In such cases, police case must be filed as soon as possible. The help and assistance given by the RAAS committee is applicable. Stay safe Mrs. Amrita Gogoi.
Apuni kotha khini koi awareness anile.thanks...thanx God to save u ......God with u...aibilak manuhe business koribo nalage...okol Toka sini pai,humanity nuhuwa hol.
Thanks to God that u an ur friend are safe,,,, specially be safe to our all girls and women..why this type of people are in this world,they should atlist fear to God.
তুমি বহুত সাহস কৰিছা তাৰ বাবে ধন্যবাদ । এই বিলাক হোটেলৰ মানুহ সিহঁতে বদমাছ কৰিছে । তুমি ভগৱানৰ কাম কৰি আছা নহয় এই কাৰণে তোমাক একো কৰিবা নোৱাৰিলে। ভগৱানে ৰশা কৰিছে ।👍🏻
বহুত ভাল লাগিছে। সকলো নাৰিৰ কাৰণে চিন্তা কৰি কথাখিনি কোৱাৰ বাবে
অমৃতা ভন্তীৰ প্ৰতিটো শব্দত একমত । বিষয় টো সংশ্লিষ্ট মালিক জনে ৰাজহুৱা কৈ পৰিস্কাৰ কৰি নগাঁৱৰ মান অটুত ৰাখক ।
অমৃতা নাৰীৰ প্ৰতি সন্মান থকাৰ বাবে তুমি সাহসেৰে প্ৰতিবাদ কৰিলা।মালিক জনকো মানবীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিলা।তেখেতে ধন উপাজনৰ বাবে এই হোটেল খুলিছে।ভগৱানৰ ৰাস কৰি আহি থাকোতে তোমালোকৰ বাবেই তেওঁ এক বাৰ্তা গম পালে।চিচি কেমেৰাৰ সঁচাই প্ৰয়োজন।ধন্যবাদ তোমালোক দুয়োলৈ।তোমাৰ লগৰ জনী ভাল সাৰ পালে।কৰ্মই ধৰ্ম🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Amrita , moi tomak valpawn mur sowalr dore tumi . Vogobanor oport biswas koriba vogobane sohai koribboi ari nidie ketiyao . God bless you.
Amrita tumi police or hohai lua kisuman hotalor dhanda baya vogowan tumar hohai hok
Nijor jegate iman insecured hole sosake chinta koribo logia kotha.
পৰিয়ালৰ মানুহখিনিৰ মূল্যায়নৰ বিষয়ে আপুনি এদিন বহুত মূল্যবান কথা কৈছিল । আপোনাক বহুত ধন্যবাদ জনালো । ভগবানে আপোনাৰ মংগল কৰক ।
হে প্ৰভু। ভগৱানে সহায় কৰিলে তোমালোকক।
CM sir ক উচিত তদন্ত কৰিবলৈ আহবান জানালো, দোষীয়ে যেন শাস্তি পায়
ভগৱানৰ আশীর্বাদ আছে। সেই কাৰণে কোনো বিপদ নহল।
ঠিকেই কৈছে ভগৱানৰ আশীৰ্বাদ আছে
ভগৱানে তোমাক মঙ্গল কৰক তুমি সত্যত থাকিলে তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে
Very very nice.baeidew" bohut dhunia
🎉❤
তোমাৰ সাহস বহুত, ।তুমি বহুত সাহসী ছোৱালী । সেয়ে তুমি বাছি আহিলা । সৎ পথত থাকিলে ভগবানে নিশ্চয় সহায় কৰে
ভালেই হৈছে সতৰ্ক কৰি দিয়াৰ বাবে।
