Nalbari ৰ মুকালমুৱাত অভিভাৱকে মিলি উত্তম মধ্যম সোধাই শিক্ষকক | N18V

Поділитися
Вставка
  • Опубліковано 27 вер 2024
  • বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰীক অসৎ অভিপ্ৰায়েৰে অকলে ফুৰাবলৈ লৈ যোৱাৰ অভিযোগত শিক্ষক মন্টু কুমাৰ মেধিক উত্তম মধ্যম দিয়ে। বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীক বিদ্যালয় চলি থকাৰ সময়তে অন্য এটা ঠাইলৈ লৈ গৈছিল। এই বিষয়টোৰ সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে অন্য শিক্ষক সকলো অৱগত নাছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়ে আজি বিদ্যালয়খনত ছাত্ৰী কেইগৰাকীৰ অভিভাৱকে উপস্থিত হৈ শিক্ষক গৰাকীক উত্তম মাধ্যম সোধায়।
    #nalbarinews #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 447

  • @parthyojitflutekalita5099
    @parthyojitflutekalita5099 16 днів тому +10

    শিক্ষক জনে ওলোটাই কেছ দিব লাগে। এই কেইজন অধমে নিজৰ সন্তানক উপৰত উঠাইছে আৰু এদিন সেই সন্তানেই ইহঁতে কৰা অত্যাধিক মৰমৰ বাবে বৃদ্ধাশ্রমত থৈ আহিব

  • @kananadijanajatilpschool9920
    @kananadijanajatilpschool9920 7 місяців тому +33

    অন্য সঙ্গঠন হোৱা হলে মানুহ জনক বচাবলে মাৰ বান্ধি থিয় হল হেতেন ।শিক্ষকৰ একতা নই ।

  • @pranabbarman9255
    @pranabbarman9255 7 місяців тому +122

    সত্যতা উদ্ঘাটন নোহোৱাকৈ.. সন্দেহৰ ভিত্তিত এনে অপমান কৰাটো উচিত নহয়

    • @zakirhussainmazumder519
      @zakirhussainmazumder519 6 місяців тому +2

    • @MerijaBegum-oc5jl
      @MerijaBegum-oc5jl 4 місяці тому

      Ki bal k o laj laji kela aji Muslim hb lagisil bari Kati dili hoi

    • @slayergaming1851
      @slayergaming1851 4 місяці тому +4

      Thikei koise

    • @jalalali1864
      @jalalali1864 2 місяці тому

      ইষ্ট ইগ'ঞঞ্জ❤​দৰে ছয়@@zakirhussainmazumder519

    • @jaaan6669
      @jaaan6669 Місяць тому

      Right bro Aagot aapuna loke suwali bilak kot khudi bo lage actual ghotona na tu ki aasil..anei sandehot anekuwa kora tu baal nasil. Ejon hikhok .. udahoron exam ott jetiya answer tu bhul hoi tetiya mark naa pai sothik answer tu holei mark pabo, tene hole aapuna loke sathik bichar tu karibo bo lage actual ghotona tu ki heitu suwali bilak ok khudi bo bhal ke tar pisot niyaijo decision luwa uchit

  • @junurajbongshi8153
    @junurajbongshi8153 7 місяців тому +73

    মানুহক এনেকৈ একো নাজানাকৈ ইমান বেয়াকে শাস্তি দিব নালাগে

    • @MerijaBegum-oc5jl
      @MerijaBegum-oc5jl 4 місяці тому

      Toi ko sun Ali hole ki Koli hoi khei karone vagabane maje maje Ane Kam kori diye jate hahibo nuwra

  • @ranjitduttaey3967
    @ranjitduttaey3967 7 місяців тому +36

    আইন হাতত লোৱা টো ভাল নহয়, সন্দেহৰ ভিত্তিতে আইন হাতত লোৱা পদক্ষেপক গৰিহণা হে দিব , কাৰণ পাঁচ গৰাকী ছাত্ৰী থকাৰ উপৰিও সন্দেহৰ ভিত্তিতে আইন হাতত লোৱা টো সকলোৱে ধিক্কাৰ দিব

