @mohsinahasin8071
    @mohsinahasin8071 3 місяці тому

    কংগ্ৰেছে মৰ্চাত চামিল হব নালাগে । কংগ্ৰেছ দল বহুত শক্তিশালী হৈ আছে মৰ্চাত থাকিলে ছিট ছিয়া ৰিংত অসুবিধাৰ সন্মুখীন হবলগিয়াত পাৰে কাৰন অংশীদাৰী দলৰ ভোটাৰ অংশত একেবাৰে দূৰ্বল সমষ্টিটো টিকট দ্বাবী কৰি বহে ।
    ছিট ছিয়াৰিং এনেদৰে হব লাগে যে যি সমট্ষিত যিটো দলৰ। ভোটৰ অংশ ৰ পৰিমান বেছি তাত সেই দলক এৰি দিব লাগিব