হোটেলৰ মানুহ জড়িত আছে, সেই কাৰণে cctv footage দেখাব নোৱাৰিলে।ঢিকিউৰটি থকা অৱস্থাত বেলেগ মানুহ হোটেলত প্ৰবেশ কৰিব নোৱাৰে।
বহুত ভাল কথা কলা তুমালোকক ভগবানে সহায় কৰিলে
ভগৱান শ্ৰীকৃষ্ণই সহায় কৰিলে
ভগৱান সদায় লগত থাকে বিশ্বাস ৰাখি আগোৱাই জোৱা সাহসেৰে ধন্যবাদ
অমৃতা, মই তোমাক খুব ভাল পাও, এইটো প্ৰথম কথা, দ্বিতীয় কথাটো হল অসমীয়া মানুহ হৈ মালিক জন অসমৰ এগৰাকী মহিলা শিল্পীক এই আচৰন। অতি দুখ পালো। সিহতক কেৱল টকা লাগে। মানুহৰ জীৱনৰ মূল্য সিহতৰ ওচৰত নগন্য। সকলো। নাৰীয়ে তোমাৰ দৰে সাহসী হওক। দোষী জনক মালিক জনে বিচাৰি দিয়ক। এইয়া তেওৰ নৈতিক দায়িত্ব।
নেদেখা জনৰ কৃপাত বা তোমাৰ লোক ভালে ভালে উভতি আহিলা।❤
প্ৰত্যেক গৰাকী female artist এ যেতিয়া এনেদৰে ঠায়ে ঠায়ে ঘুৰিব লগা হয় , সেই সকলোৰে এই ভয় বোৰে মনটো হেচি ধৰে তথাপিও ৰাইজৰ বাবে কাম কৰে আপোনালোকে
নিশ্চিতভাবে হোটেল কৰ্তৃপক্ষ অৱহেলাৰ বাবে দোষীয়েই নহয় অপৰাধীটোও তেওঁলোকৰ মাজৰেই ৷ কেচ দিয়াত ব্যক্তিগত অসুবিধা কিছু থাকিলেও অপৰাধীক সাৰি যাবলৈ সুবিধা দিয়া হ’ব ৷ স্হানীয় সচেতন নাগৰিকসকলেও নাৰী সুৰক্ষাৰ স্বাৰ্থত ঘটনাটো গুৰুত সহকাৰে লৈ হোটেলখনক জৱাবদিহি কৰিব লাগে ৷
ঈশ্বৰক ধন্যবাদ,একো ঘটনা নঘটিল যে!জীৱন সম্পত্তি ৰক্ষা পৰিল!কথাখিনি আৰু সকলোকে সজাগ কৰা পদক্ষেপ অতি সুন্দৰ হৈছে। যিহেতু অভিযোগ আহিছে ,এতিয়া অতি সোনকালে দোষীক বিচাৰি হোটেল কৰ্তৃপক্ষই ব্যৱস্থা লোৱা উচিত।
Apuni bohut hahokhi nari Mur babe bohut bohut dhanyabad❤
হোটেলৰ মানুহ জৰিত থকাটো খাটাং। এনেকুৱা হোটেল বৰ্জন কৰা উচিত।
Thank u Amrita Ba aru tewr Friendk karon apunalukor babei ami infutue Hotorko holu 😊 🙏🙏Aibilak Hotelor Manuhore kam
ভগৱান তোমাৰ লগত সদাই আছে কাৰন তোমি সহজ সৰল খোলা মনৰ ছোৱালী।সকলোকে মৰম দিৱ পৰা সকলোকে সমান চাকোৱে চোৱা
আইনৰ সহায় লওক বাইদেউ।আপোনাৰ একো ক্ষতি নহল বাবেহে কিন্তু কিবা নঘটিব লগা ঘটা হলে কি হল হয়?দোষীয়ে শাস্তি পাব লাগে।
Kun khon Ain usorot hohai lobo jabo lage o , ji khon Ain faltu fokotia Ain soli ase .
Right
এনেকৈ এৰি দিলে ভৱিষ্যতে আকৌ হ'ব।তোমালোকৰ ভাগ্য ভাল আছিল বুলি বাচি গলা।
In such cases, police case must be filed as soon as possible. The help and assistance given by the RAAS committee is applicable. Stay safe Mrs. Amrita Gogoi.
তোমাৰ প্ৰতি আশীৰ্বাদ আছে মা
সেই কেইখন হোটেলত নাৰি ব্যৱসাই চলে যেন পাওঁ
ভগৱানৰ অনুস্থান কৰা বাবেই তেওঁ সহায় কৰিলে 🙏
ৰাধাক কৃষ্ণই নিশ্চয় সহায় কৰিব
Thanks Amrita for awareness.Bhagawanar kripat tumaluk basila.