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 7 місяців тому +47

    মই এজন শিক্ষক মই' জানো এজন শিক্ষকে ছাত্ৰ/ছাত্ৰীক নিজৰ সন্তানতকৈয়ো অধিক মৰম কৰে।

    • @MerijaBegum-oc5jl
      @MerijaBegum-oc5jl 4 місяці тому

      Kio morom korar vag ase alie kora hole bari kat hathe korile aku nai amar jhrhra bilak ktha moril coment koribo buja gl amar manuhe vabe hl aru kiba bul buja

    • @ssengmanchey9591
      @ssengmanchey9591 3 місяці тому +1

      Love for only 4 to 5 female students is very suspicious...and please dont try to lecture about loving students more than your child utter nonsense...

    • @PriyashreeKhound
      @PriyashreeKhound 3 місяці тому +1

      Dhet ki faltu parents o ....

  • @danieldefoe2179
    @danieldefoe2179 7 місяців тому +87

    এজন শিক্ষক হৈছে দহজন বাপেকৰ সমান, ........শিক্ষক এজনক এনেদৰে মাৰিলে সেই ছাত্ৰী সকলৰ জীৱনত ভাল নহ'ব, .........শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক মৰম কৰিয়েই তো পঢ়ুৱাব নো,...........এয়া হৈছে Gurdian সকলৰ ভণ্ডামি ।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 7 місяців тому +52

    প্ৰধান শিক্ষক নিমাত কিয়,বিচাৰ আদালতে কৰে ,ৰ্াইজে নিজে জৰ্জ কিয় হয়,অশোভনীয় এনে কাম

    • @MerijaBegum-oc5jl
      @MerijaBegum-oc5jl 4 місяці тому

      Ki bujabo bisarosa ji koleo xi nilaj Kam koribo nise aponer kthat rokh ase ai karone goti ai

  • @trikenhaloi5116
    @trikenhaloi5116 7 місяців тому +19

    ছোৱালী কেইজনিক কথা বোৰ সোধিলে সকলো ওলাই পৰিব কিয়াও মাৰিব লগা হৈছে

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 7 місяців тому +198

    কেৱল সন্দেহৰ ভিত্তিত এজন শিক্ষকক এনে কৰাটো ভাল হোৱা নাই । ছাত্ৰী কেইজনীক সোধিলে হয় দেখোন । স্কুলৰ সময়ত খানা খোৱাবলৈ অন্য ঠাইত লৈ যোৱাটো ভুল হৈছে কিন্তু প্ৰমাণ নোহোৱাকৈ মাৰ ধৰ আৰু মিডিয়া মাতি এনে কৰাটো একপ্ৰকাৰে ভুল সিদ্ধান্ত ।

    • @RahulPatar-lf5ps
      @RahulPatar-lf5ps 7 місяців тому +13

      Xmi thakute action lbo lage borxun juar pishot japi bisahri ki lav headmastere nije koiseh gom nupuwar kotha tumar mote kiba eita nuhuwaloi roy thakibo lageh neki xompurno news tu shai loihe coment koriba eine ji ti coment nokoribah

    • @JalladUddin
      @JalladUddin 7 місяців тому +6

      Public a bohut beya krise,
      Public k uporot action labo lage...

    • @শ্ৰীসঞ্জীৱ
      @শ্ৰীসঞ্জীৱ 7 місяців тому +5

      @@RahulPatar-lf5ps
      মই যি তি কমেন্ট কৰা হয় এজনেওঁ মোৰ কমেন্ট টোত লাইক নকৰিলে হয় ।

    • @Regional-i7b
      @Regional-i7b 7 місяців тому +2

      Eijon Renda hoi teacher nohoi, Rapist hoi kla, toi kun hoi murkho kla ?

    • @JalladUddin
      @JalladUddin 7 місяців тому +8

      @@Regional-i7b
      Tuk o rap krisil nki

  • @dhanjitrabha5809
    @dhanjitrabha5809 7 місяців тому +58

    আইন হাতত তুলি লোৱাটো কাৰো বাবে উচিত নহয়।

  • @rtamuli8511
    @rtamuli8511 7 місяців тому +40

    এইয়া কোনো প্ৰমাণ নোহোৱাকৈ সন্দেহৰ ভিত্তিতে অপমান কৰাটো যুক্তি কত?

