শিল্পী শিখা ৰ সাহসৰ কাহিনী - Silpi Sikha's brave story

Поділитися
Вставка
  • Опубліковано 8 лис 2019
  • Lets discuss a brave story ...!
    #silpisikha #dimpusvlog

КОМЕНТАРІ • 2,1 тис.

  • @lifeagainstcancer2280
    @lifeagainstcancer2280 4 роки тому +3

    মই দেখোন 😊 ধন্যবাদ দিম্পু মোৰ ওচৰত অহাৰ বাবে।লগতে মোৰ বাবে প্ৰাৰ্থনা কৰা সকলকো ধন্যবাদ জনালো।

  • @santanuentartainment5860
    @santanuentartainment5860 4 роки тому +381

    আজমল ফাউণ্ডেশ্যনে ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে । বহুত দুৰ্ভগীযাৰ মুখত হাঁহি বিৰিঙাইছে। আজমল ফাউণ্ডেশ্যনলৈ বহুত বহুত ধন্যবাদ।আৰু আপোনালৈ থাকিল....দিম্পু দা

  • @lakhyadutta1707
    @lakhyadutta1707 4 роки тому +747

    প্ৰথম কমেণ্টমোৰ ফালৰ পৰা যদি দিমপুৰ দাক যদি ভাল পোৱা এটা like হৈ যায় যে।

  • @user-bo5xo7it2k
    @user-bo5xo7it2k 4 роки тому +181

    জীয়াই থকাৰ হেঁপাহ....জীৱনটো যে কিমান মুল্যৱান!!!!

  • @raihanahmed4718
    @raihanahmed4718 4 роки тому +82

    আল্লাহৰ ওচৰত এটাই দোৱা কৰিম যাতে শিল্পী শিখাই সোনকালে সুস্থ ৰূপত ঘৰলৈ ঘূৰি আহে।আৰু দিম্পু দা বহুত ধন্যবাদ এনেকুৱা এটা ভিডিও বনোৱাৰ কাৰণে।

  • @lifeagainstcancer2280
    @lifeagainstcancer2280 4 роки тому +298

    সকলোকে বহুত বহুত ধন্যবাদ দিছো ইমান মৰম দিয়াৰ বাবে।আপোনালোকৰ এটা এটা wish মোৰ বাবে বহুত ডাঙৰ ঔষধ

  • @Priyankul
    @Priyankul 4 роки тому +2

    AAJMAL bht val manuh

  • @amunu1226
    @amunu1226 2 роки тому +2

    Toka nohole jiyai thoka esha korile nu ki hob dimpu da... ...

  • @extrafoodvlogsmixtureassam6594
    @extrafoodvlogsmixtureassam6594 4 роки тому +262

    শিল্পী শিখা সম্পূৰ্ণ আৰোগ্য হোৱাৰ কামনা কৰিলোঁ

  • @SaddamHussain-ho4pw
    @SaddamHussain-ho4pw 2 роки тому

    Oyo room 🌚

  • @devidhazarika7080
    @devidhazarika7080 4 роки тому +5

    Dhuniya vedio bahut val lagise thanks to ajmal foundation....

  • @MaskmanTrader
    @MaskmanTrader 4 роки тому +72

    Great Ajmal Foundation long live..Joy Aai Axom

  • @inspire13567
    @inspire13567 4 роки тому +15

    মৰমৰ শিল্পিশিখালৈ বহুত মৰম আৰু আশুআৰোগ্য কামনা কৰিলো!!💓💓💓💓💓💓💓💓💓💓

  • @biswajitray5262
    @biswajitray5262 4 роки тому +167

    বাউদেও আপুনি ইমান ডাঙৰ বেমাৰ এটাত ভুগি আছে তথাপিও আপোনাৰ মুখত হাঁহি ,

  • @abinashsonowal4405
    @abinashsonowal4405 4 роки тому +30

    Thank you Dimpu... Thanks Azmol foundation... God bless you Shilpi...

  • @nomitagogoi8932
    @nomitagogoi8932 4 роки тому

    ভাল কাম কৰিছা দীম্পু। শিল্পীৰ খবৰো ললা আৰু আমাকো দেখুৱালা ।শিল্পী সোনকালে ভাল হৈ অহা।

  • @ranjimadutta485
    @ranjimadutta485 4 роки тому +34

    শিল্পী, তুমি আমাৰ বাবে প্ৰেৰণাৰ উৎস। তুমি সোনকালে আৰোগ্য হৈ আপোন ঘৰখনলৈ উভতি আহা তাকে কামনা কৰিলোঁ।

  • @sanzu8674
    @sanzu8674 4 роки тому +1

    Azmal Sir apunak bohut bohut Dhonyobad jonaisu jenekua vabisilu Apuni tatkoiu bohut mohan hoi.. Apuni khodai khukhi thakok

  • @bubulsarania2847
    @bubulsarania2847 4 роки тому +5

    বাইদেউ জনীলৈ বহুত মৰম যাচিলোঁ। তুমি শুনকালে ভাল হৈ আমাৰ মাজলৈ ওভতি আহা 💗💗

  • @nayanjyotinath2786
    @nayanjyotinath2786 4 роки тому +122

    🙏শিল্পী শিখা যেন অতি সোনকালে আৰোগ্য হৈ উঠে তাকেই কামনা কৰিলোঁ 🙏