নগাওঁৰ নাম শুনিলেই অলপ হলেওঁ ভয় ভয় লাগে ।
Hosakoi moru Ake kotha
সঁচাকৈ মুৰো ভয় লাগে
ri8... kotha , main goru sur aru dokait...😅
Ane kor hoi apunaluk beya napai jdi kbo nki???
Nagaon khon bohot bhal place..aanok beya buli kuar agote nije kiman bhal
আপোনাৰ কথা খিনি বিশ্বাস কৰিছো কিন্তু আপোনাৰ প্ৰতিবাদ টো বৰ দুৰ্বল যেন লাগিছে। আচৰিত কথা আপুনি আইনৰ সহায় নোলোৱাটো । যদি পাৰে আইনৰ সহায় লওক আৰু ঘটনাটোৰ বিষয়ে প্ৰচাৰ কৰি আনকো সাৱধান কৰাই দিয়ক।
সঁচাকৈয়ে শুনি ভয়েই লাগিছে। আজিকালি কতো নিৰাপত্তা নোহোৱা হৈছে। তুমি সাৱধান হবা আগলৈকে দেই।
তোমালোকে ভালে ভালে ৰক্ষা পৰিলা। বৰ দুখ লাগিল😢
তোমাৰ ভিডিও শুনি বহুত দুখ লাগিল, ভালকৈ থাকিবা ঈশ্বৰে তোমালোকক ভলে ৰাখক।
অমৃতাবা, আপুনি সদায়েই ভালে থাকক❤
নাৰীৰ সুৰক্ষা দয়াতো সকলোৰে প্রয়োজন...
😮আজিৰ দিনত ৰক্ষকেই ভক্ষক
আইনৰ সহায় লওক.....
বৰ ভাল কাম কৰিছা।আমাৰ অসমতে যদি আমি সুৰক্ষিত নহয় তেতিয়া হ'লে কেনেকৈ হ'ব? ভাল কৰিছা ভিডিঅটো বনাই কাৰণ আমাৰ হোটেলৰ মালিক সকল সজাগ হোৱাটো দৰকাৰ।
বৰ ভাল কৰিলা, সকলো সচেতন হব
সঁচাকৈ আমি যেন কতো সুৰক্ষিত নহয়। কিছুমান পাগলৰ পৰা। ইয়াত হোটেল কতৃপক্ষই পুৰা জগৰীয়া হ'ব। ভগৱানে তোমাক কুশলে ৰাখক।
ভগৱানে আপোনাৰ লোকক সহায় কৰি ল😢😢
নিজৰ সাহক আৰু ভগৱানে সহায় কৰিচে জয় শ্ৰীকৃষ্ণ শুভ ৰাতি
Sunjukti হোটেলক band কৰিব লাগে।
Thankyou Amrita baa....
এই ঠাইডোখৰ বহুত বেয়া কাম ঘটনাৰে সাঙুৰ খোৱা হল আজিকালি । সন্ধিয়া হলে বহুত গাড়ী ৰয় আৰু গাড়ীৰ আগে পাছে সৰু কম বয়সীয়া ছোৱালী কিছু অহা যোৱা কৰা দেখা পাওঁ প্ৰায়ে । পুলিছে এতিয়ালৈকে একো গম পোৱা নাই ।
আপুনি ভিডিওটো বনোৱাৰ বাবেই বহুত বহুত ধন্যবাদ ৷কাৰণ সকলোৱেই জনা উচিত এইবোৰ কথা ৷এতিয়া সকলোৱে সাবধান হব পাৰিব
Good disision loise baa thanks u
তোমালোকৰ কথাটো জানিব পাৰি বহুত বেয়া লাগিছে লগতে ভাবিছোঁ পুলিচত দিব লাগিছিল যিকিনহওক ভগৱানে ৰক্ষা কৰিলে ।
Apuni bahut manuhar jiban hobologia bipadar pora bosale.thanks ba
ভগবানে সহায় কৰি লে হাজাৰ দৈত্য ৰাক্ষসৰ মুখৰ পৰা ও ৰক্ষা হয়। কৃষ্ণ।
Thanks Amrita for awareness bhagawanar kripat tumaluk basila
বাইদেউ,হোটেল খনৰ স্বত্বাধিকাৰীক ভালকৈ ধৰিলে সকলো খিনি তৈথ্য পোহৰলৈ আহিব।আপুনি যিজন গাৰ্ডক কথা সুধিছিলে সেই গাৰ্ড জনেও নিশ্বয় এই খিনি ঘটনাত অৱগত আছে । সি জানে সেই বাবে আপোনাৰ কথা খিনি ত সি আওঁ পাক দি কৈ আছে। আপুনি বাৰে বাৰে গাৰ্ড জনে 12:27 12:23 কোৱা কথাখিনি ৰিপিদ কৰি থাকা চুন , চাবা সি সকলো খিনি কথা জানে। এই ঘটনাটোৰ বাবে হোটেল কৰ্তিপক্ষ্য সম্পূৰ্ণ দায়ী।
Thanks for your awareness,God bless you
She is journalist by profession actor by passion.