  • @ParthapratimBaruah-r8i
    @ParthapratimBaruah-r8i 7 місяців тому +54

    মোৰ মতে ছোৱালী কেজনী হৰামি আছে শিক্ষক মাৰি ভূল কৰিছে

    • @bringerofdeath1818
      @bringerofdeath1818 5 місяців тому

      sutmarani nijor manhu karne bosai aasa na rendir putek

    • @debakumardatta9529
      @debakumardatta9529 5 місяців тому

      Don't blame the girls students
      Whether parents and Head master allowed the teacher to do that

    • @Khagendaimari123
      @Khagendaimari123 4 місяці тому

      Tur suwali joni asil nki😂

    • @lofiboy2k-4b
      @lofiboy2k-4b 2 місяці тому

      Toi jano ki hoise

  • @PradipKumarDas-w7m
    @PradipKumarDas-w7m 4 місяці тому +10

    প্ৰধান শিক্ষক জনৰ ভূল আছে স্কুল চলি থকা সময়ত কেনেকৈ চাৰিজনী ছোৱালী যাৱ পাৰে।গতিকে প্ৰধান শিক্ষক জনৰ ওপৰতো কিবা বেৱষ্টা লৱ লাগে

  • @Getreadytofight-p9c
    @Getreadytofight-p9c 7 місяців тому +35

    Ki bhul hol moi buji pua nai....khana khuai meli olop furabo loi goise. Ki nu beya kaam korile. Horu bacchak moromot e khana khuaise aru furaise. Students burok hudhilei hol kiba beya kaam korise jodi. Aku hua nai, misake phosaise.

    • @Regional-i7b
      @Regional-i7b 7 місяців тому

      Rape koribo bisarisil suwali k

    • @Bastab_jyoti
      @Bastab_jyoti 7 місяців тому +2

      The point❤

    • @ApulicaOfficial
      @ApulicaOfficial 7 місяців тому

      স্কুলৰ সময়ত নিয়া অনুচিত।

    • @tapanuzir5713
      @tapanuzir5713 4 місяці тому +2

      Vul public r hy . teacher nhy .

    • @ssengmanchey9591
      @ssengmanchey9591 3 місяці тому

      But why only few female students thats the question everyone should think about

  • @AbdulHamid-em4ky
    @AbdulHamid-em4ky 7 місяців тому +27

    শিক্ষকে নিজৰ দায়িত্ব আৰু কতব' সঠিক ভাৱে কৰিব লাগে, অতিমাত্ৰা কৰিবলৈ গলে এনে দশা হব |

  • @apurbathakuria6457
    @apurbathakuria6457 5 днів тому

    ছাৰ ভূল হৈছে যদি ক্ষমা খুজিব, সন্দেহ সকলোৰে মূল নহয়।উচিত প্ৰমাণৰ প্ৰয়োজন। কাৰণ শিক্ষক এগৰাকী শিক্ষা আৰু সমাজৰ মূল সুঁতিৰ প্ৰতিষ্ঠাপক।

  • @miduldutta8798
    @miduldutta8798 2 місяці тому +1

    মানুহ বোৰৰ কলি প্ৰভাৱ ভাদ দৰে পৰিছে ,
    জনা গৈছে আৰু,
    জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏

  • @sunilkonwar3376
    @sunilkonwar3376 5 днів тому

    Decision এটাই হ, ব লাগে প্ৰকৃত কাৰণ নজনাকৈ একপক্ষীয় ভাবে আইন হাতত তুলি লোৱাৰ বাবে তঁহতকো চোচৰাই থানা লৈ নিব লাগে।

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 7 місяців тому +22

    অসমীয়া মানুহৰ সুৰাটো জাতীয় খাদ্য হৈছে। শিক্ষক জনক কিয় মাৰিছা? একো হোৱা নাই যদি।

