Deuboriya Alap ft. Angel Kumkum | Beharbari Outpost | Kristina Barua with Kakali |
Вставка
- Опубліковано 9 бер 2024
- পিতৃ-মাতৃৰ সমুখত অব্যক্ত কথা প্ৰথমবাৰলৈ কলে অন কেমেৰাত! Watch the full clip and have fun.
#pragnews #angelkumkum #beharbarioutpost #interview #actress #kakali #police #assameseactress
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
লুটো আৰু কুমকুমৰ প্ৰেমটো এগদম্ সাংঘাতিকভাবে ভাল লাগে,যদি দুয়ো তাই বিয়া হৈ যায় এই প্রেমটো দেখিবলৈ নাপাম,দুয়োটাই বিয়া কিন্তু নহব দেই,হৈ গলে আমাৰ প্ৰমটো নোহোৱা হৈ যাব,লোটো আৰু কুমকুমৰ প্ৰেম মোৰ ভাল লাগে ।
বঢ়িয়া। তোমাৰ কথা খিনি শুনি ভাল লাগিল।
ভাল লাগিল কৃষ্টিষ্ণা ,
কুমকুম তোমাৰ অভিনয় চাই ভাল লাগিছে। আগবাঢ়ি যোৱা। আৰু নতুন চিৰিয়েলতো দেখা পাবলৈ আশা কৰিলো।
মৰম.লগা ছোৱালী .জনী সদায় সুখী হৈ থাকা ।
U r my one of favorite actress.
Keep it up ur acting journey.
কুমকুম তোমাৰ কথাখিনি মৰমলগা শুনি ভাল লাগিল তোমাৰ কথা খিনি ত মৰম আৰু সৌন্দৰ্য সোমাই আছে আজি হে বুজি পালো বেহাৰবাৰি চাই ভাল পাও চাই আছো 😂😂😂😂😂😂😂
Kumkum r Acting bohut vll lage mur❤❤❤
KUMKUM BA dandure nakie
Kk TT
May favourite actress is only Kom kom anzel (Kristina) so very nice. Thanks to all beharbai out post serial actor and actress.
ভাল লাগিল কুম কুম তোমাৰ অভিনয় ভাল লাগে আগুৱাই যোৱা
Very good kumkum
ইমান ধুনীয়াকৈ কথাখিনি কৈছে ।শুনি ভাল লাগিল ।
See is most beautiful and talented lady. Keep it up
বেহাৰবাৰী ধাৰাবাহিক খনৰ মহিলা অভিনেত্ৰীৰ ভিতৰত কুম কুম ক বেছি ভাল লাগে , আগতে বাইলুং ক ভাল লাগিছিল এতিয়া নাই🥹
তোমাক কিন্তু বহুত ভাল পাওঁ দেই বেহাৰবাৰিত সদায় থাকিবা দেই , kk মোহন ৰ দৰে অহংকাৰী নোহোৱা যাতে ।❤❤❤❤❤
Kumkum bindass hits khobor de bhal lagil de 🎉 congratulations 🎉🎉
মই ধাৰাবাহিক বেহৰবাৰী আউট পোষ্ট ৰ নিয়মীয়া dorshok ।তোমাৰ কথা সুনী ভাল লাগিছে। এইখন ধাৰাবাহিকত সদায় আপুনি থাকে যেন।
😂😂😂😂
😢😮😮😮😮
Bohut val Suwali, specially Tair voice2 mor bohut a val lage..
I love kumkum didi ❤❤❤❤❤
আৰু অভিনয় ভাল লাগিছে
Uper assam kumkum.jorhat
Moja 2mr premr abhoinoi bohut val .
ভাল লাগে তোমাৰ অভিনয় ।লুটোক কিয় ভাল পালা ইমান চৰ্ত তেম্পা লৰাক পৰাপক্ষত সোৱালিয়াবোৰে ভাল নাপায়😮
❤❤
Kumkum ba apunar actually acting bur bhal Pau ❤love you baa
Love from dibrugarh
Like you
Biya hoi gusi goley u beyhar bari Outpost sireal khonor pora ulai nazaba.tumar aru lutukonor acting bur khub bhal lagey❤
Vallagil .yours free nd frank discussion
So sweet bhut bhut val lage aru aguay joa vogbane vale rakhok tomalokok
সুন্দৰ ❤❤
Lv U kumkum
Kukum bohut bhal suwali aidore siro jibon thakiba ❤
I like your real acting, thank you so much,
Thank you Kristina.
Love u kum kum
Kumkum tumar accting sai val paou i.