Hotel khnr counter thoka manuh tuk police dibo lage
Hotel r malik jon involved hoi ase...ami to hei khon hotel ot ketiau najau aru.. thank you share korar karone.God a tumalukok bosale.
ভগৱানে বচালে তোমালোকক অমৃতা ।
God blessed you ma'am 🙏🙏
Khosakoi bahut Val korise live t dia babe thanks 🙏🏻😢
Pisloi aru hb voi lagise dhukiy dhora prib lagisil Tumi jonuwa babe thanks
He bhagaban baideu 2garaki je basala. 🪔🪔🪔
be carefull,,,and safe mam ,,,aji kali kotu swali manuh valke val monere jaboi nuara hol ,,,kisuman manuhr pora
ভগৱানে আপোনাৰ লোকক সহায় কৰক
কথাখিনি শুনাৰ পিছত এনে লাগিল যে, হয়তো হোটেলৰ ৰিচেপচনৰ মানুহজন হ'ব পাৰে।তুমি ইমান মানৱীয়তাৰে চোৱাৰ পিছতো এনে কৰিছে। ভগৱান তোমাৰ সহায় হওক 🙏এনে হোটেল সদায় বজনীয়। ধিক্কাৰ দিছো
আজি তুমি ভগবানৰ ৰাস কৰি অহা বাবে তোমালোকক ভগবানে সহায় কৰিলে। হোটেলৰ মানুহেই নিশ্চয় জৰৰিত আছে। টকাৰ কাৰণে। দুখীয়ে শাস্তি পাওক
Pure beauty she is...really❤😊
হোটেলৰ থকা কোনোবাই কামটো কৰিছে,চি,চি,কেমেৰা ৰ গুৰুত্বই নাই হোটেল বোৰত।অপৰাধী জনক হোটেলৰ মানুহে ভালকৈয়ে চিনি পায়।
God. Bless. You. Amrita. Sister. Kamini. Pathak
Apuni.ba.kothakhini.kowar.babe.bohut.val.hoise
ভগৱানে ভালে ৰাখক তোমাক
কুশলে থাকা অমৃতা। তুমি এগৰাকী সাহসী নাৰী। নাৰীৰ বাবে চিন্তা কৰা সফল নাৰী।
Good advice
এনেবোৰ ঘটনাৰ বাবে সকলোৱে সাৱধান হবলৈ সকীয়াই দিয়াৰবাবে অমৃতা তুমি ভাল কৰিছা। ভগৱানে তোমালোকক বচালে। সাৱধানে থাকিবা।
Thnq baa next time be careful ❤
Buhut dux lagil apunar kotha khini xuni 😢
ইয়াত হোটেলৰ মালিকপক্ষও জড়িত আছে। সিহঁতে ইচ্ছা কৰি চি.চি. কেমেৰাৰ ফুটেজ নেদেখালে। এনেকৈ হলে হোটেলত থাকিবই ভয় লাগে।
@@sandhyabordoloi2304 একো নাই, ইয়াত কৈও গুৱাহাটীৰ হোটেলত হে বেছি অঘটন হৈ আছে। ইয়াত কোনোবা ভূতে আহি দৰ্জাৰ হেন্দেল ডাল লৰাই দিউতেই ইমান ভয়। ভয় পাদুৰী ছোৱালী 😊😊😊
আইনৰ সহায় লওক বাইদেউ.....এইটো সৰু কথা নহয়..