  • @Gangster-u7g
    @Gangster-u7g 6 місяців тому +8

    বাকী শিক্ষক সকলে পুকৰ মৰা মাৰি কৰি আছিল নেকি

  • @arunkumarnath94
    @arunkumarnath94 29 днів тому +1

    ৰাইজে হাত তুলিব নালাগিছিল। শিক্ষকজনক তদন্তৰ আওঁতালৈ আনিব লাগে। এনেদৰে কৰ্তৃপক্ষৰ অজ্ঞাতসাৰে ছাত্ৰীক লৈ যোৱাটো সন্দিহান।

  • @rajibdeka8554
    @rajibdeka8554 7 місяців тому +10

    Ghotona tu val koi tdnto kribo lge..vul hoi2 teacher jnr nhobou pre..

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 3 місяці тому +3

    এইটো ডাঙৰ ভুল কৰিছে অভিভাৱকে। সত্যটো বিচাৰি ভালকৈ পদক্ষেপ লোৱা হ'লে ভাল আছিল।

  • @basagogoi2603
    @basagogoi2603 3 місяці тому +3

    শিক্ষককৰ গাত হাত দিয়া কেইজনৰ ওপৰত আইন খন আছে নাই বাকী শিক্ষক কত গল নিলাজ কেইটা

  • @Rupagogoi-rn8vr
    @Rupagogoi-rn8vr 5 місяців тому +2

    তেওঁ এজন শিক্ষক তেওঁক কোনো সন্দেহৰ ভিত্তিত তেওঁৰ এনে অপমান কৰাটো কোনো ভাল কাম কৰা হোৱা নাই বাকী এনে সমাজ আৰু সাংবাদিক থকাটো আমাৰ বাবে অতি চিন্তনীয় ।

  • @nogengogoi6835
    @nogengogoi6835 14 днів тому +1

    শিক্ষক জনক কোনো বিচাৰ নকৰাকৈ এনে দৰে মাৰ ধৰ কৰাটো ভাল হোৱা নাই ।

  • @AlauddinAhmed-wv7wm
    @AlauddinAhmed-wv7wm 3 місяці тому +2

    পাঠদান নকৰি খানাৰ আয়োজন কিয় ? উচিত তদন্তৰ প্ৰয়োজন ।প্ৰধান শিক্ষকজনকো তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন ।

  • @JalladUddin
    @JalladUddin 7 місяців тому +10

    Teacher jonok mari beya krise..
    Tenekua dukh dekha pua nai...
    Public bilake MIYA teacher hole maribo himmat korile heten janu....

  • @nayankakatinayankakati6939
    @nayankakatinayankakati6939 7 місяців тому +5

    মাষ্টৰ হয় চুৰ নহয়, কিয় মাৰিছে ,,,সকলো কে বেয়া বুলি ভাবিব নোৱাৰে, নিউজবিলাক হাৰামি

    • @rajborborua8689
      @rajborborua8689 3 місяці тому

      Mastor baad diya, aaji kaali Professor oku bisaaxh koribo nuwaari. Dibrugarh University'r Maths'or Professor monot ase nohoi??..

    • @bautista4426
      @bautista4426 3 місяці тому

      ​@@rajborborua8689hei buli sob mastor beya nohoi,

  • @Chanakyahukai
    @Chanakyahukai 4 місяці тому +1

    শিক্ষক জন ভালে কৰিছেনে ভূলে কৰিছে সেই ছোৱালী কেইজনিক সুধিলে গম পোৱা যাব । কিন্তু বিনা কোনো প্ৰমাণ নোহোৱাকৈ এজন শিক্ষকক এনেদৰে অপমান কৰাটো আচলতে উচিত হোৱা নাই ।

    • @pritilotaswargiary-ec8np
      @pritilotaswargiary-ec8np 2 місяці тому

      O tarmane kiba koratu rokhi thakiba lagisil,Huna nai agor porai character loos buli kowatu,Manu galot hat d rokhi thakiba lagisil ketiya amar suwali hokolot rape kore buli,tarmane tumalokor jiyek nai

  • @manjitborah191
    @manjitborah191 7 місяців тому +6

    Bisar nokorake aku nojonake anekoi mardhor koratu bhul hoise...please justice

    • @bodosa1948
      @bodosa1948 4 місяці тому

      Eiye raijyo bisar......harami hikhok.