God bless you
Best of luck🎉
❤❤❤❤
Kumkum.tomak.botut.bhal.lage
Lutuda logot kumkumba khub dhuniya milise. Biyakhon sabo mon ase. ❤
Very nice❤
Bahut bhal lagil kothabor khuni
Kk muhan thakile behar bari sai besi val lage ❤❤❤kk muhan ako behar barit ahibo buli akha thakil❤❤❤😊
❤❤❤
সঁচাকৈ ভাল লাগে
সুন্দৰ সাক্ষাৎ ৷বহুত ভাল লাগিল৷ কিন্তু আজিলৈকে বয়স টো বঢ়াইছো নে কমাইছে অ কুমকুম ?
Behar bari outpost t action korihe popular hoboloi hokhyom hoise
Action nohoi neki acting hee.
Kumkumor Acting Sai Khub Bhal lage
খুব ভাল লাগিল কুমকুম
Love you Kristina
Love you kumkum
love u kumkum .❤
Crush angel
ভাল লাগিছে আশা কৰো পাব লাগে
So beautiful ❤️. Kumkum
Impressive. Hope Prag news will manage one more 🔊 speaker.
Hundar❤❤
আপোনাৰ অভিনয় চাই বৰ ভাল লাগে
Apunar obhinoibur vl lage ba god bless you 🙏
Op ❤❤
Nice
লীলাৰ পুতেকক এইবাৰ গদা এটা gift দি চাবাচোন,তোমাৰ অভিনয় চাই ভাল লাগে
Beautiful👍👍💖💖
❤❤❤ nice
You are Brilliant
Val lagil
Kum kum baa aru lutukon daak bhut vl lage
Kukum best
কৃষ্টিনাতকৈ এঞ্জেলেই best
All right kumkum fantastic very good disision.
❤❤❤❤❤❤❤
Angel kum kum is great ❤ly🎉....
Xasai kumkum k bht bhal lage❤❤❤❤
Khi rishta ba val lage
সঁচাকৈয়ে বেহাৰবাৰী আউট পোষ্টৰ কুকুমৰ অভিনয়. বিশেষকৈ ক্ষিপ্ৰ ভাৱে সংলাপ নিক্ষেপ কৰাটো বহুত ভাল
লাগে...
Bohut jona hol chuwalijoni ❤❤❤
সুন্দৰ, অতি সুন্দৰ, বহুত ভাল লাগিল বাৰ্তালাপ - বহু কথাই জানি'ব পাৰিলো, এঞ্জেল কুমকুমৰ,
ধন্যবাদ কাকলি মহোদয়া
I love komkom
Vvvaaaaa
তোমাত কে দাদা ডাঙৰ ন😂😂
Angel Kumkum- Naamtoh iman dhuniya, tatoakoi dhuniya tekhet sowali jani, tatoakoi dhuniya tekhetor saku juri, haleo kintu Lutukonor montoh golabo pora nai😂😂😂 ghotonato kih😂😂
Send bless to be satify and also send bless to do satisfy people of Assam by your acting.
Kum kum koi apunak he val lagil
I like kum kum
Like you
Habhi
Intating
ভাল লাগে কুকুমৰ অভিনয় চাই। মই এজন নিয়মীয়া দৰ্শক। কিন্তু লুতুৰ লগত ভাল পোৱা কিমান দূৰ আগবাঢ়িছে ।এৰি নিদিব আৰু আগলৈ আগবাঢ়ি যাওক। কিন্তু দুখৰ বিষয় যে ৰাকেশ আহিলে মই বৰ বেয়া ছিৰিয়েল খন চাই।
😢
Vhl lge apunk ❤❤❤ but beharbari kohn vhl nologa hol
I love you
তোমাৰ কথাবতরাতেই তোমাৰ সরলতাখিনি প্ৰকাশ পাইছে। তোমাৰ অভিনয় দক্ষতাই এদিন আগবাঢ়িবলৈ সহায় কৰিব বুলি আশা কৰিব পাৰি। কুশলে থাকা।
বাইদেউ চেন্নাইত চাকৰী বুলি কলে sicurity মাছ commpeny বহুতো বুজাই আপুনি কোনটো ৰ কথা কৈছে বাৰু 😂
Rituraj das
ᵐᵖᶻᵃ
Ki koisa eku huna nai just tumk sabolaha Play korilu val lagil tumk dakha pai " tumi a Queen 👑 baki Bandori" 🐒
বেলেগৰ লগত বিয়া হ'লে, লীলা পুতেকে গদাৰে মৰিয়াই মুৰতো ভাঙিব গম পাবা।
Bahut morom lagise moi bhal pau
ঘোষিকাই হয় আপুনি বুলি কওক নহয় তুমি বুলি কওক । এবাৰ আপুনি এবাৰ তুমি বুলি কলে বৰ বেয়া শুনি ।
কোনো জানিব নিবিচাৰে ইহঁতক
ছিক্সটিন মে' 😂 বয়সটো কিয় নকয়নো ৪৮ হ'ল বা
Lutukanar dare daam diba Pati Hale ki kariba