তুমি কেতিয়াও অইনিয়া কৰা নাই সেই কাৰণেই তোমাক ভগৱানে সহায় কৰিলে । তুমি সত্যত এচা । চি চি টি ভি এতিয়া পৰা চাই লৈহে থাকিবা ।
অকলে কেতিয়াও নেথাকিবা, এই ঘটনাৰ পৰা সকলো সজাগ হ'ব, বেলেগ হোটেলটো সাৱধান হ'ব
God bless you always
ঘটনাটো অকল অমৃতা গ গৈৰ বুলিয়ে নহয় । কালিলৈ হয়তো অইন কাৰোবাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰথমে হোটেল কৰ্তৃপক্ষই নিজৰ সততা দেখুৱাই এই অপকৰ্ম কৰা, সেইজন হোটেলৰে কোনোবা হওক বা আন কোনোবা তাক চিনাক্ত কৰি উচিত শাস্তি দিয়টো আমি বিচাৰো ।কিয়নো অপৰাধী ,অপৰাধীয়ে ।অপৰাধীক ৰেহাই দিলে ভবিষ্যতে আৰু অপৰাধৰ প্ৰবণতা বাঢ়িহে যাব ।
U R so lucky... TK CR..
Dukh lagil.Parile xahay
karilo heten
Sister your thinking is so right.that the work doing by the hotel worker malik also mey be.thanks God for you..
Bohut val korisa video di.amiu gom palu aibur hotel t thakibo nlge buli
পুলিচক inform কৰাটো উচিত আছিল
পুলিচেও টকা খাই বহি থাকিব আজি কালি পুলিচ বিলাকেও টকাৰ পিচত দৌৰি থাকে
Kihor babe eman utpat hoise baru 🙏 habodhane thakiba🙏🙏
হোটেলৰ মানুহেই হব ; সাবধানে থাকিবা ৷
Hotel malik jon jorit ase,Nepali manuhok misai bodnam krise, Amrita tumi agoloi alp habodhane thakiba de,Ane o tumi amar bhut bhal lga khilpi,
Amrita Bhanti tomaluk valkoi chaisinti chaliba katha2 xuni bohut beya lagise...
তোমালোকক সঁচা ভগৱানে সহায় কৰিলে। যিটোৱে তোমালোকক অনিষ্ট কৰিব বিচাৰিছিল সি এদিন নিজেই মৰিব।ভগৱানক কোটি কোটি প্ৰনাম তোমালোকক যে ভালে ভালে ঘৰলৈ উভতাই আনিলে। কথাতো শুনি গা নোম শিৱৰি উঠিল আৰু নাজাবা দেই অকল ছোৱালি দুজনি পুৰুষ দুজন মান লৈ কৰবাত যাৱ লগা হ'লে যাবা আজি কালি কাকো বিশ্বাস কৰিব নোৱাৰি।গা নোমেই শত্ৰু বুলি যে কয়। অমৃতা ভন্টি ক'ৰবাত গ'লে সঁচাকৈয়ে পুৰুষ দুজন লৈ যাবা
You are right sister..
We are supporting for you from West karbi anglong ...
Apuni kotha khini koi awareness anile.thanks...thanx God to save u ......God with u...aibilak manuhe business koribo nalage...okol Toka sini pai,humanity nuhuwa hol.
Thanks to God that u an ur friend are safe,,,, specially be safe to our all girls and women..why this type of people are in this world,they should atlist fear to God.
Right
মালিকজনে প্ৰধান কাৰ্লপিট৷তেওঁ টানি ধৰা হেতেন ভিডিঅ’ ফুটেজ দেখুৱাবলৈ বাধ্য হ’ল হয়৷তেওঁৰ ভাল ব্যৱহাৰৰ আঁৰত কাহিনী নিশ্চয় আছে৷দুমুখীয়া মানুহে সমাজ ভৰি পৰিছে৷উপযুক্ত ব্যৱস্থা লোৱা৷
এই কামতো হোটেলৰ মানুহে কৰিছে ৷ধুনীয়া ছোৱালী দেখিছে৷কেচ দিব লাগে৷
ভাবিয়েই ভয় লাগিছে পৰিস্থিতি টো