  • @satishdeka3132
    @satishdeka3132 3 місяці тому +4

    এইসকল লোক ওপৰত আইনগত ব্যবস্থা লব লাগে।

  • @bandanakonwar664
    @bandanakonwar664 7 місяців тому +5

    ছাত্ৰী কেজনেক সদো পুচ ক কৰক তাৰ পিছত একচন লব লাগে নৰভ

  • @nogengogoi6835
    @nogengogoi6835 14 днів тому

    নিজৰ লৰা ছোৱালী দৰে ভাবিলেও বিপদ সাৱধান শিক্ষক সমাজ।

  • @BimalaGhimire-kw2eb
    @BimalaGhimire-kw2eb 2 дні тому

    তেওঁ এখন ঘৰৰ পিতৃৰ হয় ইমান অত্যাচাৰ কৰিব নালাগিছিল, ল'ৰা হ'ল বুলি বেয়া হ'ব ক'ত লিখা আছে আমাৰ দিনতো চাৰৰঘৰত কিবা পাতিলে মাতিছিল আমিও গৈছিলো

  • @guideinfo474
    @guideinfo474 3 місяці тому +2

    Atia vale house.pisoloi aru baiahe holhaten.
    Kune baru schoolorpora mati poisa khoros kori khana khuai tako sowali kaijonik lorakio nai.khuaise jodi soboke khua
    Saraswati pujat garit kune uthai loi ghurifure aitu mastoror loikhon holne baru.....

  • @pabitrabiswas8476
    @pabitrabiswas8476 7 місяців тому +6

    So sob teacher just teaching he koribo lagibo . students ok morom o koribo nuwari ...hai god

  • @assamese7068
    @assamese7068 5 місяців тому +1

    Student যে নেদেখুৱালে তাহাঁতৰ মতামত জনাওক

  • @bbsgaming5156
    @bbsgaming5156 7 місяців тому +4

    কি মানে মৰম কৰাটো অপৰাধ ?

    • @utpalboro9880
      @utpalboro9880 7 місяців тому

      Jierek moram koriba de

    • @bbsgaming5156
      @bbsgaming5156 7 місяців тому

      @@utpalboro9880 তোৰ মন্তব্যই বুজাই দিছে তই কি? মনত ৰাখিবি এই মন্তব্যৰ উত্তৰ তোক ঈশ্বৰে নিশ্চয় দিব ৷

  • @mridulkumarborah4181
    @mridulkumarborah4181 7 місяців тому +3

    Sokhalo sikhake udaharanar para gyan love karak. Thanks.

  • @narjinaparbin7406
    @narjinaparbin7406 2 дні тому

    নিশ্চয় ষ্টাফ মিল নাই,খনা খোৱা বেয়া নহয়,বাকী কেইজন নিমন্ত্ৰণ পোৱা নাই ।

  • @gbassam6789
    @gbassam6789 5 днів тому

    সত্য নজনাকৈ, এনে কাণ্ড কৰাটো সঠিক হোৱা নাই।

  • @AkitulLxshorts
    @AkitulLxshorts 7 місяців тому +1

    Morom kora bhal kintu otirikto morom khotir sabi katio hoi jab pare like this. hondeh kori opaman korile bogobanew hojjo korib nuware so hottotu olab sesta korib lage.kiba bhul kole muk khoma kori dib thank you .

  • @DanabendraBoro
    @DanabendraBoro 7 місяців тому +6

    সন্দেহ জনক কথা হৈছে আৰু

  • @rajagamers0248
    @rajagamers0248 7 місяців тому +5

    bina dukot marpit korile nki??

  • @DipakDas-ep8lm
    @DipakDas-ep8lm 7 місяців тому +4

    Medical kor api kaitak ki hoise ha ni

  • @julhaz3336
    @julhaz3336 2 місяці тому

    Characterless=Teacher=Mantu Medhi=Indigenous.

  • @mukutbaruah2354
    @mukutbaruah2354 10 днів тому +1

    Kono praman nohowakoi Actions lowato vl kotha howa nai. Xowali keijoni k Vl koi (marm kori ) sodh post korilei sampurna kotha khini gm pb. Pratek jon backtiai vhabana beleg belag , gatike pl...

  • @kritikadekabora7611
    @kritikadekabora7611 7 місяців тому +5

    Ajir xomoy t ai jatitur pora xanti nuhua hoi goise, xihte aku vabi nesuakoi enei uporte mar dhr kribw ahe, toka palei vl toka nepalei gondogul

    • @bautista4426
      @bautista4426 3 місяці тому

      Ki jatri kotha koiso? Jorhat nisina city atat lora ata mari pelala tat dekhun kunu jati dekha nplu?

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 3 місяці тому

      Kuntu jatir kotha Kolehh yaat

  • @khirudgogoi578
    @khirudgogoi578 2 місяці тому

    শিক্ষকে বিভিন্ন ধৰণৰ কাৰণ নিবগ্ৰ্য পাৰে। যিহেতু ‌এটা দ'ল ত গৈছিল।ই এটা project ও হ'ব পাৰে। এগৰাকী ক নিয়া হ'লেও বেলেগ আছিল।

  • @puspadhardeka5665
    @puspadhardeka5665 4 місяці тому +2

    Habalagia bipadar para basi gol.

  • @DipakDas-ep8lm
    @DipakDas-ep8lm 7 місяців тому +3

    Maramat teo kharu suwali nijor suwali buli vabi o khana khuwabo pare ghurabo pare . Boro sodmarana hot tohte Gela bikri kori koti bikri kori bepar kori asa aru tahote ki vall dekhibi

  • @zahangirkhan10
    @zahangirkhan10 17 днів тому

    ময়ো তো একদিন ৬ জন ল'ৰাক খানা খুৱাইছিলো, কোনো দোষৰ কথা নহয় তো চাগে? কি যে পৰিবেশ, আপোন ভালেই সকলো ভাল।

  • @HorenBora-bg9dg
    @HorenBora-bg9dg 3 місяці тому +1

    বাকি শিক্ষক সকলে কি কৰি আছিল ।

  • @gitanjalideka8767
    @gitanjalideka8767 Місяць тому

    বৰশীত মাছ নুঠালৈকে চাগে টোপ দি আছিল,,!

  • @jyotish5022
    @jyotish5022 7 місяців тому +6

    June june Mar Dhar koricha case dibo lage

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 2 дні тому

    কি যে হব আৰু,,,,

  • @IamTimung
    @IamTimung 4 місяці тому +1

    অসমীয়া ভাষা নহয় দেই এনেকুৱা 😡😡😡
    বাংলাদেশী

  • @BitulSaikia-v2e
    @BitulSaikia-v2e 7 місяців тому +11

    Teacher jon bhal baki manuh khini burbok

    • @ara2670
      @ara2670 7 місяців тому

      Asolote beya dhnda ni .ghrt hytu eyar happy ni..so furti krisil kijani. Batsa keitak hudibo lgisil. Jodi ajoni suali hol a tetia hnde hol a. Hytu ai manuhjon modahi kene raije ai podokhep loise. Ru school timeot kihor khna. Ak hisapot vl a krise raije.

    • @alexboy_yt
      @alexboy_yt 4 місяці тому

      Manuhburor obostatu saok khong uthe mur

  • @halimabegum9484
    @halimabegum9484 7 місяців тому +2

    Sowali keijinik hodhib lagisil .

  • @zkhajonghajong1077
    @zkhajonghajong1077 5 місяців тому +1

    Hikhhak hole schoolot mot khai ketiya najabo please

  • @bipulojah1522
    @bipulojah1522 23 дні тому

    অভিভাবক সকলৰ কি সৈছে। কোনো প্রমান নাই। In future student will be destroyed.

  • @Nirumoni4336
    @Nirumoni4336 6 місяців тому +2

    শিক্ষককে ৫ জেনী ছাত্ৰীক মাতি নি খানাহে খুৱাইছে কাৰনে শিক্ষকজনে একো ডাঙৰ ভুল কৰা নাই, যিইকেইজন গুণ্ডায় সিক্ষকজনক মাৰপিট কৰি আইন খন হাতত তুলি লৈছে হেই গুণ্ডা কেইজনে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰী কেইজনীৰ লগত কুনোদৰন চৰিত্ৰ হিন বেয়া বেব্যহাৰ কৰা বুলি প্ৰমাণ দিব পৰা নাই আৰু আগলৈ যদি শিক্ষকজনৰ বিৰুদ্ধে কুনোদৰনৰ প্ৰমাণ দিব নোৱাৰিলে শিক্ষকজনে আদালতৰ কাসহ চাপি গুণ্ডা কেইজনৰ নামত ১০.০০০০০ লাখ টকাৰ মানহানী কেচু গোচৰ জাপি দিলে হ'ল

    • @pritilotaswargiary-ec8np
      @pritilotaswargiary-ec8np 2 місяці тому

      Teacher Jodi akoi nokoril hoi atiya loike kiba action lol hoi tai kiba nohoi kiba eata korise eman gorom hoba nalage ro toyo hei somoyot toyo nasil moyo nasil kunewo nasil

  • @ekramulhussain3228
    @ekramulhussain3228 2 місяці тому

    right dicison

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 17 днів тому

    Andaj pua mote Khikkhok bilakor majot mill nai .. hobo pare khihotor majot khitol mogojur kupronali soli ase ....😮

  • @AmirHamza1amir.
    @AmirHamza1amir. 7 місяців тому

    Bodanam raije korise Jodi teacher jon beya tetiya suwali keijoniye kobo lagisil.

  • @daimary2597
    @daimary2597 4 місяці тому

    Intention val dekha nai manuhjonor. Student keijonk valkoi hudi teacher jonk legal action lobo lage under POSCO act.School pathdan korar pariborte khana khua vojuhu bonaboloi hikaisile nki aru School tymot sualikeijonik school bahirot loi jaboloi aan teacher gom nopoakoi bahirot loi jaboloi kot courage pale.Teacher jonr against complaint registered koribo lage upor maholot n Immediate teacher jonk punishment transfer dibo lage.

  • @Deshiboy0111
    @Deshiboy0111 2 місяці тому

    Next report ta upload koriba plz
    Hasa kotha kon ki janibar mon korise...
    Tar pisot coment to mui koribo

  • @hdmovieclips458
    @hdmovieclips458 18 днів тому

    amar xomiit sir hote okonmani puali swalik moromote suma khaisil loraku khaisil baru ..ajikali ako ghotona buror karone sob khikhoke durote thoka hoise

  • @apudas910
    @apudas910 3 місяці тому

    Ajoni suali nhoi..5 joni suali..so akelge 5 joni r logt beya thanda ketia o kribo nuare. Sir jon bohut kumol antoror aru moromial karne aji teo vuktovugi.

  • @shehnazbegum9907
    @shehnazbegum9907 9 днів тому

    Eman beya ke marise napai eku dukh nedekhilu

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g 2 місяці тому +1

    The said teacher is not fit to hold the post of a teacher

  • @basantanath2647
    @basantanath2647 2 місяці тому

    Without proper evidence physically assault a teacher is very pathetic

  • @ramilaboro1967
    @ramilaboro1967 7 місяців тому +2

    Hossa kothabur soali bilak nuhudakoi mar pit koratu beya kotha bhul korile😔

  • @riturajbarman6128
    @riturajbarman6128 5 місяців тому +1

    Manhu bilak val nahoi tary kothaty gom pai 😡

  • @deepalideka718
    @deepalideka718 2 місяці тому

    কি ঘটনা?গৰমৰ বন্ধ নহয়নে?

  • @bijoymirdha
    @bijoymirdha 5 місяців тому +1

    Nijor shuwali bhavi fhurai shil shage

  • @gunakantabaruah6243
    @gunakantabaruah6243 3 місяці тому

    বহু কথা থাকিব পাৰে। চৰিত্ৰ হীন বুলি কোৱাৰ আগতে ছাত্ৰী কেইগৰাকীৰ মন্তব্য দৰকাৰ।হেডমাসটৰ ও সহকাৰী শিক্ষকৰ বদলি কৰি ও বাকী শিক্ষা বিভাগৰ উদধতন কৰতিপক্ষৰ কঠোৰ নিয়ম বান্ধি দিব লাগে। শাস্তি তদন্ত মতে হ'ব লাগে।

  • @tanche9085
    @tanche9085 7 місяців тому

    Akhom khon akhomiyar nahoi aro jen lagise

  • @factkiearth460
    @factkiearth460 3 місяці тому

    Alert howa val ,thike korise

  • @doctorsdiary8741
    @doctorsdiary8741 4 місяці тому

    At least proof Tu kora, tar pisot punishment dibi

  • @atikurrahman4079
    @atikurrahman4079 5 місяців тому

    অতিৰজ্ঞিত সকলোৰে বেয়া ।

  • @arfanalisikdar8083
    @arfanalisikdar8083 2 місяці тому

    ছাত্ৰী কেই গৰাকীৰ সাক্ষাৎকাৰ লৱ লাগিছিল ।

  • @P0k3m0Nn
    @P0k3m0Nn 4 місяці тому

    Anekuwa teacher burorei dhanda thake atia axomiya burei gaurd dbo khujise😂😂😂😂

  • @EDUCARE181
    @EDUCARE181 3 дні тому

    Jdi ghotona tu huwa nai tate aru anke maribo lage nki ....

  • @jyotirmoytalukdar6025
    @jyotirmoytalukdar6025 5 місяців тому

    School time't kia khana khba Jai ..Tekheta swikar krise nijr dokh2...eyai Teacher ajir dint..br level die kisumane nijake teacher buli

  • @praneshnarzary5185
    @praneshnarzary5185 3 місяці тому

    So sad konu jukti no howa kei shondeho kori hasti biha toh tik nhol .

  • @banasmitadas8169
    @banasmitadas8169 3 місяці тому

    Ami ou school porhi ahisu ketyaba kunai dusto korili techer a student k mare xitu xosa tare public Manuh bor sun kane kuwa ankoi techer k opoman koribo karon teacher amar guru hoi 😓🙏 bya kam korili police ot dibo ankuwa mar pet nokoribo please apunalok gang or Manuh a dokhi jiy teacher k xonman koribo najane xonman koribo najanili opoman nokoribo

  • @debojyotisaikia-z5e
    @debojyotisaikia-z5e 19 днів тому

    Teacher ak Bina kothat Maribo nalage. Chatri bilake beya kua nai .Pap lagibo.

  • @ratuldas2156
    @ratuldas2156 7 місяців тому +3

    Thik korise anekua manuhok piteb lage

  • @paroshbaishya9860
    @paroshbaishya9860 7 місяців тому +12

    Maiki gijoni basi kela ...

    • @Regional-i7b
      @Regional-i7b 7 місяців тому

      Kihor besi kla ? Tur maikik kunuba a enekuwa korile val pabo neki murkho ?

  • @gitarthabarman7970
    @gitarthabarman7970 7 місяців тому +1

    howa nohowa kotha bhabi eibor ejon teacherr oport koribo napay

  • @NimaiBiswas-uy3uk
    @NimaiBiswas-uy3uk 6 місяців тому

    Kala khana khaboloi ki schoolot nohoi nekin ?

  • @Huriaaxom
    @Huriaaxom 3 місяці тому

    Eidore ejon teacherok opoman koratu gohonjuigyo nohoi teu prokitote dukh korise nai bibesona korok

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 5 місяців тому +1

    Kenekua manuh eibur

  • @assamormobileminivlog4774
    @assamormobileminivlog4774 2 місяці тому

    Mur mote manuh jon sage eman bea nahabo nky....

  • @MithunDas-tb7gn
    @MithunDas-tb7gn 3 місяці тому

    Legal action lobo lge.

  • @debabratgayari3053
    @debabratgayari3053 3 місяці тому

    If carater is lost every thing is lost

  • @zeroxgaming0781
    @zeroxgaming0781 7 місяців тому +5

    Kamtu val nohol